'ৰেন মৌ'ত আইচেংফাৰ স'তে 'কুকি'ৰ প্রযোজক ড: জোনমণি দেৱী খাউণ্ড আৰু অভিনেত্রী ৰিতিছা খাউণ্ড

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.ค. 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credits -
    Host and Concept - Aichengfa Boruah
    Direction & Audio Production - Xulfi
    Video Edit - Dipankar Saharia
    Camera - Nihar Ranjan Gogoi, Jintu Kumar, Vedant
    Make-Up - Binita Das

ความคิดเห็น • 26

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 2 วันที่ผ่านมา +4

    "কুকি" খন চাইছো বহুত ভাল লাগিছে। কাহিনী বহুত সুন্দৰ, মন চুই যোৱা। সকলোৱে চাব লাগে। চাই থাকোতে অসমীয়া চিনেমা চাই থকা যেন লাগে । হিন্দি চিনেমা যদিও মাজে মাজে অসমীয়া কথাও শুনা যায় । বহুত ভাল চিনেমা , বহুত ভাল হৈছে । 👍👍👍

  • @DIPTIHAZARIKA_
    @DIPTIHAZARIKA_ 3 วันที่ผ่านมา +10

    খুউব সুন্দৰ হৈছে কুকী খন।
    সকলোৱেই চাব লাগে ।
    চিনেমা হল নোপোৱাৰ কথাটো সচাঁই খুউব দুখৰ কথা

  • @mamonidevi617
    @mamonidevi617 3 วันที่ผ่านมา +10

    Xochakoi cham Riticha tumak morom aru xubhesea jonalu Mak sardha jonalu Aichengfak morom dilu❤

  • @LakhiPrasadSaikia-uq9df
    @LakhiPrasadSaikia-uq9df 3 วันที่ผ่านมา +7

    মোৰ ভাল লাগে junmoni khaund বাইদেউৰ কথা বতৰা বাইদেউ সঁচাই নিজৰ ব্যক্তিত্ব বাবে জনপ্ৰিয় আৰু বাইদেউ কন্যালৈ শুভকামনা থাকিল ছবি খন সফল হওক।

  • @mayuribaruah571
    @mayuribaruah571 3 วันที่ผ่านมา +7

    জোনমণি দেৱী খাউণ্ড বাইদেউলৈ অভিনন্দন জনালোঁ ৷ চিনেমাখন চাম নিশ্চয় ৷

  • @manishadeka6600
    @manishadeka6600 2 วันที่ผ่านมา +3

    বা,আজি চালো।সদায় নতুন নতুন চিন্তাৰ খোৰাক দিয়ে আপোনাৰ অনুষ্ঠানে।আজি অকণমান আবেগিক হ'লো😢।চিনেমাখনৰ কাহিনীটো ৰিতিছাৰ মুখত শুনি ।বা,আমি মঙলদৈৰ হলত গৈ বহুদিন চিনেমা চাব নেপাই ঘুৰি আহিছো।দৰ্শক কম হ'লে চ' নকৰে তেওঁ‌লোকে।এইটো বৰ পৰিতাপৰ কথা।
    ভাল পালো খণ্ডটি চায়।"যাত্ৰা"ৰ যাত্ৰা অব্যাহত থাকক।যাত্ৰাপাৰ্টি কুশলে থাকক।মোৰ অতি মৰমৰ আইচেংফা বা কুশলে থাকক❤️❤️❤️❤️

  • @junmonigohain16
    @junmonigohain16 3 วันที่ผ่านมา +5

    কুকিলৈ শুভেচ্ছা জনালোঁ ❤️

  • @swarnabhajani6884
    @swarnabhajani6884 3 วันที่ผ่านมา +6

    প্ৰয়োজনীয় আলোচনা। কিন্তু দুখৰ বিষয় যে প্ৰশ্নবোৰ যেন উত্তৰবিহীন । সমাজখন যেন নিৰ্বিকাৰ হৈ গৈছে এই বিষয়বোৰৰ প্ৰতি।
    ৰিতিষাৰ ভাল হওক।

  • @malamanibaruah3524
    @malamanibaruah3524 3 วันที่ผ่านมา +5

    Ritisha is so sweet

  • @user-wv5eh9mw2g
    @user-wv5eh9mw2g 2 วันที่ผ่านมา +2

    Brave lady. Dont stop. Tq jatra

  • @NIRI9
    @NIRI9 3 วันที่ผ่านมา +2

    Thank you 🙏🏼

  • @aadivlogs4679
    @aadivlogs4679 3 วันที่ผ่านมา +4

    Good luck😊

  • @user-jx9uu7lx4u
    @user-jx9uu7lx4u 3 วันที่ผ่านมา +5

    Val lagise❤️ first comment ☺️

  • @sikhadutta6493
    @sikhadutta6493 วันที่ผ่านมา +1

    অভিনন্দন জনালো বাইদেউ

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc วันที่ผ่านมา +1

    খুব ভাল লাগিল কথোপকথন অনুষ্ঠাটো চাই। কথাবোৰ শুনি চিনেমা খন যে খুব সুন্দৰ হৈছে অনুমান কৰিব পাৰিছো।এটা কথাত দুখ লাগিছে অসমৰ বাহিৰত চিনেমা খন ইমান সুন্দৰ কৈ আদৰি লৈছে কিন্তু অসমত লোৱা নাই। বিশেষকৈ তেওঁ আমাৰ যোৰহাটৰ গৌৰৱ কিন্তু যোৰহাট বাসিয়ে চিনেমাখন চাবলৈ পোৱা নাই।ইনণ্ডাষ্টিৰ ভিতৰ চৰাত কি হৈ আছে নাজানো,অসমীয়াই অসমীয়াক আগবাঢ়ি যাবলৈ সুবিধা দিব লাগে। আইচেংফাক বহুত বহুত ধন্যবাদ এই কথাবোৰ পোহৰলৈ আহিব লাগে 🙏🙏

  • @user-to7pu2fu1b
    @user-to7pu2fu1b วันที่ผ่านมา +1

    অভিনন্দন জনালো 🙏

  • @nuramin8682
    @nuramin8682 2 วันที่ผ่านมา +4

    There is KOOKI everywhere

  • @biswaxnokoribo2172
    @biswaxnokoribo2172 วันที่ผ่านมา

    কথা এটা কওঁ, আপুনি ইমান এটা সুন্দৰ Interview লৈ আহিছে, নিজৰ জীয়েকক অলপ যদি মাৰ্জিত পোছাক পিন্ধি আহিল ভাল লাগিল হেঁতেন, উপাই বিহীন ভাৱে, গাৰুটো লবলৈ বাধ্য হল।।
    ইমান পশ্চিমীয়া হোৱাটো বেয়া।।।।।

  • @user-ql3uw3rh5c
    @user-ql3uw3rh5c 3 วันที่ผ่านมา +5

    ৰেন মৌ সদায় চাই আমনি নালাগে

  • @gyandeepnath3600
    @gyandeepnath3600 วันที่ผ่านมา +1

    অসমত হল নোপোৱাটো বৰ দুৰ্ভাগ্যজনক । আমিও চাম বুলি ভাবি চাব পৰা নাই

  • @Pbaruah1991
    @Pbaruah1991 3 วันที่ผ่านมา +2

    what a lady is Junmoni Devi Madam. She should have casted a more impactful actor for the role of her daughter. Because of lack of pain and experience in life, Ritisha lacks that "charm" as a celebrity rather a privileged nepotism product. She needs to work hard a lot to justify her presence in such great movies.

    • @nishankakhaund4289
      @nishankakhaund4289 2 วันที่ผ่านมา

      Watch the film first and then comment on her acting please! She has done a commendable job.

    • @Pbaruah1991
      @Pbaruah1991 2 วันที่ผ่านมา +1

      @@nishankakhaund4289 yes you are right. But to find someone worthy or not worthy is subjective right? If I respect your PoV you must respect others' too.
      However, thanks for responding to my comment, although it was not meant for you.

    • @MrinmayChakravarty-jf4nr
      @MrinmayChakravarty-jf4nr วันที่ผ่านมา

      ​@@Pbaruah1991you are right brother nepotism 😢and the fact this movie flopped in cinemas unfortunately

  • @SimplePackage
    @SimplePackage 3 วันที่ผ่านมา +1

    th-cam.com/video/WJWow61d4no/w-d-xo.htmlsi=L_8JGBQjW_KBrAgy
    Assam r prothom fully AI generated song

  • @hirakjyotikalita797
    @hirakjyotikalita797 2 วันที่ผ่านมา +2

    চৰকাৰক যে সমালোচনা কৰি আছে,জানিব বিচাৰিছোঁ কটনৰ সন্মুখৰ দোকান কেইখন ক'ৰ বাংলাদেশীয়ে দিছিল,কাৰ স্বাৰ্থত কোনে খেদিলে?চৰকাৰী আশীৰ্বাদ নোহোৱাকৈ মন্ত্ৰীয়ে ৰেষ্টোৰা উদ্ধোধন কৰিবলৈ আহিব নে?