ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
মহিলা চৰিত্ৰ অভিনয় কৰা এজন খুব ভাল অভিনেতা আপোনাক মোৰ ফালৰ পৰা স্বদ্ধা ভক্তি জনাইছোঁ 🙏 মহিলা চৰিত্ৰ অভিনয় কৰা পিছতো পুৰুষৰ দৰেই কথা বতৰা বোৰ আপোনাৰ , যিটো সকলোৰে ক্ষেত্ৰত চাগে নেদেখোঁ 🤦 ভাল লাগে এনেকৈ 👍 সদায় সুখী হওঁক আৰু সুস্বাস্থ্য কামনা কৰিছো 🙏
দুয়োজনেই এজন এজন ভাল অভিনেতা ।মোৰ দুয়োজনেই প্ৰিয়।🙏🙏🙏🙏🙏
দুয়জনেই ভাল লাগিল
দুয়োজন প্ৰিয়।।ভাল লাগিল তেখেতৰ কথাখিনি শুনি।।🙏
দোয়োজনৰেই ধুনীয়া হৈছে
দুয়ো জন এই সুন্দৰ অভিনয় কৰে ❤❤ চন্দ্ৰমনি দা সব্যা আৰু দাদু দাক দিতী, লক্ষ্মী চৰিত্ৰত বহুত বেছি ভাল লাগে ❤❤❤❤
হৃদয়স্পর্শী কথা দাদু ভাল লাগিল,, দুয়োজনেই প্ৰিয় অভিনেত্রী,, From golaghat☺☺
Duijonoka bohut vl lagisa❤️🥰
গোলাঘাটৰ সুশান্ত দা ❤❤ তেওঁ বাবে অপেক্ষা কৰি আছো
Bah bah bah ki j hundo honglap val lagile
Gunaprova asikia
Duyujonk bahut bahut val lagi ❤❤❤❤
দোয়োজনৰ অভিনয় বহুত ধুনীয়া ভগৱানে তোমালোকক কুশলে ৰাখক
কাজিয়া নকৰিবা দুই জনৰ অভিনয় সুন্দৰ, অতি সুন্দৰ।
ভাল লাগিল দাদা ❣️🙏
সুব ভাল লাগিল অনুষ্ঠানটি❤❤
Dhuniya❤❤
ভাল লাগিল দেই। ধন্যবাদ।
সুন্দৰ,, আগুৱাই যোৱা ❤
ভাল লাগিল , দুয়োকে 🙏🙏
দুয়ো জনেই প্ৰিয় ❣️
সুন্দৰ অনুষ্ঠান।❤
Mozzza mozzzza🎉🎉
Dadu dar acting vl lge mur,love from ghilamara, dhakuwakhana
ভাল লাগিল🙏
Dujon priyo obhineta murr❤
Mojja lagise 🙏 dada tutake
Dadu da xdai priyo..... Love from lakhimpur
Very. Nice
Kisu dhunia acting kore.. narayanpur ot . Ki..dhunia..ovinoi🙏🙏duyujonor a ovinoi dhunia
Dadu dar kthakhini bht vl lgile❤
দুয়োজনৰে কথোপকথনখিনি বৰ ভাল লাগিল ৷
ভাল লাগিল দুয়োজনৰে কথা কেইষাৰ,সঠিক কথা কৈছে আপোনালোকে
দুয়োজন অভিনেতাৰ বচন ভালো লাগিল 😊❤
❤❤❤🎉😊
Kotha patim aru tumalukor avinoi vl lage ❤️
Khub priyoooooooo duyujon
Susanta Saikia dak lage sinakit 🙏
Um
দাদু দাৰ কথাখিনি ভাল লাগিল
Duijonoloi bht mrm ❤
Duire xonglap oti vl lgile .
❤❤❤❤❤❤
সূনদৰ কথা।অভিনয় সেই ঠাইতেই এৰিব লাগে।সকলো সময়ত অভিনয় মুডত থাকিব নালাগে
Dhunia dei
Right ..dui jone dhuniya katha koise...kinto kisumn lora ase nijoke suwali buli vabe
Ranga ৰ সাক্ষাৎকাৰ এটা কৰিবচোন
দুয়োজন প্ৰিয় অভিনেতাৰ কথোপকথন খিনি সুন্দৰকৈ উপভোগ কৰিব পাৰিলো
Chandra daa mur oti priyo
Sibsagar r porag Das (Babu) dar interview lagisil❤❤❤❤
মহিলা চৰিত্ৰ ৰূপায়ণ কৰিলেও দুয়োজন বাস্তৱ জীৱনত পুৰুষসুলভ সেইবাবে ভাল লাগে।
Dadu da🤘🤘♥️
কিমান নি অহংকাৰ 😊 মৰমৰ দাদু দা
ফটোত দেখিলে মহিলা ভাৱত ধৰিব ই নোৱাৰি একেবাৰে ছোৱালী
Digonta saikia (papaguti) interview dividing. Tumaluk 2janare avinoi bohut val lage
Nissoy dim
Satyam aru Nayan Moni lage
Prahlad da ,Hari Hazarika da r interview ata lobo sun parile
Nissoy lom... lahe lahe ahi thakibo manuhbur...
🙏
Prakash dar video ata banawk
❤❤❤
Koliya daak abar parile anibo sun....plss..
Sure
❤❤
অন্যতম শ্ৰেষ্ঠ নাৰদ উজ্বল দাৰ সাক্ষাৎকাৰ দিব
নিশ্চয়
মাইকী শব্দটো কোৱাতকৈ যদি নাৰী বা মহিলা এই শব্দকেইটা ব্যৱহাৰ কৰিলে বেছি ভাল লাগিব ।।
I am from majuli.mozzza.❤❤
প্ৰায় সকলো মহিলা চৰিত্ৰ বোৰেই ৰাইজে ভাল পায় এক শতাংশ ই কিবা কলে সেই বোৰ গুৰুত্ব দিব নালাগে
Atulananda Dev Goswami Sir k lage SINAKI t
Dadur phoon no lage
Muk whatsapp korok... dibo parim
শ্ৰী কৃষ্ণ অভিনয় কৰা শ্ৰী ৰোহন দত্ত দেৱৰ সাক্ষাৎকাৰ এটি বিচাৰিছোঁ 🙏🙏🙏
নিশ্চয়... তেখেতৰ ওচৰলে গৈ আছোঁ সোনকালেই
ধন্যবাদ দেই অতি আগ্ৰহী তেখেতৰ সাক্ষাৎকাৰ চাবৰ বাবে 🙏🙏
সচায় ময়ো আগ্ৰহী
Gayan satyam khani kar intvw eta lbocun
নিশ্চয়...
Rajib Saikia (koliak) loi ahok amgurir anusthanloi
Ahi ase oti sighre
আপোনালোকে অভিনয় কৰে,কিন্তু যোৰহাট ৰ এজন আছে তেও অভিনয় নকৰে,তেও সাইলাখ মহিলা ,তেও অভিনয় কৰা যেন নালাগে
Duijon number diya
Muk whatsapp ot msg ata korok
Dipankar Borah (Godo) dar interview pam nki ?
Sesta korim
Mojja❤❤❤❤❤❤ contact nmber tu pam nki
Ase
@@PMBMix dadu da nmber tu dibo nki plz
Aru chanadramoni dadar ru nmber tu dibi nki please
Apuner nmber tu
Dadu da tumar number tu diya
মহিলা চৰিত্ৰ অভিনয় কৰা এজন খুব ভাল অভিনেতা আপোনাক মোৰ ফালৰ পৰা স্বদ্ধা ভক্তি জনাইছোঁ 🙏
মহিলা চৰিত্ৰ অভিনয় কৰা পিছতো পুৰুষৰ দৰেই কথা বতৰা বোৰ আপোনাৰ , যিটো সকলোৰে ক্ষেত্ৰত চাগে নেদেখোঁ 🤦 ভাল লাগে এনেকৈ 👍
সদায় সুখী হওঁক আৰু সুস্বাস্থ্য কামনা কৰিছো 🙏
দুয়োজনেই এজন এজন ভাল অভিনেতা ।মোৰ দুয়োজনেই প্ৰিয়।🙏🙏🙏🙏🙏
দুয়জনেই ভাল লাগিল
দুয়োজন প্ৰিয়।।ভাল লাগিল তেখেতৰ কথাখিনি শুনি।।🙏
দোয়োজনৰেই ধুনীয়া হৈছে
দুয়ো জন এই সুন্দৰ অভিনয় কৰে ❤❤ চন্দ্ৰমনি দা সব্যা আৰু দাদু দাক দিতী, লক্ষ্মী চৰিত্ৰত বহুত বেছি ভাল লাগে ❤❤❤❤
হৃদয়স্পর্শী কথা দাদু ভাল লাগিল,, দুয়োজনেই প্ৰিয় অভিনেত্রী,,
From golaghat☺☺