সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা | পৰিবেশন নুপূৰ দিহানাম দল "দুলীয়াজান | Dihanam Protijogita
ฝัง
- เผยแพร่เมื่อ 19 ม.ค. 2025
- সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা | পৰিবেশন নুপুৰ দিহানাম দল "দুলীয়াজান | Dihanam Protijogita
#
#kamalagogoi
#horinam
#dihanam
#dihanam #horinam #tukarigeet
TH-cam all,
youtube open videos,
new upload videos youtube,
diana and roma,
dihanam zubeen garg,
diha name,
diha name assamese,
dihanam assamese,
dimpu vlogs,
dimpikolita,
dipshikha baruah song,
director,
dihanam,
how to link pan card to aadhar card,
how to tie a tie,
how to create youtube channel dimpu baruah,
how to draw dimpu baruah,
how to create a youtube channel,
how to make soap at home,
how to check indian oil reward points,
how to trace switch off mobile number current location,
how to trace switch off mobile number current location apps,
how to youtube subscribers grows,
kamala gogoi dihanam,
kamala gogoi dihanam vogoban kinu tumar nam,
kamala gogoi vagabot path,
kamala gogoi dihanam batsora,
kamangyan vlogs,
kamal lochan
kamar teri left right hale,
kamini singh,
kamlesh modi vlogs,
kamalpur express,
vaghubha comedy,
vaghubha comedy 2023,
vagai vagai vazhgiren song whatsapp status,
vagai vagai vazhgiren song,
vagbat pat,
vagabot path,
vagobot path assamese,
vagobot path,
vagobotor dokhom iskondho,
vagowat path,
BHAGYASHREE DEVI dihanam,
দিহানাম ভক্তিমূলক গীত,
beharbari outpost today episode,
beharbari outpost richa chetry tiktok,
beharbari outpost richa chetry,
beharbari outpost richa chetry tiktok pani pani,
beharbari outpost,
beharbari outpost today,
beharbari,
bengali kirtan,
bekaboo colors tv today full episode,
beharbari outpost today rengoni tv,
কীৰ্তন পাঠ,
ভাগৱত কথা,
भागवत कथा,
भजन, कीर्तन, श्रीमद्भागवत गीता,
karishma nath nagara nam,
nagara nam, subhash nath nagara nam, riju pathok nagara nam,
narayan kavash, geeta, kriton ghukha, bhagowat, pranjit gogoi,kamala gogoi,
ইমান কম বয়সত ইমান সুন্দৰ দিহানাম। জয় গুৰু শঙ্কৰ 🙏🏿 অতি সুন্দৰ ❤️ গুৰু জনাৰ সংস্কৃতি উজ্বলি উঠিছে!
অতি সুন্দৰ, নামতি , বাদ্য বাদক সকলোৰে অতি সুন্দৰ প্ৰদৰ্শন। ভাল লাগিল আগবঢ়ি যাওক , কৃষ্ণ কৃষ্ণ
সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল আই। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰিব্ আগবাঢ়ি যোৱা।
সুন্দৰ 🙏নামৰ মাহাত্ম্য আৰু গাম্ভীৰ্য দুয়োটাই প্ৰকাশ পাইছে,,, প্ৰভু ভগৱন্তই কৃপা কৰক কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
😢🎉🎉😂😂❤❤❤❤❤❤😊😊😊
💀😃💕💕💕🌀🌀🌀👁🥰🥰
এয়া হে অসমৰ আচল নৱপ্ৰজনম । কৃষ্ণ কৃষ্ণ।এই সকলৰ পিতৃ মাতৃক সহস্ৰ সেৱা। ইমান সুন্দৰকৈ গড় দিছে আপোনাসবৰ সন্তানক।
কৃষ্ণ কৃষ্ণ কিমান পুণ্য কৰিলে নিজৰ সন্তান এনে গুণবান হ'ব পাৰে! কণমানি আই কেইগৰাকীৰ চৰণত সেৱা কৰিছো কৃষ্ণ। আজীৱন চৰ্চা কৰি যোৱা আই।ভগৱানে মঙ্গল কৰক কৃষ্ণ।
বৰ হৃদয় হৰিনীয়া মিঠা সুৰে পৰিবেশন কৰি আমাৰ হৃদয়ত নৱ ঝঙকাৰ তুলিলা ধনৃবাদ
Plz likhoni to diak
🙏 🙏 দেহ মন সাত পৰি যায় ।অতি সুন্দৰ পৰ্দষন । আগলৈ আগবাঢ়ি যোৱা । কৃষ্ণ । জয় গুৰু শঙ্কৰ ।🙏🙏🙏
অতি সুন্দৰ।এইয়াহে আচল নাম।।। আগুৱাই যোৱা। তোমালোকৰ কণ্ঠত আই সৰস্বতীয়ে বিৰাজমান কৰক।।ভগৱানৰ আশীৰ্বাদ সদায় থাকক তোমালোকৰ
লগত।।।
Jay Shri Krishna namaste from Gujarat, Pranam
এইয়া হে চেমনীয়া সকল।
ভৱিষ্যত উজ্জ্বল কামনা কৰিলো
আন্তৰিকতাৰে অভিনন্দন জনালোঁ।আৰু আগুৱাই যোৱা। শেষত লিখিত ৰূপত বিচাৰিছোঁ নাম ভাগি। কৃষ্ণ
দিহানাম ৰ দলটিৰ নাম পৰিবেশন ইমান সুন্দৰ হৈছে আৰু নাম'টি সকলৰ সাজ-পোছাক মাৰ্জিত লগতে প্ৰসাধনৰ কোনো গুৰুত্ব দিয়া নাই । সচাঁকৈ দিহানাম এই দৰেই পৰিবেশন কৰাটো উচিত । দ'ল টিৰ ভৱিষ্যত উজ্বল কামনা কৰিলোঁ। 🙏🙏🙏
আমাৰ অসমৰ আকাশৰ ভোটাতৰা
হৈ জিলিকি থাকক এই সকল মানৱ সম্পদ , ইয়াকে ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ, কৃষ্ণ 🙏🙏🙏🙏
দেহ মন শিহৰিত কৰি তুলিলে ।
উদীয়মান শিল্পীবৃন্দৰ উজ্জ্বল ভৱিষ্যত আন্তৰিকতাৰে কামনা কৰিলোঁ ।
নামতি আইগৰাকীৰ কণ্ঠত আই সৰস্বতী বিৰাজমান !
কৃষ্ণ 🙏
জয় গুৰু শঙ্কৰদেৱ ।
Hoi
বহুত ভাল লাগিল শুনি।ইমান ধুনীয়া কন্ঠ।নাম ভাগি বহুত ভাল লাগিল, দ'ল টি লৈ মোৰ হিয়া ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।আগ বাঢ়ি যোৱা ভগৱানে সহায় কৰক । ধন্যবাদ ধন্যবাদ।
কি কম ?
ইমাম ধুনীয়ায়াকৈ উপস্থাপন কৰিছে ।কবলৈ ভাষা নাই🙏🙏🙏🙏🙏🙏🙏🙏🙏!
তেখেতহৱহ উজ্জ্বল ভবিষ্যত কামনা কৰিলো 🙏
Oti sundor hoise kripa houk Krishna আগুৱাই যোৱা আন্তৰিক অভিনন্দন জনালো কৃষ্ণ
এয়াই হৈছে অসমৰ মানৱ সম্পদ।কৌটি কৌটি প্ৰণাম🙏🙏🙏
Ol ye
হে হৰি হে ৰাম হে কৃষ্ণ হে বাসুদেৱ হে শ্যাম কানু হে মাধৱ হে দৈৱকী নন্দন হে মধুসুধন হে বাসুদেৱ হে শ্যাম কানু
অতি সুন্দৰ । অসমৰ সম্পদ বুলি মোৰ বিবেকে অনুভৱ কৰিছে।চৰকাৰক আশা নকৰি ৰাইজে এই মানৱ সম্পদ বোৰৰে গুৰু জনাৰ সৃষ্টি ৰাজিক বিশ্ব দৰবাৰলৈ নিয়াত সহায়ৰ হাত আগবঢ়াব লাগে।
বৰ সুন্দৰ হৈছে নামভাগ, দলটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভগৱানে তোমালোকক আশীৰ্বাদৰ কৰক।
Emn morom loga konmani keijoni bohut dhunia hoise aru aguai jua
বৰ ধুনীয়া পৰিবেশন। সুন্দৰ কণ্ঠ। দলটোৰ আটাইৰে সুন্দৰ পৰিবেশন
আন্তৰিক অভিনন্দন ও অলেখ শুভ কামনা জনালোঁ 🎉❤। আগুৱাই যোৱা দুপদ দুপে🎉।
দলটোৰ পৰিবেশন বৰ সুন্দৰ হৈছে ৷ আাৰু বহুত আগবঢ়ি যোৱা ৷ আশীৰ্বাদ থাকিল ৷
*কাৰিশ্মা নাথ ডাঙৰীয়ানী আপুনি অলপ দিন ক্লাছ লব এই সৰস্বতী বিৰাজমান নামতী গৰাকীৰ ওচৰত। এয়া হে আচল নাম, শুনিলেই মনত ভক্তি ভাৱ জাগৰণ হৈ উঠে। কৃষ্ণ*
আমাৰ অসমৰ ধুৰন্ধ অসমীয়াই কেইটাই আকৌ কৰিশ্মা নাথক হে নাম গাব মাতে... নুপুৰ দল টো নিচিনা বহুত প্ৰতিভা থকা দল আছে তেওঁলোকক কোনেও নামাতে...লাজ নোপোৱা কেইটাই কৰিষ্মা নাথক হে নিমন্ত্ৰন দিয়ে নাম গাব 😅
@@travelingbitupanvlog4115 হয় মহাশয় 🙏
🌷🙏🌷
আচলতে ভাইৰেলৰ পাত্ৰ এওঁলোক হে ❤❤ প্ৰকৃত নাম,, আগুৱাই যোৱা তোমালোক 🙌🙌🙌
Karishma nath khilpi nohy . Agoraki sera pagol hoy .
শুৱলা কণ্ঠ, উন্নত পৰিবেশন। উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।
বহুত সুন্দৰ কণ্ঠ তোমাৰ লগতে সকলোৰে। বহুত ভাল লাগিল । আগুৱাই যোৱা।
🎉🎉
সকলৌলৈকে আশিবাদ থাকিল বৰ সুন্দ্বৰ হৈছে দ'লটিলৈ মৰম দিলো আগুৱাই যোৱা
আই গৰাকীলৈ সেৱা জনাইছো। ভগৱানে আৰু শক্তি দিয়ক।
অতি সুন্দৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো
নাম ভাগ বৰ সুন্দৰ হৈছে সেয়েহে বাবে বাৰে চাইছো❤❤❤🙏🙏🙏🌹🙏🙏
খুবেই সুন্দৰ, একেধাৰে দুবাৰ চাইছোঁ। আপ্লুত হৈছো, এটা গুৰুত্বপূৰ্ণ দল হ'ব। আগুৱাই যাওঁক।
❤️🩹বহুত বহুত ভাল লাগিল লখিমপুৰৰ পৰা মৰম যাচিলোঁ।❤️🩹💝
এই সুৰ কণ্ঠ নিশ্চয় ভগৱান ৰ দান অশেষ অশেষ প্ৰণাম আই স্বৰসতী
সুন্দৰ পৰিবেশন আগবাঢ়ি যোৱা শুভেচ্ছা থাকিল
ইমান সুন্দৰ কণ্ঠ।ঈশ্বৰে মঙ্গল কৰক তোমালোকক আশীৰ্বাদ থাকিল।
কি সুন্দৰ সুৰ বুজাব নোৱাৰা❤❤। হায়দৰাবাদৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা যানিলো
ইমান সুন্দৰ দিহানাম ভগৱানে মংগল কৰক
প্ৰভুৰ আৰ্শীবাদ থাকিলে সকলো সম্ভব হৈ উঠে । তেখেতৰ ইচ্ছাই ইচ্ছা । যিহেতু প্ৰভুৰ ইচ্ছা নাথাকিলে পৃথিৱী অচল হৈ পৰিব । ধন্য প্ৰভু ধন্য ।
Khub sundor hoise hubheisa thakil agbarhi juwa
কৃষ্ণ কৃষ্ণ 🙏
দেহ মন হাত পাৰি গল ভাল লাগিল দেই ❤
ইমান কম বয়সতে ইমান সুন্দৰ পৰিবেশন, মন প্ৰাণ ভৰি গ'ল।
তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
ভগৱানে কুশলে ৰাখক।
A lots of love from Hajo Assam❤️🤗
অতি সুন্দৰ প্ৰদৰ্শন উজ্জল ভৱিষ্যত কামনা কৰিলো
অতি সুন্দৰ,ঈশ্বৰৰ কৃপা মিলোক।
নাম শুনি অভিভূত হলো।আশীৰ্বাদ কৰিছো ভগৱন্তই এওঁলোকক এইদৰে আগুৱাই যোৱাত সহায় কৰক।
বহুত সুন্দৰ কণ্ঠ আৰু উপস্থাপন ।তিমৰ সকলো ৰে ভাল গাইছে ।ভাল লাগিল ।🙏🙏🙏👍👍👍
বৰ ভাল লাগিল ।সুন্দৰ উপস্থাপন ।সকলো ৰে ভাল লগিছে ।আৰু যে কণমানি টিপটিপি জনীৰ ইমান সুন্দৰ কৈ জুনুকা বজাই ছে বভাল লাগিল ।
❤❤🎉🎉😮😮🥰
অতি সুন্দৰ লাগিল। নমস্কাৰ
বহুত সুন্দৰ কণ্ঠ, তোমালোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ❤❤
Krishna😊
নামতি গৰাকী বৰ সুন্দৰ কন্ঠ ❤❤❤
Oti hundor.mja
ইমান সুন্দৰ তোমাৰ কণ্ঠ , আৰু গাই থাকিবা আগলৈ । সকলোকে ভাল লাগিল
ATI hundar, God bless them .
Hundr hoise dei krishna
অকল মূৰব্বী গৰাকীৰেই নহয় আটাইকেইগৰাকী অকনমানিৰে কণ্ঠ অতি মধুৰ ।সকলোৰে সহযোগতহে নাম ভাগিয়ে প্ৰাণ পাই উঠিছে ।লগতে বাদ্যযন্ত্ৰী কেইগৰাকীৰ সহযোগত ।আৰ্শীব্বাদ থাকিল দলটিলৈ ।আৰু সুন্দৰ পৰিবেশনৰ অধকাৰী হৈ নাম উজ্জ্বলক তেওলোকৰ ।❤❤
Ki mojja 🎉
ইমান সুন্দৰ কণ্ঠ, নাম ভাগ শুনিলে শুনি থাকিবৰ মন যায়,
Bohut bohut dhuniya lagil huni
Wonderful performance
Krisho
ইমান সুন্দৰ কণ্ঠ, আগুৱাই যোৱা তোমালোক
অতি সুন্দৰ জয় শ্ৰীকৃষ্ণ
Krishna bohut hundor hoise
বহুত সুন্দৰ কণ্ঠ,শুনিলে শুনি থাকিব মন যায়।তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো আগুৱাই যোৱা।❤❤
সুন্দৰ হৈছে আশিৱাদ কৰিছোঁ আগুৱাই যোৱা
অতি সুন্দৰ। শুনিলে শুনি থাকিবৰে মন যায়। কৃষ্ণ কৃষ্ণ ।
সুন্দৰ গাইছে ।
অতিকৈ সুন্দৰ❤❤❤
সুন্দৰ কণ্ঠ আগুৱাই যোৱা। অতি সুন্দৰ
সুন্দৰ আৰু ভাল হব নিশ্চয়।
Bhut dhuniya gaise atiyaloike keiber hunisu hisap ni 😊😊
বহুত সুন্দৰ কন্ঠ আগুৱাই ৰোৱা । ঈশ্বৰে সদায় মঙ্গল কৰক কৃষ্ণ আই।
Vl lagise ❤
Dhuniya karisa. Isware sahai karak.
অতি সুন্দৰ 👌👌 তোমালোক আৰু আগুৱাই যোৱা তাৰে প্ৰাৰ্থনা 🙏
Ati hundor..iman dhuniya ke gaisa...bhogobane tmlkr monor akha puron korok..tare kamona korilu
সুন্দৰ কন্ঠ, উজ্জ্বল ভবিষ্যত কামনা কৰিলো ।
শংকৰ মাধৱ গুৰুদূজনেই গঢ়ি থৈ যোৱা অসম খনে প্ৰাণ পাইছে। কাহিনী উপস্থাপন কণ্ঠ সুন্দৰ।।।
গহপুৰ
Tokowbari
Thousands time of salute to the whole team ., ,,৯@
Bahut dhunia haise
Krisana Sankar Guru'Hari Ram Ram Ram 🙏🙏🙏🙏. Sundar.Hyse.Aagle Aagbhrai jawk .Aaisb . Satkuti Pranam 🙏🙏🙏🙏
Hundor hoisa ❤❤❤
Outstanding
অভিনন্দন জ্ঞাপন কৰিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ
ইমান ধুনীয়া কন্ঠ, বহুত ভাল লাগিছে শুনি
তোমালোক আটাইকেইজনীৰে কণ্ঠস্বৰ ইমান শুৱলা যে শুনিলে শুনি থাকিবৰে মন যায়। ❤❤❤
Clean and clear hoise
Kontho xundor.
1st huwar upojugi
Congratulations
আগুই যাওক আপুনি কৃষ্ণ ❤
সঁচাকৈ শুনিলে শুনি থাকিবলৈ মন যাই.... আৰু এজনী কৰিশ্মা নাথ মাত শুনিলে মোবাইল টোকে ভাঙি দিব মন যায়...... উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
Best performance.Aya nissoi Adarkha hisape Tumar Maa.Moi bestotar majoto aji pro 2 mahman dhori Maar logote tumar nam suni ahisu.Nambor sai ane lagise j moi nije nam gabo najanileo, nam sunatu o ak karmya buli babu.karan namaay Dharmya,namaay kormya.Best of luck to you and your Mother.
❤bahut val lagil ❤
Khundor namoti grakiloi dhanyvad thakil ako anekua nam apuner pora khunim buli akha thakil
Bah ki dhoniya🌺🌼
Hundar poribehon..vonty kaijoni bor vl lagil
অতি সুন্দৰ হৈছে ❤❤❤ আই সকল নামতো লিখিত ৰূপত দিলে ভাল হয়।
Oti hundor
Bohut vl lagil, goad bless you
অতি সুন্দৰ
অতি ভাল লগা
সঁচাই বৰ ধুনিয়া আৰু আগবাহি যাওঁক ❤