ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
ভাল লাগিল, মন ৰ কথা খিনি কলে বিতুপন দা।
Most Important topics. Thanks.
একদম মনৰ কথাখিনি কৈছে বিতুপন দাই Love From Teok ❤❤
Dada jui jui
Vauna jogtor ajon mur priy vauwriya..
Sinaki aonusthan tu Mur bor priyo...........Apunar biyostitar majotu amar babe ai aonusthan tu solai niyar babe apunak dhonyobad jonaisu😊......hundor❤
আন্তৰিক ধন্যবাদ🙏
একদম মনৰ কথা এটি কলে । সাতোটি বৰসবাহৰ সম ভাওঁনাৰ দৰে এটি পবিত্ৰ অনুষ্ঠানৰ কেতিয়াও প্ৰতিযোগিতা হব নেপাই । সমাৰোহ হওক , উপভোগ কৰক । কিন্তু প্ৰকৃতাৰ্থত প্ৰতিযোগিতা পাতিব নালাগে । শুনিবলে বেয়া হ'ব পাৰে , কিছুমান ন্যস্তস্বাৰ্থকৰ তাগিদাত ভাওনাক আজিকালি কিছুমানে বিকৃত কৰি পেলাইছে । পূৰ্বাপৰ আওটাৰ পৰা যথেষ্ট আতৰাই আধুনিকতাৰ নামত স্বকীয়তা হেৰুওৱা যেন অনুভৱ হয় ।
সঁচা কথা
❤❤❤
Val lagile ❤❤
ভাল লাগিলে ❤❤❤
Bhawnate log paisu 3bar man kintu log pale bohot puroni sinki mannuh jrn lage.. Bohot FTENDLY manuh jon. ❤
গীতটি ৰ শুভ মুক্তি ৰ বাবে শুভেচ্ছা জনালো।
Vauna jogot khont apunar eta xukiya nam hoise❤
khub val lage onusthan tu 🥰🥰
নাৰদ চৰিত্ৰ ভাগত বিতোপন দত্তই গাই থকাটো বিচাৰো ।
সুন্দৰ হৈছে 🙏
প্ৰতিযোগিতা হওক, কিন্তু একক নাট হ’ব লাগে বুলি ভাবো
Bitupan da r sidha kotha 😃🔥❤️....jonopriyo narod kokai jon 😊...btw dada ....apuni pranjit bharali r 1ta episode bonabo sun.....🙏
Bht bht priyoo manuhjon mur moromr kokaidew bitupon da
প্ৰতিযোগিতাবোৰ যিধৰণে অনুষ্ঠিত হ'ব লাগে বুলি ক'লে সেইক্ষেত্ৰত ময়ো একমত। এবছৰত এখনেই প্ৰতিযোগিতা হ'ব লাগে আৰু প্ৰত্যেক বছৰে বেলেগ বেলেগ জিলাত হ'ব লাগে। প্ৰতি বছৰে এখন এখন নাটৰ প্ৰতিযোগিতা হ'ব লাগে।
Right kotha koise.. Bitupon dittoi
বিপুপন দা বামুন গাও ভাওনা কৰিছিল
সঁচা কথা । প্ৰতিযোগীতা ভাওনা বন্ধ হলে । ভাওনা নিৰ্দিষ্ট স্থান পাব। 🙏🙏
Ai geet ti mur bohut prio
52:28 Jari dile eisat.. Bhal kotha koise. 🫂🤝
ভাল লাগিল ❤❤❤❤
Val lagil...
❤❤ মৰমৰ মানুহ ❤❤ প্ৰহ্লাদ দালৈ ধন্যবাদ,,,
বিষ্ণ বৰা দেৱক এবাৰ দেখাব বোলি.আশা থাকিল..
বহুত চেষ্টা কৰিছোঁ... সফল হ'ব পৰা নাই... তথাপি চেষ্টা চলাই যাম...
Val lagil ❤
Bitupon da vl lgil de apunr interview tu sai😊🥰
Bitu da jui
Thank you dada❤️❤️
বিতুপন ইমান হতাশ হোৱাৰ কাম নাই। তুমি সদায় মৰমৰ হৈ থাকা আৰু থাকিবা ।
মুখা শিল্পৰ একনিষ্ঠ সাধক জাজী জৰাবাৰী ৰ প্রদীপ হাজৰিকা দেৱক আনিব বুলি আশা ৰাখিলো।।। ✌
নিশ্চিত ভাৱে..
বিতুপন দত্ত দা দেখি বহুত ভাল লাগিল , ইয়াৰ পিছত বিতুপন কাকতি দাক আনিব চোন
কথা পাতিছোঁ
Nayanmoni Khanikar aru Satyam Khanikar....
Krishno 🦚❤️
Nayanmoni khanikar please
nayan aru satyamk lge
100%right bitupan da
কথা খিনি ১০০ শতাংশ শুদ্ধ।
শিৱসাগৰৰ কাটনিপাৰ ,
🙏
Moja.. ruputtam kalita k lgesl
Pmb channel ok anurud korisu golaghat or rangaa daa k ata podcast louk
😂😂😂😂😂
Nayan dak lage
শিশু ভাওনা মইও এক মত, মহিলা ভাওনা ৰ ক্ষেত্ৰত আপোনাৰ লগত একমত।
Pankaj dutta sinaki anustan ot matibo sun
Pragiyan da ku katiyaba matibo sun mii teuk bohut val pau❤
Kotha patisu... ahibo
Ritunjoy neog lage
aru jaron de sa
ভাওনা বেয়া বেয়া দিশে গৈ আছে
Hunuwali axomor ritunjoy neogok sinakiloi anibosun
নাৰদে মুখত হেইডাল kele loi সুধিব লাগিছিল
কোনডাল?
সেই ডাল কিয় লওঁ তাত উত্তৰ আপুনি নিজক কৰিব ,এই বুলি , যে এই পৃথিৱী খন কিয় সলনি হৈছে , প্ৰথম এটা সৰু মোবাইল আমাৰ হাতত আছিল আৰু এতিয়া এটা ডাঙৰ ফোন লৈছে ,নিজৰ সুবিধা অনুসৰি । গতিকে সকলোৰে সুবিধা অর্থে সময়ৰ লগত সলনি কৰি আছে ।
Ranga dak Matibo dai .
godo da video bonabo sun✨
চেষ্টা কৰিম
vouna nai mane aji asu kali nai juk tu kana kua 😢
Bitupon kakoti k lage
প্ৰঞ্জান বৰুৱা আৰু নিতুমণি বৰা বৰবায়নক আনক এদিন
নিতুমনি বৰাক ইনেই বৰ বায়ন কোন সত্ৰই দিলে😂
❤
ভাল লাগিল, মন ৰ কথা খিনি কলে বিতুপন দা।
Most Important topics.
Thanks.
একদম মনৰ কথাখিনি কৈছে বিতুপন দাই
Love From Teok ❤❤
Dada jui jui
Vauna jogtor ajon mur priy vauwriya..
Sinaki aonusthan tu Mur bor priyo...........Apunar biyostitar majotu amar babe ai aonusthan tu solai niyar babe apunak dhonyobad jonaisu😊......hundor❤
আন্তৰিক ধন্যবাদ🙏
একদম মনৰ কথা এটি কলে । সাতোটি বৰসবাহৰ সম ভাওঁনাৰ দৰে এটি পবিত্ৰ অনুষ্ঠানৰ কেতিয়াও প্ৰতিযোগিতা হব নেপাই । সমাৰোহ হওক , উপভোগ কৰক । কিন্তু প্ৰকৃতাৰ্থত প্ৰতিযোগিতা পাতিব নালাগে । শুনিবলে বেয়া হ'ব পাৰে , কিছুমান ন্যস্তস্বাৰ্থকৰ তাগিদাত ভাওনাক আজিকালি কিছুমানে বিকৃত কৰি পেলাইছে । পূৰ্বাপৰ আওটাৰ পৰা যথেষ্ট আতৰাই আধুনিকতাৰ নামত স্বকীয়তা হেৰুওৱা যেন অনুভৱ হয় ।
সঁচা কথা
❤❤❤
Val lagile ❤❤
ভাল লাগিলে ❤❤❤
Bhawnate log paisu 3bar man kintu log pale bohot puroni sinki mannuh jrn lage.. Bohot FTENDLY manuh jon. ❤
গীতটি ৰ শুভ মুক্তি ৰ বাবে শুভেচ্ছা জনালো।
Vauna jogot khont apunar eta xukiya nam hoise❤
khub val lage onusthan tu 🥰🥰
নাৰদ চৰিত্ৰ ভাগত বিতোপন দত্তই গাই থকাটো বিচাৰো ।
সুন্দৰ হৈছে 🙏
প্ৰতিযোগিতা হওক, কিন্তু একক নাট হ’ব লাগে বুলি ভাবো
Bitupan da r sidha kotha 😃🔥❤️....jonopriyo narod kokai jon 😊...btw dada ....apuni pranjit bharali r 1ta episode bonabo sun.....🙏
Bht bht priyoo manuhjon mur moromr kokaidew bitupon da
প্ৰতিযোগিতাবোৰ যিধৰণে অনুষ্ঠিত হ'ব লাগে বুলি ক'লে সেইক্ষেত্ৰত ময়ো একমত। এবছৰত এখনেই প্ৰতিযোগিতা হ'ব লাগে আৰু প্ৰত্যেক বছৰে বেলেগ বেলেগ জিলাত হ'ব লাগে। প্ৰতি বছৰে এখন এখন নাটৰ প্ৰতিযোগিতা হ'ব লাগে।
Right kotha koise.. Bitupon dittoi
বিপুপন দা বামুন গাও ভাওনা কৰিছিল
সঁচা কথা । প্ৰতিযোগীতা ভাওনা বন্ধ হলে । ভাওনা নিৰ্দিষ্ট স্থান পাব। 🙏🙏
Ai geet ti mur bohut prio
52:28 Jari dile eisat.. Bhal kotha koise. 🫂🤝
ভাল লাগিল ❤❤❤❤
Val lagil...
❤❤ মৰমৰ মানুহ ❤❤
প্ৰহ্লাদ দালৈ ধন্যবাদ,,,