নাৰীৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা চন্দ্ৰমণি গগৈৰ সৈতে চিনাকী | Sinaki #01 | Chandramoni Gogoi
ฝัง
- เผยแพร่เมื่อ 8 ก.พ. 2025
- নাৰীৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা চন্দ্ৰমণি গগৈৰ সৈতে চিনাকী | Sinaki #01 | Chandramoni Gogoi
PMB MIX ইউটিউব চেনেলৰ নতুন শিতান "চিনাকী"ৰ প্ৰথমটো ভিডিঅ'ত আপোলোকৰ আগত চিনাকী কৰাই দিছোঁ বৰ্তমান সময়ত ভাওনা জগতত নাৰীৰ চৰিত্ৰ ৰূপায়ন কৰি বিপুলভাৱে জনপ্ৰিয় হৈ উঠা চন্দ্ৰমণি গগৈক।
চন্দ্ৰমণিয়ে নাট্যৰূপ দিয়া তথা অভিনয় কৰা "শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ গমন" ভাওনাভাগীৰ লিংক:
• প্ৰথম শ্ৰেষ্ঠ দল- শ্ৰী...
যিকোনো সাংস্কৃতিক অনুস্থান প্ৰচাৰৰ বাবে যোগাযোগ কৰক: 6003582951
Cover Topic:
Sinaki
Chandramoni
Chandramoni gogoi
Interview
Assamese interview
Vauna
Vauna actor
Vauna actor interview
#pmbmix
#interview
অভিনয়ৰ লগতে ৰূপ গুণ তথা সুন্দৰ মনৰ বহুতৰ মাজৰ এজন।মৰমও আশীর্বাদ থাকিল। আগুৱাই যোৱা
আচৰিত ইমান ধুনীয়া ঈশৰে দীঘায়ু কৰক তেওঁ অভিনয় যাত্ৰা সুমঙল হ ওক
সচাকৈয়ে বহূত ধুনীয়া অভিনয় কৰে
সম্পূৰ্ণকৈ চালোঁ। সংস্কৃতি তেজত নহয় মনত থাকে।কথাষাৰে আকৰ্ষিত কৰিলে। নতুন চিন্তাধাৰা বোৰে সফলতা পাওঁক ❤
সুন্দৰ সুশিল সাখ্যাৎকাৰ ❤️ যাৰ নামেই পৰিচয়🥰 শৈক্ষিক, সাংস্কৃতিক ইত্যাদি সকলো দিশতে সৰ্বাংগ সুন্দৰ চন্দ্ৰমনি গগৈ । বাকপটুতা সকলো দিশতে । ভাতৃ তথা বন্ধু সম এই লৰাটোক নেদেখা জনে অসিম, অন্তহীন দিগন্তলৈ আগুৱাই নিয়ক । জীৱনৰ চন্দোময় গতিটো কেৱল প্ৰাপ্তি প্ৰাপ্তি কৰি তোলক❤️ শ্ৰেষ্ঠ পোৱাটো দাঙৰ কথা নহয় শ্ৰেষ্ঠ প্ৰতিযোগিতা বহুত হয় । সকলোৰে প্ৰিয় হোৱাটো সকলোতকৈ শ্ৰেষ্ঠ । মোৰ প্ৰিয় বাবেই তুমি শ্ৰেষ্ঠ । বহু মৰম সুখি থাকা সদায়
আপোনাৰ নাৰী অভিনয়ৰ ভাল লাগিল আৰু আপুনি মহিলা ভাওনাৰ কথা থিকেই কৈছে।ভাল লাগিল।
ভাল লাগিল কথাখিনি সুনদৰকৈ বুজাই দিচা
বৰ ভাল লাগিল।চন্দ্ৰ দা😍সদায় প্ৰিয়।
Shriman Chandramoni Gogoi, you are great.Go ahead. May God bless you (I am from Khanapara,Guwahati)I appreciate your female character in Bhaona.Thanks for video.
Thankyou so much
এবছৰৰ পিছত হ'লেও চন্দ্র মনিক ধন্যবাদ জনালোঁ
সুন্দৰ
বহুত ভাল লাগিল দেই চন্দ্ৰমণি দাক এনেকৈ দেখি 😊 আগলৈকো দাদা কিছুমান গায়নক আনিবচোন যেনেকৈ আমাৰ সত্যম দা নয়নমনি দা প্ৰণৱজ্যোতি বৰা প্ৰজ্ঞান দা ❤
ইমান সুন্দৰ, নিখুঁত অভিনয় । শুভেচ্ছা জনালোঁ।
আপোনাৰ অভিনয় চাই বহুত ভাল লাগে
বহুত বহুত ভাল লাগিল ধন্যবাদ থাকিল আগলৈ আৰু আগুৱাই যোৱা
অভিনেতা জন এই দৰে দেখি বৰ ভাল লাগিল অভিনয় বৰ সুন্দৰ তেওঁৰ
আৰ্শীবাদ থাকিল বাছা।আগুৱাই যোৱা
Bahut dhunia lagse guwahatir para
সুন্দৰ 🙏👌
সুন্দৰ বৰ ভাল লাগিল।আপোনাৰ অভিনয় ধুনীয়া।।
Ajon val obhineta
Val lagil
সুন্দৰ প্ৰয়াস ককাইদেউ ❤❤ জয় ভাওনা সংস্কৃতিৰ 🥰
অতি সুন্দৰ❤❤
চন্দ্ৰমনি তোমাৰ সাক্ষাৎকাৰ চাই ভাল লাগিল।অভিনন্দন জনালোঁ।তুমি অভিনয় কৰা দুখনমান ভাওনাৰ নাম কবাচোন ।মই ইউ টিউবত চাম ।গুৱাহাটীত প্ৰগেম কৰিবলৈ আহিলে ক'বা।
শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা নাটত উৰ্মিলা, অম্বাৰ দেহত্যাগ নাটত অম্বা, যযাতিৰ মুক্তিলাভ নাটত দেৱযানী চৰিত্ৰৰ বাবে চন্দ্ৰমণি জনপ্ৰিয়... আৰু বিভিন্ন চৰিত্ৰ আছে...
Hundor ❤💓
Keep it up🎉🎉🎉Best actor and Best teacher @ Chandramoni Gogoi
Val lagil 🤗
শ্ৰেষ্ঠ অভিনেত্ৰী❤
Sundar.ajan.avineta.val.lagil
Hundar
চন্দ্ৰমণি দা আমাৰ আদৰ্শ❤❤❤❤
সুন্দৰ দাদা❤
তোমাৰ অভিনয় খুবেই সুন্দৰ ।লগতে তোমাৰ কথাবিলাকো বৰ সুন্দৰ ।
Bahut. Val. Lagil. Anedare aguyai juar subha kamana karilu9
Bout val lagil
Val lagay taur avinoy
Aguwai juwa
bhut dhunia vao kre vl lge sai
❤❤mza
Moi val lga dada jon
সুন্দৰ
সচা মহিলা চৰিত্ৰ কৰিবলৈ খুব কঠিন আশীৰ্বাদ থাকিল
Vall lagila ❤❤❤❤ kotha bur
সুন্দৰ❤
ভাল লাগিল।।
Vl lagil sai 👍
VL lagila saii .. ❤
Maja abhinoi vl lage saixu moi
প্ৰথম চাবলৈ আৰম্ভ কৰিছোঁ "চিনাকি"l চন্দ্ৰমণিৰ কথাবোৰ খুব ধুনীয়া, তেওঁৰ সাংস্কৃতিৰ পথাৰৰ এই জয়যাত্ৰা অব্যাহত থাকক,,,,,,শুভকামনা জনাইছোঁl
Vallagil. Hundoroviny❤❤
Waahh dada ❤❤❤
ধাৰী গাওঁ বুঢ়া নামঘৰত(সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা) ২৫/০১/২০২৪ তাৰিখে হৈ যোৱা "অম্বাৰ দেহত্যাগ" নাটত অম্বাৰ চৰিত্ৰত অভিনয় কৰি ছাৰে শ্ৰেষ্ঠ নাৰী চৰিত্ৰৰ সন্মান লাভ কৰে।
val lagil
Very intelligent boy.good.
Hundar prativa ❤❤
Very nice, Thank you.
Bhal lagil
Moja kokai❤
Vl lagil sai dada, pare jodi koliya dar interview atau dibo sun
aru aguwai jua ... hophol huwa.. ❤❤
Thank you PMB mix 🎉
Bohut dhannyobad sister...
Chandramoni dada jui❤
Val lagil sai..aguwai juwa aru👍
val lgil❤
Please bring Rityunjoy ,Kolia da ,dipen dutta ,dipankar da (godo) ,satyam da , surojit da and others because they didn’t get the respect they deserve and this is highly appreciateable
100%... ভাৱৰীয়া, গায়ন, বায়ন, ৰূপসজ্জাৰ আঁৰৰ ব্যক্তি, চাউণ্ড অপাৰেটৰ সকলোৰে চেষ্টাৰ ফলতহে আজি ভাওনাই বিশ্বদৰবাৰত প্ৰতিষ্ঠা লাভ কৰিছে... যিমান দূৰ সম্ভৱ তেওঁলোকক ৰাইজৰ আগত পৰিচয় কৰাই দিবলৈ চেষ্টা চলাই যাম... মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ
জয় অসমীয়া ভাওনা সংস্কৃতিৰ। ।
Val lagil sai. ❤️ Form dergaon
Kothabur Huni Bahut Bhal Lagil
Very nice
Suvakamana janalu ,krisna.
Keep it up bro🎉
Chandramoni Mur student hoi. Val lagil.
আনে যি নাভাৱক গুৰুত্ব দিব নালাগে ইমান কছটকৰ আচৰিত
Sundar
Hosa kotha atiya puya Mota mnuh.
Vauna ketiauo protijugita houbo nalage buli moi bhavo
এইটো সচাঁ কথা যে সকলো মহিলা চৰিত্ৰ কৰা ব্যক্তি সমালোচনা কৰিব নালাগে। কিন্তু কিছুমান মহিলা চৰিত্ৰ কৰা ব্যক্তি আছে যি এনেকোৱা কাম কৰে যি কাৰনে সমালোচনাৰ বসবৰ্তি হয়। এই কথাটো কোনো আশ্বিকাৰ কৰিব নোৱাৰে! কাৰনে চবে যানে, আৰু এটোৱে সচাঁ।
❤❤❤❤❤
❤❤❤❤❤
Bitupon সেনাপতিৰ a ta interview lage,,....
❤❤❤
Bhawnat nari soritra kora lorabilk anekuai hbo lge....
abhinoi abhinoi bhage thakeboloi dbo lge jibon tuai hai soritro tur dore kre pelabo nlage...... Aru ksuman nari soritro kora lora 😅😂nkou ru
চন্দ্ৰমণিয়ে ভিডিঅ'টোত সেই বিষয়ে সুন্দকৈ কৈছে
Ow atsaa
Vogobane ketiauo protijugita nibisare
🕉🙏🙏✨️
🙏🙏🙏
Ejon eijon Ann jon simanto
Pragyan Da aru Pranab Dak matibo suun.
Narod bitupon duttaor interview ata parila lobosun
নিশ্চয়
💄
Dipankor nathk Lage
g~d
Debojoni sarito2 saixu
সুন্দৰ
Val lagil 🤗
❤❤❤❤
❤❤❤
🙏🙏