| NAL BIRINAR PAT | নল বিৰিণাৰ পাত | বিহু গীত | ASSAMESE BIHU SONG | DIRECTED BY - RUBUL BORA|

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2024
  • #RUBUL_BORA_BIHU_SONG
    Singer - Krishnamoni Nath, Geetimoni Hatibaruah, Krishnamoni Chutia, Rubul Bora
    Lyrics/Tune & Music - Rubul Bora
    Video Direction - Rubul Bora

ความคิดเห็น • 376

  • @uttamnath5946
    @uttamnath5946 3 ปีที่แล้ว +50

    সৰু থাকোতে শুনিছিলোঁ। সংগ্ৰহ কৰা জনক বহুত বহুত শুভেষ্যা জনালোঁ

  • @upenbora533
    @upenbora533 3 ปีที่แล้ว +34

    বিহুগীতৰ পথাৰখনত আপোনাক বহুদিন বিছাৰি আছিলো ৰুবুলদা ! অৱশেষত আপুনি আহিল, এতিয়াহে ভাল লাগিব ...

  • @indragogoi180
    @indragogoi180 3 ปีที่แล้ว +69

    এই বোৰ গীত আজি নতুন প্ৰজন্মই গুৰুত্ব নিদিয়ে।শুনিব অ মন নকৰে।
    সেই দিন বোৰ মনত পৰে গৈছে।কি নিভাজ,সঁচা প্ৰকৃতি প্ৰেমিক আছিল মানুহ বোৰ তেতিয়াৰ।
    গীতৰ প্ৰতি টো লাইন অৰ্থ আছে প্ৰকৃতিৰ লগত।সকলো সৰল,সহজ,সাধাৰণ,আছিল সকলো।
    পুৰণা বিহু সুৰীয়া গীত মেইন।

    • @snakul2196
      @snakul2196 2 ปีที่แล้ว +2

      সোণালী দিনৰ গীত আছিল এইবোৰ ।।

    • @ritamonibhuyan1116
      @ritamonibhuyan1116 2 ปีที่แล้ว

      Ajit dinor gaant bhal nalage.aji prakonmai kenekoi purona gaan bhal napai amiu natun gaan iman bhal napau rash nai.

    • @ritamonibhuyan1116
      @ritamonibhuyan1116 2 ปีที่แล้ว

      @@snakul2196 gaant majot kiba bisari paisilu.

    • @RajumoniRajumonidas
      @RajumoniRajumonidas 9 หลายเดือนก่อน +1

      Hosakoi.

    • @tulumonigogoi4369
      @tulumonigogoi4369 4 หลายเดือนก่อน

      মোৰ ভাল লাগে❤

  • @dipnath6792
    @dipnath6792 2 ปีที่แล้ว +38

    মোৰ লৰালি কালৰ অতি প্ৰিয় গীত ৷
    আজি ২২ বছৰৰ মুৰত শুনি ভাল লাগি গ’ল মনটো ৷

  • @mamonichutia5109
    @mamonichutia5109 3 ปีที่แล้ว +28

    সৰুতে ইমান যে গাইছিলো গীতটি ,সঁচাকৈয়ে বহুত সুন্দৰ গীত

    • @Joydeeprockers
      @Joydeeprockers 2 ปีที่แล้ว

      Moi aji hai bisari palu gantu

  • @jaanbiswas5122
    @jaanbiswas5122 3 ปีที่แล้ว +144

    সৰুতে শুনিছিলো,, কিন্তু পিছলৈ বিছাৰি নোপোৱা হলো,, যতনাই থোৱা জনলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ,, ক'ত হেৰাই গ'ল এনে গীতৰ স্ৰষ্টা বোৰ,,, উফ্ কি গীত আছিল সেইবোৰ 🙏🙏🙏

  • @biplabbhuyan4947
    @biplabbhuyan4947 3 ปีที่แล้ว +55

    মন ফাগুনৰ পছোৱা , নিৰুজনি, সোনমইনা ৰুবুল দা আৰু কৃষ্ণমণি আজিও বিহুত গুণগুণাই থকা গান বোৰ বিচাৰি ফুৰে শুনিবলৈ

    • @arbian3216
      @arbian3216 ปีที่แล้ว

      Agar din bur katha manat parile bukukhan bikhai

    • @RajumoniRajumonidas
      @RajumoniRajumonidas 11 หลายเดือนก่อน +1

      Hosakoi, bohut dukh lage , 🌹

    • @mjgaming3561
      @mjgaming3561 11 หลายเดือนก่อน +2

      Nirujoni

    • @angelhopeshaktiathena1429
      @angelhopeshaktiathena1429 4 หลายเดือนก่อน

      LET THERE BE LIGHT 🌄 🌅🧚‍♀️
      LET THERE BE LOVE🌄🌅🧚‍♀️💧🍃 💜❤️💓💚
      LET THERE BE LIFE 🌄🧚‍♀️💧🍃🌲🌳🌴METTA🍓🍉🍎🍌🫐🍇🌹🏡🛖🤽‍♀️🚣‍♀️🏊‍♀️🚣🚵‍♀️🪂🐣🐒🦁🐅🐆🐱🦊🐻🐷🐼🦉🦅🦣🐑🐕🐓🦚🦜🦥🐁🦔🐲🐄🐃🐂🐴🦄🐝🦋🐞🐟🦢🐇🦥🐲🍚🥑🙏🌄🧚
      BHAWATU SABBA MANGALAM
      DIVINE PROTECTION
      METTA

  • @parthhindustani5042
    @parthhindustani5042 3 ปีที่แล้ว +24

    ১৯৯৩ চনৰ ‌‌‌‌‌‌‌‌‌‌‌‌‌‌ফাগুনীৰ গীত কেইটা পাম বুলি আশা কৰিলো ।

  • @simantadutta-jn3gz
    @simantadutta-jn3gz ปีที่แล้ว +6

    হেৰাই গ’ল এই সুৰবোৰ ৷এতিয়া আৰু তেতিয়া বহুত পাৰ্থক্য আহিল ৷

  • @TheGunin1988
    @TheGunin1988 3 ปีที่แล้ว +11

    এনেকুৱা পুৰণি বিহু গীত বোৰ শুনি বহুত ভাল লাগে mindblowing

  • @santanudasofficial4560
    @santanudasofficial4560 3 ปีที่แล้ว +41

    ৰুবুল দাৰ সমান বিহুৱা অসমত পাবলৈ টান, জনাই জানে । সোনম‌ইনা আৰু মন ফাগুনৰ পছোৱা কেছেটৰ আটাইকেইটা গান দিব দাদা । আৰু নতুন বিহু গীত অসমীয়াক উপহাৰ দিয়ে যেন দাদা ।

  • @user-st3fi3bv8u
    @user-st3fi3bv8u 4 หลายเดือนก่อน +4

    জীবনত বিহু গান শিকিছো ৰুবুলদা আৰু কৃষ্ণমনি দাৰ পৰা

  • @putuvlogs1762
    @putuvlogs1762 3 ปีที่แล้ว +11

    প্ৰকৃতি মাজত সৃষ্টি হোৱা গীতবোৰ কত লুকুৱাই ৰাখে দাদা

  • @realsonger5991
    @realsonger5991 3 ปีที่แล้ว +97

    নেপাই দাদা, বজৰুৱা এসোপাৰ মাজত বিহুটোক আপুনি এৰি এনেকৈ আতৰি যোৱাটো। কিমান বছৰৰ পিছত যে আপুনি আহিল। সঁচাকৈয়ে ভাল লাগিছে।

    • @RUBULBORA
      @RUBULBORA  3 ปีที่แล้ว +27

      Hoi Kisu din atori asilu etia ahisu. Apunaluke sai thakibo

    • @realsonger5991
      @realsonger5991 3 ปีที่แล้ว +3

      ভাল ভাল বিহু বিচাৰো আপোনাৰ পৰা

    • @debojitlahon2703
      @debojitlahon2703 2 ปีที่แล้ว +1

      Rubulda hunkale ahok

    • @polakhmonilahon2150
      @polakhmonilahon2150 2 ปีที่แล้ว +1

      @@RUBULBORA
      L.

    • @alakahaloi7212
      @alakahaloi7212 2 ปีที่แล้ว +1

      সচাকৈ দেই

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 3 ปีที่แล้ว +30

    ককাইদেউ আপোনাৰ গীত বহুত ভাল লাগে ,আপোনালৈ বিনম্ৰ অনুৰোধ আপোনাৰ সকলো গীত দিবছোন

  • @posantadutta5578
    @posantadutta5578 3 ปีที่แล้ว +19

    ইমান সুন্দৰ বিহু সুনিলে সুনিথাকিবৰ মন ।

  • @DharmaKantaHazarika
    @DharmaKantaHazarika 3 ปีที่แล้ว +27

    শৈশৱৰে পৰা শুনি অহা গাই‌ অহা প্ৰিয় বিহু গীত....

  • @divyojyotidutta9778
    @divyojyotidutta9778 3 ปีที่แล้ว +14

    শৈশবৰ পৰা আজিলৈকে চিৰসেউজীয়া হৈ থকা বিহু গীত ৷

  • @balinkonwar585
    @balinkonwar585 3 ปีที่แล้ว +21

    বিহু প্ৰকৃতিৰ সৈতে জড়িত যিটো কথা এই গীতটোত ফুটি উঠিছে , অতি সুন্দৰ গীত ৷

  • @ankitsonowalvlogs8394
    @ankitsonowalvlogs8394 3 ปีที่แล้ว +12

    সছাকৈ বৰ ধুনীয়া আছিল সেই সময়ৰ বিহুগীত বোৰ

  • @pranjaldutta6431
    @pranjaldutta6431 3 ปีที่แล้ว +14

    সুন্দৰ দাদা,এইবোৰ বিহু গীতত আচলতে বিহুৰ মাদকতা পোৱা যায়।

    • @RUBULBORA
      @RUBULBORA  3 ปีที่แล้ว +1

      dhanyabad

    • @dilipbarhoi521
      @dilipbarhoi521 3 ปีที่แล้ว +1

      অতি সুন্দৰ

    • @bababorah8032
      @bababorah8032 3 ปีที่แล้ว

      Dada mahakobi Dante jidina Bihu tu please upload kori dibosun

  • @chumpiboruah9025
    @chumpiboruah9025 3 ปีที่แล้ว +8

    শৈশৱতে এই বিহুটো খুব গাইছিলো। আকৌ শুনিবলৈ পাই বৰ ভাল লাগিল । পুৰণি বিহু আৰু শুনিবলৈ পাম বুলি আশা কৰিলো ।

    • @RUBULBORA
      @RUBULBORA  3 ปีที่แล้ว

      Nichoi

    • @latakonwar965
      @latakonwar965 2 ปีที่แล้ว

      আপোনাৰ বিহুবোৰে আমাৰ মনবোৰ চুই যায় কিমান যে মজা লাগে শুনিবলৈ । আপোনাৰ গানবোৰে সেইদিন বোৰলৈ আমাক ওভতাই লৈ যায় । ধন্যবাদ ।

  • @priyambadapataramchi4421
    @priyambadapataramchi4421 2 ปีที่แล้ว +14

    বহুত দিনৰ পৰা বিচাৰি আছিলোঁ ৷ আজি শুনিবলৈ পায় বহুত ভাল লাগিল ৷আপোনাক বহুত বহুত ধন্যবাদ ৷

  • @user-mn9su8kc4s
    @user-mn9su8kc4s 4 หลายเดือนก่อน +2

    সচাই পু ৰণি গীতবোৰৰ মাজত এক নতুন সোৱাদ আছে

  • @bhaskarborah7561
    @bhaskarborah7561 3 ปีที่แล้ว +7

    বৰ সুন্দৰ গীত৷আপুনি আৰু গীত লিখিবচোন৷

  • @DibyalataDas-jy1fh
    @DibyalataDas-jy1fh 4 หลายเดือนก่อน +2

    বিহুৰ যোজনাটো শুনি শুনি হেপাহেই নপলাই,কি যে সুৰীয়া আৰু লগতে বিহু....

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 หลายเดือนก่อน +3

    সুন্দৰ, শুনিয়েই থাকিবলৈ মন মোৰো এনে বিহু তেতিয়াই মোৰ মনটো কৰবালৈ উৰা মাৰিব বিচাৰে কৰবালৈ,,, কিন্তু কি হব ভবা কথা ভবাতেই থাকিল,,, পিছত সেই ৰূপ চাবলৈ নাপাই মই গলো ডিব্ৰুগড় লৈ গৈ হে তত্ পালোঁ,

  • @debajyotibhattacharjee1044
    @debajyotibhattacharjee1044 2 ปีที่แล้ว +7

    সৰুকাললৈ মনত পৰি গ'ল...বিহু মানেই এই গীতটো

  • @samirtube6613
    @samirtube6613 3 ปีที่แล้ว +3

    ৰুবুল দাৰ গীত বহু দিনৰ মূৰত শুনিলো
    মন ফাগুনৰ পছোৱা আৰু মন আকাশৰ তৰা Uplod কৰক

  • @nityaburagohain8404
    @nityaburagohain8404 3 ปีที่แล้ว +3

    Okhomiya Kristi sonskritir omulya sompod ei geet ti...ei geetot aami asu , aru aamat ei geet ase...!

  • @prantajitbora996
    @prantajitbora996 3 ปีที่แล้ว +14

    সচাকৈয়ে সেই সময়ৰ গীত বিলাক বহুত ভাল লাগে।

  • @zomunarajbongshiyadav2
    @zomunarajbongshiyadav2 2 ปีที่แล้ว +6

    আপোনালোকলোও নবৰ্বষৰ শুভেশ্ছা জোনালো👍👍👍👏👏👏🙏🏼🙏🏼🙏🏼

  • @jayantadas2442
    @jayantadas2442 3 ปีที่แล้ว +10

    তেতিয়াৰ সেই কেছেতৰ দিনলৈ ঘুৰিযোৱা যেন লাগিল

  • @matuhazarika5148
    @matuhazarika5148 3 ปีที่แล้ว +10

    ইমান পুৰণি বিহু গীত শুনি ভাল লাগি গৈছে সৰু কথা মনত পৰে।।

  • @montudutta7017
    @montudutta7017 2 ปีที่แล้ว +8

    সুন্দৰ বিহু গীত 👍👍👍👍👍👍👍👍

  • @shoundaryasvlog2012
    @shoundaryasvlog2012 ปีที่แล้ว +2

    সৰু হৈ থাকোঁতে এইবোৰ নাম গাইয়ে বিহু মাৰিছিলোঁ। ২০০০ চনৰ আশে পাশে সময়খিনিলৈ মনত পৰি গ'ল। 😢😢

  • @keshabbora7742
    @keshabbora7742 3 ปีที่แล้ว +7

    লৰালি কালত সোনা বিহু নাম আজিও সুনিবলৈ পাইছো ধন্যবাদ

  • @podmaragborboruah8873
    @podmaragborboruah8873 3 ปีที่แล้ว +8

    এনে চিৰযুগমীয়া গীত সমূহত বিহুৰ প্ৰকৃত ছবি চিত্ৰিত হয় ।

  • @nirjurajgogoi319
    @nirjurajgogoi319 2 ปีที่แล้ว +10

    old is gold. Thanks for offering such old bihu song to us.

  • @BhadreswarBordoloi
    @BhadreswarBordoloi 3 หลายเดือนก่อน

    লৰালিত শুনি গাই ফুৰা দিনবোৰলৈ ঘূৰি গলো । মাদকতা ভৰা গীত । এতিয়াও গুণগুণাও । আগবঢ়োৱা জনলৈ কৃতজ্ঞ হলো ।

  • @rishikasaikia9336
    @rishikasaikia9336 2 ปีที่แล้ว +2

    মনটো ৯২চনলৈ উভটি গ'ল, সঁচাকৈয়ে কিমান ভাল লগা এটি সুমধুৰ বিহুগীত

  • @pranjalsaikiaR16
    @pranjalsaikiaR16 3 ปีที่แล้ว +8

    আকৌ এবাৰ নষ্টালজিক হ'লোঁ ।
    ধন্যবাদ প্ৰিয় বিহুৱা ৰুবুল বৰা দেৱ ।
    আপোনাৰ পৰা এনেকুৱা চিৰসেউজ গীতৰ পুনৰবাৰ আশা কৰোঁ আজিৰ দিনত ।

  • @kamalsaikia8601
    @kamalsaikia8601 2 ปีที่แล้ว +4

    কিমান বছৰৰ পিছত এই পুৰনি বিহু গীত টো শুনিবলৈ পায় কৃষ্ণমনি দাদা বহুত বহুত ধন্যবাদ জনাইছো।

    • @duttadurna
      @duttadurna 2 ปีที่แล้ว

      বিহু গীত মানে ই প্ৰেম জনিত। হৃদয় চুই যাই এই গানটঝৱে।

  • @dilipdekacollection6754
    @dilipdekacollection6754 ปีที่แล้ว +4

    শুনিয়ে থাকিবৰ মন ৷ এবাৰ লিখা কাগজ জানো লিখাৰ পাচত উকা হৈয়ে ৰ’ল এই গীতটো পাম নেকি?

  • @biswajitborah.4452
    @biswajitborah.4452 3 ปีที่แล้ว +5

    Val lagil

  • @nilutpalabhuyan1369
    @nilutpalabhuyan1369 2 หลายเดือนก่อน

    বাহ কিমান বছৰৰ মূৰত শুনিছো এই ধুনীয়া বিহু গীতটি। সৰু কালটো মনত পৰি গৈছে।

  • @SwapnaBaruah400
    @SwapnaBaruah400 3 ปีที่แล้ว +5

    ভাল লাগিল শুনি, চাই।

  • @lakheswarkalita5013
    @lakheswarkalita5013 3 ปีที่แล้ว +5

    শৈশৱলৈ মনত পৰি গ'ল

  • @parthapratim5368
    @parthapratim5368 3 ปีที่แล้ว +4

    উফ কি সুন্দৰ প্ৰকৃত অৰ্থ বহুল গীত

  • @biswajitborah986
    @biswajitborah986 2 หลายเดือนก่อน

    সুন্দৰ আকৌ মনত পৰিলে ল'ৰালী দিন বোৰলৈ❤❤❤

  • @putulnath1715
    @putulnath1715 ปีที่แล้ว +1

    সঁচাই এইবোৰ গীতে বহুতো কথা কৈ যায়। এই সময়ত আৰু এটা দেহবিচাৰৰ গীতে মন চুই গৈছিল। কেছেট টোৰ নাম "দীনবন্ধু" ।যদি কোনোবা সংগীত প্ৰেমিয়ে যতনাই ৰাখিছে সমাজলৈ আগ বহাই দিব

  • @djbora6088
    @djbora6088 3 ปีที่แล้ว +33

    ৰুবুল দাদা আমি এনেকুৱা ধৰণৰ নতুন বিহু আৰু শুনিব বিচাৰো

  • @JyotiSaikia
    @JyotiSaikia 3 ปีที่แล้ว +12

    বহুত ধন্যবাদ। বহুত দিনৰ পৰা বিচাৰি আছিলোঁ বিহু গীতটো।।

  • @bhabanandadeori316
    @bhabanandadeori316 3 ปีที่แล้ว +2

    গীত টিয়ে পুনযৌৱনা কৰিতোলা দৰেই লাগিছে।

  • @informatiom1991
    @informatiom1991 3 ปีที่แล้ว +3

    Apunak bahu bahu dhanybaad...kiman boxoror pora bisari asilu eai geet ti...1990 pora 2000 loike jiman bihu ase parile uploaded krbo

    • @RUBULBORA
      @RUBULBORA  3 ปีที่แล้ว +2

      Nichoi Di asu lahe lahe. Dhnyabad

  • @dulumonibora2881
    @dulumonibora2881 ปีที่แล้ว +1

    Iman dhuniya huni thakibo mon Jai 🥰❤️

  • @momihazarika413
    @momihazarika413 3 ปีที่แล้ว +5

    Hrute huni gai vl paw kokaidew apunar bihu geet keta dibo🙏🙏

  • @hirenborah6141
    @hirenborah6141 4 หลายเดือนก่อน

    বিহু বিহ লগা এই গীতবোৰ শুনিলেই বিহ বিহ লাগে। কুলি,কেতেকীয়ে মাতক বা নামাতক ❤

  • @pankajsaikia5422
    @pankajsaikia5422 5 หลายเดือนก่อน +2

    বিহু বুলি ক'লে এই খিনি হে। আজি কালিৰ গান শুনিবলৈ মন নযাই। আধুনিকতাৰ নামত ধ্বংস হৈ গৈছে বিহু হওঁক বা ভাওনা হওঁক।

  • @dinohazarika8189
    @dinohazarika8189 3 ปีที่แล้ว +5

    হাইস্কুলীয়া জীৱনৰ অতি জনপ্ৰিয় বিহু গীত ।টেপ ৰৰ্কডাৰ কেচেত লগাই শুনিছিলো ।
    বহু দিনৰ মুৰত শুনি সেই দিনলৈ মনত পৰি গল ।

  • @mitaleekashyap9057
    @mitaleekashyap9057 ปีที่แล้ว +1

    আগতে আমি বিহু বুলি ক'লে যোৰহাটত ৰুবুল বৰা, আজি কলকাতাৰ ঘৰত বহি বছেৰেকৰ ব'হাগৰ বিহুৰ দিনা নিজৰ ছোৱালীক আমাৰ দিনৰ জনপ্ৰিয় বিহুগীত শুনাবলৈ পাই কিমান যে ভাল লাগিছে ❤️❤️

  • @ms5971
    @ms5971 ปีที่แล้ว +1

    বৰ ভাল লাগে শুনি। সৰুতেই শুনিছিলোঁ । এতিয়া বহু বছৰৰ মূৰত শুনিলোঁ। আৰু দুটামান আছে পুৰণি বিহু, খুব ভাল পাওঁ শুনি, কিন্তু বিচাৰি পোৱা নাই সেইকেইটা।
    'চিলমিল চিলমিল টোপনি মোৰ দুপৰত
    নিশা নাহে টোপনি মোৰ তোমাৰে ঐ বেজাৰত
    যোৱা ৰাতি সপোনত চন্দ্ৰলৈ মই গৈছিলোঁ
    সৰু সৰু তৰাবোৰ হাতেৰে চুই চাইছিলোঁ।
    এই গানটো বৰ ভাল পাওঁ। পিছে বিচাৰিহে পোৱা নাই।

  • @piyush5747
    @piyush5747 3 ปีที่แล้ว +3

    Aji ha bhal lagisa thanks Rubul Bora da for uploading

  • @DebojitHandique.
    @DebojitHandique. 9 หลายเดือนก่อน +2

    এনেধৰণৰ বিহু আজিৰ দিনত নতুনকৈ শুনিবলে নোপোৱা হ’লো।❤

  • @gogoisheela9289
    @gogoisheela9289 3 ปีที่แล้ว +1

    Bohut bhal lagil.kiman dinor murot bhal bihu eta huna palu

  • @boidyanathphukan5727
    @boidyanathphukan5727 2 ปีที่แล้ว +2

    শৈশৱৰ বুকুৰ আপোন গীত এইবোৰ।
    চিৰ সেউজ ..... 😍

  • @adproduction9121
    @adproduction9121 2 ปีที่แล้ว +1

    Hosakoi apunaloi dhoinyabad jonaisu. Git2k jiyai rokharbabe

  • @chaonayanruchao..325
    @chaonayanruchao..325 2 ปีที่แล้ว

    Rubul da apunalukr bihu bisaru...apuni ahok...nhole hekh hoi jabo

  • @axomiyasuwali603
    @axomiyasuwali603 3 ปีที่แล้ว +4

    Nostalgic hoi goise mon2 ❤️ horute husori gabo jawte jujona diya pst a ai2 gaan gaw a ru ami😍 ekdom horu kal2 le mnt pori goise aji

    • @Joydeeprockers
      @Joydeeprockers 2 ปีที่แล้ว

      Prothom a gaan tu a gabo hikisilu.

  • @JankiCreation
    @JankiCreation 3 ปีที่แล้ว +3

    Xundar

  • @mainaasom6467
    @mainaasom6467 3 ปีที่แล้ว +3

    আপোনাক কি বুলি ধন্যবাদ দিম মোৰ শৈশৱৰ গীতটি

  • @uttamnath5946
    @uttamnath5946 3 ปีที่แล้ว +9

    কৃষ্ণ দাৰ আৰু এটা গান আছিল
    নিৰুপমা তুমি আজি গাভৰু হলা

    • @rinkusaikia3417
      @rinkusaikia3417 3 ปีที่แล้ว

      Yes muru bahut bhal lage moi class seven prhute guntu ulaisil

    • @jibandeka1993
      @jibandeka1993 4 หลายเดือนก่อน

      ময়ো বিচাৰি আছোঁ এই গানটো

  • @nipendas7287
    @nipendas7287 2 ปีที่แล้ว

    Oh kot lukuwai rakhisil eii gann too😍😍😍😍😍😍😜loralik huworilu

  • @bishwadeepgogoi5436
    @bishwadeepgogoi5436 5 หลายเดือนก่อน +1

    সেই দিনবোৰ সঁচাই সোণালী আছিল ❤

  • @ratongogoi1559
    @ratongogoi1559 3 ปีที่แล้ว +1

    Harute khub hunisilu....kintu majote neikia hol....atiya guntu pai val lgise....Thank you .....

  • @pabitrabhuyan4652
    @pabitrabhuyan4652 3 ปีที่แล้ว +3

    বহুত ধন্যবাদ ।পুৰনি গীতবোৰ দিব

  • @mydreamssk9330
    @mydreamssk9330 2 ปีที่แล้ว +1

    ৰুবুল দা আপোনাক আমি আকৌ বিচাৰো সংগীৰত পথাৰ খনিত

  • @anjusarmah3783
    @anjusarmah3783 4 หลายเดือนก่อน

    বৰ ভাল লাগিল,পুৰণি বিহু এটা শুনিবলৈ পালো

  • @binodkakati7300
    @binodkakati7300 5 หลายเดือนก่อน +1

    এয়াহে আচল বিহু ! এইবোৰ গীত শুনি থাকিলেও হেঁপাহ নপলায় ! আজিৰ প্ৰজন্মই এইবোৰ বিহু গীত নুশুনে বা মাদকতা নুবুজে ! সুন্দৰ সংগ্ৰহ ! সংগ্ৰাহক গৰাকীলৈ সমাগত ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনালোঁ !❤❤❤❤❤

  • @animagogoi5297
    @animagogoi5297 8 หลายเดือนก่อน +1

    এনেকুৱা বিহু শুনিলে হেপাহ নপলায় ।মনটো তাহানিৰ সৰু কাললৈ ঘূৰি যায়

  • @krishnakamalsaikia8243
    @krishnakamalsaikia8243 6 หลายเดือนก่อน +1

    ৰুবুল বৰাৰ গীতবোৰ মোৰ বৰ প্ৰিয় । আকৌ সৃষ্টি কৰিবনে এনে গীত

  • @user-ug2wo8jf4o
    @user-ug2wo8jf4o 7 หลายเดือนก่อน +1

    বহুত বহুত ধন্যবাদ

  • @debasishburagohain5564
    @debasishburagohain5564 3 ปีที่แล้ว +5

    সৰুতে হুঁচৰিত গাইছিলো ও

  • @ghanagogoi1085
    @ghanagogoi1085 6 หลายเดือนก่อน +1

    Rubul dada apunar aine ganbur bahut vahl lage

  • @hirenduarah9624
    @hirenduarah9624 2 ปีที่แล้ว +3

    এই বিহু গীত বোৰ শুনিলে শুনি থাকিবলৈ মন যায় ৷ ৰুবুল দাদা আপোনাৰ পুৰণি গিত বোৰ এইদৰে পাই থাকিম বুলি আশা থাকিল ৷

    • @RUBULBORA
      @RUBULBORA  2 ปีที่แล้ว

      ধন্যবাদ। বিচাৰিলে নিশ্চয় পাৱ। UTube Chennai ত charge কৰি চাবচোন।

  • @nirmalduwrah2094
    @nirmalduwrah2094 5 หลายเดือนก่อน +1

    Aibilk ha bihu gan.......

  • @user-bk3vn9fq2l
    @user-bk3vn9fq2l 2 ปีที่แล้ว

    Bohut dhuniya

  • @wearelegend36
    @wearelegend36 4 หลายเดือนก่อน

    Bhut bhut val lga geet asil❤

  • @vkfani3549
    @vkfani3549 3 ปีที่แล้ว +2

    সৰু পৰা শুনি অহা ভাল লগা বিহু

  • @Someshnr
    @Someshnr ปีที่แล้ว +1

    এইবোৰ বিহুৱে আমাৰ জীৱনৰ এচোৱা কাল ৰঙীন কৰি ৰাখিছিল ৷ কি সুন্দৰ গীত ৷

  • @bobyborah28
    @bobyborah28 3 ปีที่แล้ว +9

    " নলবিৰিণা"ই নষ্টালজিক কৰি পেলালে ।এতিয়াও যেতিয়াই তেতিয়াই এই গানটো গুণগুণাই থাকো ।এনেদৰে পুৰণি গানটো দিয়াৰ বাবে ধন্যবাদ ।

    • @papuoxomia555
      @papuoxomia555 3 ปีที่แล้ว

      সঁচা কৈছে আপুনি। বুকু খন বিষাই যায় আজিও এই গীত টো শুনিলে। জীৱনত প্ৰথম দেউতাৰ মুখত এইটো গীত শুনিছোঁ। দেউতা ঢুকুৱাই আজি 22 বছৰ হল।

    • @bobyborah28
      @bobyborah28 3 ปีที่แล้ว

      " বিষাই " ।শুধৰাই দিলো বেয়া নাপাব ।

    • @papuoxomia555
      @papuoxomia555 3 ปีที่แล้ว

      @@bobyborah28 শুধৰাই দিয়া বাবে বহুত ধন্যবাদ আপোনাক। এইটো চোৱাই নহল। কৰোঁ বুলি কৰা ভুল নহয় বাৰু , মোবাইল কীবৰ্ড বোৰে কেতিয়াবা অসমীয়া বোৰ টাইপ কৰিলে বহুত খেলিমেলি কৰে।

  • @shanatandowarah5436
    @shanatandowarah5436 8 หลายเดือนก่อน

    Now I'm going to fifty yrs. now ...but imman orthopurna , gaamvijyopurna eai bihugeet tee mur sankskritik jeebonor oti priya aaru sardhar . Aapunaloi Dhanyabaad thakil . Monikanchon .Dib .***

  • @muktiphukan5753
    @muktiphukan5753 3 ปีที่แล้ว +2

    Aji moi bahut dinar pora bisari thoka gantu pai bahut val lagisa hai dinola monot pori goll.!

  • @mohannath6515
    @mohannath6515 5 หลายเดือนก่อน +1

    ধুনীয়া , বিহু বিনন্দীয়া হওক

  • @rawandreal99
    @rawandreal99 3 ปีที่แล้ว +11

    Evergreen song ❤

  • @anindrabora664
    @anindrabora664 3 ปีที่แล้ว +3

    ৰুবুল দা আপোনাৰ কথা সৰু ভাইটি বোৰৰ আগত প্ৰায়ে কওঁ যে ৰুবুল বৰা নামৰ এজন গায়ক আছিল নাযানো কিয় বহু দিন আপোনাৰ বিহু শুনিবলে নোপোৱা হলো ।

  • @monojhazarika1398
    @monojhazarika1398 2 ปีที่แล้ว

    Mozaaaa

  • @BituDuwarah
    @BituDuwarah ปีที่แล้ว +2

    দেউতাৰ মাইক আছিল, তেতিয়া দেউতাই বজোৱা কেচটত শুনিছিলোঁ, এতিয়া 23 বছৰ পাছত শুনিবলৈ পাই দেউতালৈ মনত পৰিছে দেউতালৈ, দেউতা 2009 চনতে ঢুকাল।

  • @Aamar_Pakghar
    @Aamar_Pakghar 3 หลายเดือนก่อน

    Bohut bhal lagil

  • @alakahaloi7212
    @alakahaloi7212 2 ปีที่แล้ว +1

    ধন্যবাদ দাদা 🙏🙏 মই ক্লাচ এইটত থাকোতেই যি শুনিছিলো মই কৰবাত এতিয়াও বিহু গালে এইটো গামেই

    • @ritamonibhuyan1116
      @ritamonibhuyan1116 2 ปีที่แล้ว +1

      Moi buwari jodiu ai geetbur ghart kamkori thakute tetumeli gau .manuhe ji bhabe bhabok.moi dangarkoi gaihe Santi pau.natun geet nusunuyei .