|| HITS OF RUBUL BORA || BIHU SONG || VOL 1

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 ธ.ค. 2024

ความคิดเห็น • 291

  • @KRISHNAKANTABORAH-x6l
    @KRISHNAKANTABORAH-x6l 8 หลายเดือนก่อน +2

    শুনি থাকিব মন যায় ইমান মজা মন্টোকৰবালৈ উৰি যায় যায় হে

  • @mypast6256
    @mypast6256 3 ปีที่แล้ว +44

    অৱশেষত বহু দিনীয়া পুৰণি গীতকেইটা পালোঁ। ইয়াৰে কিছুমান গীত মোৰ জন্মৰো পূৰ্বৰ। ল'ৰালিত খুব গাইছিলোঁ। জোনে পোহৰ দিলে পোহৰ যেনেই নালাগে, অ নিৰুমাইকে ধৰি এতিয়াও বহু গীত শুনিবলৈ শ্ৰোতাই ৰৈ আছে কিন্তু। আমাক সেই সময়ৰ আটাইবোৰ গীত লাগে। এয়া আমাৰ তৰফৰ পৰা একান্তই অনুৰোধ জনাইছোঁ। নে কি কয় ৰাইজ!!

  • @mydreamssk9330
    @mydreamssk9330 3 ปีที่แล้ว +18

    আজিকালি গীত বোৰ এইবোৰ গীতৰ লগত তুলনা কৰিবই নোৱাৰি।

  • @jayantachetia4488
    @jayantachetia4488 2 ปีที่แล้ว +9

    ৰুবুলদা আপোনাৰ কথা বহুত দীন ভাবি আছিলো কলৈগল আপোনাৰ গীত বোৰ এতিয়া পাই বৰ সূখি হৈছো ধণ্যবাদ।

  • @dhonphukon-sz4db
    @dhonphukon-sz4db 2 หลายเดือนก่อน +1

    পুৰণি বিহু গীতবোৰ শুনিলে শুনি থাকিবৰ মন যায়❤❤❤❤❤

  • @pradipkumarborah3484
    @pradipkumarborah3484 3 ปีที่แล้ว +22

    এই চিৰ সেউজীয়া গীত বোৰ শুনিলে মনটো ডেকা কালৰ গাঁওত বিহু মৰা কথালৈ মনত পৰি যায়। আজি কালি এনে কেচা মাটিৰ গোন্ধ থকা গীত বিচাৰি পাবলৈ নাই। আপোনাৰ গীত বোৰ বহুত দিনৰ পৰাই বিচাৰি আছিলো। পাৰিলে আপোনাৰ সকলো গীত দিব বুলি আশা কৰিলো।

  • @sanahigogoi381
    @sanahigogoi381 2 ปีที่แล้ว +11

    অতিত বিহুবোৰ শুনিবলৈ পাই বহুত সুখি হৈছোকাৰণ আমাৰ গাভৰু দিনৰ বিহু নাছো নাছো লাগিছে মন

  • @dinohazarika8189
    @dinohazarika8189 3 ปีที่แล้ว +13

    তাহানি লৰালি দিনলৈ উভতি গলো ,
    সমনীয়া সকললৈ বাৰুকৈ মনত পৰিছে ।
    জীৱন জীৱিকাৰ ভিন্ন খোজত জীৱন প্ৰণালী বোৰ বহুত পৰিৰ্ৱতন হৈ গল ।

  • @ranjanbora9722
    @ranjanbora9722 3 ปีที่แล้ว +16

    ২/১০গীত দুটা জীৱনৰ শ্রেষ্ঠ বিহু গীত হিচাবে বহুতৰ লগতে মইও স্বীকাৰ কৰো। ভৱিষ্যতে আৰু এনে চিৰসেউজ গীত শুনিবলৈ পাম বুলি আশা কৰিলো।

  • @jinagogoi9030
    @jinagogoi9030 3 ปีที่แล้ว +9

    "জাপে দিম ম ই দিচা্ংত "বহুত বিছাৰি আজি পালো বহুত ভাল লাগিছে

  • @jayantadas2442
    @jayantadas2442 3 ปีที่แล้ว +12

    আগৰ সেই কেছেটত শুনা দিনবোৰলৈ মনত পৰি গ'ল দাদা বহুত ধন্যবাদ

  • @minakshipoddar4569
    @minakshipoddar4569 3 ปีที่แล้ว +8

    দাদা আপোনাৰ পুৰণা বিহুনাম বোৰ বৰ ভাল আছিল। পুনৰ শুনিবলৈ পাই ভাল লাগিল। অভিনন্দন থাকিল।

  • @dipumpbora7904
    @dipumpbora7904 3 ปีที่แล้ว +10

    সৰু হৈ থাকোতে দেউতাই আনিছিল কেচেদ খন , আকৌ আজি শুনিছোঁ , ভাল লাগিল শুনি ,

    • @bitopygogoi7892
      @bitopygogoi7892 2 ปีที่แล้ว

      নামটো কি আছিল বাৰু কেছেট টোৰ৷২০০৩ চন মানতে বহুত শুনিছিলো৷Computer t download কৰি থৈছিলো৷software মাৰোতে সকলোবোৰ নাইকিয়া হল৷ মাজে মাজে youtube বিচাৰো৷নাপালো৷যোৱাকালি হঠাৎ পাই ভাল লাগিল৷গোটেই বিহু vedio বোৰ নাই৷

    • @mintuhazarika8526
      @mintuhazarika8526 2 หลายเดือนก่อน

      ​@@bitopygogoi7892Khun moina

  • @binoybhushansenchowa3290
    @binoybhushansenchowa3290 3 ปีที่แล้ว +8

    ধন্যবাদ আপোনালৈ৷বহু দিনৰ পৰা বিচাৰি আছিলোঁ গীতকেইটা৷চিৰযুগমীয়া বিহুগীত৷

  • @sanjibkonwar7691
    @sanjibkonwar7691 3 ปีที่แล้ว +8

    ৰুবুলদা আকৌ ঘুৰি আহক |

  • @navakantagogoi5012
    @navakantagogoi5012 2 ปีที่แล้ว +8

    11:30 PM ত মোবাইলৰ চাউণ্ড কম কৈ দি শুনি আছো । অতীত সঁচায়ে মধুৰ !

  • @abhijitbhattacharyya631
    @abhijitbhattacharyya631 2 ปีที่แล้ว +8

    বজৰুৱা বিহু গীতৰ পৰা জাতিতোক উদ্ধাৰ কৰক

  • @SalmariKachariCheniaBord-mj3zo
    @SalmariKachariCheniaBord-mj3zo ปีที่แล้ว +1

    Oh tulumoni hola bor ajoni ai songtu you Tube

  • @rashmipayeng1533
    @rashmipayeng1533 3 ปีที่แล้ว +15

    কৃষ্ণ মণি নাথৰ 'ফাগুনৰে সৰা পাত বা লাগি ঐ উৰিলে, গীতাঞ্জলি তই বৰ দুষ্ট ছোৱালী, গান দুটি দিব , বহু পুৰণি গীত শুনিব মন গৈ আছে ।

  • @monujmoran3135
    @monujmoran3135 3 ปีที่แล้ว +9

    ধন্যবাদ ৰুবুল বৰা দেৱ
    বহুদিনৰ পৰা এই গীত বোৰ বিচাৰি আছিলো । আগলৈ আৰু পাম বুলি আশা কৰিলো ।

    • @RUBULBORA
      @RUBULBORA  3 ปีที่แล้ว +2

      Nichoi. Dhanyabad

  • @tutumoniborthakur7015
    @tutumoniborthakur7015 3 ปีที่แล้ว +13

    ৰুবুল দাদা।আপোনাৰ মেলেং নো নৈ পাৰতে আবেলি ঐ পৰতে বিহু গীতটো আপলোড কৰিবছোন ।

  • @RKDeka-ix5em
    @RKDeka-ix5em 3 ปีที่แล้ว +5

    সচাকৈ বিহুত জীৱন আৰু যৌৱন°°°°°°বহুত ভাল লাগিল°

  • @mintubauri2504
    @mintubauri2504 2 ปีที่แล้ว +1

    Bohut.dinor.murot.nijor.vaal.loga.gan.homuh.hunibole.pai.

  • @sanahigogoi381
    @sanahigogoi381 2 ปีที่แล้ว +4

    জুবিব দা মাথাত বিহুৱান হাতত ৰুমাল দেখি বহুত সুখি হৈছো কাৰণ এইবোৰ আমাৰ অসমীয়া সংস্কৃতি বাহক নহয় জানো সকলো শিল্পী সমাজলৈ ভোগালি বিহুউলগ জনাইছোঁ

  • @thirdeye6000
    @thirdeye6000 ปีที่แล้ว +1

    Nilakoi potharot geet2 bohut bosoror pora bisari asilu aji pai golu. Montu bht val lagise hosakoi. Aru eta gaan asil kiba khong uthile uh bapeke dujoni biya patim geet2 o lagisil

  • @jyotideori4023
    @jyotideori4023 2 ปีที่แล้ว +4

    ৰুবুল বড়া দেৱৰ এই বিহু গীত কেইটি যেনে ,নল বিৰিণা পাত, এতোলা সোণেৰে মিনা কৰাই কৰাই, ৰুনুজুনু জুনু জুনু মাই, জাপেনো দিম দিচাংত এই গীত কেইটি বিশেষকে ইমানেই ভাল পাওঁ, তাক প্ৰকাশ কৰিবলৈ মোৰ ভাষাই নাই । সেই স্কুলত পঢ়ি থাকোতেই শুনা আৰু নচা । সেয়ে বহুত মন গৈ আছিল।

    • @jyotideori4023
      @jyotideori4023 2 ปีที่แล้ว +2

      আৰু এটা ভনীটি ঐ তেতেলীপতিয়া চিৰা খোৱাইছিলা

    • @dulaldas7825
      @dulaldas7825 2 ปีที่แล้ว

      Mohi @@jyotideori4023

    • @dulaldas7825
      @dulaldas7825 2 ปีที่แล้ว

      Mohi

  • @sanjibhandique6021
    @sanjibhandique6021 2 ปีที่แล้ว +7

    বহু দিনৰ মূৰত প্ৰিয় গীতকেইটি একেলগে পালোঁ,,, ৰুবুলদাৰ প্ৰযোজনাৰ আটাইবোৰ অডিঅ কেছেটৰ গীত তেতিয়া মুখস্থ আছিল,, বাৰে বাৰে শুনি থাকো।ভাল লাগিল।ভিতালীবাৰ মাতটো শুনিলে মনটো সেমেকি যায়।

  • @naphiarosimahanta2528
    @naphiarosimahanta2528 3 ปีที่แล้ว +7

    বহুত সুখি।ৰুবুল বৰা দেৱৰ বাকীবিলাক গীতো দিবচোন।

  • @ffnamuboruah3097
    @ffnamuboruah3097 2 ปีที่แล้ว +1

    Old is gold,khub hundor Mon juruwa geet

    • @RUBULBORA
      @RUBULBORA  2 ปีที่แล้ว +1

      ধন্যবাদ ।

  • @manujkonwer8400
    @manujkonwer8400 3 ปีที่แล้ว +12

    নল বিৰিণা পাত এই গীতটো গায়ে বিহুৱা জীৱনটো আৰম্ভ কৰিছিলোঁ ।

  • @probinsonowal5363
    @probinsonowal5363 3 ปีที่แล้ว +3

    এইবোৰহে আচল বিহু গীত। গাৱৰ সেই শৈশৱকাললৈ মনত পৰি যায়। বিশেষকৈ ভনীটি ঐ তেতেলী পতিয়া আৰু জাপে দিম মই দিচাঙত ,,,,।

  • @bhadrakantadas6101
    @bhadrakantadas6101 ปีที่แล้ว +2

    সদৌতিলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।

  • @jaanbiswas5122
    @jaanbiswas5122 3 ปีที่แล้ว +16

    চিৰ্-যুগমীয়া গীত এইবোৰ,, আজীৱন হিট,, আজি কালি ক'ত হেৰাল এনে গীতৰ স্ৰষ্টা বোৰ

  • @Thelegend-cq7dh
    @Thelegend-cq7dh 2 ปีที่แล้ว +1

    দাদা আপুনি আকৌ আহক আমাৰ মাজলৈ প্ৰকৃত বিহুক আকৌ এবাৰ জীয়াই তুলকহি ।

  • @prasantaborah1096
    @prasantaborah1096 3 ปีที่แล้ว +9

    এইটো বতৰতে তোমাৰ পৰিচালনা ৰ সকলো পুৰণি বিহু গীত শুনিবলৈ পোৱাৰ আশা কৰোঁ ।

  • @ketekisonowal394
    @ketekisonowal394 3 ปีที่แล้ว +6

    এনেবোৰ গীত শুনিবলে পালে অতিতলৈ মনতপৰে দেই পাৰিলে আৰু আগবঢ়াবা তাৰ কামনাৰে দুৱাশাৰ লিখিলো ।

    • @binadas5748
      @binadas5748 3 ปีที่แล้ว +1

      Purona geetbor khosakoi bohut bhal lage

  • @mintupatar2295
    @mintupatar2295 3 ปีที่แล้ว +9

    বৰ ভাল লাগিল দাদা ।পাৰিলে পুৰনা বিহু uplod দিব চোন ।

  • @SYCSCOGAMING
    @SYCSCOGAMING ปีที่แล้ว

    ❤❤❤❤❤khub mojjjjaaaa lage puroni bihu geet byr , homoi palei huni nejor montuk hukhi aaru rongin kori rakhu maje maje

  • @nitaligogoi6161
    @nitaligogoi6161 ปีที่แล้ว +1

    বহুত দিনৰ পুৰণি বিহু ৰুবুল বৰা বিহু শুনিবলৈ মন গৈ আছিল, সুন্দৰ

  • @tutumoninath5895
    @tutumoninath5895 3 ปีที่แล้ว +9

    প্রথম ফাগুনী কেচেটতোৰ গীত সমুহ দিবচোন

  • @pranjalbhuyan3210
    @pranjalbhuyan3210 3 ปีที่แล้ว +8

    1998-99 মানত সোণাৰু বুলি এটা বিহু কেচেট ওলাইছিল। তাত এটা গান আছিল, জোৰা পাণ তামোলে নিমন্ত্ৰণ জনালোঁ, ৰঙিলী নাচনীৰ বিয়া, উদূলি মুদুলি, আজি ৰভাতলী, উলাহে নধৰা হিয়া
    সেই গান তো পোৱা যাব নেকি জনাবচোন

  • @swapnabordoloi2827
    @swapnabordoloi2827 2 ปีที่แล้ว +2

    অতি সুন্দৰ 👍👍👍👍👍👍

  • @nayanjyotisaikia4848
    @nayanjyotisaikia4848 9 หลายเดือนก่อน +2

    শুনি থাকিলে শুনি থাকিব মন যআয় ধন্যবাদ দাদা মই বিছাৰি আছিলো

  • @prasantabordoloi5555
    @prasantabordoloi5555 ปีที่แล้ว +1

    Most beauti ful OlD Gold

  • @jollydutta1250
    @jollydutta1250 2 ปีที่แล้ว +2

    নিশ্চয় সোনালী দিনৰ সোনোৱালী গীতে বয়সটো ওভতাই পঠাইছিল সেই দিনলৈ ।

  • @pabitradas2993
    @pabitradas2993 2 ปีที่แล้ว +1

    আজি কালি বিহু পগেম বোৰ এই হিয়া জুৰ পেলোৱা গীত বোৰৰ লগতে ঢোল তাল পেপা গগনা আদি থলুৱা বাদ্যই পৰিৱেশন কৰিবলৈ আপোনা লোকক অনুৰোধ জনালো

  • @ashinikumargogoi463
    @ashinikumargogoi463 3 ปีที่แล้ว +8

    ৰুবুল দা বহুত বহুত ধন্যবাদ। বহু দিনৰ পৰা বিহুকেইটা বিছাৰি আছিলো। কেছেটখনৰ কভাৰটো এতিয়াও মনত আছে। এই বিহু কেইটা শুনিলে লৰালিৰ দিনবোৰলৈ মনত পৰে।

    • @chandraborah7784
      @chandraborah7784 3 ปีที่แล้ว

      Thanks Rubulda. "Bordoisila" geetkaita dibosun.

  • @maheshchetia2163
    @maheshchetia2163 ปีที่แล้ว +1

    Majja

  • @Bhabeshnath6541
    @Bhabeshnath6541 ปีที่แล้ว +1

    গোটেই বোৰ গান ভাল লাগে।।

  • @bipulhazarika3954
    @bipulhazarika3954 3 ปีที่แล้ว +3

    বহুত ভাল লাগিল বিহু কেইটা বিচাৰি পোৱাত

  • @simantadutta-jn3gz
    @simantadutta-jn3gz ปีที่แล้ว +1

    ভিতালী বাক বহুত হেৰুৱাইছো । প্ৰতিটো বিহুগীতত অন্তৰখন মুছৰি নিয়ে ৷তেওঁৰ আত্মাই শান্তি পাওক

  • @nirajmoniborah2593
    @nirajmoniborah2593 2 ปีที่แล้ว +9

    আমাৰ দিনৰ বিহু নাম।খুব সুন্দৰ আছিল

  • @nibeditakonwar4402
    @nibeditakonwar4402 ปีที่แล้ว +3

    বৰ ভাল লাগিল বহুদিনৰ মূৰত গীতবোৰ শুনি❤️

  • @manobsaikia1270
    @manobsaikia1270 3 ปีที่แล้ว +3

    Ki gaan pai golu dei. Horukalor hai tape t huna gaan.. kiman aakhare baat saai asilu.. obohekhot.... Bohut haanti palu dei . Ei gaan kanot nugunai nugunai pahori juwai nisina hoisil... Bikhek koi... Runujunu junu junumaai.....
    Aru bohut gaan ase paboloi TH-cam t. Jiman pare dibo xunkale....
    Rupali album r gaan ata asil..
    Saraipungor Bononi lakhi patharar dhanani maje maje humale ..... Khagen Gogoi gaan asil neki.. parile dibo sn June jeneke pare.. janu heitu kotha j tetia dinot Axom sarkare gaantu kiba band koriboloi korisile sage. Baru jiki nohouk. Parile dibo....
    Thank you Rubul da..... Bihu xuvessa2 thakil ...Jai aai axom.

  • @jayantasaikia3683
    @jayantasaikia3683 3 ปีที่แล้ว +2

    Aji sage gan huniei ratitu par hobo .Thanks dada .

  • @Arup135
    @Arup135 2 ปีที่แล้ว +4

    কিছু সময়ৰ কাৰণে নষ্টালজিক হৈ পৰিছিলোঁ। নজনাকৈয়ে পাহৰি পেলাইছিলোঁ মোৰেই বৰ্তমানটো। আপোনাৰ গান বুলি জনা নাছিলোঁ। কিছুমান গানৰ নাম লিখি বহুত বিছাৰিলোঁ; নাপালোঁ। আজি #ৰঞ্জিত_গগৈৰ পুৰণি গীত পাম নেকি বুলি বিচাৰি ফুৰোতে আপোনাৰ গানবোৰ পালোঁ। ধন্য হলোঁ। আৰু বাকী আছে... আশাৰে থাকিম

    • @RUBULBORA
      @RUBULBORA  2 ปีที่แล้ว

      Accordingly all will publish.

  • @muninbora8389
    @muninbora8389 3 ปีที่แล้ว +13

    সুন্দৰ বিহুগীত৷ এইগীতবোৰ গাই বহু ফূৰ্তি কৰিলোঁ৷

  • @jollydutta1250
    @jollydutta1250 2 ปีที่แล้ว +2

    😂😂❤ ভাল লাগিছে শুনি দুখ লাগিছে ভাবি ।

  • @morutrishnamouchumi7249
    @morutrishnamouchumi7249 2 หลายเดือนก่อน

    'নীলাকৈ পথাৰত'টো ইমানদিনে মুখে-মুখেহে শুনি আহিছিলোঁ, প্ৰথমবাৰৰ বাবে শুনিবলৈ পাই ভাল লাগিল। ধন্যবাদ।

  • @alakahaloi7212
    @alakahaloi7212 2 ปีที่แล้ว +17

    "ৰুণুজুনু জুনু মাই' মোৰ অন্যতম প্ৰিয় ❤️ আপোনাক বহুত বহুত ধন্যবাদ 🙏 আকৌ উভতি আহক আগৰ সেই হৃদয় জুৰোৱা কথাৰে বিহু গীত লৈ🙏🙏

  • @kushaldutta1285
    @kushaldutta1285 3 ปีที่แล้ว +3

    বহুত ধুনীয়া লাগিল ।

  • @harnathkakati4230
    @harnathkakati4230 9 หลายเดือนก่อน +1

    Old is gold, beautiful song

  • @Aformatiom1991
    @Aformatiom1991 3 ปีที่แล้ว +3

    Bahut bahut dhnyabaad rubul daa...akha thakil akou..only puroni bihu

    • @RUBULBORA
      @RUBULBORA  3 ปีที่แล้ว

      Dhanyabad

    • @chandankalita4602
      @chandankalita4602 3 ปีที่แล้ว

      @@RUBULBORA krishnamoni nathor purana bihu bor upload koribo sun

  • @Statusking-ur9gd
    @Statusking-ur9gd 3 ปีที่แล้ว +2

    Bisari fura bihu Kaita palu aji thank u dada

  • @dhniramdhadumia1398
    @dhniramdhadumia1398 ปีที่แล้ว

    Aibilak he Bihu geet iman bhal lage bujabole bhakha nai . Thank you for the uplooded

  • @pranjalhazarika5041
    @pranjalhazarika5041 2 ปีที่แล้ว +11

    Old is gold, সুন্দৰ....

  • @jadubharali2947
    @jadubharali2947 หลายเดือนก่อน

    দাদা আপুনি ক'ত হেৰাই গৈছিল অ'.... ইমান ভাল পাওঁ আপোনাৰ প্ৰতিটো গীত। শৈশৱতে আপোনাক চিনি পাইছিলোঁ আপোনাৰ ইমান ধুনীয়া ধুনীয়া গীতসমূহৰ জৰিয়তে। কি যে সৃষ্টি আপোনাৰ। আজিকালি এটা বিহু নাইকীয়া হ'ল আৰু যিবোৰ হে বজৰুৱা গান ওলাল কি কম দাদা। আপোনালৈ বিনম্ৰ অনুৰোধ জনালোঁ দাদা আকৌ ঘূৰি আহক সৃষ্টি পথাৰলৈ। সৃষ্টি নাথাকিলে কৃষ্টি কেনেকৈ থাকিব দাদা। আপুনি কুশলে থাকক দাদা ❤।

  • @prasantaborah5229
    @prasantaborah5229 3 ปีที่แล้ว +24

    মন জুৰুৱা গীত। বহুত সুন্দৰ লাগিল গীতবোৰ, পাহৰিব নোৱাৰা স্মৃতি।

    • @karonakaal1074
      @karonakaal1074 2 ปีที่แล้ว

      কোব ভাল গালে বীহু গীত

    • @DimbeswarKumar
      @DimbeswarKumar ปีที่แล้ว

      ​@@karonakaal1074I .

  • @riturajkaushik519
    @riturajkaushik519 2 ปีที่แล้ว

    Aii bihu gaan bur hunile mon tu bor val lagi jai,horute bihu mora dinbur monot pore,kiman hundor asil gaan bilak. Dhanyawad Rubul da.

  • @shikhadas5536
    @shikhadas5536 11 หลายเดือนก่อน +1

    আপোনাৰ পৰিচালনা ত আকৌ পুৰণি বিহু সুৰীয়া গান সৃষ্টি কৰক। বহুত ভাল লাগে সেই সময়ৰ বিহু গানৰ সুৰ।জুবিন দাৰ মুখ ত গীত বোৰ প্ৰাণ পাই উঠে

  • @BirenChetia-x2d
    @BirenChetia-x2d 3 หลายเดือนก่อน

    বহুত ভাল লাগিল,অতীতৰ এনে মন পৰষা গীতসমূহ শুনি থাকিলেও শুনি থাকিবৰে মন যায়। বহু বহু ধন্যবাদ।

  • @bhoktagogoi6569
    @bhoktagogoi6569 ปีที่แล้ว +1

    ঔটেঙা গছত উঠি চিঞৰি চিঞৰি গাইছিলো ,ভনিটি ঐ তেতেলীপতীয়া

  • @munmidutta9884
    @munmidutta9884 3 ปีที่แล้ว +2

    Rubul da bohut Val lagise.Dhruba

  • @ArupBora-uf7rt
    @ArupBora-uf7rt 8 หลายเดือนก่อน

    Bohut val lagise❤

  • @vaitinath6146
    @vaitinath6146 2 ปีที่แล้ว +2

    ধুনীয়া গান

  • @madhurjyagogoi8228
    @madhurjyagogoi8228 2 ปีที่แล้ว +4

    শুনি থাকিলে শুনি থাকিব মন যাই

  • @rantusarma5785
    @rantusarma5785 2 ปีที่แล้ว +2

    নব্বৈৰ দশকত এই বিহুগীত বোৰ বৰ ধুনীয়া হৈ ওলাইছিল । টেপৰেকৰ্ডাৰত সদায় নিশা নিশা শুনিছিলো । বৰ নষ্টালজিক স্মৃতিয়ে আমনি কৰিছে । আপোনাৰ আটাইবোৰ বিহুগীত ইউটিউবত উপলব্ধ হোৱাৰ আশা কৰিলো । "ফাগুনী" "সোণালী", গীতাঞ্জলি, বৰ ধুনীয়া হৈছিল

    • @dharmeswarsaikia176
      @dharmeswarsaikia176 2 ปีที่แล้ว +1

      Aponi bohut bhal comant dise tar babe apunak dhonyabad jonalu

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 3 วันที่ผ่านมา

    বহুত ভাল লাগিল দেই ❤❤❤❤

  • @akhilpathak6181
    @akhilpathak6181 ปีที่แล้ว +2

    আপোনাৰ গান শুনি ভাল লাগে | নবৈ দশকত শুনিছিলো |

  • @sumkibitu3098
    @sumkibitu3098 3 ปีที่แล้ว +21


    এই চিৰসেউজ গান সমূহ upload দিয়া বাবে অশেষ ধন্যবাদ ।

  • @chinmoyhazarika9234
    @chinmoyhazarika9234 8 หลายเดือนก่อน

    Got Nostalgic hearing these songs after 30 years

  • @minakshi3197
    @minakshi3197 2 ปีที่แล้ว +3

    এই গীত সমুহ শুনিয়েই থাকিবলৈ মন যাই বহুত ভাল লাগে

    • @RUBULBORA
      @RUBULBORA  2 ปีที่แล้ว

      ধন্যবাদ।

  • @RajibDas-jp1qb
    @RajibDas-jp1qb 2 ปีที่แล้ว

    সুন্দৰ, songs.

  • @dinakantagogoi9744
    @dinakantagogoi9744 2 ปีที่แล้ว

    সুন্দৰ উপস্থাপন । বিহুনাম

  • @axonkowshikgamer613
    @axonkowshikgamer613 2 ปีที่แล้ว +2

    রুবুল দা ভনী ঐ কলপনা তোমার বিয়া দিনা কোনে দিব সানতনা এই গীত তি দিব ছোণ

  • @arunsaikia3875
    @arunsaikia3875 11 หลายเดือนก่อน

    ৰুবুল দা এইবোৰ গান শুনি থাকিলে আজিৰ পৰা 30 বছৰৰ আগৰ দিন বোৰলৈ মনত পৰে । সছাই সোনালী দিন আছিল। তথাপিও আপোনাৰ পৰা আৰো এটি গীত আশা কৰো , পছোৱাৰ কেছেটৰ ' হাঐ মোৰ তৰা দৈ ❤

  • @pragatihospital7851
    @pragatihospital7851 3 ปีที่แล้ว +10

    please, upload all song of " Sunmoina" album.

  • @englishclassesbydrjintubor6808
    @englishclassesbydrjintubor6808 ปีที่แล้ว +4

    সুন্দৰ বিহু । স্মৃতিত ৰৈ থকা❤

  • @joyantasonowal2923
    @joyantasonowal2923 3 ปีที่แล้ว +1

    Rubulda apunar parisalonar bihu bur pam buli akha thakil

  • @a1alearn438
    @a1alearn438 2 ปีที่แล้ว +1

    নীলাকৈ ...... সৰুতে শুনা মনত আছে
    কিমান বিচাৰি বিচাৰি আজি পাইছো, কাৰ গান আছিল তাকো নাজানিছিলোঁ কাৰণ তেতিয়া মই বহুত সৰু আছিলো।

  • @barnalibora1569
    @barnalibora1569 2 ปีที่แล้ว +7

    ৰুবুল দা, প্রিয় গীতসমূহ পুনৰ শুনিবলৈ দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ🙏লগতে "আমাৰে অসমী হালি-জালি নাচিব" গীতটিও শুনিবলৈ পাম বুলি আশা ৰাখিলো।

    • @RUBULBORA
      @RUBULBORA  2 ปีที่แล้ว +2

      ধন্যবাদ ।Try কৰিম সকলো শুনাবলৈ।

    • @sssaikia4335
      @sssaikia4335 2 ปีที่แล้ว +2

      Oti hunkle lge geet bur...

    • @BuddeswarRay-my7nd
      @BuddeswarRay-my7nd ปีที่แล้ว

      T

  • @sssaikia4335
    @sssaikia4335 2 ปีที่แล้ว +3

    ফাগুনী কেছেতৰ গীত শুনিব পামনি।

  • @meghranjanisaikia4976
    @meghranjanisaikia4976 3 ปีที่แล้ว +1

    Aapunar, bihugeetbur, bahut din, bisari, aacilu. Bahut, bhal, lagisay. Parilay, phaguni, cassate, geet, kaitau, diba. Bahut, bhall, lagisay. Thankew.

  • @jaganathlalung7272
    @jaganathlalung7272 3 ปีที่แล้ว +1

    ধন্যবাদ দা‌দা

  • @prasu_rjya8145
    @prasu_rjya8145 2 ปีที่แล้ว +6

    Our Rubul da is back 🙏🏻👏

    • @RUBULBORA
      @RUBULBORA  2 ปีที่แล้ว +1

      Yes, come again after long break.

    • @nayanmonihazarika2610
      @nayanmonihazarika2610 ปีที่แล้ว

      @@RUBULBORA সুন্দৰ

    • @chandanaSonowal-y2j
      @chandanaSonowal-y2j 11 หลายเดือนก่อน

      ​@@nayanmonihazarika2610❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @subhashkuligoyan343
    @subhashkuligoyan343 3 ปีที่แล้ว +1

    Purani geetbur bohut val paw. rubulda aru dibosun.songgeet mur bohut prio.

  • @kakusarmah4137
    @kakusarmah4137 3 ปีที่แล้ว +4

    অনুগ্ৰহ কৰি কৈছো দাদা, মন ফাগুণৰ পচোৱা আৰু মন আকাশৰ তৰাৰ বিহু upload কৰিব।

  • @Aformatiom1991
    @Aformatiom1991 3 ปีที่แล้ว +2

    1,2,8 nmbr bihu keita bahut bisari asilu

  • @sochinkumargogoi7258
    @sochinkumargogoi7258 3 ปีที่แล้ว +1

    আতি সুন্দ্ৰৰ মজা পুৰনা নুৰনাই

  • @assamesecinemalover5100
    @assamesecinemalover5100 3 ปีที่แล้ว +1

    Rubul daa..
    Thank you.
    Agor din bur ghuri ahil dai.
    Aru pura na gan asa jodi Upload koribooo...
    Ki baa mon tooo val lagi goisaa🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏