ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
পুৰণি বিহু গীতৰ মাদকতাই বেলেগ, ভাল লাগিল।
Bohudin bisarilo aponak ! Aji pai bohut vl lagil !
Rubul Dak bohut ,,, bohut dhonybad , imn dhunia bihu git dir babe .🙏♥️🙏
ইমান দিনে ক'ত আছিল ৰুবুল দা? ইমান সুন্দৰ বিহুগীত মন উতনা হৈ যায়।
Dhnyabad
ভাল লাগিল, এনেকুৱা আৰু পুৰণা বিহু গীত আছে যদি দি থাকিব।
51
Old is gold..amak lage aibur... thnks ❤
এই কেচেতত থকা আটাইবোৰ গীতেই হৃদয়ৰ কোনো অংশত আঘাত সানি যায়। কেচেটতো বনোৱা সকলোলৈ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। ভালে থাকক সদায় সকলো কেইজন।
Thanks.
আমি আশা কৰিছোঁ।পুৰণা গীত বোৰ আমাৰ মাজত জীয়াই ৰাখিব লাগিব।আৰু প্ৰতি জন অসমীয়াই গুৰুত্ব দিয়াৰ লগতে হৃদয অংগম কৰিব পাৰিব লাগিব।বিহু গল কিন্তু মোৰ বাবে গোটেই বছৰ টো বিহু লাগি থাকে।
সোণোৱালী শৈশৱলৈ বৰকৈ মনত পৰিছে।
ৰুবুল গগৈ আপোনাক বহুত বহুত ধন্যবাদ❤ এনেবোৰ গীত পাই থাকিম বুলি আশা কৰিলো❤❤❤
Rubul da, Anupom da, Bipin da (hei homoyor hokolu), apunaluke etialoike jodi agor dorei bihu geet bur uliai thakil hoi, etiau kintu hokolure antorot agor aabegei thakil hoi 🥰
Punor bohubosoror pisot ai geet xuni khub bhal lagil.
এই বোৰ হে বিহু👍🏻
পুৰণি বিহুগীতসমূহক সংৰক্ষণ কৰি ৰাখি ৰাইজলৈ এইদৰে আগবঢ়াই দিয়া কাৰনে আপোনাক বহুত বহুত প্ৰশংসা কৰিলো ।
Ai albumore gan asil kolpona mur jibonor bhoniti durvogia hidoyot geettu aploud dibosun
ৰুবুল দা বহুত বহুত ধন্য বাদ
ৰুবুল দা বহুত বহুতো ধন্যবাদ ।
দাদা ---আপোনাৰ এটোলা সোণৰে মিনা কৰাই আঙুঠি মই গঢাই দিম এই বিহুটো দিব চোন
Lahe Lahe Di Asu. Dhnyabad
আচল বিহুগীত বোৰ এতিয়াহে বিচাৰিপাইছো ।
Vaal lagile
সচাকৈ এইবিলাক বিহু গীত শুনিবলৈ নাই আপুনি আৰু সংগ্ৰহ কৰি আমাক দিব বুলি আশা ৰাখিলোঁ
এয়াহে ৰঙালী বিহুৰ গীত।পিচে ভিতালী হে নাই। বৰ দুখৰ কথা ভিতালী তাইৰ কন্ঠৰ বাবে অমৰ হৈ থাকিব।
Super Hit dada
❤❤আমি এই বোৰ বিহু গীত শুনিয়েই ভাল পাওঁ ❤❤❤
আপোনাক ধন্যবাদ জনাবলৈ ভাষা নাই।
Nice Bihu rubul da
Moja
কত লোকাই আছিলে এই বিলাক বিহু এই বিলাকে প্ৰকিতিৰ বিহুনাম ৰুবুল দা ধন্যবাদ
Dhanyabad
ককাইদেউ, মোৰ বৰ ভাল লগা গীত
Moja lagil
Ati 2 hundar
Old is gold
দি যাওক ৰুবুলদা
এই বোৰ হেব বিহু বুলি কই।
Superb❤️
Nice song
আপুৰুগীয়া বিহুগীত।
মজা ।
Eiahe asol bihu
Dhonybad
Hunmoina, Hadori, Modhumaloti, Dhon keteki, Bogitora, Faguni, Bonmoyuri, Mon fagunor Posuwa, aru bohut,
Hadori Bihu bur upload korok Rubul da...
ক'ত লোকোৱাই ৰাকিছিল ৰুবুল দা
Super
Hadari cassette or Bihu bur upload koribosun... request thakil...
Nice 🙏🙏🙏🙏
Omai ajipai bohu mor mormor ghor loi monot poril
Nice 👍
Nice
Very nice
Aauleebaulee
Kiman purona bihu ASE diyok diyok diyok bihu botor
Dada nijan rati dur khimat ganti dibo
cat mane mekuri gan2 lage
acting val hua nai..bt gaan2 mojja..
Old is Gold
পুৰণি বিহু গীতৰ মাদকতাই বেলেগ, ভাল লাগিল।
Bohudin bisarilo aponak ! Aji pai bohut vl lagil !
Rubul Dak bohut ,,, bohut dhonybad , imn dhunia bihu git dir babe .🙏♥️🙏
ইমান দিনে ক'ত আছিল ৰুবুল দা? ইমান সুন্দৰ বিহুগীত মন উতনা হৈ যায়।
Dhnyabad
ভাল লাগিল, এনেকুৱা আৰু পুৰণা বিহু গীত আছে যদি দি থাকিব।
51
Old is gold..amak lage aibur... thnks ❤
এই কেচেতত থকা আটাইবোৰ গীতেই হৃদয়ৰ কোনো অংশত আঘাত সানি যায়। কেচেটতো বনোৱা সকলোলৈ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। ভালে থাকক সদায় সকলো কেইজন।
Thanks.
আমি আশা কৰিছোঁ।পুৰণা গীত বোৰ আমাৰ মাজত জীয়াই ৰাখিব লাগিব।আৰু প্ৰতি জন অসমীয়াই গুৰুত্ব দিয়াৰ লগতে হৃদয অংগম কৰিব পাৰিব লাগিব।বিহু গল কিন্তু মোৰ বাবে গোটেই বছৰ টো বিহু লাগি থাকে।
সোণোৱালী শৈশৱলৈ বৰকৈ মনত পৰিছে।
ৰুবুল গগৈ আপোনাক বহুত বহুত ধন্যবাদ❤ এনেবোৰ গীত পাই থাকিম বুলি আশা কৰিলো❤❤❤
Rubul da, Anupom da, Bipin da (hei homoyor hokolu), apunaluke etialoike jodi agor dorei bihu geet bur uliai thakil hoi, etiau kintu hokolure antorot agor aabegei thakil hoi 🥰
Punor bohubosoror pisot ai geet xuni khub bhal lagil.
এই বোৰ হে বিহু👍🏻
পুৰণি বিহুগীতসমূহক সংৰক্ষণ কৰি ৰাখি ৰাইজলৈ এইদৰে আগবঢ়াই দিয়া কাৰনে আপোনাক বহুত বহুত প্ৰশংসা কৰিলো ।
Ai albumore gan asil kolpona mur jibonor bhoniti durvogia hidoyot geettu aploud dibosun
ৰুবুল দা বহুত বহুত ধন্য বাদ
ৰুবুল দা বহুত বহুতো ধন্যবাদ ।
দাদা ---আপোনাৰ
এটোলা সোণৰে মিনা কৰাই
আঙুঠি মই গঢাই দিম
এই বিহুটো দিব চোন
Lahe Lahe Di Asu. Dhnyabad
আচল বিহুগীত বোৰ এতিয়াহে বিচাৰিপাইছো ।
Vaal lagile
সচাকৈ এইবিলাক বিহু গীত শুনিবলৈ নাই আপুনি আৰু সংগ্ৰহ কৰি আমাক দিব বুলি আশা ৰাখিলোঁ
এয়াহে ৰঙালী বিহুৰ গীত।পিচে ভিতালী হে নাই। বৰ দুখৰ কথা
ভিতালী তাইৰ কন্ঠৰ বাবে অমৰ হৈ থাকিব।