ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
বৰ সুন্দৰ হৈছে।এনে এযোৰা হুঁচৰি গুৱাহিটীৰ গৃহস্থৰ চোতালত গোৱাকৈ আহিলে আমাৰ ঘৰলৈ নিমন্ত্ৰন কৰৰা হেপাঁহ আছে ।
শুনি ভাল লাগিল। আগলৈকে নতুন নতুন গীত শুনিবলৈ পোৱাৰ আশাৰে.....
অসমৰ হুচৰি বিহুৰ দল বৰ্তমান কমিব ধৰিছে। সেয়ে এই কৃষ্টিকজীয়াই ৰখাৰ চেষ্টা কৰিব লাগে। বৰ ভাল লাগিল। আগলৈও এনেদৰে বৰ্তাই ৰখাৰ চেষ্টা কৰিব লাগে।
চোতালত মৰা বিহু যোৰাই অতীতলৈ মনত পেলাই দিলে। খুব সুন্দৰ। পুৰণি বিহু বোৰ নোহোৱা হৈ পৰিছে।
হুচৰি ভাল লাগিল। হুচৰি কেৱল পুৰুষে গায়।
zubeen daa hosa juiii dei ki gaisa beh love u..
সচাকৈ বহুত বেছি ভাল লাগিল চাই। হুছৰি দলটি আতাইলৈ বহুত বহুত ধন্যবাদ থাকিল।
অতিশয় সুন্দৰ হৈছে
Hundor kokai❤️
গোলাঘাটৰ পৰা কচু হুচৰি ভাল লাগিচে🎉🎉🎉😅😅😊😊😊😊😊
zubeen Garg ❤
বহুত পুৰণি চৰাইদেউ বিহু দলৰ চাই ভাল লাগিল ।
নতোন বছৰ শুভেচাৰে কহিয়াই আনকতোমালোকৰ জিবনলে মধৃৰ হাহি সফুৰা
ইমান সুন্দৰ বহুত বহুত ৰঙালী শুভেচ্ছা জনালোঁ
Dhonyabad 🙏🙏
অতি সুন্দৰ।👍👍
Zubeen garg🙏🙏
ৰঙালী বিহুৰ আন্তৰিক সুভেচ্ছা গিৰাপন কৰিচু🙏🙏
Hundor ...Pankaj Da
🙏🙏❤️❤️
এই হুঁচৰি যোৰ বহুত বাৰ চালো। ইমানেই ভাল লাগে।🙏🙏🙏🙏
AZ opportunity.
🙏🙏🙏❤️
❤️🙏
হয় দিয়ক মইও চাওঁ আৰু আজি বিহুৰ দিনাখনো এওঁলোককে ৰোমন্থন কৰিলো ৷
বঢ়িয়া,
Dhunia lagise dai
ধুনীয়া,,🥰
সুন্দৰ আৰু পৰিৱেশন চাইও ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ বিহু টি শুনি খুবেই আনন্দ পালো ভবিষ্যত ও এনে বিহু শুনাব বুলি আশা কৰিলোঁ,,, চেষ্টা কৰি চাব চোন অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল পালোঁ মই, এনে বিহু শুনিলে শুনি থাকিবলৈ খুবেই মন যায় মোৰো চিন্তা ভাবনা সকলো কৰবালৈ উৰা মাৰে আৰু তেতিয়াই কৰবালৈ মনত পৰে,,,,
❤❤
হছা ই ভাল লগিল
সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যত ও এনে বিহু গীত শুনিবলৈ পালে মনত খুবেই আনন্দ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক চোন বিশেষ কৈ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে,,,,,, বজাই দিয়ক পেঁপাটি আপোনাৰ, গীতটো শুনি খুবেই ভাল পালোঁ যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক ৰঙালী বিহু ৰ শুভেচ্ছা জনালো সকলোলৈ আৰু আগন্তুক নির্বাচনত ভাগো লওক ইমানেই, এই মানসেৰে ই বিদায় হে ললো মই বেয়া হলে নাপাবদেই,,,
Nice🎉🎉
Mojja lagise o aru kobo nuearu eman dhuniya lagise o
🙏🙏🙏
সুন্দৰ ভাল লাগিছে
বহুৰ,বাৰ, চালু, আমনি, নালাগে, এই, বিহু, যোৰা Krishna🙏🙏🙏
বহুত ভাল লাগিল ।
জয় জুবিন দা ❤
Hundar hoise bihu amar pran.
এইয়া হে বিহু, হুঁচৰি।তাতে গাইছে জুবিনে। অপূৰ্ব সোৱাদ ভাল লাগিছে 👏👏🙏🙏🏻
বিহু হলে এনে হে হব লাগে তেহে জমনি হৈ পৰে শুনিবলৈ,,,,
Aswome ❤❤❤❤❤❤❤
❤️❤️❤️🙏
জয় জুবিন দা
সুন্দৰ স্বকীয়তাৰে ভৰপূৰ নিভাঁজ হুচৰি। চিত্ৰগ্ৰহণ কৰঙাৰ ফালে হৈছিল নেকি বাৰু?
Asomiyar abeg❤️❤️❤️❤️
❤️❤️❤️
অতি সুন্দৰ চাই বৰ ভাল লাগিল দা
সুন্দৰ হুচৰি
Very good
Khub vl lagil 🌹🌹🌹💕💕💕
Bor bhal lagil dhoynobad
Goodperfomance. Thanks to Allartists.
আপোনাৰ বিহূ ভাল লাগে আপোনাৰ কিতাপ সমুহ লিখা বোৰ পঢ়িছো ভাল লাগে।আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।
Dhonyabad 🙏🙏🙏
ইমান ধুনীয়া হুচৰি,চাই চাই আমনি নালাগে।বিহুৱা আটাইলৈ সেৱা যাচিলোঁ।
Val,lagil
🤩🥰❣️❣️
বিহু গালে এনেকৈহে গাব লাগে
🙏🙏
Sir apunar hokolu video asw bhal lagi 😍😍😍Aru apunar video sai sai dhul hiki asu moi Apunak log puwa akha ata ase ❤❤❤❤❤❤❤❤
Nissoy❤️❤️❤️❤️
@@PankajBora.Official llllllll"lllllllĺllllĺ
❤❤❤
❤️❤️❤️❤️
ককাই আপুনি আকৌ এটা উলিয়াই দিয়ক আগৰ কেইটা ধুনীয়া লাগিল, এইবাৰ বিহুত আপোনাৰ এটা লৈছোঁ উৰুলিতো
😊
E❤❤😊😊
@@bhadreswarbora3803 ni scb
@@bhadreswarbora3803😊😊😅
nice song👋👋👋
Thank you🙏
Happy Bihu
সুনন্দৰ লাগিছে।বিহুৰ ওপৰত বিভিন্ন জনে বিভিন্ন সময়ত বিতৰ্ক কৰি থকাৰ মাজতে এনেদৰে এযোৰা বিহু হুচৰি ভালদৰে চাইছো ।ভাল লাগিছে ।
😊😊😊😊🎉
সুন্দৰ হুঁচৰি।
Guys by
🙏🙏❤️🙏
❤❤❤❤❤❤❤
Very. Good. Bhibhi. Hihr
এনেকুৱা বোৰ video চাই বহুত ভাল লাগে চাই দাদা ।
❤️❤️❤️😊🙏
Shasay bahawt bhal lage Thanks
বিহুৱান সকললৈবহাগবিহুতথানতুনবছৰৰশুভেইছাথকিল,
আহি আছে অসমীয়াৰ বাপোতিহাসোন জয় অসমীয়া ৰাইজ 🥰❤
চৰাইদেউ বিহুদল ❤️❤️❤️
Hoi❤️❤️
Hoi🙏🙏🙏🙏
Sir ot hundor apunak log pua akha asa sir 🥰🥰🥰
Nissoy log pam
Nice Bihu
খুবেই ভাল লাগিল। প্ৰথম ফা্ঁকি গাওঁতে উত্তৰে গৰু দক্ষিণে চৰু হ'ব লাগিছিল নেকি।
নহয় ৷
11.55 pm 2023 ufff❤❤❤
🙏🙏❤️❤️❤️
Zubeen da song ❤️❤️❤️❤️❤️❤️ u
Hundor
Nice song 🙏🙏🙏
বিহুৰে বিৰিণা পাত তথ্যচিত্ৰ বৰ ভাল পাওঁ মই।
i lov bihu
Very good thank you
Nice
❤️🙏🙏
Anyone from 2024 moi gomei napau je zubeen da bihu husori gabo pare
Pankaj da tumr ghr kot hoi..tumi eman val koi dhol bojua tumr usorot dhol hikibo mon ata ase
Golaghat District r Barpathar t
Nissoy hikibo paribo
L
??
এইবোৰহে বিহ
এইদৰে থাকিলে বিহু জীয়াই থাকিব যেন লাগে।
Bor val palu.joykanta gondhiya dadar contec numbertu diba pariba neki?moi Tezpuror.
Tekhet Dhukale jua bosor. Ji ki nohouj Dhonyabad
Bihur samoy bor bhal lagise
Dhonyabad
Boor Bhal lagile.Ajikali enekuwa husori dekhiboloi nepai.
Otit ghurai palu hukhi holu sai
Over nice
Very nice 🙏🙏🙏🙏
Thank you 🙏🙏
😮😢😮😮😅😅
Lyrics পাম নেকি ?
Yluuu67
😅😢å
Copy right nahil nk
Bihu bule kolea moi pogola
নাচনী নাই যে?
ভিডিঅ কেমেৰা ভাল নহয় ৷মানুহবোৰ চিনিকে নোৱাৰি ৷
Shankar dev rajare putek moni kuwor oii tar pasot ki gaise dhoribo pora nai kunubai koi dibo nki pasor line tu
Zubeenok kio gaabole dibo laage
Toi kun o....Zubeen dai guwa karone tur ki khojoti lagile ha????
Toi nagali kio
Toi gale koneo o nuxunile hoi..dhekura kukur ae xunile hoi
Tur ki baperok dibo lgisil nki
🙏👌 অতি সুন্দৰ 👌🙏
বহুত ধুনিয়া
Very nice
Hundor kokai❤
বৰ সুন্দৰ হৈছে।এনে এযোৰা হুঁচৰি গুৱাহিটীৰ গৃহস্থৰ চোতালত গোৱাকৈ আহিলে আমাৰ ঘৰলৈ নিমন্ত্ৰন কৰৰা হেপাঁহ আছে ।
শুনি ভাল লাগিল। আগলৈকে নতুন নতুন গীত শুনিবলৈ পোৱাৰ আশাৰে.....
অসমৰ হুচৰি বিহুৰ দল বৰ্তমান কমিব ধৰিছে। সেয়ে এই কৃষ্টিক
জীয়াই ৰখাৰ চেষ্টা কৰিব লাগে। বৰ ভাল লাগিল। আগলৈও এনেদৰে
বৰ্তাই ৰখাৰ চেষ্টা কৰিব লাগে।
চোতালত মৰা বিহু যোৰাই অতীতলৈ মনত পেলাই দিলে। খুব সুন্দৰ। পুৰণি বিহু বোৰ নোহোৱা হৈ পৰিছে।
হুচৰি ভাল লাগিল। হুচৰি কেৱল পুৰুষে গায়।
zubeen daa hosa juiii dei ki gaisa beh love u..
সচাকৈ বহুত বেছি ভাল লাগিল চাই। হুছৰি দলটি আতাইলৈ বহুত বহুত ধন্যবাদ থাকিল।
অতিশয় সুন্দৰ হৈছে
Hundor kokai❤️
গোলাঘাটৰ পৰা কচু হুচৰি ভাল লাগিচে🎉🎉🎉😅😅😊😊😊😊😊
zubeen Garg ❤
বহুত পুৰণি চৰাইদেউ বিহু দলৰ চাই ভাল লাগিল ।
নতোন বছৰ শুভেচাৰে কহিয়াই আনকতোমালোকৰ জিবনলে মধৃৰ হাহি সফুৰা
ইমান সুন্দৰ বহুত বহুত ৰঙালী শুভেচ্ছা জনালোঁ
Dhonyabad 🙏🙏
অতি সুন্দৰ।👍👍
Zubeen garg🙏🙏
ৰঙালী বিহুৰ আন্তৰিক সুভেচ্ছা গিৰাপন কৰিচু🙏🙏
Hundor ...Pankaj Da
🙏🙏❤️❤️
এই হুঁচৰি যোৰ বহুত বাৰ চালো। ইমানেই ভাল লাগে।🙏🙏🙏🙏
AZ opportunity.
🙏🙏🙏❤️
❤️🙏
হয় দিয়ক মইও চাওঁ আৰু আজি বিহুৰ দিনাখনো এওঁলোককে ৰোমন্থন কৰিলো ৷
বঢ়িয়া,
Dhunia lagise dai
ধুনীয়া,,🥰
সুন্দৰ আৰু পৰিৱেশন চাইও ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ বিহু টি শুনি খুবেই আনন্দ পালো ভবিষ্যত ও এনে বিহু শুনাব বুলি আশা কৰিলোঁ,,, চেষ্টা কৰি চাব চোন অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল পালোঁ মই, এনে বিহু শুনিলে শুনি থাকিবলৈ খুবেই মন যায় মোৰো চিন্তা ভাবনা সকলো কৰবালৈ উৰা মাৰে আৰু তেতিয়াই কৰবালৈ মনত পৰে,,,,
❤❤
হছা ই ভাল লগিল
সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যত ও এনে বিহু গীত শুনিবলৈ পালে মনত খুবেই আনন্দ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক চোন বিশেষ কৈ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে,,,,,, বজাই দিয়ক পেঁপাটি আপোনাৰ, গীতটো শুনি খুবেই ভাল পালোঁ যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক ৰঙালী বিহু ৰ শুভেচ্ছা জনালো সকলোলৈ আৰু আগন্তুক নির্বাচনত ভাগো লওক ইমানেই, এই মানসেৰে ই বিদায় হে ললো মই বেয়া হলে নাপাবদেই,,,
Nice🎉🎉
Mojja lagise o aru kobo nuearu eman dhuniya lagise o
🙏🙏🙏
সুন্দৰ ভাল লাগিছে
বহুৰ,বাৰ, চালু, আমনি, নালাগে, এই, বিহু, যোৰা Krishna🙏🙏🙏
বহুত ভাল লাগিল ।
জয় জুবিন দা ❤
Hundar hoise bihu amar pran.
এইয়া হে বিহু, হুঁচৰি।তাতে গাইছে জুবিনে। অপূৰ্ব সোৱাদ ভাল লাগিছে 👏👏🙏🙏🏻
বিহু হলে এনে হে হব লাগে তেহে জমনি হৈ পৰে শুনিবলৈ,,,,
Aswome ❤❤❤❤❤❤❤
❤️❤️❤️🙏
জয় জুবিন দা
সুন্দৰ স্বকীয়তাৰে ভৰপূৰ নিভাঁজ হুচৰি। চিত্ৰগ্ৰহণ কৰঙাৰ ফালে হৈছিল নেকি বাৰু?
Asomiyar abeg❤️❤️❤️❤️
❤️❤️❤️
অতি সুন্দৰ চাই বৰ ভাল লাগিল দা
Dhonyabad 🙏🙏
সুন্দৰ হুচৰি
Very good
Khub vl lagil 🌹🌹🌹💕💕💕
Dhonyabad 🙏🙏
Bor bhal lagil dhoynobad
Goodperfomance. Thanks to Allartists.
আপোনাৰ বিহূ ভাল লাগে আপোনাৰ কিতাপ সমুহ লিখা বোৰ পঢ়িছো ভাল লাগে।আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।
Dhonyabad 🙏🙏🙏
ইমান ধুনীয়া হুচৰি,চাই চাই আমনি নালাগে।বিহুৱা আটাইলৈ সেৱা যাচিলোঁ।
Val,lagil
Dhonyabad 🙏🙏
🤩🥰❣️❣️
বিহু গালে এনেকৈহে গাব লাগে
🙏🙏
Sir apunar hokolu video asw bhal lagi 😍😍😍
Aru apunar video sai sai dhul hiki asu moi
Apunak log puwa akha ata ase ❤❤❤❤❤❤❤❤
Nissoy❤️❤️❤️❤️
@@PankajBora.Official llllllll"lllllllĺllllĺ
❤❤❤
❤️❤️❤️❤️
ককাই আপুনি আকৌ এটা উলিয়াই দিয়ক আগৰ কেইটা ধুনীয়া লাগিল, এইবাৰ বিহুত আপোনাৰ এটা লৈছোঁ উৰুলিতো
😊
E❤❤😊😊
❤❤
@@bhadreswarbora3803 ni scb
@@bhadreswarbora3803😊😊😅
nice song
👋👋👋
Thank you🙏
Happy Bihu
❤️❤️❤️
সুনন্দৰ লাগিছে।বিহুৰ ওপৰত বিভিন্ন জনে বিভিন্ন সময়ত বিতৰ্ক কৰি থকাৰ মাজতে এনেদৰে এযোৰা বিহু হুচৰি ভালদৰে চাইছো ।ভাল লাগিছে ।
Dhonyabad 🙏🙏
😊😊😊😊🎉
সুন্দৰ হুঁচৰি।
Guys by
🙏🙏❤️🙏
🙏🙏
❤❤❤❤❤❤❤
❤️❤️❤️❤️
Very. Good. Bhibhi. Hihr
এনেকুৱা বোৰ video চাই বহুত ভাল লাগে চাই দাদা ।
❤️❤️❤️😊🙏
Shasay bahawt bhal lage Thanks
বিহুৱান সকললৈবহাগবিহুতথানতুনবছৰৰশুভেইছাথকিল,
আহি আছে অসমীয়াৰ বাপোতিহাসোন জয় অসমীয়া ৰাইজ 🥰❤
চৰাইদেউ বিহুদল ❤️❤️❤️
Hoi❤️❤️
Hoi🙏🙏🙏🙏
Sir ot hundor apunak log pua akha asa sir 🥰🥰🥰
Nissoy log pam
Nice Bihu
খুবেই ভাল লাগিল। প্ৰথম ফা্ঁকি গাওঁতে উত্তৰে গৰু দক্ষিণে চৰু হ'ব লাগিছিল নেকি।
নহয় ৷
11.55 pm 2023 ufff❤❤❤
🙏🙏❤️❤️❤️
Zubeen da song ❤️❤️❤️❤️❤️❤️ u
Hundor
Nice song 🙏🙏🙏
বিহুৰে বিৰিণা পাত তথ্যচিত্ৰ বৰ ভাল পাওঁ মই।
i lov bihu
Very good thank you
🙏🙏🙏
Nice
😊
❤️🙏🙏
Anyone from 2024 moi gomei napau je zubeen da bihu husori gabo pare
Pankaj da tumr ghr kot hoi..tumi eman val koi dhol bojua tumr usorot dhol hikibo mon ata ase
Golaghat District r Barpathar t
Nissoy hikibo paribo
L
??
এইবোৰহে বিহ
এইদৰে থাকিলে বিহু জীয়াই থাকিব যেন লাগে।
🙏🙏
Bor val palu.joykanta gondhiya dadar contec numbertu diba pariba neki?moi Tezpuror.
Tekhet Dhukale jua bosor. Ji ki nohouj Dhonyabad
Bihur samoy bor bhal lagise
Dhonyabad
Boor Bhal lagile.
Ajikali enekuwa husori dekhiboloi nepai.