ভূপেন বৰাই "জেষ্ঠ ভ্ৰাতা" ৰ দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছে। খুব সম্ভব এই বাৰৰ তিনিও জন সাংসদৰ লগত আলোচনা নকৰাকৈ সিদ্ধান্ত লৈছে, যিটো ভূল লোকসভাৰ নিৰ্বাচনৰ আগে আগেও কৰিছিল ।
Ahankar, ghammand have no place in politics which have been proved in Jumla party. Request to central INC highcommand and Shri Gaurav Gogoiji to keep the alliance with likely minded parties which helped during 18th Loksabha election in Assam. The contribution of support extended by two Gogoi parties in Upper assam during election campaign, particularly the prestigious winner seat of Jorhat by Shri Gaurav gogoiji was significant. So, for benefit of alliance it should remains, otherwise division of votes in absence of alliance will damage the positive prospects of INC and oppositions alliance in Assam in 2026 Assembly election. Please have a relook, rethink by Shri Rahulji, Gauravji, INC highcommand.
Bhupen Bora kothabur Ahankar kori kotha koboloi bad diyok savapoti kotha bur tenekuba hobo nalage Ami bahiror pora sai Asu Akhilor vumika moi Congress kormi hoi laj paisu daltu bhupen bora bora babe dhankho hoboloi nidib from Hyderabad 🙏
Bhupen Borah dangoriya aru Gourav Gogoi dangoriya aha up nirvachan akale kheliley dangar bhul koribo.Akaldy kheliley jikar sombobana nai. Mananiy Bhupen Borah dangoriya ahangkar bad dayak.From ex chief organiser and ex chairman of previous Jania lAC. Md. Nabab Ali.
ভূপেন বৰাক সভাপতিৰ পৰা আঁতৰাব লাগে
একে লগ নহ'লে সকলো হাৰিব ভূপেন বৰাৰ সিদ্ধান্ত 100% ভুল।
গৌৰব গগৈৰ সছাকৈ নেতাৰ গুন আছে কিন্ত্ত সভাপতি ভূপেন বৰাৰ কোনোগুন নাই আছে কেবল অহংকাৰ
গৌৰৱ গগৈৰ ওপৰত বিশ্বাস ৰাখিব পাৰি। ভূপেন নামৰ কংগ্ৰেছৰ দালালজনৰ ওপৰত বিশ্বাস ৰাখিব নোৱাৰি।
অহংকাৰৰ বাবেই কংগ্ৰেছে ফল ভোগ কৰিলে এতিয়াও কংগ্ৰেছে পোন হব পৰাই নাই কংগ্ৰেছে অহংকাৰত উঠলি উঠিলেই কংগ্ৰেছৰ এই অহংকাৰেই আকৌ কংগ্ৰেছৰ পতন আনিব ।ৰাইজৰ দল অজাপ একত্ৰিত হৈ এক দল হওক পাঁচটা সমষ্টিতে প্ৰাৰ্থী দিয়ক তথাপা কংগ্ৰেছৰ অহংকাৰৰ মোনাত সোমাই থাকি মৃত্যুমুখী নহব ।অখিল গগৈ জিন্দাবাদ ।
Gaurav Gogoi dangoriya bhupenok biswakhot nuluwatu bhal hobo.
@@lachitgogoi5082ভূপেন বৰাক বিজেপিৰ এজেণ্ট যেন লাগে।
গৌৰৱ গগৈ ভোট দিছোঁ কংগ্ৰেছ নহয় এনেকুৱা হৈ থাকিলে কংগ্ৰেছ দুবিবৰ বেছি দিন নালাগিব
২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳
জয় আই অসম ❤️
ভূপেন বৰাক খেদিৱ লাগে ।
ভুপেন বৰাৰ কাৰ্য বোৰে কেতিয়াবা সন্দেহৰ উদ্ৰেক কৰে।
তেওঁৰ এই অহমিকাই কংগ্ৰেছ দলৰ ক্ষতি কৰিব । বাকী নেতা সকলে শীঘ্ৰেই হস্তক্ষেপ কৰা প্ৰয়োজন ।
ভূপেন বৰাৰ কথা বিজেপিৰ Spokesman ৰ দৰে। ভূপেন হতাও দল আছে
তিনি গগৈ জিন্দাবাদ জিন্দাবাদ
এতিয়ালৈকে তিনি গগৈ আছেই নে
@@jitusaikia331 তহতৰ দৰে চুয়া চেলাকা অন্ধ ভক্ত বিলাকৰ কাৰণে অসম খন খেখ হৈই গৈছে
অসম খন খেখ কৰিলা তহতৰ দৰে চুয়া চেলাকা বিলাকে
আৰু তিনি গগৈ কৈত গৈছে তিনি গগৈ অসমৰ গৌৰৱ হয় তিনি গগৈ জিন্দাবাদ জিন্দাবাদ তিনি গগৈ লগ লাগি তহতৰ দৰে চুয়া চেলাকা বিলাকৰ পৰা অসম খন বচাৱ লাগিব নহ'লে অসম খন খেখ কৰিলা তহতে
Great men Gogoi Gogoi
ভুপেন বৰাই পুণৰ ক্্গ্ৰেছ দলটো ধ্্শ কৰিব বিচাৰিছে যেন পাইছোঁ।বি জে পি ক সুধিবলৈ সকলো বিৰোধী ঐক্য মতত চলিব লাগে।
ভূপেন হতাও কংগ্ৰেছ বছাও।
উফাইদাং বৰাই গোটেই পৰিবেশতো বৰ্বাদ কৰি দিলে।
কংগ্ৰেছৰ অৱস্থা সামান্য উন্নত হৈছে। কিন্তু তাৰ তুলনাত লম্ফ জম্ফ বেছি হৈছে। পূৰ্বতেও যোগ্যসকলক বঞ্চিত কৰি ভূপেন বৰা, ৰাণা গোস্বামীক অধিক গুৰুত্ব দি ফল ভুগি থৈছে।
ভূপেন বৰা ডাঙৰীয়া থাকিলে ২৬ত কংগ্ৰেছৰ বেয়া দিন আহিব
গৌৰৱে ঠিক কথা কৈছে |
Right
ভূপেন বৰা হিমন্তৰ দালাল
2026 অজিত বুঢ়া গোহাঁই চৰাইদেউ সোনাৰি সমষ্টিত ৰাইজৰ দলৰ নিৰ্বাচন খেলিব বিচাৰিছোঁ মাননীয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি মাননীয় অখিল গগৈ দেৱক লগ কৰিব বাবে কেতিয়া পাৰো সময় সুবিধা মিলাই যাম ৷ধন্যবাদ
Good akhil sar
সুন্দৰ পদক্ষে মাছ ধৰিব নোৱাৰিলেও পানী ঘোলা কৰক ( ভুপেনৰ তেল ফাটিছে )
এটিয়াহে অখিল গগৈ দাঙৰীয়াই আচল কথাটো বুজি পালে।
কংগ্ৰেছৰ অহংকাৰ হৈছে
অখিল,লুৰিণ, জুবিন, আৰু গৌৰৱক অসমৰ নৱ প্ৰজন্মই ধৰি ৰাখিব বুলি অসমবাসী ৰাইজে আশা কৰো।
Gourab hodai gourab ak hundor podokhep❤❤❤
ধন্যবাদ
ভূপেন বৰা সভাপতি আসনত থাকিলে অনাগত দিনত অসমত কংগ্ৰেছে সুফল নাপায় ।
কংগ্ৰেছৰ সভাপতি বদুলী নকৰিলে কংগ্ৰেছ শেষ হৈ যাৱ এইবাৰ। ভূপেন বৰাই যানে নে? আমি গৌৰৱক ভোট দিছোঁ কংগ্ৰেছক নহয়। একে দৰে নগাঁও ত অখিল গগৈ সহযোগত কংগ্ৰেছ জিকিলে ।
ভূপেন বৰাই "জেষ্ঠ ভ্ৰাতা" ৰ দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছে। খুব সম্ভব এই বাৰৰ তিনিও জন সাংসদৰ লগত আলোচনা নকৰাকৈ সিদ্ধান্ত লৈছে, যিটো ভূল লোকসভাৰ নিৰ্বাচনৰ আগে আগেও কৰিছিল ।
লোকসভাৰ সকলোৰ সহযোগিতা কষ্ট অথলে যাব গতিকে বুজাবুজিলৈ আহক ।
Best thingking gourav sir
bhupen bora k khedibo laage congrass r pora..
নাৰাজ হোৱাৰেই কথা ।
ভুপেন বৰা এটা গাহৰি ।
Best Gaurov Gogoi your decision is right in right policy
গৌৰব গৈগৈ চিনি পাও ভূপেনক চিনি নেপাও
গৌৰৱ দা আপোনাৰ কথা শুদ্ধ
ভুপেন বৰা থাকিলে হাৰিব কংগেচ দল চাই ভোট নাই দিয়া
কগ্ৰেছৰ ভুলৰ বাবে বৰপেতাৰ আসন খন এজিপিলৈ গৈছিলে।
কি হব বি জে পিক সুবিধা কৰি দিয়া হব ।কোনেও এখনো আসন নাপাই ।।
এই।।ধৈৰযো।।ধৰক।।বি।জে।পি।।হাৰিব।লাগিব
ভূপেন বৰাই কংগ্ৰেছক দুবাব
Akhil Gogoi jindabad
Tini gogoi ekeloge thakibolagibo
.
Go. Back.. Nbhupen
লাঠ মাৰি এই ভূপেন বোলাটোক সভাপতিৰ পৰা আঁতৰাই দিয়ক
Honourable Akhil Gogoi Big brother.
ভূপেন বৰা dangriya অলপ telent tu কম
গৌৰৱ গগৈক মৰমতে বহুসংখ্যক মানুহে ভোট দান কৰিছিল।আনকি বহু B JP লোকেও গৌৰৱক ভোট দিছিল মৰমতে। কিন্তু গৌৰৱ ৰ দেখুন দম্ভ অহঙকাৰ ফুটি উঠিছে।
Kio Gaurav gogoi a ki korise... gaurav gogoi a koise sun teu delhi t asile
গৌৰৱ গগৈ এশ পাছ বছৰ জীয়াই থাকিলেও দম্ভ অহঙকাৰ নকৰে , তেওঁৰ তেজত সেই গুণ নাই ।
Gourav da Aru Akhil siror pora bohut asha korisu, nirasha nokoribo
Good Akil da
ভোত কেইটা বেয়া কৰিব দিছে মূখ্যমন্ত্ৰীয়ে
Tini gogoi ek howk
Jiyei korok BJP atorak
ভূপেন বৰাক দলৰ পৰা খেদিব লাগে। পাগল হয়।
Great leader great thinks
আপোনা লোক ছোন হাৰিয়েই থাকে লুৰিনক কিমান আশা কৰিছিলোঁ কতা হাৰি থাকিল
ভূপেন বৰা বিজেপিৰ এজেণ্ট।
🖐️👍yes
Gourav Gogoi Aru Akhil Gogoi ekeloge kaam kora tu bisaru..
Dababut.. Is.. No.. So.. Good.
😊
এইয়া হলে লাভ হব বিজেপি গুতেইকিখনতে বিজেপি জিকিব চাব লিখি ৰাখক
Good Akhil gogoi.good counter dise.ajp aaru raijor dol ekeloge hoi upo nirbason khelok.congress r bisar oti beya.
Sherman Ali ye Val kotha koise .
আপোনাৰ হুশ আহিছে দেই
ৰঘুমলক সাৰপানী দিব নালাগে
Good step ,Bhupen Bora's vain boasting
Bhupen Bora president huwar jyugya nohoi. He is not fit for a ward member. Purona congress leader kaijon nok bedai dibo laage
Ek log hoi nekhelile bjp akou jikibo. Bohut dukh paam jodi Gourav Gogoi, Akhil Gogoi aru Lurin da ek log hoi nathake
আপোনালোকে সংবাদ মেলত কথা ক'লে সাবধাণ হব ।
Great leader gourav Gogoi
Gourav gogoi k president lage.
সেরমান চা ভালো নি?
Bhupen bora go back
Ahankar, ghammand have no place in politics which have been proved in Jumla party. Request to central INC highcommand and Shri Gaurav Gogoiji to keep the alliance with likely minded parties which helped during 18th Loksabha election in Assam. The contribution of support extended by two Gogoi parties in Upper assam during election campaign, particularly the prestigious winner seat of Jorhat by Shri Gaurav gogoiji was significant. So, for benefit of alliance it should remains, otherwise division of votes in absence of alliance will damage the positive prospects of INC and oppositions alliance in Assam in 2026 Assembly election. Please have a relook, rethink by Shri Rahulji, Gauravji, INC highcommand.
শ্বেৰমানৰ মাজত কি হল আকৌ 😂
Bhupen Bora kothabur Ahankar kori kotha koboloi bad diyok savapoti kotha bur tenekuba hobo nalage Ami bahiror pora sai Asu Akhilor vumika moi Congress kormi hoi laj paisu daltu bhupen bora bora babe dhankho hoboloi nidib from Hyderabad 🙏
Bhupen bora aru deboboroto regine dibo lage Rajniti najane😢
Bhupen bora jtya loi k thkibo ankua khlimli thkibo jn anubhav hoi....
Get out Bupen bora congress perseden
Apunalkr sn grassroots t worker a ni😂..... Congress aha tu aihebo ae ❤️🧿
Vl sinta
এই দেব্ৰবত শইকীয়াই দল ভংগ কৰাৰ বুদ্ধি, কি ভাল্টু মানুহ বে তই কেলা।
Bhupen borah k overthrow kori Gaurav gogoi k APCC president patibo lge
Aapuni direct congres ot join kori noloi kiyo akhil da?Aapuni kandi goise j
এখনো নাপা আখন
Misa kota mat mate akhil gogoi 😁😁😁😁 sinta karise 😁😁😁
Bhupen Bora ahonglar besi hoise ,dubabo Congress dolok
Out koridibolage
Eijon kon partyt jabo eibar... AIUDF ot jaboloi ready hoi ase sherman
GG APCCr president houk nhole 26t BJPr a sarkar hbo
Bhupen Borah dangoriya aru Gourav Gogoi dangoriya aha up nirvachan akale kheliley dangar bhul koribo.Akaldy kheliley jikar sombobana nai. Mananiy Bhupen Borah dangoriya ahangkar bad dayak.From ex chief organiser and ex chairman of previous Jania lAC. Md. Nabab Ali.
Bhupen Bora ko mama r spy jen lage.
Gourob jikar akhilor contribution aase.
Bhopen bora kam nai ....
অখিল এটা পাগল
Good
Bhupen Borak atorab lage