Love you Akhil da. Initially I was also misguided with the Paid channels like NEWS LIVE....etc. and thought that you were wrong. But gradually I understood that YOU ARE THE ONLY GENUINE REPRESENTATIVE from the disadvantaged group of Assam like us. Love you Akhilda. May god give you strength to raise your voice high. Always be like this. Else we will not have anyone whom we can trust.
আপোনী এজন প্ৰকৃত ৰাইজৰ প্ৰতিনিধি । অখিলদা আপোনাক চেলুট দিছো । আপোনাৰ দৰে আৰু আমাক নেতাৰ প্ৰয়োজন ।
Akhil Gogoi zindabad buli koise kintu vote r time ot bjp loi palti mare😂😂😂😂
ঠিক কৈছে আপুনি 👍
❤অখিল দা আমি আপোনাৰ লগত আছো।
গগৈ ডাঙৰীয়া আপুনি হতাশ নহব। অসমৰ সকলো সচেতন মানুহে এইবোৰ লক্ষ্য কৰি আছে।
Yeas ukil gogoi
Gr@@MonbhaiTaid
অখিল গগৈ ডাঙৰীয়া আপোনাৰ দৰে আৰু অধিক এম এল এ ৰ অসমত প্ৰয়োজন আছে
xonmaniy xonmaniy xonmaniy sir sir sir bohut dhuniya kotha zodiyu xosa kotha mathu bohut plastik mathu bohi plastik mathu bohu plastik muna logote GLOBEL WAARM GLOBEL WARM GLOBEL WARM
we are RUPONIG RUPONIG RUPONIG RUPONIG
P@@lalitabora912
4:09
Ajonr darkar nai.
অখিল গগৈ ধন্যবাদ। Cm গাধি এৰা ভাল
শুদ্ধ পথত থাকক!আপোনাৰ জয়
নিশ্চিত!
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
.na Moo 8.no by ft Myers Briggs u
.
Z Ji z jiu i..,. The one I got a t Sam t5 Nj Jr to be a great day 9🙁
Akhil.. Dada.. Jay... I.... Assam
you are right
অখিল গগৈ যদি পিং পং বল , হিমন্ত পাত বেং , ইয়াৰ পৰা তাত জপিয়াই ফুৰা
একেবাৰে শুদ্ধ ৰিজণি দিছে । ধন্যবাদ।
Akhil gogoi real MLA real Leader. Real hero.
Very good অখিল গগৈ
জয় আই অসম
অতি সাহসী ব্যক্তি,জয় আই অসম
Mmk
@@shekhachetry8134m
❤❤❤😢😊😅😮😮😢
@@shekhachetry8134❤ uu
ধন্যবাদ অখিল দা
ধৰ্ষ ধৰা অখিল গগৈ আপুনি ঠিক আৰু সঠিক দিষতআছে।
ধৈৰ্য। == ✓✓
দিশত। = ✓✓
অসমৰ মৰ্যদা নজনা এজন মুখ্য মন্ত্ৰী ।
আগতে নিজৰক চাহ 😂😂😂
মুখ্য মন্ত্ৰী এজনে ইমান টুলুঙা মন্তব্য কেনেকৈ কৰিব পাৰে ভাবি আচৰিত লাগে
একেবাৰে বলিয়া
Actual Pim Pom Himanta Biswa... Kali congress aji bjp kailei ba kot....
next CM of Assam
ধন্যবাদ অখিল ছাৰ
Himanta biswasarma zindabad
অখিল গগৈৰ কথাবোৰ শুনিবলৈ ভাল ৷
অমিল গগৈ রাইট
অখিল দা আপোনাক চেলোত আপোনাৰ দৰে আৰু বিধায়ক পয়োজন বাকী বিলাক sobo khar খোৱা
চেল্যুট = ✓✓
প্ৰয়োজন = ✓✓
Oi mc ouu axomiya a khar khua hoi ami parud fell koru kukuror batcha mia suda toi mia suda hoi hai karo na khar khua buli koli
Very good
Very good Akhil gogoi sir.
জনপ্ৰিয় মুখ্যমন্ত্ৰী মহাশয় জিন্দাবাদ।
বিৰোধীৰ ভাও এৰক। মিলাপ্ৰীতিৰে সমস্যাবোৰ সমাধান কৰক।
Ping pom to apuni he mama আপোনাক কোনোবাই কিবা এটা কলে আপুনি হে পিং পমৰ দৰে জঁপিয়াই দি এই
Love you. Akhil gogoi uncle
👍👍👍👍👍👍
Akhil gogoi jinda bad
Akhil gogoi zindabaad
জয় আই অসম অখিল দা❤ আপুনি সদায় সঁচা কথা কই ❤️
Boriya akhil da great lider
Good. Akil sar
😊
Akil gogoi zindabad❤❤❤❤
দেশখনৰ ,ৰাজ্যখনৰ জনতাই যোৱা কংগ্ৰেছৰ অনীতি অপশাসনৰ পৰা পৰিবৰ্তন বিচাৰিলে আৰু জনতাই তাৰ সুফল লাভ কৰিছে। জনতাই নাগৰিকত্বৰ গণতান্ত্ৰিক অধিকাৰ লাভ কৰিছে।৭০ বছৰে কৰা অপশাসনৰ নীতি আৰু ব্যবস্থা সংশোধন কৰিবলৈ যাঁওতে কিছু সময় লাগিবই।কিন্তু অখিলদা আপোনোলোকৰ কেৱল ক্ষমতালাভৰ যি উদগ্ৰীবতা হৈ আছে তাৰবাবে আপুনি এদিন দেশৰ কাণ্ডাৰী হ'লেও আমাৰ নাতি পুতিয়ে শান্তি সমৃদ্ধিৰে জীয়াইযে থাকিব পাৰিব এয়া অসম্ভৱ।জাতি সুৰক্ষা ,দেশ সুৰক্ষা,ধৰ্ম সুৰক্ষা,সংস্কৃতি সুৰক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ কোনো এজেণ্ডা নাই।কেৱল এটা বিশেষ জাতি ধৰ্মৰ হৈ ওকালতি কৰি ভোট আদায় কৰি নিজৰ কালটো,পেতটো, ঘৰৰ পৰিয়ালৰ আৰ্থিক ভাৱে টনকিয়াল কেনেকৈ কৰিব পাৰি তাৰেই চিন্তা। দেশ,জাতিৰ বিপৰীত থিয়হৈ দেশৰ ক্ষতিকৰ সকলক একগোট কৰি কেনেকৈ সমৰ্থন আদায় কৰিব পাৰি তাৰেই অংক।
Himonto
Is pin pom
U R Right
মেডিয়া হিমন্তৰ পকেটত।
সদনৰ মৰ্য্যদা বুজি নোপোৱা আমাৰ মুখ্যমন্ত্ৰী।
Akhil Gogoi Gogoi akta kotha kolu zindabad Assam
Akil da apunar babe moi tes dim I love Akil da joi hin Akil da jinda bad❤❤❤❤❤
অতি অহঙ্কাৰী হলে ধ্বংস হবই।
ৰাজকীয় ৰক্ত কণিকা শিৰা উপশিৰা বোৰত থাকিব লাগিব। পূৱপুৰুষৰ ঐতিহ্য থাকিব লাগিব। ভাৰতৰ স্বাধীনতাৰ পিছত ৰাজনৈতিক অস্থিৰতাৰ কাৰণ কিছুমান বেশচনধাৰী দুষ্ট ভ্ৰষ্টাচাৰী আত্ম কেন্দ্ৰীক ৰাজনৈতিক নেতা।
অখিল গগৈ ডাঙৰীয়া আপোনাক পিপং বল কোৱাত কোনো দুখ নকৰিব কোন কি স্থানত আৰু কোন ডলাৰ বগৰী ৰাইজে গম পায়
Akhil faring hay.😊
Very very Good strong M.L.A.
Akhil gagoi jindabad
অখিলদা আমি টিভিৰ নিউজ চোৱা বাদ দিছো
অসমখন পিছুৱাই নিয়াৰ প্ৰচেষ্টাৰে, অশান্তি,কাজিয়াবোৰ এৰক।
ভাল কথা,কামেৰেহে জনাজাত হ'বলৈ ৰত্ন কৰক।
Verygood❤❤❤❤❤❤
Good decision given by Akhilda
আজিকালিৰ ৰাজনৈতিক নেতাৰ মণবোৰ লেতেৰা আৰু দম্ভালি বক্তব্য
আমাৰ মৰমৰ অসমৰ সু সন্তান অখিল সন্তান ' আমাৰ জোন ❤️❤️❤️❤️❤️
এজন মহান ব্যক্তিয়ে আগতে কয় থৈছে যে ৰাজনীতি বেইচা।
বেশ্যা = ✓✓
Right
Very nice❤❤
Love you Akhil da. Initially I was also misguided with the Paid channels like NEWS LIVE....etc. and thought that you were wrong. But gradually I understood that YOU ARE THE ONLY GENUINE REPRESENTATIVE from the disadvantaged group of Assam like us. Love you Akhilda. May god give you strength to raise your voice high. Always be like this. Else we will not have anyone whom we can trust.
1sasseaaqddf
qqaq🐱🐱😊😊🔛🔛🏠🐱🏠🏠🏠🏠😊🐱🐭🔛😊🔛🔛🔜🏡🏠🐱🐱🐱😊🐱😊😊🏡
Qa🐭😊🔛🏠🔝🔝
Xxx1111🐱🐱🏠🔰🔛🙂😄😄🙂😃🔝🔝😅😃😃
A1 v1asee1qq,aqq2qq
হিমন্তই লোৱা ডিগ্ৰী সমূহ সকলো তদন্ত হোৱা উচিত । আন কেলেঙ্কাৰীৰ কথাবোৰ নকলেও তেওঁৰ শিক্ষা আহৰণ কৰাতোটো যে হিমন্তৰ আৰু পৰিয়ালৰ বিৰাট কেলেঙ্কাৰী যে আছে সয়া ১০০০% সত্য । বাহুবল, ধনবল, ৰাজনৈতিক প্ৰভাৱৰ ফলত সকলো চলাই আছে । হিমন্ত আৰু তেওঁৰ অতিলোভী পত্নীৰ ওপৰত এদিন উচিত তদন্ত হ'বই লাগিব
Power generate is most important
Bha... Bha.. Akhil da very good your ceriar line speak.
Thanku Akhil
I love Akhil!
Very true and well said Akhil da🚩🙏🙏
অখিল ডাঙৰীয়া হতাশ নহব।
পবিত্র বিধান সভাৰ ময্দা অতুত ৰখা দৰকাৰ। পবিত্র বিধান সভাত বহি টুলুজ মন্তব্যৰে আলটু ফালটু বলকি থকাটো অসৈভালিৰ বাহিৰে আন একো নহয়৷ প্রশ্ন কৰিলে পোনপটীয়া উত্তৰ নিদি আওপকীয়াকৈ টুলুঙা মন্তব্য দিলে সেইটো বহুৱালীক বাহিৰে আন একো নহয়৷
মৰ্য্যদা == ✓✓
অসভ্যালী == ✓✓
Congratulations Akhil Gogoi ,go ahead don,t care anybody.👍
Great
Akhil Gogoi jindabad 100 right❤❤
পিং পং বল বুজি নোপোৱা এম এল এ জনে ৰাইজ কি কাম কৰিব বাৰু.হিমনতৰ ফাইল আৰু তৰুণ গগৈ আমেৰিকাৰ ঘৰৰ খবৰ ৰাইজক জনাওক,এনে হাৱাত কথা কৈ লাভ নাই..
Apuni thik kotha koise,
this time gogoi is right.
অখিল গগৈয়ে কিন্তু প্ৰায়েই চৰকাৰ তথা মুখ্যমন্ত্ৰীক অপমান কৰি আহিছে ৷
Mamai property bohut gutale...somaj sewar naamot val lutise
বেচৰমী কথা এজন CM ৰ মুখত তাতে বিধানসভাত | অখিল গগৈ আপুনি মহান , বিবেকবান ৰাইজ আপোনাৰ লগত আছে আৰো থাকিব |
আপোনাক ধন্যবাদ, কিন্তু কংগ্ৰেছৰ লগত লগ লাগিলে হে মূল্য কমি যাব,কৈথলো।
Akhil Gogoi go ahed , don't be stopped .We are behind you .
অখিল দাঅপুনী সাহসে আগবাসক আমি আপোনাৰ লগত আছোঁ ।বিমান অসমৰ নিজৰ সম্পদ বুলিবলৈ তো একো রেই নাই।
অখিল গগৈ ভাল সৎ বিধায়ক বুলি অসমৰ ৰাইজে ব্যক্তিগত হিচাবে ভালপায় ৷
Akhil gogoi jindabad ❤❤❤❤❤❤❤❤❤❤ Bamnar katha Nuhinoby
Cmয়ে মাত্ৰ ধাৰ কৰিব জানে আৰু অসমক ধৰুৱা কৰিব পাৰে৷
Akil Da we are with you. We will defit BJP Government
HBS asomor CM hoy ne Faltu manuh hoy kobo nuwari.
Akdom hosa kotha... 👏
Dr H B Sarma Zindabad Akhil Gogai Ping pong ball Akhil Gogai Jakar Akhil Gogai Senga Ratna
অক্ষীল গগৈ য়ে বৰ্তমান যিটো আলোচনা হৈ আছে এইটো অসমৰ নাগৰিক অসমতে ই কাম কৰিবলৈ কিছুমান সুবিধা দিয়ক
ৰঙীন সপোন আমাক দেখুওৱা নাই,, আমাক লুতি নিজে ৰ ৰঙীন সপোন পূৰ কৰিম বুলি হে কৈছিল,,😂😂😂
আমি এটা কথা বুজি পাইছোঁ আপুনি অসমখনক ধ্বংস কৰিব।
অসমত অসংখ্য চিৰপ্ৰবাহিত সৰু সৰু নিজৰা আছে। সেইবোৰত সৰু সৰু hydroelectric power plant বহুৱালে বিদ্যুতৰ যোগান বৃদ্ধি হব। আনকি স্থানীয়ভাবে ৰাইজে এনে প্ৰকল্প হাতত ললে স্থানীয় ভাবে বিদ্যুত উৎপাদন কৰাৰ ওপৰিও আৰ্থিক লাভবান হব।
Akhil gogoi is best point to 👉
Akhil gogoi jai ❤❤❤
6:44 6:44 6:44 6:44 6:44 6:44
দাদা আপুনি আচল ৰাইজৰ সন্মানীয় বিধায়ক আপোনাৰ দৰে যদি পতিজন বিধায়কে আমাৰ অসম খনৰ কথা বাইজৰ উন্নতিৰ কথা চিন্তা কৰিলে হেতেন এটাও দুখীয়া পৰিয়াল অসমত নাথাকিলে হেতেন। ধন্যবাদ দাদা আপনাক এশবাৰ নমস্কাৰ জনাইছো আৰু আশীবাদ জনাইছো ভগবানে আপোনাৰ কমময় জীৱন আগুৱাই নিয়ক কৃষ্ণ কৃষ্ণ কৃষ্ণ
c m kamnai
মুখ্য মন্ত্ৰী মহোদয় আপোনাৰ দিন চমু চাপিলে কাৰন ৰাইজ সজাগ হ'ল জিমান কিবা দিম বুলি আশা নিদিৱ আশা কৰি,কৰি মৰি জাৱ লাগিৱ মাইকি মানুহ বিলাক আপোনি বহুত স্বাৰ্থ পৰ আসমৰ ৰাইজে বুজি পায় গৈছে।আৰু ভম নকৰিৱ বুলি আশা ৰাখিলোঁ ধন্যবাদ।
Good
অখিলগগৰ জিদাবত❤️❤️❤️❤️❤️ 4:19
Okhil is very strong and famous of Assam
Akhil daa apuni xosa manuh ajon. Kako voi nokora manuh.❤️
গগৈ শাৰ আপুনি বহুত ভাল কথা কৈছে
All Right Akhil Gogoi dangoriya
অখিল গগৈৰ ডাঙৰীয়া আপুনি অসমীয়া জাতিৰ স্বাৰ্থৰ হকে বলিষ্ঠ কণ্ঠৰে আগবাঢ়ি যাওঁক । আপোনাৰ লগত অসমীয়া ৰাইজ আছে।