Muslim Marriage Explained | মুছলমানৰ বিবাহৰ নতুন আইন, ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ต.ค. 2024
  • Muslim Marriage Explained | মুছলমানৰ বিবাহৰ নতুন আইন, ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত N18V
    #news18assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #himantabiswasarma #polygamy #childmarriage #parthajyotiborah
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

ความคิดเห็น • 356

  • @hemantamahanta5578
    @hemantamahanta5578 2 หลายเดือนก่อน +206

    অসমৰ মুছলমানসকলৰ বিবাহত. লাগি থকাত কৈ অসমত. উন্নয়ন. কৰিব লাগে ।

    • @durgeshwarbaruah
      @durgeshwarbaruah 2 หลายเดือนก่อน +13

      X

    • @NazmalHussain-gs8ki
      @NazmalHussain-gs8ki 2 หลายเดือนก่อน +5

      4:03 ❤

    • @NurAlaminIslam-t2d
      @NurAlaminIslam-t2d 2 หลายเดือนก่อน

      😊😊

    • @Nahar678r
      @Nahar678r 2 หลายเดือนก่อน

      Sala nob Tu kiya kor liya re

    • @jabirahmed5984
      @jabirahmed5984 2 หลายเดือนก่อน

      National Family Health Survey (NFHS), showed that polygynous marriage is more prevalent among Muslims (1.9%), followed by other religious communities (1.6%), and least prevalent among Hindus (1.3%).

  • @NurulaminChowdhury-k4i
    @NurulaminChowdhury-k4i 2 หลายเดือนก่อน +50

    নিজৰ দেশ আৰু অসমীয়া জাতিৰ কথা চিন্তা কৰক
    অসমৰ ঐতিহ্য ৰ কথা চিন্তা কৰক
    মিছা statement দি , ভুৱা তৈথ্য ৰে
    অসমীয়াক বিপথে পৰিচালনা কৰি
    হিংসা বিয়পুৱা এৰি দেশৰ চিন্তা কৰক
    মুছলমান মহিলাৰ কথা যিমান চিন্তা কৰিছে সিমান খিনি নিজৰ বাবে চিন্তা কৰক
    ভাল হব
    মুছলমান সকল আছে থাকিব

  • @SultanaAhmed-t7o
    @SultanaAhmed-t7o 2 หลายเดือนก่อน +25

    অসমৰ মুছলমানৰ পোকড়ত লাগি থাকিলে সংখ্যা গুৰু সম্প্ৰদায়ৰ কিছু মুছলমান বিৰোধী খুশি হয়। তাতকৈ ভাল হ'ব ৰাজ্যিক কৰ্মচাৰীক পেন্সন দিয়াটো।

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 2 หลายเดือนก่อน +20

    এয়া হেমন্তৰ ধ্বংসৰ আগজাননী । তাতকৈ অসমৰ উন্নতি / প্ৰগতিৰ/ নিবনুৱা সমস্যা / বান পানীৰ সমস্যা / শান্তি ঐক্যবদ্ধতাৰ দিশত / বিষয়ত গুৰুত্ব দিয়া উচিত । মুখ্য মন্ত্ৰী ডাঙৰীয়া , হিন্দু - মুছলিম আৰু বাল্য বিবাহ ওপৰত লাগি নেথাকি ,অসমৰ সামগ্ৰিক উন্নতিৰ ওপৰত চকু দিয়ক ।

    • @aichakhatun2619
      @aichakhatun2619 2 หลายเดือนก่อน

      Hosa kotha

    • @nekibuzzaman5195
      @nekibuzzaman5195 หลายเดือนก่อน

      Islamor bibahor beohe
      Hadisot ase.Pritibit thoka
      Islam r loke jenekoi palon
      Kore Assam thoka Islamor
      r loke take palon koribo,amar Prophets amak dia neomr bade,konoba mor kha rojar kotha manim.Himantai nijor bibah brhmone korar
      nisinakoi korisene,amar kotha koi politics koribo nalage.Dehor unnatar kotha parile sinta korok
      naiba upjoktak gadi ari deok.Latera politics bad
      deok.

  • @assamnewwaz2131
    @assamnewwaz2131 2 หลายเดือนก่อน +46

    পবিত্র কুরআন আৰু হাদিস মতে বিবাহ হোৱাটো ভাল হব | by Assam Amir Hamja .

  • @moromlaskar7543
    @moromlaskar7543 2 หลายเดือนก่อน +29

    কুরআন ও হাদীস মোতাবেক সংশোধন করতে হবে।নতূবা মুসলিম বিবাহ নিয়ে টেনশন করার কারন কি।

  • @HRDS-at6
    @HRDS-at6 2 หลายเดือนก่อน +27

    (ক) Living together বৈধ ।
    (খ) প্ৰাপ্তবয়স্কৰ অবৈধ মিলন বে-আইনী নোহোৱা হ'ল ।
    (গ) বাল্যবিবাহ বন্ধ হোৱা উচিত। সমৰ্থন যোগ্য।
    (ঘ) যি সকলৰ লৰা-ছোৱালী নহয় তেতিয়া কি কৰা উচিত হব ।
    (ঙ) যি সকল নাৰী অবৈধ সম্পৰ্ক ৰক্ষা কৰি ঘৰ এৰি যায় ,তেতিয়া পুৰুষ জনে কি কৰিব ?

    • @debabratray2261
      @debabratray2261 2 หลายเดือนก่อน

      Khali sex biya activity Kicuman manuhor biyar picot sex nai teoloke kio porokia nokoribi porkiya Prem vogobane Roth koribo noware 2 jon r sanmati thakile kuno Act ako koribo noare

    • @jibonkhan1272
      @jibonkhan1272 2 หลายเดือนก่อน

      Yes thanks 🙏

    • @physiosalim8974
      @physiosalim8974 2 หลายเดือนก่อน

      Narir kono dukh nai dada.. sob dukh purukhor... Purukh bilak pokort tel e dibo lagibo mora loike

  • @n.musiccompany9670
    @n.musiccompany9670 2 หลายเดือนก่อน +16

    সাংবাদিক দাদা আপুনি আইনবিলাকৰ বিষয়ে যি দৰে বৰ্ণনা কৰিলে ভাল লাগিল। পিছে মুছলমান সমাজত অতিত আৰু বৰ্তমান বাল্যবিবাহ আৰু বহু বিবাহ এটা তথ্য আগবঢ়ালে ভাল হলেহেতেন। এনে বিতং আলোচনা কৰিলে ভাল লাগে

    • @mahmudul1456
      @mahmudul1456 2 หลายเดือนก่อน

      1

    • @physiosalim8974
      @physiosalim8974 2 หลายเดือนก่อน

      Ballo bibahr case t kune besi oporadhi ulal gom paisene... Hindu act thokar pisotu kiman j Hindu ye bohu bibah kori rakhise apuni khobor loisene... Nijor gaar fale saihe anok kobo lage

  • @gyanbikakh8436
    @gyanbikakh8436 2 หลายเดือนก่อน +10

    চৰকাৰৰ কি চিন্তাধাৰা। অবিবাহিত লৰা ছোৱালী 18+ হলে OYO t জাই শাৰীৰিক সম্বন্ধ কৰিলে কোনো সমস্যা নাই। কিন্তু যদি কোনোবাই সামাজিক ভাবে দুজনী বিয়া পাতে সেইটোত ইমান কঠোৰ।

  • @JohirulIslam-fb1en
    @JohirulIslam-fb1en 2 หลายเดือนก่อน +8

    এটা এনেকুৱা সময়ৰ অপেক্ষা কৰি থাকক যেতিয়া এই বিবাহ ব্যৱস্থাটো সম্পূৰ্ণ নশ্চাত হৈ যাব যেতিয়া কোনে কাৰ পুতেক কোনে কাৰ জীয়েক কোনেও সেইটো বুজি নাপাব ।কাৰণ মাতৃ জনি কেইবা জনৰ লগত শাৰীৰিক সম্পৰ্ক কৰাৰ পাছত পোৱালি জনিৰ জন্ম হৈছে তেতিয়া হলে কোনো পুৰুষেই নিজৰ সন্তান বুলি স্বীকৃতি নিদিব আৰু পোৱালি টোৰ ভৱিষ্যত জীৱন অন্ধকাৰ হব। গতিকে এইবোৰ বিষয় চৰকাৰৰ উন্নয়নৰ কোনো ৰেখাই হব নোৱাৰে।

    • @abulhussain36
      @abulhussain36 2 หลายเดือนก่อน

      Kun o A 2.....manuhor hontan k powali nokoy....jibo jontu naibkob a sorai sirikoti r hontan k he powali

  • @nksorts455
    @nksorts455 2 หลายเดือนก่อน +6

    Hindu marriage act থকাৰ চৰ্তে ও বহু হিন্দু লোকে বহু বিবাহ আৰু বাল্য বিবাহ হত আবদ্ধ হোৱা সমাজত বহু উদাহৰণ আছে।।।দেশৰ ন্যা়য় বিয়াবস্থাই যি কোনো আইন সংশোধন কৰে সেই আইনৰ সমৰ্থন কৰাটো আমি সকলোৰে দায়বদ্ধ।।।

  • @matiurrahman6989
    @matiurrahman6989 2 หลายเดือนก่อน +5

    বাল্য বিবাহ বন্ধ হোৱাটোত সম্পূৰ্ণ সহমত ।কিন্তু বন্ধ্যা ও সন্তান নোহোৱা পৰিয়ালে সন্তান ক'ত পাব ?সন্তান তুলি লোৱাৰ এটি সহজলভ্য বিধান আছিল যদিও তাতো চৰকাৰৰ বহু বাধ্য-বাদকতা আছে বুলি পৰস্পৰে জানিব পৰা গৈছে ।তাৰোপৰি বিবাহৰ কিছুদিন পিছতেই পত্নীৰ বিভিন্ন আভ্যন্তৰীণ বেমাৰ,নানা দুৰ্ঘটনাত তথা পেৰালাইছিচৰ দৰে মাৰাত্মক ব্যাধিৰ দ্বাৰা শয্যাগত হৈ থাকে ;তেনে ক্ষেত্ৰত পুৰুষজনে কেনেকৈ গাৰ্হস্হ্য ও দাম্পত্য জীবন যাপন কৰিব ;সেই বিষয়ে ও স্পষ্টকৈ জনাৰ অবকাশ আছে ।এই ক্ষেত্ৰত পুংখানুপুংখ উক্তি বোৰ সন্নিবিষ্ট থকাৰ আবশ্যক বুলি অনুভৱ কৰা হৈছে!!

  • @hanseali1924
    @hanseali1924 2 หลายเดือนก่อน +12

    নহয় ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বিছাৰি আছে জাতে হিন্দু-মুছলমানৰ সংঘাত লগাব।ভাৰতত সংঘাট লগালে জাতে বাংলাদেশ আৰু পাকিস্থানোতো মুছলমানে সংঘাট লগাএ তেতিয়া সেইদেশবোৰৰ হিন্দুবোৰ আনিব চৰকাৰৰ সুবিধা হৱ।তেতিয়া হলে ভাৰতত বিজেপি দল অমৰ হৱ।

  • @MubarakAli-iu2gt
    @MubarakAli-iu2gt 2 หลายเดือนก่อน +2

    ভাল পদক্ষেপ ।

  • @utpalgoswami1990
    @utpalgoswami1990 2 หลายเดือนก่อน +3

    মুছলমানৰ পোকৰত কিয় লাগি আছে, মুছলমানৰ "সংখ্যা বঢ়া নায়" আপোনাৰ হিছাবত ভূল হৈছে । গড় হিচাপত হিন্দুৰ সংখ্যাহে কমিছে । হিন্দু ল'ৰা - ছোৱালীৰ বিবাহৰ প্ৰতি আকৃষ্টতা কমিছে । মন্ত্ৰী ডাঙৰীয়া আপোনাৰ পৰিয়ালতে বিয়া নকৰা ল'ৰা - ছোৱালীৰ সংখ্যা কিমান ? হিন্দুৰ প্ৰতীখন গাঁৱত ১০/১৫ টা বিয়া নকৰা ল'ৰা ছোৱালী পাব, কিন্তু মুছলমানৰ ১০/১৫ খন গাৱত এটাও ল'ৰা ছোৱালী নাপায়। হিন্দু ল'ৰা ছোৱালীয়ে বিয়া নকৰায় কিয় ? আপোনাৰ নিচিনা ভন্দ দেশ প্ৰেমীৰ বাবে নহয় বুলি কব পাৰিবনে ?

  • @matiurrahman6989
    @matiurrahman6989 2 หลายเดือนก่อน +3

    চৰকাৰে সকলো জাতি জনগোষ্ঠীৰ লোকৰ বাবে বিবাহ পন্জীয়ণ বাধ্যতামূলক কৰক আৰু নিয়মত কিছু শিথিলতা কৰক তথা সেয়া আগন্তুক বৰ্ষৰ ১লা জানুৱাৰীৰ পৰা প্ৰবৰ্তিত কৰাৰ দিন নিৰূপণ হওঁক ।

  • @anowarhussainkhan5731
    @anowarhussainkhan5731 2 หลายเดือนก่อน +5

    যিবিলাক মহিলাৰ সন্তান জন্ম নহয় বা বেলেগৰ লগত সম্পৰ্ক ৰাখে তেওঁলোকৰ কাৰণে কিবা আইন আছে নেকি?মোৰ wifeঅৰ অলপ মানসিক সমস্যা আছে। ছোৱালীজনীৰ ঘৰৰ পৰা কোৱা নাছিল। এতিয়া আমাৰ পৰিয়ালত বহুত অসুবিধা হৈছে। ভাল বেয়া বুজি নাপায়।মই কি কৰা উচিত?

  • @NurjahanBegum-s6e
    @NurjahanBegum-s6e 2 หลายเดือนก่อน +12

    Musalman name mai itni barkat hai ki social media aur rajniti ki roji roti ispar hi chalti hai ❤❤❤
    Sehmat ho to like karo

    • @asadulhoqu666
      @asadulhoqu666 2 หลายเดือนก่อน +1

      Bro you are right

    • @NurjahanBegum-s6e
      @NurjahanBegum-s6e 2 หลายเดือนก่อน +1

      @@asadulhoqu666 hujur mai bro nhi sis hu

    • @ahadalam698
      @ahadalam698 2 หลายเดือนก่อน +1

      @@NurjahanBegum-s6e mera v yai soch hai

  • @matiurrahman6989
    @matiurrahman6989 2 หลายเดือนก่อน +3

    ১৯২৯ চনৰ বিবাহৰ আইন সংশোধন হব পাৰে ,কিন্তু ১৯৩৫ চনৰ মুছলমান বিবাহ আৰু বিচ্ছেদ আইন বিলুপ্ত কৰাৰ আঁৰৰ ৰহস্য কি? যদিহে সেই আইনত কিবা বাদ পৰি আছে,চৰকাৰে নিশ্চিত ভাৱে সেই বোৰ সংশোধন কৰিব পাৰে ।তাৰোপৰি মুছলিম MARRIAGE & DIVORSE REGISTRAR হিচাপে থকা কাজী সকলক চৰকাৰী আইনৰ গন্ডীৰ ভিতৰত থাকি পূৰ্বৰ দৰে মুছলিম বিবাহ কাৰ্য সম্পন্ন কৰাৰ ক্ষমতা অৰ্পণ কৰিলেই উত্তম হয় ।আনহতে কাজী সকলক নগদ ধন দিয়াৰ পৰাও বাচি যায় ।

  • @zamir_aslam
    @zamir_aslam 2 หลายเดือนก่อน +5

    Apuni Teacher hole besi val asil 😅🤭

  • @AminaKhatun-cy3ns
    @AminaKhatun-cy3ns 2 หลายเดือนก่อน +31

    বহু বিবাহ আৰু বালিকা বিবাহ বন্ধ হলে ভাল হব

  • @AltafHussain-le8fc
    @AltafHussain-le8fc 2 หลายเดือนก่อน

    বয়স ১৮ আৰু ২১ বছৰ নিৰ্দ্ধাৰিত কৰাটো অতি সুন্দৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে চৰকাৰে। লগতে মুছলিম সমাজৰ পৰা কাজী প্ৰথা উঠাই দিয়াটো বহুত ডাঙৰ ভাল কাম হৈছে, কাৰণ আজিৰ দিনৰ কাজী সকলে ৰাইজক ৰাম ঠগন দি হাজাৰ হাজাৰ টকা লৈ বহুত অসামাজিক বিবাহ সম্পন্ন কৰাই দিয়ে। গতিকে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে কাজী সকলোক সম্পূৰ্ণ ভাৱে বন্ধ কৰি দিয়ে। লগতে বহু বিবাহ আৰু বাল্য বিবাহৰ প্ৰতি চৰকাৰ কঠোৰত কৈ কঠোৰ হলে আমাৰ সমাজ ব্যৱস্থা বহুত উন্নত হব।

  • @BurhanAli-q4r
    @BurhanAli-q4r 2 หลายเดือนก่อน

    ধন্যবাদ জনাইছো অসম চৰকাৰ।।।

  • @manindrakar2811
    @manindrakar2811 2 หลายเดือนก่อน +3

    Very nice.

  • @mofizuddin4090
    @mofizuddin4090 2 หลายเดือนก่อน +5

    পবিত্র কোৰান আৰু নবীজিৰ আইন অনুযায়ী আইন বনালে নিশ্চিত বাবে সকলোৱে মানিব। বাল্যবিবাহ আৰু বহু বিবাহ কোনেওঁ পতিব নালাগে। আৰু বন্ধ হব লাগে।

    • @jiyasShorts121
      @jiyasShorts121 2 หลายเดือนก่อน

      Apuni hoito nobijir aien val dore na jane agote nobijir hadis Mubarak pori ahok tar pisot comment koribo 😡

  • @AklimaKhatun-bh4yf
    @AklimaKhatun-bh4yf 2 หลายเดือนก่อน +2

    বহু বিবাহ বন্ধ কৰিব লাগে অনুৰোধ কৰিছোঁ চৰকাৰক। মোৰ চাৰিজন লৰা ছোৱালী থৈ মোৰ স্বামীয়ে আৰু এটা বিয়া কৰিছে। মই খোৰাকী দাবী কেছ কৰিছো কিন্তু এতিয়া লৈকে খোৰাক দিয়া নাই । তিনিটা লুৰা ছোৱালী মোৰ লগত আছে । গতিকে মই অনুৰোধ জনালোঁ বহু বিবাহ বন্ধ কৰিব লাগে।

    • @juriahmed4233
      @juriahmed4233 2 หลายเดือนก่อน

      বেলেগৰ লগত চেনি খালে তেনেকুৱা হয়।

    • @mahmudunnobi6242
      @mahmudunnobi6242 หลายเดือนก่อน

      ❤❤ 4:52

  • @JahanaraSojib
    @JahanaraSojib หลายเดือนก่อน

    So nice bhaiya❤

  • @baharulislam1281
    @baharulislam1281 2 หลายเดือนก่อน +7

    মুছলমান ৰ পকৰত লাগি থকাৰ কাৰনে মুখ্যমন্ত্রী হৈছে নেকি।

    • @ijajahmed2502
      @ijajahmed2502 2 หลายเดือนก่อน

      নহলে ভোট নাপাব যে 😂😂😂

  • @hazarika3679
    @hazarika3679 2 หลายเดือนก่อน +5

    40% or 50%...but these type of ordinance cannot change anything in these scenerio of Assam

  • @gyanbikakh8436
    @gyanbikakh8436 2 หลายเดือนก่อน +3

    অযথা আঁচনি বন্ধ কৰক। এইবোৰত লাগি থাকি ৰাইজক বিপথে পৰিচালিত কৰিব নালাগে। বস্তুৰ দাম কমাওক। নিবনুৱা সমস্যা সমাধান কৰক।

  • @mainulislammazumder2582
    @mainulislammazumder2582 หลายเดือนก่อน

    Very good

  • @karimulahmed3734
    @karimulahmed3734 2 หลายเดือนก่อน +1

    Very good ❤❤❤

  • @muzammilhaque5064
    @muzammilhaque5064 2 หลายเดือนก่อน +1

    কাম নাই এইজনৰ! উন্নয়নৰ নামত একো এডালো কৰিব নোৱাৰিলে,অকল মুছলিম বিৰোধী ধ্যান ধাৰণাৰে নিম্ন শ্ৰেণীৰ মানুহ খিনিক টুপী পিন্ধাই আছে , মনুবাদী।

  • @imanali6456
    @imanali6456 2 หลายเดือนก่อน +1

    Totally agree with this❤

  • @hailakandi_darpan_tv
    @hailakandi_darpan_tv 2 หลายเดือนก่อน +2

    Right

  • @SaifulIslam-xu6wi
    @SaifulIslam-xu6wi 2 หลายเดือนก่อน +1

    যদি প্ৰথম পত্নী কিবা ৰোগাক্ৰান্ত হৈ পঙ্গু হৈ যাচ সেই ক্ষেত্রত আইনে কি কব?

  • @nasrinanchary4501
    @nasrinanchary4501 2 หลายเดือนก่อน +1

    Very good news ❤❤❤

  • @sabbirchoudhury
    @sabbirchoudhury 2 หลายเดือนก่อน +1

    এইবোৰ কৰি এওঁ ৰাইজৰ মনযোগ অন্য দিশত ঠেলি দি মানুহক ৰামঠগন দিবলৈ গৈ আছে..... আৰু হিন্দু মানুহ যে বিজেপিৰ বিৰুদ্ধে গৈ আছে এতিয়া, সেই ইস্যুক ঢাকিবলৈ এটা নাটক..... এইসকল আইন থাকিলেই কি আৰু নেথাকিলেই কি, আমাৰ মানুহে তহঁতৰ চৰকাৰক শুধি বিয়া নকৰে..... গাওঁলীয়া মানুহৰ ৯৫% মানুহে চৰকাৰী ৰেজিষ্ট্ৰেচন নকৰে..... গতিকে একো লাভ নহয়.....

  • @JahangirAlom-ju8zt
    @JahangirAlom-ju8zt 6 วันที่ผ่านมา

  • @A2Zby-cd5qc
    @A2Zby-cd5qc 2 หลายเดือนก่อน +2

    অসমর উন্নয়নর কারনে অলব ভাবিব লাগে 😅মামা 2026আহি। আছে 😢😢😢

  • @BurhanAli-q4r
    @BurhanAli-q4r 2 หลายเดือนก่อน +1

    যিমান আইন কৰিলেও মুছলমান স্ংখ্যা বৃদ্ধিত বন্ধ নহয়।😅

  • @AfzolAssam
    @AfzolAssam 2 หลายเดือนก่อน

    Very fine

  • @NabserAliProdhani
    @NabserAliProdhani 2 หลายเดือนก่อน +1

    চৰকাৰে বহুত আইন বিলুপ্তি কৰি নতুন আইন বনাই আছে। কিন্তু NPS বিলুপ্তি কৰি OPS কৰিব নোৱাৰে কিয়?!

  • @jubinnautiyalsong6635
    @jubinnautiyalsong6635 2 หลายเดือนก่อน +1

    এইচৰকাৰ হোৱাৰ ৰে পৰাই চাই আৰু দেখি আহিছো মুছলমানে এইটো ঠিক নাই সিটো ঠিক নাই মুছলমানৰ এন আৰ ছিত নাম, মুছলমান বাংলাদেশী, মুছলমানৰ বহু বিবাহ , মুছলমানৰ বিবাহৰ তালাক , মুছলমান মুছলমান .......
    এতিয়া এনেকোৱা লাগিছে যেন অসম তথা ভাৰতবৰ্ষত বেলেগ একো সমস্যা নাই অকল মুছলমানৰ সমস্যাহে বাকী আছে বাকি সকলো সমাধান হৈছে ।

  • @samubarbhuiya1246
    @samubarbhuiya1246 2 หลายเดือนก่อน +18

    যিমান কৰক musolmanorr একু কৰিব নোৱাৰিব মুচলমান মুচলমান হই থাকিব

  • @बाबा-व4च
    @बाबा-व4च 2 หลายเดือนก่อน +1

    প্ৰায় 25, বছৰ ধৰি ৰাজনীতি কৰি আছে বাল্য বিবাহৰ কাৰণে কি কৰিছে এতিয়া যে ইমান ডঙ্কা বজাই আছে মুছলমানৰ বাহিৰে একো ইছু নাই

  • @abdulgoni7529
    @abdulgoni7529 2 หลายเดือนก่อน +1

    Good

  • @DigambarNath-g5r
    @DigambarNath-g5r 2 หลายเดือนก่อน

    আইন সকলৰ বাবে সমান।মোৰ মতে হিন্দু হওক বা মুছলমান হওক বিয়াৰ বয়স ছোৱালীৰ ২৫ আৰু ল'ৰাৰ বয়স ২৮ বছৰ হ'ব লাগে। দুটাকৈ অধিক সন্তান জন্ম দিলে আইন মতে শান্তি দিব লাগে।

  • @abdulrustam85
    @abdulrustam85 2 หลายเดือนก่อน

    Sir, Jorhat or pora Tinsukia loike A T Road tu aru kiman din lagibo ? Ami bohut kostar tokare gari kini rastar karone gari beya hoi tar tokatu nijor pocket or pora dibo logiya hoi.

  • @MajibarRahman-lq5re
    @MajibarRahman-lq5re 2 หลายเดือนก่อน +10

    মুছলমান ৰ পকৰত পৰি থাকক

  • @debojitbarman9547
    @debojitbarman9547 2 หลายเดือนก่อน +1

    Boria val kotha

  • @sa_dd_am1
    @sa_dd_am1 2 หลายเดือนก่อน

    বিষয়টোত লাগে সামাজিক বা ৰাজনৈতিক যিয়েই স্বাৰ্থ নাথাকক সেয়া সকলোৱে বুজি পাইছে, এনেই ৰাজ্যৰ মুখ্য মন্ত্ৰী জনে মুচলমান সমাজক মহি মাৰ দৃষ্টিৰে চাই সেয়াও সকলোৱে দেখিছে। গোটেই কাৰণটো যদি বাল্য বিবাহ ৰোধ কৰিবলৈ হৈছে তেন্তে হিন্দু মেৰীজ এক্ট খনো কিছু কৰিব লগা আছে বুলি কব লাগিব, কাৰণ মুছলিম মেৰীজ এক্টঅত টো বিবাহৰ পঞ্জীয়ন কৰোৱাই কাজিৰ দ্বাৰা প্ৰমাণ পত্ৰ লোৱাটো বাধ্যতামূলক, কিন্তু কেইজনে হিন্দু বিবাহ পঞ্জীয়ন কৰাইছে বা চৰকাৰী মূহৰ থক প্ৰমাণ পত্ৰ আছে। মই ভাবো যে হিন্দু বিবাহ সমূহো পঞ্জীয়ন কৰা ব্যৱস্থা কৰিব লাগে। কাৰণ বাল্য বিবাহ কেৱল মুচলমান সমাজতেই নহয়, হিন্দু সমাজতো হৈ আছে যিবিলাক দেখিও চকুমুদা কুলিৰ ভাও ধৰে, আৰু থাকিল বহুবিবহৰ কথা বহুত হিন্দু ধৰ্মালম্বী লোকে দুগৰাকী বা ততোধিক বিবাহপাশত আবদ্ধ হয় আছে। অৱচ্ছে মই বহুবিবহ আৰু বাল্য বিবাহৰ ঘুৰ বিৰোধী হেই কাৰণে কথাবিলাক অলপ rough যেন লাগিব পাৰে। কিন্তু আইনখন সকলোৰে বাবে সমান হব পাৰে। সংশোধন কৰিলে মুছলিম বিবাহ বিচ্ছেদ (৩ তালাক) ব্যৱস্থাটো নোহোৱা আইনী প্ৰক্ৰিয়াৰ মাজেদি বিচ্ছেদৰ ব্যৱস্থা কৰিব লাগে । তেতিয়াহে মুচলমান সমাজৰ মহিলা সকলে উচ্চিত বিচাৰ পাব বুলি ভাবো। আৰু এটা কথা কৈও যে মুছলিম সমাজত বিবাহ সম্পন্ন কৰোৱা হেই কাজী কেইজনক মুছলিম marriage registrar হিচাপে দৈত্য দি তেখেত সকলক জিলা উপায়ুক্তৰ কাৰ্যলয়ত এখন সুকীয়া table ৰ ব্যৱস্থা কৰি দিব লগে

  • @NabserAliProdhani
    @NabserAliProdhani 2 หลายเดือนก่อน

    ১৯৩৫ চনৰ আইন কেবিনেটে AMMDRA বাতিল কৰি নতুন কৰি ARB ২০২৪ ত কৰিব পাৰে কিন্তু ২০০৫ ৰ আইন এন পি এছ প্ৰনয়ন কৰিছিল এতিয়া কেবিনেটে ২০০৫ আইন বাতিল ও পি এছ কৰিলে লাখ লাখ কৰ্মচাৰীৰ ভবিষ্যত উন্নতি হব

  • @shafikulalam1878
    @shafikulalam1878 2 หลายเดือนก่อน +2

    অসম চৰকাৰে উন্নতিৰ কামত মনোযোগ দিয়ক

  • @Sweety56-j73
    @Sweety56-j73 หลายเดือนก่อน

    মুচলমান সকলক পিছত ইমান লগি থাকিব নালাগে দিয়ক। Perfect age হলে তো নিজৰ ঘৰৰ পৰাই বিয়া দিব। আৰু নিজৰ perence a বুজী পায় কাক কেতিয় বিয়া দিব লাগিব। 🙌

  • @Nok_nok_sajidul_roky_x
    @Nok_nok_sajidul_roky_x 2 หลายเดือนก่อน

    এই নিয়ম আমাৰ মতে ভাল হব

  • @abutalebakanda4782
    @abutalebakanda4782 2 หลายเดือนก่อน

    সকলো বিয়া Registration কৰাটো বাধ্যতামূলক কৰক

  • @MdSohid-e5f
    @MdSohid-e5f 2 หลายเดือนก่อน +2

    1ta kothai bare bare koi ase . So, full video nasalu.

  • @amiyachetia2017
    @amiyachetia2017 2 หลายเดือนก่อน +1

    ভাল হ'ল।

  • @mastafasiddik83
    @mastafasiddik83 2 หลายเดือนก่อน +1

    মুচলমানে হাগি উঠি কতি ধোৱাৰ কিবা আইন ওলাইছে নেকি

  • @altaflaskar4205
    @altaflaskar4205 2 หลายเดือนก่อน

    Very good analysis. But I can not realize why it is called ' Muslim Marriage Act 'instead of marriage act for all since age bar is common for all.
    This act is not politically motivated. It is to resist early marriage. This will compel girls to obtain higher education . Grown up age will make them stronger and physically and mentally fit to maintain conjugal life better. So it is good for the society.

  • @hcjbjhdjvnvj8362
    @hcjbjhdjvnvj8362 2 หลายเดือนก่อน

    Good tsar ❤

  • @NazmulHoque-i5r
    @NazmulHoque-i5r 2 หลายเดือนก่อน +1

    চরকারে এনে নিয়ম বনালে কেনে হয় জাক ভাল পাই তাকেই বিয়া করিব লাগিব এনে নিয়ম চরকারে বনাই দিলে কেনে হয়?

  • @AbulHossin72
    @AbulHossin72 2 หลายเดือนก่อน +1

    বিয়া পাতার কারণে হিমন্ত শ্রদ্ধা বা লাগবো হেমন্ত এ বিয়া পাতি দিব😅😅😅😅

  • @mubarakmondal6540
    @mubarakmondal6540 2 หลายเดือนก่อน

    বহু বিবাহ আৰু বাল্য বিবাহ বন্ধ হোৱাটো ভাল ।কিন্তু কম বয়সত পত্নী মৰিলে কি হব।

  • @bhumidharboro2775
    @bhumidharboro2775 2 หลายเดือนก่อน

    ভালেই হ'ব।এক দেশ এক আইন হ'ব লাগে।

  • @hibjuralom6876
    @hibjuralom6876 21 วันที่ผ่านมา

    মই বিবাহিতা এজনী ছোৱালী কিন্তু মই ভাল পাওঁ এজন বিবাহিত ল'ৰাক ভাল পাও আৰু বিয়া কৰিব বিচাৰিছো এতিয়া কি হ'ব

  • @abdulhafiz8501
    @abdulhafiz8501 2 หลายเดือนก่อน

    Good news 🎉🎉🎉🎉🎉

  • @shafikulalam1878
    @shafikulalam1878 2 หลายเดือนก่อน +1

    অসম চৰকাৰৰ খাই বই কোনো কাম নাই নেকি

  • @muktarali548
    @muktarali548 2 หลายเดือนก่อน

    জয় আই অসম। মামা আপুনি এইয়াই কোৰি থাকোক 😂

  • @abusayedayub4518
    @abusayedayub4518 2 หลายเดือนก่อน

    মুসলিম লোকৰ এটা আইন আছিল শৰিয়া মতে, তাক নোহোৱা কৰিলে।
    অইন লোকৰ তেনে আইন নাই, তেওঁলোকৰ বাবে একো নকৰিলে।
    মোৰ মতে সৰ্ব ধৰ্মৰ নিয়ম মতে বিধে বিধে marriage register কৰাৰ ব্যৱস্থা কৰা উচিত।
    এইবোৰ কৰি মুচলমান ৰ পৰা ৰাজনৈতিক সমৰ্থন নাপায়। কাৰণ বিবাহ ক্ষেত্ৰত শৰিয়া বিৰোধী হলে নতুন আইন মুছলিম লোকে কিমান খিনি মনীৱ নাজানো।
    বয়স ৰ ক্ষেত্ৰত চৰকাৰে যি সিদ্ধান্ত দিব তাক মুছলিম লোক নিশ্চয় মানি ব।
    মুছলিম বিবাহৰ ক্ষেত্ৰত বিবাহ কৰোৱা সময়ত কিছু ধৰ্মীয় নীতি নিয়ম (ইজাব কাবুল, নিকাহৰ খুদবা, monajat)পাঠ কৰা.
    কিন্তু special marriage act ৰ bibah কৰ্টত হয়। তাত এইবোৰ কৰা নহয়।
    তেতিয়া মুছলিম লোক বিবাহ register loi সন্তুষ্ট নহয়। কাৰণ ধৰ্মৰ দিশৰ পৰা পূৰ্ণ বিবাহ বান্ধোন হোৱা বুলি নকয়।
    এখন পূৰ্ণাঙ্গ ধৰ্মৰ আইন পদ্বতি , সেই আইন হোৱাৰ কাৰণ নোজনাকৈ সেই জাতিৰ ওপৰত নতুন আইন বনাই দিলে কোনো জাতিয়ে গ্ৰহণ নকৰে। ইতিহাস তাৰ সাক্ষী। চৰকাৰে এইবোৰ দিশ বিবেচনা কৰি আইন বনাব লাগিব। নহলে নহলে সেই জাতিৰ মানুহ বিষন্ন হব।
    SMA ৰ অধীনত বিবাহ register হলে চৰকাৰে register fees direct পাব। এইটোৱে আচল উদ্দেশ্য বুলি ভাবো।
    ইমান দিনে মুছলিম বাবে বহুত আইন হৈছে। কিন্তু ,,,,,,

  • @SajidAnsari-py1gz
    @SajidAnsari-py1gz 2 หลายเดือนก่อน

    Supreme court ot challenge korok karuba apotti ase jodi.

  • @MubarakAli-iu2gt
    @MubarakAli-iu2gt 2 หลายเดือนก่อน

    যি জাতি যেতিয়ালৈ নিজে উন্নয়নৰ দিশত আগবাঢ়ি নাযায়। তেতিয়ালৈ কে আল্লায়েহেনু সেই জাতিৰ ভাগ্য পৰিবৰ্তন কৰি নিদিয়ে। যদি সেয়াই হয় পাৰিবনে অসম তথা ভাৰত চৰকাৰে?????

  • @AnjanTalukdar-r3m
    @AnjanTalukdar-r3m หลายเดือนก่อน

    Report plz

  • @juriahmed4233
    @juriahmed4233 2 หลายเดือนก่อน

    বানপানীৰ সময়ত মানুহৰ মাজত সজাগতা আনিবলৈ সক্ষম নহয়। আৰু বিবাহ সংস্কাৰৰ ওপৰত লাগি আছে

  • @SaifuddinIslam-l4o
    @SaifuddinIslam-l4o 2 หลายเดือนก่อน

    মুছলমানৰ বিবাহৰ বাবে কুৰআন বা ইছলামী শ্বৰীয়া আইন আছে সেই আইন মতে চলিব তাৰ বাবে চৰকাৰক কোনো নতুন আইন প্রনয়ণ কৰাৰ প্রয়োজন নাই, ষৰযন্ত্র কৰি এন আৰ চি ৰ পৰা কেনেকৈ নাম কাটি বহিৰাগত বনাই মুছলমান সকলোক হাৰাশাস্তি কৰিব পাৰি সেই বিষয়ে বেছি বেছিকৈ চিন্তা কৰিব লাগে চৰকাৰক !

  • @rihvlog9535
    @rihvlog9535 2 หลายเดือนก่อน

    That's r wrong.Hindu marriage act 1955থাকিব কিন্তু মুছলিম মেৰিজ আইন নাথাকিব ।এইটো এটা ষড়যন্ত্ৰ মুছলমান কমিনিটিলৈ ।দুই ধৰনৰ আইনে মুছলমানৰ লগত কমিনিয়েল কৰা বুলি ধৰিব পাৰি ।

  • @ahadalam698
    @ahadalam698 2 หลายเดือนก่อน +1

    अपना राज्य का भला दिखाए श्रीमान, कुछ रोजगारी में भी बात कीजिए। B A करके असम के नौजवान दूसरे राज्यों जाकर लेबर का काम करते है, और वहां बेइज्जती असम की होती है लोग पूछते है की, असम में खाना नही है? ओ एंकर महाशय रोजगारी में कभी भी आपने भाषण दी है?

  • @Nok_nok_sajidul_roky_x
    @Nok_nok_sajidul_roky_x 2 หลายเดือนก่อน

    ভাল হব

  • @funnyentertaint
    @funnyentertaint 2 หลายเดือนก่อน +1

    La illaha illallah mane ki jane........jani lok

  • @MahuruddinAli-n6u
    @MahuruddinAli-n6u 2 หลายเดือนก่อน

    Good news mai ye Manta hu

    • @Derekbhi
      @Derekbhi 2 หลายเดือนก่อน

      Kyuki tum bewakoof ho. Dimag hai tere pass?

  • @AMINULISLAM-w5w
    @AMINULISLAM-w5w 2 หลายเดือนก่อน

    Well verry good role. It role soo chouceable a. And likesble it role for all be possible according to me. I say it for justify....

  • @Nok_nok_sajidul_roky_x
    @Nok_nok_sajidul_roky_x 2 หลายเดือนก่อน

    এতিয়া কাজি নালাগে কাৰন কাজি সকলে টকাৰ পাগল হৈছে টকা পালে ১৪,১৫,১৬ বছৰ থাকে তথাপিও বিবাহ কৰাই দিয়ে সেই কাৰনে আমাৰ মছলিম সমাজত কাজি নালাগে 1954 চনৰ আইনটো আনিলে ভাল হব

  • @mudabbirahmed1847
    @mudabbirahmed1847 2 หลายเดือนก่อน

    I am very much happy and gladly welcome the presnt
    special marrigae act for muslims community is one hundred percent o.k.
    many many thanks to all honourable madam sir for spcial marriage act for all muslims community's.
    ❤❤❤❤❤❤❤❤❤❤❤

  • @MonirulHk-k1f
    @MonirulHk-k1f 2 หลายเดือนก่อน +1

    ❤❤❤❤❤❤😂

  • @MohibulIslam-j6e
    @MohibulIslam-j6e 2 หลายเดือนก่อน

    Mama r makar biya kiman sonat hoisisi janabo

  • @BaharulIslam-b7t
    @BaharulIslam-b7t 2 หลายเดือนก่อน

    96L

  • @alauddinlaskar5855
    @alauddinlaskar5855 2 หลายเดือนก่อน

    গার্লফ্রেন্ড ও বয়ফের্ণ্ড র বয়স কত বলা হয় নাই

  • @saharuddinahmed725
    @saharuddinahmed725 2 หลายเดือนก่อน +3

    এই বিলাক কৰি নিৰ্বাচনত জিকিব নোৱাৰিব।

  • @DEVIL_KINGG
    @DEVIL_KINGG 2 หลายเดือนก่อน +2

    বাল্য বিবাহ আৰু বহু বিবাহ মুছলমানৰ ধঙসৰ মুল কাৰন।

    • @firdausfaridasultana21
      @firdausfaridasultana21 2 หลายเดือนก่อน +1

      Hindu society t ki child marriage aru polygamy nhoi nki , Rajosthan t niyom e hoi 2 ta ke biya pata. Child marriage r babe j police e dhorisile keidinman agote tat hindue besi asile . Ulta plta comment nokoribo.

    • @chandrika.rajbongshi
      @chandrika.rajbongshi 2 หลายเดือนก่อน

      ​Dhubri, Goalpara aru jibor thait miyar raj tat jai saba.. polygamy aru child marriage kar majot besi buji paba😂...aru tumalukor kuranot motaburok 4 ta biya patibo odhikar ase​@@firdausfaridasultana21

  • @Misingtopics
    @Misingtopics 2 หลายเดือนก่อน +2

    News disene tuition diso

  • @shahidal-faruk6796
    @shahidal-faruk6796 หลายเดือนก่อน

    Not a good teacher. Repeating one point every time.

  • @anowarabegum3368
    @anowarabegum3368 2 วันที่ผ่านมา

    সকলো জাতীতে বহু বিবাহ আছে আৰু আজিকালি বিবাহ উঠিলে কন কন লৰা ছোৱালী পলাই যায় কল গছৰ তল বিবাহ োয়াৰ পিচত

  • @allrounder0072
    @allrounder0072 2 หลายเดือนก่อน

    #Fullsupport

  • @AmirHamza-zd6dq
    @AmirHamza-zd6dq 2 หลายเดือนก่อน

    video bahot long hai

  • @helaluddin4244
    @helaluddin4244 2 หลายเดือนก่อน

    এয়া ৰাজনৈতিক উদ্যেশ্য প্ৰনোধিত হিমন্ত চৰকাৰৰ

  • @abdulkhaleksikdar6310
    @abdulkhaleksikdar6310 2 หลายเดือนก่อน

    ধর্মর নিয়ম অনুযায়ী বিবাহ আলু বিবাহ বিচ্ছেদ হয় লাগে

  • @Legaljarnailist1951
    @Legaljarnailist1951 2 หลายเดือนก่อน

    ৪ জনী বিয়া পাতিব পাৰি যে সেইটো কিয় নকলে । আপুনি নাজানে নেকি কোনটো ACT টো‌ আছে।

  • @Erji4786
    @Erji4786 2 หลายเดือนก่อน

    Muslim marriage Act should be implemented only through Islamic Shariah and Quranic Law.

  • @HabibUllah-yp9rd
    @HabibUllah-yp9rd 2 หลายเดือนก่อน

    Ai bilak Ako nohoy, kebal Rajbhog khuwar koushal....divide and Rule....bujilene ??