মুখ্যমন্ত্ৰীৰ মন্তব্যই শিক্ষক সকলক ক্ষুব্ধ কৰি তুলিছে || CM's Comments Angered The Teachers

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ส.ค. 2024
  • CM's Comments Angered The Teachers
    Chief Minister of Assam
    Insulting the teachers
    Assam teachers association
    Teachers arrival time
    Sikha setu app
    teblate/laptop
    Vote of teachers
    EM Assam
    মুখ্যমন্ত্ৰীৰ মন্তব্যই শিক্ষক সকলক ক্ষুব্ধ কৰি তুলিছে || CM's Comments Angered The Teachers
    #ablive24 #cmcomments #teachers
    #emassam
  • บันเทิง

ความคิดเห็น • 58

  • @ranjanagogoi1115
    @ranjanagogoi1115 หลายเดือนก่อน +3

    Apunak dhaínyabad জনাইছোঁ

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Hoy, dhonyobad

  • @baburamdaimari4102
    @baburamdaimari4102 หลายเดือนก่อน +2

    CM SirৰকAttended লব দিক তেতিয়া বুজিব

    • @fsc446
      @fsc446  หลายเดือนก่อน +2

      তেতিয়া Cm sir ৰ ঘাম ছুটিব

  • @jayadass2681
    @jayadass2681 หลายเดือนก่อน +4

    দালল কৰি কৰি মন্ত্ৰী হোৱা বিষয়াই সকলোকে দালল বুলিয়ে ভাবে। তেওঁ লোকে কাক কেনেকৈ কেনেধৰণৰ সন্মান দিব লাগে তাকে নাযানে

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes

  • @deepalideka718
    @deepalideka718 หลายเดือนก่อน +3

    Teacher হলেই যে বি জে পিক ভোট দিব লাগিব সেইটো নহয়।ভোটাধিকাৰ নিজৰ অকল নিজৰ।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      ঠিকেই

  • @DimbanathDoley
    @DimbanathDoley 22 วันที่ผ่านมา +1

    শগুণ যিমান ওপৰত উৰি থাকক কিয়
    তাৰ চকু সদায় মৰা শ ওপৰত
    ঠিক তেনেকৈ শিক্ষা মন্ত্ৰীৰ আৰু মুখ্যমন্ত্ৰীৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান
    বিৰুদ্ধ আৰু ব্যক্তিগত খণ্ডৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সমথৰ্ন যি কোনো হজুহাত
    দেখুৱাই চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান
    বোৰক শেষ কৰাৰ উদ্দেশ্য।

    • @fsc446
      @fsc446  12 วันที่ผ่านมา

      Right 👍

  • @ranjulabora
    @ranjulabora หลายเดือนก่อน +2

    Thanks sir

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes 🙏

  • @lnl6069
    @lnl6069 หลายเดือนก่อน +4

    Tatkoi Himanta CM Sir. Politics kora bad di pradhan khiksho hoi, Schoolt oha jua kori Class korok...tetoya buji pab Khikshok khokor kiman kosto ase..?
    Enekoi AC roomot bohi bohi opoman kori kotha kole nohoi.
    Upodesht koi, arhi val hoi...🙏🙏

    • @fsc446
      @fsc446  หลายเดือนก่อน +1

      তেওঁৰ দম নাই শিক্ষকতা কৰাৰ

  • @lulalu6707
    @lulalu6707 หลายเดือนก่อน +2

    Good speech 👍🌹🌹🙏🙏🙏🙏🙏🙏

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 👍

    • @kalpanadeka6201
      @kalpanadeka6201 หลายเดือนก่อน +2

      টেবলেট দিয়া তকৈ বিদ্যালয়ৰ লগতে থকা ঘৰ দিয়ক।

  • @user-mt1bc4cv7h
    @user-mt1bc4cv7h หลายเดือนก่อน +2

    Right statement

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes

  • @kaderali8863
    @kaderali8863 หลายเดือนก่อน +1

    Great job 👍👍

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Thank you 🙏

  • @amiyabaruah3534
    @amiyabaruah3534 หลายเดือนก่อน +1

    স্কুললৈ সোনকালে গৈপোবৰ পাচত যদিহে ভালকৈ নপঢায তেতিয়া কি কৰিব । কিমান সোনকালে অহা নহাক চিন্তা কৰাত কৈ ভালকৈ পঢোবা ওপৰতে দ্বাযিত্ব বেচি । প্ৰধান শিক্ষকৰ ওপৰতে সকলো দায়িত্ব দিলেই সামান্ হব ।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      👍💙

  • @sacreativeandcrazy953
    @sacreativeandcrazy953 21 วันที่ผ่านมา

    Nice coment many many thanks

    • @fsc446
      @fsc446  12 วันที่ผ่านมา

      👍🙏🙏

  • @bkp9774
    @bkp9774 หลายเดือนก่อน +2

    Transfar কৰি দিব নাগালেণ্ড বৰ্ডাৰ জেগাত / বাইদেউ আপোনাক বহুত দূৰত মিয়াৰ জেগাত transfer কৰি দিব, বেছি কথা নকব ।😮😮😮
    এইখন চৰকাৰৰ দিনত কাৰুৱেই মাত মতা অধিকাৰ নাই, ছবকেই অপমান কৰে, কি DC, ডাক্তৰ, মাষ্টৰ ,engineer, ঠিকাদাৰ ~~~ । চব ওপৰৰ মাল হয় ।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      হয় দিয়ক 😄

  • @DimbanathDoley
    @DimbanathDoley หลายเดือนก่อน +2

    সমগ্ৰ অসমৰ চৰকাৰী স্কুল কলেজৰ বিৰোধী ব্যক্তিগত খন্ড অনুস্থান প্ৰতিষ্ঠানৰ সমৰ্থক একত্ৰিত কৰনৰ
    নামত,মনে সজা নীতি নিয়মৰ ৰচয়িতা নীলা শিয়ালৰ ৰজা। মাৰ বান্ধি ওলাই
    আহক অসম বাসী।অসমক আজি
    পৰোক্ষ ভাবে প্ৰৱঞ্চনা প্ৰতাৰণা শোষিত
    নিবিড় শোষণ অসমবাসী তেজ খোৱা ,অসমৰ সম্পদ লীজত ৰখা মাটিৰ দালাল অসমক কোম্পানীৰ ওচৰত বিক্ৰী কৰা চৰকাৰৰ বিৰুদ্ধে
    গৰ্জি উঠিবৰ হল

    • @fsc446
      @fsc446  หลายเดือนก่อน

      🙏🙏

  • @rokibali817
    @rokibali817 หลายเดือนก่อน +2

    Teacher..Hokol..Homajor..Honmanio.Byokti..Uei.karone.Tekhet..Hokolok..Honman.Rokhai.kotha.kobo.lage

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes 👍

  • @mainulhaque1998
    @mainulhaque1998 หลายเดือนก่อน +1

    School t CCTV r salu korak CM sir.

    • @fsc446
      @fsc446  หลายเดือนก่อน

      হয় তেতিয়া স্কুল খতি কৰা নকৰা দেখা পাব

  • @pinkisarmah8400
    @pinkisarmah8400 หลายเดือนก่อน +1

    E bahut aobhodo

    • @fsc446
      @fsc446  หลายเดือนก่อน

      👍👍

  • @mainulhaque1998
    @mainulhaque1998 หลายเดือนก่อน +2

    C M a vote diote sai thake naki .

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Evm ৰ ভিতৰত সোমাই চাই থাকে। 😄

    • @bkp9774
      @bkp9774 12 วันที่ผ่านมา

      @@fsc446 তাৰ তলৰ কণী গুটি কেইটাই চাই থাকে 😄😄😄

  • @hiranmoyeepathak3992
    @hiranmoyeepathak3992 หลายเดือนก่อน

    নিজৰ দোষ নিজে স্বীকাৰ কৰাটো এটা মহৎ গুণ ।
    সোনকালে গৈ পালে কি হ'ব । কি শিকায় জানে নে জানে । যদি ক্লাচ নকৰি বহি থাকি সময় কটায় তেনে শিক্ষকে আদৰ্শ শিক্ষক নেকি ?
    যত ভুল ধৰিব লাগে তাত কিয় ভুল উলিয়াব নোৱাৰে
    হয়তো লৰা _ ছোৱালীৰ জীৱন ধ্বংস কৰিব নেকি

    • @fsc446
      @fsc446  หลายเดือนก่อน

      অৱশ্যে হয়

  • @kirankumarhandique7956
    @kirankumarhandique7956 26 วันที่ผ่านมา

    এব নে ঘ‌এফ, নেএপ?

    • @fsc446
      @fsc446  12 วันที่ผ่านมา

      👍🙏

  • @bkp9774
    @bkp9774 17 วันที่ผ่านมา

    অসমৰ শিক্ষা মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা নেকি , হয় তেওঁয়েই সর্বে সৰ্বা । মিৰি টোক এনেই মিচিংৰ ভোট পাবলৈ মিনিষ্টাৰ পাতি দিছে।😅😅😅

    • @fsc446
      @fsc446  12 วันที่ผ่านมา

      🙏🙏

  • @JadabBorah-n9m
    @JadabBorah-n9m หลายเดือนก่อน

    Patam kabinet boithakate thikavitik sikhakar cakari regular karimbuli tetufali siyarisil Kiya

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Tetu folat thik ase

  • @khagenkakati6380
    @khagenkakati6380 หลายเดือนก่อน +2

    Teacher যে vote dibole সিহঁতৰ বায়েকৰ খায় আছে নেকি ?

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Thank you 🙏

  • @user-uq7ru5bz8w
    @user-uq7ru5bz8w หลายเดือนก่อน

    Kormosaree porikhode aeibur kothat mat namate kiyo asomor bhumiputro khilongia kunu kormosareryei aei sarkarok vote nidiye 6:19 6:19

    • @fsc446
      @fsc446  หลายเดือนก่อน

      👍🙏

  • @hiranmoyeepathak3992
    @hiranmoyeepathak3992 หลายเดือนก่อน

    Kabol oha joyatoy udaso neki ‍? কোন শিক্ষক কেনেকুৱা চেকং নকৰে কিয়। স্কুলৰ আন্তঃগাথঁনি বহু তৰে ভাল নহয় ! গছৰ তলত পাঠদান কৰোৱা হয় ! কথা সত্য কিন্তু কোৱা নেযায় !
    প্ৰতিজন শিক্ষকে একে নহয়। কিছুমান আদৰ্শ শিক্ষক আছে । স্কুল পৰিদৰ্শন কৰি যিবোৰ আদৰ্শ শিক্ষক আছে সিহঁতক পুৰস্কাৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰিলে ভাল হয়, আৰু স্কুলৰ কি কি অভাৱ সেইবোৰ পুৰণ কৰিব।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Thanks you are right 🙏

  • @mridullsonowal6835
    @mridullsonowal6835 หลายเดือนก่อน

    Kam nai bal master

    • @fsc446
      @fsc446  หลายเดือนก่อน

      😄😄😔