কিছুমান চিকিৎসালয়ৰ গোপন তথ্য ফাদিল কৰিলে এজন চিকিৎসকে😱 FT. Dr. Palash Pathak

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ม.ค. 2025

ความคิดเห็น • 1.3K

  • @wahidarahman9132
    @wahidarahman9132 6 หลายเดือนก่อน +59

    ইমান সুন্দৰ আলোচনা কৰিলে সচাকৈ বহত উপকাৰ হব বিষ থকা সকলৰ 🙏

    • @manjubegum9442
      @manjubegum9442 6 หลายเดือนก่อน +1

      Sir Apunar clinic Guhatir kon
      J crew agat

  • @minudas7981
    @minudas7981 5 วันที่ผ่านมา

    ভগৱানৰ কৃপাত তুমি সুস্হ সুন্দৰ 👌 হৈ বহুকাল কুশলে থাকা ।

  • @bhabaniburagohain4273
    @bhabaniburagohain4273 5 หลายเดือนก่อน +14

    ছাৰ আপোনি ইমান ধুনিয়াকৈ কথা বিলাক বুজাই কৈছে শুনিভাল লাগিছে । ভগৱানে আপোনাক আৰু শক্তি দিয়ক । মোৰও বিষ আছে আপোনাৰ তাত যাম কিছুমান ঘৰৰ সমস্যা আছে বাবে যাব পৰা নাই । 🙏 🙏

  • @TirthaGogoi-ss5xe
    @TirthaGogoi-ss5xe 6 หลายเดือนก่อน +7

    ইমান সুন্দকৈ চাৰে বোজালে শুনি বহুত ভাল লাগিল হিমাশ্ৰী,আগলৈ এনেকোৱা বিষয়ে শুনিবলৈ আখা কৰিলো,

  • @amritprabhasonowal3035
    @amritprabhasonowal3035 6 หลายเดือนก่อน +51

    চাৰ জনৰ কথাখিনি শুনি সচাঁকৈ বহুত ভাল লাগিল, মই আজি ২০১৭ চনৰ পৰা চিকিৎসা কৰি চিকিৎসকৰ লগত জড়িত হৈ আছো বুলি ক'ব পাৰি, কিন্তু এনেকৈ ভালকৈ বুজাই দি কথা কোৱা চিকিৎসক এজনো লগ পোৱা নাছিলো 🙏

    • @SudarshanRoy847
      @SudarshanRoy847 5 หลายเดือนก่อน +5

      Sir আপুনার সম্পূর্ণ address তো জনাবো প্লিজ। বহু পুরানো মাথাবিশর কি ট্রিটমেন্ট হবনে জনাব

    • @KoshakantaDutta
      @KoshakantaDutta 5 หลายเดือนก่อน

      Bahut val lagil....🌷🙏👍🙏🌷

    • @rajat3563
      @rajat3563 3 หลายเดือนก่อน

      ​@SudarshanRoy847sir adress diba

    • @anjuhazarika-zi5ds
      @anjuhazarika-zi5ds 2 หลายเดือนก่อน

      Bohut val lagil . apunar address tu janabosun

  • @rabindramedhi6308
    @rabindramedhi6308 6 หลายเดือนก่อน +7

    বহুত ধন্যবাদ, আমি লগ কৰিব বিচাৰো,সঠিক ঠাই তিনি জনাবচোন।

  • @proboiz2473
    @proboiz2473 6 หลายเดือนก่อน +24

    কৃষ্ণ ৰাম
    সাক্ষাৎকাৰ টো চাই বহুত জ্ঞান অৰ্জন কৰিলো।ছাৰৰ সম্পূৰ্ণ ঠিকনাটো দিয়ে যেন এয়াই প্ৰাৰ্থনা

    • @PrabhatNath-h9e
      @PrabhatNath-h9e วันที่ผ่านมา

      Thank you sir !❤❤❤❤❤

  • @rombharombha9122
    @rombharombha9122 9 วันที่ผ่านมา

    Apuni bohut giyan thoka doctor hoi sir 🙏🙏apunar dore great man ajon paboloi tan🙏🙏❤️

  • @ruhitgogoi4649
    @ruhitgogoi4649 5 หลายเดือนก่อน +3

    প্ৰথমতে বাইদেউ চেনেল টোক ধন্যবাদ দিলো , আপোনাৰ চেনেলৰ দ্বাৰা স্পষ্ট বাদি ডক্টৰ এজনৰ সুন্দৰ পৰামৰ্শ পালো,ভাল লাগিল।

  • @ganeshbarman7004
    @ganeshbarman7004 6 หลายเดือนก่อน +4

    বহুতো গুৰুত্বপূৰ্ণ কথা জনালে , ভিডিঅটো চাই উপকৃত হ'লোঁ । অশেষ ধন্যবাদ ।

  • @kusummedhi437
    @kusummedhi437 6 หลายเดือนก่อน +11

    ইমান সুন্দৰ আলোচনা কৰিলে বহুত উপকাৰ হব, বিষ থকা সকলৰ, এই উপদেশ খিনি গ্ৰহণ কৰক, বহুত ভাল লাগিল, বহুত বহুত ধন্যবাদ 🙏, মোৰ কিন্তু বহুত মূৰৰ বিষ,,আপোনালোকৰ তাত চিকিৎসা কৰিলে খৰচ কিমান হব, মোৰ অৱস্থা সিমান ভাল নহ়, চাৰ আপুনি সহয় কৰক, বহুত বহুত ধন্যবাদ চাৰ 🙏🙏🙏

  • @prafulladas2483
    @prafulladas2483 3 หลายเดือนก่อน +1

    বৰ কাৰ্যকৰী কথোপকথন, শুনি বৰ উপকৃত হলো। ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @dipachaudhury6786
    @dipachaudhury6786 7 หลายเดือนก่อน +11

    এই ধৰনৰ আলোচনা জানিবলৈ পাই বহুত ভাল লাগিল ধন্যবাদ

  • @KiranPhukon-f4z
    @KiranPhukon-f4z 3 หลายเดือนก่อน +1

    Dr.Palas Sir বিষৰ সম্পৰ্কে বৰ ধুনীয়া উপস্থাপন কৰিলে । ভাল লাগিল
    ধন্যবাদ।

  • @prasantagoswami1477
    @prasantagoswami1477 3 หลายเดือนก่อน +3

    এটা ভাল Video, জগতক উপহাৰ দিলে। আনক বচাই নিজে চলা ধৰ্মবুলি জানিবা তাকে। বুধৰ মানুহৰ বোধ জ্ঞানবেছি, এখেত দয়াৱন্তলোক। ভগৱানে সকলোকে ভালে ৰাখক।

  • @lahoridas6814
    @lahoridas6814 4 หลายเดือนก่อน +2

    ছাৰ আপুনি ইমান ধুনীয়াকৈ কথাবোৰ উত্থাপন কৰিছে বহুত ভাল লাগিল ধন্যবাদ ছাৰ 🙏🏼🙏🏼

  • @bholaramboro2771
    @bholaramboro2771 7 หลายเดือนก่อน +20

    বহুত কেইটা অৰ্জিনেল কথা কলে, বহট ভাল লাগিল, ।🙏🙏🙏🙏🙏🙏

    • @PutuDevi-z8w
      @PutuDevi-z8w 6 หลายเดือนก่อน

      Dr. Pathak apunak kot pawa jaba?

  • @PradeepBorah-o8q
    @PradeepBorah-o8q 2 หลายเดือนก่อน +1

    Dr.pathak sirror paint kathaboor suni bor bhal lagil.moiu adin Pathak sirrak lag dhriboli jam.thankyou.

  • @ushadas1841
    @ushadas1841 7 หลายเดือนก่อน +18

    এজন ডাক্তৰ এ ইমান খুলা কে কথা কৈছে , সচাকে বহুত ভাল লাগিল

  • @bijumanidutta7722
    @bijumanidutta7722 2 หลายเดือนก่อน

    আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিল৷বহুতো নজনা কথা জানিব পাৰিলো৷আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ ৷

  • @Rekhasvlog1515
    @Rekhasvlog1515 7 หลายเดือนก่อน +75

    Dr Palash Sir কথা বোৰ শুনি বহুত ভাল লাগিল । একেবাৰে খুলা মনৰ মানুহ ।❤❤

    • @ManojDas-c7s
      @ManojDas-c7s 7 หลายเดือนก่อน +5

      Tekhetar mobile number janab

    • @KaushalyaChutia
      @KaushalyaChutia 7 หลายเดือนก่อน +6

      realy good doctor

    • @Intatmant
      @Intatmant 7 หลายเดือนก่อน

      S
      Wa
      29:34 29:34 29:34 29:34 ​@@ManojDas-c7s

    • @MinaChutia-zp6nx
      @MinaChutia-zp6nx 6 หลายเดือนก่อน

      Good good drco​@@KaushalyaChutia

    • @probinhazarika7899
      @probinhazarika7899 6 หลายเดือนก่อน +1

      But vl dei

  • @puspadas9235
    @puspadas9235 6 หลายเดือนก่อน +2

    হয় অতি সুন্দৰ ভিডিঅ'টো ৰাইজৰ মাজলৈ লৈ আহিলা, বৰ ভাল লাগিল আৰু হয় ছাৰৰ সঁচা কথাখিনি এশ ভাগেই সঁচা,কাৰণ আজি এসপ্তাহৰ আগতে মই নিজেই প্ৰগতি নিউৰ ৰিহেব চেণ্টাৰত গৈ আহিছো, মোৰ খুবেই ভাল লাগিল, বিশেষ কৈ ড০ পলাশ পাঠক চাৰে খুবেই সুন্দৰ কৈ সকলো কথা খুলি ভাঙি বুজায় দিয়ে, ছাৰৰ লগতে শিমাক্ষীলৈ বহুত বহুত আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা থাকিল অনুষ্ঠান টি‌ৰ বাবে।🙏🙏🙏😊😊😊🥰🥰

    • @garimagogoi2647
      @garimagogoi2647 6 หลายเดือนก่อน

      বহুত ভাল লাগিল।

  • @gitabora3037
    @gitabora3037 7 หลายเดือนก่อน +7

    সুন্দৰ সময়োপযোগী ভিডিঅ' । বহুত ভাল লাগিল 🙏❤️

  • @M.DEEPEEKA
    @M.DEEPEEKA 3 หลายเดือนก่อน +4

    অন্তৰ স্পৰ্শ কৰিব পৰাকৈ কথাখিনি উল্লেখ কৰিছে বহুত বহুত ধন্যবাদ ❤❤

  • @kaminineog9026
    @kaminineog9026 6 หลายเดือนก่อน +2

    ইমান সুন্দৰ এটা আলোচনা ‌আমাক দেখালে নথৈ আনন্দিত হলো

  • @NizaraGoldAssamTea
    @NizaraGoldAssamTea 7 หลายเดือนก่อน +5

    Vanti tomar channel t bar vaal video show dekhuwala ,,,bahut knowledge hol,,ami janai nasilo ,,dr Palash Pathak sir ,,amaar ocharat ase... very very thanks.. Jai Hind,,Jai ai Assam.. from Rangia

  • @BanalataRahang
    @BanalataRahang 6 หลายเดือนก่อน +2

    Bahut val lagile video tu dekhi
    Moi anekuwa eta treatment bahu dinor pora bisari asilu
    Hosakoi bahutu manuhe val pabo moi nishoi share korim
    Logote mur nijor treatment o koribo ahim... thank you agoloi enekuwa video r babe akha thali...

  • @AnimaDasAnimaDas-t6h
    @AnimaDasAnimaDas-t6h 6 หลายเดือนก่อน +9

    বহুত ভাল লাগিল। মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম হয়।চাৰ মোৰ গাঁঠি বিষ আৰু মাংস পেষী বিষ আছে বহুত কষ্ট পায় আছো। কৃষ্ণ 🙏 আপোনাক ভগৱন্তই কৃপা কৰক। কৃষ্ণ 🙏

  • @Pijubordoloi
    @Pijubordoloi 2 หลายเดือนก่อน

    Sir ইমান ধুনীয়া কৈ বুজাই দিছে । ভগৱান ক লগোৱা যেন লাগিছে।

  • @MinSaikia-i3d
    @MinSaikia-i3d 7 หลายเดือนก่อน +17

    বহুত বহুত ধন্যবাদ ছাৰ আপোনাৰ কথাবোৰ শুণি বহুত ভাল লাগিল🙏🏻🙏🏻

  • @rupasaikia5777
    @rupasaikia5777 27 วันที่ผ่านมา

    বহুত উপকৃত হলো ভিডিঅ'টো চাই।

  • @kirttanaramdas9381
    @kirttanaramdas9381 6 หลายเดือนก่อน +9

    চাৰে ইমান সুন্দৰ ভাৱে কথাবৰ উপস্থাপন কৰিছে, তাৰ বাবে চাৰলৈ অশেষ ধন্যবাদ জনালো। লগতে চাৰক কত লগ পোৱা যাব সম্পূৰ্ণ ঠিকনাটো জনাবচোন।

  • @BipulGogoi-y5v
    @BipulGogoi-y5v 5 หลายเดือนก่อน

    ইমান সুন্দৰ কৈ কথাখিনি চাৰে বুজালে সঁচাকৈ বহুত ভাল লাগিল, চাৰলে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @KarunaRajbongshi-vj2db
    @KarunaRajbongshi-vj2db 6 หลายเดือนก่อน +8

    বহুত সুন্দৰ কথা কলে আপুনি ।।।ধন্যবাদ থাকিল ।।।🙏🙏🙏

  • @rinachutia3723
    @rinachutia3723 6 หลายเดือนก่อน +1

    ইমান সুন্দৰ আলোকপাত কৰিলে ছাৰ নথৈ সুখী হলোঁ । মৰো পৰি
    হোৱা আঠুৰ বিষ আছে প্ৰায়
    এক বছৰ হৈছে ময়ো যাম ছাৰ , আপুনি অনুগ্ৰহ কৰি ফোন কৰিম
    ৰিছিভ কৰিব বুলি আশা ৰাখিলোঁ ,
    ধন্যবাদ আপোনাক ।

  • @BiyoliYein
    @BiyoliYein 6 หลายเดือนก่อน +3

    বহু ত ভাল লাগিল আগলৈ আৰু এটা সহায় কৰক যে বেছি ম'বাইল চালে শিহু ৰ কি অপকাৰী হয় তাৰ ওপৰত এটি ভিডিঅ' ৰে চাৰ।

  • @RitaSarmah-f2o
    @RitaSarmah-f2o หลายเดือนก่อน

    বহুতো বেছি ভাল লাগিল ধন্যবাদ 🙏♥️

  • @SaneswarBarman-j7c
    @SaneswarBarman-j7c 4 หลายเดือนก่อน +11

    ভিদিও টোত যেনেকৈ কথাবোৰ উপস্থাপন কৰিছে, যিকোনো বিষ ভাল হোৱাৰ গেৰান্তি দিছে একো ভাল নহয়। সৰু সুৰা বিষ বিলাক ভাল হয় কিজানি।‌ বাকী বহু মানুহে ভাল নোহোৱাকৈ ঘৰত ঘূৰি যাবলৈ বাধ্য, কাৰণ এই ভিদিও টোৰ জৰিয়তে বহু মানুহে প্ৰগতি নিউৰো ৰিহেৱত ভাল হ'বলৈ চিকিৎসা কৰিবলৈ যায়, যোৱাৰ পাছত হে গম পায় তাৰ ভিতৰ চোৰা। ইয়াত যেনেকৈ কৈছে নিজে থেৰাপী দিয়া বুলি সকলো মিছা কাৰন প্ৰথম দিনা যি দেখালো পিছত তেওঁৰ এক মিনিট এটা সময় নাই সুধিবলৈ ৰোগীয়ে কেনেকুৱা পাইছে????

    • @sourabhsvlogs4615
      @sourabhsvlogs4615 4 หลายเดือนก่อน +1

      মইও ভুক্তভোগী।

    • @midulsaikia7563
      @midulsaikia7563 3 หลายเดือนก่อน

      Aponi kt dekhaisil janabasun moi o bahut dr k dekhalu vl poa ni 10 month hl bahut bikh

    • @sangitadeka5736
      @sangitadeka5736 2 หลายเดือนก่อน

      Moro bohot kokalor bikh pls jonabosu kot delhaise.. Mor age 25yrs

    • @sumitabarman9150
      @sumitabarman9150 2 หลายเดือนก่อน

      ​@@midulsaikia7563 Chennai r Apollo hospital t surgery kribo lga Kari dise therapy di

    • @sumitabarman9150
      @sumitabarman9150 2 หลายเดือนก่อน

      ​@@midulsaikia7563 Njabo ehtr tat

  • @lilabora4982
    @lilabora4982 6 หลายเดือนก่อน +1

    বহুত ভাল লাগিল। মই ভাবো মোৰ বিষৰ বাবে ম ই আপোনাক বিছাৰি উইলিয়াম। ধন্যবাদ থাকিল।

  • @debabalatamuli5350
    @debabalatamuli5350 7 หลายเดือนก่อน +18

    Dr polish sirৰ কথা খিনি বহুত গুরুত্বপূর্ণ। চাৰৰ ঠিকনা তো দিৱচোন।

    • @uttambiswas1730
      @uttambiswas1730 7 หลายเดือนก่อน

      😊😊😊

    • @minusvlog8945
      @minusvlog8945 6 หลายเดือนก่อน

      Pandu sadilapur,Jalukbari

  • @DurlovDas-c9m
    @DurlovDas-c9m หลายเดือนก่อน +1

    Val lagil sir

  • @ranjitsaikia1746
    @ranjitsaikia1746 6 หลายเดือนก่อน +7

    Dr pathok Sir r usort treatment kori ma r bhut val hol.vori bikh husil

    • @rumidutta9067
      @rumidutta9067 6 หลายเดือนก่อน

      Tewr thikona dib ni

    • @ritamonibhuyan1116
      @ritamonibhuyan1116 4 หลายเดือนก่อน

      Muru athu aru gar joinbur bixh ,juwakali Tezpur namecare medical t dekaisu.apunar video Sai upkrit hom buli bhabisu.

  • @arnobkumarkhanikor6
    @arnobkumarkhanikor6 3 หลายเดือนก่อน +1

    বহুত ভাল লাগিল

  • @DipaBaruah-m8l
    @DipaBaruah-m8l 7 หลายเดือนก่อน +9

    বৰ ভাল লাগিল মোৰু ককালৰ বিষ আছে

  • @lakhimiborthakur7893
    @lakhimiborthakur7893 6 หลายเดือนก่อน +1

    বহুত আৱশ্যকীয় বিষয়ৰ ওপৰত আলোচনা হৈছে৷যথেষ্ট উপকৃত হ’লোঁ৷আগলৈ আৰু আশা কৰিলোঁ৷

  • @moonmikalita
    @moonmikalita 7 หลายเดือนก่อน +17

    বৰ সুন্দৰ ভিডিঅ, বহুত বহুত ধন্যবাদ 🙏🙏🙏

  • @AnantaDas-lt3mc
    @AnantaDas-lt3mc หลายเดือนก่อน

    Dr Palash sir r katha khini shuni bahut bhal lagil lagote bahu upakrita halo welcome janalo sir

  • @dbora8280
    @dbora8280 7 หลายเดือนก่อน +5

    Dr Pathak,apunar bohumulia upodesh bilak jikono rogar khetrat bor bhal lagil aru apunar arugya kendrat jaboloi chretha korim,Dhanyabad

  • @SujataRay-r8x
    @SujataRay-r8x 5 หลายเดือนก่อน +2

    বহুত ভাল লাগিল কথা খিনি জানিব পাই ধন্যবাদ চাৰ

  • @bontiborah7476
    @bontiborah7476 7 หลายเดือนก่อน +5

    Dr Polash sir কথা খিনি শুনি বৰ ভাল লাগিল।

    • @sabitrikalita9526
      @sabitrikalita9526 7 หลายเดือนก่อน

      Video টো চাই বহু অভিজ্ঞতা সঞ্চয় কৰিব পাৰিলো

  • @dipadutta958
    @dipadutta958 6 หลายเดือนก่อน +1

    ভিডিঅটো বহুত ভাল লাগিল । আপোনাৰ লগত ভগৱানে কৰিলে লগ হম বুলি ভাবিছো ।ধন্যবাদ চাৰ ।

  • @kovitas2173
    @kovitas2173 7 หลายเดือนก่อน +8

    ছাৰ নমস্কাৰ, এই ভিদিও টো দেখি খুব ভাল লাগিলে , মোৰ ভাইটিৰ ৬ ,৭ বছৰ বয়সত বাত জ্বৰ হৈছিল বহুত চিকিৎসা কৰাৰ পাছতো ভাল নহল এতিয়া ভাইটি হেন্দিকেপ হাত ভৰি বেঁকা হৈ গৈছে ছাৰ, আপোনাৰ ক্লিনিকত্ত আহিলে সুফল পামনে ? জনালে উপকৃত হম্ 🙏

    • @Rekhasvlog1515
      @Rekhasvlog1515 7 หลายเดือนก่อน +1

      God bless you 🙏 আপুনি পাৰিলে অতি সোনকালেই Doctor দেখুৱাই লওঁক । ই একপ্ৰকাৰৰ বাত বেমাৰ হয় । 😊 আপোনিৰ TH-cam বত গৈ rheumatology doctor search কৰিব এই বেমাৰৰ বিষয় সকলো বোৰ বিছাৰি পাব বুলি আশা কৰিছোঁ । মোৰ মনৰ কথাখিনি কৈছোঁ । কিবা ভুল লেখিছোঁ যদি বেয়া নাপাব ।🙏🙏🙏

  • @begumnarjee5046
    @begumnarjee5046 2 หลายเดือนก่อน

    Sir kothakhin huni bohut val lagel , bohu nojana kotha janilu thank you sir , dhynbad

  • @dalimigogoi3416
    @dalimigogoi3416 7 หลายเดือนก่อน +5

    হিমাশ্ৰী ইমান এটা লাগতিয়াল ভি ডি অ আগবঢ়োৱাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ জনালো লগতে ছাৰৰ সু-স্বাস্থ্য ও দীঘায়ু কামনা কৰিলো।

  • @AditkrDas
    @AditkrDas 3 หลายเดือนก่อน

    ধন্যবাদ জনাইছোঁ আপোনাক
    আপোনাৰ কথাবোৰে সাধাৰণ
    মানুহক বহুতো উপকৃত কৰিব।
    পুনৰাই আপোনালৈ ধন্যবাদ থাকিল।

  • @nirumahantadutta4701
    @nirumahantadutta4701 7 หลายเดือนก่อน +16

    কথাখিনি জানি বহুত ভাল লাগিল, ঠিকনাটো দিবাচোন হিমাশ্ৰী ।

    • @JonaliBhagabati
      @JonaliBhagabati 7 หลายเดือนก่อน

      😢মোৰনাভৰবিসহৈছেভালহবনে

    • @sikhadas7687
      @sikhadas7687 7 หลายเดือนก่อน +1

      ঠিকনা আৰু ফোন নম্বৰ দিবছোন |

    • @minusvlog8945
      @minusvlog8945 6 หลายเดือนก่อน

      Pandu sadilapur, Jalukbari

  • @jaminikalita9548
    @jaminikalita9548 หลายเดือนก่อน +1

    Think you...

  • @SarajuBora
    @SarajuBora 7 หลายเดือนก่อน +6

    Himashri aapunar V.D.O. khub chau .Bahut val lage kot kenekoi log pam janabosun .Sakalu bemarei val hoi ne ?

  • @eunusaliahmed5912
    @eunusaliahmed5912 6 หลายเดือนก่อน +1

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ

  • @CocBarman
    @CocBarman 7 หลายเดือนก่อน +12

    Nikhita gogoi or babe plzz like korok tetiya he baa a comment tuh sabo

  • @momisonowal9610
    @momisonowal9610 6 หลายเดือนก่อน +1

    বহুত ভাল অনুষ্ঠান, নজনা কথা শিকিলোঁ, Thank u so much 🙏🏻🙏🏻🙏🏻🙏🏻

  • @dilipbora7351
    @dilipbora7351 7 หลายเดือนก่อน +4

    Very good video

  • @bijoydas5841
    @bijoydas5841 หลายเดือนก่อน +1

    Thanks for this. Sir

  • @chandanadas4058
    @chandanadas4058 7 หลายเดือนก่อน +8

    Himasri bor Val Lagile

  • @sorupaidas7114
    @sorupaidas7114 6 หลายเดือนก่อน +1

    সুন্দৰ নিদৰ্শন ভগৱানে মঙ্গল কৰক। আশীৰ্বাদ কৰিছো।🙏🙏💯

  • @HorenSaikia-gz6qi
    @HorenSaikia-gz6qi 7 หลายเดือนก่อน +15

    Himasri ba dr jonor thikona tu dibo soon

    • @BiswajitDey-l4x
      @BiswajitDey-l4x 5 หลายเดือนก่อน +1

      Pandu sadilapur near jalukbari

  • @lipigogoi7372
    @lipigogoi7372 2 หลายเดือนก่อน

    Val lagil huni eman dhuniyaka bujai disa.hothik adarsh dibo

  • @dipadas291
    @dipadas291 7 หลายเดือนก่อน +4

    Dr garakir clinic kot?

  • @parthapratimmadahi5599
    @parthapratimmadahi5599 4 วันที่ผ่านมา

    Khub val lagil kothakhini xuni

  • @PradipSharma-j2d
    @PradipSharma-j2d 7 หลายเดือนก่อน +1

    ড, পলাশ চাৰৰ কথা খিনি শুনি বহুত ভাল লাগিল।

  • @diptigogoi8456
    @diptigogoi8456 2 หลายเดือนก่อน

    বহুত ভাল লাগিছে বিষৰ বাবে video চাই।

  • @nilutpalll669
    @nilutpalll669 6 หลายเดือนก่อน

    Himashree tumak bohut dhanyabad jonalu Dr Palash sir or interview tur babe. Tekhetor suggestion Bure viewers hokolok bohut upokrito koribo.

  • @imdadali9519
    @imdadali9519 4 หลายเดือนก่อน

    ভাল লাগিল চাৰ আপোনাৰ দিহা পৰামৰ্শ খিনি।❤

  • @junumonigogoi5537
    @junumonigogoi5537 6 หลายเดือนก่อน +1

    বহুত ভাল লাগিল যোগাযোগৰ ঠিকনা লাগিছিল

  • @bobitasaikia2753
    @bobitasaikia2753 4 หลายเดือนก่อน

    বৰ ভাল information . কেৱল প্ৰশ্ন কৰা গৰাকীয়ে ডাঙৰৰ লগত বা সন্মানীয় ব্যক্তিৰ লগত কি দৰে কথা পাতিব লাগে সেইটো শিকা উচিত ৷ ইমান কেজুৱাল ভাবে কথাবোৰ নকলে বেছি ভাল লাগিব ৷ আশা কৰো আগলৈ ইন্টাৰভিউ ললে কথাটো মনত ৰাখিব ৷

  • @rajitagoswami5307
    @rajitagoswami5307 7 หลายเดือนก่อน +2

    বহুত ভাল লাগিল ভিডিঅ' টো।Dr Polash Pathak Sir ৰ Ghy add দিব।

  • @sikhadas5175
    @sikhadas5175 7 หลายเดือนก่อน +2

    Khosa ke dei khub val lagil kothabur janibo pari aru ajekali kisuman Dr enekuakoi treatment kori manuhk thogi ase sir iaman dhuniyakoi bujaise j val lagil❤❤❤

  • @nitulofficial9584
    @nitulofficial9584 6 หลายเดือนก่อน +1

    Palash Pathak sirok bohut ber lg paixu aru tekhetr hoite poitek bar lg pau te notun notun health advise bur pau tekhetor neutrasitical aru farmacitical r uport prai hklu khini experience aru knowlage axe buli kuat kunu hodekh nai tekhetok apunar chenal t dekha pai otikoi hukhi hoixu,apunaloi aru Palash sir loi bohut bohut dhanyabad Thakil❤❤❤

  • @satyajyotichetiakonwar7253
    @satyajyotichetiakonwar7253 2 หลายเดือนก่อน

    অশেষ ধন্যবাদ

  • @pajiruddinahmed2995
    @pajiruddinahmed2995 6 หลายเดือนก่อน +2

    চাৰ, বহুত ধন্যবাদ জনাইছো

  • @_harshajit_borah_7324
    @_harshajit_borah_7324 5 หลายเดือนก่อน

    বহুত ভাল লাগিল ছাৰক। বা তোমাক বহুত ধন্যবাদ জনাইছো ইমান সুন্দৰ বাৰতা এটা আগবঢ়োৱা বাবে। ❤

  • @pradipkalita2014
    @pradipkalita2014 6 หลายเดือนก่อน

    Outstanding. বহুত বহুত ধন্যবাদ। বৰ সুন্দৰ আৰু অতি প্ৰয়োজনিয়। বহুত মানুহ অপকৃত হব।

  • @geetalahkar9910
    @geetalahkar9910 5 หลายเดือนก่อน

    আপোনাৰ ভাবধাৰা সঁচাকৈয়ে ভাল লাগিছে । লগ কৰিম কেতিয়াবা ।

  • @rajuchowra7222
    @rajuchowra7222 6 หลายเดือนก่อน

    বহুত ভাল লাগিল।বিষৰ সম্পৰ্কে কিছু কথা গম পালো।

  • @pranabdutta8333
    @pranabdutta8333 2 หลายเดือนก่อน

    Dared, Honest,Real,Dr.❤,,😊

  • @ritadas854
    @ritadas854 6 หลายเดือนก่อน +1

    বহুত ভাল কথা কৈছে ছাৰ।

  • @charanjitkaurrakhra2373
    @charanjitkaurrakhra2373 4 หลายเดือนก่อน

    best video 👌👌👌 গতিকে মই গৌৰৱৰে share কৰিলো 🙏

  • @rikisvlog1830
    @rikisvlog1830 5 หลายเดือนก่อน

    বহুত কথা শিকালে । বহুত ভাল লাগিল ।🙏

  • @DrishitraHajarika
    @DrishitraHajarika 2 หลายเดือนก่อน

    Thank you Dr pathok sir. Opunar advice bohot bhal lagil. Thanks for advice.

  • @ChandraprovaDas-u5f
    @ChandraprovaDas-u5f 3 หลายเดือนก่อน

    চাৰৰ কথাবোৰ শুনি বহুত ভাল লাগিল আৰু বহুত কথা জানিব পাৰিলো।চাৰ আপোনাৰ সম্পূৰ্ণ ঠিকনাটো জনাবচোন

  • @KangkanDas-l6y
    @KangkanDas-l6y 4 หลายเดือนก่อน

    আপুনি বহুত বহুত ভাল কথা কৈছে 🙏🙏

  • @AbdurRahman-fq8ml
    @AbdurRahman-fq8ml 2 หลายเดือนก่อน

    Lot of thanks for very informative video!I am also suffering from osto arthritis.

  • @PunyaBhuyan-jc7ji
    @PunyaBhuyan-jc7ji 2 หลายเดือนก่อน

    ভাল লাগিল ছাৰ🎉🎉

  • @chandirampegu7837
    @chandirampegu7837 4 หลายเดือนก่อน

    কিবা অসুবিধা হ'লে আহি অছু ধন্যবাদ

  • @snigdharay3429
    @snigdharay3429 5 หลายเดือนก่อน

    আলোচনা খিনি চাই বহুত ভাল লাগিছে, ধন্যবাদ।

  • @pahareedeka6419
    @pahareedeka6419 6 หลายเดือนก่อน

    আলোচনা টি বহুত ভাল লাগিছে। ডক্তৰ পাঠকক নিশ্চয় লগ কৰিম

  • @kalpanamazumder9485
    @kalpanamazumder9485 4 หลายเดือนก่อน

    বৰ ভাল লাগিল সাক্ষাৎকাৰ টো চাই। উপকৃত হ'লো । অনুগ্ৰহ কৰি সম্পূৰ্ণ ঠিকনা টো দিবচোন। মই তেজপুৰৰ ।

  • @swapnanalbaria-eo2zm
    @swapnanalbaria-eo2zm 6 หลายเดือนก่อน +1

    Sar apunar kotha khini xuni bohut Val lagil dhanyawad

  • @mousumsonowal973
    @mousumsonowal973 6 หลายเดือนก่อน

    হিমাশ্ৰী বা আপোনালৈ বহু ধন্যবাদ থাকিল
    ইমান ভাল ভাল বিষয় বোৰ লৈ আহে বহুত ভাল লাগিল।

  • @sewalibaruah3395
    @sewalibaruah3395 6 หลายเดือนก่อน

    বৰ সুন্দৰ ব্যাখ্যা, মোৰ সৈতে আন বহুজন উপকৃত হ'ব ।