ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

এগৰাকী অৱসৰী শিক্ষকে মুখ্যমন্ত্ৰীৰ কথাত জাঙুৰ খাই উঠিছে|A Retired Teacher On CM HimantaBiswa Sarma

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 มิ.ย. 2024
  • A Retired Teacher On CM Himanta Biswa Sarma
    Retired teachers
    Venture teachers
    non provincial teachers
    cm assam
    Teachers association
    এগৰাকী অৱসৰী শিক্ষকে মুখ্যমন্ত্ৰীৰ কথাত জাঙুৰ খাই উঠিছে|A Retired Teacher On CM HimantaBiswa Sarma
    #ablive24 #cmassam #retiredteacherd

ความคิดเห็น • 283

  • @usharanisaikia6912
    @usharanisaikia6912 หลายเดือนก่อน +10

    একেবাৰে সত্য আৰু শুদ্ধ কথা কৈছে তেখেতে। শিক্ষকে সদায় সচা কথাই কয়।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes 🙏

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 หลายเดือนก่อน +9

    সম্পূৰ্ণ সচা কথাই কৈছে অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু গৰাকীয়ে।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 👍

  • @lulalu6707
    @lulalu6707 หลายเดือนก่อน +11

    শিক্ষা গুৰুক শ্ৰদ্ধা জনাও 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 🙏

  • @manabjyotigogoi1806
    @manabjyotigogoi1806 หลายเดือนก่อน +9

    তেওঁ শিক্ষক সমাজৰ ওচৰত মাফ খুজিব লাগে।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 👍

  • @kamaleswarswargiary4499
    @kamaleswarswargiary4499 หลายเดือนก่อน +9

    যি ৰাজ্যত শিক্ষকক , শিক্ষা গুৰুক অপমান কৰে তাত শান্তি উন্নতি নহয় ।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 👍

  • @usharanisaikia6912
    @usharanisaikia6912 หลายเดือนก่อน +8

    শিক্ষকৰ প্রধান শতৰু মুখ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মা।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 🙏

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j หลายเดือนก่อน +8

    তৰুণ গগৈ আৰু সৰ্বানন্দ ভৰিৰ ধুলিৰ যোগ্য নহয় হিমন্ত ৷

    • @fsc446
      @fsc446  หลายเดือนก่อน

      ঠিক

  • @minatibora5717
    @minatibora5717 หลายเดือนก่อน +5

    শিক্ষক সকলক মানুহ বুলিয়ে গণৈ নকৰে । তেওৰ ঘৰৰ হাজিৰা মানুহ বুলিহে ভাবে ।

    • @fsc446
      @fsc446  29 วันที่ผ่านมา +1

      Right 👍

  • @mukulsarma1173
    @mukulsarma1173 หลายเดือนก่อน +7

    এক চিন্তানীয় বিষয়, শিক্ষকক অপমান কৰা কোনো ৰাজনৈতিক নেতা সময়ৰ সোঁতত হেৰাই গৈছে। এনে উদাহৰণ বহুত আছে। ই অধঃপতনৰ আগজাননী।সময়ে নিশ্চয় জনাব। চাৰ আপোনাক ধন্যবাদ।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 👍

  • @bandanagayan1929
    @bandanagayan1929 หลายเดือนก่อน +6

    বৰ ভাল লাগিল আপোনাৰ কথাখিনি সচা কথা কৈছে ধন্যবাদ জনালো

    • @fsc446
      @fsc446  หลายเดือนก่อน

      হয়

  • @jayadass2681
    @jayadass2681 หลายเดือนก่อน +7

    শিক্ষকক অপমান মানে গুৰু সমাজক অপমান কৰা।ইয়াৰ ফল অতি সোণকালে তেওঁ ভোগ কৰিব লগীয়া হ'ব।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 🙏

  • @hemantamahanta5578
    @hemantamahanta5578 หลายเดือนก่อน +5

    মুখ্যমন্ৰীয়ে শিক্ষকৰ মৰ্যদা নুবুজে । মুখ্যমন্ৰীৰ মতে তেখেতেই ভগবান ।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 👍

  • @ambikakrishna5793
    @ambikakrishna5793 หลายเดือนก่อน +6

    শিক্ষক সকলৰ কোনো ৰাজনৈতিক নেতাৰ গোলাপ নহয়। মূখ্য মন্ত্ৰীয়ে ই ভি এম বস্ক কেনেকৈ চাবলৈ পালে।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Evm ৰ ভিতৰত সোমাই চাই আছিল

  • @utpalgoswami1990
    @utpalgoswami1990 หลายเดือนก่อน +7

    মূখ্য মন্ত্ৰী ডাঙৰীয়া, আপোনাৰ অতি আপোন অ গ পৰ আগৰ মূখ্য মন্ত্ৰী মহন্তক এতিয়া সাধাৰণ মানুহে চাৰতো নকয় সন্মান সহকাৰেও কথা নকয় , কাৰণ মিছলিয়া , আৰু দগবাজ, চোৰ আছিল। কিন্তু আপুনি মহন্ততকৈ বহু ওপৰৰ "দগবাজ ,চোৰ,দকাইট,কমিচন খোৱা , মিছলিয়াৰ" শিৰোনাম দখল কৰা এজন নহয়নে ? আপোনাৰ ৫ বছৰীয়া থিকা শেষ হোৱাৰ পাছত আপোনাক কি বুলি মাতিব অনুমান কৰিব পাৰেনে ? কিন্তু এজন শিক্ষকক মৰা দিনলৈকে সদায় "চাৰ বা মহাশয়ে" বুলি কব ।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      একেবাৰে ঠিক কৈছে আপুনি

    • @hanseali1924
      @hanseali1924 หลายเดือนก่อน

      একেবাৰে সত্য কথা ।

  • @abdulhekim5770
    @abdulhekim5770 หลายเดือนก่อน +4

    Sir, আপোনাক বহুতো ধন্যবাদ।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      🙏🙏

  • @hemantamahanta5578
    @hemantamahanta5578 หลายเดือนก่อน +5

    মুখ্যমন্ৰী ডাঙৰীয়াই যি পায় তাকে তাকে কয় । মুখখন থাকিলেও সকলো কথা কব নাপায় ।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      হয় দিয়ক

  • @kiranmedak1516
    @kiranmedak1516 หลายเดือนก่อน +6

    You are absolutely right...

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes

  • @JayantaChangmai-bs3py
    @JayantaChangmai-bs3py 28 วันที่ผ่านมา +5

    ঠিকেই কৈছে আপুনি

    • @fsc446
      @fsc446  12 วันที่ผ่านมา

      Thanks 🙏

  • @user-fz1fp7oj3u
    @user-fz1fp7oj3u หลายเดือนก่อน +3

    অৱসৰ শিক্ষক জনলৈ মোৰ অশেষ ধন্যবাদ থাকিল।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      👍💙

  • @inglishvlogs1015
    @inglishvlogs1015 หลายเดือนก่อน +6

    প্ৰণাম গুৰুদেৱ

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes pronam gurudev, Thank you 👍

  • @abdurroshid4282
    @abdurroshid4282 16 วันที่ผ่านมา

    Thank you.

    • @fsc446
      @fsc446  12 วันที่ผ่านมา

      🙏🙏

  • @mahendranathchaliha9853
    @mahendranathchaliha9853 หลายเดือนก่อน +6

    শিক্ষকে কাক ভোট দিছে তেও কেনেকৈ জানে। তেও সৰবজান নেকি? মই ও এজন অৱসৰপ্ৰাপ্ত শিক্ষক। পেঞ্চন নাই। NPS পাও১৬৯৮ টকা। আমি কেনেকৈ চলিম। আকৌ বঢ়াব বিদ্যুৎ মাছুল, মবাইল ৰিচাৰ্জ আদি। NPS টো নাবাঢ়ে। বাৰে বাৰে শিক্ষক ক অপমান কৰি আহিছে। তেওক শিক্ষকে পঢ়োৱা নাছিল নেকি? ২০২৬ ত আমি ও সিদ্ধান্ত লম যদি OPS নিদিয়ে । মহাশয় আপোনাৰ বক্তব্য ক ধন্যবাদ জানাইছো।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 👍

    • @mdtahirahmed1152
      @mdtahirahmed1152 หลายเดือนก่อน

      Bjp hotaw

  • @ramcharanthakuria928
    @ramcharanthakuria928 หลายเดือนก่อน +3

    মহাশয় আপুনি একেবাৰে সত্য কথা কৈছে, আপুনি আমাৰ শিক্ষক সমাজৰে এজন, ন্যায় কথা মাত মাতিছে, তাৰবাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      🙏🙏

  • @user-cp8wl2oy2n
    @user-cp8wl2oy2n หลายเดือนก่อน +4

    আমাৰ মুখ্য মন্ত্ৰীয়ে, শিক্ষক সকলক কলে আৰু সুল্যভ মুল্যৰ দুকানি সকলক শগুণ বুলি কলে আকৈ কিহৰ কাৰণে ভুত দিম বিধান সভাত উওৰ দিয়া হব ধন্যবাদ

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 👍

  • @bapanrajbongshi6637
    @bapanrajbongshi6637 หลายเดือนก่อน +5

    পৈত্ৰিক সম্পত্তি বিক্ৰি কৰি শিক্ষকক দৰমহা দি থকা নাই । Private school খুলিবলৈ চৰকাৰী স্কুল বন্ধ কৰি আছে । পৰীক্ষাৰ Paper leak কৰি পইচা লৈ আছে। বিদায় দিবৰ সময় হল ।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      তাকেই তো

  • @akbarhossain2179
    @akbarhossain2179 หลายเดือนก่อน +3

    A lot of thanks to you for exposing the truth

    • @fsc446
      @fsc446  29 วันที่ผ่านมา

      Thank you

  • @laksheswarbaruah4494
    @laksheswarbaruah4494 10 วันที่ผ่านมา

    শিক্ষকে পঢ়ুৱাই ডাক্তৰ ইঞ্জিনিয়াৰ মন্ত্ৰী সজায়।মন্ত্ৰীয়ে শিক্ষক নসজায়

    • @fsc446
      @fsc446  10 วันที่ผ่านมา

      Right 👍

  • @hiranmoyeepathak3992
    @hiranmoyeepathak3992 หลายเดือนก่อน +4

    প্ৰতিজন মানুহৰে ক্ষেত্ৰত এই সুত্ৰ প্ৰয়োগ কৰে ,,। মন্ত্ৰী য়ে হক , শিক্ষকে হক
    আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় । কোনেও ধোৱা তুলসীৰ পাত নহয়,
    নিজৰ দোষৰ টোপোলাটো পিছফালে থাকে । আৰু আনৰ দোষৰ টোপোলাটো সদায় আগফালে ওলমি থকা দেখা যায় ,

    • @fsc446
      @fsc446  หลายเดือนก่อน

      অৱশ্যে

    • @birendoley4583
      @birendoley4583 หลายเดือนก่อน

      সঁচা।

  • @gitanjalibaishya12
    @gitanjalibaishya12 หลายเดือนก่อน +4

    থিক কথা কৈছে sir 🙏

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 👍

  • @BinudaDihingia-rl6we
    @BinudaDihingia-rl6we หลายเดือนก่อน +4

    আপোনাক মোৰ ফালৰ অশেষ ধন্যবাদ

    • @fsc446
      @fsc446  หลายเดือนก่อน

      🙏🙏

  • @mnfilmproductionassamese6105
    @mnfilmproductionassamese6105 หลายเดือนก่อน +4

    Very good comment.

    • @fsc446
      @fsc446  หลายเดือนก่อน

      👍💙

  • @hanseali1924
    @hanseali1924 หลายเดือนก่อน +4

    আপুনি কোৱা কথাবোৰ থিকেই কৈছে।শিক্ষক সকলে মূখ্য মন্ত্ৰীক ভোট নিদিয়ে বুলি কৱা কথাতো চাবলৈ গলে দৰমাহা দিলে বুলি মূখ্য মন্ত্ৰীক ভোট দিবই লাগিব বুলিতো কথা নাই।কথা হল জিটো দলে বা মূখ্য মন্ত্ৰীএ ভালকৈ চৰকাৰ চলাব তেখেতক ৰাইজৰ পছন্দ হলে ভোট দিব বা নেদিব ইয়াত দৰমাহা লৈ তো কোনো কথা নাই কিন্তু কিছুমান শিক্ষকে হয়তো দৰমাহা নেদিব বুলি ভয়তে বা চাকৰি খোৱাৰ ভয়ত প্ৰতিবাদ নকৰি আমাৰদৰে ৰাইজক এটা ভুল শিক্ষা দি আহিছে।আমি বা ৰাইজে জিহেতুকে শিক্ষক সমাজক শ্ৰদ্ধা কৰো,মানো তাৰ বাবে কিছুমান ভুল শিক্ষা লবলৈ বাধ্য হৈছে।কিবা ভুল হলে ক্ষমাহ কৰিব।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 👍

  • @MainulHoque-rx7jo
    @MainulHoque-rx7jo หลายเดือนก่อน +3

    শিক্ষক সকল সমাজৰ বন্তি ৷ শ্ৰদ্ধাৰ পাত্ৰ ৷ অপমানৰ তুল্য নহয় ৷

    • @fsc446
      @fsc446  หลายเดือนก่อน

      হয়

  • @kanchanmoydas6118
    @kanchanmoydas6118 หลายเดือนก่อน +3

    Yes very good speach you R having courage Thanks a lot Sir ji ,Thanks

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes I salute him 🙏

  • @hemantaborgohain4493
    @hemantaborgohain4493 หลายเดือนก่อน +3

    ক্ষমতালিপ্সু লোকৰ মান-সন্মান, লাজ-অপমান একোৱে নাথাকে । কৈ লাভ আছে জানো ?

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 👍

  • @SorifurRahman-mc2te
    @SorifurRahman-mc2te หลายเดือนก่อน +2

    Excellent statement

    • @fsc446
      @fsc446  29 วันที่ผ่านมา

      Right 👍

  • @jatinroy9135
    @jatinroy9135 หลายเดือนก่อน +7

    Apunar kotabur huni borval lagcha sir

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes

  • @wazidali5046
    @wazidali5046 หลายเดือนก่อน +3

    Absolutely right

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes 🙏

  • @risongnrisong9366
    @risongnrisong9366 27 วันที่ผ่านมา +2

    Right sir 👍👍👍👍👍👍

    • @fsc446
      @fsc446  12 วันที่ผ่านมา

      💙🙏

  • @amiyabaruah3534
    @amiyabaruah3534 หลายเดือนก่อน +3

    শিক্ষক সকল মৰা মানুহ নকি একো নামাতে । মতক দেশ খন বচাওক ।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      হয় শিক্ষক সকল ঐক্যতাৰে মাতিব লাগে

    • @hanseali1924
      @hanseali1924 หลายเดือนก่อน

      আপুনি কৱা কথাতো থিকেই।শিক্ষক সকলে বহুসময়ত ভয়তে cm ৰ কথাত প্ৰতিবাদ নকৰি ৰাইজক এটা বেয়া শিক্ষাহে দি গৈছে।

  • @jhoondeka8568
    @jhoondeka8568 หลายเดือนก่อน +1

    Vote খুজি লোৱা নহয়। ভাল কাম কৰা নাই বাবে ভোট দিয়া নাই। Cm মহাসয়। Sir আপোনাক thanks দিলো।

    • @fsc446
      @fsc446  29 วันที่ผ่านมา

      Yes

  • @kiransaikia6211
    @kiransaikia6211 หลายเดือนก่อน +2

    Of course.

    • @fsc446
      @fsc446  29 วันที่ผ่านมา

      Yes

  • @tarundas8552
    @tarundas8552 หลายเดือนก่อน +3

    ভাল কথা কৈছে।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes 👍

  • @dilipkumarmech2084
    @dilipkumarmech2084 หลายเดือนก่อน +3

    গুৰুক অপমানকৰা দেশত অশান্তি অনিবাৰ্য ।

    • @fsc446
      @fsc446  หลายเดือนก่อน

      ঠিকেই 👍

  • @nripenborgohain201
    @nripenborgohain201 24 วันที่ผ่านมา +2

    ঠিক ছাৰ আমি আছোঁ

    • @fsc446
      @fsc446  12 วันที่ผ่านมา

      👍🙏🙏

  • @minatibora5717
    @minatibora5717 หลายเดือนก่อน +2

    এমালগেমেশ্বন কৰি আমাৰ পদময্যদা হানি কৰিছে লগতে ৩০০ টকাৰে লেবেল মাৰি আমাক নিম্ন ময্যদা প্ৰদান কৰিঅপমান কৰিছে । আৰু সেই ময্যদা পাব লৈ কিয় কঠোৰ সংগ্ৰাম কৰিব লাগে ।আমাৰ শিক্ষাৰ ময্যশদা নাই নেকি ।

    • @fsc446
      @fsc446  29 วันที่ผ่านมา

      Right 👍

  • @dipalidoleydipalidoleypegu
    @dipalidoleydipalidoleypegu 23 วันที่ผ่านมา +1

    Nice sir

    • @fsc446
      @fsc446  12 วันที่ผ่านมา

      Thanks 👍

  • @puspadhardowarah1932
    @puspadhardowarah1932 หลายเดือนก่อน +2

    অবসৰ প্ৰাপ্ত শিক্ষক চাৰলৈ অশেষ অশেষ ধন্যবাদ।মাহেকত ১১০০০/= দৰমহা এজন শিক্ষকে কেনেকৈ পৰিয়াল পোহপালদি লৰা-ছোৱালী কেনেকৈ পঢ়াব?এইজনে ভাবি চাইছেনে? শিক্ষক সকল মোৰ অতিশ্ৰদ্ধাৰ।তেওলোকৰ পৰাই আমাৰ"চকু মেল খালে।শিক্ষকে যদি কিবা ভুল কৰিছে;সেই দোষ শিক্ষকৰ নহয়; চৰকাৰৰ হে।শিক্ষকক কোনোবাই কিবা কলে প্ৰত্যুত্তৰ দিমেই।

    • @fsc446
      @fsc446  หลายเดือนก่อน +1

      👍🙏

  • @NiranandaKamsena
    @NiranandaKamsena หลายเดือนก่อน +2

    সুন্দৰ বক্তব্য ৷

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes

  • @SirajuddinAhmed-dw1qe
    @SirajuddinAhmed-dw1qe หลายเดือนก่อน +1

    Thanks for your valuable video .

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Thank you 🙏

  • @rehenarabegum2919
    @rehenarabegum2919 หลายเดือนก่อน +1

    Thanks

    • @fsc446
      @fsc446  หลายเดือนก่อน

      👍💙

  • @user-tc7ke1io8k
    @user-tc7ke1io8k หลายเดือนก่อน +3

    Good news

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes thanks 🙏

  • @user-ss6wz8ec7s
    @user-ss6wz8ec7s หลายเดือนก่อน +2

    সুন্দৰ বক্তব্য

    • @fsc446
      @fsc446  หลายเดือนก่อน

      ধন্যবাদ

  • @dipakrajbongshi3137
    @dipakrajbongshi3137 21 วันที่ผ่านมา +1

    Val kotha koise sir

    • @fsc446
      @fsc446  12 วันที่ผ่านมา

      🙏🙏

  • @SeEn.anything
    @SeEn.anything หลายเดือนก่อน +2

    Thank you binu deka

    • @fsc446
      @fsc446  หลายเดือนก่อน

      🙏🙏

  • @sadagorbaruah2237
    @sadagorbaruah2237 22 วันที่ผ่านมา +1

    আজি কালি কিয় জানো এই মূৰ্খ মন্ত্ৰী জনৰ কথাই শুনিবলৈ মন নেযায়। প্ৰতিটো কথাই অবিশ্বাস যোগ্য যেন লাগে ।

    • @fsc446
      @fsc446  12 วันที่ผ่านมา

      মতলবি মন্ত্ৰী

  • @MujiburRahman-qg7pe
    @MujiburRahman-qg7pe หลายเดือนก่อน +2

    👍Right kota koisa sir kota khini huni bhal lagil 🙏🙏🙏

    • @fsc446
      @fsc446  หลายเดือนก่อน

      💙👍

  • @kameswarrabha2803
    @kameswarrabha2803 หลายเดือนก่อน +2

    Your reply is very good

    • @fsc446
      @fsc446  หลายเดือนก่อน

      🙏🙏

  • @atulhazarika4227
    @atulhazarika4227 หลายเดือนก่อน +3

    বৰাক ভেলীৰ জিলা কেইখনত চাকৰি কৰা সময়ত দেখিছিলো বহু শিক্ষকে স্কুললৈ নগৈ নিজে সামান্য ধন দি বেলেগ ব্যক্তি তেওঁৰ ঠাইত স্কুলত ক্লাছ কৰিব দিয়ে ।

    • @fsc446
      @fsc446  29 วันที่ผ่านมา

      হয় এনেকুৱা শিক্ষক আছে

  • @abdulmonnaf3555
    @abdulmonnaf3555 หลายเดือนก่อน +1

    O.k Thank Sir

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes thanks 👍

  • @pinkisarmah8400
    @pinkisarmah8400 หลายเดือนก่อน +2

    U r right i meen rieal hero

    • @fsc446
      @fsc446  หลายเดือนก่อน

      💙👍

  • @anawarlaskar2933
    @anawarlaskar2933 หลายเดือนก่อน +2

    Good job

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes

  • @AnilBarman-gx9dh
    @AnilBarman-gx9dh หลายเดือนก่อน +2

    Right 👍

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes

  • @bipulborah2193
    @bipulborah2193 หลายเดือนก่อน +1

    Excellent

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes

  • @baharali8785
    @baharali8785 หลายเดือนก่อน +2

    Right.

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Thank you 🙏

  • @PrasannaGogoi-tg9my
    @PrasannaGogoi-tg9my หลายเดือนก่อน +2

    Hundor

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Tq

  • @sashibhatta5198
    @sashibhatta5198 หลายเดือนก่อน +1

    কিছু অংশতহে যুক্তি বিচাৰি পোৱা যায় ৷

    • @fsc446
      @fsc446  หลายเดือนก่อน

      👍

  • @sashibhatta5198
    @sashibhatta5198 หลายเดือนก่อน +1

    যুক্তি আছে কথাত ৷

    • @fsc446
      @fsc446  หลายเดือนก่อน

      হয় 👍

  • @kanaklalsutradhar6998
    @kanaklalsutradhar6998 หลายเดือนก่อน +2

    What a daring retired teacher !.

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes he is very brave

  • @CXOSNEKXZ
    @CXOSNEKXZ หลายเดือนก่อน +1

    Super sir

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 👍

  • @MainuddinAli-x5i
    @MainuddinAli-x5i หลายเดือนก่อน +1

    Right

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes 🙏

  • @BonomaliDas-be3cg
    @BonomaliDas-be3cg หลายเดือนก่อน +1

    Good

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Thank you 🙏

  • @santaramdeka3015
    @santaramdeka3015 หลายเดือนก่อน +4

    Ops nakarile 2026 t ehatak out Kariba lagiba raij

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 👍

  • @ganeshtalukdar721
    @ganeshtalukdar721 หลายเดือนก่อน

    Allrightoksir,thankyou,yes,

    • @fsc446
      @fsc446  หลายเดือนก่อน

      👍🙏

  • @user-mt1bc4cv7h
    @user-mt1bc4cv7h หลายเดือนก่อน +1

    Right statement of Honourable sir

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Right 👍

  • @user-gw7xl1ph1d
    @user-gw7xl1ph1d หลายเดือนก่อน +2

    Bhal dile dei sir

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes

  • @bandanakonwar664
    @bandanakonwar664 หลายเดือนก่อน +1

    Right🙏🙏👍

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes

  • @hdbbjail2003
    @hdbbjail2003 28 วันที่ผ่านมา +4

    Rifht

    • @fsc446
      @fsc446  12 วันที่ผ่านมา

      👍👍

  • @tglegentgamer1278
    @tglegentgamer1278 หลายเดือนก่อน +3

    Khoub vaal kotha koise

    • @fsc446
      @fsc446  หลายเดือนก่อน

      🙏

  • @seemaborah101
    @seemaborah101 หลายเดือนก่อน +1

    কিছু কিছু ৰাজহুৱা স্থান লিখা থাকে যে == "আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় "" খাপে খাপে কথাষাৰ মিলি আছে ।😊

    • @fsc446
      @fsc446  หลายเดือนก่อน

      হয় দিয়ক

  • @gulukmudoi3275
    @gulukmudoi3275 หลายเดือนก่อน +1

    Right sir

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes

  • @swadeshghose8086
    @swadeshghose8086 หลายเดือนก่อน

    It is xcellent speech bhaijaan also showing ur braveness.Overall Outstanding.

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes right

  • @aslam_fun_video_blog
    @aslam_fun_video_blog หลายเดือนก่อน +1

    Nice ❤❤❤ video

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Thank you 👍

  • @MadhurjyaSaud
    @MadhurjyaSaud หลายเดือนก่อน +2

    Apuni thikei koise.

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes sir

  • @Kunjayray-l8c
    @Kunjayray-l8c 28 วันที่ผ่านมา +2

    Venture school khale

    • @fsc446
      @fsc446  12 วันที่ผ่านมา

      খালে

  • @kirtichandrasinha1918
    @kirtichandrasinha1918 28 วันที่ผ่านมา +1

    Keno Sikkhoker Pention Dishen Na Valo Kam Korlen Na Doinnybad JoySri Krishna

    • @fsc446
      @fsc446  12 วันที่ผ่านมา

      👍🙏🙏

  • @abulkashem5478
    @abulkashem5478 25 วันที่ผ่านมา +1

    SirAponakDhannabad

    • @fsc446
      @fsc446  12 วันที่ผ่านมา

      👍👍🙏

  • @MalinaNarzary-no6zs
    @MalinaNarzary-no6zs หลายเดือนก่อน +3

    CMয়ে CIDৰাখিছিলনেকি। ?শি ক্ষকেBJPকভোট দিছে নে দিয়া নাই আপুনি প্ৰমাণ দিয়ক

    • @fsc446
      @fsc446  หลายเดือนก่อน

      🙏🙏

  • @ganeshtalukdar721
    @ganeshtalukdar721 หลายเดือนก่อน

    Ok,soir,oksir,oksir,yhanks

    • @fsc446
      @fsc446  หลายเดือนก่อน

      🙏🙏

  • @mahammedhussain141
    @mahammedhussain141 หลายเดือนก่อน +1

    Tit for tat excellent reply we respect teacher only teachers can building nation❤❤❤

    • @fsc446
      @fsc446  29 วันที่ผ่านมา

      Right 👍

  • @nirugogoi4576
    @nirugogoi4576 หลายเดือนก่อน +1

    মুখ্যমন্ত্ৰী ‌য়ে বগা ক'লা বাবে কাম নাই

    • @fsc446
      @fsc446  หลายเดือนก่อน

      😄😄

  • @RinaGohain-en1pc
    @RinaGohain-en1pc หลายเดือนก่อน +1

    Hoi ,hikhyok hokol agosi2 bonti

    • @fsc446
      @fsc446  หลายเดือนก่อน

      🙏🙏

  • @arabindadeka5896
    @arabindadeka5896 หลายเดือนก่อน +2

    Ei Jan c m k aji kali bahut manuhe beya pai ,apunio ajo retired teacher hisabe uchit katha koise

    • @fsc446
      @fsc446  หลายเดือนก่อน

      ভিন্ন মন ভিন্ন মত

  • @user-gl8ic1zw7u
    @user-gl8ic1zw7u หลายเดือนก่อน +2

    aro eman Val keita man sakri dise fixed payr sakri ghar tu sluya tan .

    • @fsc446
      @fsc446  หลายเดือนก่อน

      তিল তিলকৈ মাৰি আছে

  • @PunyeswarMili-b4x
    @PunyeswarMili-b4x หลายเดือนก่อน

    Very good sir

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes

  • @MHB61
    @MHB61 หลายเดือนก่อน +1

    Old pension চালু করার জন্য আবেদন

    • @fsc446
      @fsc446  หลายเดือนก่อน

      👍💙

  • @mridulkumarborah4181
    @mridulkumarborah4181 หลายเดือนก่อน +1

    Mamata gyanar sima nai seyehe mukhya mantrir Padat ami raije patiso. Aya Assamiar gyanar parisoy. Thanks.

    • @fsc446
      @fsc446  หลายเดือนก่อน

      👍

  • @BonomaliDas-be3cg
    @BonomaliDas-be3cg หลายเดือนก่อน

    Good

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Thank you 🙏

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 หลายเดือนก่อน

    Good.

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Yes

  • @KumarAliAhmed-ec9rs
    @KumarAliAhmed-ec9rs หลายเดือนก่อน +2

    Amak tutor bonaisey ai BJP sorkar.

    • @fsc446
      @fsc446  หลายเดือนก่อน

      Terms conditions dia mukhyo montri je Kam nai yar