ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Khub val hoise Partha....,Baba Da.
নামষাৰত ভাগ লবলৈ পাই ধন্য মানিছো । খুব সুন্দৰ হৈছিল চুনু আতৈ ।
Sundar,nam,hoisa
অতি সুন্দৰ হৈছে 🥰 পাৰ্থ ককাইদেউ 🥰
কৃষ্ণ হৰি ৰাম
কৃষ্ণ ,কৃষ্ণ ৰাম ,জয় গুৰু শঙ্কৰ ।।
Krishna Krishna probhu, Ram Ram
Krishna
কৃষ্ণ কৃষ্ণ নামৰ ধ্বনিৰ জৰিয়তে সকলোৰে আধ্যাত্মিক চেতনা জাগ্ৰত হওক।
সুন্দৰ অতি সুন্দৰ পৰিবেশন ।সুমধুৰ কণ্ঠ শুনি থাকিবলৈ মন যোৱা হৈছে ।পিছে মণৰ খোকোজা মাৰিবৰ বাবে সন্মান সহকাৰে বিষয় এটি আগ বঢ়ালো ।নাম প্ৰসংগত খোল বাদ্য ভাগ ব্যৱহাৰৰ প্ৰয়োজন আছে জানো?ভুল ধৰা নাই ।জানিবলৈ ইচ্ছা থাকিল ।দেৱ বাদ্য ভাগ ভৰিৰ আগত মাতিট থৈ পৰিবেশন কৰিব পাৰেনে,,,জানিবলৈ পালে সুখী হম ।কৃষ্ণ কৃষ্ণ ।
হয় আমাৰ ককায়েও কৈছিল নাম প্ৰসঙ্গত খোল ব্যৱহাৰ নহয় । নেগেৰা বা ডবাৰ ব্যৱহাৰ কৰিব পাৰি
সুন্দৰ
krishna krishna kripa korok
Ramkrisna ramkrisna govind
Krishna ,Bap bandhab aioti xab.
আধ্যাত্মিক জগত খনত শান্তি বহুত ।
Hu hu
Horehoreprobhu
Namkirtan together pronounce at Namghar which is good organised peace of mind Human life can never be understand without this knowledge of perceived intuition