ভাগৱত পাঠ।পদ্ম কাকতি বাসগৃহ।

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.พ. 2025

ความคิดเห็น • 348

  • @Bedanta77
    @Bedanta77 8 วันที่ผ่านมา +2

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম।বাপ সেৱা আগবঢ়ালো।

  • @ThanuPhukon-z2y
    @ThanuPhukon-z2y 2 หลายเดือนก่อน +15

    কৃষ্ণ,আপোনালোক দুয়োজনৰ পাঠ শুনি থাকিলে সাক্ষাৎ কৃষ্ণক দেখি থকা যেন লাগে বাপসব।নিজৰ অজ্ঞাতে দুচকুৱে দুধাৰি লোতক বৈ আহে।সেৱা আগবঢ়াইছো দুয়ো লৈ।

  • @purnandadas1898
    @purnandadas1898 หลายเดือนก่อน +3

    Krishna Krishna prabhu🌸🌸🌸🌸🌸🌸🌸🌸 🙏🙏🙏🙏🙏🙏🙏

  • @dipaksaikia5100
    @dipaksaikia5100 9 หลายเดือนก่อน +15

    অতি সুন্দৰ ❤️
    বিশেষ ভাৱে, বাঁহী ব্যৱহাৰ নকৰা বাবে শ্ৰুতিমধুৰ হৈছে ।।

  • @haribaruah9280
    @haribaruah9280 20 วันที่ผ่านมา +1

    অন্তৰত ভগৱত প্ৰেম পৰিপূৰ্ণ হৈ আছে কাৰণে এনে সুন্দৰ ভক্তি পূৰ্ণ সুৰ নিৰ্গত হৈছে। দুয়োজনকে ভক্তিভৰা প্ৰণাম জনালোঁ।

  • @chinimaibora7626
    @chinimaibora7626 3 หลายเดือนก่อน +5

    অতি সুন্দৰ ভাগৱত পাঠ শুনি থাকিব মন যায় আৰু শুনি আছোঁ।🙏🙏🙏🙏🪔🪔🪔🪔🪔

  • @purnandadas1898
    @purnandadas1898 หลายเดือนก่อน +1

    Krishna Krishna prabhu🌸🌸🌸🌸🌸🌸🌸 🙏🙏🙏🙏

  • @ThanuPhukon-z2y
    @ThanuPhukon-z2y 3 หลายเดือนก่อน +6

    কৃষ্ণ,আপোনালোকে বাঁহী ব্যৱহাৰ নকৰা বাবে ভাল হৈছে। সম্পূৰ্ণ স্পষ্ট ভাৱে শুনিব পৰা হৈছে।বহুত সুন্দৰ পাঠ ভগৱানে আপোনাসবৰ আয়ূস বৃদ্ধি কৰক যাতে আপোনাসবৰ পাঠ শুনি মনুষ্য জাতিৰ ভগৱন্তৰ প্ৰতি ভক্তি ভাব আৰু দৃঢ় হয়। কৃষ্ণ কৃষ্ণ।

  • @ritupadmini6623
    @ritupadmini6623 2 วันที่ผ่านมา +1

    Krisna Krisna 🙏🙏🙏

  • @ProbalKhataniar
    @ProbalKhataniar 7 หลายเดือนก่อน +4

    ভগৱানময়,হৰি ৰাম🙏🙏

  • @dipakborah893
    @dipakborah893 ปีที่แล้ว +2

    কাকতি আৰু বৰুৱা বাপ আপোনালোকৰ দুয়ো জনক পোন প্ৰথমে অন্তৰৰ পৰা আশীৰ্বাদ দিছোঁ। আপোনালোকে ইমান সুন্দৰ কৈ ভাগৱত শ্ৰৱণ কীৰ্তন কৰি আমাক শুনাইছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ম ই প্ৰতিদিনে আপোনালোকৰ ভাগৱত শ্ৰৱণ কৰি আছোঁ। বহুত আনন্দিত হৈছো। কৃষ্ণ 🙏🙏🙏

    • @RONTU684
      @RONTU684  ปีที่แล้ว +1

      আন্তৰিক ধন্যবাদ।কৃষ্ণ।

  • @pronitakakotiborah
    @pronitakakotiborah 6 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ🙏
    অতি সুন্দৰ 🙏🙏🙏🙏🙏

  • @prabhatdutta2067
    @prabhatdutta2067 หลายเดือนก่อน +1

    Bohut val lagil bap 🙏🙏

  • @bituponboraassam9322
    @bituponboraassam9322 2 ปีที่แล้ว +6

    ওঁ নমো ভগৱতে বাসুদেৱায় 🙏

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว +1

      কৃষ্ণ ৰাম।

  • @miduldutta8798
    @miduldutta8798 ปีที่แล้ว +2

    মন ভাল যোৱা ভাগৱত
    কণ্ঠ ,
    এই জীৱন ভাগৱতৰ বিনা একো নাই,
    জয় ৰাম 🙏শ্ৰী ৰাম🙏 জয় জয় ৰাম 🙏

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      কৃষ্ণ।

  • @RipuNath-v7s
    @RipuNath-v7s 3 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤

  • @AmlanduAmlandu
    @AmlanduAmlandu ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ। ভগবানে কৃপা কৰক।

  • @dibyagogoi7823
    @dibyagogoi7823 2 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ বাপ দুজনা 🙏।আমি মূঢ়মতি বৃদ্ধা শ্ৰৱণেহে গতি বাপ সমস্ত। আপোনাসৱৰ মুখপদ্মৰে ভাগৱত ভাগী পাঠে আমাক পৰম কৃতাৰ্থ, আপ্লুত, উপকৃত ও আনন্দিত কৰিলে। আপোনাসৱক ভগৱন্তপুৰুষে কৃপা কৰিছে। আৰু কৃপা কৰক ,তাকে কামনা কৰিছো। কৃষ্ণ কৃষ্ণ মাধৱ সেৱা জনাইছো দুয়োজনাৰ পদপংকজত 🙏🙏🙏🙏🙏

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว +1

      কৃষ্ণ। আন্তৰিক ধন্যবাদ জনালোঁ।

  • @munindragogoi2586
    @munindragogoi2586 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ ভাগৱতৰ পৰম অমৃত কথালৈ

  • @MR__DAS__07
    @MR__DAS__07 8 หลายเดือนก่อน +8

    Oum namu Bhagawate Basudebayo 🙏🏻❤

  • @konmaiboruah1943
    @konmaiboruah1943 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ আপুনহবলৈ ভক্তি ভৰা সেৱা জাচিলো

  • @phuleswarrabha6142
    @phuleswarrabha6142 5 หลายเดือนก่อน +1

    বৰ সুন্দৰ কণ্ঠেৰে বৰ সুন্দৰ ভাগৱত পাঠ৷

  • @ajitbakalial970
    @ajitbakalial970 5 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ.ভগৱন্তলৈ‌‌ সেৱা জনালোঁ।

  • @prasantabora4735
    @prasantabora4735 ปีที่แล้ว +1

    সদায়ে গধূলি আপোনাসৱৰ কীৰ্ত্তন শুনি মনটো ভাল লাগি যায়।ইমান সুন্দৰকৈ কীৰ্ত্তন কৰি আহিছে কবলৈ ভাষা নাই বাপ সমস্ত ।এইয়া ভগৱানৰ আশীৰ্বাদ আপোনাসৱৰ ওপৰত ।সদায়ে যেন শুনিবলৈ পাম।ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আপোনাসৱৰ সুস্থ সবল শৰীৰৰ মনৰ অধিকাৰী কৰি ৰাখে যেন ।কৃষ্ণ কৃষ্ণ

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      আন্তৰিক ধন্যবাদ।কৃষ্ণ।

  • @kalpanahazarika7631
    @kalpanahazarika7631 ปีที่แล้ว +1

    পৰম সুখকৰ পাঠ ভাগ। অন্তৰত ভক্তিৰ ৰস বৈ আহে। প্ৰভু ইমান সুন্দৰ।হতাশা আহিলেই আপোনাৰ পাঠ শ্ৰৱণ কৰি সুখ অনুভৱ।কৰো।পুণৰ বাৰে সেৱা জনাও।

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      কৃষ্ণ আই।

  • @jitendranathsaikia9341
    @jitendranathsaikia9341 ปีที่แล้ว +2

    Oti hundar
    🙏🙏🙏🙏🙏🙏🙏🙏

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      কৃষ্ণ।

  • @mahanpuja7915
    @mahanpuja7915 4 หลายเดือนก่อน +1

    Krishna Krishna Krishna Krishna........🙏🙏🙏🙏

  • @junmonigogoi-bt8hh
    @junmonigogoi-bt8hh 6 หลายเดือนก่อน +7

    সদায়েই শুনি থাকিবলৈ মন যায়। কৃষ্ণ কৃষ্ণ।

  • @paspagogoi2808
    @paspagogoi2808 ปีที่แล้ว

    Jai... krishna... krishna... krishna....🙏🙏🙏🙏👍👍

  • @Miduldutta
    @Miduldutta 2 ปีที่แล้ว +2

    ইমান ধুনীয়া লাগিছে ঘৰত থকা দৰে লাগিছে যেন সম্মুখত শুনি আছো,
    তাতে এচাতি সুন্দৰ বতাহ লাগি আছে প্ৰকৃতিৰ বুকুত,
    জয় শ্ৰী ৰাম 🙏🙏🙏
    জয় গৰু শংকৰ জয় গুৰু শংকৰ জয় গুৰু শংকৰ
    এনেদৰে শুনিবলৈ পায় অতি আনন্দ লাভ কৰিছো 🙏🙏🙏

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ আপোনাক।

  • @RanjanaGogoi-i7f
    @RanjanaGogoi-i7f 6 หลายเดือนก่อน +2

    OM Nomah bhagabwate Basudebawa

  • @kushalnath-jw8uw
    @kushalnath-jw8uw 4 หลายเดือนก่อน +2

    Om namo bhagwate basudeba
    Namo

  • @LakhimiGohain
    @LakhimiGohain 7 หลายเดือนก่อน +1

    Krishna Krishna Ram Ram 🙏🙏🙏🙏

  • @abmonty7274
    @abmonty7274 2 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏 অপুৰ্ব

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว

      কৃষ্ণ।

  • @kamalphukan1365
    @kamalphukan1365 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ 🙏
    হে বাপ সমস্ত
    আপোনাসবৰ বৈষ্ণৱী কণ্ঠৰ সুৰে
    আমাৰ হৃদি-প্ৰাণত কৃষ্ণ প্ৰেমৰ অশ্ৰু নিগৰাইছে!!
    ভগৱৎ প্ৰেম আৰু বাণীৰে মানৱ তথা সমাজ সংস্কাৰমুখী - ঈশ্বৰমুখী যাত্ৰা অবিৰত থাকক !
    প্ৰভূ ভগৱন্তৰ কৃপা হ‌ওঁক 🙏
    আমি দুয়ো গৰাকী বৈষ্ণৱ প্ৰাণলৈ ভক্তি ভৰা প্ৰণিপাত নিবেদন কৰিছোঁ !
    কৃষ্ণ কৃষ্ণ

  • @KALPANABORAH-v1j
    @KALPANABORAH-v1j 4 หลายเดือนก่อน +2

    খুব সুন্দৰ, শ্ৰৱণ কৰি খুবেই আপ্লুত হলো | সহস্ৰ প্রণাম,,,,, 🙏🙏

  • @sunilborgohain7779
    @sunilborgohain7779 4 หลายเดือนก่อน +1

    Ram krishna🙏🙏🙏

  • @Gitarani-v3c5r
    @Gitarani-v3c5r 3 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ ❤👍

  • @sumibonia5092
    @sumibonia5092 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 পৰভু

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว +1

      কৃষ্ণ।

    • @sumibonia5092
      @sumibonia5092 2 ปีที่แล้ว +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 👍👍🤳🙏💖🗨️🗨️🗨️🗨️🗨️🗨️💗🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻👏👏👌👌

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว

      ❤️

  • @utpaldas1065
    @utpaldas1065 9 หลายเดือนก่อน +3

    OUM NAMAHA BHAGAWATE BASUDEBAYA:. KRISHNA ,KRISHNA .❤❤🙏🙏🙏🙏❤❤

  • @kanakneog1877
    @kanakneog1877 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ৷ ভগৱানে সৱাৰো মংগল কৰক৷

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ।

  • @Jayanta_Chetia
    @Jayanta_Chetia ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ 🙏🏿🙏🏿

  • @sanjibbordoloi6975
    @sanjibbordoloi6975 หลายเดือนก่อน +1

    Krishna phbu ❤️🙏

  • @nabajyotinath7511
    @nabajyotinath7511 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @pranrider2023
    @pranrider2023 2 ปีที่แล้ว +1

    ৰাম কৃষ্ণ 🙏🙏🙏

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว

      কৃষ্ণ।

  • @MafuBorah
    @MafuBorah 8 หลายเดือนก่อน +1

    Kishna kishna pravu🙏🙏🙏🙏

  • @thunugogoi4801
    @thunugogoi4801 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ 🙏ইমান সুমধুৰ কণ্ঠ,মন হৰি নিয়া সুৰীয়া কণ্ঠ ।ভক্তি ভৰা সেৱা যাচিলোঁ ভকত দুজনাৰ দীৰ্ঘায়ু কামনা কৰি ।ঔঁম কৃষ্ণ কৃষ্ণ 🙏🙏

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      কৃষ্ণ।

  • @nripenburagohain
    @nripenburagohain 7 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @assamvlogschannel1921
    @assamvlogschannel1921 หลายเดือนก่อน +1

    Bhot vl lagela dya 🙏🙏

  • @adhyatmikaxom
    @adhyatmikaxom 7 หลายเดือนก่อน +1

    অতি মনোৰম ।।।।।শ্ৰৱণ কৰাই পৰম কৃপা কৰা হৈছে ।।

  • @pranabjyotisarmah896
    @pranabjyotisarmah896 ปีที่แล้ว +2

    মইও বৈকুণ্ঠৰ কল্পতৰু ভাগি পাঠ কৰোঁ কিন্তু বাপ আপোনালোকক প্ৰভুৱে ঐশ্বৰিক শক্তি দিছে । সুন্দৰ উপস্থাপন ।

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      কৃষ্ণ।

  • @rushanburagohain6803
    @rushanburagohain6803 2 ปีที่แล้ว

    ভাগৱত মোৰ প্ৰাণ।সুন্দৰ পাঠ হৈছে। তপ ণ,শিৱসাগৰ।

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว

      কৃষ্ণ। অশেষ ধন্যবাদ জনালোঁ।

  • @mamonidas1659
    @mamonidas1659 2 ปีที่แล้ว +1

    Krishna probhu pronam 🙏🙏🙏🙏

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ।

  • @deepagogoi4312
    @deepagogoi4312 ปีที่แล้ว +1

    Krisna krisna ❤❤❤

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      কৃষ্ণ।

  • @jatinbhuyan4826
    @jatinbhuyan4826 9 หลายเดือนก่อน +1

    ও নমো ভগৱতে বাসুদেৱ নম

  • @rupalidas1570
    @rupalidas1570 2 ปีที่แล้ว +3

    Krishna Krishna🙏🙏🙏🙏🙏

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว

      কৃষ্ণ।

    • @rupalidas1570
      @rupalidas1570 2 ปีที่แล้ว

      🙏🙏🙏🙏🙏

  • @wheelwithwings1794
    @wheelwithwings1794 2 ปีที่แล้ว +1

    কৃষ্ণ। অতি সুমধুৰ ।

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ।

  • @dulumonibora671
    @dulumonibora671 ปีที่แล้ว +1

    Krishna Krishna ❤❤❤❤❤

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      কৃষ্ণ।

  • @hemantabaruah3693
    @hemantabaruah3693 9 หลายเดือนก่อน

    অমৃতময় 🙏🙏

  • @Balamurali8039
    @Balamurali8039 8 หลายเดือนก่อน +1

    🙏🏾🙏🏾🙏🏾Jai shree krishna krishna Ram Ram Hari Hari ❤

  • @PronobGogoi-e5c
    @PronobGogoi-e5c ปีที่แล้ว +1

    Krishna Krishna

  • @kandorpabora5465
    @kandorpabora5465 ปีที่แล้ว +1

    Krishna Prabhu Ram Krishna Krishna

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      কৃষ্ণ।

  • @trishnabora2679
    @trishnabora2679 9 หลายเดือนก่อน +2

    সদায় শ্ৰৱণ কৰিলেও আমনি নালাগে। কৃষ্ণ, কৃষ্ণ।

  • @Himangkhu-HB1.
    @Himangkhu-HB1. 5 หลายเดือนก่อน +1

    কৃষ্ণ❤🙏🙏

  • @dndeb3576
    @dndeb3576 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ -------🙏 🙏 🙏

  • @sumgogoi369
    @sumgogoi369 ปีที่แล้ว +1

    কৃষ্ণ🙏 কৃষ্ণ🙏

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      কৃষ্ণ।

  • @LabanyaBoruah-v1d
    @LabanyaBoruah-v1d 10 หลายเดือนก่อน

    Krishna probhu pronam korisu hori ram❤

  • @mridulkumarrabha892
    @mridulkumarrabha892 ปีที่แล้ว +1

    কৃষ্ণ কথা শুনি ভাল লাগিল।

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      কৃষ্ণ।

  • @abmonty7274
    @abmonty7274 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏অমৃত পান কৰালে প্ৰভুসকল সেৱা জনালো, 👋👋👋

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว

      আন্তৰিক ধন্যবাদ জনালোঁ।

  • @lakheswarbora4825fafy
    @lakheswarbora4825fafy ปีที่แล้ว +2

    কৃষ্ণ সুন্দৰ কণ্ঠ 🙏🙏🙏

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      কৃষ্ণ।

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 8 หลายเดือนก่อน +3

    সত্য টো সত্য ই সদায়। সত্য টোৰ বেলেগ বেলেগ হ'ব ই নোৱাৰে। জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ ভাগে ভাগে সত্য নাথাকে। সত্য বিচাৰ কৰা ন্যায়াধীশ কেইজনহে অ সত্য। বিধে বিধে সত্যৰ বিছাৰ কৰে। সত্য টো এক বা এটাই হ'ব নিশ্চিত। মানুহটো প্ৰতি সমাজ খনৰ প্ৰতি দেশ খনৰ প্ৰতি চৰকাৰৰ প্ৰতি সত্য বেলেগ বেলেগ হ'ব নোৱাৰে। সেই বাবেই জগত খনত ইমান জাতি ধৰ্ম বৰ্ণ লিঙ্গ হ'ব নোৱাৰে। হ'লে ও ই মিছা মায়াৰ ভ্ৰম অস্থায়ী বিনাশ শীল প্ৰকৃতিৰ কলা চছমা। জগতত উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি চেতনা বা আত্মা ব্ৰহ্মৰেই প্ৰতিবিম্ব মাএ। গতিকে জগতত ইমান বিলাক জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ বৈষম্য আহিল কৰপৰা? আন কি চাৰি মুঠি আত্মা জীৱ শ্ৰেষ্ঠ মানৱৰ ‌বাদে ও মহা পুৰুষ মহিষী অৱতাৰী পুৰুষ দৈৱিক গুণ কম্ম সম্পন্ন ঐশ্বৰিক গুণ কম্ম সম্পন্ন ব্যক্তি আনকি স্বয়ং ভগৱান ও ব্ৰহ্মৰ ওপৰত নহয। ব্ৰহ্ম সত্য জগৎ মিথ্যা। সেই কাৰণে জগত খন এই চকুৰে দেখা কানেৰে শুনা হাতেৰে স্পৰ্শ কৰা মুখেৰে মাতবুল কৰা মনেৰে কল্পনা কৰা সকলো মায়াৰ ভ্ৰমৰ প্ৰাকৃতিক জগত।যিখন বিনাশ শীল মিথ্যা মহা প্ৰলয়ত এদিন বিনাশ হৈ যাব। গতিকে জগতত ইমান বৈষম্যতা বিভেদ কিয়? ব্ৰহ্ম এক সত্য এক ধৰ্ম এক জগত মিথ্যা। মিছাত লাগিব নে সঁচাচ লাগিব ? জগতত কিমান জাতি লিখিবনোৱাৰা ধৰ্ম বৰ্ণ লিঙ্গৰ টোৰ কোনো কথা ই নাইকীয়া। উপদেশ উপদেষ্টা ‌ ধৰ্ম গ্ৰন্থ সমুহ ৰচনা কৰিছিল মহাপুৰুষ মহিষী সকলে অৰণ্যাশ্ৰম পাতিছিল মানুহক আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণা বিৱৰণৰ বাবে। কিন্তু জীৱ শ্ৰেষ্ঠ মানৱ হ'ল পশুতো অধম। মনত পাপ চিন্তা গেলা ভাৱনা কামনা বাসনা। হ্নদয়ত সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ নিগূন নিষ্কাম ৰসময়ী অতীন্দীয় অলৌকিক পাৰমাথিক চিন্তা চৰ্চা চেতনা বিপৰীতে আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰজ তম হিঙসা খিয়াল শোষণ নিস্পেষন অমানুষিক অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ কূটনীতি হিঙসা খিয়াল অহ্ঙকাৰ আদি অসৎ চৰিত্ৰৰ হৈ জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে মানৱ কল্যাণৰ হকে কাম নকৰে বাধা প্ৰদান কৰে। । সাম্প্ৰতিক কালত জগতত যিবিলাক ধৰ্ম অথ কাম মুক্ষ জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ ভেদ সমাজৰ ৰূপ ৰেখা এই বিলাক দুৰ্নীতি গ্ৰস্থ মানুহক ঈশ্বৰে সহায় নকৰে। প্ৰদীপ গগৈ। গুৱাহাটী।

    • @RONTU684
      @RONTU684  8 หลายเดือนก่อน +1

      কৃষ্ণ।আপোনাৰ বহুমূলীয়া কথাষাৰ আজিৰ সমাজৰ বাবে বহুত গ্ৰহণযোগ্য।আপোনাক প্ৰভু ভগবন্তই কৃপা কৰক।

  • @jayantachetia4488
    @jayantachetia4488 2 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ভক্তি ডৰা সেৱা পাঠক দ্বয়লৈ হৃদয় স্পষী সুন্দৰ কণ্ঠ আগলৈ কৃষ্ণ কীওণ
    শুণাৱ ধণ্যবাদ।

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว +1

      আন্তৰিক ধন্যবাদ।

  • @binodbaishya7261
    @binodbaishya7261 11 หลายเดือนก่อน

    KRISHNA 🙏🙏🙏🙏🙏🙏

  • @ajitsaloi5253
    @ajitsaloi5253 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ ।আপোনালোকৰ কণ্ঠস্বৰ বহুত ভাল লাগিছে ।

  • @DuluBora-y6t
    @DuluBora-y6t 7 หลายเดือนก่อน +1

    Krishna bap❤❤❤❤❤❤2

  • @PabitraBorah-fs5xp
    @PabitraBorah-fs5xp ปีที่แล้ว

    সুন্দৰ কৃষ্ণ

  • @buddhaboruah3008
    @buddhaboruah3008 2 ปีที่แล้ว +1

    Krishna krishna krishna❤❤❤ 🙏🙏🙏

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว

      কৃষ্ণ।

  • @robinphukan1170
    @robinphukan1170 6 หลายเดือนก่อน +1

    Krishna, Jai Guru Shrimanta Shankar Dev, 🙏🙏🙏🙏

  • @ranuhazarikanayak9601
    @ranuhazarikanayak9601 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ। বৰ ভাল লাগিল 👏👏

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว

      অশেষ ধন্যবাদ জনালোঁ আপোনাক।

  • @jadumoniborah8575
    @jadumoniborah8575 2 ปีที่แล้ว

    ৰাম কৃষ্ণ প্ৰভু 🙏🏻

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว

      কৃষ্ণ।

  • @PadmeswarPhukan-nv2wn
    @PadmeswarPhukan-nv2wn 4 หลายเดือนก่อน +2

    Krisnkrisna

  • @polashsaikia7139
    @polashsaikia7139 ปีที่แล้ว

    Hare Krishna 🙏

  • @bipulborah7778
    @bipulborah7778 ปีที่แล้ว +7

    So sweet voice bap pairs in bhagawat.

    • @RONTU684
      @RONTU684  ปีที่แล้ว +2

      কৃষ্ণ।

  • @bulbuligogoi7889
    @bulbuligogoi7889 10 หลายเดือนก่อน

    কৃষ্ণ 🙏🙏🙏🙏🌹🌹

  • @GobinChutia-h9t
    @GobinChutia-h9t 4 หลายเดือนก่อน +1

    Very sweet

  • @papubora4531
    @papubora4531 ปีที่แล้ว +1

    Krishna 🙏🙏

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      কৃষ্ণ।

  • @BidikhaTamuli-pw4vz
    @BidikhaTamuli-pw4vz ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @kabitadas61
    @kabitadas61 2 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว

      কৃষ্ণ।

  • @rajuboruah6384
    @rajuboruah6384 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ ‌🙏🙏🙏🙏

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว

      কৃষ্ণ।

  • @babitagogoiphukan8568
    @babitagogoiphukan8568 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ আপোনাক দুয়ো জন কে শ্বৰণ পঙ্কজত কূটি কূটি প্রণটি প্র নাম জনালো আপোনাক সৱক ভগৱন্ত ই কৃপাৰ কৰক ৷

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      কৃষ্ণ।

  • @ProdipGogoi-zq7yc
    @ProdipGogoi-zq7yc 8 หลายเดือนก่อน +1

    Provoo. Hotkootibar. 🙏 Pronaam jonaisoo

  • @bultonff2658
    @bultonff2658 ปีที่แล้ว

    কৃষ্ণ প্ৰভু মোকৰ সহায় কৰক

  • @papubora4531
    @papubora4531 6 หลายเดือนก่อน +1

    Krishna bap bohut hundhor khotha🙏🙏

  • @akhilgogoi1869
    @akhilgogoi1869 ปีที่แล้ว +1

    Krishna Krishna bhal bhal Krishna Krishna.

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      কৃষ্ণ।

  • @bibibora2639
    @bibibora2639 ปีที่แล้ว +1

    ❤❤❤❤❤

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      কৃষ্ণ।

  • @tarusaikia657
    @tarusaikia657 4 หลายเดือนก่อน +1

    ❤❤❤

  • @probinhazarika7899
    @probinhazarika7899 2 ปีที่แล้ว +1

    কৃষ্ণ বাপসম সেৱা।

    • @RONTU684
      @RONTU684  2 ปีที่แล้ว

      কৃষ্ণ।

  • @JyotimoyDeka-r6e
    @JyotimoyDeka-r6e 3 หลายเดือนก่อน +1

    👍❤🙏

  • @KakaliGogoi
    @KakaliGogoi 11 หลายเดือนก่อน +3

    Krishna soronot hewa dhorisoo

  • @baneswarpanging7727
    @baneswarpanging7727 ปีที่แล้ว +1

    🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

    • @RONTU684
      @RONTU684  ปีที่แล้ว

      কৃষ্ণ।