কৃষ্ণ সূৰ্য্য ভৈলন্ত উদিত//By হীৰেন বাৰুৱতী //নাম প্ৰসঙ্গ

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ม.ค. 2025

ความคิดเห็น • 193

  • @SouravjyotiDutta-q8k
    @SouravjyotiDutta-q8k หลายเดือนก่อน

    কৃষ্ণ ❤❤❤

  • @arupgogoi6532
    @arupgogoi6532 2 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ 2

  • @BiswaBora-jd2cy
    @BiswaBora-jd2cy ปีที่แล้ว

    Jay Shree Krishna 🙏🙏🙏

  • @jadumonihazarika6091
    @jadumonihazarika6091 2 ปีที่แล้ว

    Huni hapha nopoli Guru jonr nam🙏🙏🙏

  • @sunnydas5161
    @sunnydas5161 ปีที่แล้ว

    Krishna ❤️🙏❤️🙏❤️🙏❤️🙏❤️🙏

  • @archanakalitaphukan4281
    @archanakalitaphukan4281 ปีที่แล้ว

    কৃষ্ণ প্ৰভূ🙏🙏

  • @jogendranathborah843
    @jogendranathborah843 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ বাপজনা ।

  • @dipikagogoi-n1v
    @dipikagogoi-n1v 3 หลายเดือนก่อน

    ভাল লাগিল ।সেৱা জনালোঁ।

  • @jibongogoi6940
    @jibongogoi6940 11 หลายเดือนก่อน

    সুন্দৰ হৈছে l

  • @ritwickgogoi6118
    @ritwickgogoi6118 6 หลายเดือนก่อน

    Bor.hundor.hoise

  • @pankajsaikia6076
    @pankajsaikia6076 ปีที่แล้ว

    Krisjna krishna

  • @bhupendeka3730
    @bhupendeka3730 ปีที่แล้ว

    May God bless you.

  • @sunnydas5161
    @sunnydas5161 2 ปีที่แล้ว +1

    Krishna ❤️🙏❤️🙏❤️🙏

  • @prafullamahanta7937
    @prafullamahanta7937 ปีที่แล้ว

    বহুত ভাল লাগিছে।

  • @debenrajkhowa7242
    @debenrajkhowa7242 4 หลายเดือนก่อน +1

    🎉Krishna krishna🎉

  • @dipshikhaborah3082
    @dipshikhaborah3082 7 หลายเดือนก่อน +1

    জয় শ্ৰীকৃষ্ণ

  • @sarbanandasingh269
    @sarbanandasingh269 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @mrinmoykalita4286
    @mrinmoykalita4286 2 ปีที่แล้ว +1

    Joi guru Sankar Madhav krishna 🙏🙏🙏

  • @prachiborgohain2408
    @prachiborgohain2408 3 หลายเดือนก่อน

    Krishna Krishna Bhajan

  • @paragjyotirajkhowa5241
    @paragjyotirajkhowa5241 2 ปีที่แล้ว +1

    🌺ৰামকৃষ্ণ🌺

  • @greeno8884
    @greeno8884 2 ปีที่แล้ว +2

    KRISHNO

  • @darkgoku0.z399
    @darkgoku0.z399 2 ปีที่แล้ว +2

    কৃষ্ণ, সেৱা হে থাকিল।

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 9 หลายเดือนก่อน

    Krishna Krishna Krishna prabhudev pronam and huprovat to you all.

  • @harakantatamuli1053
    @harakantatamuli1053 2 ปีที่แล้ว +2

    Krishna Krishna Bor hundor hoise . Hewa ghahon koribo 🙏🙏🙏

  • @dipikagogoi-n1v
    @dipikagogoi-n1v 4 หลายเดือนก่อน

    শুনি বৰ ভাল লাগিল।কৃষ্ণ ।সেৱাজনাইছো ঁ ।

  • @dilipkumarsaikia4838
    @dilipkumarsaikia4838 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ সেৱা নিৱেদিলো প্ৰভু।

  • @priyankaborah3863
    @priyankaborah3863 2 ปีที่แล้ว +1

    পাখি

  • @greeno8884
    @greeno8884 2 ปีที่แล้ว +2

    RAM

  • @dipaligogoi7298
    @dipaligogoi7298 ปีที่แล้ว +1

    কৃষ্ণ,বাপজনাক,সশ্ৰদ্ধাৰে সেৱা জনাইছো।বাপজনাৰ নাম শুনি হেপাহ নপলায়।

  • @Ohm_Nath
    @Ohm_Nath 2 ปีที่แล้ว

    🙏

  • @SunilSaikai-wv3rw
    @SunilSaikai-wv3rw 6 หลายเดือนก่อน

    Aapunar. Nam prsang hune man pran bar val lagel

  • @jurikalita9391
    @jurikalita9391 4 หลายเดือนก่อน +3

    বাপ জনক সৰ্ব প্রথমে সেৱা জনাইছো 🙏🙏 অতি সুন্দৰ আকৰ্ষণীয় পৰিৱেশণ, মন ভৰি গল

  • @liladharbaruah187
    @liladharbaruah187 3 ปีที่แล้ว +2

    Krishno. Bhal lagil dekhi aru xuni🙏.

  • @rakhibora5866
    @rakhibora5866 3 ปีที่แล้ว +1

    Krishna krishna eman hundar hoise. Huni mon vori gol

  • @junmonichangmai9356
    @junmonichangmai9356 2 ปีที่แล้ว +1

    , Baruwoti bapjonar nama hredoy sui jai duroror poriai hewa dhoresu Krishna

  • @lukumailekharu1022
    @lukumailekharu1022 ปีที่แล้ว

    Provu aapunar namhunila bhogoban ok দেখাপোৱা janlage. Krishna krishna.

  • @pabanbora5669
    @pabanbora5669 2 ปีที่แล้ว

    বৰ সুন্দৰ কন্ঠ কৃষ্ণ প্ৰভূ

  • @prabindas1554
    @prabindas1554 3 ปีที่แล้ว +1

    Krishna Krishna bap

  • @bituponboraassam9322
    @bituponboraassam9322 2 ปีที่แล้ว +3

    কৃষ্ণ 🙏

  • @latudutta9936
    @latudutta9936 3 ปีที่แล้ว +2

    Krishna Bap 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @madhurimahazarika1521
    @madhurimahazarika1521 2 ปีที่แล้ว +1

    বৈষ্ণব বৃন্দলৈ সহস্ৰ প্ৰণাম। কৃষ্ণ কৃষ্ণ।

  • @abhivlogs56
    @abhivlogs56 3 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ

  • @ankurdas541
    @ankurdas541 3 ปีที่แล้ว +1

    Krishna

  • @amartelenga6557
    @amartelenga6557 3 ปีที่แล้ว +2

    Krishna 🙏🏾

  • @sukanyakonwar4296
    @sukanyakonwar4296 3 ปีที่แล้ว +1

    Bht val lagil Nam vagi

  • @skskskksks167
    @skskskksks167 3 ปีที่แล้ว +3

    🙏🙏🙏🙏 হৰি নাম সুমধুৰ।অতি সুমধৰ। বাৰুৱাতি প্ৰভুৰ কণ্ঠ নিগৰি ওলাই অহা নাম অতি সুমধুৰ।🙏🙏🙏🙏

  • @pranabbora930
    @pranabbora930 3 ปีที่แล้ว +4

    কৃষ্ণ বাপ সেৱা জনালো।। সুন্দৰ

  • @kiranmoyborah5829
    @kiranmoyborah5829 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপজনাক বহুত দিনৰ মূৰত দেখিলোঁ, কি সুমধুৰ হৰি নাম!

  • @pranjoldutta7038
    @pranjoldutta7038 4 ปีที่แล้ว +4

    Bor monurom lagise ooooooooooo bap jon Krishna bap

    • @landscapestudio1599
      @landscapestudio1599  4 ปีที่แล้ว

      কৃষ্ণ এনেদৰে উৎসাহ দি যাব

  • @dipensaikia7325
    @dipensaikia7325 3 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ গোবিন্দ 🙏🙏🙏

  • @pradipchbaruah3405
    @pradipchbaruah3405 9 หลายเดือนก่อน

    কৃষ্ণ, বাপজনাৰ নাম সদায়ে শুনি থাকো, শুনিলে মনটো বৰ পবিত্র লাগে, সেৱা জনাইছো।

  • @068himangshukakati6
    @068himangshukakati6 ปีที่แล้ว +2

    কৃষ্ণ সূৰ্য্য ভৈলন্ত উদিত৷
    নাম ধৰ্ম্ম কৰিলা বিদিত৷
    সত্য যুগে প্ৰথমত ব্ৰহ্মা আদি দেৱ যত
    হৰিনাম কৰিলা গুপুত৷
    কিনো কৃপাময় হৰি নামক বেকত কৰি
    কলি পাপ কৰিলা লুপুত৷৷
    যিটো মহা ম্লেছজাতি সিয়ো শুদ্ধ হোৱে আতি
    মুখে মাত্ৰ হৰিনাম লয়৷
    কলিৰ ভয়ত গৈয়া নামত শৰণ লৈয়া
    ৰহিলা সমস্তে ধৰ্ম্মচয়৷৷২০১৯৷৷
    ইটো কলিকাল ঘোৰ পাপৰ নাহিকে ওৰ
    আত হিত চিন্তিলা প্ৰজাৰ৷
    জগতৰে পাপ হৰে স্মৰণে নিস্তাৰ কৰে
    হেন নাম কৰিলা প্ৰচাৰ৷৷
    দোষৰ সাগৰ কলি আত হৰি-নাম লৈলি
    ধৰ্ম্ম অৰ্থ পাৱে মোক্ষ কাম৷
    সমস্তকে দায়াতৰে আৱে দেৱ দামোদৰে
    বিদিত কৰিলা হৰিনাম৷৷২০২০৷৷
    মন্ত্ৰ তন্ত্ৰ যজ্ঞ যত তপ তীৰ্থ কোটি শত
    হৰিনাম অধিক সৱাতে৷
    কিনো ভাগ্য কিনো ভাগ্য হেন হৰিনাম লাগ
    পাইলা লোক মুখত সাক্ষাতে৷৷
    যিটো নাম নেৰে মুখে পাইলে মোক্ষ মহাসুখে
    জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ৷
    গুৰু ভৈলা জগতৰে কৰিলেক সিটো নৰে
    কোটি কোটি পুৰুষ উদ্ধাৰ৷৷২০২১৷৷
    পাতক শুখান বন হৰিনাম হুতাশন
    ক্ষণেকতে দহি কৰে ছন্ন৷
    হেন নাম প্ৰচাৰিলা পাতকীক নিস্তাৰিলা
    পৰম কৃপালু নাৰায়ণ৷৷
    দেৱৰো ঈশ্বৰ হৰি তান্ত মহাযত্ন কৰি
    লৱে এক শৰণ সাক্ষাত৷
    যাৰ ইছা মোক্ষ পাইবে নলাগে দূৰক যাইবে
    আছা হৰি সৱাৰো হিয়াত৷৷২০২২৷৷
    কৃষ্ণৰ কিঙ্কৰে কহে হৰি নামে পাপ দহে
    ৰামনাম সৱাতো অধিক৷
    যিটো জনে নাম স্মৰে সকল পাতক হৰে
    অনায়াসে পাৱে মুকুতিক৷৷
    জগত নিস্তাৰ হেতু কৰিলা গৰুড়কেতু
    ইবাৰ বিদিত হৰিনাম৷
    আয়ু যায় আলেজালে কেতিক্ষণে ধৰে কালে
    নিৰন্তৰে বোলা ৰাম ৰাম৷৷

  • @rinkudas74
    @rinkudas74 2 ปีที่แล้ว

    Krishna Krishna somosto baap aii maatreek amar pranam

  • @mahendramohansaikia7720
    @mahendramohansaikia7720 3 ปีที่แล้ว +1

    Sewahe dhorilo.krishna.

  • @ramcharandeka9143
    @ramcharandeka9143 3 ปีที่แล้ว +2

    Om namah bhagawate vasudevaya.

  • @archanmaladevi188
    @archanmaladevi188 3 ปีที่แล้ว +6

    Krishna🙏

  • @ANUBHOB_AAKASH
    @ANUBHOB_AAKASH 3 ปีที่แล้ว +2

    পৰম অমৃত পান কৰালে । বৰ ভাল লাগিল । কৃষ্ণ । পৰমেশ্বৰে কৃপা কৰিব ।

  • @sunmunsoundandvideo7857
    @sunmunsoundandvideo7857 4 ปีที่แล้ว +4

    কৃষ্ণ।এখেতৰ নাম বৰ মধুৰ

  • @robingogoi3555
    @robingogoi3555 3 ปีที่แล้ว +1

    krishna.krishna

  • @sabitriduttas9249
    @sabitriduttas9249 2 ปีที่แล้ว +1

    ইমান সুন্দৰ কন্ঠ বহুত ভাল লাগিল নাম ভাগ কৃষ্ণ কৃষ্ণ

  • @pikudutta7300
    @pikudutta7300 3 ปีที่แล้ว +13

    শুনি শুনি হেঁপাহ নপলাই । তেখেতৰ কণ্ঠত আধ্যাত্মিক শক্তি বিৰাজমান । সশ্ৰদ্ধে সেৱা নিবেদিলো ।

  • @bishalbordoloi4074
    @bishalbordoloi4074 3 ปีที่แล้ว +2

    ইমান সুন্দৰ হৈছে 🙏🙏🙏🙏🙏🙏🌼🌼🌼🌼🌸🌸🌸🌸🌺🌺🌺🌺

  • @KomalThengalVlogs
    @KomalThengalVlogs ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ সুন্দৰ হৈছে অতি সুন্দৰ কৃষ্ণ অনুগ্ৰহ কৰি আমাৰ ভাগ চাপ কাইপ কৰিব কৃষ্ণ

  • @kasturidas.4882
    @kasturidas.4882 3 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ 🙏🏻

  • @nripenborah279
    @nripenborah279 4 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ সমস্ত

  • @prandipnath3247
    @prandipnath3247 4 ปีที่แล้ว +4

    Krishno....

  • @abchannel7331
    @abchannel7331 3 ปีที่แล้ว +6

    অতি সুন্দৰ।জয় জগন্নাথ।

  • @nripenphukan9966
    @nripenphukan9966 4 ปีที่แล้ว +6

    Oti hundor

  • @daisyrabha2343
    @daisyrabha2343 4 ปีที่แล้ว +4

    Krishna krishna xundor hoise 🙏🙏🙏🙏❤️

  • @naniboruah5295
    @naniboruah5295 4 ปีที่แล้ว +4

    কীৰ্তনজনা শুনিবলৈ ইমান সুন্দৰ হৈছে

    • @landscapestudio1599
      @landscapestudio1599  4 ปีที่แล้ว

      ধন্যবাদ, এনেদৰে video বিলাক চাই থাকিব

  • @uttamkrdas3385
    @uttamkrdas3385 3 ปีที่แล้ว +2

    সুন্দৰ পৰিৱেশন ৷ কৃষ্ণ 🙏

  • @sasankaburagohain9917
    @sasankaburagohain9917 3 ปีที่แล้ว +2

    কৃষ্ণ

  • @rupgamer4908
    @rupgamer4908 3 ปีที่แล้ว +1

    Have mjaa hoyse

  • @arunsaikia1492
    @arunsaikia1492 3 ปีที่แล้ว +2

    কৃষ্ণ নাম পায় ভাল হৈছে

  • @madanchandra1949
    @madanchandra1949 3 ปีที่แล้ว +2

    कृष्ण ओ शंकर गुरू हरि राम

  • @manjuladeka5435
    @manjuladeka5435 3 ปีที่แล้ว +2

    কৃষ্ণ বাপ । বৰ সুন্দৰ পৰিবেশন ।

  • @madanborah8890
    @madanborah8890 3 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ। অতি ‌সুনদৰ আৰু সুমধুৰ হৈছে।

  • @pinkumodak1888
    @pinkumodak1888 4 ปีที่แล้ว +2

    Bohut val lagil khub dhunia hoise

    • @landscapestudio1599
      @landscapestudio1599  4 ปีที่แล้ว

      কৃষ্ণ এনেদৰে উৎসাহ দি যাব

  • @sanidas8483
    @sanidas8483 4 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @karneswarborgohain5327
    @karneswarborgohain5327 2 ปีที่แล้ว +2

    কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম ৰাম, সবাৰে শ্ৰীচৰণত সেৱা নিবেদন কৰিলো , কৃষ্ণ ।ভগৱন্তই অধিক কৃপা কৰক । তাল প্ৰয়োগত কিছু বিসংগতি দেখা পোৱা গল। তালৰ বাবেহে যেন নাম, নামৰ বাবে তাল সংগত কৰা হোৱা নাই , এনেধাৰণা অনুভৱ হ ল । এই ক্ষেত্ৰত মনোযোগ দিবলৈ সেৱা আগবঢ়োৱা হল , কৃষ্ণ. ।

  • @gojenbordoloi8912
    @gojenbordoloi8912 3 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ৷কি সুন্দৰ৷একেবাৰে বৈকুণ্ঠ৷কৃষ্ণ কৃষ্ণ কৃষ্ণ৷

  • @janapriyaassam2.064
    @janapriyaassam2.064 3 ปีที่แล้ว +1

    Marjito hoise

  • @uttamkrdas3385
    @uttamkrdas3385 3 ปีที่แล้ว +2

    অতি সুন্দৰ ৷ কৃষ্ণ 🙏

  • @binitamudoi8597
    @binitamudoi8597 3 ปีที่แล้ว +7

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏
    বৰ সুন্দৰ হৈছে ।

    • @birensaikia1934
      @birensaikia1934 3 ปีที่แล้ว

      আপোনাৰ কণ্ঠ আৰু নামৰ থেকেচনীৰে মনপ্ৰাণ জুৱাই নিয়ে। সংগীভকত সকলৰো সহযোগিতা মানিব লগীয়া ।

  • @gyan3472
    @gyan3472 4 ปีที่แล้ว +6

    কৃষ্ণ মামা নাম শুনি খুব ভাল লাগিল।

  • @podumdas495
    @podumdas495 3 ปีที่แล้ว +1

    Move

  • @bhabanigogoi4136
    @bhabanigogoi4136 3 ปีที่แล้ว +2

    প্ৰভু, আপোনাৰ সুৰ সঞ্চাৰ ভাল লাগিল।শুনিয়েই থাকিবৰ মব যায়।

  • @sanjibbora1789
    @sanjibbora1789 3 ปีที่แล้ว +3

    🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @biswaranjangogoi66
    @biswaranjangogoi66 3 ปีที่แล้ว +4

    সুন্দৰ হৈছে।

  • @jadumoniborah9723
    @jadumoniborah9723 3 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ,ভাল লাগিল বাপ,সেৱা জনাইছোঁ।

  • @babulmahanta8371
    @babulmahanta8371 3 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ কণ্ঠ ঘৰৰ পৰা নমস্কাৰ জনাইছোঁ

  • @sukhamtamuli5759
    @sukhamtamuli5759 3 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে শ্ৰৱন কৰাৰ শুভাগ্য হল🙏🙏🙏

  • @pobitrakalita1925
    @pobitrakalita1925 3 ปีที่แล้ว +2

    অতি সুন্দৰ

  • @abhijitgogoi8330
    @abhijitgogoi8330 4 ปีที่แล้ว +2

    Hundar hoise naamkhari.krishna

    • @landscapestudio1599
      @landscapestudio1599  4 ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ। ধন্যবাদ 🙏

  • @aditidevi8820
    @aditidevi8820 3 ปีที่แล้ว +2

    অতি সুন্দৰ কণ্ঠ আৰু সুৰ। মই শুনি শুনি আপ্লুত হলো। কৃষ্ণ।

    • @protimadutta2890
      @protimadutta2890 2 ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ অতি শুৱলা হৈছে আমিও শুনিবলে পাই ধন্য হলো

  • @ripunjoyboruah3251
    @ripunjoyboruah3251 4 ปีที่แล้ว +5

    সেৱাহে জনাইছোঁ...

  • @blulifeproduct1676
    @blulifeproduct1676 4 ปีที่แล้ว +3

    কৃষ্ণ বাপ । নামষাৰ ভাল লাগিল । ভগৱন্তৰ কৃপা পাত্ৰ হওক । কৃষ্ণ ।

  • @profullasaikia4358
    @profullasaikia4358 2 ปีที่แล้ว +1

    প্ৰভু এইশা নাম ইমানেই সুন্দৰৰ লাগিছে । শুনিলে ভোক পিয়াহ নালাগে । মই ইয়াৰ পৰা নমস্কাৰ জনাইছো ।কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @manashpmahanta8779
    @manashpmahanta8779 4 ปีที่แล้ว +2

    Krishna.......

  • @lilybhuiya6223
    @lilybhuiya6223 4 ปีที่แล้ว +5

    Bohut valla lagil. Emn hundar.

    • @landscapestudio1599
      @landscapestudio1599  4 ปีที่แล้ว

      কৃষ্ণ, এনেদৰে উৎসাহ দি যাব