ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Ram Krishna
🙏🙏🙏🙏
জয় হৰি গোবিন্দ নাৰায়ন ৰাম কেশৱ হৰি!ৰাম ৰাম কেশৱ হৰি!!১!!পদ!!প্ৰথমে প্ৰনামো ব্ৰহ্মৰূপী সনাতন!সৰ্ব্ব অৱতাৰৰ কাৰন নাৰায়ণ!!তযু নাভিকমলত ব্ৰহ্মা ভৈলা জাত!যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত!!১!!মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত!উদ্ধাৰিলা চাৰি বেদ প্ৰলয়জলত!!সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া!নধৰিলা সমুদ্ৰে তোহ্মাৰ মৎস্যকায়া!!২!!কুৰ্ম্ম অৱতাৰ ভৈলা ক্ষীৰোদধি তীৰে!লক্ষ প্ৰহৰৰ পন্থ জুড়িলা শৰীৰে!!কৰিলেক পৰি স্তুতি সুৰাসুৰ নাগে!ধৰিলা মন্দৰ গিৰি প্ৰভু পৃস্ঠভাগে!!৩!!দিব্য যজ্ঞবাৰাহ স্ৱৰূপে ভৈলা তুমি!লীলায়ে দন্তৰ অগ্ৰে উদ্ধৰিলা ভুমি!!তোমাক কৰিলে যুদ্ধ হিৰন্যাক্ষ বীৰি!অপ্ৰয়াসে দৈত্যক মাৰিলা দান্তে ছিড়ি!!৪!!আদি দৈত্য হিৰন্যকশিপু বলিয়াৰ!নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ!!কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস!ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আস্ৱাস!!৫!!বামন স্ৱৰূপে অদিতিৰ বাক্য পালি!ইন্দ্ৰক স্থাপিলা ছলে বলিক নিকালি!!ত্ৰৈলোক্যক আক্ৰমিলা চৰনৰ গতি!তযু পাদোদকে গঙ্গা ভৈলা উতপতি!!৬!!
ক
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ,,,,🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏♥️
O jaiya Hari Gobinda Krishna 🙏🌷 Krishna 🙏🌷 Krishna 🙏🌷
অতি সুন্দৰ কণ্ঠ । কৃষ্ণ কৃষ্ণ বাপ সকল 🙏🙏🙏
কৃষ্ণ কৃষ্ণ ইমানে সুন্দৰ নাম শুনিলো নতুন বছৰত ভাল লাগি গল।🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ। ভিডিঅ সমুহ শেষলৈকে চাব বুলি আশা কৰিলো।
krishna❤️🙏krishna❤️🙏krishna❤️🙏
কৃষ্ণ🙏🙏🙏
Krishna bap 🙏🙏🙏🙏 apunar namprasng huni thakibole mon jai .bohut bohut hundor hoise
কৃষ্ণ কৃষ্ণ আশিবাদ কৰিব । চেনেল টো আগবঢ়ায় নিব।
বৰ ভাল লাগে আপোনাৰ নাম প্ৰসঙ্গ..কৃষ্ণ ৰাম
ৰাম কৃষ্ণ 🙏🙏🙏 জয় গুৰু শ্রীমন্ত শংকৰ 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ 👏👏👏👏
Jai.Hari.krishna
Krishna Krishna Krishna bap
কৃষ্ণ কৃষ্ণ সেৱা গ্ৰহন কৰিব।🙏🙏🙏
সুমধুৰ
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ ৷৷
কৃষ্ণ কৃষ্ণ বাপ
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
Jai shree krishna 🎉🎉🎉🙏🙏🙏
🙏🙏🙏
কৃষ্ণ 🙏🙏
Krishna🙏 soronot hewA dhorisoo
কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিল
Ram Krishno
Krishna bap samostow Krishna 🙏 🙏 🙏🙏 .
Krishna pranam Prabhu Krishna 🙏🙏🙏
Jayo hari gobinda Prabhu, Oti Modhur. Prabhu vale aasene
Very sweet and attractive voice to listen. We feel very comfortable and abide us to love our Guru and almighty God, Krishna Krishna Krishna...
বৈকুণ্ঠ পৰশ পোৱা গুৰু জনাৰ অনুপ সৃষ্টি কি সুন্দৰ কৃষ্ণ কৃষ্ণ
কৃষ্ণ আশিবাদ কৰিব আগলৈ যাতে আপোনালোকক সেৱা কৰিবলৈ সুবিধা পাওঁ।
কৃষ্ণ কৃষ্ণ 🙏❤️🙏.... সুললিত কণ্ঠৰ সৈতে এক সুন্দৰ পৰিৱেশন....শুনিলেই শুনি থাকিব মন যায়🙏🙏🙏🙏
🙏🙏🙏🙏🙏
ভাল লাগিল🙏🙏🙏🙏
Sundar kanth krishna provu❤❤❤
Krishno Krishno aaponar nam prokhng iman homodhor ratipoaai abar honili monto bohot aanonodo lage krishno
গুৰু জনাৰ অমূল্য সৃষ্টি ,আপোনাৰ সুললিত কণ্ঠ ,মন যুৰাই গল।সেৱা জনাইছোঁ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ আপোনাসৱৰ ভগৱন্তই মংগল কৰক। আপোনাৰ মনৰ সৰ্ব সৎ বাঞ্ছা পূৰ্ণ হওক আৰু অনাগত দিনবোৰতো এনেদৰে ভগৱন্তৰ গুণানুকীৰ্তন কৰাৰ বাবে শক্তি প্ৰদান কৰক কৃষ্ণ কৃষ্ণ ৰাম ৰাম গোবিন্দ গোবিন্দ।
Bor hundar sinta dhara apunar
Hosai bor hundor sinta dhara apunar❤🎉🎉🎉🎉
Krishna krishno 🎉🎉🎉
ram ram bor hundor sinta dhara apunar krisna krisna 🙏🙏🙏🙏🙏🙏🙏
Emn hundor hoise nohoi
Kishna kishna kishna
Jai shree krishna krishna krishna 🎉🎉🎉🎉🙏🙏🙏🙏
Krishnaa
বাপজনা সেৱা ধৰিছো। 🙏।। নামৰ মহিমা, কি সুৰ-তাল-লয়, বাহ।। ভকতসকলৰো সুন্দৰ সংগতও অতি মনোমোহা। download কৰি শুনি থাকিম।। 🙏🌼🌼🌼
কৃষ্ণ কৃষ্ণ আশিবাদ কৰিব।
হীৰেন বাৰুৱতী মহোদয়ৰ নামপ্ৰশঙ্গ মই সদায় পুৱা শুনো। সুন্দৰ কণ্ঠ। অভিজ্ঞতা সম্পন্ন। নতুন প্ৰজন্মক নাম প্ৰশঙ্গৰ প্ৰশিক্ষনৰ ব্যৱস্থা কৰিব পৰা হলে ভাল আছিল
Krishna
Krishna prabhu,doiboki Nandan,baakhudeu🙏🙏🙏....
Oti xundar
Upnar kanth bohut Sundar bhut bhal laghy krishna❤
Kouty kouty dandavat pranam aru namaskar baap
Krishna govind 🙏🙏🙏
কৃষ্ণ কৃষ্ণ হৰি ৰাম
কি খবৰ আই?
Joi guru Sankar
Hiren daa miss you 😢❤
সুন্দৰ কন্ঠ, সুন্দৰ লহৰ , সুন্দৰ বাদ্য যন্ত্ৰ । সকলোকে সেৱা জনায়চো কৃষ্ণ❤❤❤
কৃষ্ণ বৰ সুন্দৰ প্ৰভূ ভগবানে আপোনাক দয়া কৰক এই দৰে নাম পোৱা আখা থাকিল কৃষ্ণ
কৃষ্ণ ভিডিঅ সমূহ শেষ কৰি চাব
আপোনাৰ সুমধুৰ কন্ঠত হৰি নাম এবাৰ শুনিলে মনআনন্দতি হৈ বাৰ বাৰ শুনিব মন
কৃষ্ণ ভিডিঅ সমূহ সম্পূণকৈ শেষ কৰি চাব । আৰু share কৰিব।
কৃষ্ণহে বুলিলো, সুন্দৰ অতি সুন্দৰ।
কৃষ্ণ কৃষ্ণ।
Krishna Krishna 🙏🌷
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
Kishna Kishna
বাসুদেৱ বাসুদেৱ🙏 অতি বিতোপন, আপোনাৰ নাম শ্ৰৱণ কৰিব পালে মন-প্ৰাণ জোৰ পৰি যায় গুৰুজন🙏
কৃষ্ণ আশিবাদ কৰিব। আপোনালোকে সঁহাৰি জনালে নিশ্চয় উপকৃত হব পাৰিম।🙏🙏🙏🙏
শুনিলে শুনি থাকিব মন যোৱা, মন প্ৰাণ শাত পৰি যোৱা নামৰ প্ৰসংগ, দূৰৈৰ পৰাই সেৱা জনাইছো বাপ, কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ । আমাৰো সেৱা ভাগি গ্ৰহন কৰিব।
@@hirenbaruati1864 আপোনাৰ দৰে অসাধাৰণ দেৱ জনৰ সেৱা পোৱাটো সৌভাগ্য মোৰ বাপ, অনন্ত ইশ্বৰে আপোনাক কুশলে ৰাখক 🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Super.
Joy.krishna 🙏🏻🙏🙏
Hundor...
কৃষ্ণ কৃপা কৰিব।
Krisna prbhu
কৃষ্ণ কৃষ্ণ। ভিডিঅ সমূহ আগলৈ সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। লগতে ভোগালী সেৱা গ্ৰহন কৰিব। চেনেল টো subscrib@ share কৰিআগবঢ়ায় নিব বুলি আশা কৰিছোঁ।🙏🙏🙏🙏
Krishna prabhu 🙏🙏 bohut sundar hoise 🙏
কৃষ্ণ আশিবাদ কৰিব 🙏🙏🙏
Krishina. Krishina. Krishina Ganishguri
কৃষ্ণ কৃষ্ণ । 🙏🙏🙏🙏
কৃষ্ণ ।🙏🙏
আপোনাৰ নামে মন প্ৰাণ মুহি যায় ।
কৃষ্ণ । আশীৰ্বাদ কৰিব ।🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ
Jai Hari Gobinda Krishna 🙏🌷 Krishna 🙏🌷 Krishna 🙏🌷
কৃষ্ণ কৃষ্ণ ।🙏🙏🙏🙏
অতি সুন্দৰ,
Krishna 🙏🌷 Krishna 🙏🌷 Krishna 🙏🌷
কৃষ্ণ কৃষ্ণ।🙏🙏🙏🙏
হে প্ৰভু ঈশ্চৰ ,আপোনাৰ সুললিত কন্ঠত মহাপুৰুষ গুৰুজনাৰ সৃষ্টি নাম ভাগ শুনিবলৈ পাই আমাৰ মন প্ৰান ভৰি গৈছে | প্ৰভু জনৰ চৰণত দুৰৰ পৰাই সেৱা জনালো |আমাৰ সেৱা গ্ৰহন কৰিব | কৃষ্ণ কৃষ্ণ কৃষ্ণ.....
Krishna bap ❤
Krishnan🎉👏👏👏👏👏👏👏
Jai Krishna 🙏🌷 Krishna 🙏 🌷 Krishna 🙏🌷
Jai Ram Krishna Nam
Krishna Krishna ❤🙏💐
Jai Hari Gopal Gobinda 🎉🎉🎉🙏🙏🙏
কৃষ্ণ
Krishno krishno..🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
Krishna Krishna ,suni hapah nopalai,gurujnar nam bor modhur, tekhetoloi sewa jnaisu.
কৃষ্ণ প্ৰভু🙏🙏🙏
Prabhu.essar.bhagavane.kripa.karak
Krishna Krishna .....
Bahut bhal lagise.krishna Krishna.
Krishna krishna 🙏🙏🙏❤️❤️❤️
Krishna Krishna Krishna prabhudev pronam and huprovat to you all please.
কৃষ্ণ অতি সুন্দৰ
কৃষ্ণ কৃষ্ণ।🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনা 🙏🙏🙏
🙏🙏🙏 Jay Shree Krishna Rama
Krishna Krishna Krishna 🙏🌷
Apuner nam huni hosai vl laga🙏🙏🙏🙏
কৃষ্ণ 🙏 বৰ সুন্দৰ 🙏
কৃষ্ণ কৃষ্ণ কৃপা কৰিব।
ৰাম কৃষ্ণ ❤
Krishna Sankar Guru'Hari Ram Ram Ram Ram 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ।প্ৰভুৰ নাম সুললিত কন্ঠৰে শ্ৰৱণ কৰি কৃতাৰ্থ হ'লোঁ।
কৃষ্ণ কৃষ্ণ আশিবাদ কৰিব । 🙏🙏🙏🙏
Joy.guru.shankor
সুন্দৰ, কৃষ্ণ কৃষ্ণ।
কৃষ্ণ আশিবাদ কৰিব।🙏🙏
🙏আপোনাক শতকৌতি প্ৰণাম জনাইছো🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ। like .comment . share. And subscribe কৰিব বুলি আশা কৰিছোঁ।
কৃষ্ণ 🙏🙏🙏🙏 সমস্তজনাৰ শ্ৰীচৰণত সেৱা নিবেদিলোঁ ।
Ram Krishna
🙏🙏🙏🙏
জয় হৰি গোবিন্দ নাৰায়ন ৰাম কেশৱ হৰি!
ৰাম ৰাম কেশৱ হৰি!!১!!
পদ!!
প্ৰথমে প্ৰনামো ব্ৰহ্মৰূপী সনাতন!
সৰ্ব্ব অৱতাৰৰ কাৰন নাৰায়ণ!!
তযু নাভিকমলত ব্ৰহ্মা ভৈলা জাত!
যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত!!১!!
মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত!
উদ্ধাৰিলা চাৰি বেদ প্ৰলয়জলত!!
সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া!
নধৰিলা সমুদ্ৰে তোহ্মাৰ মৎস্যকায়া!!২!!
কুৰ্ম্ম অৱতাৰ ভৈলা ক্ষীৰোদধি তীৰে!
লক্ষ প্ৰহৰৰ পন্থ জুড়িলা শৰীৰে!!
কৰিলেক পৰি স্তুতি সুৰাসুৰ নাগে!
ধৰিলা মন্দৰ গিৰি প্ৰভু পৃস্ঠভাগে!!৩!!
দিব্য যজ্ঞবাৰাহ স্ৱৰূপে ভৈলা তুমি!
লীলায়ে দন্তৰ অগ্ৰে উদ্ধৰিলা ভুমি!!
তোমাক কৰিলে যুদ্ধ হিৰন্যাক্ষ বীৰি!
অপ্ৰয়াসে দৈত্যক মাৰিলা দান্তে ছিড়ি!!৪!!
আদি দৈত্য হিৰন্যকশিপু বলিয়াৰ!
নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ!!
কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস!
ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আস্ৱাস!!৫!!
বামন স্ৱৰূপে অদিতিৰ বাক্য পালি!
ইন্দ্ৰক স্থাপিলা ছলে বলিক নিকালি!!
ত্ৰৈলোক্যক আক্ৰমিলা চৰনৰ গতি!
তযু পাদোদকে গঙ্গা ভৈলা উতপতি!!৬!!
🙏🙏🙏🙏
ক
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏।
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ,,,,🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏♥️
🙏🙏🙏🙏
O jaiya Hari Gobinda Krishna 🙏🌷 Krishna 🙏🌷 Krishna 🙏🌷
🙏🙏🙏🙏
অতি সুন্দৰ কণ্ঠ । কৃষ্ণ কৃষ্ণ বাপ সকল 🙏🙏🙏
কৃষ্ণ কৃষ্ণ ইমানে সুন্দৰ নাম শুনিলো নতুন বছৰত ভাল লাগি গল।🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ। ভিডিঅ সমুহ শেষলৈকে চাব বুলি আশা কৰিলো।
krishna❤️🙏krishna❤️🙏krishna❤️🙏
কৃষ্ণ🙏🙏🙏
Krishna bap 🙏🙏🙏🙏 apunar namprasng huni thakibole mon jai .bohut bohut hundor hoise
কৃষ্ণ কৃষ্ণ আশিবাদ কৰিব । চেনেল টো আগবঢ়ায় নিব।
বৰ ভাল লাগে আপোনাৰ নাম প্ৰসঙ্গ..কৃষ্ণ ৰাম
ৰাম কৃষ্ণ 🙏🙏🙏 জয় গুৰু শ্রীমন্ত শংকৰ 🙏🙏🙏🙏
🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ 👏👏👏👏
🙏🙏🙏🙏
Jai.Hari.krishna
🙏🙏🙏🙏
Krishna Krishna Krishna bap
কৃষ্ণ কৃষ্ণ সেৱা গ্ৰহন কৰিব।🙏🙏🙏
সুমধুৰ
🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ ৷৷
🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ
🙏🙏🙏🙏
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
Jai shree krishna 🎉🎉🎉🙏🙏🙏
🙏🙏🙏
কৃষ্ণ 🙏🙏
🙏🙏🙏
Krishna🙏 soronot hewA dhorisoo
কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিল
Ram Krishno
Krishna bap samostow Krishna 🙏 🙏 🙏🙏 .
🙏🙏🙏🙏
Krishna pranam Prabhu Krishna 🙏🙏🙏
🙏🙏🙏🙏
Jayo hari gobinda Prabhu, Oti Modhur. Prabhu vale aasene
🙏🙏🙏🙏
Very sweet and attractive voice to listen. We feel very comfortable and abide us to love our Guru and almighty God, Krishna Krishna Krishna...
🙏🙏🙏🙏
বৈকুণ্ঠ পৰশ পোৱা গুৰু জনাৰ অনুপ সৃষ্টি কি সুন্দৰ কৃষ্ণ কৃষ্ণ
কৃষ্ণ আশিবাদ কৰিব আগলৈ যাতে আপোনালোকক সেৱা কৰিবলৈ সুবিধা পাওঁ।
কৃষ্ণ কৃষ্ণ 🙏❤️🙏.... সুললিত কণ্ঠৰ সৈতে এক সুন্দৰ পৰিৱেশন....শুনিলেই শুনি থাকিব মন যায়🙏🙏🙏🙏
🙏🙏🙏🙏🙏
ভাল লাগিল🙏🙏🙏🙏
🙏🙏🙏
Sundar kanth krishna provu❤❤❤
🙏🙏🙏🙏
Krishno Krishno aaponar nam prokhng iman homodhor ratipoaai abar honili monto bohot aanonodo lage krishno
🙏🙏🙏🙏
গুৰু জনাৰ অমূল্য সৃষ্টি ,আপোনাৰ সুললিত কণ্ঠ ,মন যুৰাই গল।সেৱা জনাইছোঁ কৃষ্ণ।
🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ আপোনাসৱৰ ভগৱন্তই মংগল কৰক। আপোনাৰ মনৰ সৰ্ব সৎ বাঞ্ছা পূৰ্ণ হওক আৰু অনাগত দিনবোৰতো এনেদৰে ভগৱন্তৰ গুণানুকীৰ্তন কৰাৰ বাবে শক্তি প্ৰদান কৰক কৃষ্ণ কৃষ্ণ ৰাম ৰাম গোবিন্দ গোবিন্দ।
🙏🙏🙏🙏
Bor hundar sinta dhara apunar
Hosai bor hundor sinta dhara apunar❤🎉🎉🎉🎉
Krishna krishno 🎉🎉🎉
ram ram bor hundor sinta dhara apunar krisna krisna 🙏🙏🙏🙏🙏🙏🙏
Emn hundor hoise nohoi
Kishna kishna kishna
Jai shree krishna krishna krishna 🎉🎉🎉🎉🙏🙏🙏🙏
🙏🙏🙏🙏
Krishnaa
🙏🙏🙏🙏
বাপজনা সেৱা ধৰিছো। 🙏।। নামৰ মহিমা, কি সুৰ-তাল-লয়, বাহ।। ভকতসকলৰো সুন্দৰ সংগতও অতি মনোমোহা। download কৰি শুনি থাকিম।। 🙏🌼🌼🌼
কৃষ্ণ কৃষ্ণ আশিবাদ কৰিব।
হীৰেন বাৰুৱতী মহোদয়ৰ নামপ্ৰশঙ্গ মই সদায় পুৱা শুনো। সুন্দৰ কণ্ঠ। অভিজ্ঞতা সম্পন্ন। নতুন প্ৰজন্মক নাম প্ৰশঙ্গৰ প্ৰশিক্ষনৰ ব্যৱস্থা কৰিব পৰা হলে ভাল আছিল
🙏🙏🙏🙏
Krishna
🙏🙏🙏🙏
Krishna prabhu,doiboki Nandan,baakhudeu🙏🙏🙏....
🙏🙏🙏🙏
Oti xundar
🙏🙏🙏🙏
Upnar kanth bohut Sundar bhut bhal laghy krishna❤
🙏🙏🙏🙏
Kouty kouty dandavat pranam aru namaskar baap
🙏🙏🙏🙏
Krishna govind 🙏🙏🙏
কৃষ্ণ কৃষ্ণ হৰি ৰাম
Krishna
কি খবৰ আই?
Joi guru Sankar
🙏🙏🙏🙏
Hiren daa miss you 😢❤
🙏🙏🙏🙏
সুন্দৰ কন্ঠ, সুন্দৰ লহৰ , সুন্দৰ বাদ্য যন্ত্ৰ । সকলোকে সেৱা জনায়চো কৃষ্ণ❤❤❤
🙏🙏🙏🙏
🙏🙏🙏
🙏🙏🙏🙏
কৃষ্ণ বৰ সুন্দৰ প্ৰভূ ভগবানে আপোনাক দয়া কৰক এই দৰে নাম পোৱা আখা থাকিল কৃষ্ণ
কৃষ্ণ ভিডিঅ সমূহ শেষ কৰি চাব
আপোনাৰ সুমধুৰ কন্ঠত হৰি নাম এবাৰ শুনিলে মনআনন্দতি হৈ বাৰ বাৰ শুনিব মন
কৃষ্ণ ভিডিঅ সমূহ সম্পূণকৈ শেষ কৰি চাব । আৰু share কৰিব।
কৃষ্ণহে বুলিলো, সুন্দৰ অতি সুন্দৰ।
কৃষ্ণ কৃষ্ণ।
Krishna Krishna 🙏🌷
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏
Kishna Kishna
🙏🙏🙏🙏🙏
বাসুদেৱ বাসুদেৱ🙏
অতি বিতোপন, আপোনাৰ নাম শ্ৰৱণ কৰিব পালে মন-প্ৰাণ জোৰ পৰি যায় গুৰুজন🙏
কৃষ্ণ আশিবাদ কৰিব। আপোনালোকে সঁহাৰি জনালে নিশ্চয় উপকৃত হব পাৰিম।🙏🙏🙏🙏
Krishna
শুনিলে শুনি থাকিব মন যোৱা, মন প্ৰাণ শাত পৰি যোৱা নামৰ প্ৰসংগ, দূৰৈৰ পৰাই সেৱা জনাইছো বাপ, কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ । আমাৰো সেৱা ভাগি গ্ৰহন কৰিব।
@@hirenbaruati1864 আপোনাৰ দৰে অসাধাৰণ দেৱ জনৰ সেৱা পোৱাটো সৌভাগ্য মোৰ বাপ, অনন্ত ইশ্বৰে আপোনাক কুশলে ৰাখক 🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Super.
🙏🙏🙏🙏
Joy.krishna 🙏🏻🙏🙏
🙏🙏🙏🙏
Hundor...
কৃষ্ণ কৃপা কৰিব।
Krisna prbhu
কৃষ্ণ কৃষ্ণ। ভিডিঅ সমূহ আগলৈ সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। লগতে ভোগালী সেৱা গ্ৰহন কৰিব। চেনেল টো subscrib@ share কৰিআগবঢ়ায় নিব বুলি আশা কৰিছোঁ।🙏🙏🙏🙏
Krishna prabhu 🙏🙏 bohut sundar hoise 🙏
কৃষ্ণ আশিবাদ কৰিব 🙏🙏🙏
Krishina. Krishina. Krishina
Ganishguri
কৃষ্ণ কৃষ্ণ । 🙏🙏🙏🙏
কৃষ্ণ ।🙏🙏
আপোনাৰ নামে মন প্ৰাণ মুহি যায় ।
কৃষ্ণ । আশীৰ্বাদ কৰিব ।🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ
Jai Hari Gobinda Krishna 🙏🌷 Krishna 🙏🌷 Krishna 🙏🌷
কৃষ্ণ কৃষ্ণ ।🙏🙏🙏🙏
অতি সুন্দৰ,
🙏🙏🙏🙏
Krishna 🙏🌷 Krishna 🙏🌷 Krishna 🙏🌷
কৃষ্ণ কৃষ্ণ।🙏🙏🙏🙏
হে প্ৰভু ঈশ্চৰ ,আপোনাৰ সুললিত কন্ঠত মহাপুৰুষ গুৰুজনাৰ সৃষ্টি নাম ভাগ শুনিবলৈ পাই আমাৰ মন প্ৰান ভৰি গৈছে | প্ৰভু জনৰ চৰণত দুৰৰ পৰাই সেৱা জনালো |আমাৰ সেৱা গ্ৰহন কৰিব |
কৃষ্ণ কৃষ্ণ কৃষ্ণ.....
Krishna bap ❤
🙏🙏🙏🙏
Krishnan🎉👏👏👏👏👏👏👏
Jai Krishna 🙏🌷 Krishna 🙏 🌷 Krishna 🙏🌷
কৃষ্ণ কৃষ্ণ ।🙏🙏🙏🙏
Jai Ram Krishna Nam
Krishna Krishna ❤🙏💐
🙏🙏🙏🙏
Jai Hari Gopal Gobinda 🎉🎉🎉🙏🙏🙏
🙏🙏🙏
কৃষ্ণ
Krishno krishno..🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
Krishna Krishna ,suni hapah nopalai,gurujnar nam bor modhur, tekhetoloi sewa jnaisu.
🙏🙏🙏🙏
কৃষ্ণ প্ৰভু🙏🙏🙏
🙏🙏🙏🙏
Prabhu.essar.bhagavane.kripa.karak
🙏🙏🙏
Krishna Krishna .....
🙏🙏🙏
Bahut bhal lagise.krishna Krishna.
🙏🙏🙏🙏
Krishna krishna 🙏🙏🙏❤️❤️❤️
🙏🙏🙏🙏
Krishna Krishna Krishna prabhudev pronam and huprovat to you all please.
🙏🙏🙏🙏
কৃষ্ণ অতি সুন্দৰ
কৃষ্ণ কৃষ্ণ।🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনা 🙏🙏🙏
🙏🙏🙏🙏
🙏🙏🙏 Jay Shree Krishna Rama
🙏🙏🙏🙏
Krishna Krishna Krishna 🙏🌷
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
Apuner nam huni hosai vl laga🙏🙏🙏🙏
🙏🙏🙏🙏
কৃষ্ণ 🙏 বৰ সুন্দৰ 🙏
কৃষ্ণ কৃষ্ণ কৃপা কৰিব।
ৰাম কৃষ্ণ ❤
🙏🙏🙏🙏🙏
Krishna Sankar Guru'Hari Ram Ram Ram Ram 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ।
প্ৰভুৰ নাম সুললিত কন্ঠৰে শ্ৰৱণ কৰি কৃতাৰ্থ হ'লোঁ।