Naam Prasanga by

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • please like, share and comment my video
    SUBSCRIBE my channel
    pls contact me = 9395074561

ความคิดเห็น • 350

  • @numolisaikia4826
    @numolisaikia4826 ปีที่แล้ว +11

    কৃষ্ণ প্ৰভু, সবাৰো,চলন্ত,সতকুটী,পনিপাত,জনালো,আপোনাৰশুৰ্হেচা্, আৰু ৰয়ে,দেহ্্মন্প্ৰাণ,ছুইগʼল,ধন্ণ্যবাদ।

  • @দুখীয়াৰসাৰথিসাৰথি
    @দুখীয়াৰসাৰথিসাৰথি หลายเดือนก่อน +2

    বহুত বেছি ভাল লাগি গল মনটো আমাৰ পৰিয়ালৰ তৰফৰ পৰা সমস্ত ভকত সকলক সেৱা জনালোঁ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🏾🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🏾🙏🙏🙏

  • @junumech7558
    @junumech7558 11 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে প্ৰাভু জনা কৃষ্ণ কৃষ্ণ সুন্দৰ কৃষ্ণ কৃষ্ণ

  • @putulgayan648
    @putulgayan648 ปีที่แล้ว +4

    কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
    অতি সুন্দৰ হৈছে বাপসকল 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ ।।।

  • @068himangshukakati6
    @068himangshukakati6 ปีที่แล้ว +8

    কৃষ্ণ গোপাল কৰুণাময় ৰাম ৰাম হৰি
    কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ৷
    শঙ্খ চক্র গদা পদ্ম কৰত তোমাৰ৷৷
    পীত বস্ত্ৰে শোভে আতি শ্যাম কলেৱৰ৷
    কমললোচন চাৰু অৰুণ অধৰ৷৷৬৪২৷৷
    সুন্দৰ নাসিকা কৰ্ণে মকৰকুণ্ডল৷
    কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জল৷৷
    আপাদলম্বিত বনমালা জ্বলে গলে৷
    শোভে আতি শ্ৰীবৎস বহল বক্ষস্থলে৷৷৬৪৩৷৷
    চাৰু চাৰি ভুজ জ্বলে আজানুলম্বিত৷
    কৰিকৰ সম উৰু বৰ্ত্তুল বলিত৷৷
    চৰণ কমল যেন নৱ পদ্মকোষ৷
    যাক দেখি ভকতৰ পৰম সন্তোষ৷৷৬৪৪৷৷
    প্ৰসন্ন বদনে জ্বলে অলকা তিলক৷
    বসুদেৱে দেখিলন্ত অদ্ভুত বালক৷৷
    পৰি দুয়ো প্ৰাণী পাছে কৰিলন্ত স্তুতি৷
    পিতৃত কহিলা প্ৰভু সমস্তে যুগুতি৷৷৬৪৫৷৷
    ভৈলা শিশুৰূপ তৈতে প্ৰভু নাৰায়ণ৷
    কোলে লৈয়া বসুদেৱ লৰিল তেখন৷৷
    ভাগিল নিহল ভৈল মেলান কপাট৷
    দেখি ভয়ে যমুনা আপুনি দিলা বাট৷৷৬৪৬৷৷
    বৰিষে কণিকা মেঘে ওপৰত গাজে৷
    ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে৷৷
    যশোদাৰ তৈতে উপজিলা যোগমায়া৷
    আতি অচেতনে নিদ্ৰা গৈলা নন্দজায়া৷৷৬৪৭৷৷
    তাহান শয্যাত নিয়া থৈলন্ত তোমাক৷
    বসুদেৱে আনিলন্ত নন্দৰ কন্যাক৷৷
    শিশুভাৱে গোকুলত ক্রীড়িলা অপাৰ৷
    সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ৷৷৬৪৮৷৷
    অচিন্ত্য মহিমা হৰি পুৰুষ পুৰাণ৷
    লীলা কৰি অনেক দৈত্যৰ লৈলা প্ৰাণ৷৷
    কংসৰ পাঞ্চনি পাই যত দৈত্য আসে৷
    তুমি অগনিত যেন পুৰি মৰে ঝাসে৷৷৬৪৯৷৷
    আসিলেক পূতনা মোহিনী নাৰী ৱেশে৷
    স্তন দিয়া শিশু মাৰি ফুৰে দেশে দেশে৷৷
    কোলে ধৰি তোমাক দিলেক স্তনদান৷
    স্তনপানে পূতনাৰ শুষিলাহা প্ৰাণ৷৷৬৫০৷৷
    শকটৰ তলে থৈলা যশোদা শুৱাই৷
    লাথি হানি পেহ্লাইলা শকট ওভোতাই৷৷
    হেন দেখি যশোদা সুন্দৰী মহা দুঃখে৷
    আথেবেথে কোলে লৈয়া স্তন দিলা মুখে৷৷৬৫১৷৷
    কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে যুগুতি৷
    ৰামনাম বিনে নাহি কাহাৰো মুকুতি৷৷
    হেন জানি নিৰন্তৰে এৰি আন কাম৷
    পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম৷৷

  • @umanandahazarika8872
    @umanandahazarika8872 11 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ, নামধাৰি বাপজনাক সেৱা জনাইছোঁ

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว

    The best nam prasang bap h, b sundar sundar krishna❤

  • @momideka762
    @momideka762 ปีที่แล้ว +3

    কৃষ্ণ বাপ ভগবানে আপোনাক এনেকৈয়ে
    যেন প্ৰমত্ত সিংহ ৰাম নাম ষাৰ
    পৰিচালনা কৰিবলৈ যুগ যুগ ধৰি
    শক্তি দিয়ে এইয়ে ভগৱানৰ ওচৰত প্ৰাথ‍না
    বৰ ভাল লাগিল

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว +2

      কৃষ্ণ কৃষ্ণ কৃষ্ণ । কৃপা কৰি থাকিব। চেনেল টো share @ subscribe কৰাই আগবঢ়ায় নিব বুলি আশা কৰিছোঁ। 🙏🙏🙏🙏

    • @bimolakhanikor870
      @bimolakhanikor870 ปีที่แล้ว +1

      কৃষ্ণ কৃষ্ণ সুন্দৰ।

  • @PronobGogoi-e5c
    @PronobGogoi-e5c ปีที่แล้ว +1

    Krishna.krishna krishna ❤❤❤

  • @subhashsut2215
    @subhashsut2215 13 วันที่ผ่านมา

    সুভাষ সূত ‌লখিমপুৰ(লিলাবাৰী) আপোনাৰ নামশাৰ শুনি ভাল লাগিল। আগলৈ শুনিবলৈ য়ো আশা কৰিলোঁ । কৃষ্ণ কৃষ্ণ ৰাম ।

  • @manashkumargogoi1994
    @manashkumargogoi1994 ปีที่แล้ว +1

    Very very Heart touching, 🙏🙏🙏 Krishna devo namah,

  • @nilamonineog4491
    @nilamonineog4491 ปีที่แล้ว +3

    সুন্দৰ কণ্ঠ,, সকলোলৈকে প্ৰণাম। পবিত্ৰ ভাদ মাহত দূৰণিৰ থাকি আপোনাৰ নামেৰে মন জিপাল কৰিছোঁ

  • @simantadutta-jn3gz
    @simantadutta-jn3gz ปีที่แล้ว +4

    মোৰ মায়ে কৈছে ভগবানক ধৰালে নমাই আনিবঅ’ বাপজনৰ কন্ঠই ৷খুউব সুন্দৰ খুউব মাৰ্জিত বহুত বহুত প্ৰসংসনীয় আপোনাৰ নাম প্ৰসংগ ৷

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว +2

      কৃষ্ণ কৃষ্ণ । সেৱাহে জনাইছো।🙏🙏🙏🙏

  • @KalitaHarakanta
    @KalitaHarakanta ปีที่แล้ว +1

    আপোনাৰ কন্ঠ ইমান সুন্দৰ শুনি সুখিহৈছো পথমৰ পৰা শেষলৈকে চালো ভাল লাগিল ভগৱানে কুশলে ৰাখক

  • @legentgamer6433
    @legentgamer6433 หลายเดือนก่อน

    Krishna krishna ram Ram ❤❤

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว

    Best nam prasang sundar bapp krishna❤

  • @bbcchetia1178
    @bbcchetia1178 ปีที่แล้ว +1

    Very very nice.nam khar honi manto bahut bhal lagil.kissan.......

  • @babitaneog2214
    @babitaneog2214 ปีที่แล้ว

    প্ৰভূ🙏🙏🙏 সেৱা আগবঢ়ালোঁ আপোনালৈ , আপোনাৰ মুখে কৃষ্ণনাম শুনি মনত বহুত শান্তি পাওঁ🙏🙏🙏

  • @navajitborah1735
    @navajitborah1735 6 หลายเดือนก่อน

    Jai Guru Srimanta sankardev. Vl lagile. Very sweet voice

  • @Junaborah-b5m
    @Junaborah-b5m 9 หลายเดือนก่อน

    Ati xundor kontho .... Krishna Krishna Krishna.....❤🥰

  • @momideka762
    @momideka762 ปีที่แล้ว +4

    বাপ আৰু ঘোষা আগবঢ়ায় থাকিব
    আপোনাৰ কণ্ঠত নাম শুণি মন
    প্ৰাণ জুৰ পৰি যায়। আমাৰ ঘৰৰ
    সকলো সদস্য ই আপোনাৰ
    নামৰ সুৰ বিলাক বৰ ভাল পায়

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว +1

      কৃষ্ণ কৃষ্ণ আশিবাদ কৰিব। আৰু চেনেল টো subscribe @ share কৰিব যিমান পাৰে।🙏🙏🙏🙏

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว

    Sundar Sundar bapp jana Sundar kanth krishna❤

  • @dugguandmon...5682
    @dugguandmon...5682 11 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কেতিয়াবা নগাওঁ জিলা ফালে আহিলে দেখা পোৱা আশা আছে আমাৰো ......

  • @brajakumarsaikia5255
    @brajakumarsaikia5255 18 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।।।।।।

  • @jayantahazarika1210
    @jayantahazarika1210 7 หลายเดือนก่อน

    কৃষ্ণ হৰি আনিন্দ সুন্দৰ প্ৰভু🙏🙏🙏🙏

  • @ilovetravel9271
    @ilovetravel9271 ปีที่แล้ว +6

    কৃষ্ণ বৰ সুন্দৰ কণ্ঠ আপোনাৰ 🙏মহা প্ৰভু গোবিন্দে কৃপা কৰক । কৃষ্ণ গোপাল কৰুনাময় ৰাম ৰাম হৰি 🙏❤

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว +3

      কৃষ্ণ কৃষ্ণ আশিবাদ কৰিব আপোনাসৱক যাতে আগলৈ সেৱা ধৰিব পাৰো।🙏🙏🙏🙏

    • @Its_priyanka112
      @Its_priyanka112 ปีที่แล้ว +2

      ,🙏🙏🙏🙏 কৃষ্ণ

    • @looknathsaikia1280
      @looknathsaikia1280 ปีที่แล้ว

      ​@@hirenbaruati1864🎉e dr lgta to get

  • @JayantaBaruah-o1i
    @JayantaBaruah-o1i ปีที่แล้ว

    😮😮হ্ৰৰি ভকতিত মন আপ্লুত হৈছে । কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @dipakborah1152
    @dipakborah1152 ปีที่แล้ว +1

    🙏🌺Krishna🌺🙏Bap Eshwar apunar logote Bap Brindok sot kuti prnam jonaisu🙏🌺❤🌺🙏

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ বাপ।

  • @manjulabora8219
    @manjulabora8219 ปีที่แล้ว

    Krishna Krishna Krishna Krishna Krishna provujana pronaam

  • @bahuratnatamuliboruah2344
    @bahuratnatamuliboruah2344 ปีที่แล้ว +1

    কৃষ্ণ, ভগৱন্তৰ গুনানুকৃতন আপোনাৰ মূখে শুনি কৃতার্থ হলো।

  • @GitamoniBorboruah
    @GitamoniBorboruah หลายเดือนก่อน

    শুনি ভাল পালো, কৃষ্ণ

  • @ritamonibhuyan1116
    @ritamonibhuyan1116 5 หลายเดือนก่อน +1

    Moi agoraki Sankar sanghar songi.apunalukor bhagawati samajor logatu thaku.apunalukor naamr surto Mur priya.gunmala kirtan bohut bohut bhal lage.apunar pora ami ai abhajone naam prashang shiki asu.apunar logate bhakat boishnabok sewa jonaisu.krishna.

  • @munindraborgohain6054
    @munindraborgohain6054 ปีที่แล้ว

    Krishna. Bor.val.laghisea.Ram.Ram🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว

    I am proud in this nam pasang taa, man, loi, comenicstion all the best krishna hb bapp❤

  • @SusilDutta-cf7jp
    @SusilDutta-cf7jp 17 วันที่ผ่านมา

    Krishna probhu

  • @jitendranathsaikia9341
    @jitendranathsaikia9341 ปีที่แล้ว

    🙏🙏🙏🙏🙏🙏Krishna Krishna Krishna Krishna Krishna

  • @pabanbora5669
    @pabanbora5669 ปีที่แล้ว +1

    বৰ সুন্দৰ প্ৰভূ কৃষ্ণ আটা

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ অলপ আমাক আগবঢ়ায় নিব

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว

    Sundar h B bapp krishna❤

  • @PujaBharali-r7l
    @PujaBharali-r7l หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @SusilDutta-cf7jp
    @SusilDutta-cf7jp 2 หลายเดือนก่อน

    Kishna Kishna

  • @digantabhuyan1369
    @digantabhuyan1369 ปีที่แล้ว +1

    Krishno, bor sundor kontho.

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ আশিবাদ কৰিব।

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว

    Sundar bapp kroshna❤

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว

    Sundar bap kroshna❤

  • @lakhyajitgohain4350
    @lakhyajitgohain4350 ปีที่แล้ว +1

    সুন্দৰ নাম প্ৰসংগ।

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ আশিবাদ কৰিব। 🙏🙏🙏

  • @simontoyhoingkordeb8374
    @simontoyhoingkordeb8374 ปีที่แล้ว

    কৃষ্ণ।কৃষ্ণ।বৰভাল।লাগিল।আমাৰ।ভাগু।চাছকাইবা।কৰিব

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ নিশ্চয়।🙏🙏🙏

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      🙏🙏🙏🙏

  • @bipulsaikia7387
    @bipulsaikia7387 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ পৰম অমৃত

  • @robinborah5848
    @robinborah5848 11 หลายเดือนก่อน

    Sundar krishna❤

  • @robinborah5848
    @robinborah5848 9 หลายเดือนก่อน

    Sundar kritann bbapp pranam❤

  • @nirmaldeori4218
    @nirmaldeori4218 ปีที่แล้ว +1

    Krishna❤️🙏krishna❤️🙏krishna❤️🙏

  • @kabitabhuyan9507
    @kabitabhuyan9507 ปีที่แล้ว +2

    বৰ সুন্দৰ নাম এষাৰ শুনিলো 🙏🙏 ভগৱানে সদায় যেন কুশলে ৰাখে 🙏

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว +1

      কৃষ্ণ আশিবাদ কৰিব। 🙏

    • @utpalas7164
      @utpalas7164 ปีที่แล้ว

      Truth

  • @niruchangmai4030
    @niruchangmai4030 ปีที่แล้ว +2

    আটৈ অতি সুন্দৰ কৃষ্ণ ।

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ ভিডিঅ সমূহ সম্পূৰ্ণকৈ চাব। লগতে আমাক আগবঢ়ায় নিব।🙏🙏🙏

  • @BijuHandique-iq3tl
    @BijuHandique-iq3tl ปีที่แล้ว +1

    Krishna

  • @manakhigogoisaikia7413
    @manakhigogoisaikia7413 ปีที่แล้ว +1

    কৃষ্ণ বৰ সুন্দৰ কণ্ঠ 🙏🙏🙏🙏

  • @RONTU684
    @RONTU684 ปีที่แล้ว +1

    সেৱা জনালোঁ। কৃষ্ণ।

  • @robinborah5848
    @robinborah5848 10 หลายเดือนก่อน

    Sundar pravi bhut hi sundar ❤

  • @chandradharkakoti6238
    @chandradharkakoti6238 ปีที่แล้ว +1

    Krishna prabhu 🙏🙏🙏🙏 bohut Sundar

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

    • @prahladphukan6644
      @prahladphukan6644 ปีที่แล้ว +1

      কৃষ্ণ কৃষ্ণ সেৱা জনালো বৰ সুন্দৰ।

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ ।

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      🙏🙏🙏🙏

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว

    Thanku bhut sundar ❤

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว

    Dhanybad krishna bapp❤

  • @abhijithazarika6047
    @abhijithazarika6047 ปีที่แล้ว

    অতি সুন্দৰ প্ৰভু সহস্ৰ কোটি প্ৰণাম

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว

    🎉sndar kanth krishna bapp jana❤

  • @purabiborah1171
    @purabiborah1171 ปีที่แล้ว +1

    Hundar

  • @devajitchetia204
    @devajitchetia204 ปีที่แล้ว

    Krishna Krishna Prabhu Oti Modhur

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว

    Sundar kanth krishna❤

  • @PrabinBaruah-bt1fk
    @PrabinBaruah-bt1fk ปีที่แล้ว

    Krisna

  • @jadumonihazarika6091
    @jadumonihazarika6091 ปีที่แล้ว

    Ki Kom kobola vakha ni Guru Jana nam huni amoni nalaga Krishna 🙏🙏🙏

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว

    Sundar bapp aji krishna janmusthb ai kriton dibo lagibo sundar❤

  • @dipaliborthakur3814
    @dipaliborthakur3814 ปีที่แล้ว +2

    বৰ সুন্দৰ কণ্ঠ ।🙏🙏🙏।

  • @pabanchandrasaikia9894
    @pabanchandrasaikia9894 ปีที่แล้ว +2

    God bless you 🙏🙏🙏

  • @koushikdas5140
    @koushikdas5140 ปีที่แล้ว +1

    🙏🙏🙏🙏🙏🙏

  • @abanikalitaentertainment5448
    @abanikalitaentertainment5448 ปีที่แล้ว

    Krishna Krishna. Bor hundar

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ। 🙏🙏

  • @PinkuBoruah-t9b
    @PinkuBoruah-t9b 6 หลายเดือนก่อน

    Jai guru kisn good❤❤❤

  • @asomiyabhaktisarobar
    @asomiyabhaktisarobar ปีที่แล้ว

    Krishna Krishna 🙏🙏

  • @GitamoniBorboruah
    @GitamoniBorboruah หลายเดือนก่อน

    ভাল পালো শুনি

  • @papudasmadhab6476
    @papudasmadhab6476 8 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤

  • @manjeetdey1497
    @manjeetdey1497 ปีที่แล้ว +1

    বৰ সুন্দৰ

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ আশিবাদ কৰিব। চেনেল টো আগবঢ়ায় নিব subscribe @ share কৰি।🙏🙏🙏🙏

  • @pranabbaruah6687
    @pranabbaruah6687 ปีที่แล้ว +1

    Krishna Krishna sundar

  • @dwijensarma2151
    @dwijensarma2151 ปีที่แล้ว

    Bor bhal lagil

  • @robinborah5848
    @robinborah5848 ปีที่แล้ว

    Sundar Sundar kanth krishna ❤

  • @nayanmonidutta9768
    @nayanmonidutta9768 ปีที่แล้ว

    কৃষ্ণ 🙏 অতি সুন্দৰ।

  • @herambanath4571
    @herambanath4571 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ

  • @ajoydutta5602
    @ajoydutta5602 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ, সুন্দৰ 🙏

  • @bulugogoibaruah5705
    @bulugogoibaruah5705 ปีที่แล้ว

    Ai.nam.prasar.karak.bohut.hundar.bhab.

  • @kabitagogoi647
    @kabitagogoi647 ปีที่แล้ว +1

    Hundor nam

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ আপোনালোকৰ আশিবাদ ।🙏🙏🙏🙏

  • @officialmanash2580
    @officialmanash2580 ปีที่แล้ว +1

    Krishna bakhudev

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว +1

      কৃষ্ণ কৃষ্ণ কৃপা কৰা।

  • @manujdeka
    @manujdeka 5 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ🙏🙏

  • @RatulBora-fw6ph
    @RatulBora-fw6ph ปีที่แล้ว

    বৰ সুন্দৰ হৈছে

  • @pranjaldas2380
    @pranjaldas2380 ปีที่แล้ว

    ❤ Krishna

  • @birajkumarhazarika3908
    @birajkumarhazarika3908 ปีที่แล้ว

    Bohut val lage apunar nam pokhong huni🙏

  • @polashrajkhowa3310
    @polashrajkhowa3310 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভূ আপোনাৰ শ্ৰী চৰণত শত সহস্ৰ প্ৰণাম জানাইছো 🙏🙏🙏🙏🙏

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      🙏🙏🙏🙏

    • @polashrajkhowa3310
      @polashrajkhowa3310 ปีที่แล้ว

      @@hirenbaruati1864 আপোনাক এবাৰ লগ পোৱা হলে বহুত ভাল লাগিল হয় প্ৰভূ 🙏🙏🙏🙏

  • @historylearning8017
    @historylearning8017 ปีที่แล้ว

    বহুত ভাল লাগিল

  • @ranjanbhuyan8601
    @ranjanbhuyan8601 ปีที่แล้ว +2

    KRISNA KRISNA KRISNA...

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @binudphukan311
    @binudphukan311 ปีที่แล้ว

    Oti sundor,,,,,

  • @sarbanandasingh269
    @sarbanandasingh269 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ প্ৰণাম।

  • @girindrahazarika4400
    @girindrahazarika4400 ปีที่แล้ว +1

    Krishna . Ear pora Sawa jonaiso bap sakal . Pronam

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ ।🙏🙏🙏🙏

  • @nabajyoti6637
    @nabajyoti6637 ปีที่แล้ว +1

    কৃষ্ণ। প্ৰভুৱে কৃপা কৰক।

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ আশিবাদ কৰিব। চেনেল টো subscribe @ share কৰি আগবঢ়ায় ‌নিব বুলি আশা কৰিছোঁ ।

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      🙏🙏🙏🙏

  • @dipulborah5138
    @dipulborah5138 ปีที่แล้ว +1

    Baputigarh, Nitaipukhuri t apunar naam prasang usoror pora hunilu.. hosakoiye bor hundor!! Krishna 🙏

    • @hirenbaruati1864
      @hirenbaruati1864  ปีที่แล้ว

      কৃষ্ণ কৃষ্ণ আশিবাদ কৰিব । আমাক কৃপা কৰিব আগবঢ়ায় নিব।🙏🙏🙏🙏

  • @kartik7818
    @kartik7818 ปีที่แล้ว +12

    Jai, guru, khangkar, laluk, lakhimpur, ❤❤❤❤,

    • @hirenbaruati1864
      @hirenbaruati1864  11 หลายเดือนก่อน +6

      🙏🙏🙏🙏

    • @DhunuChetia-uu2hu
      @DhunuChetia-uu2hu 5 หลายเดือนก่อน +1

      Y

    • @aimeebhagawati8961
      @aimeebhagawati8961 3 หลายเดือนก่อน

      😊😢😊😢😢😢😊😊😢😊😢😊😢😊😢😊😊😊😢😊😊😢😢😢😢😊😢😢😊😊😢😢😢😊😢😊😢😊😊😢😊😢😊😢😊😢😊😊😊😢😊😢😊😊q😢😊😊😊😢😢😊😢😊😊😊😢😊😊😊😢😊😊😢😊😊😢😊😊😊😢😢😊😢😊😊😢😊😊😢😊😊😢😢😊😢😢😊😢😢😊😢😢😊😊😢😊😢q😢😢😢😊😊😢😊😊😊😢😊😢😊😊😊😊😊😊😢😊😢😊😢😢😊😊😢😊😢😊😢😊😢😊😢😊😊😢😊😊😢😊😢😊😢😢😊😊😢😢😢😊😢😢😊😢😊😢😊😢😊😊😢😊😢😊😢😊😢😊😊😊😢😊😊😢😊😊😊😊😢😊😊😢😢😢😢😊😢😊😊😢😊😢😢😊😢😊😊😊😊😊😢😢😊😢😢😊😊q😢😊 you 😢have any other person 😊😊😊q😊😢😊 😊😢😊😊😊😊😊😢😅😢😊😢😊😊😊😊😊😢😊😊😊😊😢😊q😊 😊😊😢😊😢😢😢😊😢😊😊😢😊😢😊😊😢😊😊😊😊😢😊😊😢😢😊😊😊😊😊😢😊😊😢😊😊😢😅😊😊😊😊😊q😢😊 you 😊are 😢😊😢😊😊😊q😢😊😊😊q😊😊😊😊😊😢😊😢😊😊😢 😢😊😢you have 😊any other questions please 😢feel nai 😢😊😢😊😢😢😊😊😢😢😊😊😊😊😢😊😊😊😢😊😊😊😊😊😊😢😢😊😊😢😊😊😊😊😊😊😢😊😊😊😊😊😊😢😊😊😢😢😢😢😊😢😊😊😊😊😊😢😊😢😊😊😢😊😢😊😊😢😊😊😢😊😊😢😊😢😊😊😊😊😊😊😢😅😢😊😊😢😊😊😊😢😊😊😊😊😢😢😊😢😊😢😊😊😊😊😢😊😊😢😢😊😢😊😊😊😢😊😊😊😢😊😊😊😊😊😢😢😊😢😊😢😊😊😢😊😊😊😢😢😊😊😊😊😊😊😊😊😊😊😊😊😊😢😊😢😊😊😊😊😊😊😢😊😢😊😊😊😢😊😢😊😊😊😊😊😊😢😊😊😊😢😢😢😊😢😊😢😊😊😊😢😊😢😊😊😢😊😊😊😢😢😢😊😊😊😢😊😊😊😊😢😢q😊😊😊 😊😊😊😊😊😢😊😊😊😊😢😊😢😢😊😊😢😊😊😢😢😊😊😊😢😊😊😢😊😊😊😊😊😊😊😢😊😢😊😊😊😊😊😊😢😊😊😊😊😊😢😊😊😢😊😢😊😢😊😊😊😢😢😢😊😊😊😊😊😊😊😊😊😢😊😊😊😊😊😊😢😊😊😊😊😢😊😢😊😊😊😊😢😊😊😊😊q😊😊😊😢😊😊😢😊😊😊😊😢😊😊😊😊😊😊😢😢😊😊😊😊😊😊😊😊q😊😊😊😊 😢😊😊😢😊😢😊😊😊q😊😊😊 😊q it ki 😊😢ki 😢😊😊😢ki 😊😊Hoy 😊😊na 😢😊😊q😊😊😊😊😊😊😢😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😢😊😊😢😊😊😊😊😊😊😊😢q ki 😊😢😊😊😢😊nai 😊😊😊😊😢😊😊😢ki 😢😊😊😊😊😊😢😊😊😢😊😊😢😊😢😊😊😢😊😊😊q😊 you 😊are 😊😢😊😊😊😢😊😊😊😊the most 😊😊😊beautiful 😊😊😊😊😢😊😊😊😊😊😊woman 😊😊😢😊😊😊😊😊😢😊😊who 😊😊😊😢😊😢😊😢are 😊😊😢😊😊😊😊😊😊😊😊q😊😊 😊you 😊😊have 😢😊😊😊😢😊😢😊😢😊😊😊😊😊😊😊😊😢😢😊😊😊😢😊😊😊q😊😢😊😊😊q😊😢😊😊😢😊 😊😢😊😊😊😢😊😊😊😢😊😊😊😊😢😊😊😢😊q😊😢😊😢😊😊😊😊😊😊😊😊😊😊😊😊😢😊😊😊😊😊😊😊😊😊q😊😢😊 😊😢😊😊ki tu 😊tu nai 😊😊😢😊😊😊😊😊nai 😊qq😢😊😢 😢😊😢😊😊😢😊😊😊😢😊of 😊😊q😊😢😊😊😊 😊😊😊😢q😢😊q😢😊😢😊😊 😊😊😊😊😊😊it 😊😊😊😢😊😊😢😊😊😊😊😊😊😊😢😊😊😊😊😊😊😊😊😊😢😊😊😢😊😊😢😢😊😊😊😢q😊😊😊

    • @PramodDeka-te8iu
      @PramodDeka-te8iu 2 หลายเดือนก่อน

      😊😊😊​@@DhunuChetia-uu2hu

  • @pallavibharali8513
    @pallavibharali8513 ปีที่แล้ว

    Birat xundar🙏

  • @ritakalita6066
    @ritakalita6066 ปีที่แล้ว +1

    কৃষ্ণ 🙏 বৰ সুন্দৰ 🙏🙏

  • @lakhipatar6362
    @lakhipatar6362 ปีที่แล้ว

    Kisn kisn bap very good ❤