Ma mur moromor deuta chenehor.( মা মোৰ মৰমৰ দেউতা চেনেহৰ )

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ส.ค. 2024
  • Ma mur moromor deuta chenehor.
    মা মোৰ মৰমৰ দেউতা চেনেহৰ ।
    An Assamese song by Sandhya Menon.
    কণ্ঠশিল্পী - সন্ধ‍্যা মেনন ।
    { Note : - The image of the lady used in this video is of the singer, Sandhya Menon.}

ความคิดเห็น • 423

  • @parulacharyya9958
    @parulacharyya9958 6 หลายเดือนก่อน +6

    ইমান ভাল লাগে গানটো, শুনিয়ে থাকো অনবৰতে, ৰাতি শুবৰ সময়ত এবাৰ নুশুনিলে ভাল টোপনি নাহে❤❤❤❤🙏🙏🙏🙏

  • @KalpanaBorah-co7co
    @KalpanaBorah-co7co หลายเดือนก่อน +2

    বাইদেউ আপোনাৰ গীতটো সছাই বহুত ধুনীয়া লাগিছে ধন্যবাদ❤❤

  • @KamaleswarBaruah
    @KamaleswarBaruah 12 วันที่ผ่านมา +1

    বৰ ধুনীয়া গীত,ভাল লাগিছে

  • @ganeshtalukdar6793
    @ganeshtalukdar6793 8 หลายเดือนก่อน +4

    Ati madhur hriday kapuwa siraseuj assamiya gan jiye assamiyar gourav bohrayese❣️❣️❣️❣️♥️♥️♥️♥️♥️

  • @acharjyamyna6647
    @acharjyamyna6647 ปีที่แล้ว +17

    মা দেউতাৰ সমান এই পৃথিৱীত কােনাে হবই নোৱাৰে...😂 আইজনী ভালে থাকক সদাই🙏🙏🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 หลายเดือนก่อน +3

    ভাল লাগিল ভৱিষ্যতে ও এনে গীত শুনিবলৈ পালে মনতে বহু সুখ পালোহেঁতেন,,,

  • @susilkalita8039
    @susilkalita8039 ปีที่แล้ว +12

    বাইদেউ আপোনাৰ সুন্দৰ মনোমোহা গীতটো সছাকৈ বহুতো ভাল‌লাগিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ

    • @probinagogoi3805
      @probinagogoi3805  ปีที่แล้ว

      আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

    • @Riyanjyotidas
      @Riyanjyotidas 7 หลายเดือนก่อน

      49.​@@probinagogoi3805

  • @nilakhisonowal5032
    @nilakhisonowal5032 2 ปีที่แล้ว +4

    Bohut hundor bea lagi jai hunile 😰😰❤❤❤

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 ปีที่แล้ว +12

    বৰ ধুনীয়া। ন-ক্ইনাজনীৰ বিদায় বেলাৰ মনৰ কথাখিনি , সুন্দৰ ৰূপত ফুটি উঠিছে গীতৰ মাজত। সুন্দৰ কথা , সুন্দৰ কন্ঠ। কিন্তু বৰ বেদনাদায়ক....।

  • @anjumaiboro3077
    @anjumaiboro3077 หลายเดือนก่อน +3

    Mur babe bohut bhal loga geet.

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 หลายเดือนก่อน +2

    হৃদয় কপোৱা গীত, সচাকৈ এনে গীত শুনিবলৈ পাই মই অতিকৈ আনন্দিত হৈছো, গীতিকাৰক অশেষ ধন্যবাদ,, আৰু ভৱিষ্যতে ও এনে গীত শুনিবলৈ পালে নথৈ সুখী হম,,,,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 7 หลายเดือนก่อน

      এনে গীতে পৰিয়ালৰ সদস্য ৰ সৈতে সদায়ে যেন জড়িত হৈ থাকিম যেন লাগে,,,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 5 หลายเดือนก่อน

      সুন্দৰ আৰু শুনিও ভাল লাগিল,,, এনে গীতে মনটোক খুবেই আনন্দ পাও, সচাকৈ কন্যা সন্তানৰ জন্ম হলে মনতে খুব দুখ ৰ সৃষ্টি কৰে, ভাবিলে অতিকৈ দুখ লাগে,

  • @kashmireepujari2863
    @kashmireepujari2863 ปีที่แล้ว +2

    Bahut bhal lage xunile

  • @lakhyamonihazarika5592
    @lakhyamonihazarika5592 2 ปีที่แล้ว +8

    বৰ ভাল লাগিছে মনপৰসা গীত🌹🌹

  • @parbinadohutia856
    @parbinadohutia856 ปีที่แล้ว +3

    সৰুতে গাই ভাল পোৱা গীতটো বহু দিনৰ পাছত শুনিলো মনটো ভাল লাগিল

    • @probinagogoi3805
      @probinagogoi3805  ปีที่แล้ว

      আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @rudratalukdar1950
    @rudratalukdar1950 2 ปีที่แล้ว +8

    নতুন প্ৰজন্মৰ বাবে এই তো বহুত জৰুৰী গীত

    • @probinagogoi3805
      @probinagogoi3805  2 ปีที่แล้ว

      হয়, আপুনি ঠিকেই কৈছে । অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

    • @lagendashishstatus1988
      @lagendashishstatus1988 2 ปีที่แล้ว

      Gogoi dangariani bohut2 dhanyavad

    • @user-wz7ft2ut1i
      @user-wz7ft2ut1i 6 หลายเดือนก่อน

      CT
      ​@@probinagogoi3805

  • @Parul_Saikia
    @Parul_Saikia 6 หลายเดือนก่อน +5

    উন্নতমানৰ এটি চিৰ যুগমীয়া গীত😮

  • @Minumaninath
    @Minumaninath 6 หลายเดือนก่อน +4

    ময়ো চেষ্টা কৰিছোঁ আপোনাৰ দৰে গাব বাইদেউ ইমান সুন্দৰ আগৰ গান বোৰ ভাল লাগে শুনি😂

  • @ankitadekasmusical9599
    @ankitadekasmusical9599 2 ปีที่แล้ว +6

    অতি সুন্দৰ গীত। এই গীতটো মোৰ অতিকৈ প্ৰিয়। বহুত ভাল লাগে এই গীতটো শুনি।

    • @user-fw9we9zo8l
      @user-fw9we9zo8l 6 หลายเดือนก่อน +1

      এই গীতটো বহুত ভাল লাগে ।

  • @kalpanaborah7100
    @kalpanaborah7100 2 ปีที่แล้ว +2

    সঁচাকৈ বৰ।সুন্দৰ লাগিছে শুনি পুৰণি গান

  • @abhijitbaruah7412
    @abhijitbaruah7412 2 ปีที่แล้ว +15

    হৃদয় চুই যোৱা গান , সুন্দৰ গান 🙏

    • @probinagogoi3805
      @probinagogoi3805  2 ปีที่แล้ว

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @bhaswatikalita9308
    @bhaswatikalita9308 2 ปีที่แล้ว +3

    heart touching...soku pani ulai gol

  • @gitanjalideka8767
    @gitanjalideka8767 2 ปีที่แล้ว +16

    নাৰী জীৱনৰ বাস্তৱ ছৱি প্ৰকাশ হৈছে।খুবেই ভাল লাগে এই গীতটি

    • @probinagogoi3805
      @probinagogoi3805  2 ปีที่แล้ว +1

      আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

    • @falakedas6957
      @falakedas6957 ปีที่แล้ว

      😂

  • @kusumsharma4537
    @kusumsharma4537 4 หลายเดือนก่อน +1

    Nice song and sweet voice love you so much dear ba ❤️❤️❤️❤️

  • @dhrubajyotiborah5060
    @dhrubajyotiborah5060 หลายเดือนก่อน +2

    মোৰ গানটো শুনি চকুৰ পানী উলাই গৈছে বক দুখ লাগে মোৰ 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @parulacharyya9958
    @parulacharyya9958 ปีที่แล้ว +1

    গানটো শুনি আবেগিক হৈ গলো, বৰ সুন্দর গীত, আগতে নাই শুনা এইটো গীত, চেনেহৰে আই গানটো দিবচোন❤❤

  • @nagenboro9154
    @nagenboro9154 2 ปีที่แล้ว +12

    This is my favorite song .I love very much this song.

  • @gautambhuyan2985
    @gautambhuyan2985 หลายเดือนก่อน +1

    Bahut bhal lage

  • @indeswarsaikia8018
    @indeswarsaikia8018 2 ปีที่แล้ว +3

    হৃদয় পৰশা পুৰণি গীত বোৰ জাউতিযুগীয়া

    • @probinagogoi3805
      @probinagogoi3805  2 ปีที่แล้ว

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @purnimadeka7603
    @purnimadeka7603 11 หลายเดือนก่อน +2

    বৰ ভাল লাগিছে মন পৰশা গীত❤❤❤

  • @Hellohirak
    @Hellohirak 8 หลายเดือนก่อน +3

    ইমান সুন্দৰ গীত ❤️❤️❤️

  • @jyotiprasad-lw9gy
    @jyotiprasad-lw9gy ปีที่แล้ว +1

    বহুত হৃদয় ভৰা গান, বাস্তৱিকতা প্ৰকাশ পাইছে, কোব সুন্দৰ।

  • @medinitalukdar4873
    @medinitalukdar4873 ปีที่แล้ว +2

    প্ৰবীনা বা ধুনিয়া লাগিছে ...... ।

    • @probinagogoi3805
      @probinagogoi3805  ปีที่แล้ว

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @user-pj9dh6ek8h
    @user-pj9dh6ek8h 6 หลายเดือนก่อน +1

    অতি সুন্দৰ তুমি যতে আছা কুশলে থাকা ।

  • @hemalatasarma291
    @hemalatasarma291 3 หลายเดือนก่อน +1

    অন্তৰ চুইযোৱা গীত

  • @bijudas2596
    @bijudas2596 2 ปีที่แล้ว +4

    অতি সুন্দৰ গীত, বহুত ভাল‌ লাগে গীতটো মোৰ , My favourite song

  • @bhaskarmedia4662
    @bhaskarmedia4662 2 ปีที่แล้ว +5

    সন্ধ্যা মেনন বাইদেউৰ কণ্ঠৰ অপূৰ্ব মাদকতা অসমীয়া গীতত এক অনন্য চানেকি !

  • @gourabjyotikalitta8470
    @gourabjyotikalitta8470 2 ปีที่แล้ว +7

    বহুত ভাল লাগে পুৰনি গীতবোৰ শুনি । আগলৈও দি থাকিব ।

    • @probinagogoi3805
      @probinagogoi3805  2 ปีที่แล้ว

      নিশ্চয়, অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

    • @rupkantapathori2852
      @rupkantapathori2852 2 ปีที่แล้ว +1

      এৰা এইবোৰ হে গীত তুলনা নাই।

  • @Mamon51
    @Mamon51 2 ปีที่แล้ว +2

    ( Ulala ) radio t hunisilu aibor geet akebare hridoy sui joa geet hobdo hoiliye jen hridoy sui jai ❤️khub dhunia

    • @probinagogoi3805
      @probinagogoi3805  2 ปีที่แล้ว

      আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

    • @Mamon51
      @Mamon51 2 ปีที่แล้ว

      @@probinagogoi3805 ধন্যবাদ 🙏

  • @kusheswardeka9202
    @kusheswardeka9202 ปีที่แล้ว +3

    অজানিতে চকুদুটা যেন সেমেকি আহিল-----------
    সন্ধ্যা বা তুমি গোৱা প্ৰত্যকটো গীটেই মোৰ অতিকৈ প্ৰিয় ।

    • @probinagogoi3805
      @probinagogoi3805  ปีที่แล้ว

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ থাকিল ।

  • @akondas3705
    @akondas3705 2 ปีที่แล้ว +3

    সচাই ভাল লাগে পোৰনি গান খুনি।

  • @babuldeka652
    @babuldeka652 2 ปีที่แล้ว +10

    A heart touching song which fill my heart when I listen.

  • @nilakshideka3485
    @nilakshideka3485 ปีที่แล้ว +5

    I love this song🥰❤❤❤

  • @jayshreedeka5481
    @jayshreedeka5481 ปีที่แล้ว

    এই গানটো যেতিয়াই শুনো চকুপানী নিগৰি আহে😢😢😢 মা দেউতালৈ আপোন ঘৰখন বৰকৈ মনত পৰে❤

  • @KamaleswarBaruah
    @KamaleswarBaruah 29 วันที่ผ่านมา +2

    Very nice

  • @ANUPAMBORUAH-cj3qv
    @ANUPAMBORUAH-cj3qv วันที่ผ่านมา

    Very nice song👍❤

  • @ranjitbordoloi5085
    @ranjitbordoloi5085 ปีที่แล้ว +8

    বহুত ভাল লাগে আগৰ দিনৰ গান 😭

  • @rumimurmu2511
    @rumimurmu2511 ปีที่แล้ว +3

    সচাকৈ হৃদয় চুই যোৱা গান

  • @bhaskarjyotigogoi8190
    @bhaskarjyotigogoi8190 หลายเดือนก่อน +1

    Fabulous

  • @barasahaloi5758
    @barasahaloi5758 ปีที่แล้ว +4

    My one of the favourite song ❤️❤️

  • @ainulali8020
    @ainulali8020 6 หลายเดือนก่อน +1

    Very good ba

  • @pragyasaikia5261
    @pragyasaikia5261 ปีที่แล้ว +3

    💖💖💖 অতিকৈ প্ৰিয় গীত। শুনি শুনি হেঁপাহ নপলাই।

    • @probinagogoi3805
      @probinagogoi3805  ปีที่แล้ว

      আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @pankipragyaofficial5020
    @pankipragyaofficial5020 2 ปีที่แล้ว +20

    হৃদয় চুই যোৱা আবেগিক গীত ।

  • @safrin___n
    @safrin___n 2 ปีที่แล้ว +3

    Heart touching song....❤❤❤❤❤❤

  • @dilipsaikia4922
    @dilipsaikia4922 ปีที่แล้ว +1

    Apunar gaan bur suni bhal lage aru soku pani boi ahe, Sundar kontha

  • @Nx_Powali
    @Nx_Powali 7 หลายเดือนก่อน +2

    Nice song ❤❤❤❤

  • @anjumaiboro3077
    @anjumaiboro3077 หลายเดือนก่อน +3

    Bar prio git mur. 😢

  • @urmilakalita6191
    @urmilakalita6191 ปีที่แล้ว +7

    মই বৰ ভাগ্যৱতী মোৰ ওচৰতে বিয়া হৈছে।

  • @saharabegum5792
    @saharabegum5792 2 ปีที่แล้ว +2

    Hridoy sui goise emman hundor kontha, Moi Redio Center ot anurudh Kori Hondhya Menon baidew r gan xuni silu .

    • @probinagogoi3805
      @probinagogoi3805  2 ปีที่แล้ว

      আপোনাৰ মন্তব্যত অতিশয় আপ্লুত হৈছোঁ । অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @dwijenKalita-wp4rt
    @dwijenKalita-wp4rt 9 หลายเดือนก่อน +2

    Good song

  • @satyengohain5459
    @satyengohain5459 3 ปีที่แล้ว +4

    মোৰ অতিকে ভাল লগা গায়িকা গৰাকীৰ সুমধুৰ কণ্ঠত সুমধুৰ গীতটিয়ে হৃদয় চুই গ'ল।শুভ ৰাত্ৰি।

    • @probinagogoi3805
      @probinagogoi3805  3 ปีที่แล้ว

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @bishnuthakuria481
    @bishnuthakuria481 ปีที่แล้ว +2

    Bahut val lage apnar ganbor

  • @sunilbaishya5512
    @sunilbaishya5512 10 วันที่ผ่านมา

    অন্তৰ চুই যোৱা গীত।

  • @ratulgoswami6076
    @ratulgoswami6076 ปีที่แล้ว

    Bohut sundor gan

  • @digenbordoloidigenbordoloi6144
    @digenbordoloidigenbordoloi6144 ปีที่แล้ว

    Bor xundar geet bahut dukh lage

  • @binodkakati7300
    @binodkakati7300 2 ปีที่แล้ว +2

    সুন্দৰ কণ্ঠ ! সুন্দৰ গীত ! সুন্দৰ সুৰ ! শুনি থাকিলেও হেঁপাহ নপলোৱা এটি যাউতিযুগীয়া গীত !

  • @sunumunu9538
    @sunumunu9538 ปีที่แล้ว +3

    বৰ ভাল লাগিলে গানটি শুনি চকু পানী ওলাই গল

  • @bisnupdtamuli4433
    @bisnupdtamuli4433 2 ปีที่แล้ว +3

    Old is gold. Congratulations.

  • @garimagogoi2647
    @garimagogoi2647 ปีที่แล้ว +1

    পুৰণি গান শুনি বৰ আপ্লুত হলো।

  • @haripriyagogoi4224
    @haripriyagogoi4224 2 ปีที่แล้ว +2

    Hundor hoise

  • @rashmigogoi455
    @rashmigogoi455 2 ปีที่แล้ว +3

    👍 nice song 👌💖

  • @khargeswarkumar2337
    @khargeswarkumar2337 2 ปีที่แล้ว +3

    এই গীত টি মোৰ অতি প্ৰিয় ।তাতে সন্ধ্যা বাইদেওৰ সুললিত কণ্ঠই সোণত যেন সুৱগাহে চৰাইছে ।

  • @user-ey8ht8uc5j
    @user-ey8ht8uc5j หลายเดือนก่อน +1

    Mor val loga geet

  • @Sandhyamahanta
    @Sandhyamahanta 8 หลายเดือนก่อน +2

    Nice 👍👍👍👍👍

  • @shikha9181
    @shikha9181 2 ปีที่แล้ว +5

    Old is gold ❤❤

  • @sachtikapatar8245
    @sachtikapatar8245 ปีที่แล้ว +3

    My favorite song 😍😍♥️♥️♥️💟💟

  • @Pradu326
    @Pradu326 28 วันที่ผ่านมา

    আগতে টেপত শুনিছিলো ৷

  • @puspalataborah8895
    @puspalataborah8895 5 หลายเดือนก่อน +1

    এই গীতটি বাৰ আবেগিক চকু লো ওলাই যায় বাৰ দুখ লগা আকৌ দি থাকিব

  • @khanindradeka6123
    @khanindradeka6123 ปีที่แล้ว +1

    বৰ ভালো লাগিল, গানটো শুনি

    • @probinagogoi3805
      @probinagogoi3805  ปีที่แล้ว

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @rekhaborpujari5464
    @rekhaborpujari5464 3 ปีที่แล้ว +4

    অতি সুন্দৰ কন্ঠ 👏💐🎵🌷💞💕🎁🎼🎵

    • @probinagogoi3805
      @probinagogoi3805  3 ปีที่แล้ว

      অশেষ ধন্যবাদ থাকিল ।

  • @gariyoshi1253
    @gariyoshi1253 3 หลายเดือนก่อน +1

    মোৰ বৰ প্ৰিয় এই গানটি❤

  • @urmidas3690
    @urmidas3690 3 ปีที่แล้ว +6

    Sandhya,beautiful song.Carry on your journey.Best wishes.

  • @jiyagoswamisarma4435
    @jiyagoswamisarma4435 ปีที่แล้ว +3

    সচাঁকৈ মা মোৰ মৰমৰ দেউতা চেনেহৰ বহুত মনত পৰে মা দেউতালৈ

  • @anjumaiboro3077
    @anjumaiboro3077 หลายเดือนก่อน +3

    Mur moromor geet.

  • @DehaMami
    @DehaMami 7 หลายเดือนก่อน +1

    I love you maa 😢😢

  • @parthathakuria9949
    @parthathakuria9949 ปีที่แล้ว +1

    Very very sweet

  • @tilaksaikia6531
    @tilaksaikia6531 2 ปีที่แล้ว +2

    হৃদয় ছুই যোৱা এটি গীত । শুনি ভাল লাগিল ।

  • @RajumoniRajumonidas
    @RajumoniRajumonidas ปีที่แล้ว

    My favourite song , 🌹, heart touching song ,,, ❤️💞💞💞❤️

  • @user-zk2nx8po5k
    @user-zk2nx8po5k 11 หลายเดือนก่อน +1

    My feborite song

  • @user-bb7go3yd4h
    @user-bb7go3yd4h 5 หลายเดือนก่อน +3

    Dhany bad

  • @lajenrat830
    @lajenrat830 2 ปีที่แล้ว +1

    dhunia grey / nice,

  • @jaydevboro7368
    @jaydevboro7368 ปีที่แล้ว +1

    Wow beautiful song

  • @helikalita8047
    @helikalita8047 ปีที่แล้ว +1

    Nice song 🎵🌼🌺

  • @sbhag
    @sbhag ปีที่แล้ว +2

    Excellent performance

  • @shivangigogoi2075
    @shivangigogoi2075 2 ปีที่แล้ว +2

    Hosakoi dukh lge aibur hunile 😥

  • @basantakonwar9112
    @basantakonwar9112 3 ปีที่แล้ว +3

    🙏🙏🙏Pranam joniso ...maam

  • @dipalidevi4269
    @dipalidevi4269 2 ปีที่แล้ว +2

    So beautiful song...♥️♥️♥️

  • @nagenkalita3245
    @nagenkalita3245 2 ปีที่แล้ว

    মন চুই যোৱা গান। ভাল লাগিছে।

    • @probinagogoi3805
      @probinagogoi3805  2 ปีที่แล้ว

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @lukuchetia58
    @lukuchetia58 2 ปีที่แล้ว +17

    পুৰনি অসমীয়া গীত বোৰেই ভাল আছিল, আজিকালি বজৰুৱা গীতবোৰ শুনিবলৈ মন নাযায়।

    • @probinagogoi3805
      @probinagogoi3805  2 ปีที่แล้ว +1

      পুৰণি গীতৰ এটা সুকীয়া আমেজ আছে । আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @dulumoniphukan2824
    @dulumoniphukan2824 ปีที่แล้ว +1

    Mur bahut val lage

  • @BIPULGOGOI
    @BIPULGOGOI 2 ปีที่แล้ว +1

    Ati hundor poribekhon