ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
সৰু কালৰ কথা মনত পৰি যায় এইবোৰ গান শুনিলে ❤❤
নীলাক্ষিৰ কণ্ঠ সঁচাই অনন্য দেই 💚 ইমানেই শুৱলা কণ্ঠত গীতৰ পৰিবেশন 💚 অন্তৰ চুই গ'ল 💚 বিজয়দাৰ অনবদ্য সঙ্গীতৰ বাবেও দাদালৈ আন্তৰিক অভিনন্দন জনালোঁ 💚
Bohut sundor hoise Baidew .
ইমান সুন্দৰ গীত শুনিলে শ শুনি থাকিবৰ মন যাই ❤❤❤ময় গান বহুত ভাল পাও
সুৰীয়া কন্ঠত জীপাল হৈ উঠিছে গানটো --- বৰ ভাল লাগিছে। 🌹
অতি সুন্দৰ বাইদেউ ।শুনি বহুত ভাল লাগিল। ককাইদেউক প্ৰণাম জনালোঁ🙏
বহুত সুন্দৰ কবলৈ ভাষা নাই। মই এই গীত বোৰ শুনি বহুত ভাল পাওঁ
A❤❤
কি সুন্দৰ কন্ঠ,গায়কী,প্ৰকাশভঙ্গী।মনটো ভৰি গ'ল।মুগ্ধ হ'লো নিলাক্ষী বা।
Pppppp0pppppppp0pppppp0p
Bohut hundor huni thakilau amoni nalage.
সচা কথা, ভাবিলে ভাৱনা সদায় পাবা নে, সেয়ে চিৰদিন নহয় এনে গীতে মনটোক বৰকৈ চিন্তিত কৰি পেলায়,
অশেষ ধন্যবাদ জনালোঁ
বহুত ধুনীয়া গাইছা।
অশেষ ধন্যবাদ জনালোঁ 🙏
অতি সুমধুৰ কণ্ঠত গীতটি শুনি আপ্লুত হ'লো ,বাইদেউ 👌👌🥰❤️
Good song
কি যে সুমধুৰ কণ্ঠ নিগৰাইছে,মন চুই গ'ল দেই 👌👌👌
খুব সুন্দৰ হৈছে বা, হৃদয় চুই গ'ল ❤️❤️
Nice song baa❤
dhunia
অতি সুন্দৰ' পুৰনি গীতটি শুনি তোমাৰ কণ্ঠত বহুত ভাল লাগিল।🙏❤️🙏🙏❤️
ইমান সুন্দৰ হৈছে।বহুত বাৰ শুনিলোঁ❤️❤️❤️❤️❤️❤️❤️কণ্ঠ ভীষণ মিঠা😍❣️
Vakhare bujab nuaru ki khumodhu
অতি সুন্দৰ বাইদেউ 🙏🙏🙏
ইমান সুন্দৰ গাইছে কি কম ভাষা নাই। মই বহুত বেচি ভাল পাওঁ এইটো গান ❤❤❤
বহুত ভাল লাগিছে চাই অথবা শুনি মই নেপালৰ পৰা চাই আছো জয় আই অসম 😢😢😢😢❤
অশেষ ধন্যবাদ জনাইছোঁ
Very nice ......baideu❤
ইমান সুন্দৰ, বৰ ধুনীয়া গাইছা 👌👏👏👏💐💐
মোৰ অতি প্ৰিয় গীত। সুন্দৰ কন্ঠ, ভাল লাগিল শুনি ❤।
Geet tei xuni val lagil thanks ; kabita val lagise gan to 🎉🎉@ 5&6 ❤
Oti hundor 🎉🎉🎉🎉
বৰ সুন্দৰ পৰিবেশন , বহুত ভাল লাগিল গীতটো।
খুব সুন্দৰ, শুনি বহুতেই ভাল লাগিল
সোনালী দিনৰ সোণসেৰীয়া স্মৃতি ! লুনা সোনোৱালৰ গীতটি অন্যতম প্ৰিয় আছিল ৷ বৰ ধুনীয়াকৈ গাইছে আপুনি ৷ বহুবাৰ শুনিলোঁ ৷
Kicho man gaan asa j bohut hunibo mon jai
অতি সুন্দৰ কন্ঠস্বৰ, অতি সুন্দৰ পৰিবেশন। তোমাৰ কন্ঠস্বৰ ত গীত টি শুনি আপ্লুত হলো 🥰🥰
কণ্ঠশিল্পী নিলাক্ষী চাংকাকতি, তোমাৰ সুমধুৰ মৌবৰষা কণ্ঠত নিগৰাই পৰিবেশন কৰা সুন্দৰ গীতটি শুনি আপ্লুত হ'লো, অভিনন্দন যাচিছো।।
Bahut bahut dhunia geet moi xodai xunu❤❤❤
অতি সুন্দৰ গীত পৰিবেশন
আমাৰ দিনৰ সৰ্বাধিক জনপ্ৰিয় গীত
Baideu ajio khub val Lage ai bur geet
Hoi ne ❤❤
Ati xundar hoise baideu ❤️❤️
অশেষ ধন্যবাদ
দেহ মন জুৰ পৰি যায ❤❤😢😢
Love from Hajo Adhiarpara Powamocca
bhal lagi sea..baideou❤❤❤
সুন্দৰ কণ্ঠ❤❤❤
Bahut xundor Geet 🙏🙏🙏🙏
শ্ৰুতিমধুৰ । বৰ ভাল লাগিল ...
বাঃ ! অপূৰ্ব 👌👌👌👌
সুন্দৰ হৈছে
খুবেই সুন্দৰ, শুনি আপ্লুত হ'লো সঁচাকৈ ।
sweet voice and nice song..beautiful song
Bor bhal lagil Bahudinor murot huni..Such a beautiful song ❤❤❤
Good voice My favourite song 💔
Khundor kontho
Madur konthaHridoy sui gol❤❤
Bhut Dhuniya song Mam
Eman dhuniya vakha nai kob ❤❤❤
Most favourite song ❤❤❤
I love this song From, shillong ❤❤❤
সুন্দৰ পৰিবেশন ৷
বৰ সুন্দৰ হৈছে ৷খুব ভাল লাগিল শুনি ৷👌👌💐💐
বৰ শুৱলা কণ্ঠ..বাইদেউ ❤👌👌
Gantu bohut vaal❤.
অতি সুন্দৰ
Bohut val lagise gantu huni
অতি মধুৰ সুৰ💐
bahut bhal hoi
বহুত ভাল লগা গীত মন চুই যায়
Verry verry nic sogn
So sweet song🙏🙏🌹❤️🌹🙏🙏
অতি সুন্দৰ কণ্ঠস্বৰ । সুন্দৰ পৰিবেশন । 👌👌♥️♥️
বিৰাট ধুনীয়া হৈছে ❤❤
World no 1 best song.
Moi Koloi Zavo Dang ..Yea$$🧜♂️🏜🚤
🎉🎉🎉Heart touching
সুন্দৰ
Dhuniya kontha
Very nice.keep it up❤❤❤❤❤
Luna baideo guwa geet suni bhal lage❤
Oti sundor.Keep it up.
🙏 ❤️❤️❤️ বহুত দুখ লাগিল 😢😢😢
Sadai Val laga geet
Very nice 👍
Soo sweet singing❤❤❤❤❤❤
Dhuniya gan
Bahut vala lagise
Hundar kanthar garaki tumi, bhal lagil ❤
অতি সুন্দৰ 🥰
Bohu dhunia git
Oti shundor geet
Nice lovable sung
Very nice 👌👌
অতি সুন্দৰ কণ্ঠ,আপোনাৰ গান শুনি খুব ভাল পাওঁ বাইদেউ।
অশেষ ধন্যবাদ জনালোঁ ❤️
Very nice song ❤️👌
I am very crazy about old songs in any language except south indias
so happy nice song ❤
বহৰিয়া
Bohut dhuniya baido 👌👌👌
Ati moromor Bijoy bhuiya Da Aponar Bihu Suriya Geet bor Moi suni thako bor bhal lage
😊
@@Bendas.pGendagekl1😊😊😊😊😊😊😊😊😊😊😊😊😊😊
😊nur nrgt...@@Bendas.pGendage
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂 ii😂😂😂😂😂😂😂😂😢😂@@Bendas.pGendage
Khub xundar
Very nice baideo
বহু ত ভাল লাগে শোনি
Long live singer
সুন্দৰ, অতি সুন্দৰ কণ্ঠ 👌👌👌
So sweet 😮😮❤

Madur kontha
Hridoy sui gol❤❤
অশেষ ধন্যবাদ জনালোঁ
Bhut Dhuniya song Mam
Eman dhuniya vakha nai kob ❤❤❤
Most favourite song ❤❤❤
I love this song
From, shillong ❤❤❤
সুন্দৰ পৰিবেশন ৷
বৰ সুন্দৰ হৈছে ৷খুব ভাল লাগিল শুনি ৷👌👌💐💐
অশেষ ধন্যবাদ জনালোঁ
বৰ শুৱলা কণ্ঠ..বাইদেউ ❤👌👌
অশেষ ধন্যবাদ জনালোঁ
Gantu bohut vaal❤.
অতি সুন্দৰ
Bohut val lagise gantu huni
অতি মধুৰ সুৰ💐
bahut bhal hoi
বহুত ভাল লগা গীত মন চুই যায়
অশেষ ধন্যবাদ জনালোঁ
Verry verry nic sogn
So sweet song🙏🙏🌹❤️🌹🙏🙏
অতি সুন্দৰ কণ্ঠস্বৰ । সুন্দৰ পৰিবেশন । 👌👌♥️♥️
অশেষ ধন্যবাদ জনালোঁ
বিৰাট ধুনীয়া হৈছে ❤❤
World no 1 best song.
Moi Koloi Zavo Dang ..Yea$$🧜♂️🏜🚤
🎉🎉🎉Heart touching
সুন্দৰ
Dhuniya kontha
Very nice.keep it up
❤❤❤❤❤