A pran gopal patila mayare khela.( এ প্ৰাণ গোপাল পাতিলা মায়াৰে খেলা )

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ก.ย. 2024
  • A pran gopal patila mayare khela.
    এ প্ৰাণ গোপাল পাতিলা মায়াৰে খেলা ।
    ( মুকুতা বোলছবিৰ গীত )
    কণ্ঠশিল্পী - অনিমা চৌধুৰী ।
    This is collected from AIR Dibrugarh broadcasting.
    { Note : - The image of the lady used in this video is of the singer, Anima Chaudhuri.}

ความคิดเห็น • 45

  • @sudhangshudas3524
    @sudhangshudas3524 8 วันที่ผ่านมา +1

    অতি জনপ্রিয় এটি লোকগীতি।❤

  • @j..k..l8723
    @j..k..l8723 9 วันที่ผ่านมา +1

    Ai luk geet tu suni bar vallage.anima baideo matu bar sundar.krishna 3.

  • @bharatiranisarkar1707
    @bharatiranisarkar1707 13 วันที่ผ่านมา +2

    Premobala Daser ganta khub prio.

  • @Radheshyamdas-j1b
    @Radheshyamdas-j1b 25 วันที่ผ่านมา +6

    আকৌ শুনিব লাগিব। জাতিটোক উদ্ধাৰৰ বাবে বিশ্ব বৰেণ্য ভূপেনদাৰ গীত শুনাটো অতি দৰ্কাৰ। জাতিৰ বাবে তেখেত মৰিও অমৰ।

  • @padmagogoi1923
    @padmagogoi1923 วันที่ผ่านมา +1

    This song is my like from childhood.

  • @MAINULHOQUE-cc8fi
    @MAINULHOQUE-cc8fi 5 หลายเดือนก่อน +4

    অনিমা আপোনাক এবাৰ ওচৰৰ পৰা চাব বিচাৰো। ইমান ধুনীয়া কন্ঠ ।

  • @MAINULHOQUE-cc8fi
    @MAINULHOQUE-cc8fi 5 หลายเดือนก่อน +5

    বাইদেউ আপোনাক কি দি পুজিম। এই লোক গীতটি মই উৰাই ঘুৰাই শুনি থাকো। ইমান ধুনীয়া ৰাতি শুনি শুনি শুই থাকো।

  • @abdulhamid5304
    @abdulhamid5304 หลายเดือนก่อน +5

    Baidew iman khundarkoi gaise

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 หลายเดือนก่อน +3

    দেহ বিচাৰৰ গীত ।মনোৰম বিশ্লেষণ। কন্ঠ দান বিতুপন। আমাৰ লৰালি কালৰ বুলছবি।মনত সাঁচ থাকি যোৱা।

    • @gunakantabaruah6243
      @gunakantabaruah6243 2 หลายเดือนก่อน

      আমি উঠি অহা চামে গৌৰৱ কৰিবলৈ বহু আপুৰুগীয়া গীত মাত মনত ৰখা দৰকাৰ। নহ'লে ভাষাই জাত এৰি বিজতৰীয়া হ'বলৈ বেছি পৰ নালাগিব। এই ধৰক চেনেলৰ বাতৰি প্ৰস্তুত কৰোঁতে অলপো সাৱধান নহয়। সচৰাচৰ কোৱা বাক্যতে কিমান খাটি শব্দ পয়োভৰ হৈছে। যিমানেই প্ৰয়োগ হ'ব জাতীয় ভাষা সিমানেই চহকী। কোনো বহিৰাগত অসমীয়াই শব্দ উৎসাৰণ এশ শতাংশ শুদ্ধকৈ ক'ব নোৱাৰে। সেয়ে নিজৰ ভাষাত পটুতা সৰুৰে পৰা হ'বলৈ সমুহ পিতৃ মাতৃৰ কৰ্তব্য।

  • @JaniGogoi-h9w
    @JaniGogoi-h9w 17 วันที่ผ่านมา +1

    শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @NabinKachari
    @NabinKachari หลายเดือนก่อน +4

    অনিমা বাইদেউৰ অমৃত বৰষা কণ্ঠ লোকগীত শুনি থাকিবৰ মন যায়। ❤❤🎉🎉

  • @swapankumardutta6179
    @swapankumardutta6179 29 วันที่ผ่านมา +3

    Bor bhal lagise

  • @ভানুঐশ্বায্যাঅসমীয়া

    সুন্দৰ গীত

  • @kirangogoi4748
    @kirangogoi4748 ปีที่แล้ว +6

    বহুদিনৰ আগৰ , সেই মুকুতালৈ মনত পৰি গ,ল ।

  • @ratulhira394
    @ratulhira394 15 วันที่ผ่านมา +1

    ai geet tee mor aita r bor prio .aru muru.

  • @dhirenkalita611
    @dhirenkalita611 3 ปีที่แล้ว +13

    ধীৰেন্দ্ৰ নাথ কলিতা।
    অনিমা চৌধুৰীৰ প্ৰতিটো লোকগীত আজিও মোৰ বৰ প্ৰিয় ।

    • @probinagogoi3805
      @probinagogoi3805  3 ปีที่แล้ว

      আপোনাৰ মন্তব্যটি পাই আপ্লুত হ'লো । অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @DilipBorah-q9y
    @DilipBorah-q9y ปีที่แล้ว +3

    Bor Val lagose mam❤❤❤❤❤

  • @milikchandrakumar-zm8sb
    @milikchandrakumar-zm8sb ปีที่แล้ว +3

    শুনিলে শুনি থাকিব ইচ্ছা যায়

  • @alakeshdevasarma7584
    @alakeshdevasarma7584 3 ปีที่แล้ว +3

    Jai Sri Hari

  • @rajat6784
    @rajat6784 3 ปีที่แล้ว +4

    Moja 🙏🙏🙏🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻👍👍👍👍

    • @probinagogoi3805
      @probinagogoi3805  3 ปีที่แล้ว +1

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @renulongchot7547
    @renulongchot7547 ปีที่แล้ว +3

    কৃষ্ণ কৃষ্ণ 🪔👃অ মোৰ দয়ালু।

    • @probinagogoi3805
      @probinagogoi3805  ปีที่แล้ว

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @ratulhira394
    @ratulhira394 15 วันที่ผ่านมา +1

    Agote redio t bohut khunisilu

  • @sanjaykoushik9839
    @sanjaykoushik9839 4 หลายเดือนก่อน +2

    ❤❤❤

  • @bibhutidutta73
    @bibhutidutta73 ปีที่แล้ว +2

    Herai jabo dhara geet bur xongrokhyon korise ,bhal lagil dei

    • @probinagogoi3805
      @probinagogoi3805  ปีที่แล้ว

      আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @pinakkar1837
    @pinakkar1837 ปีที่แล้ว +2

    OlD IS GOLD

  • @BimalaDutta-bp7vb
    @BimalaDutta-bp7vb 7 หลายเดือนก่อน +3

    হেৰাই যাব ধৰা প্ৰিয় গীত ।

  • @swapnasarma6034
    @swapnasarma6034 ปีที่แล้ว +2

    অনিমা বাইদেউৰ প্ৰতিটো গীতেই মোৰ প্ৰিয়।মুকুতা চিনেমা খন এবাৰ টিভিত প্ৰচাৰ হলে ভাল লাগিব

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 ปีที่แล้ว +2

    অনিমা চৌধুৰী বাইদেউৰ চিৰসেউজ গীত।"মুকুতা"বোলছবিৰ যোগেদি নেপথ্য কণ্ঠশিল্পী হিচাবে সুপৰিচিত মহান শিল্পী গৰাকীৰ প্ৰতিটো গীতেই শ্ৰোতাৰ অতি প্ৰিয।"দুচকুত কাজল বোলাই লৈ,কবৰীত কৰবী সজাই লৈ","দিখৌ নৈৰ পাৰৰে কহুৱাই বিনায়", "অনুভৱ মোৰ স্মতিৰ স্মৃতি, অনুৰাগ মোৰ গীত"আদি ভালে মান গীত শ্ৰোতাৰ অতি প্ৰিয়।

    • @probinagogoi3805
      @probinagogoi3805  2 ปีที่แล้ว

      হয়, তেখেতৰ আটাইবোৰ গীতেই শ্ৰুতিমধুৰ । তেখেতৰ কণ্ঠৰ এটা সুকীয়া মাদকতা আছে । আপোনাৰ অভিমতৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @uttamsaikia861
    @uttamsaikia861 3 หลายเดือนก่อน +2

    KRISHNA.BHUT

  • @lalitkutum8592
    @lalitkutum8592 2 ปีที่แล้ว +2

    Bor val Lagise.

    • @probinagogoi3805
      @probinagogoi3805  2 ปีที่แล้ว

      অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

    • @kirontamang8054
      @kirontamang8054 2 ปีที่แล้ว

      বৰ ভাল লাগিল বাইদেউ।

  • @MAINULHOQUE-cc8fi
    @MAINULHOQUE-cc8fi 5 หลายเดือนก่อน +2

    Anima Baidew Aponaloi Bahut. Bahut Marom Thakil.

  • @renumabegum6778
    @renumabegum6778 11 หลายเดือนก่อน +1

    অনিমা চৌধুৰী গান মই ভাল পাও

  • @dhirendeka2690
    @dhirendeka2690 3 ปีที่แล้ว +9

    এই লোক গীতটো মোৰ বৰ প্ৰিয় ।

  • @stuteekonwar_soulfood
    @stuteekonwar_soulfood ปีที่แล้ว +1

    Can anyone provide the lyrics..please🙏

  • @minatidoley4414
    @minatidoley4414 ปีที่แล้ว +2

    P

  • @user-ec8dw9pd6b
    @user-ec8dw9pd6b 26 วันที่ผ่านมา +1

    I don't like