আটাইতকৈ ধুনীয়া প্ৰাৰ্থনাটোৰ নাম ভালপোৱা...

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.พ. 2025
  • আটাইতকৈ ধুনীয়া প্ৰাৰ্থনাটোৰ নাম ভালপোৱা || মৃত্যু আৰু জীৱনৰ মাজত প্ৰেম এডাল সাঁকো...
    আচলতে প্ৰেম কি? পাৰ্থবিজয় দত্ত আৰু
    ড° স্বাতী কিৰণৰ এই কাহিনীয়ে আপোনাকো দি যাব প্ৰেমৰ এক ন সংজ্ঞা.....
    ড° স্বাতী কিৰণৰ যোগাযোগ নম্বৰ- +91 84730 90647
    #baartalaap #chakrapaniparashar #assam #dibrugarh #assampolice #police #writer #artiest
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

ความคิดเห็น • 485

  • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন

    হৃদয়ৰ একোণ বিষাই গ'ল।এয়াই প্ৰেম,যি কবিয়ে কোৱা দৰে আৱৰণ খুলি হৃদয় জুৰাই।
    এগৰাকী নাৰীৰ জীৱনৰ প্ৰিয় মানুহজন নাইকীয়া হ'ল বুলিয়েই তেওঁৰ জীৱনৰ ৰং শেষ হৈ নাযায়। ৰঙীন কাপোৰ, ৰঙা সেন্দুৰৰ আৱিৰেৰে সদায় কপালত উজ্বলাই ৰাখি তেওঁক জীয়াই ৰখা উচিত। তেওঁৰ হাঁহি, তেওঁৰ মুখৰ আভাই প্ৰমাণ কৰি দিছে যে তেওঁৰ বুকুৰ কোণত ,ঘৰৰ চুকে কোণে এতিয়াও মানুহজন সজীৱ হৈ আছে। প্ৰকৃত প্ৰেম আজীৱন সেউজীয়া হৈ থাকে।বৰ ভাল লাগিল বাইদেউ। বহুত সাহস পালোঁ জীৱনটো নতুনকৈ ভাৱিবলৈ।
    (পবিত্ৰ আৰু স্বৰ্গীয় প্ৰেমক কলংকৃত কৰা প্ৰতিজন পুৰুষ, মহিলা ই এই সাক্ষাৎকাৰ চোৱা উচিত।প্ৰেমে ধ্বংস নকৰে, সৃষ্টি হে কৰে।)

    • @alpanagogoi463
      @alpanagogoi463 ปีที่แล้ว +2

      বহুত ভাল লাগিল 'বুকুত সেয়াই যোৱা বিষাদ বোৰ কঢ়িয়াই লৈ ফুৰাৰ সাহস বহুত আপোনাৰ জেতুকা ৰংঙী হৈ সমাজত থকাটো বহুত দাঙৰ ।

    • @nirudevi4046
      @nirudevi4046 6 หลายเดือนก่อน +1

      বহুত বহুত ভাল লাগিল বাইদেউ বহুত সাহস পালোঁ পালোঁ বাইদেউ কিন্তু আমাৰ সমাজে আমক জিয়াই থাকিবলৈ নিদিয়ে স্বামী ধুকোৱাৰ পিছত আমি বোৰে ঘৰৰ চুকত সোমাই থাকিব লাগে আপুনি মিদিয়াৰ যোগেৰে আহি বজালী জিলাত এখন সভা অনুষ্ঠিত কৰিলে হয় আপোনাৰ দৰে আমিও ৰঙীন হৈ থাকিব পাৰিলো হয় বহুত মন যায় আপোনাৰ নিচিনা সাহসী হৈ থাকিবলৈ কিন্তু সমাজ খনে আমাক চেপি চেপি মাৰিছে আপোনাক মই বহুত ভাল পাইছোঁ বাইদেউ প্ৰেমৰে আমি মানু্হ জনক সদায় জিয়াই ৰাখিব লাগে বহুত বহুত শুভেচ্ছা জনালোঁ বাইদেউ সদায় এনেকৈ জিলিকি থাকক।

  • @simantadas8441
    @simantadas8441 ปีที่แล้ว +22

    অহা জন্মত আপোনালোক দুয়ো জনেলগ হোৱাৰ কামনা কৰিছো।কি লিখিম এক বুজাব নোৱাৰা ভাষা।

  • @pallabikaboruah5879
    @pallabikaboruah5879 ปีที่แล้ว +26

    বৰ্তমান সমাজৰ এগৰাকী সাহসী নাৰী যিয়ে নিজৰ লগতে ঘৰখনৰ প্ৰতিটো কোণত স্বামীক জীয়াই ৰাখিছে।তেখেতৰ কথাখিনিৰে মন চুই গ'ল।

  • @sandhyadevi9094
    @sandhyadevi9094 7 หลายเดือนก่อน +2

    এনে প্ৰেমক শ্ৰদ্ধা কৰো ৷এটি শক্তিশালী আত্মা স্বাতী কিৰণ ৷

  • @tilutammaborah6620
    @tilutammaborah6620 9 หลายเดือนก่อน +20

    বাইদেউৱে হাঁহি হাঁহি কৈছে কিন্তু আমাৰ চকুৰ পানী ওলাই গল 😢😢😢প্ৰেমৰ অনুভৱ ইম্মান সুন্দৰ ❤❤❤❤

  • @nayanjyotibarman5841
    @nayanjyotibarman5841 ปีที่แล้ว +6

    স্বাতী-পাৰ্থ সদায় ৰঙীন হৈ থাকক।ধন্যবাদ বাৰ্তালাপ

  • @monmayuriboruah9914
    @monmayuriboruah9914 ปีที่แล้ว +6

    অতিকৈ হৃদয়স্পৃৰ্শী..চক্ৰপাণী দা....বৰ সুন্দৰ এক অনুষ্ঠানৰ লগত আমাক চিনাকি কৰি দিলে...বৰ্তমানৰ কংক্ৰিতৰ পৃথিৱীৰ বাবে অতিকৈ প্ৰয়োজনীয় অনুষ্ঠান...

  • @awesomeassam889
    @awesomeassam889 ปีที่แล้ว +45

    পৃথিৱীৰ আটাইতকৈ ধুনীয়া ভিডিঅ'টো চোৱাৰ সৌভাগ্য হ'ল। ❤️ ধন্যবাদ 'বাৰ্তালাপ'। 🙏🏼

  • @ParulMoranchetia-uo6mh
    @ParulMoranchetia-uo6mh ปีที่แล้ว +10

    আপোনালৈ বহুত বহুত শ্ৰদ্বা আৰু সেৱা জনাইছো।হৃদয়ৰ পৰা কিমান মৰম আৰু ভালপোৱা হলে মৃত্যুৰ পাছতো সকলো দিশৰ পৰা সাতোৰঙী হৈ নিজৰ প্ৰেমক চিৰযুগমীয়া কৰি জীয়াই ৰাখিব পাৰে সেয়া সচাকৈ কল্পনা কৰিব নোৱাৰি।আপোনাৰ প্ৰেমে সাতোৰঙী কিৰণ হৈ বিজয়ী হৈ ৰওক।তাৰে কামনাৰে

  • @bhanita898
    @bhanita898 ปีที่แล้ว +23

    সছাই নাৰী দুৰ্বল হব নালাগে তাৰে এটা প্ৰামান বাইদেউ দিছে ৱাহ ভাল লাগিল 🙏🙏🙏

  • @parishmitasarmah1307
    @parishmitasarmah1307 ปีที่แล้ว +7

    তোমাক কি দিলোঁ মই।।।। এটা জীয়া কবিতা।।।।আচলতে কবিতা আকাৰে যেন তেওঁৰ মনৰ অনুভৱ খিনি।।। তেওঁ যেন সকলো জানিছিল মৃত্যুৰ আগত।।।। হৃদয় খনে যেন অলপ বিষ অনুভৱ কৰিছে।।।।বাইদেউ ক এবাৰ দেখা হৈছিল।।দেউতাকৰ আদ্য শ্ৰাদ্ধত।।কথা পতাৰ সুযোগ নাপালোঁ।।। আপোনাৰ সত্বাক সন্মান কৰো।।।আপোনাক বৰ ধুনীয়া লাগে এনেকৈ।।।।প্ৰেম আচলতে এনেকুৱাই যি মানুহক আবৰি ধৰে।।।।কেতিয়াও হেৰাই যাব নিদিয়ে।।।।।মনৰ অনুভৱ বোৰ আৰু অধিক শক্তিশালী হবলৈ অনুপ্ৰেৰণা দিলে আপুনি।।।।।।বহুত ধন্যবাদ আপোনাক।।।।।💓💓

  • @pallabisharma8815
    @pallabisharma8815 ปีที่แล้ว +18

    তেখেতৰ কথাখিনিয়ে মন চুই গল। ফেচবুকত দেখি অহা মানুহগৰাকীৰ আজি ইমান সুন্দৰ সাক্ষাৎকাৰটি দেখা পালোঁ। ❤

  • @enjoywithniku845
    @enjoywithniku845 ปีที่แล้ว +24

    কিমান সাহস থাকিলে এনেদৰে জীয়াই থাকিব পাৰে কিমান সাহস থাকিলে কথা বোৰ শুভ্ৰতাৰে ক'ব পাৰে......... উফ্.... ❤আপুনি সদায় ভালে থাকক ❤

  • @karabiboruah2662
    @karabiboruah2662 ปีที่แล้ว +16

    স্বাতী বাইদেউ দৰে অকলশৰীয়া জীৱন ম ইও আজি তিনিটা বছৰ অতিবাহিত কৰিছো , কিন্তু তেখেতৰ দৰে সজাব পৰা নাই বৰ্তমান লৈকে আশা কৰো মনৰ ভাব বোৰ প্ৰকাশ কৰিবলৈ । আজিৰ বাৰ্তালাপ অনুষ্ঠানলৈ বহুত ধন্যবাদ ।

    • @dibyabora3753
      @dibyabora3753 ปีที่แล้ว

      Likhibosun baideu apuni....... Nijok bisaribo jotno koroksun.....dadar atma sodai thakibo apunar logot jodihe apuni hukhi hoi thakibo

  • @dr.rupshikhadutta2873
    @dr.rupshikhadutta2873 ปีที่แล้ว +10

    এগৰাকী মানুহক জীয়াই ৰখাৰ এক অভিনৱ উদাহৰণ 💞" ভালপোৱা এক অজয় অমৰ অনুভৱ " । বাইদেউক লগ পাই বৰ ভাল লাগিল 🙏

  • @nirupamasaloi4578
    @nirupamasaloi4578 ปีที่แล้ว +7

    বাইদেউ...আপোনাৰ চাৰৰ প্ৰেমৰ অমৰ সৃষ্টি চিৰসেউজ হৈ ৰওঁক 🙏♥️ আপোনাৰ সাহসী মন হাজাৰ হাজাৰ মহিলাৰ শক্তি হওঁক 🙏🙏🙏

  • @minotichetia9972
    @minotichetia9972 ปีที่แล้ว +15

    বাৰ্তালাপ সদায় প্ৰিয়, আজিৰ অনুষ্ঠান টো উফ্ হৃদয় চুই গল। এই প্ৰেম স্বৰ্গীয় 🙏🙏❤❤

  • @rinjugogoi5969
    @rinjugogoi5969 ปีที่แล้ว +3

    আপোনালোক দুয়োৰে প্ৰেম কিমান গভীৰ আৰু অমৰ হ'ব পাৰে বাৰুকৈয়ে অনুভৱ কৰিলো। বহুত শুভেচ্ছা জনালো বাইদেউ, সুন্দৰ সাধনাৰে এনেকৈয়ে হাঁহি হাঁহি জীৱনটো উদযাপন কৰক।

  • @gauribhagawati2445
    @gauribhagawati2445 ปีที่แล้ว +24

    ইমান গভীৰ প্ৰেম সচাকৈ হৃদয় চুই গল। এগৰাকী সাহসি মহিলাক প্ৰনাম।🙏

    • @WIX210
      @WIX210 ปีที่แล้ว

      A@0€

  • @husnabegum132
    @husnabegum132 ปีที่แล้ว +1

    প্ৰেম স্বৰ্গীয়। তাৰেই এটি উদাহৰণ। এগৰাকী সাহসী আৰু শক্তিশালী নাৰীৰ লগত সান্নিধ্য পালোঁ। ধন্যবাদ চক্ৰ পানী পৰাশৰ। ভগৱান তেওঁৰ লগত সদায থাকক।

  • @pratibhabaruah7780
    @pratibhabaruah7780 ปีที่แล้ว +7

    দুখৰ মাজতো ,সুখ বিচাৰি পাইছোঁ। ভগৱানে আপোনাক শক্তি আৰু সাহসী কৰি তোলক । মাতৃৰ হৃদয়ৰ পৰা আৰ্শীবাদ কৰিছোঁ।

  • @Asomiyasajpar
    @Asomiyasajpar ปีที่แล้ว +2

    আটাইতকৈ ধুনীয়া প্ৰাৰ্থনাটোৰ নাম ভালপোৱা ❤.....
    বহত বেছি ভাল লাগিল। বুকুখন বিষয়াই গৈছে video টো চাই। ইমান বেছি ভালপোৱা 😢❤❤

  • @ashisdutta8076
    @ashisdutta8076 ปีที่แล้ว +1

    ধুনীয়া মনৰ বাইদেউ গৰাকীক বহুত মৰম দিলো।ভালে থাকক সদাই।

  • @manjulaborah1351
    @manjulaborah1351 ปีที่แล้ว +9

    আজিৰ বাৰ্তালাপৰ অনুষ্ঠান চাই বহুত ভাল লাগিল প্ৰেৰণা দায়ক, সচাকৈয় নাৰী সাহসী হোৱা দৰকাৰ ❤❤❤

  • @ronjitboruah9381
    @ronjitboruah9381 ปีที่แล้ว +31

    চকুপানী ৰখাব নোৱাৰিলো। বাইদেউ হৃদয়ৰ পৰা প্ৰণাম জনাইছো আপোনালোকৰ প্ৰেমক।

  • @gitikathakuria1072
    @gitikathakuria1072 ปีที่แล้ว +17

    প্ৰেম যে স্ৱৰ্গীয় অনুভৱ,সেয়া বাইদেউৰ জীৱনে বুজাইছে ❤।

  • @dolilukhurakhan3996
    @dolilukhurakhan3996 ปีที่แล้ว +5

    Apunar logote hokolure monot teu jiyai thakibo

  • @pujaranibordoloi9783
    @pujaranibordoloi9783 ปีที่แล้ว +4

    বাইদেউৰ কথাবোৰ সদায় ভাল লাগে কিন্তু আজি কথা বোৰে হৃদয় চুই গ'ল

  • @melodytunerecords658
    @melodytunerecords658 ปีที่แล้ว +1

    সাহসী নাৰীগৰাকীলৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত৷৷৷তেওঁ কুশলে থাকক৷৷পাৰ্থবিজয় দত্তৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে৷৷

  • @swadhinitalukdar1699
    @swadhinitalukdar1699 ปีที่แล้ว

    বাইদেউ আপোনাক ‌ বহুত বহুত ধন্যবাদ পৃথিৱীৰ সকলো সকলো নাৰীয়ে যদি আপোনাৰ নিচিনা হল হেতেন পৃথিৱী খন কিমান ধুনীয়া হল হেতেন ।

  • @spananigogoichetia6171
    @spananigogoichetia6171 ปีที่แล้ว +2

    স্বাতী বাইদেউৰ কিতাপৰ টেবুলত থকা ছন্দগুচ্ছ আলোচনীত বাইদেউৰ ফটো দিছিলোঁ। সুন্দৰকৈ ভিডিঅ'টোত দেখি ভাল লাগিল।
    এই প্ৰেম অপৰাজেয়।

  • @horenbokotial3845
    @horenbokotial3845 ปีที่แล้ว +40

    কিয় বাৰু ভগৱানে ভাল মানুহক সোনকালে এই পৃথিৱীৰ পৰা লৈ যায়.....

  • @bulbulgohain9649
    @bulbulgohain9649 ปีที่แล้ว

    বহুত ভাল লাগিল ।জীৱন যুদ্ধত আগুৱাই যাবলৈবহুত সাহস পালো

  • @Pinkipranab_mini_vlogs_
    @Pinkipranab_mini_vlogs_ ปีที่แล้ว +21

    _তেখেতৰ কথাবোৰে হৃদয় একুনত চুই গ'ল ❤ সদায় ভালে থাকক 😊❤️_

    • @WIX210
      @WIX210 ปีที่แล้ว

      Qap

  • @bababhai9817
    @bababhai9817 ปีที่แล้ว +12

    বাৰ্তালাপৰ সকলোতকৈ ভাল লগা Episode ❤️❤️❤️❤️❤️❤️

  • @arunbani
    @arunbani ปีที่แล้ว +5

    এই আৰ্ট গেলেৰী আৰু ইয়াক ন ন চিন্তাৰে সজাই তোলা অতিকৈ প্ৰিয় স্বাতী বাইদেউৰ কৰ্ম আৰু কথা সকলোবোৰ বিশেষ। ইয়াৰ দেৱালৰ প্ৰতিখন ছবি, কোঠাৰ ভাস্কৰ্যসমূহ প্ৰত্যেকেই নিজৰ ধৰণেৰে কথা কয়। #পাৰ্থবিজয়দত্তআৰ্টগেলেৰী জিলিকি থাকক।💙🌸

  • @labanyaborah5191
    @labanyaborah5191 7 หลายเดือนก่อน

    অপূৰ্ব , ভালপোৱা আৰু প্ৰেমৰ এনে ৰূপ বিৰল।

  • @sumitradeb8538
    @sumitradeb8538 ปีที่แล้ว +2

    আপোনাৰ কথাখিনিয়ে মনত বহুত সাহস দিছে সদায় সুখী হৈ থাকিব ❤️❤️

  • @alankitakhanikor2686
    @alankitakhanikor2686 ปีที่แล้ว +9

    মন চুই গ’ল তেখেতৰ কথা খিনিয়ে❤
    তেখেত সদায় ভালে থাকক

  • @rashmirekhabaruah3128
    @rashmirekhabaruah3128 ปีที่แล้ว +3

    প্রিয় নাৰী গৰাকী❤ ধন্যবাদ বার্তালাপ।আৰু 1ঘন্টা মানৰ হব লাগিছিল।

  • @pranamee7260
    @pranamee7260 ปีที่แล้ว

    ইমান সাহসী নাৰী।ভগৱানে সেই সাহস ৰ এটা চুক দিয়ক। তাতকৈ বেছি একো নালাগে। সদায় হাঁহি থাকক বাইদেউ ❤

  • @bornalikonwar2700
    @bornalikonwar2700 ปีที่แล้ว +1

    বহুত কান্দিলোঁ - " তোমাক কি দিলো " 💝

  • @prona_mi
    @prona_mi ปีที่แล้ว +6

    "তোমাক কি দিলো ম‌ই" ।‌এটি প্ৰিয় কবিতা ।
    ভিডিঅ'টো চাই সচাঁই ভাল লাগিল ।❤

  • @birendranathhazarika5422
    @birendranathhazarika5422 ปีที่แล้ว +4

    ইমান ধুনীয়া কথা খিনি মন ভৰি গল সাহস দিলে নাৰী সমাজক ❤

  • @tinashriborah6841
    @tinashriborah6841 ปีที่แล้ว +6

    প্ৰেম মানে ধ্বংস নহয় ,ই এক সৃষ্টি। মানুহৰ মন গহ্বৰত কোনোবা বিশেষ জনৰ প্ৰতি বৈ থকা এটা অজৰ -অমৰ শক্তি।
    আটাইতকৈ ভাল লগা‌ এটা ব্যতিক্ৰমী খণ্ড । সেয়ে বাৰ্তালাপ সদায় বিশেষ।
    পাৰ্থ- স্বাতিৰ সপোন বোৰ ,মৰম বোৰ এনেদৰেই সদায় ফুলি থাকক।❤❤❤❤🌺🌺

  • @junalidas3795
    @junalidas3795 ปีที่แล้ว +5

    খুব ভাল লাগিল আপোনালোক দীর্ঘদিন আজীবন জীয়াই থাকক আৰু ভগৱানে সদায় ভালে ৰাখে যেন..., আৰু সাংবাদিক দাদা গৰাকীৰ ও ভালে থাকা সদায় পৰম পিতাই যেন ৰাখকক

  • @manasrimoumun8432
    @manasrimoumun8432 ปีที่แล้ว +39

    আটাইতকৈ ধুনীয়া প্ৰাৰ্থনাটোৰ নাম ভালপোৱা ❤️...

  • @DibakarJAB
    @DibakarJAB 7 หลายเดือนก่อน

    ভাল লাগিল কথাবোৰ শুনি, বাইদেউৰ কথাবোৰে অন্তত চুই গৈছে,,

  • @SujaliSonowal
    @SujaliSonowal ปีที่แล้ว +2

    জীয়াই থাকিবলৈ গোটেই জীৱন কাষত থাকি মৰম দিব লাগিব বুলি প্ৰয়োজন নাথাকে।থকা কেইদিনত যদি সঁচা মৰম আন্তৰিকতা যাঁচে গোটেই জীৱন স্মৃতিবোৰ লৈ জীয়াই থাকিব পাৰি।

  • @manjitsutradhar-sl1dn
    @manjitsutradhar-sl1dn ปีที่แล้ว +1

    Baidor kotha khini Buji palu je kiman val poya asil❤❤❤❤❤❤❤ xhadya vale thakoko😢❤♥️♥️

  • @anitabora2768
    @anitabora2768 ปีที่แล้ว

    বহুত সাহসী বাইদেউ বৰ ভাল লাগিল ভগৱানে সহায় কৰিব। ❤❤

  • @mondirabaruah5414
    @mondirabaruah5414 9 หลายเดือนก่อน

    বহুত বেছি ভাল লাগিল।প্ৰেম আৰু কিতাপৰ মন্দিৰৰ ঘৰ যেন লাগিছে। আপোনাকো ধন্যবাদ।

  • @pallabbora8682
    @pallabbora8682 ปีที่แล้ว +6

    হৃদয়ৰ একুনত চুই গল 💗💗💗

  • @nabanitarabha5271
    @nabanitarabha5271 ปีที่แล้ว +1

    বহুত ভাল লাগিল বেষ্ট apisot

  • @pranjalbhuyan3210
    @pranjalbhuyan3210 ปีที่แล้ว +6

    পাৰ্থ দাক মই খুব close ভাৱে পাইছিলোঁ। নামৰূপৰ dsp হৈ থাকোতে। তেওঁৰ সৃষ্টি কৰ্ম বা আদৰ্শৰ বিষয়ে কবলৈ নাযাওঁ, কিন্তু তেওঁৱেই হয়তো একমাত্ৰ আৰক্ষী বিষয়া যি চাকৰি জীৱনত এটকাও খোৱাৰ অভিযোগ নাই। তেওঁক লৈ নীলিম কুমাৰে লিখা এটা কবিতা মই আবৃত্তি কৰিছিলোঁ। স্বাতী কিৰণৰ হাতত আছে কবিতাটো চাগে।

  • @renusaikia2749
    @renusaikia2749 7 หลายเดือนก่อน +1

    Bor xahosi nari, salute tomak

  • @pratyashi4914
    @pratyashi4914 ปีที่แล้ว +1

    কি ধুনীয়া, কি স্বাস্বত, কি হেঁপাহ।
    প্ৰেম আবেগ, কিন্তু প্ৰেমে আবেগক নিয়ন্ত্ৰণো কৰে। প্ৰেমে জীৱনক জীয়ন দিয়ে, জীৱনে প্ৰেমক। আচলতে প্ৰেম আৰু জীৱন পৰিপূৰক, যেনেকৈ পাৰ্থ-স্বাতী।
    ভবিষ্যত জীৱনলৈ শুভকামনা আপোনালোকলৈ।

  • @prayax731
    @prayax731 ปีที่แล้ว +1

    বাইদেউ লৈ শতকৌতি প্ৰনাম। মোৰ মনে ভবা ধৰণে সেন্দুৰৰ কথা কলে । সুন্দৰ হওঁক আপোনাৰ জীৱন।🙏

  • @Labanya-s2l
    @Labanya-s2l 9 หลายเดือนก่อน +1

    অমৰ প্ৰেমৰ এক উৎকৃষ্ট উদাহৰণ ।

  • @bidishamahanta4707
    @bidishamahanta4707 ปีที่แล้ว

    Ki kom... Apunar kotha khinj xuni bohut emotional feel hoise logote dukhu lagise... God bless you always.. aru partha daa jot e ase apunar logote ase aru hodai thakibo.. apuni xodai bhalke thakok ..

  • @shashiburagohain4558
    @shashiburagohain4558 ปีที่แล้ว +10

    পাৰ্থ বিজয় দত্ত ছাৰৰ লেখনিসমূহ পঢ়িছোঁ। পঢ়ি বৰ ভাল লাগে। আপোনাৰ দৰে নাৰী সমাজত অতি দুৰ্লভ। আপোনাৰ মহানুভৱতাক নমস্কাৰ 🙏🙏

  • @kalamandirdigitalarchieveu6059
    @kalamandirdigitalarchieveu6059 ปีที่แล้ว

    Baartalaape enekuwa kahini ulai oner bhabe bahut dynabad !!!

  • @sumongogoi2617
    @sumongogoi2617 ปีที่แล้ว +5

    স্বাতী বাইদেউ 😘ডিব্ৰুগড় বিশ্ববিদ্যালয়ে দিয়া অন্য এক উপহাৰ ❤❤

  • @tikusvlog
    @tikusvlog ปีที่แล้ว

    Mon sui gol baidew bor bhal lagil...sokupani okonu ulall gutei kothabur huni bor bhal loga kothabur smirtibur ❤

  • @jahnabibora9141
    @jahnabibora9141 ปีที่แล้ว

    Xosai Hazar prathonar onton t Apuni ❤️❤️... Jonom Jonom r Atmik Bandhon
    Mrityu khyonosthayi

  • @rekharanidevi1165
    @rekharanidevi1165 ปีที่แล้ว +13

    ভাষাহীন❤. . . কবিতাটো শুনি চকুলো ওলাই গ'ল😥

  • @nirmaligogoi6959
    @nirmaligogoi6959 ปีที่แล้ว

    এক স্বৰ্গীয় অনুভৱ---অনন্য অপূৰ্ব

  • @diptitayeng5385
    @diptitayeng5385 10 หลายเดือนก่อน

    বাইদেউ আপোনাৰ কথাই মোৰ অন্তৰ চুই গল চকুৰ পানী ৰখাব নোৱাৰিলোঁ। ভগৱানে যেন সদায় আপোনাক সুখত ৰাখে আৰু আপোনাৰ হাঁহিয়ে সদায় আপোনাৰ মুখত বিৰিঙি থাকে।

  • @gsvlogs4288
    @gsvlogs4288 ปีที่แล้ว +3

    Sokur pani nigori goise video tu Sai. Hosa premor aku hima nai❤

  • @niralakalita5163
    @niralakalita5163 9 หลายเดือนก่อน

    বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ❤❤❤

  • @dipalirrandhonixal
    @dipalirrandhonixal ปีที่แล้ว +4

    বাইদেউৰ কথাখিনি শুনি কিমান ভাল লাগিল ভাষাৰে বুজাব নোৱাৰিম।🙏

  • @kanans3209
    @kanans3209 ปีที่แล้ว +2

    Bukukhan bikhai gol sakuduta bhari gol panire.. Compare korilo nijor manuhjonar logot teor manuhjanak.. Bidai eta dukhar sabda.. Hahiboror majoto dekhon ase teor iman kasta..bhalpuwa kiyo iman besi strong..herai heraio herai juwa nai jen anuvav hoi.. Ajir episode tuwe bhalpuwa bula ei shaktitok bahut besi respect,care diboloi sikai gol..🙏

  • @amiyamoran6608
    @amiyamoran6608 ปีที่แล้ว +1

    বহুত ভাল লাগিল। অশেষ ধন্যবাদ চক্ৰপাণি দাদা। বাইদেউ ক চিনি পাওঁ, মহাবিদ্যালয়ৰ সৃষ্টিশীল লেখনিৰ পাঠ্যক্ৰমত এবাৰ বাইদেউক পাইছিলো। পুনৰ বাৰ ওচৰৰ পৰা লগ পোৱাৰ ইচ্ছা আছে বাইদেউক। আপুনি ভালে থাকক বাইদেউ। বাৰ্তালাপৰ এটি প্ৰিয় খণ্ড হৈ ৰʼব এই খণ্ডটো।

  • @nirathengal1872
    @nirathengal1872 ปีที่แล้ว

    কথা বিলাক ইয়াক ধুনীয়াকৈ কয় বহুত ভাল লাগিল তেখেতলোক দুয়ো জনলৈ বহুত শুভেচ্ছা থাকিল🙏

  • @prastutikashyap9308
    @prastutikashyap9308 ปีที่แล้ว +7

    wow!
    i don't know how to write or from where to start! what a lady she is! he might not be here physically but its her afford, that his art, his work thats always going to be immortal!
    the way she love him, its totally divine, she herself the definition of love!
    Thanks to bartalaap for this amazing episode!
    kudos to her❤ 🙏🙏

  • @ponsomiburagohain928
    @ponsomiburagohain928 ปีที่แล้ว

    প্ৰথমতে চক্ৰ পাণি দা লৈ ধন্যবাদ থাকিল। সচাকৈ ভাষাহীন হলো ক্ষন্তেকৰ বাবে। স্বাতীকিৰণ বাইদেউ আপুনি সমাজৰ প্ৰত্যেক গৰাকী নাৰীৰ বাবে আদৰ্শ হৈ ৰ'ব।

  • @kanikathakuria4613
    @kanikathakuria4613 ปีที่แล้ว +1

    আপোনাক আন্তৰিক ধন্যবাদ ।আপোনাৰ আদৰ্শ অনুকৰনীয়

  • @MomitaBora-c9r
    @MomitaBora-c9r 7 หลายเดือนก่อน

    Bhal lagile

  • @ranjitagogoi5839
    @ranjitagogoi5839 ปีที่แล้ว +1

    বৰ হেঁপাহ তেওঁৰ, ইমান বেছি মৰমেৰে দেখুৱাইছে সকলোখিনি

  • @ashokgogoi6723
    @ashokgogoi6723 ปีที่แล้ว +1

    Chakrapani Parashar .. Indeed a great job you are doing. . Keep doing good work

  • @shayanikakalita4960
    @shayanikakalita4960 ปีที่แล้ว +5

    অন্তৰ চুই গৈছে❤️

  • @digitalindia7191
    @digitalindia7191 9 หลายเดือนก่อน

    মন চুই যোৱা অনুস্থান। বহুত সাহস পালো

  • @Dipalikalita-m4m
    @Dipalikalita-m4m 7 หลายเดือนก่อน

    বহুত ভাল লাগিল।

  • @dipsikhachetia111
    @dipsikhachetia111 ปีที่แล้ว +3

    স্বাতী কিৰণ বাইদেউ মোৰ আদৰ্শ ❤ তেওঁ প্ৰিয় ।

  • @sonomshyamvlog6662
    @sonomshyamvlog6662 ปีที่แล้ว

    খুব ভাল লাগিল আজিৰ অনুষ্ঠানটো চাই, মন চুই গৈছে কথাবোৰে ♥️

  • @jiya614
    @jiya614 ปีที่แล้ว +3

    মন চুই গ'ল ❤️❤️❤️

  • @assameseculture4759
    @assameseculture4759 9 หลายเดือนก่อน

    প্ৰেম অপৰাজেয়...ভালে থাকক বাইদেউ সদায়

  • @krishnaray1905
    @krishnaray1905 ปีที่แล้ว +2

    Such a great interview salute mam
    .val Manuh bur k vogowan a honkale loi jai

  • @premadasahariah4447
    @premadasahariah4447 ปีที่แล้ว +1

    বহুত ভাল লাগিল। ।❤❤

  • @malabikaborasaikiaboby8504
    @malabikaborasaikiaboby8504 ปีที่แล้ว

    বৰ সুন্দৰ জীৱন

  • @gitimabazbaruha1957
    @gitimabazbaruha1957 ปีที่แล้ว

    মন চুই গল

  • @nridusmitachoudhury4085
    @nridusmitachoudhury4085 ปีที่แล้ว

    Tekhetor kotha bur xuni bhabisu...kiman sage kosto hoi eman besi priyo manuh jonok heruwai...Jak ketiyau nuhuwa koribo khuja nai Teu...xodai bhale thakok apuni Baidou❤️

  • @priyankahazarika9418
    @priyankahazarika9418 ปีที่แล้ว +21

    প্ৰিয় নাৰী স্বাতি কিৰণ বাইদেউ❤ আৰু বাৰ্তা লাপত আজিৰ caption টোৱে মন চুই গ'ল 💗💗পাৰ্থ বিজয় দত্ত আৰ্ট গেলেৰী সঁচাই বৰ ধুনীয়া 🌸🌸

  • @pollymahanta7508
    @pollymahanta7508 ปีที่แล้ว

    বাইদেউ আপোনাক অন্তৰৰ পৰা প্ৰনাম জনালোঁ আপোনাৰ কথাবোৰে মন চুই গল

  • @MamunPhukon
    @MamunPhukon ปีที่แล้ว +1

    Khub bhal lagil.

  • @gopaldutta4115
    @gopaldutta4115 ปีที่แล้ว

    ইমান মধুৰ ভালপোৱা অনুভৱ কৰিব
    পাৰিছো যেন পাওঁ ।

  • @kavya1393
    @kavya1393 ปีที่แล้ว +5

    Ufff: 😢 সচায়ে বাইদেউ আপুনি এগৰাকী মহান নাৰী। মই চকুপানী ৰখাব নোৱাৰিলো। ভগবানে আপোনাক ভালে ৰাখক সদায়।
    তোমাক কি দিলো মই?
    উঃ মোৰ হাজাৰ প্ৰাৰ্থনাৰ অন্তত তুমি❤

  • @bhanitakalita190
    @bhanitakalita190 ปีที่แล้ว

    Katha khini bohot val lagil

  • @toraliborthakur4926
    @toraliborthakur4926 ปีที่แล้ว

    Baidaw gorakir ktha bur bohut vl lagil....bohut sweet hoii...

  • @moushumisharma6711
    @moushumisharma6711 ปีที่แล้ว +2

    বৰ ভাল লাগিল অনুষ্ঠান টো👍 নাৰী সাহসৰ মূৰ্ত প্ৰতীক 🙏