জীৱন আৰু জুবিন...৫০ বছৰীয়া অকথিত পৰিক্রমা

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024
  • জীৱন আৰু জুবিন...
    ৫০ বছৰীয়া অকথিত পৰিক্রমা
    জুবিন গাৰ্গ হোৱাৰ জখলাডাল কি?
    জুবিন গাৰ্গ ‘ব্যৱহাৰ’ হয় নেকি?
    জুবিন গাৰ্গ ‘ভগৱান’ কিয় আৰু কেনেকৈ?
    আজিৰ জুবিন গাৰ্গ ‘অকলশৰীয়া’ নেকি?
    যুটীয়া সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে ‘জুবিন জিন্দাবাদ’
    #zubeengarg #assam #pratidintime

ความคิดเห็น • 361

  • @junmoniboruahboruah1105
    @junmoniboruahboruah1105 7 หลายเดือนก่อน +3

    Happy 🎉🎉 Birthday 🎈🎂 Zubeen Da,hodai kukhole Thakok.

  • @bhairabbaishya1905
    @bhairabbaishya1905 9 หลายเดือนก่อน +18

    জুবিন সদায় আমাৰ মাজত জুবিন দা হৈয়ে থাকিব লাগিব ৷ মই ভাবো আৰু কেতিয়াও সৃষ্টি নহয় জুবিন দাৰ দৰে ৷ ওপজা দিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ জুবিন দা ❤️

  • @bobyborah28
    @bobyborah28 ปีที่แล้ว +30

    হে মহান ব্যক্তিজন ।হিয়াৰ আমঠু জন।কুশলে থাকা সদায়।

  • @krishnabordoloi7313
    @krishnabordoloi7313 10 หลายเดือนก่อน +7

    জুবিনদা অসমৰ সূৰ্য সদায় অসমক উজ্জলাই ৰাখিব

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD ปีที่แล้ว +54

    ভাৰতৰ মহান ব্যক্তি সকলৰ শাৰীত থকা জুবিন দা ও এজন প্ৰকৃত ভাল মহান মানু্হ/ব্যক্তি 💖💖💖💖

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music ปีที่แล้ว +37

    ত‌ই সদাই আমাৰ মাজত থাকি যাচোন ককাই ❤️🥺🥺 তোৰ অবিহনে চোন ভাবিব‌ই নোৱাৰি 😫 বহুত বেছি ভাল পাওঁ ও তোক ককাই ❤️❤️🥺

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD ปีที่แล้ว +16

    জুবিন দা যত উপস্থিত হয় তাতে অনুষ্ঠানৰ সৃষ্টি হয়..

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD ปีที่แล้ว +103

    মই অনুৰোধ কৰিম অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক যে জুবিন দাক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন সন্মানেৰে সন্মানিত কৰাটো.. এই মহান মানু্হ জনক জীয়াই থাকোতে সন্মানিত কৰক..🙏🙏🙏 ভূপেন দা দৰে মৰাৰ পিছত দিয়া সন্মানৰ একো অৰ্থ নাথাকে...😔

    • @user-nj7080
      @user-nj7080 9 หลายเดือนก่อน +5

      Xoxa kotha ❤love u❤zubeen da

    • @BajenBoro
      @BajenBoro 6 หลายเดือนก่อน

      00

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD ปีที่แล้ว +53

    জুবিন দা বুঢ়া হোৱাটো বা অসুস্থ হৈ হস্পিতালত থকাটো আমি সহ্য কৰিব নোৱাৰোঁ.. চকুত চকু পানী ওলাই যাই জুবিন দাক তেনেকুৱা অৱস্থাত দেখিলে.. গতিকে মই আল্লাহৰ ওচৰত দোৱা কৰিছো আল্লাহে যাতে আমাৰ জুবিন দাক সদাই সুস্থ ৰাখি আমাক নতুন নতুন যিকোনো ভাল কামৰ উপহাৰ দিবলৈ যাতে শক্তি দিয়ে আৰু জুবিন দাৰ আয়ুস যাতে ১০০ বছৰ+ জীয়াই ৰাখে 😥😥🤲

  • @NetaBoro
    @NetaBoro 5 หลายเดือนก่อน +1

    Jubin da your live long and fast . Keteyba khomoy paley abar monot koreba Hirakjyoti basumutarey. Ghuati hicotot busumutarey sms deba

  • @gungungogoi9688
    @gungungogoi9688 ปีที่แล้ว +24

    ভগৱানে কৰক মূৰ আয়ুস খিনি দি দিয়ক আপোনাক জুবিন দা আৰু আপোনি আমাৰ সাহস প্ৰেৰণা সকলো। আপোনাক বহুত বহুত বেছি ভাল পাওঁ জুবিন দা আপোনাক ভাষাৰে বুজাব নোৱাৰিম...i love you zubeen da ❤️❤️❤️❤️❤️

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD ปีที่แล้ว +7

    অনুষ্ঠানটোৰ শেষৰ পিনে যিটো ঢোল, পেপা,গগনা,বাঁহী ইত্যাদিৰে যি এটা পৰিৱেশ দিলে এইটো "জুবিন জিন্দাবাদ" অনুষ্ঠানটোয়ে জুবিন দাক জন্মদিনৰ বাবে দিয়া মই ভাবো আটাইতকৈ ডাঙৰ উপহাৰ... 🎉🎉🎉👑👑👑💖💖💖💖 দেহ-মন শাত পৰি গৈছে 👍

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 10 หลายเดือนก่อน +1

    কিমান ভাল পাওঁ আপোনাক ভাষাৰে বুজাব নোৱাৰোঁ, আজি আপোনাৰ অনুষ্ঠান চাই আবেগত উচুপি উথিছো, তেওঁৰ দুচকু সেমেকিলে আমাৰ অন্তৰেও কান্দে, তেওঁ যি কৰিব খোজে তাকেই যেন তেওঁক কৰিবলৈ দিয়ে আৰু সকলোৱে যেন আগবাঢ়ি আহে, ভগৱানে তেওঁক কুশলে ৰাখক 🙏🙏🙏🙏🙏

  • @nitishdasa3896
    @nitishdasa3896 ปีที่แล้ว +4

    জুবিন দাক আমাৰ মাজত সদায় ৰাখিম কেতিয়াও জুবিন দা মৃত্যু নহয় l zg love you ❤️ 🙏 Zubeen da তুমি ভগবান কৃষ্ণ 🙏❤️

  • @dipanwitatrendi6859
    @dipanwitatrendi6859 ปีที่แล้ว +2

    জুবিন দাক কিমান ভাল পাওঁ ভাষাৰে বুজাব নোৱাৰিম। আন্তৰিকতাৰে ওপজা দিনৰ শুভেচ্ছা জনায় আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

  • @PROXENJIT
    @PROXENJIT ปีที่แล้ว +3

    Zubeen Da hosakoiye manuhor rupot vogoban hoi ❤️❤️😘😘 May god bless you zubeen da 😘😘😘

    • @DavidRabha-u2c
      @DavidRabha-u2c 5 หลายเดือนก่อน

      May God bless you nohobo Niki dada mur mote ,,,,May you bless us ❤

  • @subhasdas6038
    @subhasdas6038 ปีที่แล้ว +6

    জুবিনদা সর্বদা ভালো থেকো ও সুস্থ থেকো
    আরও সুন্দর সুন্দর গান উপহার দিও আমাদেরকে ❤❤

  • @tahirislam8978
    @tahirislam8978 ปีที่แล้ว +5

    Love you জুবিন দা❤️❤️❤️

  • @cricketguruindia5559
    @cricketguruindia5559 ปีที่แล้ว +2

    zubeen da kiman val paw kobo nuaru love you zubeen da 😍

  • @bhaskrgogoi9426
    @bhaskrgogoi9426 ปีที่แล้ว +1

    Ako ata sabo Bixaru enoka অনুষ্ঠান.. Love u Zubeen Daa Hodaii Bhale thkok .. আপুনি অসমক বহুত দিছে জুবিন দা কিন্তু আমি আপোনাক মৰমৰ বাহিৰে একো দিব পৰা নাই .. দিব পৰা হলে মোৰ গোটেই আয়ুষ আপোনাক দি দিলোঁ হলে জুবিন দা..., আপুনি hodai ভালে থাকক জুবিন দা ... 💖❤️

  • @pankajkalita3919
    @pankajkalita3919 ปีที่แล้ว +6

    Jubin daa mna vogoban aka kotha🙏🙏

  • @mayonkpranjaldas1209
    @mayonkpranjaldas1209 ปีที่แล้ว +14

    গৰ্ব কৰি কোৱা "আমি অসমীয়া✊ "

  • @robinbaglary5810
    @robinbaglary5810 ปีที่แล้ว +3

    Jai Aai axom Jai zubeen da, ajibon loiki val pai thakim Zubeen da mur fast and last kotha thanks 🤝❤️🌹🥰👌

  • @Harryvlogs8671
    @Harryvlogs8671 ปีที่แล้ว +3

    Full program 2 salu bht vl lgil ktha bilk suni. jni. Jai Zubin da ❤️❤️ always luv u

  • @KDas-pv6wf
    @KDas-pv6wf 11 หลายเดือนก่อน

    Zubeen da hodi vala kokula thakoka tare kamona kurilu 🤗🤗😊

  • @Rupassam98
    @Rupassam98 6 หลายเดือนก่อน

    জীৱন মানেই জুবিন দা ❤।

  • @mridulkalita4110
    @mridulkalita4110 ปีที่แล้ว +7

    Joi Zubeen daa ❤❤❤🙏🙏🙏

  • @pranabgogoi2598
    @pranabgogoi2598 ปีที่แล้ว +4

    জুবিন জীৱন

  • @khewaliborah544
    @khewaliborah544 ปีที่แล้ว

    জুবিন দা সদায় ভালে থাকক

  • @Ljit4542
    @Ljit4542 ปีที่แล้ว +20

    Maa dewtar pasote tumi Kokaidew 🥰

  • @kanghonrongchihonpi4293
    @kanghonrongchihonpi4293 10 หลายเดือนก่อน +1

    যেনে দৰে জুবিন দাৰ গান বোৰ শুনি আমনি নালাগে ঠিক তেনেদৰে কথা বুৰো শুনি আমনি নালাগে । তেওঁৰ সমান কোনো হব নোৱাৰে ♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️

  • @pranjalburagohain57
    @pranjalburagohain57 ปีที่แล้ว +2

    Zubeen dar gaan huni hunie deka holu atiya biya patilu aru mrityur aagmuhurtto loike Zubeen dar matkhar hunie jam..100 bosor uporot jiyai thakok teu tarei prarthona korisu nedekha jonor usorot😍❤

  • @mansidash78
    @mansidash78 ปีที่แล้ว +23

    Many happy returns of the day Zubeen. May you be blessed with all what you desire to have.
    Very good program Protidin time. Congratulations

  • @bhupeshrecords2542
    @bhupeshrecords2542 ปีที่แล้ว +6

    😘😘😘apuni xodai bhale thakok Dada❤❤❤ You are an inspiration for lifetime

  • @tdmvlogs2508
    @tdmvlogs2508 ปีที่แล้ว

    Apunar Anusthan to sai bhut vl lagil very nice zubeen Da

  • @mondeepbharali9991
    @mondeepbharali9991 ปีที่แล้ว +7

    Happy birthday zubeen daa.❤ Thank you xunit daa🙏

  • @akhilgogoi1869
    @akhilgogoi1869 ปีที่แล้ว +2

    Bhout bhout bhal lagil

  • @taponswargiary4054
    @taponswargiary4054 8 หลายเดือนก่อน +2

    Happy Zubin Da!.

  • @harmohadutta-HoroBhai
    @harmohadutta-HoroBhai 10 หลายเดือนก่อน +5

    Assamot ejone celebrati ase zubeen garg ❤

    • @MamuMunu
      @MamuMunu 4 หลายเดือนก่อน

      Hii mm BL l.wwbmlp pxz sr 🎉🎉 33:53 bbk

  • @rupshreedevi9179
    @rupshreedevi9179 ปีที่แล้ว +22

    জুৱিনদাৰ শিল্পীসত্বা লুইতৰ দৰে বৈ যাওক, আশীৰ্বাদ কৰিছো। 2:27

  • @uttamdas9079
    @uttamdas9079 ปีที่แล้ว +2

    ভগৱান জন মোৰ ❤️🌏

  • @Sumeswerborah
    @Sumeswerborah 4 หลายเดือนก่อน

    Happy birthday Zubeen da,JAI

  • @bonzo.lifestyel2077
    @bonzo.lifestyel2077 ปีที่แล้ว +8

    ভগবান 🙏💙

  • @lukumailekharu1022
    @lukumailekharu1022 10 หลายเดือนก่อน

    God bless u ju in.

  • @bhaitidaimary5958
    @bhaitidaimary5958 ปีที่แล้ว +2

    Love you Zubeen da Love from Golaghat sisupani ❤️❤️❤️

  • @pabitradas2994
    @pabitradas2994 ปีที่แล้ว

    Bahut bahut dhounabad , you so all the best , my God bless you ,Jai ai axom ,Jai zuben da

  • @zpsinhavlog4971
    @zpsinhavlog4971 ปีที่แล้ว +2

    Be happy nd mke all happy how much you can god blss you good luck

  • @akashjyotizg
    @akashjyotizg 8 หลายเดือนก่อน +1

    Zubeen❤❤❤🎉❤❤❤❤❤

  • @munu3608
    @munu3608 ปีที่แล้ว +6

    Zubeen da nsina manuh ajn kot nulai...jetya pra gan hunisu zubeen da gane hunisu love you zubeen da apuni udai happy thako.

  • @acreationstatus
    @acreationstatus ปีที่แล้ว +2

    Proud of Bijniyan 🖤❤️🖤❤️🖤❤️🖤

  • @nilotpalbarman4725
    @nilotpalbarman4725 ปีที่แล้ว +4

    Joi zubeen da.

  • @jumidas7151
    @jumidas7151 ปีที่แล้ว +5

    জুবিন‌ দা আপুনি ভালে থাকক সদায় ♥️🙏🏼

  • @asanupamworld6611
    @asanupamworld6611 ปีที่แล้ว +31

    Zubeen da is a living legend 🔥🔥, joy zubeen da

    • @padmeswarborah-yy1zr
      @padmeswarborah-yy1zr ปีที่แล้ว +1

      সফলতা কঢ়িয়াই অনা জুবিন গাৰ্গৰ আজি 50 বছৰীয়া জন্ম দিৱস উপলক্ষে তেওঁলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰি, লগতে তেখেতৰ মঙ্গল কামনা কৰিলো। শুভৰাতী।

    • @MoniNeog
      @MoniNeog ปีที่แล้ว

      ​@@padmeswarborah-yy1zr
      MI mi

  • @pronabsaikia2343
    @pronabsaikia2343 10 หลายเดือนก่อน

    God bless you. zubinda

  • @subhashkalita9839
    @subhashkalita9839 ปีที่แล้ว +6

    Zubeen da happy birthday. God bless u

  • @Rihanhaque-fs6zr
    @Rihanhaque-fs6zr 5 หลายเดือนก่อน +1

    Zubeen da 50 years.young boy. Happy birthday.❤❤❤❤🎉🎉🎉🎉

  • @nabajit4x
    @nabajit4x ปีที่แล้ว

    জুবিন দা আমাৰ ভগৱান

  • @parandaszubeenlover4218
    @parandaszubeenlover4218 ปีที่แล้ว +2

    I love you Zubeen da love you

  • @manujborag3541
    @manujborag3541 ปีที่แล้ว +2

    Happy birthday jubeen da.

  • @satyajitchaudhury85
    @satyajitchaudhury85 ปีที่แล้ว +1

    Zubeen apuni xosai amar babe bhogowan, apunak bahut val pau zubeen,, vaxare bujabo nuwaru apunak kiman ami val pau... Jai zubeen da....

  • @hopunmorisika8180
    @hopunmorisika8180 ปีที่แล้ว +42

    আমাৰ যুগৰ সঁচা ভাল মানুহজন ।

  • @user-nj7080
    @user-nj7080 9 หลายเดือนก่อน

    ❤❤❤❤love u Zubeen da Zubeen dar hahi to bohut dhuniya ❤❤❤

  • @rajdeka21
    @rajdeka21 ปีที่แล้ว +2

    Ahi asu tumar usorot sob hobo sob ✔️we will win ❤️

  • @tahajulhaque3348
    @tahajulhaque3348 ปีที่แล้ว +5

    Joy zubeen da ❤️❤️❤️❤️❤️🙏

  • @anjannath6851
    @anjannath6851 ปีที่แล้ว +6

    Zubeen da zindaabad ❤️❤️

  • @NilimadasDas-j5f
    @NilimadasDas-j5f หลายเดือนก่อน

    Zubeen jindabad,very like this
    Programme❤

  • @batormanuhvlogs2526
    @batormanuhvlogs2526 ปีที่แล้ว +2

    Zubeen daa k givet dile manobota give dibo I love you dada😍

  • @sushilkonwar7012
    @sushilkonwar7012 ปีที่แล้ว +25

    মই গান গাম, ম ই সকলোকে প্ৰেম কৰিম ,, ম ই অভিনয় কৰিম,, ম ই গীতিকাৰ হ'ম,, ম ই সুৰকাৰ হম, ম ই নাট্যকাৰ হম,,ম ই সমাজ ব্যৱস্থা ৰ লগত বিলিয়ন হৈ যাম, দৰকাৰ হ'লে পৃথিৱীত যদি গণতন্ত্ৰ ৰক্ষা কৰিব লাগে তাতো মনোনিবেশ কৰিম । মোক লাগে সকলো সমাহাৰে মিলিত সম্বন্ধৰ এখন বুদ্ধি সন্মত সমাজ । অলৌকিক ক্ষমতাৰ, যদি আছে কাৰোবাৰ , মই নাজানো । মোৰ মনৰ কথাৰে , গীতৰ কলি সজাবলৈ, আছে বহু ক্ষণ,, মোৰ বাবে ৰৈ আছে,, মাথো লাগে ,, তোমালোকৰ সহাঁৰি ।আছে বহু কথা, নকওঁ আজি সকলো ।

    • @globalvillage6416
      @globalvillage6416 ปีที่แล้ว +1

      Hundor..... ami bhal kotha, bhal kaam hunibo anubhob koribo udgrib.... jonaba Bhaity

    • @sushilkonwar7012
      @sushilkonwar7012 ปีที่แล้ว +1

      জুবিন দা সৃষ্টিৰ অৱদান আৰু তেওঁৰ ইতিমধ্যে কৰি যোৱা কামৰ,, লগতে তেওঁৰ আশাৰ বিলাকৰ ওপৰত সামান্য প্ৰয়াস কৰিছো । ভুল হ'লে শুধৰাই লব ।

  • @ffx4sagoryt955
    @ffx4sagoryt955 7 หลายเดือนก่อน +1

    Joi zubeen da❤

  • @PrasantaChutia-ly3xx
    @PrasantaChutia-ly3xx ปีที่แล้ว +2

    জুবিন গাৰ্গ এখন সাগৰ ...

  • @niradasharma418
    @niradasharma418 ปีที่แล้ว +24

    zubeen dada drghayu hauok jonome jonome jiai thakok

  • @rajjyotibardaloi
    @rajjyotibardaloi ปีที่แล้ว +8

    Love you my favourite singer Zubeen Da 🥰❤️🥰

  • @zpsinhavlog4971
    @zpsinhavlog4971 ปีที่แล้ว +7

    Happy birthday zubeen sir...
    Zubeen da...❤️😌👍

  • @loboray6685
    @loboray6685 ปีที่แล้ว +4

    Joy Zubeen da .I love you.god bless you

  • @barnalidas-xj8hc
    @barnalidas-xj8hc 2 หลายเดือนก่อน

    সময়ে ক’ব
    সময় নৰ’ৱ
    জুবিন সময়োপযোগী হৈ থাকিব ৷

  • @bijoyamolia8586
    @bijoyamolia8586 10 หลายเดือนก่อน

    God bless to go ahead in future for new generation

  • @mukeshbasfor679
    @mukeshbasfor679 ปีที่แล้ว +2

    Love you Zubin Da.Mur janma sangit Zubin,mur mrittu sangit Zubin

  • @happyending7053
    @happyending7053 ปีที่แล้ว +2

    I love you jubeen daa,

  • @monrajj9703
    @monrajj9703 ปีที่แล้ว +3

    Zubeen da apunak eta onurudh koru apuni ane eta studio bonai jate amar nisina notun projonmor lora suwali gan guwar issa thoka xokole bina poisat ba kom poisat gan gabo pare plzzz amar nisina lora suwalir babe bohut kosto hoi karon gan eta bonabo gole jothesto poisar proyujon hoi ..kheibabe kisumane gan bonayu gaboloi oxyom hoi ...eye apunar osorot xoru onurudh 🙏🏻🙏🏻# zubeen garg

  • @mahmudislam3573
    @mahmudislam3573 ปีที่แล้ว +6

    Only celebraty from assam that is zubeen garg

  • @amalrahbha
    @amalrahbha ปีที่แล้ว

    জয় জুবীন দা

  • @rituponphukan1240
    @rituponphukan1240 ปีที่แล้ว

    Love u Zubin da

  • @ranihaque4028
    @ranihaque4028 10 หลายเดือนก่อน

    Meny2 happy returns Of the day Zubeen da. Were Needs your Long Lives Zubeen da. Your all dream's Come.true. May God bless you always. So best Of Luck Zubeen da.

  • @last____feeliings850
    @last____feeliings850 ปีที่แล้ว +2

    Zubeen Garg ❤️✨🥀 Vogoban

  • @sonjibmoham-bh4nd
    @sonjibmoham-bh4nd ปีที่แล้ว

    Bought bohuat dhayanbad

  • @RahulDas-fs5un
    @RahulDas-fs5un ปีที่แล้ว

    Zubeen da eta jugor arombhoni jot kunudine xekh nhy❤

  • @Assamesedhong
    @Assamesedhong 10 หลายเดือนก่อน +2

    God blessed you Jubeen da. Happy Birthday ❤🎉🎉

  • @dipubora1751
    @dipubora1751 ปีที่แล้ว

    Love you zubinda

  • @TuniramGohain287
    @TuniramGohain287 7 หลายเดือนก่อน

    Happy birthday ❤❤❤❤❤❤zubeen da

  • @NayanDas-bn4wv
    @NayanDas-bn4wv ปีที่แล้ว +2

    Happy Birthday zubeen da 🙏💜love you

  • @officialsonaton3849
    @officialsonaton3849 ปีที่แล้ว +2

    Zubeen Da happy birthday 🎂

  • @sanjaychetri9754
    @sanjaychetri9754 ปีที่แล้ว +2

    Love u Zubeen daaaa

  • @9508893625
    @9508893625 6 หลายเดือนก่อน

    Joi Zubeen Daaaa ❤❤

  • @zubeen_lover430
    @zubeen_lover430 ปีที่แล้ว +3

    Love you zubeen da

  • @sunilthehumanitarian8379
    @sunilthehumanitarian8379 ปีที่แล้ว +4

    Zubeen da ajon hero......may god bless him ..moiu zubeen da likhia hom

  • @munu3608
    @munu3608 ปีที่แล้ว +2

    Zubeen da apuni mora ktha nkbo....mora ktha kowte sokur pani ulai goise apunr aku nhi apuni hdai vla thakibo lv u zubeen da

  • @BOLLYWOODANDHOLLYWOODMOVIECOLL
    @BOLLYWOODANDHOLLYWOODMOVIECOLL ปีที่แล้ว +9

    এই মহান মানুহ জনৰ সভাত । সেই সুবিধা বাদীটোক কোনে মাতিলে কেলা তাৰ স্থান ইয়াত নহয় তাক গেলা ৰাজনীতি কৰিব পথাই দে।

  • @tilakbarman2630
    @tilakbarman2630 ปีที่แล้ว +2

    God bless you Juben da

  • @binodkalita6723
    @binodkalita6723 ปีที่แล้ว +2

    Love you dada

  • @bikullaskar5079
    @bikullaskar5079 ปีที่แล้ว

    জুবিনে ক্ৰীকেত নেখেলাকৈয়ে ৫০ বছৰ হাফ চেঞ্চুৰি কোবালে।।জিন্দাবাদ