'ৰেন মৌ'ত আইচেংফাৰ স'তে অসমৰ সু-কণ্ঠী শিল্পী বৰ্ণালী কলিতা
ฝัง
- เผยแพร่เมื่อ 28 มี.ค. 2024
- Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credit -
Host and Concept - Aichengfa Boruah
Direction, Music & Audio Production - Xulfi
Video Edit - Dipankar Saharia
Cinematography - Ravi Sankar, Josy Saikia, Jintu Kumar
Make-Up - Binita Das
যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥🙏
খুব ভাল লাগিল অনুষ্ঠানটো। বৰ্ণালী বাক সঁচাকৈ খুব ভাল লাগে। ইমান বিষাৰদ যদিও কোনো অহংকাৰ নাই, খুব সুন্দৰ মনৰ গৰাকী তেওঁ।অনুপমদাৰ কথাকেইটা শুনি ভাল লাগিল। এদিন তেওঁক আপোনাৰ অনুষ্ঠানত দেখিবলৈ পাম বুলি আশা ৰাখিলোঁ 🥰🥰🥰🥰
বহুত বহুত ভাল লাগিল❤❤❤
চিৰ সেউজ এগৰাকী কন্ঠ শিল্পী বৰ্ণালী কলিতা ভাল লাগিল
My favorite singer❤
বহুত ভাল লাগিল ।বৰ্নালী কলিতাৰ গীতবোৰ ভাল লাগে।ৰেনমৌৰ নিয়মীয়া দৰ্শক ম ই।
My all time favourite lady singer Bornali ba . Love from Kuwait
Axomot bornali bar dore songit shilpi angulir murot likhibo pora.
Bornali bak moi ebar log paisilu.
Aji monot pori gol.
Bornali bak akou anibo.
Bornali ba aru jatrar gutei team tuk thanks and God bless you.
Love you all .
😘😘😘😘😘
সচাঁকৈ ৰেনঃ মৌ, আজি সুন্দৰ হৈ পৰিল❤
ইমান যে ভাল পাইছোঁ বৰ্ণালী বাক দেখি ❤ অসমৰ মোৰ প্ৰিয় মহিলা কণ্ঠশিল্পী সকলৰ ভিতৰত বৰ্ণালী বা অন্যতম । বহুত বেছি ভাল লাগিল এই খণ্ডটি । বৰ্ণালী বা জনী যে ইমান মৰমলগা আৰু লাহে লাহে গীতটি মোৰো প্ৰিয় ❤ সদায় কুশলে থাকক তেওঁ । যাত্ৰালৈ আৰু মৰমৰ আইচেংফা বা জনীলৈ আকৌ এবাৰ বহুত বহুত মৰম আৰু শুভকামনা জনালোঁ ❤
কেতিয়াবা সময় সুবিধা মিলিলে সুবাসনা বা আৰু বৰষা বাক যাত্ৰাত চাবলে আশা এটা ৰাখিলোঁ ❤
আইচেংফা বা আপুনি ইমান ধুনীয়াকৈ আৰু মৰমেৰে কথাবোৰ সুধি যায় আৰু কৈ যায় শুনিলেই শুনি থাকিব মন যায় .....যাত্ৰা অনুষ্ঠানটি আৰু আগবাঢ়ি যাওক ....অতিথি কথাবোৰতকৈ আপোনাৰ কথাবোৰ শুনিবলৈ ইটোৰ পাছত সিটো অনুষ্ঠানলৈ বাট চাই ৰৈ থাকো......যাত্ৰা লৈ অলেখ শুভেচ্ছা..
বাইদেউ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ
ইমান মিঠা মিঠা উপহাৰ বোৰ আমাক দিয়া বাবে,,,
ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু বহু দূৰলৈ আগুৱাই নিয়ে যেন 💕💕💕💕💕
সঁচাকৈ আজিৰ খণ্ডটি চাই এটা কথাই মনলৈ আহিছে, সেই মৰমলগা হাঁহিটি যাতে সদায় জীপাল হৈ থাকক!❤ ভালে থাকক বৰ্ণালী বা❤
Imaan j val lagil ei episode tu ❤...long live Jaatra..
One of my favourite episode I have seen ever
Bhute bohut chnl khuly interview loi .kintu apunar dore anchoring moi dekha nai imn xundor koi kotha bur koi prasno bur xudhy sai xunie vhl lagy ...aru bornali baa loi bhut morom my all time fvrt singer xaruporae vhl paw ❤️❤️
বহুত ভাল লাগিছে বর্ণালী বা দেখি ,ধন্যবাদ জনালো আপোনাক
সৰুৰে পৰাই প্ৰিয় বৰ্ণালী বা জনি, ভালে থাকক বা ❤❤❤
I'm always proud of you...dear....❤❤❤❤❤❤❤❤❤❤❤❤❤❤My best singer ❤❤❤❤❤❤
বৰ্ণালী বা তুমাৰ প্ৰগাম চাই বহু ভাল লাগিল।জীৱনত আৰু বহুত আগুৱাই যোৱা❤🙏🙏
Khub xundr baa
Anusthan2 Sai Val lagil❤️❤️
নমস্কাৰ, বণালী বাইদেউ, ৰঙালী বিহুৰ শুভেচ্ছা ও জনালো, এই গধূলি বেলিকা আপোনাক আইচেংফা বাইদেউৰ সৈতে সাইখাত্কাত দেখি খুবেই ভাল লাগিল, আপোনাৰ গীত সমূহ শুনাব বুলি আশা কৰিলোঁ, ভগৱানে আপোনাক কুশলে ৰাখক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই,, আনন্দ দিব বুলি আশা কৰিলোঁ,,,,
One of the best singer of Assamese Music Industry, Bornali baa, bor bhal lage teur gaan bur, bikhekhkoi Zubeen Da r lgt agote gua bihu gaan bur
Khub xundor baa...❤bhttt mrm
bornali bak bohut val pao agr pra ❤ hdai aguwai jua❤❤
সুন্দৰ মেম,অতি সুন্দৰ দাৰ্শনিক তত্ত্বসমৃদ্ধ জ্ঞানেৰে পৰিপূৰ্ণ এই কথোপকথন।আমাৰ দৰে বহু হেজাৰজন ইয়াৰ দ্বাৰা উপকৃত কৰিব ।হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷
Gaanei tumar asol xokti. Gaai jua xodair dore. Asilu asu aru xoda thakim logot 💕.
Waiting. Mur Hokolutoki favourite female singer Bornali baa ❤️❤️❤️ borgeet faki kiman j outstanding gaise uff
My favorite Singer
Always ❤ bornali baa
খুওব সুন্দৰ এটা অনুষ্ঠান উপভোগ কৰিলোঁ ❤
সুন্দৰ অনুষ্ঠান বণালী বা এগৰাকী খুবেই মৰমীয়াল শিল্পী ,, শিৱসাগৰ এবাৰ লগ পাইছোঁ ,,, তেওঁ সদায় কুশলে থাকক
খুব ধুনীয়া লাগিল খণ্ডটি চাই,,অনুপম শইকীয়া দাক আমন্ত্ৰণ কৰিব বা,,,❤
Bohut bhal lagil❤❤
All time favourite singer lv u ba ❤️🥰
Xundor vl lagil .apunar 90sr rupali dhou nki anushthan to mnt pri gl❤
বহুত ভাল লাগিল 🥰
My favorite ❤
Hodai val loga eta modhur konthor odhikari❤baa
ভাল লাগিল দেই । বহুত ধন্যবাদ ।❤❤
Favourite ba mur
অতি সুন্দৰ ।
Barnali baa live long.god be with you
Bornali Ba❤❤
বা মোৰ আটাইতকৈ প্রিয় ❤❤🎉🎉
2gorakii baa aii favourite 🫶💓
❤❤❤
Bornali baar nrityo bur bor kumol ...sai birat val lage ❤❤❤❤
বহুত মৰমৰ, বহুত ভালপোৱা বা জনী ❤️❤️🥰
🙏🏻💐👑💎🎖️........বৰ্ণালী বাইদেউ গীত অতি অতি সুৰীয়া ।
আজিৰ অনুষ্ঠানটো খুউৱ ভাল লাগিল।
মন পছন্দৰ শিল্পী গৰাকীক পালো Aichengfa বা আপোনাৰ "যাত্ৰা"ৰ "ৰেন মৌ"ত।ইমান যে ভাল পাওঁ বৰ্নালী বাক🥰🥰।বহুত সৰুৰে পৰা তেওঁৰ গান শুনিছো,গাইছো।
আজি দুগৰাকী অমায়িক আৰু মৰমলগা ব্যক্তি একেলগে "যাত্ৰা"ত -আইচেংফা বৰুৱা আৰু বৰ্নালী কলিতা🥰🥰।Go ahead🙏🙏
অনুষ্ঠানটো চাই খুবেই ভাল লাগিল, মামুনু , মই নিয়মীয়া শ্ৰোতা
Ati hundor anusthan .
Cute baa joni emn j mrm loga barnali baa joni❤আইচেংফা বা জনিকো ইমান ভাল লাগে❤
Very positive❤
বহত ভাল লাগিল ,,,,,
Boroni uthere👌👌👌👌
Barnali kalita❤❤❤❤❤❤❤
Baa❤❤❤
Barnali baa my favourite singer
Bornali baa iman moromiyal .❤❤
Simplicity❤ baa
বহুত ভাল লাগিল ❤❤❤
All time favourite 😍
বৰ্ণালী বা নামৰূপ পৰা চাই আছো। ❤❤❤❤
bornali voic bhut val pow
Ur r my favorite voice Barnali
ৰৈ আছোঁ ❤ ইমান যে ভাল পাওঁ ❤
বৰ ভাল পালো
Axomor gourob ❤❤
বৰ্ণালী বা মোৰ বহুত প্রিয়❤
বহুত ভাল লাগিছে দুয়োজনী বাক❤
Vl lgil kothaxini ba 🌸💓
❤❤❤ best 🥳
Barnali ba❤❤❤❤
We appriciate your knowledge of classical music .may god bless you.🙏🏻
Very good
Aisengfa baak thank you amak surprise di thokar babei keep it up ❤
Good interactive program..
Very nice 👍👍👍... Thank you both
দুয়ো গৰাকীলৈ মোৰ শুভ কামনা জনালোঁ। দুয়ো গৰাকীয়েই মোৰ প্ৰিয়।
বাপ্ৰে বিহুৰ বাবে চাবই সময় পোৱা নাই .... তথাপিও আজি যেনে তেনে play কৰিলোঁ বাৰু ... নাজানো সম্পূৰ্ণ খণ্ডটি আজিয়েই চাব সময় পাম নে নাই কিন্তু চোৱাত চামেই।।
বৰ্ণালী বা প্ৰিয় ❤
Soothing❤
❤❤❤❤
25:35 uffffffffff ❤
Mor mrmr ba ❤
I Love you ❤ Aisengfa.❤❤
❤ ati xundor bhut moramr
bahot ❤ bahot ❤ Val ❤lagil❤ so ❤ sweet ❤
❤❤
Amar Mamu ba hodaie best.....❤❤❤❤❤❤❤
❤
আই ঐ দেহি মৰমী আইচেংফা জনী।
Bohut vl lgil
Bornali bak bohut vl lge muk🥰💞💞💞
Nice ❤❤❤❤
আকৌ আগুৱাই যোৱা
❤❤❤❤❤❤❤❤❤
বহুত ভাল পাওঁ বাক ।।। মই নামৰূপৰ পৰা চাই আছোঁ।❤
আজি সঁচাকৈ খণ্ডটি চাই বৰ ভাল লাগিল.....