'যাত্ৰা'ৰ 'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্রিয় কণ্ঠশিল্পী প্রিয়ংকা ভৰালী

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ม.ค. 2025

ความคิดเห็น • 180

  • @aichengfaboruah
    @aichengfaboruah  ปีที่แล้ว +36

    'যাত্রা'ৰ 'ৰেন মৌ'ৰ তৰফৰ পৰা আমাৰ প্রতিগৰাকী শ্রদ্ধাৰ আৰু মৰমৰ সহযাত্রীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ... আপোনাসৱৰ মৰমত আমি 'ৰেন মৌ'বাসী অভিভূত হৈ পৰিছোঁ... প্ৰতিগৰাকী শ্রদ্ধেয় ব্যক্তিলৈ ব্যক্তিগত ভাৱে ধন্যবাদসূচক এষাৰি মাত লগাব পৰা নাই যদিও আপোনাসৱৰ প্রতিটো সুন্দৰ সুন্দৰ মন্তব্য আমি বৰ আদৰেৰে আৰু হেঁপাহেৰে পঢ়োঁ...এয়া আমাৰ বাবে আশীর্বাদ... এই মৰম চিৰসেউজ হৈ ৰওক ... সদায় কুশলে থাকক আপোনালোক... দেই ! ♥️🙏 Stay Tuned Jaatra... with Aichengfa! 😊

    • @Explorer-p5v
      @Explorer-p5v 5 หลายเดือนก่อน

      Aru notun bisaru baa......

  • @hariprasadexplore810
    @hariprasadexplore810 ปีที่แล้ว +74

    প্ৰিয়ংকা ভৰালীয়ে পৰিধাৰন কৰা মেখেলা চাদৰ আৰু তেখেতৰ গীতৰ সুৰৰ লহৰ অতুলনীয়।।এইবোৰৰ লগত কোনেও ফেৰ মাৰিব নোৱাৰে।

  • @MunindraBorchetia-bx2zn
    @MunindraBorchetia-bx2zn 11 หลายเดือนก่อน +4

    Hxkoi deii emn dhuniya prianka baar mat2......1st time aji apuner video saisu val lagil subscriber holu deii❤❤

  • @r.hazarika9231
    @r.hazarika9231 5 หลายเดือนก่อน +2

    প্ৰিয়ংকাৰ সাৱলীল আৰু সুমধুৰ কণ্ঠ সদায়েই প্ৰিয়। তেওঁ এই কণ্ঠ অবিৰতভাৱে সকলোৰে হৃদয়ত বাজি থাকক চিৰ দিনলৈ তাৰেই কামনা কৰিলোঁ। শিল্পী গৰাকীৰ মনৰ অনুভৱ জনোৱাৰ বাবে আইচেংফালৈ অশেষ ধন্যবাদ জনাইছোঁ। এনেদৰে আগলৈকে সুন্দৰ সুন্দৰ অনুষ্ঠান পাম তাৰেই আশা কৰিলোঁ ❤️❤️

  • @binadeka5317
    @binadeka5317 3 หลายเดือนก่อน +2

    বহুত ভাল লাগিল ❤

  • @arunimadevi3483
    @arunimadevi3483 ปีที่แล้ว +6

    Kapor jure Priyanka Bhorali xundor loga kotha tu 100/ ...Mur logot apunar mat tu ekebarei milise.. 👍👍

  • @Sumu154
    @Sumu154 5 หลายเดือนก่อน +2

    My all time Favorite singer 🎧🎧

  • @BanditaDevi-u4y
    @BanditaDevi-u4y 11 หลายเดือนก่อน +2

    Apunar kothabur xuni bohut besi Val lagil.. aru agbahi jouk, vogabane aguwai loi jaouk..

  • @vlogs-fj7wv
    @vlogs-fj7wv ปีที่แล้ว +8

    আটাইতকৈ ভাল লগা মানুহ গৰাকী তেওঁৰ কথা বোৰ শুনি সঁচাই ভাল লাগিল সদায় আগবাঢ়ি যাওঁক তেওঁ সফল হওক সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ❤️🙏

  • @ইটো-সিটো
    @ইটো-সিটো ปีที่แล้ว +9

    এই অনুষ্ঠানটি শুনি শুনি কাম কৰি থাকোতে বাৰে বাৰে চাবলগীয়া হৈছে যে কোন গৰাকীয়ে কথা কৈছে, দুগৰাকীৰ মাতকেইটা ইমান একেই 😍

  • @digantanath2622
    @digantanath2622 ปีที่แล้ว +6

    priyanka ba সদায় প্ৰিয় আৰু প্ৰিয় হৈ থাকিব৷ বাৰ গীতবোৰ বহুত প্ৰিয় মোৰ❤❤

  • @jyotideka2863
    @jyotideka2863 ปีที่แล้ว +3

    Baidew apunar ai showtor pra bhtr life r njna ktha jnib prilo ba....thnx ba..love frm punjub....akha kro apunar khunkle 100 k hwk ba..aro bht aguai jaaok ba aito prog..m

  • @DeepBaruah-x6l
    @DeepBaruah-x6l ปีที่แล้ว +4

    ❤❤❤❤❤❤❤❤ Priyanka baa

  • @dipankarchetia8485
    @dipankarchetia8485 11 หลายเดือนก่อน +7

    মোৰ জীৱনৰ অভিজ্ঞতা এটা কব লাগিব।কাৰণ তেওঁক গায়িকা হিচাবে সুন্দৰতা খিনি সকলোৱে জানে কিন্তু তেওঁক লগ নাপালে অনুভৱ কৰিব নোৱাৰিব ভিতৰৰ সুন্দৰতা খিনিক ।
    2022 চনৰ ডিচেম্বৰ মাহৰ গুৱাহাটীৰ ষ্টুডিও এটাত বহি আছিলোঁ।ব্যক্তিগত কাম এটাত।
    সেই সময়তে বিহু এটি গাবলৈ আহিছিল ।গীত টি সম্পূৰ্ণ কৰি ওলাই যোৱাৰ সময়ত ষ্টুডিত যিমান মানুহ আছিল সকলোকে মাত লগাই হে ওলাই গৈছিল।
    জীৱনত কোনোদিন লগ নোপোৱা মোকো চিনাকি কেইজনৰ দৰেই কৈ গৈছিল আপুনি বহক দেই।কোনো প্ৰয়োজন নাছিল কিন্তু মোকো মাত ষাৰ দি যোৱাৰ বা নিদিয়াকৈ গুচি যাব পাৰিলে হেঁতেন।মানুহৰ প্ৰতি যে আন্তৰিকতা আছে সেই বাবেই তেওঁলোক প্রিয় প্ৰতিজনৰ।।
    কবলৈ বা শুনিবলৈ বেয়া কিন্তু বৰ্তমান নতুন কৈ এটা বা দুটা গীতত কণ্ঠ দি অলপ পৰিচয় এটা পোৱা সকল বা সহযোগী কণ্ঠ শিল্পী হৈ অহা সকলৰে সেই সৌজন্যতা কণ নাই।
    অদ্ভুত এটা আত্মঅহংকাৰী মনোভাৱেৰে ঘূৰি ফুৰে।।

  • @simaranibora8015
    @simaranibora8015 ปีที่แล้ว +8

    ভাল লাগিল প্ৰিয়ংকা ভৰালীক ।মই আজি কেইদিনমানৰ আগত শ্ৰেণীকোঠাত পঢ়াই আছিলোঁ ।এজন ছাত্ৰই মন নিদিয়াত তাক মই উঠি পাঠ পঢ়িবলৈ দিলোঁ ।ল'ৰাজনে মই অসমীয়া পঢ়িব নাজানো বুলি ঘপককৈ কৈ দিলে ।মই ল'ৰাজনক অধ্যক্ষ মহোদয়ৰ কোঠালৈ লৈ আহিলোঁ ।তেওঁৰ আগতো ল'ৰাজনৰ একেই মন্তব্য ।অধ্যক্ষ মহোদয়ে তাক ক'লে তুমি ঘৰত অসমীয়াত কথা পাতানে নাপাতা ।বিভিন্ন প্ৰশ্ন কৰি গম পালোঁ যে ল'ৰাজনে ষষ্ঠ শ্ৰেণীলৈকেহে ইংৰাজী মাধ্যমত পঢ়িছিল ।খুবেই খং উঠিছিল আৰু দুখ লাগিছিল আমাৰ ভাষাটোৰ ভৱিষ্যতৰ কথা ভাৱি ।

  • @gouravburagohain597
    @gouravburagohain597 4 หลายเดือนก่อน +1

    ❤প্ৰিয়ংকা সুন্দৰ ৷

  • @monalishkalita2227
    @monalishkalita2227 ปีที่แล้ว +2

    Really Priyanka bai bht dhuniya ke sador mekhela pindhe...❤

  • @nirubaro4055
    @nirubaro4055 11 หลายเดือนก่อน +3

    My favourite Assamese singer

  • @arponabora9335
    @arponabora9335 7 หลายเดือนก่อน +2

    All time favorite singer❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว +10

    সঢা কথা কৈছে জনপ্ৰিয় গায়িকা পীয়ঙকা ভৰালীয়ে। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আগুৱাই যোৱা। ❤❤❤

  • @chandanagogoi2299
    @chandanagogoi2299 ปีที่แล้ว +14

    She is the puller of inspiration ❤ she faced a lot and fought strongly but the society sometimes judge her that should not be

  • @BIPULGOGOI
    @BIPULGOGOI ปีที่แล้ว +19

    ছোৱালী দুয়োজনী কোনো জনী কোনো কম নহয় ❤❤❤❤❤

    • @rajeshhazarika1663
      @rajeshhazarika1663 ปีที่แล้ว +1

      অ আই চকু দেখোন কৰ'বাত হে😂

  • @Kaushik632
    @Kaushik632 ปีที่แล้ว +16

    প্ৰিয়ংকা বাৰ কথাবোৰ বহুত ভাল লাগিল। সুন্দৰ মনৰ অধিকাৰী, এগৰাকী সহজ-সৰল স্বাধীন চেতীয়া মনৰ গায়িকা...❤

  • @luhitkoch9279
    @luhitkoch9279 ปีที่แล้ว +2

    Moi usrr pra paisu priyanka baa. Bhut val monr baa joni ❤❤

  • @priyojonorbandhun
    @priyojonorbandhun ปีที่แล้ว +2

    খুব সুন্দৰ সুন্দৰ বাৰ্তা আগবঢ়ালে প্ৰিয়ঙ্কাই ভাল লাগিল।"মা" আৰু "বৌ"য়ে বৰ সুন্দৰ কথা ক'লে দুয়োলৈ ধন্যবাদ যাঁচিলো ৰেনমৌৰ জৰিয়তে ।সুন্দৰ সুন্দৰ গীত উপহাৰ দিয়া ৰাইজলৈ প্ৰিয়ঙ্কা ।তোমালৈ আৰ্শীবাদ যাঁচিলো।🎉❤🙏

  • @bhanita_b
    @bhanita_b ปีที่แล้ว +11

    কিমান ধুনীয়া কণ্ঠ।মন মুগ্ধ হৈ যাওঁ আপোনাৰ গীত বোৰত❤❤❤

  • @rinkigogoi7455
    @rinkigogoi7455 ปีที่แล้ว +38

    কণ্ঠ টি সাংঘাটিক মধুৰ।ইমান কোমল কণ্ঠ,আৰু উচ্চাৰণ শৈলী বিৰাট ধুনীয়া ❤

    • @mamonidevi617
      @mamonidevi617 ปีที่แล้ว +2

      Priyanka tumar kontho bohut dhunia bhal lagil

  • @rubidevi2364
    @rubidevi2364 ปีที่แล้ว +2

    Bohut bhal lagil ❤️👌🏻

  • @Axomlofiboy11
    @Axomlofiboy11 7 หลายเดือนก่อน +1

    My Favourite Singer Priyanka baar kotha bur khubai val lagil ❤❤

  • @babitadeka2770
    @babitadeka2770 ปีที่แล้ว +3

    Eman mitha mat ❤❤❤

  • @dulenmohan6426
    @dulenmohan6426 ปีที่แล้ว +3

    Nice voice piyangka baa .❤❤❤❤bohut val lage ❤❤❤❤

  • @santonuborpatraaJ2227
    @santonuborpatraaJ2227 ปีที่แล้ว +4

    One of the finest talents of Assamese Music Industry

  • @pranablaskar3795
    @pranablaskar3795 ปีที่แล้ว +4

    Priyanka baar pora bohut kotha hikib parilu ai ep2t...💞

  • @handloom1621
    @handloom1621 ปีที่แล้ว +7

    Very nice interviews Aichengfa. This interview has been able to bring out a very matured and intelligent side of Priyanka Bharali. All the best to Jatraa

  • @dilipsarmah603
    @dilipsarmah603 6 หลายเดือนก่อน +1

    I wish your all ❤time success.

  • @MITHUBARUAH-js2lc
    @MITHUBARUAH-js2lc 6 หลายเดือนก่อน +1

    Dhunia

  • @rumiduarah7953
    @rumiduarah7953 ปีที่แล้ว +7

    My favorite singer ❤

  • @3838Deep
    @3838Deep ปีที่แล้ว +2

    কুকিল কন্ঠি গায়িকাগৰাকী অসমৰ আপুৰুগীয়া সংস্কৃতিক সম্পদ

  • @SurajkarmakarMunu
    @SurajkarmakarMunu ปีที่แล้ว +2

    Aaisengfa baar singer hbo essa asil kin2 manuhe vabe ata bhogobane diye ata nhoijanu,,,mur anubhov Aaisengfa baak loi,,kimn hsa hei2 njanu...😊🎉🎉❤❤

  • @moonmakumoria6341
    @moonmakumoria6341 ปีที่แล้ว +2

    বহুত মৰমৰ

  • @ankurkalita7577
    @ankurkalita7577 ปีที่แล้ว +2

    Priyanka baak bohut bhal lage, 2 baar log paisilu lifot, iman dhuniya friendly gesture

  • @lakhyaraj6003
    @lakhyaraj6003 ปีที่แล้ว +2

    All tym fvrt❤❤❤

  • @Misskiyanaa
    @Misskiyanaa ปีที่แล้ว +4

    Deeplina deka baa aru Priyanka ba olop ekei dekhe...❤😊

  • @Abc91235
    @Abc91235 ปีที่แล้ว +10

    Both you and your tune are so sweet.

  • @PoliGogoi-z4l
    @PoliGogoi-z4l ปีที่แล้ว +2

    ❤ moja lagise ba

  • @manashjnath2519
    @manashjnath2519 ปีที่แล้ว +3

    Bhal loga manuh ❤

  • @anupamagohaindas5002
    @anupamagohaindas5002 ปีที่แล้ว +5

    সুন্দৰ উপস্থাপন ❤❤ আমাৰ প্ৰধান বিহু ❤❤

  • @mibomigom5491
    @mibomigom5491 ปีที่แล้ว +2

    Mur oti moromor baa joni ❤ Priyanka baa

  • @Cvlogs67
    @Cvlogs67 ปีที่แล้ว +4

    Bohut bhal lagil

  • @prixt7604
    @prixt7604 ปีที่แล้ว +2

    Like the last part most ...about the health, yes health is the wealth 🙏

  • @Rajdev-p1y
    @Rajdev-p1y 8 หลายเดือนก่อน +2

    All song nice and beautiful...

  • @aparajitaphukan1371
    @aparajitaphukan1371 ปีที่แล้ว +2

    Priyanka r kotha bilak bohut bhal lagil

  • @purabikalita4864
    @purabikalita4864 ปีที่แล้ว +9

    মোৰ অতিকৈ মৰমৰ বা জনী ❤❤❤

  • @binaborkotoki7336
    @binaborkotoki7336 ปีที่แล้ว +3

    সৰু পৰাই মোৰ প্ৰিয় Priyanka ভৰালী

  • @MayuriDuliajan
    @MayuriDuliajan ปีที่แล้ว +3

    Priyankak aji bor osar pora palu.vl lagil dai mamun....❤

  • @rishabarman5653
    @rishabarman5653 ปีที่แล้ว +6

    Priyanka bharali baa nice❤

  • @payelpriya1276
    @payelpriya1276 ปีที่แล้ว +7

    সদায় প্ৰিয় বাজনী❤

  • @rijumonidas8603
    @rijumonidas8603 ปีที่แล้ว +8

    My all time favourite singer ❤😘😘

  • @kankanakalita7976
    @kankanakalita7976 ปีที่แล้ว +2

    All time favourite Priyanka baa

  • @doksiripanging5590
    @doksiripanging5590 ปีที่แล้ว +3

    Priyanka baa😘❤️❤️❤️❤️❤️

  • @santanudiary4928
    @santanudiary4928 ปีที่แล้ว +2

    মোৰ আটাইতকৈ প্ৰিয় আৰু মৰম লগা গায়িকা গৰাকী ❤❤❤ এবাৰ লগ পাব বৰ হেঁপাহ আছে।

  • @Happylife-i6e
    @Happylife-i6e ปีที่แล้ว +3

    My fvrT Priyanka baa❤

  • @bontichetia233
    @bontichetia233 ปีที่แล้ว +2

    যেইয়ে যি নকওক,মোৰ ব্যক্তিগত দৃষ্টিভংগীৰে প্ৰীয়ংকাৰ দৰে মেখেলা চাদৰ পিন্ধা কোনো নাই৷
    বাকী আইচেংফা বাইদেউ😂😂“ফেহুঁ” টো মজ্জা লাগিল😂😂 হাঁহি হাঁহি মই ফিট্😊😊

  • @trishnasonowal5586
    @trishnasonowal5586 ปีที่แล้ว +5

    Priyanka baa💕 my all time favourite ❤

  • @gargisarma8840
    @gargisarma8840 ปีที่แล้ว +3

    ভাল লাগিল.....

  • @diptirabha965
    @diptirabha965 ปีที่แล้ว +2

    Priyo ba ...

  • @junmonigohain16
    @junmonigohain16 ปีที่แล้ว +10

    মোৰ ঘৰৰ এগৰাকী অতি আপোন আৰু মৰমৰ শিল্পী ❤❤❤।

  • @gayotribhuyan2857
    @gayotribhuyan2857 ปีที่แล้ว +2

    My fav singer

  • @anuppow6812
    @anuppow6812 ปีที่แล้ว +5

    You r a strong women n i loved the conversation. Pray to the almighty for more success to come in the future. As u said u love pets, but i think freedom is the ultimate gift for any living being. I am really against keeping birds in a cage. For a bird there could be nothing satisfying then to fly high in the sky.

  • @udeshnasaikia7045
    @udeshnasaikia7045 ปีที่แล้ว +3

    ❤😮😮🥰🥰 priyanka love u from udeshna jorhat

  • @hirokkalita4593
    @hirokkalita4593 ปีที่แล้ว +3

    My favourite singar priyanka baaa❤❤💕😍

  • @chinmoysart7551
    @chinmoysart7551 11 หลายเดือนก่อน +2

    Subasana dutta baak xunkle nimontron koribo Baa ❤

  • @arjinabegum2044
    @arjinabegum2044 ปีที่แล้ว +3

    ❤ bahut ❤ bahut ❤ Val ❤lagil❤so sweet ❤❤

  • @sanjibkumarbaruah9239
    @sanjibkumarbaruah9239 ปีที่แล้ว +3

    বৰ ভাল লাগিল।

  • @purobeegogoi1343
    @purobeegogoi1343 ปีที่แล้ว +2

    Priyanka, tumar kothakhi huni bor bhal lagil. Tumar monor kothakhi janibo pari tumar proti morom aaru besi hol. Kukhole thaka hodai

  • @hemantaphukan5933
    @hemantaphukan5933 ปีที่แล้ว +4

    Aichengfa tumi jui 🔥🔥💯💯

  • @sankarjyotibordoloi1454
    @sankarjyotibordoloi1454 ปีที่แล้ว +93

    Shreya Ghoshal of Assamese film industry.

    • @tamash783
      @tamash783 ปีที่แล้ว +9

      Dont compare with shreya ghosal shreya mam is legend.....assam ot priyanka bar maat tut okol hei sizzling feelings ase jitu karu nai....but as a best female singer mur mote hubakhana baa best hoi

    • @alokhajong5436
      @alokhajong5436 ปีที่แล้ว +1

      ​@@tamash783 have different tests of voice.

    • @ponkhidohotia8341
      @ponkhidohotia8341 ปีที่แล้ว

      Right 👍

    • @ankurkalita7577
      @ankurkalita7577 ปีที่แล้ว +5

      ​@@tamash783Priyanka versatile hoi.... Priyanka baar voice tu bohut strong, sob song t e khub dhuniya saje.... Subasana Baa melody side tut besi bhal.... Melody Queen

    • @jaansaikia9308
      @jaansaikia9308 ปีที่แล้ว +1

      Nahoi..xeito kothaa dei..tekhet teow jegat aru amar sister amar Axomot...

  • @jituphkuan3103
    @jituphkuan3103 ปีที่แล้ว +2

    Mur atikoi moromor baajoni..bohut valpaw teu konthotu..

  • @hirenboruah6474
    @hirenboruah6474 ปีที่แล้ว +3

    Aiseng❤❤❤

  • @himashrikalita5775
    @himashrikalita5775 ปีที่แล้ว +2

    Priyanka bak bht vl lge🥰🥰🥰

  • @rajkhowaranjumoni
    @rajkhowaranjumoni ปีที่แล้ว +2

    প্ৰিয়ংকা বা আপুনি সদায় প্ৰিয়❤গীত সদায়ে প্ৰিয়, কিন্তু আজি আপোনাৰ কথাবোৰ শুনি গীতৰ প্ৰতি আৰু বেছি ভালপোৱা জাগ্ৰত হ'ল। বহুত বহুত ধন্যবাদ বা, ইমান ধুনীয়াকৈ কথাবোৰ কোৱা বাবে❤...যাত্ৰা পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিলো, এটা সুন্দৰ অনুষ্ঠান আমাৰ মাজলৈ আগবঢ়োৱা বাবে❤

  • @arkidchtanti88
    @arkidchtanti88 8 หลายเดือนก่อน +1

    My favourite Assamese singer . Priyanka baar mat tu bohut bhal lage aru gaan bur u bohut bhal lage.

  • @FlorinaMahanta
    @FlorinaMahanta ปีที่แล้ว +2

    shreya ghoshal of assamese industry💖

  • @aadivlogs4679
    @aadivlogs4679 ปีที่แล้ว +2

    সুন্দৰ❤

  • @rideepdas4194
    @rideepdas4194 ปีที่แล้ว +3

    Apunar gaan mur bhut bhal lage❤❤❤❤

  • @sanjoyray9617
    @sanjoyray9617 ปีที่แล้ว +3

    Baa vreegu dar interfew ata loba ha please,♥️♥️♥️

  • @Btwitsnishthaaaa
    @Btwitsnishthaaaa ปีที่แล้ว +1

    প্ৰিয়ংকা বাক মই খুবেই ভাল পাওঁ, বাৰ নিচিনাকৈ কাপোৰযোৰ পিন্ধিবলৈ মইও চেষ্টা কৰোঁ , বা ভালে থাকক♥️

  • @pakhiboruah6846
    @pakhiboruah6846 ปีที่แล้ว +2

    Wowww bor dhuniaa kothaa dei

  • @ANUSHKATALUKDAR-z5x
    @ANUSHKATALUKDAR-z5x ปีที่แล้ว +2

    Horur porai fv singer ❤
    Horute muk hudhise dangor Hola ki hoba moi kow priyanka bar nisina hom buli.....
    Moi u gan gaw hiki asu.... hopun ase priyanka bar nisina hoboloi ❤

  • @trishnaborgohain9128
    @trishnaborgohain9128 ปีที่แล้ว +3

    বৰমালৈ শ্ৰদ্ধা আৰু মৰম 🙏

  • @JoyshreeBorah-b6k
    @JoyshreeBorah-b6k ปีที่แล้ว +2

    প্রিয় গায়িকাৰ ভিতৰত অন্যতম প্ৰিয়ংকা বা❤

  • @minakshideka12
    @minakshideka12 ปีที่แล้ว +2

    Premor Songya r bikhoe Priyonka ba jikhini kola moi o takei vabo....❤️

  • @ParismitaBaishya-s8k
    @ParismitaBaishya-s8k ปีที่แล้ว +2

    ❤❤❤❤lov u baa

  • @rohinikumarboro6437
    @rohinikumarboro6437 8 หลายเดือนก่อน +1

    Jatra suwali joni kotha bur bhal lage, Thanks

  • @Anantagogoi-wo2nv
    @Anantagogoi-wo2nv ปีที่แล้ว +3

    My love prinkya ba❤❤

  • @himangshudeka1738
    @himangshudeka1738 ปีที่แล้ว +3

    Bahut bahut val lagil dai ❤❤

  • @Anshumanbaruah174
    @Anshumanbaruah174 11 หลายเดือนก่อน +4

    40:30 ei scene t shorts t paisilu, hei kothatuke hunibole moi ei episode tur 40 minute hunilu 😅😅😂

  • @BolinBoruah-zv8dw
    @BolinBoruah-zv8dw 9 หลายเดือนก่อน +1

    Val lagil

  • @priyankadas-wt9co
    @priyankadas-wt9co ปีที่แล้ว +3

    Bohut val lagise

  • @PikuZubeen
    @PikuZubeen ปีที่แล้ว +4

    My Favorite ❤