ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জন আৰু এনে কোৱা video পঠাই দিব মনতু বহুত বহুত ভাল লাগিছে শ্ৰী কৃষ্ণ নম নাৰায়ণ নম হৰি হৰি গোবিন্দ নম
কৃষ্ণ কৃষ্ণ,আলোচনা কৰা ভাগৱত দৰ্শণত বহু কথাই আলোচনা হল আৰু বহুত ভাল লাগিল।আগলৈ মনত খুদৱনি লাগি থকা প্ৰশ্নৰ উত্তৰ পোৱাৰ আশাৰে সেৱা ভাগ থাকিল।কৃষ্ণ
আমি নৰাধম সেৱাৰ যুগ্য নহয় বাপ ঈশ্বৰ। তথাপি ধন্যবাদ জনালো বাপ 🙏পূৰ্ব সঞ্চিত পূৰ্ণ্যৰ বাবে হয়তো আৰু আপোনালোকৰ আশীৰ্বাদৰ বাবে নিশ্চয় প্ৰয়াস কৰিম। কৃষ্ণ 🙏
Dhannybad
তুমি অতি মহান। তুমি ধন্য।তোমাৰ সুন্দৰ ব্যাখ্যাই বহুত জ্ঞান দিলে ।কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ......
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏 বাপ জনাৰ তযু কমল চৰনত ভক্তি ভৰা সেৱা নিবেদিছু 🙏🌾🌷🪷
ধন্যবাদ বাপ 🙏 জয় শ্ৰী কৃষ্ণ
Thanks for your this great information about the signification of vagawat.
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
Very valuable speech of Bhagavata..
Joy Sri Krishna Krishna Krishna Krishna Krishna Krishna 🙏🙏❤️🙏🙏❤️🙏🙏❤️🙏🙏❤️🙏🙏❤️🙏
🙏🌹🙏🏾. Krishna krishna 🎉Bap. Aaponar bhagwat katha khuni bar bhal lagil ❤Thanks ❤
বহু বহু ধন্যবাদ 🙏 কৃষ্ণ 🙏
Krishna Krishna Krishna . Om nomu Bhagowate Basudevaye nomu nomoh
কৃষ্ণ কৃষ্ণ বাপ 🙏
ভাল লাগিল ।🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Bhot bhal lagil Dada . Ja par kripa Ram hoi ta par kripa kore sab koi. Jai gurudev 🙏 Jai sriram 🙏🙏🙏
বহু ধন্যবাদ 🙏কৃষ্ণ 🙏
Bap. Apunal. Dhynybaf
ধন্যবাদ 🙏
P
কৃষ্ণ কৃষ্ণ,🙏🙏
কৃষ্ণ বাপ 🙏
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা
ধন্যবাদ। কৃষ্ণ 🙏
ভাগৱতৰ কথা বোৰ শুনি বহুত ভাল লাগিল! জয় শ্ৰী কৃষ্ণ ।
কৃষ্ণ 🙏
Val lagil, Krishna 🙏🙏🙏
ধন্যবাদ
ৰাম কৃষ্ণ, ৰাম কৃষ্ণ, ৰাম কৃষ্ণ মই বহুত সৰুৰ পৰা ভাগৱত পাঠ শুনিছোঁ ভাগৱত পাঠ শুনি বহুত ভাল পাওঁ।এই পাঠ শুনিলে জীৱন সুখ, শান্তিৰে ভৰি পৰে ।
বহু ধন্যবান আপুনি। ঈশ্বৰৰ কথাত মন দিব পৰা বহু ভাগ্যৰ কথা। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏
Ram Krishna, ram Krishna, ram Krishna 🙏🙏🙏
আপোনাৰ পৰা ভাগৱত সম্বন্ধে বহু জ্ঞান লাভ কৰিলো , আপোনাক অশেষ ধন্যবাদ ও সেৱা জনালো 🙏 🙏🙏
ধন্যবাদেৰে সেৱা জনালো। কৃষ্ণ 🙏🙏
Dhunia sir...waiting for next video
Very soon
বৰ ধুনীয়া হৈছে ৷ইমান ধিৰেধিৰে কথা বোৰ বুজাইছে ভাল লাগিল ৷ধন্যবাদ ৷
ভাল লাগিল। আকৌ কিছু কথা শিকিবলৈ পালো। ধন্যবাদ।🙏
অতি সুন্দৰ ব্যাখ্যা
ধন্যবাদ 🙏।হয়তো ঈশ্বৰৰ কৃপা
কৃষ্ণ🙏কৃষ্ণ🙏কৃষ্ণ🙏কৃষ্ণ🙏
কৃষ্ণ। কথাখিনি শুনি সন্তোষ লভিলো। জয় গুৰু শঙ্কৰ।
ধন্যবাদ বাপ।কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
1111111111111111111111😊 Babu😊😅😢😮@@sriborah
অতি সুন্দৰ
ধন্যবাদ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Jay guru SANKAR....bora baap sundar oviprai Krishna krishna .....
কৃষ্ণ বাপ 🙏।বহু লোকৰ ইচ্ছাত অলপ আগবাঢ়িব লগা হল। আশীৰ্বাদ কৰিব।🙏
সুন্দৰ বিশ্লেষণ
কৃষ্ণ কৃষ্ণ বাপ ,, আগলৈ এনেকুৱা তত্ত্বৰ গধোৰ বাখ্যা পাম বুলি আশা ৰাখিলোঁ
ধন্যবাদ 🙏ঈশ্বৰৰ কৃপা হ'লে নিশ্চয় প্ৰয়াস কৰিম
❤krishna❤borgeet keitaman bujaei diboson parile ji kono borgeet holeo hobo❤❤❤❤❤
Aponar bhagbat path shrabn kari bhut val lagil
কৃতজ্ঞ হ'লো আপোনাৰ মন্তব্যৰ বাবে, ধন্যবাদ 🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏
Bahut2 dhanyvad 🙏🙏🙏🙏
কৃষ্ণ 🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏
সুন্দৰ ব্যাখ্যা। অতি আপ্লুত হলোঁ। অশেষ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
বহু বহু ধন্যবাদ জনালো। 🙏🙏🙏
❤❤❤
Ati sundor
ধন্যবাদ কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰন কমলত কৌতি প্ৰনাম জনালো। প্ৰভূ নাৰায়ণে আপোনাক আগলৈ আৰু আগুৱাই যোৱাৰ পথ দিয়ক কৃষ্ণ কৃষ্ণ।
আমি অধম প্ৰণামৰ যোগ্য নহয়। কৃষ্ণ 🙏। আৰু ঈশ্বৰৰ কথা দুটা প্ৰকাশ কৰিবলৈ পোৱাতো পূৰ্ব পূণ্যৰে ফল চাগে।আপোনালোকৰ আশীৰ্বাদৰ বাবে নতশিৰে সেৱা কৰিছোঁ।ধন্যবাদ, 🙏 কৃষ্ণ কৃষ্ণ।
@@sriborah😅
Best vagawat byakhya
Bap pronam jonalu, bohut najona kotha janilu bhal lagil
ধন্যবাদ, প্ৰণাম 🙏
Bap aapuni continue prosar kori pathiaai thakibo dei, krishna
আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগত চেষ্টা কৰিম,কৃষ্ণ 🙏
Krishna Krishna , Bor hundorkoi kotha khini bujai kole .🙏🙏🙏 Bor bhal lagil aru aagoloi u Aapunar jugedi Bhagawat r bikhoe janiboloi paam buli akha rakhilu .🙏🙏🙏
আপোনাৰ মন্তব্যই আমাক আগ্ৰহ জন্মালে। ধন্যবাদ। কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা
কৃষ্ণ 🙏 ☺️ ধন্যবাদ 🙏
Excellent 🙏🙏🙏🙏
Thanks a lot
Om bhagawatein Bashudevay 🙏🙏
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
Radhe Radhe Joy Sri Ram
Krishna Ram
কৃষ্ণ
Apunar pratitu video pora bohut najona kotha janibo pari. Moi xodai sao aru bohut kotha janibo paru.
ধন্যবাদ 🙏☺️
Really nice explanations. wish to have much more knowledge from you.God bless you.
Jai shree krishna ,jai shree krishna,,,
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
Moja DOST.
Thank you
সুন্দৰ উপস্থাপন ।
Krishna Krishna krishna
Bhal lagil 🙏
সকলো ধৰ্মৰ মাতৃ ধৰ্ম হ'ল হিন্দুধৰ্ম বা সনাতন ধৰ্ম। এই ধৰ্ম পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম।
সকলোৰে জ্ঞাত কথাভাগ স্মৰণ কৰাই দিয়াৰ বাবে ধন্যবাদ জনালো বাপ।🙏
Good
Thanks
Huni Jani bahut bhal lagil, Ane ghan amar hamajar udi aha prasanmar babe khubai praujan
আপোনাৰ মন্তব্যত সহমত প্ৰকাশ কৰিলোঁ।ধন্যবাদ 🙏
বহু ত ভাল লাগিল।। ধন্যবাদ।।
অতি সুন্দৰ, নজনা কিছুকথা শিকিবলৈ পালো ৷ ধন্যবাদ
ধন্যবাদ বাপ। সহযোগ কৰিব।🙏
বহুত ভাল লাগিল, আতিগুৰি মাৰি জানিবলৈ পালোঁ।
ধন্যবাদ।কৃষ্ণ 🙏
কৃষ্ণ বহুত বহুত ভাল ল লাগিল
ধন্যবাদ বাপ 🙏
Jai shree krishna
আকৌ কৃষ্ণবোলে মানুহ । হয়, বিষ্ণুৰ অৱতাৰ কৃষ্ণ।আছলতে মাছ ,কাছ খাৱ নালাগে।
কৃষ্ণ কৃষ্ণ 🙏
বৰ ভাল পালো কথা খিনি শুনি জানিও শেষ কৰিব নোৱাৰি মহা ভাগৱতৰ কথা ৷
হয় হয়। কৃষ্ণ 🙏মন্তব্যৰ বাবে ধন্যবাদ
Krishna Krishna. Right thanks.
কৃষ্ণ বাপ 🙏।
Bohut val lagil dada
ভাল ।লাভাম্বিত হ'লো ।
Bohut bhal lagil.
Krishna. Parvu. Oti.hundor. Palu.huni.ami.murhamati.parvu..Akuma.najanu.🎉🎉
আপোনাৰ ভাষাতে আপোনাৰ ভক্তি প্ৰকাশ পালে। লগতে আপোনাৰ মন্তব্যৰ বাবে কৃতজ্ঞ হ'লো। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏🙏
Val lagil
বহু ধন্যবাদ 🙏
Bohut janilu bap Dhanyabaad bap
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏 কৃষ্ণ
Bap pranam জনাইছোঁ
কৃপা কৰিলে আমাক। কৃষ্ণ 🙏
Waiting for your next video
Val lagile bhut, vogobanor kotha, Tate ako apunar mukhot.... Ami bhut dinor agore pora apunak koi asilu, apunar protiva bur alop prokax korok buli.... Eibar xokolure monor vab pur hol... Dhoinabad Bap..Next video sabole opekha korilu... 🙏
বহু বহু ধন্যবাদ। কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ বাপজন
Thankyou please aru adhik jonar axare
ধন্যবাদ 🙏। নিশ্চয় প্ৰয়াস কৰিম
Krishno🎉
Anekoi likhi thakib,
ধন্যবাদ 🙏। চেষ্টা কৰিম
@@sriborah zoom lens
Krishnakrishnakrishnaramramram,yes,
কৃষ্ণ কৃষ্ণ কৃষ্ণ, নাৰায়ণ নাৰায়ণ নাৰায়ণ 🙏🙏🙏
❤ba. Val. Val
Krishna bap ati sundar haise Krishna
ধন্যবাদ 🙏।কৃষ্ণ কৃষ্ণ 🙏
Notun kotha jani val lagil.. Deka lora
ধন্যবাদ ডেকা বন্ধু😊
VDO টো ভাল লাগিল ধন্যবাদ জনালোঁ
18:14
ধন্যবাদ 🙏 কৃষ্ণ
কৃষ্ণ বৰ ভাল লাগিল আৰু শ্ৰৱন কৰিবলৈ পাম বুলি আশা ৰাখিছো
কৃষ্ণ কৃষ্ণ 🙏 ধন্যবাদ। নিশ্চয় প্ৰয়াস কৰিম
Bhal lagil
শ্ৰী কৃষ্ণায়ে নমঃ
জয় কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
মূল হ'ল গীতা শ্ৰীমত ভগবদ গীতা বাকীবোৰ হ'ল কাহিনী,প্ৰথম ব্ৰহ্মাই জ্ঞান পাইছিল নাৰায়ণৰ পৰা,এই নাৰায়ণ হ'ল, সকলো জীৱৰ পিতৃ পৰম পিতা পৰমাত্মা শিব , ব্ৰহ্মাই হ'ল সত্তযুগত শিশু কৃষ্ণ ৰূপে জম্ম গ্ৰহণ কৰিব ৰাজপাটত বহাৰ পিছত বিশ্ব মহাৰাজন হৈ পুৰা বিশ্ব শাসন কৰিব , গোটেই সৃষ্টিৰ বৰ্তমান ৰচনা চলি আছে এক পৰমাত্মাৰ দ্বাৰা ....
🙏
কণ্ঠ অতি সুন্দৰ।
ধন্যবাদ 🙏☺️ কৃষ্ণ
Hundor vl lagil In future aru vl bakhya pam buli wait korilu .God bless uu😊
ধন্যবাদ। আপোনালোকৰ আশীৰ্বাদত চেষ্টা কৰিম। 🙏
🙏🙏
Krishna Krishna, very nice.
Thanks for liking কৃষ্ণ 🙏
Bahut bahut dhanyawad
সুন্দৰ ।আপোনাৰ ভাগৱত ৰচনাৰ বিষয়ত আলোচনাৰ সকলো কথাত একমত নহলো সংশয় থাকিল ।সংশয় দুৰ কৰাৰ বাবে জানিব বিছাৰিছো যে--- ভাগৱত প্ৰথমে নাৰায়ণে ব্ৰহ্মাক দিলে ,ব্ৰহ্মাই নাৰদক দিলে ,নাৰদে ব্যাসক দিলে ,ব্যাসে সুকক সুতৰ পৰা ঋষি মুনি সহিতে নৰই পালে ।পিচে প্ৰশ্ন হল ব্যাসে ভাগৱত জ্ঞান পাই ভাগৱত ৰচাৰ আগত ব্যাসে ১৭খন পুৰাণ ৰচিছিল ।১৭ পুৰাণ ৰচাত ব্যাসে অজ্ঞ মুৰ্খ পাপমতি আছিল নেকি যে ১৭ খন পুৰাণ এনেই কেৱল পাপকৰ্ম হে লেখিছিল নেকি পিছত যে ব্যাসে মতিভ্ৰম হৈ অশান্তিত ভুগিছিল ?সচাকৈ ব্যাসে ১৭খন পুৰাণত ঈশ্বৰ হৰি ভক্তি ধৰ্ম কৰ্ম নিলিখি পাপকৰ্মহে লিখিছিলনে ?ব্যাসে নিজে জানি চিন্তিত হৈ অশান্তিত আছিল নে আন কাৰোবাৰ প্ৰভাবত পৰি মতিভ্ৰম হৈ চিন্তিত হৈ অশান্তিত ভুগিছিল ? দ্বাপৰ যুগৰ শেষান্তত শ্ৰীকৃষ্ণৰ প্ৰয়াণৰ পিছত নাটকীয় ভাবে হঠাৎ ব্যাস অশান্ত হল হঠাৎ নাৰদৰ আগমণ ,নাৰদৰ দ্বাৰা ব্যাসক কেৱল কৃষ্ণ নামত বেদ পুৰাণ বিহিত ভক্তি কৰ্ম আচৰণক অসাৰ কৰি কৃষ্ণ নাম গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনক সাৰ কৰি ভাগৱত লিখিবলৈ দিয়া উপদেশ কিবা ৰহস্যজনক নাটকৰ দৰে নহনে ? ব্যাসে ভাগৱত ৰচাৰ আগত ধ্যানত কৃষ্ণক বাওফালে মায়া আৰু সোঁফালে ভক্তিধৰ্ম যুক্ত স্বৰূপত দেখি সেই ৰূপে ভাগৱত খন ৰচিছে গতিকে ভাগৱত খন মায়াময় আৰু ভক্তিধৰ্ম যুক্ত অৰ্থাৎ ভাগৱতত ভক্তি ধৰ্মৰ লগত মায়াও আছে ।সেজে ভাগৱত খন মায়াময় পদ উপদেশ আৰু ভক্তি ধৰ্ম যুক্ত পদ উপদেশ যুক্ত নহনে ? ভাগৱত স্ববিৰোধী বিপৰীতমুখী পদ উইদেশ সিদ্ধান্ত যুক্ত নহয়নে ?মতামত দিলে সংশয় গুচি উপকৃত হম ।কৃষ্ণ ।
কৃষ্ণ বাপ। প্ৰথমে আপোনাৰ মন্তব্য প্ৰকাশ কৰা হেতু প্ৰণাম কৰো।আপোনাসৱ মহন্তৱান। ইমান এভাগ গভীৰ বিষয় এনেকে massage আকাৰে লিখি লিখি কবলৈ অসুবিধা। আশা কৰোঁ আপুনি বুজি পাব। আমি পৰৱৰ্তী কালত video আকাৰে প্ৰকাশ কৰি আপোনাৰ কথা ভাগ আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। কৃষ্ণ বাপ 🙏।
ভাল লাগিল। কৃষ্ণ।
ভাল লাগিল
সন্তোষ লভিলো। আগলৈ আশা ৰাখিলো। কৃষ্ণ। 🙏
ধন্যবাদ 🙏আপোনালোকৰ আশীৰ্বাদত চেষ্টা কৰিম।কৃষ্ণ 🙏
আগলৈও এনে সমীক্ষা পোৱাৰ মানসেৰে , ধন্যবাদ
ধন্যবাদ 🙏।নিশ্চয় প্ৰয়াস কৰিম।
বৰ ভাল লাগিল
আপোনাৰ পৰা পোৱা ভাগৱতৰ উত্পত্তি আৰু মই পোৱা ভাগৱতৰ উত্পত্তি কিছু অন্তৰ দেখা পোৱা গ'ল । এদিন শিৱৰ ঘৰত নাৰদ গৈ ওলাল। শিৱ তেতিয়া ঘৰত নাই, নাৰদে পাৰ্বতিক শিৱক'লৈ গ'ল বুলি সুধিলে পাৰ্বতীয়ে ঘৰত ইফাল সিফাল চাই দেখেযে শিৱ ঘৰত নাই তাকে পাৰ্বতীয়ে নাৰদক বহিবলৈ কোৱাত নাই মোৰ সময় নাই ,মই বিশেষ কথা এটাৰ বাবেহে আহিছিলো বুলি কোৱাত পাৰ্বতীয়ে নাৰদক কি কথা বুলি সুধিলত নাৰদে পাৰ্বতিক শিৱজীৰ ডিঙিত আৰিথোৱা মৰা মানুহৰ মুণ্ডনৰ সম্পৰ্কে কিবা জানেনেকি বুলি প্ৰশ্ন কৰিলে ।পাৰ্বতীয়ে আজি পৰ্যন্ত এই বিষয়ে একো নাজানু বুলি কলে। এইখিনি কথা কৈ নাৰদ তাৰ পৰা গুচি যায়। শিৱজীৰ ডিঙিত আৰিথোৱা মুণ্ডনৰ বিষয়েতো কি তেতিয়ালৈকে পাৰ্বতীয়ে শিৱজীৰ দেহত থকা বাকী সম্পদৰ বিষয়েও একো নাজানিছিল। সেয়েহে শিৱজী অহাৰ লগে লগে মুন্ডন সম্পৰ্কে জানিব বিছাৰিলে তেতিয়া শিৱজীযে পাৰ্বতিক .......................।
Krishna krishna
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জন আৰু এনে কোৱা video পঠাই দিব মনতু বহুত বহুত ভাল লাগিছে শ্ৰী কৃষ্ণ নম নাৰায়ণ নম হৰি হৰি গোবিন্দ নম
কৃষ্ণ কৃষ্ণ,আলোচনা কৰা ভাগৱত দৰ্শণত বহু কথাই আলোচনা হল আৰু বহুত ভাল লাগিল।আগলৈ মনত খুদৱনি লাগি থকা প্ৰশ্নৰ উত্তৰ পোৱাৰ আশাৰে সেৱা ভাগ থাকিল।কৃষ্ণ
আমি নৰাধম সেৱাৰ যুগ্য নহয় বাপ ঈশ্বৰ। তথাপি ধন্যবাদ জনালো বাপ 🙏
পূৰ্ব সঞ্চিত পূৰ্ণ্যৰ বাবে হয়তো আৰু আপোনালোকৰ আশীৰ্বাদৰ বাবে নিশ্চয় প্ৰয়াস কৰিম। কৃষ্ণ 🙏
Dhannybad
তুমি অতি মহান। তুমি ধন্য।তোমাৰ সুন্দৰ ব্যাখ্যাই বহুত জ্ঞান দিলে ।কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ......
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏 বাপ জনাৰ তযু কমল চৰনত ভক্তি ভৰা সেৱা নিবেদিছু 🙏🌾🌷🪷
ধন্যবাদ বাপ 🙏 জয় শ্ৰী কৃষ্ণ
Thanks for your this great information about the signification of vagawat.
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
Very valuable speech of Bhagavata..
Joy Sri Krishna Krishna Krishna Krishna Krishna Krishna 🙏🙏❤️🙏🙏❤️🙏🙏❤️🙏🙏❤️🙏🙏❤️🙏
🙏🌹🙏🏾. Krishna krishna 🎉Bap. Aaponar bhagwat katha khuni bar bhal lagil ❤Thanks ❤
বহু বহু ধন্যবাদ 🙏 কৃষ্ণ 🙏
Krishna Krishna Krishna . Om nomu Bhagowate Basudevaye nomu nomoh
কৃষ্ণ কৃষ্ণ বাপ 🙏
ভাল লাগিল ।🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Bhot bhal lagil Dada .
Ja par kripa Ram hoi ta par kripa kore sab koi.
Jai gurudev 🙏
Jai sriram 🙏🙏🙏
বহু ধন্যবাদ 🙏
কৃষ্ণ 🙏
Bap. Apunal. Dhynybaf
ধন্যবাদ 🙏
P
কৃষ্ণ কৃষ্ণ,🙏🙏
কৃষ্ণ বাপ 🙏
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা
ধন্যবাদ। কৃষ্ণ 🙏
ভাগৱতৰ কথা বোৰ শুনি বহুত ভাল লাগিল! জয় শ্ৰী কৃষ্ণ ।
কৃষ্ণ 🙏
Val lagil, Krishna 🙏🙏🙏
ধন্যবাদ
ৰাম কৃষ্ণ, ৰাম কৃষ্ণ, ৰাম কৃষ্ণ
মই বহুত সৰুৰ পৰা ভাগৱত পাঠ শুনিছোঁ ভাগৱত পাঠ শুনি বহুত ভাল পাওঁ।
এই পাঠ শুনিলে জীৱন সুখ, শান্তিৰে ভৰি পৰে ।
বহু ধন্যবান আপুনি। ঈশ্বৰৰ কথাত মন দিব পৰা বহু ভাগ্যৰ কথা। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏
Ram Krishna, ram Krishna, ram Krishna 🙏🙏🙏
আপোনাৰ পৰা ভাগৱত সম্বন্ধে বহু জ্ঞান লাভ কৰিলো , আপোনাক অশেষ ধন্যবাদ ও সেৱা জনালো 🙏 🙏🙏
ধন্যবাদেৰে সেৱা জনালো। কৃষ্ণ 🙏🙏
Dhunia sir...waiting for next video
Very soon
বৰ ধুনীয়া হৈছে ৷ইমান ধিৰেধিৰে কথা বোৰ বুজাইছে ভাল লাগিল ৷ধন্যবাদ ৷
ভাল লাগিল। আকৌ কিছু কথা শিকিবলৈ পালো। ধন্যবাদ।🙏
কৃষ্ণ 🙏
অতি সুন্দৰ ব্যাখ্যা
ধন্যবাদ 🙏।
হয়তো ঈশ্বৰৰ কৃপা
কৃষ্ণ🙏কৃষ্ণ🙏কৃষ্ণ🙏কৃষ্ণ🙏
কৃষ্ণ 🙏
কৃষ্ণ। কথাখিনি শুনি সন্তোষ লভিলো। জয় গুৰু শঙ্কৰ।
ধন্যবাদ বাপ।
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
1111111111111111111111😊 Babu😊😅😢😮@@sriborah
অতি সুন্দৰ
ধন্যবাদ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Jay guru SANKAR....bora baap sundar oviprai Krishna krishna .....
কৃষ্ণ বাপ 🙏।
বহু লোকৰ ইচ্ছাত অলপ আগবাঢ়িব লগা হল। আশীৰ্বাদ কৰিব।🙏
সুন্দৰ বিশ্লেষণ
কৃষ্ণ কৃষ্ণ বাপ ,, আগলৈ এনেকুৱা তত্ত্বৰ গধোৰ বাখ্যা পাম বুলি আশা ৰাখিলোঁ
ধন্যবাদ 🙏
ঈশ্বৰৰ কৃপা হ'লে নিশ্চয় প্ৰয়াস কৰিম
❤krishna❤borgeet keitaman bujaei diboson parile ji kono borgeet holeo hobo❤❤❤❤❤
Aponar bhagbat path shrabn kari bhut val lagil
কৃতজ্ঞ হ'লো আপোনাৰ মন্তব্যৰ বাবে, ধন্যবাদ 🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏
Bahut2 dhanyvad 🙏🙏🙏🙏
কৃষ্ণ 🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏
সুন্দৰ ব্যাখ্যা। অতি আপ্লুত হলোঁ। অশেষ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
বহু বহু ধন্যবাদ জনালো। 🙏🙏🙏
❤❤❤
Ati sundor
ধন্যবাদ কৃষ্ণ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰন কমলত কৌতি প্ৰনাম জনালো। প্ৰভূ নাৰায়ণে আপোনাক আগলৈ আৰু আগুৱাই যোৱাৰ পথ দিয়ক কৃষ্ণ কৃষ্ণ।
আমি অধম প্ৰণামৰ যোগ্য নহয়। কৃষ্ণ 🙏। আৰু ঈশ্বৰৰ কথা দুটা প্ৰকাশ কৰিবলৈ পোৱাতো পূৰ্ব পূণ্যৰে ফল চাগে।আপোনালোকৰ আশীৰ্বাদৰ বাবে নতশিৰে সেৱা কৰিছোঁ।
ধন্যবাদ, 🙏 কৃষ্ণ কৃষ্ণ।
@@sriborah😅
Best vagawat byakhya
ধন্যবাদ 🙏
Bap pronam jonalu, bohut najona kotha janilu bhal lagil
ধন্যবাদ, প্ৰণাম 🙏
Bap aapuni continue prosar kori pathiaai thakibo dei, krishna
আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগত চেষ্টা কৰিম,
কৃষ্ণ 🙏
Krishna Krishna , Bor hundorkoi kotha khini bujai kole .🙏🙏🙏 Bor bhal lagil aru aagoloi u Aapunar jugedi Bhagawat r bikhoe janiboloi paam buli akha rakhilu .🙏🙏🙏
আপোনাৰ মন্তব্যই আমাক আগ্ৰহ জন্মালে। ধন্যবাদ। কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা
কৃষ্ণ 🙏 ☺️ ধন্যবাদ 🙏
Excellent 🙏🙏🙏🙏
Thanks a lot
Om bhagawatein Bashudevay 🙏🙏
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
Radhe Radhe Joy Sri Ram
Krishna Ram
কৃষ্ণ
Apunar pratitu video pora bohut najona kotha janibo pari. Moi xodai sao aru bohut kotha janibo paru.
ধন্যবাদ 🙏☺️
Really nice explanations. wish to have much more knowledge from you.God bless you.
Thanks a lot
Jai shree krishna ,jai shree krishna,,,
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
Moja DOST.
Thank you
সুন্দৰ উপস্থাপন ।
ধন্যবাদ 🙏
Krishna Krishna krishna
কৃষ্ণ 🙏
Bhal lagil 🙏
ধন্যবাদ 🙏
সকলো ধৰ্মৰ মাতৃ ধৰ্ম হ'ল হিন্দুধৰ্ম বা সনাতন ধৰ্ম। এই ধৰ্ম পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম।
সকলোৰে জ্ঞাত কথাভাগ স্মৰণ কৰাই দিয়াৰ বাবে ধন্যবাদ জনালো বাপ।🙏
Good
Thanks
Huni Jani bahut bhal lagil, Ane ghan amar hamajar udi aha prasanmar babe khubai praujan
আপোনাৰ মন্তব্যত সহমত প্ৰকাশ কৰিলোঁ।
ধন্যবাদ 🙏
বহু ত ভাল লাগিল।। ধন্যবাদ।।
ধন্যবাদ 🙏
অতি সুন্দৰ, নজনা কিছুকথা শিকিবলৈ পালো ৷ ধন্যবাদ
ধন্যবাদ বাপ। সহযোগ কৰিব।🙏
বহুত ভাল লাগিল, আতিগুৰি মাৰি জানিবলৈ পালোঁ।
ধন্যবাদ।
কৃষ্ণ 🙏
কৃষ্ণ বহুত বহুত ভাল ল লাগিল
ধন্যবাদ বাপ 🙏
Jai shree krishna
আকৌ কৃষ্ণবোলে মানুহ । হয়, বিষ্ণুৰ অৱতাৰ কৃষ্ণ।আছলতে মাছ ,কাছ খাৱ নালাগে।
কৃষ্ণ কৃষ্ণ 🙏
বৰ ভাল পালো কথা খিনি শুনি জানিও শেষ কৰিব নোৱাৰি মহা ভাগৱতৰ কথা ৷
হয় হয়। কৃষ্ণ 🙏
মন্তব্যৰ বাবে ধন্যবাদ
Krishna Krishna. Right thanks.
কৃষ্ণ বাপ 🙏।
Bohut val lagil dada
ধন্যবাদ
ভাল ।লাভাম্বিত হ'লো ।
ধন্যবাদ 🙏
Bohut bhal lagil.
ধন্যবাদ 🙏
Krishna. Parvu. Oti.hundor. Palu.huni.ami.murhamati.parvu..Akuma.najanu.🎉🎉
আপোনাৰ ভাষাতে আপোনাৰ ভক্তি প্ৰকাশ পালে। লগতে আপোনাৰ মন্তব্যৰ বাবে কৃতজ্ঞ হ'লো। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏🙏
Val lagil
বহু ধন্যবাদ 🙏
কৃষ্ণ
কৃষ্ণ 🙏
Bohut janilu bap
Dhanyabaad bap
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏 কৃষ্ণ
Bap pranam জনাইছোঁ
কৃপা কৰিলে আমাক। কৃষ্ণ 🙏
Waiting for your next video
Thank you
Val lagile bhut, vogobanor kotha, Tate ako apunar mukhot.... Ami bhut dinor agore pora apunak koi asilu, apunar protiva bur alop prokax korok buli.... Eibar xokolure monor vab pur hol... Dhoinabad Bap..
Next video sabole opekha korilu... 🙏
বহু বহু ধন্যবাদ। কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ বাপজন
কৃষ্ণ 🙏
Thankyou please aru adhik jonar axare
ধন্যবাদ 🙏। নিশ্চয় প্ৰয়াস কৰিম
Krishno🎉
কৃষ্ণ
Anekoi likhi thakib,
ধন্যবাদ 🙏। চেষ্টা কৰিম
@@sriborah zoom lens
Krishnakrishnakrishnaramramram,yes,
কৃষ্ণ কৃষ্ণ কৃষ্ণ, নাৰায়ণ নাৰায়ণ নাৰায়ণ 🙏🙏🙏
❤ba. Val. Val
Krishna bap ati sundar haise Krishna
ধন্যবাদ 🙏।
কৃষ্ণ কৃষ্ণ 🙏
Notun kotha jani val lagil.. Deka lora
ধন্যবাদ ডেকা বন্ধু😊
VDO টো ভাল লাগিল ধন্যবাদ জনালোঁ
18:14
ধন্যবাদ 🙏 কৃষ্ণ
কৃষ্ণ বৰ ভাল লাগিল আৰু শ্ৰৱন কৰিবলৈ পাম বুলি আশা ৰাখিছো
কৃষ্ণ কৃষ্ণ 🙏 ধন্যবাদ। নিশ্চয় প্ৰয়াস কৰিম
Bhal lagil
কৃষ্ণ 🙏
শ্ৰী কৃষ্ণায়ে নমঃ
জয় কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
মূল হ'ল গীতা শ্ৰীমত ভগবদ গীতা বাকীবোৰ হ'ল কাহিনী,প্ৰথম ব্ৰহ্মাই জ্ঞান পাইছিল নাৰায়ণৰ পৰা,এই নাৰায়ণ হ'ল, সকলো জীৱৰ পিতৃ পৰম পিতা পৰমাত্মা শিব , ব্ৰহ্মাই হ'ল সত্তযুগত শিশু কৃষ্ণ ৰূপে জম্ম গ্ৰহণ কৰিব ৰাজপাটত বহাৰ পিছত বিশ্ব মহাৰাজন হৈ পুৰা বিশ্ব শাসন কৰিব , গোটেই সৃষ্টিৰ বৰ্তমান ৰচনা চলি আছে এক পৰমাত্মাৰ দ্বাৰা ....
🙏
কণ্ঠ অতি সুন্দৰ।
ধন্যবাদ 🙏☺️ কৃষ্ণ
Hundor vl lagil In future aru vl bakhya pam buli wait korilu .God bless uu😊
ধন্যবাদ। আপোনালোকৰ আশীৰ্বাদত চেষ্টা কৰিম। 🙏
কৃষ্ণ
কৃষ্ণ 🙏
🙏
🙏🙏
Krishna Krishna, very nice.
Thanks for liking কৃষ্ণ 🙏
Bahut bahut dhanyawad
🙏
সুন্দৰ ।আপোনাৰ ভাগৱত ৰচনাৰ বিষয়ত আলোচনাৰ সকলো কথাত একমত নহলো সংশয় থাকিল ।সংশয় দুৰ কৰাৰ বাবে জানিব বিছাৰিছো যে--- ভাগৱত প্ৰথমে নাৰায়ণে ব্ৰহ্মাক দিলে ,ব্ৰহ্মাই নাৰদক দিলে ,নাৰদে ব্যাসক দিলে ,ব্যাসে সুকক সুতৰ পৰা ঋষি মুনি সহিতে নৰই পালে ।পিচে প্ৰশ্ন হল ব্যাসে ভাগৱত জ্ঞান পাই ভাগৱত ৰচাৰ আগত ব্যাসে ১৭খন পুৰাণ ৰচিছিল ।১৭ পুৰাণ ৰচাত ব্যাসে অজ্ঞ মুৰ্খ পাপমতি আছিল নেকি যে ১৭ খন পুৰাণ এনেই কেৱল পাপকৰ্ম হে লেখিছিল নেকি পিছত যে ব্যাসে মতিভ্ৰম হৈ অশান্তিত ভুগিছিল ?সচাকৈ ব্যাসে ১৭খন পুৰাণত ঈশ্বৰ হৰি ভক্তি ধৰ্ম কৰ্ম নিলিখি পাপকৰ্মহে লিখিছিলনে ?ব্যাসে নিজে জানি চিন্তিত হৈ অশান্তিত আছিল নে আন কাৰোবাৰ প্ৰভাবত পৰি মতিভ্ৰম হৈ চিন্তিত হৈ অশান্তিত ভুগিছিল ? দ্বাপৰ যুগৰ শেষান্তত শ্ৰীকৃষ্ণৰ প্ৰয়াণৰ পিছত নাটকীয় ভাবে হঠাৎ ব্যাস অশান্ত হল হঠাৎ নাৰদৰ আগমণ ,নাৰদৰ দ্বাৰা ব্যাসক কেৱল কৃষ্ণ নামত বেদ পুৰাণ বিহিত ভক্তি কৰ্ম আচৰণক অসাৰ কৰি কৃষ্ণ নাম গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তনক সাৰ কৰি ভাগৱত লিখিবলৈ দিয়া উপদেশ কিবা ৰহস্যজনক নাটকৰ দৰে নহনে ? ব্যাসে ভাগৱত ৰচাৰ আগত ধ্যানত কৃষ্ণক বাওফালে মায়া আৰু সোঁফালে ভক্তিধৰ্ম যুক্ত স্বৰূপত দেখি সেই ৰূপে ভাগৱত খন ৰচিছে গতিকে ভাগৱত খন মায়াময় আৰু ভক্তিধৰ্ম যুক্ত অৰ্থাৎ ভাগৱতত ভক্তি ধৰ্মৰ লগত মায়াও আছে ।সেজে ভাগৱত খন মায়াময় পদ উপদেশ আৰু ভক্তি ধৰ্ম যুক্ত পদ উপদেশ যুক্ত নহনে ? ভাগৱত স্ববিৰোধী বিপৰীতমুখী পদ উইদেশ সিদ্ধান্ত যুক্ত নহয়নে ?মতামত দিলে সংশয় গুচি উপকৃত হম ।কৃষ্ণ ।
কৃষ্ণ বাপ। প্ৰথমে আপোনাৰ মন্তব্য প্ৰকাশ কৰা হেতু প্ৰণাম কৰো।
আপোনাসৱ মহন্তৱান। ইমান এভাগ গভীৰ বিষয় এনেকে massage আকাৰে লিখি লিখি কবলৈ অসুবিধা। আশা কৰোঁ আপুনি বুজি পাব। আমি পৰৱৰ্তী কালত video আকাৰে প্ৰকাশ কৰি আপোনাৰ কথা ভাগ আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। কৃষ্ণ বাপ 🙏।
ভাল লাগিল। কৃষ্ণ।
ভাল লাগিল
ধন্যবাদ 🙏
সন্তোষ লভিলো। আগলৈ আশা ৰাখিলো। কৃষ্ণ। 🙏
ধন্যবাদ 🙏
আপোনালোকৰ আশীৰ্বাদত চেষ্টা কৰিম।
কৃষ্ণ 🙏
আগলৈও এনে সমীক্ষা পোৱাৰ মানসেৰে , ধন্যবাদ
ধন্যবাদ 🙏।
নিশ্চয় প্ৰয়াস কৰিম।