বহু পণ্ডিতৰ মতে হিন্দু ধৰ্ম বিশ্বৰ আটাইতকৈ পুৰণি ধৰ্ম, যাৰ শিপা আৰু ৰীতি-নীতি ৪০০০ বছৰতকৈও অধিক পুৰণি। আজি ১ বিলিয়নতকৈও অধিক অনুগামী থকা হিন্দু ধৰ্ম খ্ৰীষ্টান আৰু ইছলামৰ পিছতে বিশ্বৰ তৃতীয় বৃহত্তম ধৰ্ম। বিশ্বৰ প্ৰায় ৯৪ শতাংশ হিন্দু ভাৰতত বাস কৰে...!
Pravu aponar katha bor bahut val nalagil Bhagawat. t ai bor ase ne Jagannath Murti bhag ki haba prabhu aru bagmoy murti buli nakale j manuhak krishna conscious karak bived nakariba
অনুৰোধ বাণী 🙏🙏🙏
শ্ৰদ্ধাৰ, সুধি সমাজ, মহন্ত, জেষ্ঠ্য আৰু সমূহ শ্ৰুতাবৃন্দ। এভাগ অনুৰোধ প্ৰকাশ কৰিছোঁ। এই চেনেলত আধ্যাত্মিক ভাৱ, শাস্ত্ৰ তত্ত্ব, জ্ঞান গৰ্ভ বিষয় আলোচনা কৰাৰ প্ৰয়াস কৰা হয়।
ধৰ্ম ও ঈশ্বৰ কথাত, ব্যক্তি ও সমাজ ভেদে প্ৰত্যেকৰে মত বেলেগ বেলেগ হ'ব পাৰে। এই "সাক্ষাৎকাৰ ০১" অনুষ্ঠান ভাগতো কিছু সুধি সমাজৰ মতভেদ পৰিলক্ষিত হৈছে, এই ক্ষেত্ৰত আমাৰ ব্যক্তিগত আপত্তি কৰিব লগা একো নাই, মই সুধি সমাজতকৈ ওপৰত নহয়। কিন্তু এভাগ কথাহে শ্ৰদ্ধাৰে অনুৰোধ,----
........ ঈশ্বৰ কথাত ব্যক্তি ভেদে মত বেলেগ হ'ব পাৰে, সেই অভিমত সমূহ শাস্ত্ৰ সন্মত তথ্য আৰু যুক্তিৰে পৰিপূৰ্ণ হৈ, আবেগ নিয়ন্ত্ৰণ কৰি, বাক্যত মাৰ্জিত ভাষা ও বিনয় বচনে নিজৰ মতামত আৰু ক্ষোভ সমূহ শাস্ত্ৰ সন্মত ভাবে প্ৰকাশ কৰিলে অধিক উপযুক্ত হ'ব।🙏🙏 -- এনে তথ্যসমৃদ্ধ আৰু মাৰ্জিত ভাষাৰে আলোচনা হ'লে এই আলোচনায়ে সমাজৰ সংসয় দূৰ কৰাৰ লগতে উচ্চ দৰ্শন লাভ আৰু নৱপ্ৰজন্ম উপকৃত হ'ব।🙏
লগতে কিছু লোকে ক্ষোভ প্ৰকাশ কৰোতে অবাইচ,অনাচাৰ আৰু অ-মাৰ্জিত বাক্য প্ৰয়োগ কৰিছে। একেখিনি কথাকে মাৰ্জিত ভাষাৰে প্ৰকাশ কৰিব পৰা যায়, তেনে মতামতৰ উত্তৰ দিয়া আমি প্ৰয়োজনবোধ কৰা নাই।
সেয়েহে সকলোলৈকে কৰযোৰে🙏 নিবেদন জনাইছো যে, বাক্যত মাৰ্জিত ভাষা আৰু তত্ব পূৰ্ণ কথাৰে আলোচনা হওক।
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
।
জয় শ্ৰী কৃষ্ণ
কৃষ্ণ
কৃষ্ণ বাপ 🙏
বৰ উত্তম আলোচনা বাপ কৃষ্ণ 🙏
কৃষ্ণ
কৃষ্ণ বৰা প্ৰভূজন এই যুগত জীৱৰ গতি পাবৰ বাবে যি শাস্তৰ বভিন্ন বাখ্যা আগ বঢ়ালে নিশ্ৰয় কলি যোগৰ নৰ সমাজ ওপকৃত সব কৃষ্ণ এনেধৰনৰ বাখ্যা পাই থাকিম বোলি বশুত বশুত আশাথাকিল
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে হৰে হৰে হৰে হৰে হৰে হৰে হৰে হৰে হৰে হৰে হৰে হৰে হৰে গোবিন্দ নম নাৰায়ণ নম
বৰা দেবে মুৰ্তি পুজা বাধা দিয়া নাই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে হে বাধা দিছে কৃষ্ণ কৃষ্ণ কৃষ্ণ
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ
দুয়ো জনা বাপলৈ শতকৌটি প্রণাম। কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
ৰিতুৰাজ শৰ্মা আপুনি এজন কলি যুগৰ নাম ধৰ্ম ৰ বিৰোধী
😊লোক সেয়েহে ইমান কটু ভাষা প্ৰয়োগ কৰিব পাৰিছে, ভৱিষ্যত এই ধৰনৰ comment নিদিব বুলি সেৱা ধৰিলে 🙏🙏 বৰা বাপ এগৰাকী অতি মহৎ লোক, তেখেতৰ পৰা বহুত কথা জানিলো, বহুত উপকৃত হলো👌👌🙏🙏🙏🙏🙏🙏🕉🕉🕉🕉🕉ভৱিষ্যত আৰু বহুত দৰকাৰী কথা পাম বুলি আশা কৰিলো
beleg stateot eibor nai asomothe tohotor eibor nach gan
কৃষ্ণ কৃৃষ্ণ বাপ আপোনাৰ সূন্দৰ ব্যখ্যা শুনি আনন্দত আত্মাহাৰা হলো। এনেকৈ মাজে মাজে শুনিবৰ পাম বুলি আশাৰে সেৱা জনালো।
কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ শ্ৰী মুখেৰে অমৃতময় বাখ্যাই বহু ভক্তৰ সংশয় ছেদ কৰিব বুলি ভবা হৈছে, সেয়ে আপোনালৈ অশেষ ভক্তি ভৰা সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
কৃষ্ণ 🙏 ধন্যবাদ থাকিল। আপোনালৈ আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏
সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে। দুয়োজনলৈকে সহস্ৰাধিক প্ৰণাম আগবঢ়ালোঁ । কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
বৰাদেৱে একেশ্বৰবাদৰ কথা কলে। মুৰ্তি পূজা নিষেধ কৰিলে কলিযুগত
কৃষ্ণ কৃষ্ণ 🙏
ঠিক কৈছে ,আমাৰ পিতৃপুৰুষে ভাগৱতৰ এনে মহান গাম্ভিৰ্য্য বহু নৰলোকে বহুত পাতল ভাৱে লোৱাত আক্ষেপ কৰিছিল ভাগৱতৰ তত্বৰ এনে মেলামুখিয়ে সমাজক কিমান উপকাৰ কৰিব ই ডাঙৰ প্ৰশ্ন বুলি আমাৰ আগত কৈছিল।পিতৃৰ কথাখিনি প্ৰভুজনাৰ লগত মিলিছে বৰ সন্তোষ মই🙏🙏কৃষ্ণ হে
ভূৰ্গু মুনিৰ শাপত ,কৈলাসপতি ঈশ্বৰ শিৱ লিংগ ৰ ৰুপ ধাৰণ কৰিছিল,,শিৱ পুৰাণৰত আছে , লিংগ ৰূপ লোৱাৰ পিছত ঋষি,মূণি সকলে দেৱতা,অসুৰ সকলোৱে শিৱক ধ্যান কৰিছিল,,কিন্ত ত্ৰেতা যুগত দুৰাচাৰী ,,ধৰ্ষণকাৰী, পৰস্তী হৰণ কৰা ৰাক্ষস ৰাৱণে টিলিঙা বজাই শিৱ মন্ত্ৰ ৰচনা কৰি শিৱ পূজা কৰিছিল। পৰম ব্ৰহ্মক চিনিব নোৱাৰি শিৱ পূজাৰ ফলত ৰাৱণৰ অৱস্থাৰ কথাবোৰ জানেই, এতিয়াও ৰাৱণক অনুসৰণ কৰি শিৱ পূজা কৰি আছে,, ভক্ত প্ৰহ্লাদৰ উপদেশ নামানি মিছা কৰ্ম কৰি লাভ নাই
কৃষ্ণ কৃষ্ণ শূনিবলৈ আৰু মন থাকিল🙏🙏🙏
😊😊😊😊😊
নতুন খণ্ড প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম কৃষ্ণ 🙏☺️
কৃষ্ণ বাপ জয় জগত গুৰু শ্শ্ৰীমন্তশঙ্কৰদেৱ
জয় শ্ৰী কৃষ্ণ জয় শ্ৰীমন্ত শংকৰ
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
কৃষ্ণ কৃষ্ণ বাপ, অতি সুন্দৰ বিশ্লেষণ। পিছে " গৰুটো অধম কৃষ্ণ বদতি" পদ ফাকিত উল্লেখিত গৰুটো অধম বোলা কথাটো অলপ চিন্তনীয়। স্বয়ং পৰম ব্ৰহ্ম কৃষ্ণই গো- পালন কৰি দৃষ্টান্ত দেখুৱাই গৈছে।সনাতন ধৰ্মৰ গো মাতৃ হিচাপে জ্ঞান কৰি আহিছে। তেনে স্থলত মহাপুৰুষ গুৰুজনাই গৰুক অধমৰ লগত তুলনা কৰিব বুলি কেতিয়াও মনে নধৰে। তাৰোপৰি গীতাৰ মতে মূৰ্তি চাৰি ভাগত ভাগ কৰি দেখুৱাইছে।
@@probinbo9316 গোধনৰ বিষয়ে এনে দৰে কোৱা টো ভাল নালাগে।🙏
Om namah Bhagawate Basudevayah.
নাৰায়ণ নাৰায়ণ নাৰায়ণ 🙏🙏
শিৱ কোন? মহাদেৱ কোন? এইবোৰ বিষয়ত পাবত গজা স্বয়ম্ভু শংকৰ সংঘৰ মানুহে মন্তব্য নকৰিলেই আমি বৈদিক সনাতন ধৰ্মাৱলম্বীৰ লোক সকলে ভাল পাম,শিৱ লিংগ মহাদেৱৰ এক নিৰাকাৰ স্বৰূপহে সংস্কৃতত লিংগ শব্দ ই প্ৰতীকক বুজাই ইয়াক অন্য ভাবেৰে নোলোৱাটোৱেই শ্ৰেষ্ঠ শংকৰদেৱে কীৰ্তনত উৰেষা বৰ্ণনত শিৱ লিংগৰ পূজনৰ বিধান দিছে। আপোনালোকৰ জ্ঞাতাৰ্থে জনাও শংকৰদেৱে সত্ৰহে প্ৰতিষ্ঠা কৰিছিল,শংকৰ সংঘ প্ৰতিষ্ঠা কৰা নাছিল। শংকৰদেৱ অত্ৰি ঋষিৰ গোত্ৰৰ কায়স্থ আছিল তেওঁ নিজ কুল পৰম্পৰা মতে যজ্ঞসূত্ৰ (উত্তৰী) ধাৰণ কৰিছিল।তীৰ্থাদি দৰ্শন কৰি তাৰ উপাস্য বিগ্ৰহৰ পূজা কৰিছিল। সৰ্বপ্ৰথম বৰদোৱাত নামঘৰ স্হাপনৰ সময়ত বাসুদেৱৰ মূৰ্তি মাটি খান্দোতে লাভ কৰি সেই মূৰ্তি নিজ হাতেৰে প্ৰতিষ্ঠা কৰি ৰামৰাম গুৰুৰ সহায়ত পূজা কৰাইছিল,কেৰেলা বাঢ়ৈৰ হতুৱাই মদনগোপালৰ মূৰ্তি সাজি প্ৰতিষ্ঠা কৰাইছিল যি মূৰ্তি আজিও কুৰুৱাবাহী সত্ৰত পূজিত হৈ আহিছে এইবোৰ কথা চৰিত পুথিৰ পাতত সুন্দৰ ভাৱে বৰ্ণিত।
কেতিয়াবা বৰ দুখ লাগে শংকৰদেৱে গুণমালাত লিখি গৈছে সনাতন ধৰ্ম অনুপম ধৰ্ম বুলি তেনে স্হলত শংকৰ দেৱ, মাধৱদেৱ, দামোদৰ দেৱ, গোপাল আতা আদি মহাপুৰুষৰ দ্বাৰা প্ৰতিষ্ঠিত সত্ৰ সমূহ থাকোতে এই সাতামপুৰুষীয়া সত্ৰ সমূহক চেৰাই গৈ শংকৰ সংঘৰ কিবা প্ৰয়োজন আছে বুলি আমি অনুভৱ নকৰোঁ।
কৃষ্ণ ,বাপ জনাৰ শ্ৰীচৰণত সেৱা ধৰিলোঁ । আপোনাৰ মুখ পদ্মৰ দ্বাৰা নিগৰিত বাক্যৰ আঁত ধৰি কব পাৰি নামাচাৰ্যই অ হৰি বুলিলে ভকতে অ ৰাম বুলি কোৱাত কোনো ভূল হব নোৱাৰে নহয় জানো বাপ।
নামাচাৰ্য বুলিলে আমি নামৰ আচাৰ্য বা গুৰু বুলি জানো । গুৰুৱে যেতিয়া ক, খ আদি শিকায় সেই সময়ত আমি গুৰুতকৈ আগবাঢ়ি যাওঁ অৰ্থাৎ গুৰুৱে যদি "ক" বুলি উচ্চাৰণ কৰে আমিও " ক" বুলি উচ্চাৰণ কৰো । আমি কেতিয়াও পিছৰ বৰ্ণটো উচ্চাৰণ নকৰোঁ । যিজন ছাত্ৰয় গুৰুতকৈ আগবাঢ়ি "খ" বৰ্ণটো উচ্চাৰণ কৰে তেতিয়া গুৰুৰ গুৰুত্ব থাকিল জানো! আমি এনেদৰেই ভাবোঁ। কৃষ্ণ। উত্তৰ দিয়াৰ যোগ্য়তা নাই যদিও মনৰ ভাৱটোহে প্ৰকাশ কৰাৰ চেষ্টা কৰা হ'ল । কৃষ্ণ।
মনোগ্ৰাহি আৰু সাৱলিল হৈছে । কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ 🙏 ধন্যবাদ
অতি উত্তম আৰু যুক্তিপূৰ্ণ ব্যাখ্যা । বাপ সেৱাহে
ধন্যবাদ কৃষ্ণ 🙏☺️
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ দুয়ো জনাবলৈ সেৱা নিবেদন কৰিছো কৃষ্ণ
বাপজন, আপোনাৰ সকলো শুনিলো আৰু বুজিলো। আপুনি শিৱ, শিৱ লিংগ, কৃষ্ণ আৰু ব্ৰহ্মা অৰ্থ নাজানে। আপুনি অসমীয়া সমাজৰ এজন জধামূৰ্খ বুলি ভৱিষ্যতে পৰিচয় নিদিব।
বিশ্বাসে মিলয হৰি কৃষ্ণ।
Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna
বাপ দুজনাক দূৰৰ পৰাই সেৱা জনালো । কৃষ্ণ। এই অনুষ্ঠানটো দিঘলীয়া কৰিব নোৱাৰিনে! বৰ ভাল লাগিল।
আপোনালৈকো সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
Krishna Krishna Krishna Bap. ভাল লাগিল।
কৃষ্ণ বাপ সেৱা জনালোঁ ।কথাবোৰ সত্য ।কিন্তু মায়াৰ কবলত সত্য বোৰ দেখা পোৱা নহয়।সেয়ে শংকৰ গুৰুৱে নিজকে ভগৱান বুলি পৰিচয় নিদিলে ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল
ধন্যবাদ বাপ কৃষ্ণ
Omnamobhagabatebasudebaynama,yes,
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
ভাল লাগিল আলোচনা ভাগ শুনি কৃষ্ণ ক পাইবাৰ ভকতেহে পন্থ এহি মানে কয় গীতা ভাগৱত গ্ৰন্থ।
দিনত লোকৰ আগতহৃ ভকত ৰাতি হলে ঘৰত আৰু মানুহৰ অগোচৰত ভকতৰ বিপৰীত
কৃষ্ণ কৃষ্ণ সুন্দৰ অনুষ্ঠান 🙏🙏
কৃষ্ণ কৃষ্ণ 🙏 ধন্যবাদ
শিৱস্য হদয়ং বিষ্ণু বিষ্ণুস্য হদয়ং শিৱ যথা শিৱ ময়ো বিষ্ণু
বিষ্ণু ময়ো শিৱ যথান্তৰো ন পশ্যমি তথা মে চস্তি আয়সি।
শ্ৰী ৰামচন্দ্ৰই অগস্তি মুণিৰ দিক্ষা লাভ কৰি শিৱক আৰাধনা কৰিছিল। শিৱ কৃষ্ণ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। আলোচনা ভাগ সুন্দৰ হৈছে 🙏🙏
কিন্তু শিৱলিংগত গাখীৰ ঢলা কাৰ্য্য বাপেকৰ লিংগত পুতেকে গাখীৰ ঢলা কাৰ্য্য বুলি কোৱাটো হাস্যকৰ। লিংগ মানে পুৰুষাংগ বুলি কোৱাটো পৰিতাপৰ কথা। এটা শব্দৰ কেইবাটাও অৰ্থ হব পাৰে।লিংগ শব্দৰ অধিক ওচৰ চপা অৰ্থ হল জ্যোতি। জগতৰ অন্ধকাৰ নাশ কৰি পোহৰ শক্তি ভক্তি মুক্তি প্ৰদান কৰিব পৰা সকলো জীৱৰ উদ্ধাৰকাৰী পতিত পাৱণকাৰী জ্যোতি স্বৰূপা শিৱলিংগ। হয় শ্ৰী ৰামচন্দ্ৰই মূৰ্ত্তি পূজা কৰা নাছিল।চাৰিমাহ অনাহাৰে থাকি লিংগপূজা কৰি বিশ্বৰূপ দৰ্শন কৰি পাশুপাত অস্ত্ৰ লাভ কৰি ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰিছিল। শংকৰদেৱৰ দেউতাক কুসুম্বৰ ভূঞা ই সপত্নী সহিতে শিৱ পূজা কৰি শিৱৰ বৰত পুত্ৰ লাভ কৰা বাবে পুত্ৰৰ নাম শংকৰ ৰাখিছিল বুলি জনা যায় । 🙏🙏🙏🙏
🙏🙏🙏
@@sriborah 🙏🙏
সেইটোৰ মুৰত মাল নাই বাবে সি বাপেকৰ মুৰত পুতেকে পানী ঢালা কথা কৈছে ।গৰুতকৈও অধম সেইটোও ।
@@asomiaasom6008 🙏🙏🙏
বাপ জনালৈ নমস্কাৰ থাকিল। সদৌ শেষত মই কব বিচাৰিম যে যদি আমি সনাতনী হয় তেন্তে সনাতন ধৰ্মৰ ইতিহাস জনাটো উচিত। কাৰণ মায়াবীৰ গুৰুৰ প্ৰভাবত পৰি মহাজ্ঞানী ৰজা বেণও মতিভ্ৰম হৈ পৰিছিল। সেই সময়ত সেই মায়াবীৰ গুৰু জনা শংকৰদেৱতকৈ কম আগৰণুৱা নাছিল। সেই মায়াবীৰ গুৰুৰ প্ৰভাবত যেতিয়া তেওঁ সনাতন ধৰ্মৰ বিৰুদ্ধাচৰণ কৰিছিল তেতিয়া মুনি সকলে ক্রোধিত হৈ বেণক মন্থন কৰি পৃথুক জন্ম দিছিল। তেতিয়াহে পুনৰ সনাতন ধৰ্ম ৰক্ষা হৈছিল। গতিকে মায়াবীৰ গুৰুৱে জগতক মুহিব জানে কিন্তু যাৰ শিৱ কৃপা থাকিব তেওঁক মায়াবীৰ গুৰুৱে কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে। লগতে প্ৰতিমা পুজা কৰিবলৈ স্বয়ং নাৰায়ণে ইন্দ্ৰদ্যুম্ন ৰজাক আজ্ঞা দিছিল আৰু বিশ্বকৰ্মাই প্ৰতিমা সাজি দিছিল। তেন্তে আপোনাৰ মতে হৰি, বিশ্বকৰ্মাও গৰুতকৈ অধম নহয়নে বাৰু?কীৰ্ত্তন ঘোষাত এই আখ্যান লিখা শংকৰদেৱো সেই লেখত নপৰেনে? আপোনাসবৰ তথ্য এখন শাস্ত্ৰৰ লগত আন খন নিমিলে গতিকে সামাজিক মাধ্যমত আপোনাসবে নাহিব। ভাল নালাগে।
যিবোৰ মানুহে পঢ়িব নাজানে সেইবিলাক মানুহেই Expiry tablet খাই। সেই সকলে কীৰ্তন ভাগৱত কথাবোৰ বুজিব কেনেকৈ! আপুনি কি কয় !
@@nirjurajgogoi319 সনাতন ধৰ্মৰ ইতিহাস নজনা আৰু সনাতন ধৰ্মৰ তত্ত্বক নজনা সকলেই হৈছে মায়াবীৰ গুৰুৰ আদৰ্শত মোহিত। সনাতন ধৰ্মৰ মূল গুৰুজনাৰ প্ৰসাদকেই নিন্দা কৰা বা গুৰু নভজা মনুষ্যই সনাতনী বুলি পৰিচয় দিবলৈ অধিকাৰ কেনেকৈ পালে ? সনাতন ধৰ্মৰ গুৰুকোন? শংকৰ দেৱ,মাধৱ দেৱ নে আন কোনোবা ? নিজৰ গুৰুক চিনি নোপোৱা আজিৰ শিক্ষিত লোকেই বেছিকৈ মায়া গ্ৰস্ত।
@@updeshmala2737 সামাজিক মাধ্যমত আৰু অনুস্থানত আপুনি যোগদান কৰি মানুহ বিলাকক বলিয়া কৰক ।
@@updeshmala2737 আপুনি শংকৰদেৱক মায়াবীগুৰু বুলি কব বিচাৰিছে নেকি
Ishor Krishnoko jitu aino devotaro xomo buloy adhormo murhomuti chouraxi norok bhunji papor junito xitu aboishe hoibeko utopoti🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ দুয়ো জনা বাপক ভক্তি ভৰা সেৱা নিবেদন কৰিছো কৃষ্ণ
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেৱা নিবেদিলো।🙏🙏
সুন্দৰ
সুন্দৰ হৈছে কৃষ্ণ 😅😢
কৃষ্ণ কৃষ্ণ। বাপ জনাই সুন্দৰ ভাবে উপস্থাপন কৰাৰ বাবে সেৱা নিবেদিলো।কৃষ্ণ কৃষ্ণ কৃষ্ণ।প্ৰহ্লাদ হাজৰিকা।উপদেষ্টাৰ।
Bar Sundar upasthapan.suni bar upakrita holo...Krishna .krishna
কৃষ্ণ কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰদেৱ
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
বহু পণ্ডিতৰ মতে হিন্দু ধৰ্ম বিশ্বৰ আটাইতকৈ পুৰণি ধৰ্ম, যাৰ শিপা আৰু ৰীতি-নীতি ৪০০০ বছৰতকৈও অধিক পুৰণি। আজি ১ বিলিয়নতকৈও অধিক অনুগামী থকা হিন্দু ধৰ্ম খ্ৰীষ্টান আৰু ইছলামৰ পিছতে বিশ্বৰ তৃতীয় বৃহত্তম ধৰ্ম। বিশ্বৰ প্ৰায় ৯৪ শতাংশ হিন্দু ভাৰতত বাস কৰে...!
ভাপ জনাৰ গামোচা ভাগ আদৰনিয় নহয় যেন লাগিছে
কলি যুগ ! কলি যুগ! কলি যুগ!
আমাৰ গুৰু শ্ৰীমৎ স্বামী কৃষ্ণপুৰী গোস্বামীয়ে কৈছে -------
" সত্য যুগো কলি যুগ যি জন দুৰ্মতি ।
কলি যুগো সত্য যুগ যি জন সুমতি ।"
কলি ক'ত থাকে সকলোৱে জানে । কলি যদি কোনো স্থানত বা বস্ততে আছে , তেন্তে কলি কেনেকৈ যুগ হ'ল ----প্ৰভু অলপ বুজাই দিবাচোন ।
বৰ ভাল লাগিল
Jayramboljaynarayanaboljaynkrishnaboljayharibol,yes,
কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিল প্ৰভূ।
কৃষ্ণ বাপ 🙏
মই সন্তুস নহলো ।
ভগৱান শ্ৰী কৃষ্ণই যেতিয়া ইন্দ্ৰৰ সভাৰ পৰা পাৰি জাত আনিব গৈছিল তেতিয়া ইন্দ্ৰৰ লগত যুদ্ধ হৈছিল প্ৰথম দিনা যুদ্ধৰ অন্তত শ্ৰীকৃষ্ণই মহাদেৱক পুজা কৰিছিল কাৰণ সেইদিনা আছিল শিৱ ৰাত্ৰী তেখেতেও তেতিয়া লিঙ্গ পূজা কৰিছিল! বৰ্তমান অসমত এক শৰণ ধৰ্মই মানুহক ঘৃণাৰ দৃষ্টি নিক্ষেপ কৰে বুলি মই ভাবো
বৰাদেৱৰ উত্তৰত আমি সন্তুষ্ট হ'ব নোৱাৰিলোঁ। কিয়নো সময়ৰ ব্যৱধানত শাস্ত্ৰৰো টিকা ভাষ্য সলনি হয়। সময়ৰ ব্যৱধানত পৰম্পৰাও সলনি হয়।
কৃষ্ণদেৱৰেকম ব্যপ্তং চৈতন্য ৰূপম্ ।
অন্যে সৰ্বা দেৱা: সম্ভূতাশ্চ মনসা।।
কৃষ্ণ বাপ🙏 সশ্ৰদ্ধ সেৱা সমম্বিতে আপোনাক অভিনন্দন জনালোঁ🙏🙏
আপোনালোকৰ দুজনৰ ভিতৰত পুত্র ভাৰ্য্যা আশা এৰি ধন টকা পইচাৰ আশা ত্যাগ কৰি কোন জনে কৃষ্ণ ভক্তি কৰিছে?তেনেকুৱা এজন এক শৰণীয়াৰ পৰিচয় দিয়ক। যি জনে লিখিছে সেই জনেও 52 বছৰৰ পিছত ঘৈণীয়েক মৰাৰ পিছত বাৰ বছৰীয়া কন্যাক বিবাহ কৰিলে। লগতে এক শৰণ নাম ধৰ্মৰ অৰ্থ কি? এক নাম কৃষ্ণ শব্দটোক কোৱা হৈছেনে নে আৰু এক নামৰ অৰ্থ অন্য আছে।সনাতন ধৰ্মক বিকৃত কৰা সকল কোন?মুল সনাতন ধৰ্মৰ ৰহস্য কি আছিল? এবাৰ মই সাক্ষাৎকাৰ কৰিব বিচাৰো আপোনা সবৰ লগত।
শ্ৰদ্ধাৰে আমন্ত্ৰণ জনালোঁ। সোনকালে সাক্ষাৎ হোৱাৰ আশা প্ৰকাশ কৰিলোঁ।
সুন্দৰ
😊
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ দুজনাৰ চৰণ পঙ্কজত ভক্তি ভৰা সেৱা জনাইছো কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏 কৃতজ্ঞ হ'লো। আপোনালোকৰ আশীৰ্বাদত ধন্য হʼলো।
ভাল নালাগিল
কৃষ্ণ কৃষ্ণ, দুয়োৰো চৰণত সেৱা নাছিলো।বৰ সুন্দৰ আলোচনা ভাল লাগিল। কৃষ্ণ
Krishna Krishna bhal bhal
ভাগৱতৰ মাহাত্ম্যৰ বিষয়ে সকলোৱে ৰহস্য জানিব নোৱাৰে
কৃষ্ণ ই নিজ মুখেৰে উধবৱক কৈ গৈছে কৃষ্ণ
বাপ সকলো বুজিলোঁ।সকলো অসাৰ,পিছে আজিকালি চুলিত ৰং সানি তজ-বজিয়া হৈ ডেকা লৰাৰ নিচিনাকৈ ইউ টিউৱত ব্যক্তিতা দি থকা বিলাকৰ অভাৱ নাই ,নে কি কয় আপুনি?তেওলোকৰ মায়া ভাৱচোন অপৰিসিম।তেতিয়া হলে কি যুক্তিত লোকক হিতোপদেশ দিয়ে।আপোনাৰ পৰা উওৰ পাম বুলি আশা কৰিলোঁ।
Bor sunder kotha kaita srobon korilu.Bap dujonaloi bohut bohut dhanyabad jonalu .krishna.
কৃষ্ণ প্ৰভু সমালোচনা কৰা মূৰুখ মতি কেইজনক ক্ষমা কৰিবা।।
Om namah shivay
কৃষ্ণ 🙏
শ্ৰীবৰাদেৱ, ভাগৱত আচাৰ্য বটা কি, আৰু কোনে প্ৰদান কৰে জনাবচোন।
Krishna Prabhu hewa janalu. Agoloiu aene prabhur Mahan bani huniboloi Pam 🙏🙏🙏
বাপ লিংগ বুলি পুৰুষৰ অংগক নুবুজাই শৰীৰটোক হে বুজাই নেকি
Jar jena.mati.thanks
Om namah shivay 🌺🌹🌹🌺🌻
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏
জয় শ্ৰী কৃষ্ণ জয় শ্ৰীমন্ত শংকৰ
@@kalpanarabha4424 ওঁম শিৱায় নমঃ,ওঁম বিষ্ণুৱে নমঃ ,ওঁম দুৰ্গায় নমঃ ।ঔঁ তৎ সৎ ।
ভাগৱত বৰ্ননা কৰি মানুহক ব্যৱহাৰিক জ্ঞানৰ পৰা আতৰ কৰি নৱ প্ৰজন্মক দুৰ্বল নকৰিব ৷
কৃষ্ণ কৃষ্ণ বাপ সেৱা আগবঢ়াইছো 🙏🏼
কৃষ্ণ 🙏
Shiv ninda Val nalagil .krishna Shiv ek kolewor gotikeBhulanathok heyo Gyan koratu bor dhukloga kotha.🙏🙏
@@asharanidutta7176 হয় কি কৰিব ? একাংশ লোকৰ শিৱ নিন্দা দেৱ দেৱী নিন্দা কৰিলৈয়ে জন্ম হৈছে সিহতে শিৱ নিন্দা আন দেৱ দেৱী নিন্দা বেদ শাস্ত্ৰ নিন্দা আকৰি থাকে কেনেকৈ ?
সময়উপযুগী বাৰ্তালাপ বৰ্তমান যুগৰ এই পৃথিৱীত আনন্দ মনেৰে সকলোৱে শুনা উচিত বুলি আশা ৰাখিলোঁ
ধন্যবাদ। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
শঙ্কৰদেৱে, জন্ম কলি যুগত নে,দাপৰ যুগত নে,সত্য যুগত,কলি যুগতহে জন্ম গ্ৰহন কৰিছিল।
বাপজনাৰ চৰণত সেৱা জনালো 🙏
কৃষ্ণ 🙏
বাপ জন ক্ষমা কৰিব🙏লিংগ শব্দভাগৰ অৰ্থটো আমি প্ৰতিক/চিহ্ন বুলিহে জানি ছিলো। পাৰিলে সংশয় ভাগ ভাঙি দিবচোন। কৃষ্ণ 🙏🙏
চমুকৈ
মহা মহা পাপী সকলে এদিন গৈ গঙ্গা জলত গৈ স্নান কৰিলে যদি পাপ নাশ হয় গঙ্গাৰ তীৰত বস বাস কৰা সকলে সদায় স্নান কৰাৰৰ ফলত স্বয়ং ভগৱানৰ লেখিয়া হব লাগিছিল, প্ৰতিমাত প্ৰাণ প্ৰতিস্থাপন কৰাৰ পিছত বাচা তোমাক কি লাগে বুলি আজি কালি নকয় (যিহেতু আগতে কৈছিল) গতিকে বাস্তৱ যুক্তিৰ আধাৰতেই স্বীকাৰ্য যে এইবোৰ অবাস্তৱ ভ্ৰান্ত ধাৰণা যি সকলে কৰে বা কৰি আছে তেওঁ লোক গৰুত কৈয়ো অধম( গৰু শব্দটো গো পদত বা বেদ আদি মান্যতাৰ আৰ্থত ব্যৱহাৰ হোৱা নাই সৰ্ব সাধাৰণতে কৰি অহা তুচ্য বচনত হৈছে ) । গৰু এটিয়ে প্ৰাকৃতিক ধৰ্ম অনুসৰি জন্তু হৈয়ো যিকন ধৰ্ম জ্ঞান আছে এওঁলোকৰ নাই । জন্তুৰ লগটো এওঁলোক তুল্য নহয় । বৈষ্ণৱ সকলে সেইবাবেই জল তীৰ্থ মূৰ্তিৰ প্ৰ্তি মতি গতি নিদিয়ে সেয়া কৃষক আৰাধনা কৰা পদ্ধতি নহয় ।
"বৈষ্ণৱত নাই ই সৱ মতি" আপোনাৰ অনুভৱৰ লগত আমি একমত হব নোৱাৰিলোঁ । আপুনি কৈছে বৈষ্ণৱ সকলক গুৰুত্ব নিদিয়ে বুলি । "মতি" শব্দৰ দ্বাৰা মন বুদ্ধি মনৰ প্ৰবৃত্তি ইচ্ছা বুজায় গতিকে ভগৱৎ সাধনাৰ মাধ্যমটোকেহে নিদিষ্ট কৰি কৈছে । কাৰণ শেহৰ শব্দটো "কৃষ্ণ বদতি" স্পষ্টকৈ কৈছ কৃষক মতা বা আহ্বান জনোৱা পদ্ধতি। সাধকক মুঠেই বুজোৱা নাই ।
Krishna2 seva dharilu.aparadh binasan tajuname narayan janiname pasilu saran. Jai guru sankar sabbgunakar.
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু।
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Krishna 🙏 bap সমস্ত জনলৈ সেৱা জনালোঁ কৃষ্ণ
কৃষ্ণ 🙏 ভক্তি ভৰা সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ ভাগৱত কথা
ভগৱান শ্ৰীকৃষ্ণৰ আধ্যাত্মিক গুৰু হল দুৰ্বাসা, ভগৱান শ্ৰীৰামৰ আধ্যাত্মিক গুৰু হল বশিষ্ঠ কিন্তু পৰম পূজ্য অসমৰ শ্ৰী শ্ৰী শঙ্কৰদেৱৰ আধ্যাত্মিক গুৰু কোন? যদি পাইছে জনাবচোন।
অতি সুন্দৰ প্ৰশ্ন এভাগ কৰিলে। তাৰ বাবে কিছু কথা কব লগা আছে। পৰবৰ্তী সময়ত video মাধ্যমেৰে দিবলৈ প্ৰয়াস কৰিম। কৃষ্ণ 🙏
Pravu aponar katha bor bahut val nalagil Bhagawat. t ai bor ase ne Jagannath Murti bhag ki haba prabhu aru bagmoy murti buli nakale j manuhak krishna conscious karak bived nakariba
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ দুজনা সেৱা জনালোঁ কৃষ্ণ
আপোনালৈকো সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
বৰ ভাল লাগিল বাপ যনালৈ সেৱা জনালো তেজপুৰৰ পৰা চালো কৃষ্ণ কৃষ্ণ
কৃষ্ণ, বিধায়ক নহয় ,অধ্যায়
আইধাই নহয় অধ্যায়
Krishna xundar prayas bahut najana katha janilu sewa he janalu krishna
অলপ ব্যাকৰণ অধ্যয়নৰ প্ৰয়োজন আছে ।
নাজানিলে বা অধ্যয়ন নেথাকিলে যি কোনো বিষয়ৰ উপৰত মাত নমতাই ভাল ।
আপুনি যদি কোনোবাজন ঈশ্বৰক একান্তভাৱে উপাসনা কৰিছে তেন্তে কৰক আপোনাৰ নিজস্ব কথা সেইবুলি আনক উপলুঙা কৰাটো কি ভকতৰ লক্ষণ???
গীতা ভাগৱতৰ গইনা লৈ আনক এনেকৈ উপহাস নকৰিবলৈ সকিয়াই দিলোঁ ।
মই নিজেয়ো এক কৃষ্ণৰ বাদে আনক আৰধনা নকৰোঁ সেইবুলি মই আনৰ ধৰ্মক বেয়া বুলি ক'বলৈ বা যুক্তি দেখাবলৈ যোৱাটো ভুল হ'ব এনে কাম দুনাই নকৰিব লাগে আপুনি বাপেই হ'ক বা সাপেই হওঁক ok?
যাৰ মুৰত মাল মগজু নাই তেনে প্ৰাণীয়ে শিৱক ,দেৱ দেৱীক ,বেদক,আন লোকৰ উপাশ্য ভজনীয় দেৱক আন লোকৰ ভক্তি ধৰ্মক নিন্দা বিৰোধ কটুসমালোচনা কৰিবই সেয়াই স্বাভাবিক ।তাহাতৰ মন মগজু সিমানেই নিম্ন খাপৰ ।
কৃষ্ণ কৃষ্ণ আমি কৃতাৰ্থ হলোঁ
শ্ৰদ্ধাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏
বাপ সাজ পোচাকত নতশিৰ কৰা নাই তেখেত ৰ ব্যাখ্যা ত হে নতশিৰ কৰিছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ 🙏 ☺️ বুজিছো বাপ 🙏
তেখেতক অবগত কৰিম 🙏
সুন্দৰ।
Krishna Prabhu Ami haua jonalu
আপোনালৈকো আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ
😊@@sriborah
প্ৰভু , শ্ৰীহৰি বিষ্ণু ভগৱানে কি শিৱ লিংগ পুজাঁ কৰিছিল জানিব বিচাৰিছো ৷
Krisna🙏🙏🙏🙏
Kisrio
Krishna. 🙏. Krishna
হিন্দু ধৰ্মৰ প্ৰসাৰ
পবিত্ৰ গ্ৰন্থ, আচাৰ-ব্যৱহাৰ, দৃশ্য আৰু পৰিবেশন কলাৰ জৰিয়তে হিন্দু ধৰ্মই পৃথিৱীৰ আন আন ঠাইলৈ বিয়পি পৰে। হিন্দু ৰাজ্যসমূহে থাইলেণ্ড, নেপাল, বাৰ্মা, মালয়েছিয়া, ইণ্ডোনেছিয়া, কম্বোডিয়া, লাওছ, ফিলিপাইনছ আৰু বৰ্তমানৰ মধ্য ভিয়েটনামকে ধৰি সমগ্ৰ দক্ষিণ-পূব এছিয়াত এই ধৰ্ম আৰু পৰম্পৰা বৰ্তি আছে...!
জয় কৃষ্ণ ❤❤❤❤
Joy Sri Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️🙏🙏❤️🙏🙏❤️
হৃদয়ত হে পায়
প্ৰভু , শ্ৰীহৰি বিষ্ণু ভগৱানে কি শিৱ লিংগ পুজাঁ কৰিছিল জানিব বিচাৰিছো ৷
অসম কলংক আবৰ্জনা বিষাক্ত প্ৰাণী বোৰৰ হাতত শ্ৰীহৰি ব্ৰহ্মা বিষ্ণু কৃষ্ণই পূজা আৰাধনা কৰা শিৱ ,শিৱলিঙ্গৰ কথাৰ উত্তৰ নাই দিব নোৱাৰে
সিঁহতৰ ভাগৱত বেলেগ সিহতে পঢ়া শাস্ত্ৰবোৰত ব্ৰহ্মা বিষ্ণু ৰাম শ্ৰীৰাম কৃষ্ণই শিৱ পূজা শিৱলিঙ্গ পূজাৰ কথা নাই আছে শিৱনিন্দা দেৱদেৱী নিন্দাহে ।
@@anjanasom-t4zসিঁহতৰ ভাগৱতত শিৱ নিন্দা ,দেৱ দেৱী নিন্দা ,সনাতন বেদধৰ্ম নিন্দা ,আন গুৰু নিন্দা আন ধৰ্মনিন্দা আছে কাৰণেই সিঁহতে সেই ভাগৱত পঢ়ি নিন্দাবাদ কৰি আছে ।যদি সিঁহতৰ ভাগৱতত নিন্দাবাদ নাথাকিলহেতেন তেতিয়াহলে সিঁহতে নিন্দাবাদ নকৰিলহেতেন ।
মহাপুৰুষ শ্ৰী মন্ত শংকৰ দেৱ গুৰুজনাই ভাগৱত আচাৰ্য উপাধি পোৱা নাই এইজনে কেনেকৈ পালে সেই উপাধি
Duija🎉
আপোনাৰ লগত মই টিভি চেনেলত বহি অকণমান আধ্যাত্মিক দিশৰ বিষয়ত আলোচনা কৰিব বিচাৰিছো। আহিবনে?
নিশ্চয় বাপ জনা, আপোনাৰ contact নাম্বাৰ ভাগ দিব
Krishna krishna krishna pranam
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏
এৰিলে আচাৰ ধৰ্ম নভইলা কিছু জাত কৰ্ম।হৈবে সু দ্ৰ সব ৰজা সমস্ত প্ৰজাৰ।শ্ৰাদ্ধ হো ম বেদ মন্ত্ৰ গুচি ব আচাৰ।তেবে কলি যুগ অন্টে প্ৰভু ভগ্ বন্তে কল্কি ৰূপ ধৰি জ গ তকে শিক্ষাই বন্ট।।দেৱ দত্ত ঘূতকত উঠীয়া মূ্ ৰাৰী অধৰ্ম্মিক কাটি বন্ত বিছাৰি বচাৰি।। 2য় স্কন্ধ।। কলিৰ শেষত হৈ ব কল্কি অৱতাৰ।কাটি মাৰি মে ল চক কৰিব বুণ্ডামাৰ।। বিষ্ণু পুৰাণ চাব লাগিব। কেশৱ শিৱ শিৱ ঘোঁ সি ও স দা য়।।শঙ্কৰদেৱ কৃ ত্ত ন।। ঈশ্বৰ এজনেই বিভিন্ন নাম।প্ৰকৃতি এগৰাকী। নাজানি বোলে নিন্দা বাণী।।ব্ৰহ্মা হৰ হলায়োধ লক্ষ্মী প্ৰীয় জাযা পৰম সুন্দৰ দেখা ইটো মোৰ কাযা।। মিচলিযা ভক্তি ঘোঁৰাৰ সিং গা ৰ। চিংগা ৰত্ত ক টি ফাঁ তে তত নাই তাৰ।।কোটি সূৰ্য্য সম জ্যোতি আছিলা বিদ্যমান হৰি শৰীৰৰ ক্ৰা নতী ভৈলন্ত বিস্তাৰ।।দক্ষিণে পঞ্চাছ কোটি যোজন অন্তৰ।পঞ্চনন ত্ৰিনেত্ৰ ধাৰী দেখিতে অনুপম।।যাৰ জন্ম মৃত্যু না ই তা ক অজ বোলে।।গোবিন্দ ।
নাৰায়ণ নাৰায়ণ নাৰায়ণ 🙏🙏🙏
হৰ হৰ মহাদেৱ ।ব্ৰহ্মাণ্ডৰ অধিকাৰী শিৱ সনাতন ।ওঁম নমঃ শিৱায় ।ঔঁ।