নাম-অপৰাধ। কি কি ক্ষেত্ৰত নাম অপৰাধ ঘটে ? প্ৰভৃতি...।

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.ค. 2024
  • #নাম অপৰাধ #পদ্ম পুৰাণ #কীৰ্তন #ভাগৱত #knowladge #দৰ্শন

ความคิดเห็น • 261

  • @probinasonowal1610
    @probinasonowal1610 18 วันที่ผ่านมา +3

    তুমি বহুত ভাল কথা কলা।এইটো kiliyar হব পাৰি ভাল লাগিল ।ধন্য তুমি।

    • @sriborah
      @sriborah  18 วันที่ผ่านมา

      ধন্য ঈশ্বৰ অথবা পৰমেশ্বৰ, ধন্য সৎ ভকত জন, আমি কেৱল প্ৰয়াস হে কৰিছোঁ। তদুপৰি কথাখিনি সৎ ভাবে লোৱা বাবে ধন্য আপোনাৰ চিত্ৰ। আপোনাৰ মন্তব্যৰ বাবে আমি কৃতজ্ঞ হ'লো, কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @RajbongshiBorah
    @RajbongshiBorah 20 วันที่ผ่านมา +2

    আপোনাৰ প্ৰতিটো ব্যাখ্যাৰ বাবে অপেক্ষা কৰি থাকো। শ্ৰদ্ধাৰে আপোনাক সেৱা আগবঢ়ালোঁ 🙏🙏। আপোনাৰ প্ৰতিটো ব্যাখ্যাৰ তত্ত্ব সমূহে আমাক নতুন জ্ঞানৰ সন্ধান দিয়ে। ধন্যবাদ বাপ 🙏🙏🙏

    • @sriborah
      @sriborah  20 วันที่ผ่านมา

      আপোনালোকৰ আশীৰ্বাদত কৃতজ্ঞ হ'লো প্ৰভূ 🙏🙏 কৃষ্ণ কৃষ্ণ 🙏

  • @binapanichetia582
    @binapanichetia582 16 วันที่ผ่านมา +3

    বৰ সুন্দৰ ❤😂❤

    • @gunadharsaikia2818
      @gunadharsaikia2818 16 วันที่ผ่านมา +2

      Prabhu. Sarwan. Kari. Anandra. Lagil. ❤😊

    • @sriborah
      @sriborah  16 วันที่ผ่านมา

      অতি আনন্দ পালোঁ। কৃষ্ণ 🙏

  • @pradipdas4146
    @pradipdas4146 15 วันที่ผ่านมา +2

    আপোনাৰ নাম অপৰাধৰ বাখ্যা শুনি অতিকৈ ধন্য হলো ।

    • @sriborah
      @sriborah  15 วันที่ผ่านมา

      আপোনাৰ মন্তব্যৰ বাবে কৃতজ্ঞ হ'লো কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @RanjuBora-ui3wi
    @RanjuBora-ui3wi 7 วันที่ผ่านมา +2

    জানিব পাৰি ভাল লাগিল কৃষ্ণ কৃষ্ণ কৃষ্ণ

    • @sriborah
      @sriborah  6 วันที่ผ่านมา

      আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏

  • @all_in_one4315
    @all_in_one4315 7 วันที่ผ่านมา +1

    কৃষ্ণ ,আপোনৰ নাম অপৰাধ আলোচনা ভাগি শুনি ভাল লাগিল । ভগবানৰ নাম প্ৰচাৰ হোৱাটো ভাল ।ক

    • @sriborah
      @sriborah  6 วันที่ผ่านมา

      ধন্যবাদ কৃষ্ণ 🙏

  • @binabora5025
    @binabora5025 21 วันที่ผ่านมา +2

    Krishna Krishna 🙏🙏 xuni val lagil xewa jonisu 🙏

    • @sriborah
      @sriborah  21 วันที่ผ่านมา

      ধন্যবাদ 🙏। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @user-xh5wm9qx5w
    @user-xh5wm9qx5w 23 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏 সেৱা নিবেদিছু বাপ 🙏 আপুনি সকলোৱে মংগল হোৱাকৈ বহুত গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে 🙏 আমাৰ মনৰ আন্দিত হৈছোঁ 🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏🌻🌾🌺🌷🪷

    • @sriborah
      @sriborah  23 วันที่ผ่านมา

      আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏। কৃষ্ণ কৃষ্ণ 🙏। আপোনালোকৰ আশীৰ্বাদৰ বাবে কৃতজ্ঞ হ'লো, কৃষ্ণ 🙏

  • @himanibanikya8168
    @himanibanikya8168 14 วันที่ผ่านมา +2

    krishna krishna বাপ বহুত ংভাল লাগিল

    • @sriborah
      @sriborah  14 วันที่ผ่านมา

      কৃষ্ণ 🙏, ধন্যবাদ থাকিল আপোনালৈ

  • @gitabaruah712
    @gitabaruah712 3 วันที่ผ่านมา +1

    Nam oporadh huni bohut val lagil

    • @sriborah
      @sriborah  3 วันที่ผ่านมา

      ধন্যবাদ কৃষ্ণ 🙏🙏

  • @AmusedElephant-oc7ne
    @AmusedElephant-oc7ne 22 วันที่ผ่านมา +1

    সুন্দৰ পৰিবেশন কৰা হৈছে কৃষ্ণ কৃষ্ণ সেৱা জ্নালো

    • @sriborah
      @sriborah  22 วันที่ผ่านมา

      ধন্যবাদ 🙏 কৃষ্ণ 🙏

  • @binaprovasaikia8555
    @binaprovasaikia8555 5 วันที่ผ่านมา +1

    ,বহুত বহুত ধন্যবাদ কৃষ্ণ কৃষ্ণ

    • @sriborah
      @sriborah  5 วันที่ผ่านมา

      কৃষ্ণ কৃষ্ণ। আপোনাৰ মন্তব্যৰ বাবে কৃতজ্ঞ হ'লো কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @ranjitdutta3411
    @ranjitdutta3411 21 วันที่ผ่านมา +3

    হৰি চৰণ সদা আৰাধান্ত ব্ৰহ্মা হৰ পুৰন্দৰ । হেন হৰি পদে শৰণ নলৱে কিনো বুদ্ধিহীন নৰ ।।(২৭৯ ) জগতৰ নাথ সংসাৰৰ আদিমূল । বিষ্ণুকেহে পূজি প্ৰথমতে দিবো ফুল ।। বিষ্ণুতে অৰ্পিবো যত পূজা যজ্ঞ দান । বিষ্ণু ব্যতিৰেকে দেৱ নাজানোহো আন ।। ২৬ ইয়াত শিৱৰ কথা ক'ৰ পৰা আহিল !!!

    • @sriborah
      @sriborah  21 วันที่ผ่านมา

      কৃষ্ণ কৃষ্ণ 🙏🙏। হয় হয় ইয়াত শিৱৰ নাম উল্লেখ নাই। আমি নাম অপৰাধৰ কাৰন সমূহ হে ব্যক্ত কৰিছোঁ। কোন শ্ৰেষ্ঠ,, কাক পূজা কৰিব, কাক নকৰিব সেই কথা প্ৰকাশ কৰা নাই। কেৱল কোনো জনক নিন্দা নকৰা কথাটোৱে প্ৰকাশ কৰা হৈছে।
      তথাপি অজ্ঞাতে যদিও আপোনাৰ অন্তৰত কষ্ট দিলোঁ তেন্তে অপৰাধ বিনাশন 🙏🙏🙏
      কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏

  • @anjalidutta3807
    @anjalidutta3807 17 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ 🙏 সুন্দৰ ব্যাখ্যা,🙏🙏

    • @sriborah
      @sriborah  17 วันที่ผ่านมา

      কৃষ্ণ 🙏

  • @user-rj7nf1fj8z
    @user-rj7nf1fj8z 15 วันที่ผ่านมา +3

    অতি জানিব লগা কথা কৈছে

    • @sriborah
      @sriborah  15 วันที่ผ่านมา +1

      ধন্যবাদ 🙏। কৃতজ্ঞ হ'লো। কৃষ্ণ 🙏☺️

  • @munindraborgohain6054
    @munindraborgohain6054 23 วันที่ผ่านมา +1

    Bhut.val.lagil. bap.Krishna🙏🏻🌄🙏🏼

    • @sriborah
      @sriborah  23 วันที่ผ่านมา

      ধন্যবাদ, কৃষ্ণ 🙏

  • @robinborah5848
    @robinborah5848 4 วันที่ผ่านมา +1

    Sundar bhaykha❤❤❤

    • @sriborah
      @sriborah  4 วันที่ผ่านมา

      কৃতজ্ঞ হ'লো আপোনাৰ আশীৰ্বাদৰ বাবে 🙏 কৃষ্ণ

  • @devinjli186
    @devinjli186 20 วันที่ผ่านมา +1

    বৰ সুন্দৰ বাখ্যা আগবঢ়াইছে 🙏🙏

    • @sriborah
      @sriborah  20 วันที่ผ่านมา

      ধন্যবাদ 🙏 আৰু আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏 কৃষ্ণ

  • @sumitradeka3599
    @sumitradeka3599 14 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

    • @sriborah
      @sriborah  14 วันที่ผ่านมา

      কৃষ্ণ 🙏

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 17 วันที่ผ่านมา +4

    কৃষ্ণ কৃষ্ণ

    • @sriborah
      @sriborah  17 วันที่ผ่านมา

      কৃষ্ণ 🙏

  • @LovelyDreamCatcher-xu8vh
    @LovelyDreamCatcher-xu8vh 8 วันที่ผ่านมา +1

    Sondar hoise bora bap

    • @sriborah
      @sriborah  7 วันที่ผ่านมา

      আন্তৰিকতাৰে ধন্যবাদ জনালো বাপ 🙏🙏

  • @atulborah1665
    @atulborah1665 23 วันที่ผ่านมา +1

    কৃষ্ণ। সুন্দৰ বিশ্লেষণ।

    • @sriborah
      @sriborah  22 วันที่ผ่านมา

      আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ। কৃষ্ণ 🙏

  • @amritkumarnath6463
    @amritkumarnath6463 20 วันที่ผ่านมา +2

    সুন্দৰ

    • @sriborah
      @sriborah  20 วันที่ผ่านมา

      ধন্যবাদ 🙏 কৃষ্ণ

  • @alakadeka-bf4ui
    @alakadeka-bf4ui 5 วันที่ผ่านมา +1

    Sundar. Katha. Vallagil

    • @sriborah
      @sriborah  5 วันที่ผ่านมา

      ধন্যবাদ 🙏। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏

  • @user-hq3sh9ed7u
    @user-hq3sh9ed7u 22 วันที่ผ่านมา +1

    Bahut val lagiise

    • @sriborah
      @sriborah  22 วันที่ผ่านมา

      ধন্যবাদ, কৃষ্ণ 🙏

  • @user-eq3kn5xd8l
    @user-eq3kn5xd8l 17 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ🙏🙏🙏

    • @sriborah
      @sriborah  16 วันที่ผ่านมา

      কৃষ্ণ 🙏

  • @BobyboruahBobyboruah-jr8nv
    @BobyboruahBobyboruah-jr8nv 14 วันที่ผ่านมา +2

    Krishna Krishna

    • @sriborah
      @sriborah  14 วันที่ผ่านมา

      কৃষ্ণ 🙏

  • @lakhipatar6362
    @lakhipatar6362 9 วันที่ผ่านมา

    কৃষ্ণ বাপ শতকৌটি প্ৰনাম জনালোঁ নাম অপৰাধৰ বিষয়ে অৱগত কৰা কাৰনে ধন্যবাদ জনালোঁ৷কৃষ্ণঃ৷

    • @sriborah
      @sriborah  9 วันที่ผ่านมา

      কৃষ্ণ কৃষ্ণ 🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏

  • @gitabaruah712
    @gitabaruah712 3 วันที่ผ่านมา +1

    Krisno krisno🙏🙏🙏🙏🙏

    • @sriborah
      @sriborah  3 วันที่ผ่านมา

      কৃষ্ণ কৃষ্ণ 🙏🙏

  • @munindraborgohain6054
    @munindraborgohain6054 7 วันที่ผ่านมา +1

    Akola.abar.sarban.ai.vag..jnibar.bhut.eshsa.asil.Krishna. Krishna. 🙏🏻🙏🏻🙏🏻🙏🏻

    • @sriborah
      @sriborah  6 วันที่ผ่านมา

      কৃষ্ণ কৃষ্ণ 🙏🙏। আপোনাৰ আগ্ৰহৰ বাবে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏

  • @soonmonikalita5832
    @soonmonikalita5832 24 วันที่ผ่านมา +1

    Bohut vl lgil sir ❤

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      ধন্যবাদ দেই ☺️

  • @jonaramkakoti
    @jonaramkakoti 19 วันที่ผ่านมา +1

    বহুত ভাল লাগিল , কৃষ্ণ কৃষ্ণ

    • @sriborah
      @sriborah  19 วันที่ผ่านมา +1

      ধন্যবাদ 🙏 কৃষ্ণ কৃষ্ণ

  • @nizarabora8203
    @nizarabora8203 20 วันที่ผ่านมา +1

    ভাল লাগিল চাৰ 🙏🙏

    • @sriborah
      @sriborah  20 วันที่ผ่านมา

      ধন্যবাদ ☺️

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 24 วันที่ผ่านมา +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      কৃষ্ণ কৃষ্ণ 🙏

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 16 วันที่ผ่านมา +2

    কৃষ্ণ

    • @sriborah
      @sriborah  16 วันที่ผ่านมา

      কৃষ্ণ 🙏

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 24 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      আপোনালোকলৈও সেৱা আগবঢ়ালোঁ 🙏 কৃষ্ণ

  • @JuriKonwarRay
    @JuriKonwarRay 16 วันที่ผ่านมา +2

    🙏🙏

    • @sriborah
      @sriborah  16 วันที่ผ่านมา +1

      কৃষ্ণ 🙏

  • @dristimahanta2072
    @dristimahanta2072 21 วันที่ผ่านมา +1

    সুন্দৰ হৈছে

    • @sriborah
      @sriborah  21 วันที่ผ่านมา

      ধন্যবাদ 🙏 কৃষ্ণ

  • @prasantadas984
    @prasantadas984 20 วันที่ผ่านมา +1

    Bast hundor lagil.

    • @sriborah
      @sriborah  20 วันที่ผ่านมา

      আপোনাৰ মন্তব্যত কৃতজ্ঞ হ'লো প্ৰভূ 🙏। কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @TarunBorah-bl8ci
    @TarunBorah-bl8ci 18 วันที่ผ่านมา +2

    ভাল লাগিল কৃষঞ.

    • @sriborah
      @sriborah  18 วันที่ผ่านมา

      ধন্যবাদ। কৃষ্ণ 🙏

  • @manuramabaruah1266
    @manuramabaruah1266 19 วันที่ผ่านมา +2

    ,😁🙏🙏🙏bor val koise

    • @sriborah
      @sriborah  19 วันที่ผ่านมา +1

      Thank you

  • @minatimedhi591
    @minatimedhi591 19 วันที่ผ่านมา +1

    বহুত ভাল লাগিল ❤

    • @sriborah
      @sriborah  19 วันที่ผ่านมา

      ধন্যবাদ 🙏 কৃষ্ণ

  • @utpalborah6858
    @utpalborah6858 19 วันที่ผ่านมา +1

    Aponak dhanyabad bahut najana katha janilu 🙏🙏🙏

    • @sriborah
      @sriborah  19 วันที่ผ่านมา

      ধন্যবাদ 🙏 । আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏🙏

  • @dancer_krishna_baruah5952
    @dancer_krishna_baruah5952 12 วันที่ผ่านมา +1

    ভাল লাগিল প্ৰভূ কৃষ্ণ কৃষ্ণ

    • @sriborah
      @sriborah  11 วันที่ผ่านมา

      আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏

  • @Artoemorion
    @Artoemorion 24 วันที่ผ่านมา +1

    Sir emn dhuniya

    • @sriborah
      @sriborah  24 วันที่ผ่านมา +1

      ধন্যবাদ দেই, 😀

  • @bhabanikalita6075
    @bhabanikalita6075 24 วันที่ผ่านมา +1

    Thanks bahut val lagise

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      ধন্যবাদ 🙏

  • @probinasonowal1610
    @probinasonowal1610 19 วันที่ผ่านมา +1

    Bor hundor khotha

    • @sriborah
      @sriborah  19 วันที่ผ่านมา

      ধন্যবাদ 🙏

  • @hemchandrahazarika5509
    @hemchandrahazarika5509 7 วันที่ผ่านมา +1

    🙏🙏🙏

    • @sriborah
      @sriborah  6 วันที่ผ่านมา

      কৃষ্ণ 🙏

  • @Paulbasumatariy
    @Paulbasumatariy 22 วันที่ผ่านมา +1

    আপোনাৰ প্ৰত্যেকটো ভিডিঅ' এ চাও । বৰ সুন্দৰকৈ ব্যাখ্যা কৰে আপুনি বাপ 🙏 কৃষ্ণ

    • @sriborah
      @sriborah  22 วันที่ผ่านมา

      ঈশ্বৰৰ কৃপা আৰু আপোনালোকৰ আশীৰ্বাদৰ বাবে কৃতজ্ঞ হ'লো, কৃষ্ণ 🙏🙏

  • @gaurikalita4976
    @gaurikalita4976 22 วันที่ผ่านมา +1

    Krishna bap ...........

    • @sriborah
      @sriborah  22 วันที่ผ่านมา

      কৃষ্ণ কৃষ্ণ 🙏

  • @shridharsarkar
    @shridharsarkar 16 วันที่ผ่านมา +2

    কোন কোন নামে প্ৰাকিতিক দুৰ্য্যুগৰ পৰা ৰক্ষা কৰিব পাৰে ? ___ যেনে:--- বানপানী ,
    গড়া খহনীয়া , ভুমিকাস্প , ধুমুহা, অতি খৰাং বতৰ , আৰু (কলেৰা , কৰুণা মহামাৰী) |

    • @sriborah
      @sriborah  16 วันที่ผ่านมา +1

      তাৰ কাৰণে মানৱৰ কৰ্ম হে জগৰীয়া বাপ। আপুনি ব্যক্ত কৰা বানপানী, গড়া খহনীয়া, ভূমিকম্প, অতি খৰাং আদি সমস্যা সমূহ কিয় হৈছে, তাৰ কথা ভাগ চিন্তা কৰিলেই, আপোনাৰ উত্তৰতো পোৱা যাব। কৃষ্ণ 🙏

  • @pranjalbharali2560
    @pranjalbharali2560 18 วันที่ผ่านมา +2

    Krishna 🙏🙏🙏

    • @sriborah
      @sriborah  18 วันที่ผ่านมา

      কৃষ্ণ কৃষ্ণ 🙏🙏

  • @pradiptalukdar7798
    @pradiptalukdar7798 22 วันที่ผ่านมา +1

    আচলতে বিষ্ণু আৰু শিৱ ভিন্ন দুই নাম কিন্তু দুয়োৰে স্বৰূপ এক অৰ্থাৎ দুই ভিন্ন নাম ব্যক্তি এজনেই ৷

    • @sriborah
      @sriborah  22 วันที่ผ่านมา

      একেবাৰে শুদ্ধ সত্য, সেই তত্ত্ব কথা ভাগেই জনা প্ৰয়োজন। কৃষ্ণ 🙏

  • @user-ie3ko9gw3i
    @user-ie3ko9gw3i 24 วันที่ผ่านมา +1

    Bor hundor koi baakkhya kora hoise.

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      ধন্যবাদ 🙏

  • @lukumailekharu1022
    @lukumailekharu1022 24 วันที่ผ่านมา +1

    Bohutbhal lagil.

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      ধন্যবাদ 🙏 কৃষ্ণ

  • @meghali__sharma5339
    @meghali__sharma5339 12 วันที่ผ่านมา +1

    Bhut val lagil 🙏🏼🙏🏼🙏🏼🙏🏼

    • @sriborah
      @sriborah  11 วันที่ผ่านมา

      আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏

  • @Lipibora
    @Lipibora 19 วันที่ผ่านมา +1

    Bohut kotha janu dei apunar video pora

    • @sriborah
      @sriborah  19 วันที่ผ่านมา

      ধন্যবাদ 🙏☺️ কৃষ্ণ

  • @bineetadutta4754
    @bineetadutta4754 21 วันที่ผ่านมา +1

    Val lagil pravu

    • @sriborah
      @sriborah  21 วันที่ผ่านมา

      ধন্যবাদ 🙏 কৃষ্ণ 🙏🙏☺️

  • @Hemkantha
    @Hemkantha 21 วันที่ผ่านมา +1

    Krishna baap 🙏🙏🙏

    • @sriborah
      @sriborah  21 วันที่ผ่านมา

      কৃষ্ণ কৃষ্ণ 🙏

  • @gnd1382
    @gnd1382 22 วันที่ผ่านมา +2

    মহাপুৰুষ শংকৰ গুৰুজনাই সদাশিৱ মহাদেৱৰ সুকীয়া কীৰ্ত্তন ৰ ব্যৱস্থা কৰা নাই। অন্য দেৱ দেৱী বুলিলে কাক বুজাই জনাব চোন অনুগ্ৰহ কৰি।

    • @sriborah
      @sriborah  22 วันที่ผ่านมา

      গুৰুজনাই নিন্দা কৰিবলৈও কোৱা নাই সুধিজন প্ৰভূ🙏🙏। নিনিন্দিবা নভজিবা বুলি কথা এষাৰো আছে। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏

  • @swabinachutia1475
    @swabinachutia1475 23 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

    • @sriborah
      @sriborah  23 วันที่ผ่านมา

      কৃষ্ণ কৃষ্ণ 🙏

  • @priyadoleypegu597
    @priyadoleypegu597 10 วันที่ผ่านมา +1

    Jai shree krishna ❤️🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼

    • @sriborah
      @sriborah  10 วันที่ผ่านมา

      কৃষ্ণ কৃষ্ণ 🙏

  • @AnimaSonuwal-oj3es
    @AnimaSonuwal-oj3es 19 วันที่ผ่านมา +1

    Kirichna.kirichna❤❤❤.val.lagil.

    • @sriborah
      @sriborah  19 วันที่ผ่านมา

      ধন্যবাদ। কৃষ্ণ কৃষ্ণ 🙏🙏

  • @hemchandrahazarika5509
    @hemchandrahazarika5509 7 วันที่ผ่านมา +1

    🙏🙏🙏🙏 27:34

    • @sriborah
      @sriborah  6 วันที่ผ่านมา

      🙏

  • @RanuBorah-pm9ni
    @RanuBorah-pm9ni 24 วันที่ผ่านมา +1

    Xundor

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      ধন্যবাদ 🙏 কৃষ্ণ

  • @runumidas8664
    @runumidas8664 19 วันที่ผ่านมา +2

    Krishna. Najana Katha janilu.

    • @sriborah
      @sriborah  19 วันที่ผ่านมา

      ধন্যবাদ 🙏 কৃষ্ণ কৃষ্ণ 🙏

  • @rupadehingia5595
    @rupadehingia5595 20 วันที่ผ่านมา +1

    Krishna🙏

    • @sriborah
      @sriborah  20 วันที่ผ่านมา

      কৃষ্ণ

  • @bharatikalita898
    @bharatikalita898 24 วันที่ผ่านมา +1

    Krishna krishna krishna

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      কৃষ্ণ 🙏

  • @user-ps8tm1vx4i
    @user-ps8tm1vx4i 19 วันที่ผ่านมา +1

    সুন্দৰ ব্যাখ্যা

    • @sriborah
      @sriborah  19 วันที่ผ่านมา

      ধন্যবাদ 🙏

  • @rupamdutta5042
    @rupamdutta5042 22 วันที่ผ่านมา +1

    Krishna

    • @sriborah
      @sriborah  22 วันที่ผ่านมา

      কৃষ্ণ 🙏

  • @mukulkolita5959
    @mukulkolita5959 15 วันที่ผ่านมา +2

    পাঠৰ অপৰাধৰ ওপৰত এটি VDO পালে নিশ্চয় কৃতাৰ্থ হব কৃষ্ণ।

    • @sriborah
      @sriborah  15 วันที่ผ่านมา

      নিশ্চয় সোনকালে প্ৰয়াস কৰিম। কৃষ্ণ 🙏🙏

    • @BhoktaSonowal
      @BhoktaSonowal 14 วันที่ผ่านมา

      😊😊😊

  • @utpalkrgogoi7430
    @utpalkrgogoi7430 15 วันที่ผ่านมา +3

    দাদা নমস্কাৰ গ্ৰহণ কৰিব । আপোনাৰ যোগাযোগ নম্বৰ টো দিব নেকি,,,,,

    • @sriborah
      @sriborah  15 วันที่ผ่านมา

      WhatsApp number 6001568867

    • @utpalkrgogoi7430
      @utpalkrgogoi7430 12 วันที่ผ่านมา

      @@sriborah ধন্যবাদ

  • @user-ux1rp6sh2e
    @user-ux1rp6sh2e 9 วันที่ผ่านมา

  • @arunpathak2120
    @arunpathak2120 20 วันที่ผ่านมา +2

    0:46 শিৱ আৰু বিষ্ণুৰ গুণ নামৰ ভিন্ন দেখিলেহে নাম অপৰাধ হয়।

    • @sriborah
      @sriborah  20 วันที่ผ่านมา

      হয় হয়। কৃষ্ণ 🙏 সেই কথা ভাগৰে তত্ত্ব অনধাৱন নকৰি সমাজত ভুল ব্যাখ্যা হৈ থাকে।

  • @user-ui5cm4fw3u
    @user-ui5cm4fw3u 12 วันที่ผ่านมา +1

    কৃষ্ণ কৃষ্ণ বাপজন কীৰ্তনৰ শ্লোকটো ব্ৰাখা দিব চোন ।আপোনাৰ এনে ব্ৰাখাই বহুত উপকৃত কৰিব।

    • @sriborah
      @sriborah  12 วันที่ผ่านมา

      আপোনালোকৰ আশীৰ্বাদত সোনকালে প্ৰয়াস কৰিম। কৃষ্ণ 🙏

  • @tutumonibordoloi8513
    @tutumonibordoloi8513 24 วันที่ผ่านมา

    কৃষ্ণ কৃষ্ণ‌ বাপ আপোনাৰ লৈ সেৱা। নিবেদিলো ।

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      ধন্যবাদ 🙏 কৃষ্ণ আপোনালৈকো সেৱা আগবঢ়ালোঁ 🙏

    • @anantabarman-6652
      @anantabarman-6652 24 วันที่ผ่านมา

      Namaparadhar 10 Lakshanto. Aru Aber dibo krishna

    • @sriborah
      @sriborah  22 วันที่ผ่านมา

      ​@@anantabarman-6652, নিশ্চয় প্ৰয়াস কৰিম। কৃষ্ণ 🙏🙏

  • @NabinChDeka
    @NabinChDeka 24 วันที่ผ่านมา

    সুন্দৰ ভাল লাগিল

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      ধন্যবাদ, কৃষ্ণ 🙏

  • @biswajitbaruah3564
    @biswajitbaruah3564 24 วันที่ผ่านมา +1

    Kisu Luke koi hastrar katha bilak besikoi janile pagal habo lagiba , hakalure mat bilak janile kheli meli lagi jai ,kak erim kak dharim , asal katha bilak kune bujai kabo , ami ati adham prbhu ,
    khyma kariba manat bahu prasnar khelimeli lagi ase , agate najanisilu tetiai bhal asil ,alpo bidyai mur vakatir pathtu khelimeli lagaise kio janu , moi brahmania hamajar ,moi jag,jagya,puja patal eibilak hakalu bad di ishar krisnak bhajana karu belegak nakaru mur bhul hoise neki baru , parthana bilakeu takei koi ase ,

    • @sriborah
      @sriborah  22 วันที่ผ่านมา +1

      আপোনাৰ খোলা অন্তৰৰ কথাখিনি প্ৰকাশ কৰা বাবে কৃতজ্ঞ হ'লো প্ৰভূ 🙏।
      আপুনি যুগ ধৰ্ম হিচাপে উপযুক্ত পথ গ্ৰহণ কৰিছে। কলিত মূলতঃ এক ঈশ্বৰ কৃষ্ণ হৰি নামেই শ্ৰেষ্ঠ। এক হৰি নামৰ সমানতা পূজা, যাগ-যজ্ঞ হ'ব নোৱাৰে। আপুনি যুগ ধৰ্ম হিচাপে উপযুক্ত আৰু শ্ৰেষ্ঠ মাৰ্গত আছে। মনৰ সংসয় দূৰ কৰি একমাত্ৰ কৃষ্ণত আশ্ৰয় গ্ৰহণ কৰক 🙏🙏। আপোনালৈ আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ। কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @taramaiphukan8785
    @taramaiphukan8785 13 วันที่ผ่านมา +1

    হে বাপ একেখন শাস্ত্ৰকে সকলোৱে পঢ়ে। তথাপিও একাংশই কিয় শিৱ আৰু কৃষ্ণক ভেদ কৰি দেখুৱাই ভাগ ভাগ কৰিছে।সেইসকল নাম অপৰাধত পাৰিবনে নপৰে?মহ প্ৰসাদকে ধৰি ছোৱালী বিয়া দিয়া লৈকে। সিহঁতৰ কি হ'ব?নৰকত বস হ'ব নে নাই জনাব চোন। কৃষ্ণ কৃষ্ণ

    • @sriborah
      @sriborah  12 วันที่ผ่านมา +3

      কৃষ্ণ কৃষ্ণ 🙏। নাৰায়ণ বা কৃষ্ণ শ্ৰেষ্ঠ, সেই ভাগ কথা সৰ্ব্ববিদিত। মনুষ্যৰ মতি অনুসৰি কৃষ্ণ আৰু শিৱক যি জনে যাকে ভজনা কৰে, সেই হিচাপে ফল পাব। কিন্তু এজনক শ্ৰেষ্ঠ দেখুৱাবলৈ গৈ আনজনক নিন্দা কৰিলে নাম অপৰাধত পৰিব বুলি পদ্ম পূৰাণ আৰু শঙ্কৰ গুৰুৰ কীৰ্তনতো উল্লেখ আছে। … (বাকী বিবাহ আৰু মাহ-প্ৰসাদৰ কথা নক‌ও, যিহেতু সমাজ ভেদে নীতি আৰু সংস্কাৰ বেলেগ হ'ব পাৰে।, কিন্তু শাস্ত্ৰ আৰু ঈশ্বৰ বেলেগ হ'ব নোৱাৰে)
      কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏

  • @user-if6wp6od8d
    @user-if6wp6od8d 13 วันที่ผ่านมา +1

    Krishna 🙏

    • @sriborah
      @sriborah  13 วันที่ผ่านมา

      কৃষ্ণ 🙏🙏

  • @PallabiboruahPallabiboruah
    @PallabiboruahPallabiboruah 19 วันที่ผ่านมา +1

    Krishna Krishna Krishna

    • @sriborah
      @sriborah  19 วันที่ผ่านมา

      কৃষ্ণ কৃষ্ণ 🙏🙏

  • @bdcreation1222
    @bdcreation1222 19 วันที่ผ่านมา +1

    Krishna 🙏🙏🙏🙏

    • @sriborah
      @sriborah  19 วันที่ผ่านมา

      কৃষ্ণ 🙏🙏

  • @boomcomics8745
    @boomcomics8745 22 วันที่ผ่านมา +1

    Jugal::::::::::::Kun bidh naam shrestha.jonabosun.

    • @sriborah
      @sriborah  22 วันที่ผ่านมา

      কলি যুগত শ্ৰেষ্ঠ কেৱল এক হৰি নাম। কিন্তু সেই এক হৰি নাম ল‌ওতে বেলেগৰ নিন্দা নহ'লে ভাল হয় বুলি আমাৰ ব্যক্তিগত অভিমত।

  • @saratmedhi3923
    @saratmedhi3923 21 วันที่ผ่านมา +1

    কৃষ্ণ 🙏

    • @sriborah
      @sriborah  21 วันที่ผ่านมา

      কৃষ্ণ 🙏

  • @jiyashribora7697
    @jiyashribora7697 24 วันที่ผ่านมา

    সুন্দৰ ছাৰ 🙏

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      ধন্যবাদ

  • @manasdeka6801
    @manasdeka6801 8 วันที่ผ่านมา

    Joy guru Shanker 🙏🏻❤

    • @sriborah
      @sriborah  8 วันที่ผ่านมา

      কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏

  • @mridusmitaboruah9108
    @mridusmitaboruah9108 24 วันที่ผ่านมา +1

    পাসন্দ মন্থনৰ কথা জনাব

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      নিশ্চয় প্ৰয়াস কৰিম 🙏 কৃষ্ণ

  • @nirjurajgogoi319
    @nirjurajgogoi319 22 วันที่ผ่านมา +1

    বেদৰ বিহিত যত আছে ধৰ্ম সঙসাৰত সবে হৰি নামৰ কিঙকৰ ..... বুলি কয় যদিও বেদৰ প্ৰয়োজনীয়তা আছে।

    • @sriborah
      @sriborah  22 วันที่ผ่านมา

      হয় , জ্ঞানৰ কাৰণে আছে। কৃষ্ণ 🙏

    • @nirjurajgogoi319
      @nirjurajgogoi319 20 วันที่ผ่านมา

      ভাগৱতত লিখা আছে " ......হেন দেৱ ত্য়জি যিটো আন দেৱ পূজৈ ৰাক্ষস অসুৰ সি একোৱে নুবুজৈ " এইপদফাকিয়ে সমাজ ধঙ্স কৰিছে নেকি! যদি পদফাকিয়ে সমাজ ধঙ্স কৰিছে বুলি আপুনি ভাৱে, আপোনাৰ মতামত আগবঢ়ায় যেন। কৃষ্ণ।

    • @sriborah
      @sriborah  19 วันที่ผ่านมา +1

      সামগ্ৰিক ৰূপে কবলৈ গ'লে ভাগৱত ৰ ক'তো শিৱক নিন্দা কৰা কথা প্ৰকাশ কৰা নাই। কৃষ্ণ 🙏🙏

    • @nirjurajgogoi319
      @nirjurajgogoi319 19 วันที่ผ่านมา

      হয় শিৱক বা আন দেৱ দেৱীক যে নিন্দা কৰিব লাগে সেইটোও নাই কোৱা । কিন্তু এজন মহাপণ্দিতে কৈছে যে ভাগৱতৰ সেই পদফাকিয়ে সমাজ ধঙ্স কৰিছে বুলি এটা ভিডিঅ'ত কৈছে আৰু পদফাকি ব্য়াখ্য়া কাৰ্জনক টো তীব্ৰ ভাষাৰে কৰ্কথনা কৰিছেই লগতে লিখাজনকো আঘাত কৰিবলৈ কোণ্ঠাবোধ কৰা নাই। কৃষ্ণ।

  • @minuchekanidhara8163
    @minuchekanidhara8163 24 วันที่ผ่านมา +1

    এনেকৈ বুজাই দিয়া বাবে উপকৃত হৈছোঁ৷কৃষ্ণ কৃষ্ণ

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      কৃষ্ণ

  • @phuleswarrabha6142
    @phuleswarrabha6142 24 วันที่ผ่านมา +1

    হৰি হৰৰ যুদ্ধ হৈছিল দেখোন৷ ভেদজ্ঞান নাথাকিলে যুদ্ধ হ’লহেঁতেন নে ? বুজিবই নোৱাৰি দেখোন৷

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      ভক্তক অথবা আশ্ৰয় গ্ৰহণ কৰা জনক ঈশ্বৰ ভগৱন্ত সব্বক্ষনে সহায়ক হিচাপে থাকে। হৰি-হৰৰ যুদ্ধ এটা বিশেষ কাৰ্য সম্পন্ন কৰা হেতুহে হৈছিল। কৃষ্ণ 🙏

  • @kalyaniborah3940
    @kalyaniborah3940 18 วันที่ผ่านมา +1

    Bapjon bhokate jetia aniyam kore seitu apotikorileu namapradh hoineki sidina pitry barsikat sarai orihona 1400 bisarise

    • @sriborah
      @sriborah  18 วันที่ผ่านมา +1

      সেই ভাগ, ভকতৰ হে অপৰাধ, নামক আশ্ৰয় কৰি ব্যৱসায় কৰিলেও নাম অপৰাধত পৰে। কৃষ্ণ কৃষ্ণ 🙏

  • @profullakalita1818
    @profullakalita1818 21 วันที่ผ่านมา

    THANKS

    • @sriborah
      @sriborah  21 วันที่ผ่านมา

      Welcome

  • @bogiboro783
    @bogiboro783 20 วันที่ผ่านมา +2

    🙏🙏🙏🪔JAYGURU

    • @sriborah
      @sriborah  20 วันที่ผ่านมา

      কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏

  • @Jmahanta644
    @Jmahanta644 24 วันที่ผ่านมา +1

    শ্ৰদ্ধাৰ বক্তা জনৰ ৪নং আৰু ৬নং অপৰাধ ৰ আগবঢ়োৱা ব্যাখ্যাটিৰত সন্তোষ্ট হ'ব নোৱাৰিলো দেখুন? কৃষ্ণ কৃ্য,

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      অপৰাধ ক্ষমিব, যদি আপোনাৰ হৃদয়ৰ ক'ৰবাত কষ্ট দিলোঁ 🙏🙏। আপোনালৈ অনুৰোধ হে 🙏 যে পদ্ম পূৰাণ আৰু শঙ্কৰ গুৰুজনাৰ কীৰ্তন ঘোষা ভাগ অলপ গভীৰকৈ চাব।
      কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏

  • @lilibarua-lc1pv
    @lilibarua-lc1pv 24 วันที่ผ่านมา

    kridna3

  • @lilibarua-lc1pv
    @lilibarua-lc1pv 24 วันที่ผ่านมา

    ktisna3.

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      কৃষ্ণ

  • @_rock_dhiraj2958
    @_rock_dhiraj2958 14 วันที่ผ่านมา +2

    Krishna Krishna🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

    • @sriborah
      @sriborah  14 วันที่ผ่านมา

      কৃষ্ণ 🙏

  • @bkduari73
    @bkduari73 4 วันที่ผ่านมา

    বক্তাজনে 'গুণ নাম' ৰ অৰ্থ বুজা নাই। গতিকে ব্যাখ্যা শুদ্ধ হোৱা নাই।

    • @sriborah
      @sriborah  4 วันที่ผ่านมา

      আমি নৰাধম, কৃপা কৰি আপোনাৰ শুদ্ধ উত্তৰ ভাগ প্ৰকাশ কৰি দিলে কৃতাৰ্থ হ'ম। কৃষ্ণ 🙏

  • @user-mv3hb3rh6i
    @user-mv3hb3rh6i 24 วันที่ผ่านมา +23

    Bor hundor hoise 🙏

    • @sriborah
      @sriborah  24 วันที่ผ่านมา +10

      ধন্যবাদ 🙏

    • @jayramchoudhury138
      @jayramchoudhury138 11 วันที่ผ่านมา +1

      M​@@sriborah

  • @updeshmala2737
    @updeshmala2737 24 วันที่ผ่านมา +1

    নাম অপৰাধ কি কি কাৰণত হয়
    1) শিৱ প্ৰসাদ গ্ৰহণ নকৰো
    2)শিৱ ভকতৰ গৃহত অন্ন গ্ৰহণ কৰিলে ধৰ্ম ব্যাভিচাৰ হব
    3)শিৱ মন্দিৰত সেৱা ললে ধৰ্ম ব্যাভিচাৰ হব
    4) শিৱ ভগৱান নহয় দেৱতাহে এনেধৰনৰ প্ৰকাশ কৰাটো
    5)শিৱ ভক্তক দেখিলে ভঙৰুৱা বুলি ভৱাটো।
    6) কৃষ্ণ বুলি কৈ সেৱা লৈ শিৱ বুলি সেৱা লবলৈ ভয় লগাটো।
    অৰ্থাৎ উচ্চ আসনত বহি একাংশ লোকে ধৰ্ম প্ৰচাৰ কৰি থকা গুৰু আৰু ভকত সকলোৱে নাম অপৰাধি। শুনিবলৈ অশুৱনি হলেও সত্য। কৃষ্ণ হৰ হৰ মহাদেৱ

    • @sriborah
      @sriborah  24 วันที่ผ่านมา

      আপুনি এক পক্ষৰ মতবাদ দিছে বাপ।🙏 আপুনি কোৱা কথাখিনি স্বয়ং মহাদেৱে নাম অপৰাধৰ ১০ লক্ষণৰ ভিতৰত প্ৰকাশ কৰা নাই। আপুনি নিগম শাস্ত্ৰ, পূৰাণ সমূহ গভীৰকৈ চোৱাৰ প্ৰয়োজন আছে বাপ। 🙏
      কৃষ্ণ 🙏 অপৰাধ ক্ষমিব যদি আপোনাৰ হৃদয়ৰ ক'ৰবাত কষ্ট দিলোঁ।

    • @updeshmala2737
      @updeshmala2737 24 วันที่ผ่านมา

      @@sriborah আপোনাৰ মতে মই কোৱা কথাখিনি নাম অপৰাধত নপৰে নহয়নে? গভীৰ ভাৱে আপোনাসবে চিন্তা কৰা দৰকাৰ।মই কোৱাবোৰ কীৰ্ত্তন ঘোষাত শিৱই কোৱা দহ নাম অপৰাধৰ লগত সামঞ্জস্য আছে। আপুনিও এক পক্ষ হিচাপে বুজিবলৈ এৰিলে মোৰ কথাবোৰ বুজি পাব।

    • @nirjurajgogoi319
      @nirjurajgogoi319 22 วันที่ผ่านมา +1

      শৈৱপন্থী সকলে কৃষ্ণৰ নাম নলয় কিন্তু বৈষ্ণৱ পন্থীসকলে পাৰ্থক্য নাৰাখি নাম কীৰ্তন কৰে যেনে " ও হৰি দেহু দৰিশন শিৱ সনাতন ....."

    • @updeshmala2737
      @updeshmala2737 22 วันที่ผ่านมา

      @@nirjurajgogoi319 শিৱ প্ৰসাদ নিন্দা কৰা পাষণ্ড সকলে কিবা জানেনে? শিৱ প্ৰসাদ নিন্দা কৰা সকল মনুষ্যৰ লেখত নপৰে। এইটো মই কোৱা নাই সনাতন পুৰাণ শ্রুতি সমুহে প্ৰকাশ কৰিছে। সাধুক চিনি নোপোৱা অহংকাৰী সকলে কি জানিব সাংখ্য দৰ্শনৰ বিষয়ে।ভকত হলে নহব সাধু হব পাৰিব লাগিব।

    • @sriborah
      @sriborah  22 วันที่ผ่านมา +2

      ​@@updeshmala2737 ভকত আৰু সাধু সকলে আনৰ নিন্দা নকৰে, বাক্যত উদণ্ডতা নানে । কিন্তু বাপ, আপোনাৰ বাক্য খিনিত নিন্দা আৰু অহংকাৰ দুয়োটা দেখা গ'ল।
      কৃষ্ণ কৃষ্ণ 🙏 মনোকষ্ট দিলোঁ যদি অপৰাধ বিনাশন। কৃষ্ণ কৃষ্ণ 🙏🙏