শ্ৰীকৃষ্ণ দৰ্শন (মানৱে শিকিব লগা কথা)। পুতনা, কালিনাগ, কংস আদি অপ শক্তি সমূহ মানৱৰ দেহত থকা প্ৰসঙ্গ।

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ม.ค. 2025

ความคิดเห็น • 26

  • @ProbinaSonowal-h3t
    @ProbinaSonowal-h3t 9 วันที่ผ่านมา

    তোমাৰ সুন্দৰ কৃষ্ণৰ মহিমাৰ কথা শ্ৰৱণ কৰি বহুত জ্ঞান লাভ কৰিবলৈ সক্ষম হলো আৰু আনন্দিত হলো। কৃষ্ণ কৃষ্ণ কৃষ্ণ ....

  • @munindraborgohain6054
    @munindraborgohain6054 2 หลายเดือนก่อน

    Krishna. Kripalu.bap❤🎉❤🎉

  • @asharanidutta7176
    @asharanidutta7176 2 หลายเดือนก่อน

    Hundor hosai bor Val lgise..Krishna🙏🙏

  • @ProbinaSonowal-h3t
    @ProbinaSonowal-h3t 2 หลายเดือนก่อน +1

    ভাল লাগিল।পুনৰ নতুন জ্ঞানৰ আশাত ....

  • @rudrakantaborah410
    @rudrakantaborah410 2 หลายเดือนก่อน

    কৃষ্ণ শঙ্কৰ গুৰু হলিৰাম, কৃষ্ণৰ কৃপা মিলক ❤

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @bhaskarborah7929
    @bhaskarborah7929 หลายเดือนก่อน

    ঈশ্বৰ পৰম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ
    অনাদিৰ আদি গোবিন্দ সৰ্বকাৰণ কাৰণম ❤

  • @jinagogoi7287
    @jinagogoi7287 หลายเดือนก่อน

    Krishna kirshna

  • @nizarabora8203
    @nizarabora8203 2 หลายเดือนก่อน +1

    বৰ ভাল লাগিল।🙏♥️

  • @nibirbaruahvii-b-1713
    @nibirbaruahvii-b-1713 2 หลายเดือนก่อน

    Bohut dhunia ❤🌹👍🏻👌🙏

  • @SumiBaishya-g6q
    @SumiBaishya-g6q 2 หลายเดือนก่อน

    Probhu sewa dhoriso❤❤

  • @pollakgoigoi6455
    @pollakgoigoi6455 หลายเดือนก่อน

    প্ৰভু জনাৰ চৰণ কমলত আমাৰ ভক্তি ভৰা সেৱা জনাইছোঁ ...
    প্ৰভু জনাৰ হোৱাটচ এপ নম্বৰ টো পোৱা হব নি বাৰু ... পাৰিলে কৃপা কৰিব চোন

    • @sriborah
      @sriborah  หลายเดือนก่อน

      6001568867 কৃষ্ণ কৃষ্ণ 🙏🙏

  • @baniktchutia2259
    @baniktchutia2259 2 หลายเดือนก่อน +1

    Hanuman je purna krishna tar praman pale nai muk najonaleje.youtubet Bani kt chutia sach kori mur video sai alap hiki louk.

  • @nirmalsaikia3658
    @nirmalsaikia3658 2 หลายเดือนก่อน

    Krishna boradeb pl give your mobile

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 2 หลายเดือนก่อน

    কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো পুতলা হল‌ পুতনাহে হ'ব লাগিছিল নেকী কিছুমান লোকৰ সেই টোৱৱেই আলোচনা বিষয় হব‌ মোৰ ভুল হ'ব পাৰে দোষ নধৰিব কৃষ্ণ
    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ

    • @RajbongshiBorah
      @RajbongshiBorah 2 หลายเดือนก่อน

      কৃষ্ণ কৃষ্ণ 🙏, লিখা ব্যক্তিজনৰ টাইপ কৰাত ভুল হৈছিল বুলি জানিবলৈ পালোঁ। এতিয়া শুদ্ধ ৰূপ হ'ল। আপুনি আঙুলিয়াই দিয়া বাবে আপোনালৈ বৰা বাপজনে কৃতজ্ঞতাৰে সেৱা আগবঢ়াইছে। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম।