বাৰ্তালাপত আজিৰ অতিথি চক্ৰপাণি পৰাশৰৰ সৈতে আকাশ দ্বীপ ||baartalaap||
ฝัง
- เผยแพร่เมื่อ 4 ต.ค. 2024
- আঙুৰলতা হৰাৰ কাৰণ কি আছিল? দুটাকৈ কেলেংকাৰীত নিজৰ নাম সাঙোৰ খোৱাক লৈ কি কয় আকাশ দ্বীপে? নিৰ্বাচন খেলিলে কোন দলৰ পৰা টিকট বিচাৰিব তেওঁ? বাৰ্তালাপত আজিৰ অতিথি চক্ৰপাণি পৰাশৰৰ সৈতে আকাশ দ্বীপ
#Akashdeep
#angurlatadeka
#ChakrapaniParashar
#Baartalaap
#Assam
Akashdeep interview with Chakrapani Parashar
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
আপোনাক বহুত দিনৰ পিছত দেখিছোঁ পৰাশৰ দা , আৰু অনুষ্ঠানটো সচাকৈ বহুত ধুনীয়া লাগিছে
মোৰ দুয়ো জনকেই ভাল লাগে।
আকাশদ্বীপ দা ক সেই চলগৰী দিনৰ পৰাই ভাল লাগে।
Bhabi asilu manuh jon kole gol kihot eman busy ase, aji bht dinr murt dekhilu aponar joriyote..val lagil ,ru teo jate hunkale hustha hoi uthe tarei kamona korilu vogobanor usorort🙏
চক্ৰ দা আপোনাক বিছাৰি FB ত Post দিম ভাবিছিলো।ভাল লগা সাংবাদিক জন ❤️❤️
আকাশ দা ক হাৰিব নালাগে সদায় আগুৱাই যাওক।
প্ৰিয় অভিনেতা মোৰ সঁচাই 😌❤️❤️❤️❤️❤️
ফিজিওথেৰাপি নিয়মীয়াকৈ কৰি থাকক৷সােনকালে সুষ্ঠ হৈ উঠক তাকেই কামনা কৰিছাে৷
I am from Batadrava (Borduwa) Constituency . But I still remember Akash as a good actor. I remember watching the 'Jaanmoni' and 'Chal gori' in my college days.
আমাৰ পাপু (আকাশ) দা, সোনকালে সুস্থ হওঁক আৰু অভিনয় জগতলৈ পুনৰ ঘূৰি আহক । God bless u dada..🤗
ৰাইজৰ টকা খাই খাই একদম নোদোকা গাহৰি হেন হৈছে।
Hosai
Beleg diso viii
Ha ha
😂😂😂👍👍👍
Amarawati playground t 9 lakh toka marile fild khon borbad korile
মোৰ পূৰ্বৰ প্ৰিয় অভিনেতা জন আকাশ দা ❤️ আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো 🙏
আকাশ দা প্ৰতি ঘৰ চাহ শ্ৰমিকৰ হৃদয়ত আছে, আছিল আৰু থাকিব। আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলোঁ ভগৱন্ত প্ৰভূৰ ওচৰত ককাইদেউ।
বাৰ্তালাপ সুন্দৰ এটি মনোমোহা মনোৰম অনুষ্ঠান
ভাল লাগিল চাই দুগৰাকীকে অন্তৰ পৰা যাচিছোঁ
হিয়াভৰা আন্তৰিক অভিনন্দন শুভ কামনা ৰে অশেষ ধন্যবাদ।
তেওঁ যে আকৌ অভিনয় কৰিব সেইটো শুনিয়েই ভাল লাগিল ❣️
বেয়া নাপাব পৰাশৰ দাদা,
অভিনেতা ভাল পাওঁ কিন্তু ৰাজনৈতিক নেতা ভাল নাপাওঁ তাতে আকৌ অভিনেতা ৰাজনৈতিক নেতা হোৱাৰ কথা একেবাৰেই সহ্য কৰিব নোৱাৰো।
মই এটা কথা বুজি নাপাওঁ আগৰ অসমৰ একাংশ অভিনেতা অভিনেত্রীয়ে নিজৰ স্বাস্থ্যটোৰ প্ৰতি গুৰুত্ব কিয় নিদিয়ে । সকলো বুলি ক'ব নোৱাৰি, তাৰ ভিতৰত ৰবি দা, বৰষা বা, আইমী বৰুৱা, নয়ন নীলিম এওঁলোকৰ কথা সুকীয়া । কাম কামৰ জেগাত থাকিব । স্বাস্থ্যই পৰম সম্পদ । 👍
আজি মোৰ ভাল পোৱা মানুহ জনক দেখা পালো ।❤️
চক্ৰ দা❤️❤️
জিম জাব দা কস্ত কৰিব ভাল সু স্বাস্থ্য আৰু ভাল শৰীৰ আকষ্ নীয় হৈ থাকিবলৈ
ভাল হৈ আহ।লেট্ৰিনৰ টকা খাব লাগিব।
Alop sambhali kobi
দাদাৰ খবৰ টো বহুত আগতে পাইছিলো, আপোনাক এনেদৰে সুস্হ অৱস্হাত দেখা পায় ভাল লাগিল , ❤️
আকাশ দ্বীপ তুমি অভিনয় জগত খনতে । থাকা বহু ত ভাল লাগিব অভিনয়ৰ পৰা আকাশ দ্বীপ সকলোৱে চিনি পায় গতিকে অভিনয়ৰ জগত খনতে থাকা👍❤
কৃষ্ণ, ভগবন্তই কৃপা কৰক আপোনাক
Akash dak dekhi khub bhale palu,bemarar Katha khuni he dhukh palu.Akash da Jen jaldi arogyo kamona korilu.And Sakro da long live,bartalaap long live
May God bless you.... Akash da.
Wish you always good health Akash Da.....Stay blessed👍👍👍
সুস্থ - গঠণাত্মক চিন্তা ধাৰাৰ এক সুন্দৰ অনুষ্ঠান ।
My favorite Actor ✨🍁💖
Agote Assamese movie suwa bilake janibo .....mur kun2 favourite actor ❤️ Akash daa
God bless you 🙏🙏🙏
জনপ্ৰিয় অভিনেতাজন অভিনেতা হৈয়ে থাকিব লাগিছিল।
Xoru thakote Iman val lagisil ....Akash daak ..atia val nlga hol.....kio anekwa hoi gl...Iman val avinetajon .....belegr nisina maintain koribo lage Alp ....abhinoi Ari beleg dikhe gol kba
দুখীয়া টকা খাই খাই এই বিলায় হল ।
Right 👍
হয়তো
One of the beautiful talk😊🥰💜true emotions
Chakrapani sir u r always loving for me..
Kinto interview loa manuh jon ...k he sini napaloo..
সমষ্টিৰ মানুহৰ টেঞ্চন বোলে 😂😂😂😂😂😂
Blg manuhor interview lbo nuare nkii Chakrapani Daa .. Boht manuh ase,teulukor interview lbosun..sai val lgibo 😌
Nija mati anisa hopai 😂
Hi
View lage
ভাল লাগিল। আপোনাৰ সুস্বাস্থ্য আৰু আৰোগ্য কামনা কৰিলোঁ।
God bless u 🙏🙏🙏🙏🙏🙏🙏🙏
সোনকালে সুষ্ঠ হৈ উঠক তাৰে কামনা ৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো ।
Letrin চুৰ টো নহয় জানো
Hoi hoi
Ama fildo 9 lakh toka lutile
@@rajudrivinglover2109 ghur durniti aru biht ustadi manu amar usr he ghr
আকাশ দ্বীপ, আকাশ দ্বীপ হৈ থকা হলেই ভাল আছিল। মৰম বেছি পালেহয়
❤️❤️❤️thanks you sir
❤️❤️🔥🔥💕💕
Val loga ovineta jon mur 💕💕💕💕
Mur prio ovineta akash deep .....xonkal a xustho hok tekhet
Aponi Mur favourite asile, but atia jiman val paisilo tatkoi bohut besi beya Lage aponak, 1st niropekho houk Moi kio xkolouye val pabo, aponar dance Mur favourite asile, babilei Dukh Lage, Agor Akash deep ru atiar Akash deep 😥😥😥😥
ৰাজনীতিত নোযোৱা হ’লে ছাগৈ সংসাৰ খনো ঠিকে থাকিলে হয় আৰু দেহাও ঠিকে থাকিলে হয় ৷ প্ৰিয় মানুহবোৰ কষ্টত থকা দেখিলে আমাৰো দুখ লাগে ৷
Homosti mnuhr tensiont pressure stroke ......💃💃💃💃
Akash deep amar horu kalor fav hero.chalgori r pora hero loike okol teo re film sai thaku.
Athkhelia namghorot teo okhusto thoka obosthate log paisilu.jen amr sinaki tenedore kotha patisil. Val houk hunkale
ভগৱান , আল্লাহ ই ১০০শতাং ভাল কৰক।
Akash da always God blessing you ❤️
আকাশ দা মোৰ প্ৰিয়
অনুষ্ঠান টো কেৱল আপোনাক ভাল লাগে কাৰণে চাইছোঁ ।
চক্ৰ পানী দা আপুনি
Nice🙏
কিছুমান বহুত ভাল মানুহ আছে অসমত তেওঁলোকৰ interview ললে ভাল লাগিব,
Love from Mangaldoi.. My Favorite hero
ধেই আকাখ দ্বিপ দাদা পেটটো তেকেলিৰ ৰুপ লৈছে চোন
Everything is possible if pray to god
সমষ্টিৰ মানুহৰ টেনছন ল’বলৈ ই কোন? বিধায়ক নেকি
😂😂😂
@@rupanjali6258 হয় দেই আচৰিত
Akash da, don't mind.. We r always with u.,
Samastir manuhor tension.... what a joke 🙄😝😝😝
Love you Akash Daa 😍😍😘😘😘😘
ভগৱানে আপোনাক ভালে ৰাখক
ৰাইজৰ টকা খাই খাই পেট ওলাই গল, আৰু আনজনে ৰাস্তাত দৌৰি দৌৰি এতিয়া ভাগৰি গল, হা হা হা , কথাতে কয় নহয় যেনে কৰ্ম তেনে ফল,
সচাকৈ
Sub thak
God bless u
Bohut val lage bartalap
My fevorite Assamese actore
আকাশ দ্বীপৰ flim আহিলে এইবাৰ hero হব নোৱাৰিব বাপেক ৰুল পাব
চক্ৰ ঘূৰি ঘূৰি এইবাৰ বাৰ্তালাপ পালেগৈ😁😁😁
D news flop hol
মাল টো কম পাই হপাই 😂😂😀
Ghuri ghuri last goi jagai nuhuwa hobo..kiman Aru ghuribo?
Apuni ajon hero apuni nijor fitnessr khyal rakhibo ....weight maintain korok...apunar film bhut bhl laga muk apunar actingu bhut bhal laga .plss tk care of ur health
ৰাইজৰ টকা খোাৱা আৰু গম পাবি
Bhut val lagil
Good bless you Akash dada
ভাল লাগিল
Yes
agor Akashdeep iman morom loga asil.khin hoi thakute.atia petala hoi eku val nologa hol.
Love you akash da
Bohut val lage
Akashdip dekhi moibuhut bhallagisil
Solgori buli kole xei dhunia lora Tu loi monot pore... Akash deep kiman Or sage crush hoi porisil, but xomoy jen hokolo bor karhi loi jai... So bad...
Agote muku Akasshdeep dar nisina buli koi. Amar usoror gaon khonot teu theatre koribo ahisile. Tetiya bahirot suwali bure teu buli mukei saisile.
মোৰ ভাল লগা অভিনেতা ❤❤❤
Sobi lage sir
Vl nlg
সমষ্টি মানুহৰ tension 🤣🤣
Good helth ৰ কামনা কৰিলোঁ
Akash da aponar acting sai bhut val lagile. Agoleo val lagibo
Angur tenga
Jadi moi danger tate baa hl ki but moi uprar maal. Love you zubeen dada ...you always grateful
My best actor
Hero returns nahobo .kakar saritro lobo dai.pet tu dekhi voi lagise.,🍉🦂🦟🐜
Moi jab bisaru apunar BARTA LAAP t
Akash deep dar aru mor dewtar photo assse akeloge uthaaa
Chakrapani dada apuni mr crush hy 😘😘
Nice ,god bless you
অৰাজনৈতিক ভিডিঅ'বোৰ দিবলে চেষ্টা কৰিব।
এইবাৰ কৃষ্ণ চক্ৰ ঘুৰিল
Pet tu dhunia lagise
Raije bula besia val pai henu baydowk 😁🍒kua he hunisu dei aru vindayuku tu paiaa 😆😂❣️
Raijor Toka khai ...logte ktharu masor dore ipithi hipithi... Australian Gahore dore nhoi ki hb....
Barapujiya frild khon khunkale meramati korok... 2019 kam 2021 pale hi. 9 lakh kam2 loi 70 haja toka kam kori baki poisa luti dile aji ama fildo pora assam police interviewe karone practice koribo nuwara holu eman val fild khon sob borbad korile.... Dhika disu ami lora suwali bure apunak.