APSCত ১৪ সংখ্যক স্থান দখল কৰিছে দৰিদ্ৰ পৰিয়ালৰ ৰুবু বৰা

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ม.ค. 2025

ความคิดเห็น • 497

  • @prastutirabha9116
    @prastutirabha9116 หลายเดือนก่อน +178

    যে মই দুখীয়া হিচাপে জন্ম লৈছো সেইটো মোৰ কাৰণে একো লাজৰ কথা নহয়কিন্তু ইমান খিনি মাঁ দেউতাই কৰাৰ পিছতো যদি মই দুখীয়া হৈ মৃত্যু হ'ব লগা হয় , সেইটোহে মোৰ বাবে লাজৰ কথা ।
    কথাষাৰে মন চুই গ'ল।❤

    • @KD-dj1iq
      @KD-dj1iq หลายเดือนก่อน +9

      Haitu tar dialogue nohoi Bill Gatesor

    • @Krishan_moni_Nath
      @Krishan_moni_Nath หลายเดือนก่อน

      Right ❤

  • @hirakjyotidas_
    @hirakjyotidas_ หลายเดือนก่อน +12

    আমাক এনেকুৱা এজন ACS বিষয়াকেই লাগে। যত দুৰ্নীতি মুক্ত হব লাগে।
    বহুত বহুত শুভেচ্ছা ৰুবু দা___❤❤

  • @syedafarhin157
    @syedafarhin157 หลายเดือนก่อน +62

    দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হব নোৱাৰে, তাৰেই জ্বলন্ত উদাহৰণ ৰুবু বৰা,যথেষ্ট ভাল লাগিল কথা খিনি।

  • @palvlogs3919
    @palvlogs3919 หลายเดือนก่อน +18

    চিধা কথা দৰিদ্ৰতাৰ কাৰণে নহয় মেধাৱী কাৰণে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ❤

  • @gitarthazgmedhi.
    @gitarthazgmedhi. หลายเดือนก่อน +23

    53:01 কি ধুনীয়াকৈ explain কৰি কথাখিনি কৈছে ❤ সঁচাকৈ অদ্ভুত 😊

  • @urvashidevi4416
    @urvashidevi4416 หลายเดือนก่อน +22

    ৰুবু বৰা আপুনি কোৱা কথাবোৰ শুনি এনেকুৱা লাগে যে সৎ আৰু সততাৰে আগুৱাই যোৱা এজন জীৱন যুদ্ধৰ দুৰন্ত সৈনিক | ভবিষ্যতে এই বোৰ কথা বুকত বান্ধি আগুৱাই যাওঁক | শুভকামনা থাকিল |

  • @RameshKonwar-t2y
    @RameshKonwar-t2y หลายเดือนก่อน +26

    ৰুবু বৰা সচাঁই APS পোৱাৰ যোগ্য ।আমাৰ ফালৰ পৰা বহুত বহুত অভিনন্দন । ধন্যবাদ

    • @Solvindicator
      @Solvindicator 18 วันที่ผ่านมา

      He got ACS which is even bigger than APS !!

  • @BhabenHandique-c5k
    @BhabenHandique-c5k หลายเดือนก่อน +6

    চক্ৰ দাৰ অনুষ্ঠান বুলি কলেই বঢ়িয়া ❤❤❤ দুয়োৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

  • @SKY-gf3ux
    @SKY-gf3ux หลายเดือนก่อน +12

    Usually I don't comment in any of the TH-cam videos but today could not resist myself from commenting.. Feeling again proud of being Gohpurain... We have witnessed his journey from 12th to APSC ..... We know the amount of struggle he has been through... He has become the inspiration for all of us. We too come from the same background as Rubu da and he has teached us not to give up in any situation. He has proved that if we have self belief than we can achieve anything that we desire for. He is truly an amazing personality.

  • @JitendraKumar-mw4zx
    @JitendraKumar-mw4zx หลายเดือนก่อน +7

    মানুহক অবস্থাই সন্মান নিদিয়ে কৰ্ম হে দিয়ে 🙏

  • @dibiyahajong-bk3kl
    @dibiyahajong-bk3kl หลายเดือนก่อน +19

    Rubu Borai kuwa protitu words and sentences emanei vl koi khunisu j first sentence khunar pasot next sentence khunar hepah hoise ❤ bohut inteligent hoi 🙋‍♀️

  • @PoliGogoi-yw3jy
    @PoliGogoi-yw3jy หลายเดือนก่อน +14

    কথা বোৰ ইমান ধুনীয়াকৈ কৈছে বৰ মৰম ৰুবু সদায় এনেকৈ থাকিবা

  • @pranitaroybhuyan6186
    @pranitaroybhuyan6186 หลายเดือนก่อน +3

    ৰুবু বৰা এজন ভাল লৰা বুজি পালোঁ। তেওঁকলৈ ইমান বাতৰি হৈছে যদিও এটা কথা উল্লেখ হোৱা নাই। চৰকাৰী বিদ্যালয় আছে বাবে এওঁলোক সফল হ'ব পাৰিছে। চৰকাৰী বিদ্যালয় বন্ধ হ'লে বহু প্ৰতিভা সম্পদ হেৰুৱাব লাগিব। গতিকে চৰকাৰী বিদ্যালয়ৰ সমস্যা চৰকাৰে সমাধান কৰিব লাগে। ৰুবুয়েও ক'ব লাগে

  • @dipankarrahang1297
    @dipankarrahang1297 หลายเดือนก่อน +7

    His presence of mind 😮
    His cute smile
    His presentation just wow....
    Apunar 1% hbo parileu bhoot..

  • @nasir123mandal
    @nasir123mandal หลายเดือนก่อน +32

    প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো ইমান এটা সুন্দৰকৈ interview পতাৰ কাৰণে।
    দ্বিতীয়তে,প্ৰথমৰ পৰা শেষলৈ interview খন চালো কথাবোৰ ধুনীয়া হৈছে।
    তিতীয়তে, ৰবু বৰাৰ জীৱনীৰ struggle টো ইমান সহজ নাছিল। তেওঁ পঢ়া শুনা, কাম কাজ কৰাৰ উপৰিও যে পঢ়া শুনাত, কবিতা, গল্প আৰু লিখনিত উপনীত আছিল সেইটোহে ডাঙৰ কথা।
    চতুৰ্থতে,ৰবু বৰাৰ facebook page টোত কি নামেৰে নামাকৰণ কৰিছে জনাবচোন।

  • @dr.grihalakshmitalukdar8455
    @dr.grihalakshmitalukdar8455 หลายเดือนก่อน +9

    আমি এজন অতি "উপযুক্ত ব্যক্তি" ক পালোঁ। আৰু উজ্বলি উঠক, তাকেই কামনা কৰিলোঁ 🎉

  • @myselfjanmoni2729
    @myselfjanmoni2729 หลายเดือนก่อน +6

    বহুত বেছি ভাল লাগিলে দুয়ো জনকে ,, ৰাতি 2বজাত আপোনালোকৰ বাৰ্তা লাপ চাই আছোঁ,, ভালে থাকক সদায়🎉❤❤❤❤

  • @AnkitaShivam-xx4qd
    @AnkitaShivam-xx4qd หลายเดือนก่อน +15

    বহুত বেছি প্ৰেৰণা পাইছোঁ আপোনাৰ সফলতাৰ আঁৰৰ সংগ্ৰাম কাহিনী শুনি ...❤️

  • @jyotismoimahanta6295
    @jyotismoimahanta6295 27 วันที่ผ่านมา +2

    ৰুবু বৰা অসমৰ এক ধ্ৰুৱ তৰা❤ 12th fail চিনেমাৰ দৰে অসমতো এইজন real hero ৰ ওপৰত এখন চিনেমা হব লাগে যাৰ জীৱন কাহিনী আন দহজনৰ আদৰ্শ আৰু সাহস হব পাৰিব

  • @linadeka1866
    @linadeka1866 หลายเดือนก่อน +18

    ভাল লাগিল অনুষ্ঠানটো । প্রতিটো কথাই অন্তৰ চুই গৈছে, আপোনাৰ লৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ।

  • @daisyhazarika6972
    @daisyhazarika6972 7 วันที่ผ่านมา

    ইমান ধুনীয়া দুটা (পাৰ্থপ্ৰতিম দাৰ আৰু এইটো)অনুষ্ঠান🌻✨❤, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা, ইমান ধুনীয়া দুটা অনুষ্ঠান উপহাৰ দিয়া বাবে বাৰ্তালাপৰ পৰিয়াললৈ অশেষ ধন্যবাদ 🌻❤️

  • @DeepakDas-wh3wo
    @DeepakDas-wh3wo 7 วันที่ผ่านมา

    ভাল লাগিল আপোনাৰ এইবোৰ কথা শুনি
    ৰুবো দাদা আপোনাৰ দৰে অসম ৰ গৌৰৱ হৈ উঠিব ❤❤

  • @tutumonidas71
    @tutumonidas71 หลายเดือนก่อน +2

    বহুত বেছি ভাল লাগিল। ৰুবু বৰালৈ বহুত বহুত শুভেচ্ছা ।

  • @amarassam8715
    @amarassam8715 หลายเดือนก่อน +4

    ইমান সুন্দৰ অনুষ্ঠান।
    প্ৰতিটো শব্দই অন্তৰ চুই যোৱাকৈ কৈছে।

  • @KarabiThakuria-s3z
    @KarabiThakuria-s3z หลายเดือนก่อน +3

    ধন্যবাদ আপোনাক।। বহুত অভিজ্ঞতা পাপ্তি কৰিলো🙏🙏🙏

  • @SainiMosrong
    @SainiMosrong 17 วันที่ผ่านมา

    Eman dhuniya kotha koise.....kotha khinie ontor sui gol....god bless you....

  • @dharitrygogoi4019
    @dharitrygogoi4019 หลายเดือนก่อน +3

    সেইখন পৃথিৱীত খুব শুনকালেই ল'গ পাম ৰুবু দা ..... অভিনন্দন যাচিলোঁ লগতে ককাইদেউকো ধন্যবাদ জ্ঞাপন কৰিলো; অতি সুন্দৰ এটা অনুষ্ঠান হ'ল ...! অলপো আমনি নলগাকৈ একে উশাহে শেষ কৰিব পৰা এটা অনুষ্ঠান । প্ৰত্যেকটো বাক্যয়ে মোক জোকাৰি গৈছে ।
    আকৌ; ধন্যবাদেৰে❤❤❤

  • @philanthropist-hs7hr
    @philanthropist-hs7hr หลายเดือนก่อน +2

    নিজৰ জীৱনৰ বহুখিনি মিল আছে তেওঁৰ কথাবোৰে বহুত প্ৰেৰণা দিলে❤

  • @Abhijitkalita150
    @Abhijitkalita150 13 วันที่ผ่านมา

    ইমান মৰম লগা মাক দেউতাকৰ নিচিনা সহজ সৰল জ্ঞানী লৰা ।

  • @karabiborah9443
    @karabiborah9443 หลายเดือนก่อน +1

    একদম মন চুই যোৱা কথা-বাৰ্তা।

  • @manash-Protim_Kashyap.
    @manash-Protim_Kashyap. หลายเดือนก่อน +2

    ৰুবু দাদাৰ লগত থকা দিল্লীৰ মূহুৰ্ত সমূহ সদায়েই মনত ৰৈ যাব, ফলাফল ঘোষণা কৰাৰ সময়ৰ পৰা পিছৰদিনা অসমলৈ উভতি যোৱাৰ মাজৰ সময়ছোৱা মোৰ বাবে অতি স্মৰণীয় হৈ ৰʼব........ দিল্লীত ৰুবু দাদা থকাৰ সময়ত এজন অনুজ হিচাপে পোৱা পৰামৰ্শ সমূহো চিৰজীৱনৰ বাবে ৰেখাপাত কৰিব.., আগবাঢ়ি যোৱা ৰুবু দাদা.......🎉

  • @HimadriBoruah-y3f
    @HimadriBoruah-y3f หลายเดือนก่อน +2

    আচল হীৰা, অভিনন্দন জ্ঞাপন কৰিছোঁ 🎉🌹🌹

  • @dhimanAlyaman
    @dhimanAlyaman หลายเดือนก่อน +2

    Table t sah disile , sah thanda hoi gol , interview thakute . Love ❤❤

  • @KiranchutiaKalita
    @KiranchutiaKalita หลายเดือนก่อน +2

    অভিনন্দন জনাইছোঁ আন্তৰিকতাৰে উৎসাহ হে কাম কৰক বহুত ভাল লাগিল আশীৰ্বাদ কৰিছোঁ

  • @JagannathBorah-f1c
    @JagannathBorah-f1c 9 วันที่ผ่านมา

    শেষৰ কথাখিনিয়ে চুই গ'ল মন🥹। কৰবাত নিজৰ জীৱনৰ লগত মিল যেন লাগিল

  • @princesonowal
    @princesonowal หลายเดือนก่อน +2

    we need this type of podcasts .....such a lovable person...the way he talks keeps the mind refreshing !!!

  • @prasantaborah9574
    @prasantaborah9574 19 วันที่ผ่านมา

    বহুত ধুনীয়াকৈ শুনিছোঁ বা চাইচো বহুত কথা শিকিব পাৰিছো সৰু চাৰ জনৰ পৰা..=

  • @PranabjyotiMili-j8n
    @PranabjyotiMili-j8n หลายเดือนก่อน +4

    মোৰো মন আছে ৰুবু দাদা নিচিনা❤❤

  • @priyojonorbandhun
    @priyojonorbandhun หลายเดือนก่อน +9

    চক্ৰপাণী তোমাৰ মনৰ আশা সঁচাই পূৰণ অকল তোমাৰ বাবে নহয় ভাৰতবৰ্ষৰ বাবে।মোৰ পুত্ৰৰদৰে ৰুবু বৰাৰ মনৰ প্ৰতিটো প্ৰশ্ন উত্তৰ নতুন প্ৰজন্ম সন্তান পিতৃ-মাতৃৰ বাবে আৰ্দশ।অপৰাজিতা মনৰ কথা তোমাৰ বাৰ্তালাভ ত চাব মন আছে।আশাৰে।🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @priyambhagavati9900
    @priyambhagavati9900 18 วันที่ผ่านมา

    Such an inspiration for all....Lots of blessings to him....more power to him🤍🤍🌼🌼🌼

  • @PinkiBorah-zn5uu
    @PinkiBorah-zn5uu หลายเดือนก่อน +2

    বহুত ভাল লাগিল অনুষ্ঠানটো চাই 😊❤ নজনা কথা বহু শিকিলোঁ ❤ ধন্যবাদ বাৰ্তালাপ ইমান সুন্দৰ অনুষ্ঠান আমাক উপহাৰ দিয়া বাবে 🙏
    বাৰ্তালাপ আগুৱাই যাৱক ❤❤

  • @AktarHussain-lk4mc
    @AktarHussain-lk4mc หลายเดือนก่อน +3

    Bohut bohut vhal lagil rubu dar kotha xuni aru inspiring xoisu❤

  • @barnalitalukdarlahkar5114
    @barnalitalukdarlahkar5114 หลายเดือนก่อน +1

    শুনিলে শুনি থাকিবৰ মন যায় আপোনাৰ কথা বোৰ।

  • @animapatar67
    @animapatar67 หลายเดือนก่อน +6

    বহুত বহুত ভাল লাগিল ধন্যবাদ

  • @bijitsaikia1491
    @bijitsaikia1491 หลายเดือนก่อน

    তোমাৰ কথাখিনিয়ে মন চুই গ'ল!
    কথনশৈলীৰ পৰা গম পোৱা গৈছে যে তুমি ভৱিষ্যতৰ দিনবোৰত ডাঙৰ মানুহ নহৈ এজন ভাল মানুহ হ'বা....মা -দেউতাক কেতিয়াও আলৈ-আথানি নকৰিবা। অনাগত দিনবোৰত কৰণীয় বিলাক নিষ্ঠা আৰু সততাৰে কৰি আগবাঢ়ি যাবা তাৰ কামনা কৰিলোঁ।

  • @Junumoni_Bhuyan
    @Junumoni_Bhuyan หลายเดือนก่อน +6

    Rubu Borar kothan xoili bor xundor

  • @krishnaborah2420
    @krishnaborah2420 หลายเดือนก่อน +5

    বৰ সুন্দৰ তোমাৰ কথন শৈলী৷বৰ ভাল লাগিল দুয়োজন গহপুৰীয়াৰ কথোপকথন৷

  • @sandhyadeka5385
    @sandhyadeka5385 หลายเดือนก่อน +1

    Ki buli kom iman simple kothabur Iman kom age t iman khofolota val lagil. Val houk future ❤

  • @dhaneshmili3803
    @dhaneshmili3803 หลายเดือนก่อน +2

    মোৰ চকুৰ পানী হে ওলাইছে 😭😭
    ধন্যবাদ এই অনুষ্ঠানটোৰ বাবে 🙏

  • @rainusaikia8724
    @rainusaikia8724 หลายเดือนก่อน +3

    bohut besi bhal lagil…god bless you

  • @mrinmoyeegogoi5758
    @mrinmoyeegogoi5758 หลายเดือนก่อน

    সুন্দৰ কথোপকথন, শুনি থাকিব মন যোৱা শুদ্ধ উচ্চাৰণ, সৰলতা ই মন চুই গ'ল দুয়ো গৰাকী ব্যক্তি ক,ৰুবু বৰা লৈ অভিনন্দন জনালোঁ।

  • @bivusaikia5909
    @bivusaikia5909 หลายเดือนก่อน +15

    অসমত এতিয়াও শুসন্তান আছে ।অসমত জন্ম হৈ গৌৰৱ অনুভৱ কৰোঁ।ময়ো আমাৰ সন্তানক অসমৰ এটি শুসন্তান কৰিবলৈ চেষ্টা কৰিম ।ৰুবু তুমি আগুৱাই যোৱাৰ।সৎ মানুহৰ লগত ভগৱান সদায় থাকে।

  • @NirmaliBora-yf2ku
    @NirmaliBora-yf2ku หลายเดือนก่อน +4

    emnja val lagil❤❤❤❤ rubu vaitiloi bohut morom....🙏🙏🙏🙏

  • @jyotimoyeevloger9150
    @jyotimoyeevloger9150 หลายเดือนก่อน +1

    এক সহজ ব্যক্তিগৰাকী ❤

  • @DhitashreeDas
    @DhitashreeDas หลายเดือนก่อน +15

    তামোল পাণ বিক্ৰী কৰা টো গৌৰৱৰ কথা কিয়নো
    শুভ কাম আৰম্ভ কৰিবলৈ তামোল পাণৰ হে প্ৰয়োজন
    মানু্হ ক নিমন্ত্ৰণ জনোৱাৰ পৰা আৰম্ভ কৰি
    বিবাহ অনুষ্ঠানত
    পূজা ইত্যাদি সকলোতে তামোল পাণ ৰ প্ৰয়োজন
    তামোল পাণ বিষ্ণু আৰু লক্ষ্মীৰ প্ৰতীক বুলি কয়
    ধন্যবাদ
    ভাল লাগিল

  • @dhirajgogoi2527
    @dhirajgogoi2527 หลายเดือนก่อน +1

    Perfect person for civil service..❤

  • @sabitrisvlog721
    @sabitrisvlog721 หลายเดือนก่อน +1

    ইমান সুন্দৰ 🙏🏼🙏🏼 এই বাৰ্তালাপ ❤❤❤❤❤ আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🏼❤️ দুয়োকে আশিবাদ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ 🙏🏼🙏🏼❤️ ❤️

  • @DigantaHazarika-ud8dd
    @DigantaHazarika-ud8dd หลายเดือนก่อน +1

    Real Hero, God bless you

  • @Taralibaishya729
    @Taralibaishya729 หลายเดือนก่อน +3

    Bhut besi bhal lagil kotha bor xuni...🎉❤

  • @budhaphulkonwar3326
    @budhaphulkonwar3326 หลายเดือนก่อน +4

    I like this person who fill that the heard father mother work for own child..
    ..
    ...

  • @tribenirajknowar2977
    @tribenirajknowar2977 หลายเดือนก่อน +1

    Kothabur khub dhunia koi express korise , bahut val lagil sai👍👍

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 หลายเดือนก่อน +3

    অন্তৰভৰা অভিনন্দন তথা শুভ কামনা জনালোঁ তোমাক ৰুবু। কৰ্মময় জীৱনত সৰলতাৰে নিষ্ঠাৰে আগুৱাই যোৱা । সমাজত এগৰাকী বিশিষ্ট ব্যক্তি হিচাবে তোমাৰ নাম ৰৈ বৈ যাওক অনাগত ভৱিষ্যতত। বহুত বহুত মৰমেৰে...🌹🌹

  • @JonaliHazarika-h9j
    @JonaliHazarika-h9j หลายเดือนก่อน +1

    বহুত ভাল লাগিল সঁচাকৈয়ে। ।

  • @jaminidas2584
    @jaminidas2584 28 วันที่ผ่านมา

    ধন্যবাদ আপোনালোকৰ অনুষ্ঠানৰ সুন্দৰ উ পস্থা পন ।দুযো জনৰ কথাৰ শৈলি খুব সুন্দৰ । বহুতো নজনা কথা জানিব পাৰি ।আপোনালোকৰ দীৰ্ঘা যু কামনা কৰিলোঁ ।

  • @ritanarah3636
    @ritanarah3636 หลายเดือนก่อน +1

    বহুত বহুত ধন্যবাদ

  • @GurenDeuri
    @GurenDeuri หลายเดือนก่อน +2

    সুন্দৰ প্ৰতিভা

  • @shyamalimatamuli4597
    @shyamalimatamuli4597 หลายเดือนก่อน +1

    Val lagil❤ we proud of you both as a Gohpurian

  • @nirupamaborah3186
    @nirupamaborah3186 หลายเดือนก่อน +2

    অতি সুন্দৰ ৰুবু বৰ ভাল লাগিল তোমাৰ কথাখিনি । আগুৱাই যোৱা শুদ্ধ পথত ।

  • @MatiurRahman-k3q
    @MatiurRahman-k3q หลายเดือนก่อน

    ৰুবু বৰালৈ মোৰ হৃদয়ৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ।সদায়,সত পথেৰে আগুৱাই যাওক। ধন্যবাদ।

  • @Biki-l9r
    @Biki-l9r หลายเดือนก่อน +3

    ❤❤❤ বহুত বহুত ভাল লাগিল।ইমান ধুনীয়াকৈ কথা খিনি কৈছে ।ধন্যবাদ দুই জনলৈ । Inspiring হয়।

  • @dibyajyotidas8812
    @dibyajyotidas8812 หลายเดือนก่อน +2

    Bahut Val lagil sir apunalukor kotha khini xuni

  • @Shyamalysaikia
    @Shyamalysaikia หลายเดือนก่อน +2

    ইমান সুন্দৰ কৈ সাৱলীল ভাৱে কথা খিনি দাঙি ধৰিলে....❤

  • @dhrmashrideka7064
    @dhrmashrideka7064 หลายเดือนก่อน +3

    বহুত বহুত ভাল লাগিল। আপোনালৈ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

  • @narayanchetia5960
    @narayanchetia5960 28 วันที่ผ่านมา +1

    এজন প্ৰ কৃত যোগ্য এ চি এছ হ'ল ৰুবু বৰা 😅অফুৰন্ত শুভেচ্ছা জনালোঁ

  • @kishorekalita9077
    @kishorekalita9077 หลายเดือนก่อน +2

    Rubu Borah is really Inspiring to all❤

  • @ponkojDutta-wq9mg
    @ponkojDutta-wq9mg หลายเดือนก่อน +1

    I do r wish to see person like Rubu Bora in Civil Service .
    Keep it up.All the Very Best 🥰

  • @lizaBordoloi2222
    @lizaBordoloi2222 หลายเดือนก่อน +2

    He is Such a inspiration For Every One ❤

  • @bharotiborthakur8044
    @bharotiborthakur8044 28 วันที่ผ่านมา +1

    সদায় সাহসেৰে আগবাঢ়া। এজন সুদক্ষ বিষয়া হোৱা।

  • @DambarBista-z3b
    @DambarBista-z3b หลายเดือนก่อน +1

    Khundar anusthan❤❤Adarkhabaan ❤❤

  • @ghanakantadas8289
    @ghanakantadas8289 หลายเดือนก่อน +2

    ২০২৪ ৰ APSC ৰ পৰীক্ষা ত ১৪ নম্বৰ স্থান লাভ কৰা ৰুবু বৰা ডাঙৰীয়া ক যোৰহাট জিলা ৰ হৈ শুভেচ্ছা জনালো আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিলো। আমি আপোনাক যোৰহাট ৰ উপায়ুক্ত কাৰ্য্যলয় ত ACS বিষয়া হিসাবে কাৰ্য্যিনিবাহ কৰাটো বিচাৰো।

  • @SangitaBoruah-t6r
    @SangitaBoruah-t6r 26 วันที่ผ่านมา

    Eman hundorkoi potitu kathai koisa val lagil huni .

  • @awalminajannat6192
    @awalminajannat6192 หลายเดือนก่อน +2

    Rubul r dore assamot Jodi aru 100 jon deka gavuru olai ahe tente Assam sonor dore ujjol sonali Assam hobo.kothabor suni bohut val lagil.thank you

  • @dipikabaro7098
    @dipikabaro7098 หลายเดือนก่อน

    Emn dhuniyakoi kthabur kholkhliyakoi koise bhut val lagile. Khahkh palu bhut .. Bhut kiba kibi khikib parilu aji interview ti sai . Congratulations Rubu da. 🎉🙏

  • @chempirabha
    @chempirabha 23 วันที่ผ่านมา

    Bohut bohut xuveshya thakil

  • @dibyajyotibora3515
    @dibyajyotibora3515 หลายเดือนก่อน +1

    Khub xundar....bohut bhal lagil

  • @PankajDas-coach123
    @PankajDas-coach123 28 วันที่ผ่านมา

    বহুত অনুপ্ৰেৰণা পালোঁ 🙏 🙏🙏

  • @learninghub76
    @learninghub76 หลายเดือนก่อน +1

    ৰুবুৰ কথা শুনিলে শুনি থাকিব মন যায়।আমনি নেপাও কেতিয়াও।

  • @AkashBaruah-nr9lz
    @AkashBaruah-nr9lz 29 วันที่ผ่านมา

    Rubu boarh is the real heros in social live❤🎉

  • @JunmoniDevi-e9n
    @JunmoniDevi-e9n 29 วันที่ผ่านมา

    Xosa koi bht besi xahok palu ❤❤❤

  • @mitaliboruah1016
    @mitaliboruah1016 หลายเดือนก่อน

    Bohut val lagil hokolue rubu borah dore houk aru aguai jauk ahi thoka pojonmo enedore houk

  • @MomiSarmah-r3k
    @MomiSarmah-r3k 28 วันที่ผ่านมา

    So good comments Mr.Rubu agbarhi jua

  • @hchhjv3695
    @hchhjv3695 หลายเดือนก่อน

    বহুত ভাল লাগিল, ৰুবু বৰালৈ বহুত বহুত অভিনন্দন জনালো 💐

  • @Pritomkalita-d6q
    @Pritomkalita-d6q หลายเดือนก่อน

    Besi eku nkou bohut kthai mon sui gol Emotional hoi golu ❤

  • @AjitNathVlogs
    @AjitNathVlogs หลายเดือนก่อน

    Eman valkoi katha xini koisa buji puwake .... Congratulations rubu sir

  • @dimpisaikia7101
    @dimpisaikia7101 หลายเดือนก่อน +1

    Gohpurian hisape bohut val lagise duijonoke iman xofol hua dekhi❤️

  • @ranjandeka2871
    @ranjandeka2871 18 วันที่ผ่านมา

    Bohut bohut Val lagil.... video tu sai🙏🙏🙏🥰🥰

  • @pujasarkar6768
    @pujasarkar6768 หลายเดือนก่อน +4

    ৰুবু ছাৰক প্ৰথমে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো hs Jodi history nolole dgree t Jodi sociology major low apsc karane preration koribo pari ne aibur loy olp aludona korile vsl asile

  • @ninabaruah1925
    @ninabaruah1925 หลายเดือนก่อน +2

    বহুত বহুত মৰম ৰুবু...

  • @KampitaDas
    @KampitaDas 27 วันที่ผ่านมา

    বহুত বেছি ভাল লাগিল কথা খিনি শুনি 😊

  • @DipSonowal-i8p
    @DipSonowal-i8p หลายเดือนก่อน

    ভাল লাগিল চাই অভিনন্দন জনালোঁ