আকাশদ্বীপৰ দ্বিতীয় সন্তানৰ গোপন ৰহস্য 😯😯 বহু বছৰৰ পিছত ফাদিল, চাওঁক শেষলৈ, Mayur Mix Assamese

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ม.ค. 2023
  • অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকা লগতে শিশুশিল্পী প্ৰিয় দৰ্শন ডেকাৰ সৈতে এখন্তেক ❤️❤️
    অভিনেতা আকাশদ্বীপ ডেকাৰ সৈতে কি সম্পৰ্ক প্ৰিয় দৰ্শনৰ..???
    ভিডিঅ'টি শেষলৈ উপভোগ কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 🙏🏻🙏🏻
    Follow me on Facebook-
    TH-camr Mayur Manash
    Follow me on Instagram-
    Mayur Manash
    Gmail-
    mayurmanash8@gmail.com
    Camera- Anuraag
    #akashdeepvideosong #interview
  • บันเทิง

ความคิดเห็น • 338

  • @user-qm8oq7qy3v
    @user-qm8oq7qy3v 11 หลายเดือนก่อน +18

    অতি সুন্দৰ কন্ঠ ভাল লাগিল আগলৈ আগুৱাই যোৱা ভগৱানে মঙ্গল কৰক তাৰে কামনা কৰিছো

  • @Pol786-g6d
    @Pol786-g6d ปีที่แล้ว +71

    ডাঙৰৰ আগত কেনেকৈ বহিব লাগে সেইটো সংস্কাৰ দিব লাগিছিল পৰিয়ালে ... বাকি গীতৰ কণ্ঠ অসাধাৰণ বহুত ধুনীয়া লাগিছে 👌👌👌👌 God bless you babu

    • @tonmoyff2.022
      @tonmoyff2.022 ปีที่แล้ว +5

      Eai lora tu amar ghoror usorte vl gaan gai but সংস্কাৰ দিব নাজানে

    • @Pol786-g6d
      @Pol786-g6d ปีที่แล้ว

      @@tonmoyff2.022 O

    • @baruahjayantaofficialboy4175
      @baruahjayantaofficialboy4175 ปีที่แล้ว +1

      ​@@tonmoyff2.022 হয় নেকি

  • @sintubhuyan
    @sintubhuyan 11 หลายเดือนก่อน +11

    খুড়া আৰু ভতিজাৰ ইমান মধুৰ সম্পৰ্ক ভাল লাগিল চাই 👏 আকাশ দাৰ কথাবোৰ বহুত ভাল লাগে ❤

  • @click4view935
    @click4view935 ปีที่แล้ว +47

    মোৰ কিন্তু ভৰিৰ ওপৰত ভৰি উঠাই বহাটো চকুত পৰা নাছিল| কমেন্ট বোৰ চাইহে গম পাইছো সকলোৰে দৃষ্টিভংগী একে নহয়| সেয়া যি কি নহওক তুমি দেউতাক চিনাকি কৰি দিবা, যিয়ে তোমাৰ বাবে ইমান কৰিছে|.....👍👍

  • @Learnwith-me122
    @Learnwith-me122 2 หลายเดือนก่อน +8

    সৰু লৰা সৰু লৰাৰ দৰেই থাকিবাচোন ইমান সোনকালে ডাঙৰ নহবা মানে কথা বিলাক দেখোন ডাঙৰ মানুহৰ দৰেই,, পিছে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ❤❤

  • @MadhabMajuli
    @MadhabMajuli ปีที่แล้ว +36

    সুন্দৰ মাজুলীলৈ স্বাগতম দাদা। ল'ৰা জনৰ উজ্বল ভৱিষ্যত কামনা কৰিলো। কিন্তু বয়সত মোৰ ভাইটিত কৈয়ো সৰু।অলপ বাহিৰৰ কথা শিকিবলৈ আহ্বান জনালোঁ।চিধাকৈ কবলৈ হ'লে ভৰি খন বহোতে নমাই বহিলে বেছি ভাল লাগিল হয়।।।

  • @abinashbora995
    @abinashbora995 ปีที่แล้ว +14

    বহুত ভাল লাগিল ❤️ কিন্তু ব্যৱহাৰ সম্পৰ্কে অলপ জ্ঞানৰ প্ৰয়োজন 🙏 বাকি কণ্ঠ জুই ❤️❤️

  • @prasannadas4676
    @prasannadas4676 ปีที่แล้ว +19

    অতি সুন্দৰ কণ্ঠ ভাইটি। আগুৱাই যোৱা শুভেচ্ছা থাকিল।

  • @neelimadevi9393
    @neelimadevi9393 ปีที่แล้ว +89

    ১১বছৰীয়া সৰু লৰাটৌৰ আদপ-কায়দা বিলাক ডেকা মানুহৰ দৰে হৈছে।বাকি কণ্ঠ বৰ সুৰিয়া।তেওঁৰ উজ্বল ভবিষ্যত কামনা কৰিলো।

    • @goldypresents5959
      @goldypresents5959 ปีที่แล้ว +2

      হয় দিয়ক আজি কালি ছোৱালী বোৰ ইমান কথা জানে নহয় ডাঙৰে এটা কলে সিহঁতে দুটা কয়..জন্ম হৈয়ে মবাইল পিটিকিব জানেই 😊

    • @baruahjayantaofficialboy4175
      @baruahjayantaofficialboy4175 ปีที่แล้ว

      ​@@goldypresents5959 তোমাৰ সৈতে একমত ভাইটি

  • @baruahjayantaofficialboy4175
    @baruahjayantaofficialboy4175 ปีที่แล้ว +20

    মোৰ মৰমৰ ভাইটি মৰমক আপোনাৰ ভিডিঅট। দেখা পাই বহুত বেছি ভাল লাগিল দাদা সচাই আকাশ দা আৰু ভাইটিক একেই লাগে আটাইলৈ বহুত বেছি মৰম ❤❤😘😘😘

  • @bikramdewri2791
    @bikramdewri2791 ปีที่แล้ว +76

    2mr কণ্ঠৰ সুবেই ভাল but ডাঙৰ জনা লগত ভৰিত ভৰি ওঠাই বহিব নেপাই সেইকন সন্মান বজাই ৰাখিলে বেছি ভাল হৈ। কাৰণ তোমাক অসমৰ জনতাই চাই আছে বুজিলা। Gd blls u.

    • @neelimadevi9393
      @neelimadevi9393 ปีที่แล้ว +1

      ঠিকেই কৈছে।১১বছৰীয়া সৰু লৰাটোৰ আদব-কায়দা ডেকা লৰাৰ দৰে হৈছে। বাকি,কণ্ঠ বৰ সুৰীয়া।উজ্বল ভবিষ্যত কামনা কৰিলো।

    • @darpangogoi6390
      @darpangogoi6390 ปีที่แล้ว

      Hai kothatu janibo lage

    • @coversongsmazikmaniadipank9952
      @coversongsmazikmaniadipank9952 ปีที่แล้ว +3

      Horu lora. Lahe lahe hokibo.

    • @gitagogoi612
      @gitagogoi612 ปีที่แล้ว +2

      ভৰিখন তুলি ৰখালে অসন্মান কৰাটো নুবুজায় ।

    • @goldypresents5959
      @goldypresents5959 ปีที่แล้ว

      আচলতে চকীত বহিবই নেলাগিছিল মাটিতহে

  • @Dognedirbiope-Tulashi
    @Dognedirbiope-Tulashi 11 หลายเดือนก่อน +7

    ইমান সুন্দৰ কণ্ঠ আৰু সুৰ।হয়, তোমাৰ ভবিষ্যতে উজ্বলি উঠক তাৰে কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি দিছোঁ ।

  • @bijitsaikia1491
    @bijitsaikia1491 ปีที่แล้ว +79

    ডাঙৰৰ লগত বহি বাৰ্তালাপ কৰিবলগা হ'লে ভৰিৰ ওপৰত ভৰি উঠাই নবহিবা দেই ভাইটি। কথাষাৰ বাৰুকৈয়ে মনত ৰাখিবা। আশা কৰিছো আমাৰ অভিভাৱক-অভিভাৱিকা সকলে সন্তান সকলক কিছু সাধাৰণ জ্ঞান দিয়াতো পবিত্ৰ কৰ্তব্য......!!

    • @Latestgk992
      @Latestgk992 ปีที่แล้ว +2

      Niti hikha nihikai ajikali

    • @achiniboruahvlog
      @achiniboruahvlog ปีที่แล้ว

      হয়,,,ঠিক কৈছে,,,,ডাঙৰৰ আগত ভৰি তুলি কেতিয়াও বঢ়িব নালাগে

    • @bijitsaikia1491
      @bijitsaikia1491 ปีที่แล้ว +1

      @@achiniboruahvlog মতামতৰ বাবে অশেষ ধন্যবাদ জনাইছো।

    • @krishnakaman9593
      @krishnakaman9593 ปีที่แล้ว

      মই হো এনেকে বহাতো ভাল নালাগিল

  • @phulahazarika2664
    @phulahazarika2664 ปีที่แล้ว +11

    কণ্ঠ সুন্দৰ। ভাল গাইছে। আগলৈ আৰু আগুৱাই যোৱা তোমাৰ ভৱিষ্যত আছে। কিন্তু মাইনা ডাঙৰ মানুহৰ মাজত বহিলে ভৰি উঠাই নবহিবা দেই সোন।

    • @sunishakalita3615
      @sunishakalita3615 ปีที่แล้ว +1

      Khub sundar koi koise dei apuni khub val lagil.

  • @kalpanachoudhury3973
    @kalpanachoudhury3973 ปีที่แล้ว +25

    অতি সুন্দৰ লৰাজনৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিলো ❤

  • @kabitanath5619
    @kabitanath5619 ปีที่แล้ว +5

    দুয়োজনকে বৰ ভাল লাগিছে

  • @gitanjalideka8767
    @gitanjalideka8767 ปีที่แล้ว +5

    নিজৰ প্ৰতিভাক বিকশিত কৰিবলৈ যাওঁতে কথা-বতৰা,চলন-ফুৰণ আদি বয়স অনুযায়ী হ'লে ভাল হয়

  • @-AnkurAM
    @-AnkurAM ปีที่แล้ว +10

    অতি সুন্দৰ কণ্ঠ।

  • @tikensarania4862
    @tikensarania4862 ปีที่แล้ว +24

    সচাকৈ লৰাজনৰ খুউব সুন্দৰ কণ্ঠ । আশা কৰো আৰু আগলৈ আগবাঢ়ি যাউক ।❤️❤️❤️ বাক্‌ছা বৰমাৰ পৰা মৰম যাচিলো।❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @dipengogoi5076
    @dipengogoi5076 ปีที่แล้ว +3

    সঁচা বহুত সুন্দৰ গাইছে
    আগবাঢ়ি জোৰা ।

  • @pratapkalita8894
    @pratapkalita8894 ปีที่แล้ว +8

    সচাকৈ অতি সুন্দৰ কণ্ঠ

  • @rkofficial1868
    @rkofficial1868 ปีที่แล้ว +6

    আকাশ দা মাজুলীলৈ আহক উষ্ম আদৰণি আগতীয়াকৈ 💐💐

  • @bhumitabora2496
    @bhumitabora2496 ปีที่แล้ว +1

    তুমি আগুৱাই যোৱা ভাইটি বহুত ভাল লাগিছে তোমাৰ সকলো কথা

  • @dharitriphukan2507
    @dharitriphukan2507 ปีที่แล้ว +2

    Bor xundor voice 👍👍❤️❤️ God bless him ❤️🙏

  • @digantamili8955
    @digantamili8955 ปีที่แล้ว +10

    বহুত ভাল সুন্দৰ কণ্ঠ কিন্তু ভৰি থোলি বহাৰ কাৰণে বেয়া লাগিল

  • @AmiyaSaikia-hv3wf
    @AmiyaSaikia-hv3wf 9 วันที่ผ่านมา

    প্ৰিয়দৰ্শনে ভাগৱত পাঠ, ব্যাখ্যা কৰে। তেওঁৰ কণ্ঠ মোৰ বৰপ্ৰিয়।
    তুমি সৰ্ব গুণৰ অধিকাৰী। বহুত বহুত
    মৰম আৰ্শীষ থাকিল 14:36 ।❤❤❤❤❤

  • @ONSISANGKO1
    @ONSISANGKO1 ปีที่แล้ว +3

    Wow so super voice bro 🎵🎵💗💗
    Congratulations dei mojjja ,♥️👍🥰🥰

  • @munmisaikia3079
    @munmisaikia3079 ปีที่แล้ว +2

    Log paboloi asa kori asu priya avineta jonok❤️❤️Majuli

  • @ranjannarah4551
    @ranjannarah4551 ปีที่แล้ว +11

    Beautiful😍😍 Song🎵🎵🎵

  • @user-jt2he8ns9y
    @user-jt2he8ns9y 9 หลายเดือนก่อน

    ❤❤❤ প্ৰিয়দৰ্শন আগুৱাই যোৱা শুভেচ্ছা থাকিল

  • @kishordas3805
    @kishordas3805 ปีที่แล้ว

    Iman dhunia Babu. Tumi aguai jua. Vagabane tumak vale rakhakh

  • @chandraa5971
    @chandraa5971 ปีที่แล้ว +4

    ভাল লাগিল আকাশ দা❤️❤️❤️

  • @miyumjyoti9060
    @miyumjyoti9060 ปีที่แล้ว

    সুন্দৰ। বহুত ভাল লাগিল ভিডিঅ'টো চাই।

  • @deepsikhadasmaina1049
    @deepsikhadasmaina1049 ปีที่แล้ว +2

    Votijak hoi babei sage vori tuli bhise nhle eman confidence t vri uthai nbhile hoi baki val lagise xundaor kontha aguwai juwa vaiti love from Assam barpeta 💙💙💙

  • @rakirabha8177
    @rakirabha8177 ปีที่แล้ว +2

    Bohut bohut val lagila git keita huni

  • @momiphukonboruah3381
    @momiphukonboruah3381 ปีที่แล้ว +9

    ভাল লাগিল।অলপ গানৰ সুৰ বেছি দিঘল কৰিছা নেকি ভাইটি

  • @bubulborobubulboro6647
    @bubulborobubulboro6647 ปีที่แล้ว +3

    Video 2 sai bhut vl lagil

  • @tikensarania4862
    @tikensarania4862 ปีที่แล้ว +7

    Love from Baksa Barama ❤️🔥♥️🔥♥️

  • @tanmoykalita2653
    @tanmoykalita2653 ปีที่แล้ว +26

    ১১বছৰীয়া লৰাজনক খুবেই ভাল লাগিল। কিন্তু লৰাজনে ডাঙৰৰ আগত বজাই ৰখা সালিনতা খিনি জানিব লাগিছিল।

  • @anjonagogoidoimari1921
    @anjonagogoidoimari1921 ปีที่แล้ว

    So sweet voice,val lagil Akash da vedio tu sai ,

  • @anitakeot3795
    @anitakeot3795 ปีที่แล้ว +2

    Xundor kayntha.

  • @minaborahvlogs6348
    @minaborahvlogs6348 ปีที่แล้ว

    Val lagil 🥰 ati sundar konth 😘aru aguwai juwa hubhessa thakil ♥️

  • @sabitathakuria8237
    @sabitathakuria8237 ปีที่แล้ว +15

    মই ভাবিছিলো এ 100% আপোনাৰ ভটিজা লৰা বুলি

  • @taralidas4046
    @taralidas4046 ปีที่แล้ว +1

    Moi log paisu bohut morm loga lora2 😘bebohar o bohut val.....God bless him 😘❤️

  • @pranamikadas7648
    @pranamikadas7648 ปีที่แล้ว +6

    খুব সুন্দৰ কন্ঠ 👍 আমাৰ আশীৰ্বাদ জনালোঁ।

  • @pranabsenapati59
    @pranabsenapati59 ปีที่แล้ว +1

    Akashdeep my favourite actress love from morigao

  • @pubalisaikia154
    @pubalisaikia154 ปีที่แล้ว

    Love from majuli akash da❣️❣️

  • @bitulmoni1883
    @bitulmoni1883 ปีที่แล้ว +3

    কি উদ্ধত ল'ৰা এইটো ? কণ্ঠ ভাল যেনিবা।

  • @nikitadas2247
    @nikitadas2247 ปีที่แล้ว

    Val lagil video tu sai aru vaitey agoly aguai jua

  • @sunukanbora8592
    @sunukanbora8592 ปีที่แล้ว +1

    ইমান ধুনীয়া ❣️🤗

  • @mamoniroy727
    @mamoniroy727 ปีที่แล้ว +4

    Love from baksa subankhata very nice

  • @jimpisaikia937
    @jimpisaikia937 ปีที่แล้ว +2

    Right emn horu lora2 anka vori thbo nalaga..sobora sokut kn2 hai2 a porisa..

  • @passam8905
    @passam8905 ปีที่แล้ว +2

    Val lagil sai video tu mur ghor barapujia t

  • @maikelnarahoffical
    @maikelnarahoffical ปีที่แล้ว

    Moyur Mix Assamese Bhaiti tumaloi mur antorik hubesha thakil. tumar interview bur kuop val lage.

  • @rimpivlogs6169
    @rimpivlogs6169 ปีที่แล้ว +1

    Nice video tumar notun friend holu aaru aagoloi aag bari jua tare kamona 🙏🙏🙏🙏🙏🙏

  • @priyarani8544
    @priyarani8544 ปีที่แล้ว +11

    ভৰি তুলি বহিব নাপাই ও ভাইটি ডাঙৰ ৰ ওচৰত..।

  • @kankanaborahdevi4097
    @kankanaborahdevi4097 ปีที่แล้ว

    Bht dhunia lagil tmar gantu

  • @mainadutta599
    @mainadutta599 ปีที่แล้ว +1

    Love from majuli akasdeep da

  • @priyompriyabora5362
    @priyompriyabora5362 ปีที่แล้ว +1

    May god bless u Beta. 😍

  • @Akash-oh2hk
    @Akash-oh2hk ปีที่แล้ว +4

    Mojjja ❤️

  • @user-qq5fr1fv2f
    @user-qq5fr1fv2f ปีที่แล้ว +4

    Very nice.❤️❤️👌

  • @assamesegirl7629
    @assamesegirl7629 ปีที่แล้ว +1

    Love from Majuli ❤️😘💞

  • @nabakantanath6175
    @nabakantanath6175 ปีที่แล้ว +1

    Val lagil ..majuli ahile log pam buli AXA korilu 🙏❤️

  • @abhimanyukumar3228
    @abhimanyukumar3228 ปีที่แล้ว

    BHT vl lagil dai......

  • @niranzansarma4938
    @niranzansarma4938 ปีที่แล้ว

    Moja bhaiti
    Keep it up.

  • @user-tl9bi7fd9m
    @user-tl9bi7fd9m หลายเดือนก่อน

    Bhal lagil xundar

  • @nilakshreejyotirmoyvlog3012
    @nilakshreejyotirmoyvlog3012 ปีที่แล้ว +3

    So sweet voice ❤❤❤❤

  • @ranuburagohainburagohain7232
    @ranuburagohainburagohain7232 ปีที่แล้ว

    আশীৰ্বাদ থাকিল।

  • @janatakrmili2761
    @janatakrmili2761 ปีที่แล้ว +2

    Mojaa

  • @user-ed3je8nd1n
    @user-ed3je8nd1n 22 วันที่ผ่านมา

    সুন্দৰ❤❤❤❤❤

  • @chandanallrounder3611
    @chandanallrounder3611 ปีที่แล้ว +1

    Priyodharshan voice tu dhuniya

  • @chandanamozumder7523
    @chandanamozumder7523 ปีที่แล้ว

    Bohut dhunia gaise Maina tuye

  • @chinmoysarma4037
    @chinmoysarma4037 ปีที่แล้ว +4

    Mojja Dada 👍🏾

  • @dipengogoi5076
    @dipengogoi5076 ปีที่แล้ว

    বহুত সুন্দৰ

  • @bubulyoutubechannel7909
    @bubulyoutubechannel7909 ปีที่แล้ว +3

    Mojja

  • @dreamsaxom6722
    @dreamsaxom6722 ปีที่แล้ว +5

    Mozzzza

  • @hirakjyotibhuyan2056
    @hirakjyotibhuyan2056 ปีที่แล้ว +5

    সুন্দৰ লাগিল অনুষ্ঠানটো🥰👌

  • @ditivlogs
    @ditivlogs ปีที่แล้ว +8

    Video Tu sai bohut val lagil

  • @mrinmoychutia2383
    @mrinmoychutia2383 7 หลายเดือนก่อน

    Dhuniay ❤❤

  • @kishornath1542
    @kishornath1542 ปีที่แล้ว +3

    Superb

  • @kunalbaruah5223
    @kunalbaruah5223 ปีที่แล้ว +1

    Khub sundor voice

  • @porideka6957
    @porideka6957 ปีที่แล้ว

    Tumar kontho hundor,,,,aguway juwa tarei kamona korilu,,,baki ata ktha bya lagil,,tumi atyw bht horu hoi asa,,ki vabi tumi vorir oprt vori tuli bohila,,,,alp bahir r kotha o hikiba vaity

  • @tomeswaribanai3412
    @tomeswaribanai3412 ปีที่แล้ว +6

    Nice song ❤️🥰

  • @anuragboro105
    @anuragboro105 ปีที่แล้ว +10

    অতি সুন্দৰ কণ্ঠ সুন্দৰ

  • @dokpunmina1505
    @dokpunmina1505 ปีที่แล้ว +3

    সৰু লৰা বুলিছে হয় কিন্তু লৰাজনৰ নীতি নিয়মবোৰ দেখিলে এনে যেন ১১ বছৰ কি ২৪ বছৰীয়া সুঠাম ডেকা লৰা যেনহে লাগিল ৷

  • @mintudas-bw8un
    @mintudas-bw8un ปีที่แล้ว

    অতি সুন্দৰ

  • @krishnakakaty2624
    @krishnakakaty2624 ปีที่แล้ว

    Xosakoi dekhib akei lge , apunar xoite voice nice

  • @rajat3563
    @rajat3563 ปีที่แล้ว +9

    Nice

  • @minatideka4859
    @minatideka4859 ปีที่แล้ว

    Bhal lagil 👌👌

  • @jrvillageadda2357
    @jrvillageadda2357 ปีที่แล้ว +3

    Mayur mix thn angur bou logot vlog korile val lgilehui

  • @Monachanneldoley
    @Monachanneldoley ปีที่แล้ว

    Bohut vahl lagil ❤️

  • @debajitrocks
    @debajitrocks ปีที่แล้ว +3

    Nice voice ❣️

  • @sabitathakuria8237
    @sabitathakuria8237 ปีที่แล้ว +6

    চেম লৰা টো দেখিব আকাশ দিপ দাৰ দৰে ভাল লাগিল দেখি

  • @ronygogoi7964
    @ronygogoi7964 13 วันที่ผ่านมา

    Tumar Vagawat path mur bahut priyo. Tumar dharmiyo gyaan otuloniyo. Kintu histasar olop hikar proyujon ase buli moi vabu. Anakoi daangor r aagot vorir uporot vori tuli nobohe.

  • @babulnorohofficial4739
    @babulnorohofficial4739 ปีที่แล้ว

    , 👌👌❤️nice voice wow,

  • @nobinvlogs3296
    @nobinvlogs3296 ปีที่แล้ว

    O dada mojjja

  • @horeswargogoi7818
    @horeswargogoi7818 ปีที่แล้ว

    Bohut val

  • @Mainageneralknowledge
    @Mainageneralknowledge ปีที่แล้ว +2

    Thumb line dexi asorit , dui jon khilpi amr gaonre hoi val lagil

  • @jutikadohutia6269
    @jutikadohutia6269 ปีที่แล้ว

    বহুত বেছি ভাল লাগিল 👍😍

  • @mousumgogoi3181
    @mousumgogoi3181 ปีที่แล้ว +4

    Nice 😊