ASSAMESE SHORT MOVIE II DEUTA ।I অসমীয়া চুটি ছবি II দেউতা

แชร์
ฝัง
  • เผยแพร่เมื่อ 20 ส.ค. 2021
  • ASSAMESE SHORT MOVIE DEUTA II অসমীয়া চুটি ছবি ।I দেউতা
    / @iidrishtiarudarshan
    -- ইতিমধ্যেই সমালোচক তথা চলচিত্ৰ প্ৰেমীৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে নাট্যকাৰ শ্ৰীদিগন্ত কুমাৰ ভূঞাৰ কাহিনী আৰু শ্ৰীপ্ৰশান্ত কুমাৰ বৰাৰ পৰিচালনাৰে, News Track Assam ৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি "দেউতা"য়ে । আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে চুটি ছবিখনি ইউটিউবত মুকলি কৰি দিয়া হল । আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ সুন্দৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ |

ความคิดเห็น • 135

  • @badanchandrabania8843
    @badanchandrabania8843 ปีที่แล้ว +2

    বহুত‍ ভাল লাগিল

  • @songhitabhattacharyya6735
    @songhitabhattacharyya6735 2 ปีที่แล้ว +4

    সুন্দৰ।বৰ ভাল লাগিল।

  • @xmdi3687

    সুন্দৰ

  • @akashiborah9339
    @akashiborah9339 2 ปีที่แล้ว +4

    সুন্দৰ হৈছে।

  • @pallabikonwarpallabi2939
    @pallabikonwarpallabi2939 2 ปีที่แล้ว +2

    Dhunia hoi sa

  • @atrishnaentertainment26
    @atrishnaentertainment26 2 ปีที่แล้ว +10

    হিদয় চুই যোৱা কাহিনী , আজিৰ সমাজৰ বাবে এনে এখন ছবি খুবেই প্ৰয়োজনীয় , এনেকুৱা এজন দেউতা আৰু ভাইটি পাবলৈ ভাগ্য প্ৰয়োজন সকলোৱে নাপাই , কিন্তু বোৱাৰী জনীৰ ভুলৰ বাবে আজি , ইমান মৰমিয়াল স্বচ্ছ মনৰ ককা জনে মনৰ বেজাৰত ঘৰ এৰি যাবলৈ ওলাইছিল , মানুহে সদায় বিশেষকৈ ছোৱালী মানুহে ডাঙৰ তথা ব্যয়োজেষ্ঠ জনৰ কথা বোৰ মানি চলা উচিত ,

  • @joyshreegogoi3583
    @joyshreegogoi3583 2 ปีที่แล้ว +2

    Bahut Val lagil

  • @rrdvlogsopedia
    @rrdvlogsopedia 2 ปีที่แล้ว +2

    সুন্দৰ ।

  • @dipikadas5890
    @dipikadas5890 ปีที่แล้ว +2

    সছাকৈ এনে কুবা অভিনয়বোৰ্ চায় ভাল লাগিল

  • @anilborah6094
    @anilborah6094 2 ปีที่แล้ว +3

    Xundar hoise

  • @minaramborah4572
    @minaramborah4572 2 ปีที่แล้ว +3

    বহুত ভাল লাগিল ,সুন্দৰ ৰ্বাতা

  • @samarhazarika6381
    @samarhazarika6381 2 ปีที่แล้ว +4

    Bohut sundor hoise....

  • @djelectricals34
    @djelectricals34 2 ปีที่แล้ว +2

    অতি সুন্দৰ হৈছে ।

  • @mayurihatiboruah7147
    @mayurihatiboruah7147 2 ปีที่แล้ว +4

    Short film khn.sai.bohot.vhl.lagise

  • @lochanbora9431
    @lochanbora9431 2 ปีที่แล้ว +2

    সকলোৰে অভিনয় অতি সুন্দৰ হৈছে

  • @user-xv4hd8dl1c
    @user-xv4hd8dl1c ปีที่แล้ว

    সচাঁই এইটো ছবি চাই মোৰ মন চুই গল

  • @sayaraj6165

    সকলোকে আন্তৰিক শুভেচ্ছা জনালো কাৰ্বি আংলঙ হাওৰাঘাটৰ পৰা🙏

  • @RoyVaii

    Kahene,hundor,hola,ke,hobo,kahene,Sai,ohomeai,hai,tukha,korebo

  • @bogimoran5269
    @bogimoran5269 2 ปีที่แล้ว +3

    Val lagil video tu

  • @nilutpalll669
    @nilutpalll669 2 ปีที่แล้ว +2

    Bahut bhal lagil. Ata hridoi sui jua kahini.Eyar joriyate bortoman homaj byabosthat ji hokol atyadhunik ondho Buari a nijor Hohur/Hahurekok atyasar kori ase hei hokolor proti ak hubha barta preron korise .Hubhessa thakil hokoluloi.