নতুন মা II অসমীয়া চুটি ছবি II NOTUN MAA II Asaamese short film

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 ธ.ค. 2024

ความคิดเห็น • 32

  • @RunuKalita-rd3hs
    @RunuKalita-rd3hs 7 หลายเดือนก่อน +4

    সুন্দৰ অভিনয়

  • @ritumanisaikia5200
    @ritumanisaikia5200 4 หลายเดือนก่อน +1

  • @sadhandas9336
    @sadhandas9336 7 หลายเดือนก่อน +3

    🙏🙏সংস্কাৰমূলক নাটকখনিয়ে সমাজৰ কল্যাণ সাধিব।সুন্দৰ সংলাপ ও অভিনয়ে দৰ্শকৰ আকৰ্ষণ বৃদ্ধি ও মনোগ্ৰাহী হৈছে।

  • @sayaraj6165
    @sayaraj6165 9 หลายเดือนก่อน +1

    সুন্দৰ কাহিনী ও সুন্দৰ অভিনয় সঁছাকৈয়ে ভাল লাগিল চাই😊

  • @bidishaborah4444
    @bidishaborah4444 ปีที่แล้ว +8

    Bor dhuniya hoise sobore acting 😮😮

    • @kaushikedeka8942
      @kaushikedeka8942 9 หลายเดือนก่อน

      ❤❤❤❤❤🎉😂😂😂😅❤❤❤❤❤❤❤😂😊❤🎉😅😊😂❤😂😢😅❤😊❤🎉❤😮😅😅😢🎉😂😅😅❤❤😊😮😂❤❤😢😊😊😂😊❤😂❤❤❤❤❤❤❤❤❤❤❤❤😮❤❤❤❤❤❤❤❤❤😊❤❤❤😮😊❤❤❤❤❤❤❤😂❤😂❤😊😢❤❤❤😅😂😂😅🎉❤❤😢❤😮😂❤🎉😊😂😢😅😂🎉😮😮😂😊😢❤❤❤🎉❤😊❤❤❤❤😊😮❤❤😂❤❤❤❤❤❤😂❤❤❤❤😂❤❤❤❤😂😮😂😊😢😮❤😊😊❤😊😊😅🎉❤😊😢❤❤😂❤😂❤😊😅😊❤😂😂😂😂❤❤❤❤❤❤🎉❤❤❤❤❤❤❤❤😂❤❤😮❤😢😅😮😊😮😢😊😢❤😢😮❤❤❤❤❤❤❤❤❤❤❤❤❤🎉😅❤❤❤❤❤😂❤❤❤❤❤❤❤❤😂❤❤

  • @dehasvlogs4962
    @dehasvlogs4962 ปีที่แล้ว +1

    😍😍😍bht Dhuniya hoise

  • @BarbeesTezpur
    @BarbeesTezpur ปีที่แล้ว +1

    সুন্দৰ, অতি সুন্দৰ

  • @anupaxomiya1258
    @anupaxomiya1258 ปีที่แล้ว +1

    জীৱনটো ভৱিষ্যতৰ দাস হ'ব নালাগে ! কাহিনীটোৱে প্ৰমাণ কৰিছে স্পষ্টতা। মাহীমাক আৰু নতুন মা মানুহৰ উপহাৰ স্বৰূপ বৰদান। কিন্তু এই পৰিচয়ক বিৰূপ ভাবে চিন্তা কৰা দেখা যায়। দুখতে দোষ সিঁ‌চি থকাটো অনভিজ্ঞ সমাজৰ নিয়ম। কিন্তু ইয়াৰ পৰা দেৱ শিশুৰ ভৱিষ্যৎ এন্ধাৰ হৈ পৰে। এনে নিকৃষ্ট অৱয়বক সমাজলৈ প্ৰকাশ কৰি প্ৰতিৰোধী সমাধান দাখিল কৰাত কাহিনীৰ ৰচনা উপযুক্ত দলিল। সুখী হৈছোঁ নতুন উপহাৰত।
    কলাকুশলী সকলৰ অভিনয়ত মুগ্ধ হ'লোঁ। নতুন মা গৰাকীৰ সংস্কাৰে আপ্লুত কৰিলে। ধন্যবাদ।

    • @ntacinema
      @ntacinema  ปีที่แล้ว

      সুন্দৰ মন্তব্য! এনে দৰ্শকে উৎসাহ যোগাই! ধন্যবাদ

  • @alishasaikia1523
    @alishasaikia1523 ปีที่แล้ว +2

    Each an everyone is amazing ❤️

  • @BijoyDas-zw3qk
    @BijoyDas-zw3qk ปีที่แล้ว +2

    Dhuniya❤

  • @BipulBorboruah
    @BipulBorboruah 13 วันที่ผ่านมา

    Sasa. Athot. Makor. Daritra. Palon. Korise. Vagavane. Kripa. Korok

  • @surajitbailung8365
    @surajitbailung8365 ปีที่แล้ว +1

    Verynice👍🦊

  • @yanatacheng2982
    @yanatacheng2982 ปีที่แล้ว +1

    Nice video ❤❤

  • @animabora4105
    @animabora4105 ปีที่แล้ว +1

    N. T. A. চিনেমাৰ যি মহৎ উদ্দেশ্য ,সফল হৈছে ৷ বহু কষ্টৰ বিনিময়ত হে এখন ছবি সমপূৰ্ণ হয়৷ এই পৰিয়ালৰ এগৰাকী সদস্যা হ’বলৈ পাই মই আনন্দিত হৈছো ৷ সকলোলৈকে মোৰ শুভ কামনা যাচিলো ৷ 0:45

  • @prasantakumarborah4053
    @prasantakumarborah4053 ปีที่แล้ว +2

    অভিনয় ভাল হৈছে৷

  • @rubulpatangia8158
    @rubulpatangia8158 ปีที่แล้ว +1

    Very nice 👌

  • @sikhaborah1993
    @sikhaborah1993 ปีที่แล้ว +2

    বৰ ধুনীয়া হৈছে

    • @lukudutta9962
      @lukudutta9962 ปีที่แล้ว

      বৰ ভাল লাগিল চাই 👌👌👌👌👌

  • @bimankakati3839
    @bimankakati3839 ปีที่แล้ว +2

    সুন্দৰ বাবে উপস্থাপন কৰিছে.. সচাঁ কৈ বহুত ভাল লাগিছে

  • @ChandanDas-r7q
    @ChandanDas-r7q ปีที่แล้ว +2

    বহুত ভাল হৈছে

  • @prayashngo6561
    @prayashngo6561 ปีที่แล้ว +2

    সুন্দৰ হৈছে

  • @gunakantamoran6562
    @gunakantamoran6562 ปีที่แล้ว +2

    ধুনীৰা

  • @dipaliborthakur1474
    @dipaliborthakur1474 ปีที่แล้ว +1

    সুন্দৰ অভিনয় ভাল লাগিল।আন্তৰিকতাৰে শলাগ লৈছোঁ।

  • @mukulgoswami5119
    @mukulgoswami5119 ปีที่แล้ว +1

    What a heart touching shortfilm.The team and director succeed to portray and make difference between good and bad
    They succeed to differentiate the old saying.very good
    Good luck 😊

  • @debabratasharma4539
    @debabratasharma4539 ปีที่แล้ว +2

    সুন্দৰ কাহিনীৰে এখন উপভোগ্য চুটি চলচিত্ৰ । ভাল লাগিল ।

  • @pronitamili8331
    @pronitamili8331 ปีที่แล้ว +3

    Bhal hoise khuri.

  • @jharnamukherjee4712
    @jharnamukherjee4712 ปีที่แล้ว +2

    সুন্দর হয়েছে

  • @AbhijitSaikia-n6z
    @AbhijitSaikia-n6z ปีที่แล้ว +2

    বৰ ভাল লাগিল চাই

  • @Nglgarimaafr
    @Nglgarimaafr ปีที่แล้ว +2

    সকলোৱে সুন্দৰ অভিনয় কৰিছে

  • @udi748
    @udi748 ปีที่แล้ว +1

    Oti xundor