ITS A CRIME HAPPENING IN MANY FAMILIES BUT NOT ALL CHILDREN' DO THIS. SOMETIME IT BECOME A BLAME ON EACH OTHER. MOSTLY OUTSIDERS ARE DAMAGING FAMILY RELATIONS. MA IS ALWAYS A MAA. MOTHER SON RELATIONSHIP IS PURE. OUTSIDERS SHOULD BE SUSPENDED, NOT ANY SON. ALL SONS ARE NOT SAME.IT CAN'T BE GENERALISED. THIS SHORT FILM HURTS THOSE SONS WHO LOVES THEIR MOTHER MORE THAN THEMSELVES.😢😢
অতি সুন্দৰ কাহিনী আৰু অভিনয়।
অভিনয় সুন্দৰ হৈছে, আজিকালি শাহু বোৰৰ মুল্য নাই
প্ৰত্যেক ৰে বুজনি অহা কাৰণে বহুত ধন্যবাদ।
সুন্দৰ। অভিনয় ভাল লাগিল । কিন্তু চাইহে দুখ লাগি গ'ল ।❤❤
বঢ়িয়া
Ati sundor kahini abhinoy bhal very nice
একো ভাল লগা নাই মাকৰ মুৰা অভিনয় কৰিছা
বিষয় বস্তু আৰু অভিনয় অতি সুন্দৰ
অশেষ ধন্যবাদ
Ati xundor vois to alp val hole aru val lagibo
অতি সুন্দৰ চৰিত্ৰ ,ভাল লাগিল।যাতে বোৱাৰী সকল___!
Good duhunia korise sire.buari karone sakori jabo
আইতা জনিলৈ বৰ বেয়া লাগিছে।
ধন্যবাদ
বৰ সুন্দৰ ।আগুৱাই যাওক।শুভেচ্ছা জনালোঁ।
অশেষ ধন্যবাদ বাইদেউ! উৎসাহ যোগালে!
বহুত ভাল লাগিল চাই।
মা ছবি খন চাই বৰ ভাল লাগিল । চাকৰি বচাবৰ কাৰনে মাকক বোৱাৰীয়েকে গুৰুত্ত্ব দিয়া যেন লাগিল ।কিন্তু চাকৰি নথকা সকলৰ কাৰনেও এখন ছবি বনাব চোন । শেষত ইয়াকে কওযে বোৱাৰী সকলক ভগৱাপে সুস্থ মন এটা গঢ় দিয়ে যেন ।
ভগৱান হব লাগিছিল ।
অশেষ ধন্যবাদ মহাশয়!বাকী কেইখনো চাব!
L
@@arupatalukdar2145ni
😊 থৈ ঐওঅ 0:09 খ যে
@@ntacinema❤
,+MB BBB+x❤❤❤😊😊GH zN❤n by0s,,,,🎉🎉😊😊😊😊😊😊😊😊😊😊😊
বহুতে ভাল লাগিল
Hosai sokur pani boi aha kahini. Ajir dinot aiburai hoi thaka.
Nice❤
Bhout val lagse video tu sai bhout khndili ..apunaluye aru aguyie juak ..maa r obhonie aku nai ai jogot ....
ধন্যবাদ
সুন্দৰ আগুৱাই যাওঁক ।
অশেষ ধন্যবাদ
এটা শিক্ষা উশংঙ্খনাৰী।সকৃৰ বাবে ।ধন্যবাদ
Y❤
@@primitarajkhuwa920519:10
কাহিনী টু ভাল লাগিলে🙏🙏 সছাকৈ ঘটি থাকা ঘটনাৰ ওপৰত, ভাল লাগিল🙏🙏 চৰকাৰৰ এই নিয়মেহে যদি এই ঘটনা বোৰৰ পুনৰাবৃত্তি নঘটাই ।
ধন্যবাদ
কাহিনী আৰু অভিনয়ৰে এখন সুন্দৰ কথাছবি ।
অশেষ ধন্যবাদ
No why by up
Nltrmjr
Val lagil
কাহিনী,পৰিচালনা,সঙ্গীত অভিনয়....সকলো দিশ অতি সুন্দৰ হৈছে। কথা ছবি খনৰ কোনো দিশত ত্ৰুটি ধৰা পৰা নাই।আৰু আগবাঢ়ক।
অশেষ ধন্যবাদ
Good
Good
@@ntacinema FC CNN yes
বৰ ভাল লাগিল ভিদিঅটো চাই।
Maa khub val hise
অশেষ ধন্যবাদ
অতি সুন্দৰ।
অশেষ ধন্যবাদ মহাশয়!
Aaji Kali pray airokom a dekha jay😢😮
Khub vl lagil akou anekua video dibo sun
Bohut vl lagela
Bhut val lagil kahinitu
মা দেউতা জীয়াই থাকোতে যত্ন লব লাগে নহলে ধুকুৱা পাছত শ্ৰাদ্ধ ডাঙৰ কৈ পাতি মানুহক দেখুৱাই কাম নাই😊😊❤
Bahut. Bhal. Lagil
Vl lagil si 👍❤️🙏🥺
উৎসাহ যোগালে দেই
বৰ সুন্দৰ কাহিনী সকলোৱে শিক্ষা লব লাগে ।
বৰ ভাল লাগিল
এই বোৰ দেখি দেখি পিথিবীখন শেখ হৈ গল
গিৰীয়েক টো চকুমুদা কুলি 😢 বহু শাশুৱেকৰ তেনে বেদনা বুজা যায় ।
Bhal lagil sai
Bhal lagise ma
উৎসাহ যোগাইছে! ধন্যবাদ
এই কন্দল চহৰত প্ৰায় ঘৰে ঘৰে ।বোৱাৰীয়েকে শাহুৱেকক গিৰিয়েকৰ অজ্ঞাতে একে অত্যাচাৰ কৰি শাহুৱেকক পাৰিলে জীয়েকৰ ঘৰত থাকিৱ লগিয়া বাধ্য কৰাইছে । একে ঘটনা মোৰ মামা মৰাৰ পিচত মামিৰ হৈছে ।নিজে গঢ়ি টোলাঘৰ খন মৰিশালি বৰ্তমান । এনে বোৱাৰী নিধন হওক ।
ধন্যবাদ
সুন্দৰ অভিনয় ভবিষ্যত উজ্জ্বল কামনা কৰিলো
বৰ সুন্দৰ ছবি
Bhal lagil, aaru notun video r aakha thakil👍👍
ধন্যবাদ৷ চেষ্টা নিশ্চয় কৰিম
Maar eman bur dukh kosto ketiaw sai thakibo nuaru ,tar agote mori jam kijani ,maa mur maa ,love you maa
বহুত ধন্যবাদ দেই!
ধন্যবাদ
Biutiful ❤❤🎉
👌👌👌👌nice
Very very fine
Xundor sobi
ধুনীয়া অভিনয় ।🥀✨♥️
Khub val Lagil, Maa🙏🙏🙏
Bor dukh lagil🙏🙏🙏
Val lgl
Eman dukh dib nepai nijor hahu mak jonik hodai nijor ma Dore morom korib lage
ᴍᴊᴀ ʟɢɪ sᴇ
মাৰ সমান কোনেও হব নোৱাৰে
মোৰ মা দেউতা দুয়ো জনেই ধুকাই থাকিল
দুখ নকৰিব! শ্ৰদ্ধাৰে স্মৰণ কৰক!
এনে বোৱাৰীক কাতি কাতি নিমখ সানিব লাগে।
মা বহুত ভাল লাগিল
অশেষ ধন্যবাদ
Maa hodai mai
Super mama mami
হাঃহাঃহাঃ
😊😊🙏🏻
Bhogobanor khela bastob hoi.
Maa😰😩😿
, টাই এদিন এনেদৰে হ'ব।
ভাল লাগিল।
Jaisi karni waisehi varni,bhal lagil
Thank you
Boom
Bisoy. Tu. Bortoman. Somajor. Logot. Khap. Khai. Porise. Ati. Sundor. V. D. O. Buari. Hokole. Buja. Usit. Ma. Aru. Ho. Sahu.. Ma. Majot. Kunu. Parthoyko. Nai.
আধুনিকতাবোৰে বুজি পাব লাগে ।
Bor vhal lagise
Moja lagel
ভাল লাগিল....আগলৈ..
Very nice bubu di.all the best
Nice 👍
ভাল লাগিল সচা চবি
অশেষ ধন্যবাদ
Love you maa and mother in law
Thank you
Val lagil ... ❤️
Bhal lagil
আজি্লে ভূঞ্জিব পায়। বৰ্তমান চিন্তা নকৰে।
Rojita jiman gos boga ximan a ahibi mar dukh
Nice story
Thank you
Maa
Good
Bhut val lagil
উৎসাহ যোগালে!
Good good
জজ
Wanderfull
Thanks
Love from maa ❤️ maa ka liya Jan ve da donga
ITS A CRIME HAPPENING IN MANY FAMILIES BUT NOT ALL CHILDREN' DO THIS.
SOMETIME IT BECOME A BLAME ON EACH OTHER.
MOSTLY OUTSIDERS ARE DAMAGING FAMILY RELATIONS.
MA IS ALWAYS A MAA. MOTHER SON RELATIONSHIP IS PURE.
OUTSIDERS SHOULD BE SUSPENDED, NOT ANY SON.
ALL SONS ARE NOT SAME.IT CAN'T BE GENERALISED.
THIS SHORT FILM HURTS THOSE SONS WHO LOVES THEIR MOTHER MORE THAN THEMSELVES.😢😢
Maa 🙏🙏😭😭💗💗
Wanderful,having tremendous social value
Thank you verymuch
Bor bea lagil🙏🙏🙏🙏
Good story,
াবহূত ভালহৈছে
ধন্যবাদ দেই
Sakari thaka ketai maa sandar artha buji laa bhaldore.
Great👍🎉
❤
নোৱাৰি নোৱাৰি সচাকৈয় নোৱাৰি এনেকুৱা বোৱাৰীক হজম কৰিব। দেই ৰাইজ।।। 🙏
হাঃহাঃহাঃ
Nice
Bahut atiranjita dekhuaise.
ধন্যবাদ
বোৱাৰী গৰাকীৰ ফেচবুকৰ নৃত্যটো অনাৱশ্যক ভাৱে দীঘলীয়াকৈ দেখুওৱা হৈছে আৰু শেষৰ ফালে একেটা দৃশ্যকে খন্ড খন্ডকৈ কিয় দেখুওৱা হৈছে বোধগম্য নহ'ল,(হয়তু অনভিজ্ঞ ব্যক্তিয়ে সম্পাদনা কৰা বাবে) । বাকী সময়োপযোগী কাহিনী, ্সুন্দৰ অভিনয়েৰে " মা " এখন উপভোগ্য ছূটি ছবি ।
সাৰুৱা মন্তব্য তথা গঠনমূলক পৰামৰ্শৰ বাৱে অশেষ ধন্যবাদ৷
মহাশয় আচলতে আমি এমেচাৰ হিচাপে মাথো নাট্য চৰ্চাহে কৰি আছোঁ৷
অনাগত দিনত ৰাইজৰ ৰুচি অনুযায়ী সোৱাদ দিবলৈ নিশ্চিত ভাৱে চেষ্টা কৰিম৷
এনেদৰে মৰম দি যাব বুলি আশা কৰিলোঁ!
ধন্যবাদ?
B,barman,
Maa to Maa hoi ki manje shudar sabda
Shiva
28:32
Act as actual ma
Video tu sai antar khon kandi uthil 🙏