হৃদয়হীন পিতৃ II অসমীয়া চুটি ছবি II Hridoyhin Pitri II Assamese short movie
ฝัง
- เผยแพร่เมื่อ 26 ต.ค. 2022
- ননীমাধৱ শৰ্মাৰ কাহিনী আৰু প্ৰশান্ত কুমাৰ বৰাৰ পৰিচালনাৰে , নিউজট্ৰেক অসমৰ প্ৰযোজনাৰে নিৰ্মিত অসমীয়া চুটি ছবি "হৃদয়হীন পিতৃ" আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে ইউটিউবত মুকলি কৰি দিয়া হল ।
আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ |
Our other channel link
/ @iidrishtiarudarshan - ภาพยนตร์และแอนิเมชัน
বহুত ধুনীয়া আৰু দুখত চকুৰ পানী সকলোৱে ওলাব
বহুত ধুনীয়া লাগিছে ❣️
আগলৈ এনেকুৱা ছুটি ছবি চাবলৈ আশা কৰিলোঁ । সকলো ৰে অভিনয় ভাল হৈছে
Very good
অতি আবেগিক হৈ পৰিলোঁ। ধন্যবাদ নাটকৰ লিখকৰ প্ৰতি।
❤❤❤
বৰ ভাল লাগিল চাই ❤️❤️
Bhut dhuniya lagise ....so beautiful.....
বহুত সুন্দৰ, ভৱিষ্যতে আৰু সুন্দৰ অভিনয় চাবলৈ পাম ।
অশেষ ধন্যবাদ! যথেষ্ট সাহস দিলে! চেনেলটো আগবঢ়াই নিব বুলি আশা কৰিলোঁ!
পৰৱৰ্তী চুটি ছবি "শহুৰ দেউতা "
অতি সুন্দৰ অভিনয় ভাল লাগিল ভাল লাগিল চাই ।🙏
বহুত ধুনীয়া হৈছে
অতি সুন্দৰ
Short flim.khn sai bohot vl.lagise
Hokolure obhinoi bohut dhuniya hoise
Bohut bohut dhuniya hoise.
বহুত বহুত বেছি ভাল এখন চুটি ছবি চালো । ধন্যবাদ সকলো কলা কুশলী লৈ 🙏
বহুত ভাল লাগিল ❤😢
Bahut vall lagil.
Bor Val lagil
Nice❤
Thankyou
A short film with a very good message -
Daughter = Son
Man = Woman
Do not discriminate.
#GenderEquality
#RightToEquality
ভাল লাগিল চাই
বহুত ভাল লাগিল
ভাল লাগিছে
Val lagil
Val lagil sai.. Amar dhunur Abhinai dekhi soku pani olai gol
খুব ভাল লাগিল।
ধন্যবাদ
Bohut. Val lagil
❤😂 17:57
Bohut Val lagile saii 😍
Mojja
Xosa kotha vllagil. Ba tuma kotha bilak ...❤❤❤😭😭😢🤧🤧🤧🤧
Thank you very good you tube channel, karon ei you tube channel or video bilak sai thakile bhramyaman theater or natok sai thokar nisina lage, emanei bhal lage mur loboloi bhakha nai, hosakoi
ধন্যবাদ! উৎসাহ যোগালে
অশেষ ধন্যবাদ ককাইদেউ
share কৰি দিব
অভিনয় সুন্দৰ হৈছে।শিশু শিল্পী দুইৰে অভিনয় ভাল লাগিল যদিও প্ৰথমতে বৰ দুখ লিগিল।সকলোলৈকে অভিনন্দন জনালো ।
😂
@@prafullahazarika5947😊😊😊😊à0Aaaaaaaaalllpp
Very nice story
অভিনয় সকলোৰে সুন্দৰ হৈছে, কিন্তুু নিজৰ সন্তান বেছা বাপেক কেতিয়াও নালাগে, ৰাজীৱ দাৰ অভিনয় বহুত সুন্দৰ হৈছে
Very nice
Nice short film
ভাল লাগিল। অভাৱ গ্ৰস্থ সমাজৰ এখন জীয়া ছবি। অভিনয় সুন্দৰ হৈছে। গ্ৰাম্য চিত্ৰ ফুটাই তোলাত আপোনালোক সিদ্ধহস্ত বুলি প্ৰমাণ কৰিছে।
অশেষ ধন্যবাদ ককাইদেউ
Proud to be a part of this family ❤
বৰ সুন্দৰ হৈছে। সকলোৰে অভিনয় ভাল লাগিল। ৰাজীৱ আইমনি লোচন সঞ্জীৱ আদি সকলোৰে।
Nyc
thanks to all of our viewers
Nice performance
♥️♥️♥️♥️
সকলোৰে অভিনয় অতি সুন্দৰ হৈছে ভাল লাগিল ছাই। 👍👍👍
Xokolure acting Bohut vl hoise dei 😍 ❤️keep it up shine more.. lot's of love ❤️....
Amazing acting and story ❤️
Bohiya hoisey .. apunalukor chenel to bahut aguwai jok take kamona korilu.
অশেষ ধন্যবাদ
ভাল লাগিল চাই । সকলোৰে অভিনয় অতি সুন্দৰ হৈছে।
Dilse SeluteGoAhead🙏
oty xundor hoise
Hosai hidoi sui gl
Bor bhal lagil sai
বৰ সুন্দৰ গল্প ৷চিএ নাট্য ,সংলাপ আাৰু অভিনয় ধুনীয়া হৈছে ৷আপোনালোকৰ ইতিবাচক প্ৰচেষ্টাৰ সলাগ লৈছো ৷
Excellent script, superb acting! But as the mother said, "𝙈𝙤𝙞 𝙖𝙟𝙞 𝙥𝙤𝙡𝙞𝙘𝙚 𝙤𝙛𝙛𝙞𝙘𝙚𝙧 𝘼𝙣𝙞𝙣𝙙𝙞𝙩𝙖 𝙃𝙖𝙯𝙖𝙧𝙞𝙠𝙖𝙧 𝙢𝙖𝙖𝙩𝙧𝙞", she was wearing the nameplate of 𝙐𝙙𝙙𝙚𝙨𝙝𝙣𝙖 𝙎𝙝𝙖𝙧𝙢𝙖. It should not be distinctly visible.
Ok , sir , next time it will be rectify.
😂😂😂😂
Bohut kandilu
All characters perfomance are best.
Ata chur aru ata police 😂😂😂
বহুত ধুনীয়া আৰু দুখত চকুৰ পানি সকলোৱে ওলাব
ধন্যবাদ
বহুত ভাল লাগিল ❤😢
Nyc