মাহী আই || এক সত্য কাহিনী || অসমীয়া ছুটি ছবি || Maahi aai || Assamese short film2022
ฝัง
- เผยแพร่เมื่อ 5 ก.พ. 2025
- মাহী আই || অসমীয়া ছুটি ছবি || এক সত্য কাহিনী•
Maahi aai Assamese short film 2022 || A true story#jdproduction
Screen play & Directed by - Jainal Ahmed
Story & Diolouge - Dipali Gogoi
Disclaimer -
Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.
• ANUHUSONAR BEDONA || অ...
Thanks for watching.#jdproduction
Bohut bhal lagil ,
ধন্যবাদ।
ধুনীয়া ছবি আদৰ্শৰ 👌👍 আগবাঢ়ি যোৱা চুমকী আগলৈকে 👍
Thank you so much
খুব সুন্দৰ হৈছে ছবিখন ।চেতিয়ানীৰ অভিনয় খুব ভাল লাগিল। ছবিখন খুব মন চুই গল ।
ছবি খন চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ।
Setiyani rol to peefect 👌👌😍😍😍
Thank you
কৃষ্ণ ইমান সুন্দৰ কাহিনী বহুত বহুত ভাল লাগিল চকুৰ পানীৰে নেদেখা হলো । সত্য কাহিনী । আজিকালি সমাজত প্ৰচলিত এইটো হৈ আছে। ।
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ।
সুন্দৰ❤️
ধন্যবাদ
Bohut val lagil .hosa kothabur bor hundorka phutai dakhuaisa.
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ।
ভাল লাগিল । সুন্দৰ অভিনয় 👍
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনাক ধন্যবাদ
Nace video?Suki Pani olai gol
@@samalrabha247 thank you
আৰু আগবাঢ়ি যোৱা
Thank you
বহুত ভালো লাগিলে ,🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
Thank you so much
Moja😢😢😢
Thank you so much
ভাল লাগিল ❤❤❤
@@SwarnaSwarna-c7i ধন্যবাদ ♥️
এখন খুব ধুনীয়া চুটি ছবি 🤗🤗🤗
সমাজক খুব ধুনীয়া বাৰ্তা দিছে 👍👍👍
Video tu sai hundor montobyo diyar babe aapunak dhonyobad.
😢😢😢😢😢😢vl lgil kinto dokho lgise
@@rishidas5422 Video tu suwar babe okhekh dhanyabad 🙏
@@JDPRODUCTION786 😊
সকলোৱে সুন্দৰ অভিনয়ৰ হৈছে।
ছবিটি চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ
বোৱাৰী জনিৰ অভিনয় বৰ ভাল হৈছে ।
ছবি খন চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনালৈ ধন্যবাদ।
প্ৰতিটো চৰিত্ৰৰ অভিনয় ভাল লাগিল, কাহিনীও ভাল লাগিল।
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনালৈ ধন্যবাদ।
সুন্দৰ কাহিনী।
Thank you so much
Val lagilll....
কাহিনী টো ভাল লাগিল ।এই কাহিনীটোৰ পৰা কিছু মানুহে গিয়ান পাব ।
Video টো চাই আমালৈ সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনালৈ বহুত ধন্যবাদ।
Video to Sai bohut val lagil deya 🙏
Thank you so much
বহুত সুন্দৰ অভিনয়ৰ মাজেদি এটা সত্য ঘটনাৰ আলমত বাস্তবত প্ৰতিফলিত হোৱা ছবি খন চাই ভাল লাগিল, আগলৈয়ো এনেকৈ আৰু নতুন ছবি পোৱাৰ আশা কৰিলোঁ।
Video টো চাই আমালৈ প্ৰেৰণা যোগুৱাৰ বাবে ধন্যবাদ।
th-cam.com/video/UqwpQuxc4mY/w-d-xo.html.
সুন্দৰ অভিনয় সকলোৰে
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনালৈ ধন্যবাদ।
Bohut val lagil sai muru maa nai 😭
Mur ma ase pai
Tumar ghor kot
বৰ ভাল লাগিল চাই, আমাৰ সমাজত সচৰাচৰ মাহীমাৰ ওপৰত যি ধাৰণা তাক বৰ সুন্দৰ কৈ প্ৰকাশ পাইছে।মোৰ মতে সন্তান থকা এজন পুৰুষলে বিয়া হোৱা মহিলা গৰাকী বৰ বহল অন্তৰ। আপোনাৰ এই ছৰবিখনে আমাৰ সমাজত অলপ হ'লেও সুপ্ৰভাৱ পেলাব।
আপোনাৰ বহুমূলীয়া সুন্দৰ মন্তব্যৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ।
th-cam.com/video/UqwpQuxc4mY/w-d-xo.html.
@@JDPRODUCTION786 vall lagis
Hokolu mahi maa bewa nhoyy....kin2 kisuman bht bewau thke😰😭
অতিসুন্দৰ আদৰ্শ মোৰো মা আৰু মাহীমা দুয়োগৰাকীয়ে আছে মোৰো মাহীমা তোমাৰ মাহীমাৰ দৰেই মৰমীয়াল
Video চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনাক ধন্যবাদ।
Mojaa 🔥🔥
Thank-you
Vl Lagil oti hundor Ovinoi
Dhonyobad
Xosake bhut vl lagil.😭😭😭😭😭😭😭😢😢😢
Thank you so much
Xosakoi bhut Val lagile kahini2 sai😢😢🥺🥺🥺🤗🤗🤗
Thank you so much
Wow heart touching ❤️👍
Thank you
Xosai bohut Val lagise
Thank you so much
ভাল লাগিল, আগলৈ এনেকুৱা ছবি আৰু আশা কৰিলো।
ছবি খন চাই সুন্দৰ মন্তব্য আগবঢ়োৱাৰ বাবে ধন্যবাদ।
সচাই ছবিখন চাই ভাল লাগিছে ।এইটো যদি সঁচাকাহিনী মাহী মাকবোৰে কান্দিছে আজি ।
একেবাৰে সত্য কাহিনী।
Nichai kaandise
চুটি ছবিখনে মনটো আবেগিক কৰি তুলিলে। প্ৰতিটো চৰিত্ৰৰে অতি সুন্দৰ অভিনয়ে কাহিনীটোক সফলতাৰে গতি প্ৰদান কৰিছে। অবশেষত বৰ ভাল লাগিল।
ছবি খন চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনাক ধন্যবাদ।
ভাল লাগিল মোৰ
একে হসা কাহিনী
এলিন ,সচাকৈ বহুত ভাল লাগিল তুমাৰ অভিনয় চাই ,,সকলো মাহীমাক যে একেই নহয় সেইটো তুমাৰ অভিনয়ৰে বুজাই দিলা চকুত চকুপানী আহি গল অ এলিন 😥বহুত বহুত ভাল লাগিল চাই ,,আৰু আগুৱাই যোৱা।।
Thank you so much
China suwali moi thnq so much 🥰🙏🏻
J hum
মন চুই গ'ল ♥️
ছবি খন চোৱাৰ বাবে ধন্যবাদ।
এনকোৱা শাহো মাক লেগে ❤❤❤
Duniya hoisa
Thank you
মোৰ লগত কাহিনী টো মিলিছে।
@@munindrasharma9093 Video tu suwar babe aapunaloi dhanyabad.
Bhal lagel sai
ধন্যবাদ।
wonderfullll keep it up
Thank you so much
Bohut dhuniaa oviny korisa day 🙏👍👍
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনাক ধন্যবাদ।
হিয়া। কথা।আমাৰ। বহুত। ভাল। লাগিছে
Thank you
চেতিয়ানি ৰ অভিনয় চাই বহুত ভাল লাগিল।।👍👍
Thank you so much
Val lagil sai kahinitu
Thank you so much
Sai bht vl lgil maheenon❣️❣️❣️🥰🥰
Thank you
সুন্দৰ কাহিনী ❤️
Dhonyobad।
Val lagesa
Mojaaa
Thank you
Excellent 👌👌
Thank-you
অন্তৰ চুই গল ৷ খুুউব সুন্দৰ কাহিনী ভাগ ৷
ছবি খন চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ।
সুন্দৰ উপস্হাপন।।।। আগৰ দিনত মাহীমাক বুলি এটা বেয়া মনোভাৱ আছিল একেবাৰেই সত্য কিন্তু আজিৰ তাৰিখত শিক্ষাই সকলো ভূল ধাৰণা নাইকিয়া হৈছে।মা সদায় মা।। ভাল লাগিল শেষ নোহোৱালৈকে চালোঁ।
ছবি খন চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনাক ধন্যবাদ
th-cam.com/video/UqwpQuxc4mY/w-d-xo.html.
Video tu firstr pora last loike eman vl lagil. Sokur pani ulai gol. Xosai dei mahi maa buli ji bhul dharona xomajot ase video tur joriyote khub xundor koi prokax paise.
Video tu saai hundor koi montobbyo diyar babe aapunaloi bohut dhonyobad.
Bvidipto
বহুত বহুত সুন্দৰ । পাছৰ খণ্ড বোৰ চাব বিচাৰো ।
@@JDPRODUCTION786 ²
@@JDPRODUCTION786 ooioooooooooolikoool9oooo
সুন্দৰ কাহিনী আৰু সুন্দৰ অভিনয়৷
Thank you so much
Nice.
Thank you
শেষলৈকে চালো বহুত ভাল লাগিল
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনালৈ ধন্যবাদ।
চকুৰ পানী ওলাই গল 😭😭সঁচা কাহিনী
Thank you
Dhuniya hose de 🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀
Thank you so much
Very nice ❤❤❤
Thank you so much
@@JDPRODUCTION786 আগবাঢ়ি যোৱা আমি সদায় আছো তোমাৰ লগত 👍
সুন্দৰ উপস্থাপন। ছবিখনৰ কাহিনী অতি সুন্দৰ।
ছবিটি চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ।
সচাঁ কথা কিন্তু।ভাল লাগিল। আগলৈ আৰু এনেকোৱা ভিডিঅ বোৰ দি যাব।
Video টো চাই সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ।
Hosa ktha.......val lagil sai
Thank you
Val lagil hundor video oviny moza❤️😭
Video tu saai hundor montobbyo diyar বাবে আপোনাক ধন্যবাদ।
Vl lgil🥰🥰🥰
Thank you
সুনদৰ
Thank you
এখন সুন্দৰ নাটক, খুব ভাল লাগিল চাই, চকুৰ পানী ওলাই গল।
Video tu saai hundor montobbyo diyar babe aapunaloi dhonyobad
Bhaal lagil sai
Thank you so much
Bohut val lagile
Thank you
Bohot val lagil
Thank you
Val lagise dei
Thank you
Khub dhunia ovinoi..bohut val lagil..
Thank you so much
Khosai bohut bohut val lagi ❤
Thank you so much
ছবিখন চাই সচাকৈ বৰভাল লাগিল্। অলপ সময় ৰ বাবে বৰ ভাবুক হৈ পৰিছিলো। ছবিখনত প্ৰতি টো অভিনয় বৰ ভাল দৰে ফুটি উঠিছে । আগলৈ আৰু এনে অভিনয় চাবলৈ পোৱাৰ অভিলাখ ৰাখি সকলো শিল্পী লৈ শুভেচ্ছা যাচিলো ধন্যবাদ
ছবি খন চাই সুন্দৰ মন্তব্য আগবঢ়োৱাৰ বাবে আপোনালৈও ধন্যবাদ।
Bohut val lagil huni
Thank you
Bhal lagil.,,,,,,,,,,,,,B.Devi .baa
Thank you
বহুতে ভাল লাগিল। অভিনয় সুন্দৰ😢
Thank you so much
Very beautiful
Thank you
Val lagil oti Xundor ovinoi ❤️😭
Thank you so much
Val lagil
Thank you
Kintu hokolu mahi ma eke nohoi kunuba valu hobo pare kunuba beyau hobo pare jene mur mahi mai muk ketiyau morom kora nasil 😔😔
Bhut dhunia
Thank you
Hosakoi bor dukh loga 😭😭😭😭😭😭
Dhonyobad
👌👌👌
🙏
Val lagil video tu si 👍😌❤️
Thank you so much
বৰ সুন্দৰ লাগিল
Thank you so much
bhout val ligil
ধন্যবাদ।
বহুত ভাল লাগিল। চকুৰ পানী বাগৰিল। নাটক খনৰ জৰিয়তে সমাজৰ মনৰ ভ্ৰান্ত ধাৰণাবোৰ নিৰ্মূল হওঁক ।
Video টো চোৱাৰ বাবে অাৰু সুন্দৰ মন্তব্য দিয়াৰ বাবে ধন্যবাদ।
Bohut.val.ligal.natok.khon.sai
মই আপোনাৰ suscriber হয়
Umm, thank you
Bhaut val lgil
Thank you
♥️♥️♥️♥️♥️♥️
Val lagil sai
Thank you
বহুত ভাল লাগিল ৷ সুন্দৰ অভিনয় ৷
ধন্যবাদ।
Bohut val lagil sai ♥️♥️♥️
Thank you
অতি সুন্দৰ উপস্থাপন কৰিছে ভাল্ লাগিল 👍👍👍😢
Thank you
@@JDPRODUCTION786 u
সত্য কাহিনী ভাল লাগিছে চকু পানী ওলাই গল ও ভাল অভিনয়
Thank you so much
Chetiani role Tu bhal lagile dei baidew. Keep it up😊
Thank you so much
Nice video.
Thank you
Bhal lagil sai 😊❤️
😇
Hlw dear frins
বৰ সুন্দৰ হৈছে খুব ভাল লাগিল
সুন্দৰ মন্তব্য দিয়াৰ বাবে আপোনাক ধন্যবাদ।