Bad Bibad With Biju Deka | ULFAক SULFA কেনেকৈ কৰিছিল?শইকীয়া পৰিয়ালৰ ওপৰত ULFAৰ ধাৰাবাহিক এম্বুছ কিয়?
ฝัง
- เผยแพร่เมื่อ 13 ก.ย. 2024
- Bad Bibad With Biju Kumar Deka | আছুৰ স্তিমিত আন্দোলনৰ পিছতো কিয় হৈছিল অসম চুক্তি?
ULFAক SULFA কেনেকৈ কৰিছিল?
মহন্ত চৰকাৰৰ দিনত কেনে অত্যাচাৰৰ সন্মুখীন হৈছিল?
শইকীয়া পৰিয়ালৰ ওপৰত ULFAৰ ধাৰাবাহিক এম্বুছ কিয়?
হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ হৈছে কিয়?
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#badbibad #bijudeka #sulfa #sulfa #cmhimantabiswasarma
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...
শ্ৰদ্ধাৰ বৰমা ৰ সতে এই কথোপকথন এক বিশাল সময়ৰ বিশেষ দলিল.....মই হাড়ে হিমজুৱে অকংগ্ৰেছী হলেও এই আলোচনা বৰ ভাল লাগিল.....আপুনি কুশলে থাকক...ডেকা দা লৈ ধন্যবাদ থাকিল।
আপোনাৰ অমায়িকতা আদৰ্শ হৈ ৰব...
Bahut val lagil katha bor suni
প্ৰয়াত হিতেশ্বৰ শইকীয়াই অসমীয়া জাতিক কৰা প্ৰতাৰণা কোনো কাৰণতে পাহৰিব নোৱাৰি। তেওঁ অসমীয়া জাতিলৈ আগবঢ়োৱা বৰঙণি কি ? তেওঁ অসমীয়া জাতিক সৰ্বনাশ কৰি গৈছে।
সৰ্ব কাললৈ হিতেশ্বৰ শইকীয়া অসমীয়া জাতিৰ বাবে সমস্যা সমাধান কৰাত নহৈ সমস্যা জটিল কৰা আন এজন বদন বৰফুকন বুলি কুখ্যাত হৈ থাকিব।
অসমীয়া জাতিক কোনজন নেতাই গাদ্দাৰী কৰা নাই?অতীতৰ পৰা বৰ্তমানলৈকে।
বাইদেউ আপুনি সঁচাই সহজ সৰল । মই আপোনাক এটা বছৰ কাষৰ পৰা পাইছিলোঁ। ২০০৬ চনত । মই শিমলুগুৰি থানাৰ OC আছিলো। তেতিয়া আপুনি মন্ত্ৰী আছিল যদিও কোনোদিনে power খটাই বেআইনী কামৰ বাবে মোক প্ৰৰোচিত কৰা নাছিল । সঁচা অৰ্থত ভদ্ৰ মহিলা । বহুদিনৰ পিছত দেখা পাই ভাল লাগিল ।
জাতিটোক শেষ কৰাৰ এক মাত্ৰ কালপ্ৰিত হিতেশ্বৰ শইকীয়া আৰু আজিও তেখেতৰ অনুচৰে শাসন কৰি আছে
হিতেশ্বৰ শইকীয়া এজন অসমীয়া জাতিৰ কলংক
Thotor asol nambur nidiyi kele
@@user-pe3tz6zi8c কাৰোবাৰ বেয়া লাগিব পাৰে কিন্তু প্ৰয়াত হিতেশ্বৰ শইকীয়া এজন জাতি দ্ৰোহী, নৰখাদক ব্যক্তি আছিল। অসমীয়া জাতিক বাংলাদেশীসকলৰ কবলৰ পৰা মুক্ত কৰিবলৈ তেওঁৰ কি অবদান আছিল ? বৰং বাংলাদেশী সকলক সুৰক্ষা দি নিজৰ বাবে ৰাজপাট দখলৰ কৰাত ব্যস্ত আছিল। ১৯৮৩ চন আৰু পৰবৰ্তী সময়ত তেওঁৰ নেতৃত্বত কিমান অসমীয়া যুবকক হত্যা কৰি টায়াৰ জ্বলাই জলাইছিল অসমীয়া লোকে কেনেকৈ পাহৰিব।
এজন নিষ্ঠুৰ হত্যাকাৰী বাদে তেওঁ আন একো নাছিল।
@@DurgeswarGogoi-pq6ktkaron ehot akhomiya nohoi dechuali hoi. Mohonta prabhu, Himanta pujarir bonkhodhorhoi ei bhori cheleka otihindu aru otibesi bharotiahokol.
Simple n kind hearted humble Lady... Opposite Hiteswar Saikia
So polite politician.
Very nice baidew ❤ ❤
Very nice interview
🙏🙏
এদিন ৰিনিকি ৰ।।। বাৰু নকওঁ আৰু 😂😂😂
Love the LEADY. She is the LEADY.
LADY hoi ow
Cute LEADY.
মানবেন্দ্ৰ শৰ্মাক বোলে হিতেশ্বৰ শইকীয়াই মৰাইছিল হয় নে বাৰু?
Babu basarar murat baidewk deka Pai bhal lagil.
Baideu vale thakok
New generation of Assamese people believe in ULFA or not?
What New generation thought about ULFA?
What other option do we have?
Himanta Bulldog sharma first helped the Miyas settle down while he was in Congress, now he is helping to settle down the Bongals, Biharis and Marwadis, and all of them are killing our culture and language, our parents have tried to hide the history from us, but once you realise what we are then it's an easy choice, we don't care about the independence - Swadhinata, but we carr about our right to rule ourselves - Swaraj, if ULFA will stand for the indigenous people, we will have no other choice to support ULFA , as we can't get our government again, we are already a minority in Assam, what will we reply to our future generation? If we can't keep our community alive we start identifying as Biharis or Bongals already by now
Kothabur huni bohut khong uthise.......Axomia jatiloi ki obodan ase ...jonabosun
নমস্কাৰ বাইদেউ । আপোনাক 1994 ত লগ পাইছিলো GMC নিৰ্বাচনৰ মিতিংত । আপুনি জীকিলে । মেয়ৰ হল । মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাৰ্টী দিছিলে । আমি গৈছিলো মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত । আপোনাৰ লগত ফটো এখন আছে ।
Nomoskar baidew
Baidew a Amar maak porhaisil
Bohut marjitto manuh teu...
Adit nokoraeke interview?????????????????
ULFA, SULFA kaalprit of Assam. Hiteswar. Saikia was a great politician in India.AASU, AGP spoiler of. Assam.
Sulfa jonmo dia manuh jonei Hiteswar Saikia. Teur babei axom t sulfa I iman utpat koribo parile.
Rabha Viper Army ki mairer fof to asil....