Anup setiya dangriya , aponar kathar para buja gol je , aponalok sasha koi durbal hoi eai padakhyep lowa nai ne ? Aru eaito yea jadi apona loke alfa kari assamar hazar 2 lokok nidhan karar ki adhikar ase ba asile ? . Apuni nabha be ne ? My kaba bisarim . Je aponalokar kono adhikar nai . Aponar jibanar moh ase jadi eai sakal shahidar mullyan kane koi kariba . Eai bor katha raijk kenekoi bujaba . Aru eata katha manat rakhi padakhyep lowa usit asil .
অসমৰ ইতিহাসত আটাইতকৈ নিলাজ মানুহ কেইটা হৈছে এই কুলাংগাৰ কেইটা। এইকেইটাক সামাজিক ভাৱে বৰ্জন কৰিব লাগে। আদিত্য ডাঙৰীয়া এইটোৰ লগত কি কথা পাতিছে? এইটোৱে একো নাজানে। এতিয়া সি গোটেই দায়িত্ব সাধাৰণ জনসাধাৰণৰ ওপৰত দিব বিচাৰিছে।
11
😅😅
আপুনি কি ঘটি দাল কৰিছে জাতিটোৰ কাৰনে।
বঢ়িয়া পৰাগমণি আদিত্য।ভাল জাৰিছে।
কোনো ভৱিৎচত নাইকীয়া চুক্তি। এইকেইজনক এটা বান্ধোনত ভাৰত চৰকাৰে ৰাখি থৈছে ।
কা" আন্দোলত যদি আপোনালোক আছিলেই তেন্তে অখিল গগৈ বিনা কাৰণ জেল খালে তেতিয়া মাত নামাতিলে কিয়..?
।।আচলতে এই তো যে অদেনেৰি সম্পাদক আছিল আমি এতিয়াহে বুজি পালো।।আচলতে এই সকল আচিল আমাৰ মাজত বান্দৰ।।
Moza dise
Nice porag da... Wel dane.. Nd tq to news18assam.. Val dile..
চেতিয়া ডাঙৰীয় কংগ্ৰেছত তেতিয়া এইজনেই হৰতা কৰ্তা আছিল মানে এতিয়া মূখ্য মন্ত্ৰী। তৰুণ গগৈ ভাল মানুহ আছিল আপোনি মাননীয় মুখ্যমন্ত্ৰীৰ কথা কৈ আছে যে।এখেতৰ কাৰনে শান্তি চুক্তি নহ'ল তেতিয়া।
অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱাই আলোচনাৰ নামত নিৰলজ আত্মসমৰ্পনৰ বাদে একো নহয়। বিক্ৰী যোৱা নেতাৰ পৰা ইয়াতকৈ ডাঙৰ কি আশা কৰিব পাৰে অসমীয়াই। অসমৰ সাম্প্ৰতিক সময়ত আলফাৰ এইখন চুক্তিৰ কোনো কাম নাই আৰু এইকেইজনৰ পাসঙগিকতা দিনে দিনে কমি আহিছে।
এই কেইটা, নীলা শিয়াল। তহতৰ, স্বাধীন অসম কি,হ'ল?
নেজবিহীন পশু কেইটাৰ লগত সময় নষ্ট কৰি আলোচনা নকৰিব ।অৰবিন্দ ৰাজখোৱা ,অনুপ চেতীয়া ,শশ চৌধুৰী আদি নেজহীন পশু কেইটাই স্বাধীন অসমৰ নামত লাখ লাখ অসমীয়াক নিৰ্যাতিত পংগু কৰাই ১৮হাজাৰ লোকৰ মৃত্যু কাৰণ নৰখাদক ভণ্ডকেইটাৰ নিজ মুখৰ কথা প্ৰতিদিনেই সলনি হয় বুলি সিঁহতে নিজ মুখেৰে কোৱা কথাৰ তথ্যই প্ৰমাণ থুই থুই তহতৰ লগত যে অমিত শ্বাহে আলোচনা কৰি কিবা সাধু শুনালে সেয়া তহতৰ যোগ্য প্ৰাপ্য ।তঁহতৰ কথা যুক্তি শুনি তহতৰ মুৰত যে মাল নাই মানে মগজু বিবেক বুদ্ধি দৃঢ়তা সাহস নাই তহতৰ নিজ মুখৰ কথা যুক্তিৰে প্ৰমাণ কৰিছে ।
যুদ্ধ কৰি পালে হয় যদি ? জীৱনত মুখামুখি হই নাপালেই ৷
সুন্দৰ অনুষ্ঠান
Paresh Kokai ihotot koi 100 x uporot , teu swahid khinir karone ajiu juj di ase , aru ei kulangar keta etia VVIP lifestyle jiai ase
সচাই এই মানুজনৰ
লাজ নাই
মূৰ্খৰ দৰে কথা কিয়কয়?
অসমৰ সকলো মানুহে বদন এই আলোচনা অকল নিজৰ ৰাভা লাভৰ বাবে
বহুত বহুত শুভেচ্ছা যাচিলো
ইয়াৰ কথা শুনি কুকুৰ পোৱালিবোৰ প্ৰশাব উলাইছিল ।😂😂😂😂😂😂😂😂😂😂😂
এই বিলাক অৰ্থ নাইকিয়া কথা বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে
Thumbnail ki asil ru discuss ki hol bee
Pratisthan gorhar karone andolan korisil neke, eibur tu eneiu holhoi, bohut hoise, kintu Okhomiya jatitur karone ki anile
এইবোৰ অৰ্থ নাইকীয়া মানুহৰ লগত কিয় কথা পাতিব লাগে।
ইয়াৰ লাজ লাগিছে নে নাই বাৰু?
Bangladesht thka manhe keneke gm pbo kimn sahid hoise .assomr manh bhut sahid hoise jitu hisab dibo nwarib
অসমীয়াৰ তেজৰ মূল্য এইয়াই
Chetia dev kheti kori Nalbari , Boroland ,r khetioke bgal Gari , Bulet loise , Aponi Mrinal Talukder dev,r kothopokothan chab,a .
Pap korile shashti paboi
Aikhon kuno sukti
Nohoi
Kintu chetia mahasoi good men
Aikeita ulfa nohoi aikeita malfa hoi
সচাকে আমাৰ সকলোৱে বদন এটা ভাল কাম কৰিব নোৱাৰো
Kiba ata laj lagise 😅😅😅😂
চৰকাৰী ভাৱে কিয় ১০হাজাৰ কিয় কৈছে তেন্তে?
Farm akhan banabor karane
Ulfa koribo Lage neki
😅😅😮😮😮😮😮😮😮😮😮😮
উত্তৰতকে প্ৰশ্ন বেছি, শোনিবলৈ ভাল লগা নাই,
এই বিলাকৰ লগত কিয় কথা পাতিব লাগে।এই ঘূনিয়া মানুহে টকা ঘুটাৰ বাহিৰে আন কিবা জানো মানবতা আছে।ইহতৰ মুখত জানো সচা কথা ওলায়।
আপুনি কিমান সজাগ?
Chetia toi mori thak tetiya Assamor manuhe hanti pabo ru sohid hokolr aadmai hanti pabo
Anup setiya dangriya , aponar kathar para buja gol je , aponalok sasha koi durbal hoi eai padakhyep lowa nai ne ? Aru eaito yea jadi apona loke alfa kari assamar hazar 2 lokok nidhan karar ki adhikar ase ba asile ? . Apuni nabha be ne ? My kaba bisarim . Je aponalokar kono adhikar nai . Aponar jibanar moh ase jadi eai sakal shahidar mullyan kane koi kariba . Eai bor katha raijk kenekoi bujaba . Aru eata katha manat rakhi padakhyep lowa usit asil .
Personally profit dore lagise eitu sukti
Reporter jonk ..heart r pora thanks disu ..apuni ekdm jegat dhrise . Bal r sukti district election officer k poisa di name xumai debo ..