তাই মোৰ সময়খিনি বৰ্বাদ কৰিলে😭 Cheat Story

แชร์
ฝัง
  • เผยแพร่เมื่อ 27 ธ.ค. 2024

ความคิดเห็น •

  • @jebinakhter5279
    @jebinakhter5279 ปีที่แล้ว +41

    Kisuman sowali r krne sb sowali jati to r bodnam hoi😢😢 Vogoban r xohai thkile koneo ako kribo nwre....God bless you dada❤❤

  • @nilukumaracharya94
    @nilukumaracharya94 ปีที่แล้ว +10

    যি অতীতত উজুটি খোৱা আৰু কৰ্ফাল খাই পৰাৰ অনুভৱ আছে, তাক মাথোন অভিজ্ঞতাৰূপেই মনত ৰাখিবা বন্ধু। আগবাঢ়ি যোৱা, আমি আছোঁ তোমাৰ লগত সদায়। পৰৱৰ্তী ভাবি-চিন্তি মন দিবা.... বন্ধুত্ব কৰা, গভীৰ নহ'বা।
    সাক্ষাৎকাৰ লোৱা ভন্টিজনীৰ কথা পতাৰ আৰু শুনাৰ ধৰণৰো শলাগ লৈছোঁ। সুন্দৰ অনুষ্ঠান এটি ।

  • @pravachutia931
    @pravachutia931 ปีที่แล้ว +24

    বেয়া বস্তবোৰ আগতে আতৰি গল ভালেই হল । সতাস নহবা ,বিন্দাচ থাকা । পাচত আৰু বেয়া হলহেতেন । প্ৰমৰ সংজ্ঞা নাজানে এনেই পঢ়িছে । বদমাচ ছোৱালী ।

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 ปีที่แล้ว +33

    ৰবিন উইলিয়ামছে কৈছিল - ভোকত কলমল কৰা পেট, উকা মানিবেগ আৰু ভগ্ন হৃদয়ে জীৱনৰ শ্ৰেষ্ঠ শিক্ষা দিয়ে ৷ মই ভাবো - প্ৰথমজনী ছোৱালীজনীয়ে আচলতে ল’ৰাজন তাইৰ উপযুক্ত হয় নে নহয় সেয়া দীঘলীয়া দিন Judge কৰি চাইছিল আৰু নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিলে ৷ কিন্তু তাকে কৰিবলৈ যাওঁতে তাই ল’ৰাজনক কিমান আঘাত দিলে সেয়া এবাৰো ভাবি নাচালে ৷ তাই ল’ৰাজনক এৰি দিয়াৰ কাৰণ এটাই -তাই ভাবিলে যে ল’ৰাজন তাইৰ বাবে নহ’ব ৷ দ্বিতীয় ছোৱালীজনী বহুগামী ৷ তাই এই ল’ৰাজনৰ সৈতে কেৱল টাইম পাছ কৰিলে ৷ হয়তো আৰু বহুতৰ সৈতে টাইম পাছ কৰিলে / কিজানি এতিয়াও কৰি আছে যিটো এই ল’ৰাজনে গমেই নাপালে ৷
    জীৱনৰ অভিজ্ঞতাৰ পৰা ক’লো - প্ৰেম সকলোৱে নাপায় ৷ কিয় নাপায় নাজানো ৷ আকাশলৈ চাই হাজাৰজনে প্ৰশ্ন কৰে কিয় এনে হয় ৷ পিছে উত্তৰ কোনোয়ে নাপায় ৷৷ আন্তৰিকতাৰে কামনা কৰো যে আপোনাৰ জীৱন আকৌ প্ৰেমেৰে পৰিপূৰ্ণ হওক ৷

    • @AtoZ-su3iv
      @AtoZ-su3iv ปีที่แล้ว +1

      ঠিকেই কৈছে আপুনি

    • @DhritishmaBasistha-vf3el
      @DhritishmaBasistha-vf3el 4 หลายเดือนก่อน

      আৰু কিছুমানে পাইও হেৰুৱাব লগা হয়

  • @manjulaborah1351
    @manjulaborah1351 ปีที่แล้ว +16

    অন্য একো নহয়, চৰিত্ৰৰ দোষ আৰু সংস্কাৰ নাই,যি হৈছে ভালৰ বাবেই হৈছে,ভালৰ সদায় ভাল হ'ব, ভগৱানে তোমাক সাহস দিয়ক🎉🎉

  • @TeddyBear-c6d
    @TeddyBear-c6d ปีที่แล้ว +11

    বিৰাজ দা চিৰাঙৰ হয় আৰু সেইফালৰ মানুহবোৰে কথা পাতোতে সি,তাই, তাক এইবোৰ ল'ৰা ছোৱালী উভয়কে কয় । অসমীয়া ভাষাত এয়া ভুল হ'ব পাৰে। কিন্তু নামনিৰ ভাষাবোৰ অলপ বেলেগ, ভিন্ন ভিন্ন ভাষা কয় মানুহবোৰে । বিৰাজ দা নামনিৰ বাবে হয়তো কথা পাতোতে সি, তাই , তাক এইবোৰ পাৰ্থক্যবিহীন ভাৱেই মুখত আহিছে কিন্তু তেওঁ অসমীয়া লিখোতে কেতিয়াও ভুল নিলিখে ।
    আপুনি এনেদৰেই আগবাঢ়ি যাওক দাদা ।
    এইবাৰ পোনপটীয়াকৈ বিয়া পাতি ল'ব । প্ৰেমত পৰিব নালাগে আৰু...🤗

  • @dancestudio8920
    @dancestudio8920 6 หลายเดือนก่อน +4

    আপুনি সত্য। সত্য মানুহক আজিকালি ঠগন দিয়ে।

  • @rashmikakoti7830
    @rashmikakoti7830 ปีที่แล้ว +27

    Nalbari dada jonr story 2 huni mur sokur pani ulai goisil😢

  • @Lazygirldimpi
    @Lazygirldimpi ปีที่แล้ว +6

    Sobe mne apunak a propose kore nki?? Aru upper assam r suwali joni k dudin lg paise tate aru emn duror suwali. Tai hol pohra xuna suwali xai krne sage tanekua koril !! Aru tar tar nokoi suwali k aru nijor maa joni k makor buli nokoi dada. Pohra xuna suwali a toka poisa nasai behavior sai😊😊. 1st joni r kotha koisu 2nd joni r nii kua😊.. Aru lower r suwali a ni nki sob upper r a j tate aru apunak a propose kore.. Misa jn lgil kotha khini apunar o vool ase akpat tal a re xobdo nuthe

    • @DibyajyotiNath-yu9wh
      @DibyajyotiNath-yu9wh 8 หลายเดือนก่อน +4

      Upper Assam r suwali bur bahut seni😅

    • @Lazygirldimpi
      @Lazygirldimpi 6 หลายเดือนก่อน

      @Tanusiyanath9 moi story to xuni koisu moi najanu vonti kar kotha koise😊😊

  • @queenrani7261
    @queenrani7261 ปีที่แล้ว +2

    Dada Tumi bohut val bohut buji puwa bohut dhoijyo ase tmr..tmr dore husband paboloi bhagyo lagibo🥲 bhogobane tumar mongol korok 🙌

  • @purabirabha5696
    @purabirabha5696 ปีที่แล้ว +2

    Valpowa hoise vogobanor dan. Ata homporko goribo bohut dhoijyo kosto r proyojon hoy kintu vangibo 1secen nalage.

  • @HimangshuPatowary-b9f
    @HimangshuPatowary-b9f 2 วันที่ผ่านมา +1

    Asolote bohut relationship t suwali ye lora jonok eko karon nuhuwakoi eri thoi gusi jai ,,kio jai xai karon tu yu nkoi, direct number block kri thoi dibo ,vabi nasai pisor situation tu kenekuwa hbo ..... Enekuwa kisumn suwali r karone kisumn lora r jibon xekh hoi jai....

  • @bikidas8947
    @bikidas8947 11 หลายเดือนก่อน +1

    Nissoi ahibo... bhagawan ase so apunak bea hobo nidili ..karon apuni ejon hoth purukh...

  • @GK__SNT
    @GK__SNT ปีที่แล้ว +8

    সেন্দুৰ দিয়া পিছতো বেলেগৰ লগত সম্পর্ক ৰাখে😂 উফ......... উফচ......।

  • @krishmitaburagohain
    @krishmitaburagohain ปีที่แล้ว +32

    মোৰ লগত ও হৈ গৈছে,,,মানে হৈ আছে,,,
    আচলতে প্ৰথম চব ঠিকেই থাকে ,,, পাছত মাজত বেলেগ সোমাই,, চব খেলি মেলি কৰি পেলাই,,জুন জন আঁতৰি যায় হি ও ঠিকে থাকে,কিন্তু আন জন ৰ হে বহুত কষ্ট হয়,
    যি সঁচা ভালপাই তাৰ হে তেনেকুৱা হয়,
    সঁচাকৈ সকলো শেষ কৰি থৈ গুচি যাই, আনকি জীয়াই থাকিবলৈ শক্তি, ধৈৰ্য,সাহস সকলো,শেষ হৈ যায়,

  • @Pallavi.206
    @Pallavi.206 ปีที่แล้ว +1

    Apuni basi gola dada ❤ happy thakiba

  • @priyankasaikia5302
    @priyankasaikia5302 ปีที่แล้ว +40

    নলবাৰী ৰ যে দাদা জনৰ লগত হৈছিল সেইটো এটা দুখ লগা কাহিনী আছিল,,লগতে unique আছিল,,,,,,,যিটো কাৰো লগত ন্হওক,,,, কিন্তু আপোনাৰ নিচিনা বহুত ৰ লগত হৈছে দাদা,,,, গতিকে হিমাশ্ৰী বা অলপ ব্যত্তিক্ৰম কৰাৰ চেষ্টা কৰিবচোন,,,,, একো নাই দিয়ক চাই থাকিম ভিডিঅ'বোৰ,,,, আৰু অসমীয়া অভিধান ত বোধকৰোঁ স্ত্ৰী লিংগক তাই বুলি সম্বোধন কৰে ,,,,,

    • @madhusmitanath9138
      @madhusmitanath9138 ปีที่แล้ว

      ধুনীয়া কথা কৈছে দেই ❤❤

    • @rupaschannel5856
      @rupaschannel5856 ปีที่แล้ว

      Hoi. Lora jone suali jonik Khi and tar buli koi ase. Axomiya manuh hoi ne nhoi ei lorajun, english hole thike humai diye axomiyar majot.

    • @RoshmiRay-ny8mg
      @RoshmiRay-ny8mg ปีที่แล้ว

      Chirang district r BTR hoy hei karone vul hoise

    • @himashrideka-l2m
      @himashrideka-l2m ปีที่แล้ว

      Hoi etu sage sobore logot hoise

    • @himashrideka-l2m
      @himashrideka-l2m ปีที่แล้ว

      Mur lgt o enekua korise lora 2jone

  • @StayPositive298
    @StayPositive298 ปีที่แล้ว +7

    Everything happens for a reason..
    You are a good human being, you deserve something better 😊,chill, enjoy and celebrate your independence 🎉 ❤❤
    She has lost something very precious 💞💞... Such a nice person, it's hard to find such people in this fake world 🌎🌎
    Best wishes 🤞🍀

    • @SumitSaikia101
      @SumitSaikia101 ปีที่แล้ว +1

      Right

    • @binaborah3712
      @binaborah3712 11 หลายเดือนก่อน +2

      বহুত বেয়া লাগি গ ল হব এদিন তোমাৰেই জয় হব সিহঁতৰ কান্দি কান্দি ভাত খাব লগা অৱস্থা হব

  • @Bangla_Cartooon
    @Bangla_Cartooon ปีที่แล้ว +15

    কুমাৰ বিৰাজ,তোমাৰ প্ৰেম কাহিনীৰ ইতিবৃতি শুনা পালো,কাহিনীটো শুনি ফেচবুকত দিয়া অনুষ্ঠানটো চাই এটি দীঘলীয়া মন্তব্য দিছো;মোৰ দৃষ্টিত তুমি সামান্য ভুল কৰিলে যে যেতিয়া স্বৰসতী পুজাত মন্দিৰত গৈ বিবাহৰ প্ৰতীক হিচাপে কপালত সেন্দুৰ তাৰ ইচ্ছাতেই পৰালা,সেই সেন্দুৰ যদি মাজেমধ্য পৰিব দিলাহৈ তেন্তে আন লৰা তাই বিবাহিত বুলি ভাবিলেহেতেন আৰু তেন্তে তোমাৰ মাজত ব্ৰেকাপো নহলহেতেন।

  • @nipendutta9335
    @nipendutta9335 ปีที่แล้ว +184

    Ba tumi niribili uponyakhr lekhok koushik dar interview loba sun , koushik dar interview kune kune sab bisare

  • @bobbydas7083
    @bobbydas7083 ปีที่แล้ว

    Ji hoi valor krony hoi dada sinta nkribo.apuni bhut val swali pabo aru bhut xhukhi hbo

  • @silparay8701
    @silparay8701 ปีที่แล้ว +1

    val lgil sai vodio tu. video tu sai muro agr premr kotha monot poril .

  • @dalimikonwar3968
    @dalimikonwar3968 ปีที่แล้ว

    Videotu sai bhut beya lagil mor jibonatu same problems hoisl bhut beya din par hoisa lifet choku pani masi bhogri goisu aakha koru dada apnar natun jibon aarambha houk ❤❤❤❤

  • @mayathakur4689
    @mayathakur4689 ปีที่แล้ว +17

    যি হয়, ভালৰ বাবেই হয়। Positive থাকক দাদা।

    • @kusumdeka8275
      @kusumdeka8275 ปีที่แล้ว

      Dada apuni nigar beautifull nigar wife beautifull boy girl lagat bahut khuk kari thakib kisuman beya mahila I apunak thagai money niba apuni subdhan thakiba

    • @kusumdeka8275
      @kusumdeka8275 ปีที่แล้ว

      Ami khakaluye bibahit manuhar khuk kari thaka sansar bhal bhabe thakatu bhabiba lage

    • @RoshmiRay-ny8mg
      @RoshmiRay-ny8mg ปีที่แล้ว

      Hoy diya

  • @sangitabania2390
    @sangitabania2390 ปีที่แล้ว +1

    Moja ...bro..

  • @prayashpatgiri7254
    @prayashpatgiri7254 ปีที่แล้ว

    Apuni sei thik ase thik ase thik ase thik ase thik ase kori thakute gol..... sb kotha mani lobo nalagisil

  • @MANAV1997
    @MANAV1997 ปีที่แล้ว +31

    বহুতে সি, তাই, তাক এইবোৰ লৈ কমেণ্ট কৰি আছে। সেইবোৰক কব খুজিছোঁ যে ল'ৰাজন উজনিৰ নহয়, নামনি অসমৰহে আৰু আমাৰ ফালে সি,তাই, তাক এইবোৰ কওতে ল'ৰা নে ছোৱালী সেইবোৰ চাই নকয়। কথা পাতোতে এনেকৈয়ে পাতে বেছিভাগেই । 🙄
    ভাইটি , ভালেই হৈছে সেই প্ৰতাৰণাৰ মুখমণ্ডলবোৰ তোমাৰ জীৱনত নাই, জীৱনত থাকিলেও তোমাৰ জীৱনটো সুখৰ নহলহেঁতেন.... তোমাৰ গান, কবিতা আমাৰ সদায়েই প্ৰিয়...তোমাক লগ পাম অতি সোনকালেই......🥰

    • @barashabarman6341
      @barashabarman6341 ปีที่แล้ว +3

      Suwalik xi nokoi tu lower Assam r fale

    • @Mausumi483
      @Mausumi483 ปีที่แล้ว +3

      kune kole o lower assam t swalik he koy amiu lower re hoy.ai lora jon assamese nhy blg jati hobo

    • @barashabarman6341
      @barashabarman6341 ปีที่แล้ว

      Amio hy Barpetat nokoi

    • @barashabarman6341
      @barashabarman6341 ปีที่แล้ว

      Bengoli hb kijani

    • @tinkuborah6895
      @tinkuborah6895 ปีที่แล้ว

      Bengali lora hoi re...

  • @susmitadas7958
    @susmitadas7958 ปีที่แล้ว +2

    Bad diok dada tenekwa swalir kotha vabi ako lav ni ... apunar life to val ajoni life partner pabo diok.. Apuni agwai jaok... Best of luck 😊

  • @assamboy1479
    @assamboy1479 4 หลายเดือนก่อน

    OMG 😳 amar osrrr dada jon😢

  • @jonalikalita1139
    @jonalikalita1139 ปีที่แล้ว

    Teo lokat koi bhal sowali paba ..All the best.God bless you 👍👍👍

  • @rajibkumar932
    @rajibkumar932 ปีที่แล้ว +20

    আপোনাক মই বহুবছৰৰ পৰাই জানোঁ , চিনি পাওঁ। ইমানখিনি দুখ বুকুত লৈও আপুনি যে আজি নিজকে সুখী কৰিব পাৰিছে.... সেয়া দেখা পাই মোৰো ভাল লাগিছে। বেলেগ ল'ৰা হোৱা হ'লে চাগে আত্মহত্যাৰ পথ বাচি ল'লেহেঁতেন । আপুনি এনেদৰেই আগবাঢ়ি যাওক ছাৰ । আমি আপোনাৰ লগত সদায়েই আছোঁ , থাকিম চিৰজীৱন.......আকৌ কবিতা, গান ইত্যাদিৰ মাজত নিজকে ব্যস্ত ৰাখক। ভাল দিন নিশ্চয় আহিব.........

    • @junmoniphukan6436
      @junmoniphukan6436 ปีที่แล้ว

      ভগৱানে যি কৰে ভালৰ বাবেই কৰে। তেনেকুৱা সম্পৰ্ক থকাতকৈ আঁতৰি গ'ল বহুত ভাল হ'ল। কাৰণ তোমাৰ লগত বিবাহ হোৱা পাছত বেলেগৰ লগত এনেকৈ সম্পৰ্ক নকৰিব বুলিও ভাবিব নোৱাৰি।

  • @zakihussain8917
    @zakihussain8917 5 หลายเดือนก่อน +1

    Education Qualification-M.A Ph.D
    Dui din pisot name agot,Dr.logabo.
    Aru ai bilak love kamot nahe,So nijot koi kom education qualification thoka suwali k love koriba,nohole nijot koi financial condition kom thoka suwalik love koroba, true love paba

  • @Anamikaborah448
    @Anamikaborah448 ปีที่แล้ว +3

    আন্ধাৰ পাছত পোহৰ আহে। থিক তেনেকৈ তোমাৰ দুখৰ পাছত সুখ আহিব

  • @karunasaikia2370
    @karunasaikia2370 ปีที่แล้ว +1

    ভগৱানে ভালেই কৰে। আপোনাৰ লগত বিয়ার পাচতো বেলেগ ৰ লগত সম্পক ৰাখিব। ফালটু ছোৱালী।

  • @RupKakati-mh1cv
    @RupKakati-mh1cv ปีที่แล้ว +31

    স্বাৰ্থপৰ লোকে নিজৰ স্বাৰ্থৰ বাবেহে আপোন হোৱাৰ অভিনয় কৰে।

    • @RBORA-eg3ho
      @RBORA-eg3ho 8 หลายเดือนก่อน

      Muk u Pronami saikia namr ajni borbad krila.

    • @joybora5875
      @joybora5875 8 หลายเดือนก่อน

      7

  • @dadulali7202
    @dadulali7202 ปีที่แล้ว +1

    Bht dukh lagil himasri ba apunak bht Val pao

  • @poliboruah3817
    @poliboruah3817 ปีที่แล้ว

    😢apuner lifet val sister ahok god bless you 😢bro

  • @MadhusmitaDeka-vp4pn
    @MadhusmitaDeka-vp4pn ปีที่แล้ว +2

    Xhi xhi buli koi asa je Tai suali n lora hoi😅😅😅

  • @inayatnaaj
    @inayatnaaj 6 หลายเดือนก่อน

    Aadat'r kotha tu kintu ekebare hosa 😊

  • @ustanayesarira2111
    @ustanayesarira2111 ปีที่แล้ว +8

    Situation main 😂😂😂

  • @dipikasonowal2207
    @dipikasonowal2207 ปีที่แล้ว +4

    Nalbari dada jonor kahini tu bor dukh loga asil.

  • @longkikro3676
    @longkikro3676 ปีที่แล้ว +4

    Kam nuhuwa relations..😂😂😂

  • @biju435
    @biju435 ปีที่แล้ว +2

    Nice Story....

  • @gyandeepgogoi9779
    @gyandeepgogoi9779 9 หลายเดือนก่อน

    Same 🥺💔 dhoka mulgt hoise lora bohut akha vorokha kori vl pai pgl hoijai kintu suwali bu ajikali okl njr motlobi hisape thke ene time pas kri vlpai thki lastot lad mari gusi jai kiman dukh hb pare vlpua jonor gute jbn dukh thki jai mnt ajibon

  • @rajibnarahwithyou993
    @rajibnarahwithyou993 ปีที่แล้ว

    Majnu bhai ekhon movie bonuwa story tur uporot ...... block buster hit hobo....❤

  • @jonalikalita1139
    @jonalikalita1139 ปีที่แล้ว

    Ji karm belegar lagat kare nijar lagato tene nisbway hot..kiono somoyar punarabritti hoy👍👍👍

  • @bps5878
    @bps5878 ปีที่แล้ว +8

    Tar kotha khinit alopu prem dekha napalu

  • @Bulbulkonch06
    @Bulbulkonch06 ปีที่แล้ว +2

    Ba apnr vdo bur sai bohut val lage❤❤ btw happy durga puja to all

  • @popidevi7556
    @popidevi7556 ปีที่แล้ว +1

    Biraj da valpua xdai hridoyore nhoi dimage val pabo lage atori gole dukh nalage...moiu ajoni suali hoi aji 9 basor val pai asu hajar kaijiya huar pistu akeloge asu...ata kotha xca ank dukh di kunu xukhi hbo nuaru

  • @Gyro45
    @Gyro45 ปีที่แล้ว +1

    Xaap ahei jibonot...
    Jua pasot prithbi khn kmn dhunia jona jai

  • @hemkantaborah7434
    @hemkantaborah7434 ปีที่แล้ว +10

    এনেকুৱা বিশ্বাসঘাটক মাইকীবোৰ মৰিলে ভূতৰ বাহিৰে একো নহয়।

  • @Hirokdeka124
    @Hirokdeka124 ปีที่แล้ว +3

    Biyar pist divorce howtke agte nijor character show korale...ur so lucky nro....aponar lgt bhogoban xohai ase

  • @LiTtLeEsPoRtSGaMiNG
    @LiTtLeEsPoRtSGaMiNG ปีที่แล้ว +5

    I have seven story in Assam and 8 is now from Thailand and i think my journey will continue to world wide now 😂
    Hope my journey will continue like this

  • @Roshmisaikia123
    @Roshmisaikia123 ปีที่แล้ว

    Tru love❤❤❤

  • @monimaborah2042
    @monimaborah2042 ปีที่แล้ว

    Apuni bohut bhall hoy ,, ji hoi goll valeiholl mathu nijok vall pable hikokk nijok vall pale kunu saktiye monn bhangibo nuare ,, bhale thakk

  • @arupbarman7566
    @arupbarman7566 ปีที่แล้ว

    Kin2 mur val poa jon aji mur logt 6years ase....❤❤❤❤love you bubu

  • @MonsenapatiMonsenapati-dv1nw
    @MonsenapatiMonsenapati-dv1nw ปีที่แล้ว +2

    Akol aijonor jibonoloi suali ahe.. Aijon najai nki sualir jibonoloi.. Akol meet kribo aribo...

  • @ASSAMREDBOY
    @ASSAMREDBOY ปีที่แล้ว

    Sapotkoi besi bisakta sabadhan haba anusthanto sai val lagil

  • @AratiDas-fx5df
    @AratiDas-fx5df 2 หลายเดือนก่อน

    Mor ata bohut dukhor kahini loy jibontu jiya asu kitu moy dukhiya lora Karney sage ane kuwa hol mor logt besi pora xuna koribole nuwarilu bohut dukhor kahini ase kun suwali jate anekuwa nokre xitu kobole bisarg vl powat dhoni dukhiya ahi nopre kotha khar xuni he vl lage kitu bastopt bohut Belek abar xedur loy musi pely ajoni suwali mok jibontu bohut duk dil bujili xosa vl powa ni kebl toka lage jibontu r aku ni dam😢😢😢😢

  • @pragatibaruah5449
    @pragatibaruah5449 ปีที่แล้ว +1

    Aibur kahini dekhi dekhi mor manuhjne dukh kre voi kre tew moi tak eri jm buli atya tak kune bujabo sb eke nohoi buli 😢 ki je manuhbur sarthor babe use kre dheiii

  • @mrinalpatiri9358
    @mrinalpatiri9358 ปีที่แล้ว +2

    জীৱনত এজনীয়ে বুলি কেতিয়াও সঁচা প্ৰেম নকৰিব। পিছত নিজে ঠগন খাবা। সঁচা প্ৰেম কৰা মানেই ঠগন। ধেৰ ছোৱালীৰ লগত প্ৰেম কৰিব লাগে আৰু যোনজনী ভাল হয় তাকে আনিব লাগে
    😭😭😂❤😢😂😮😢❤😂😢😂😂😢😮

  • @digantaray2453
    @digantaray2453 3 หลายเดือนก่อน

    Api gila first proposal dile ai e hoy😂😂😂😂😂😂😂😂bal love story

  • @hrittikrajpnkonwar6705
    @hrittikrajpnkonwar6705 10 หลายเดือนก่อน +1

    Thumbnail t 'Dhoka' word tu dekhisu. Okol content nasabo. Bhaxa tuk u sabo. Axomiya bhaxa t dhoka buli eku hobdo ami aji loike huna nai.

  • @educationrelitive2484
    @educationrelitive2484 ปีที่แล้ว +4

    moy Dhoka diya story bilk sai val paw.. dukh onuvob koru 😒❤️

  • @rajibkumar932
    @rajibkumar932 ปีที่แล้ว +7

    আমাৰ ফালে সি তাই তাক এইবোৰ কথা পাতোতে দৰাচলতে সকলোকে কোৱা হয় । ল'ৰাক বেলেগকৈ বা ছোৱালীক বেলেগকৈ নকয়.... সকলো মিক্সড হয় কথাবোৰ । কুমাৰ বিৰাজ নামনি অসমৰ হয় আৰু আমাৰ ইয়াৰ বেছিভাগৰ কথা পাতোতে এনে হোৱাটো সাধাৰণ কথা ।

    • @rupaschannel5856
      @rupaschannel5856 ปีที่แล้ว

      Amio namonir hoi. But ami suali and lorak. Khi aru tar buli nkou.

    • @RoshmiRay-ny8mg
      @RoshmiRay-ny8mg ปีที่แล้ว

      Chirang district r BTR hoy hei karone vul hoise

  • @albeniaborgohain3999
    @albeniaborgohain3999 ปีที่แล้ว +2

    Karubak judge krar agta duyupoikhya r ktha tu huni buji lom lgb ... Lora jone koise teo duyujni suali a first proposed krise ru teo reject krise ru duyujni a ari gusi goise aku reason nuhuaka .. i think lora jone o kiba vul krib lgb jar babe teok sobe ari goise ... Sob tu bea hb nuware .. sobe jetia ari jai nijre kiba komi asile buli vbibo lgb..

  • @JasnurRahman-mg5dn
    @JasnurRahman-mg5dn ปีที่แล้ว +13

    ছোৱালী বোৰক তাই বুলি কয়। সি বুলি নকয়।

    • @DimpyDhunu
      @DimpyDhunu ปีที่แล้ว

      Ujanir mnhu bilak a xi buli a koi 😊

    • @JayashreeboruahJayashreeboruah
      @JayashreeboruahJayashreeboruah ปีที่แล้ว +5

      Ujonir manuhe he buli nokoi namonir fale he koi

    • @DimpyDhunu
      @DimpyDhunu ปีที่แล้ว

      Ujanit suwali k o xi buli a koi...namonit suwali k tai nd lorak xi koi 😊

    • @JasnurRahman-mg5dn
      @JasnurRahman-mg5dn ปีที่แล้ว

      @@DimpyDhunu lora jon namoni r hoy...kotha burot gom paay

    • @axomfuntv1487
      @axomfuntv1487 ปีที่แล้ว +1

      Lower Assam r fale dai😅

  • @himadriadhikary1194
    @himadriadhikary1194 ปีที่แล้ว

    Bor dukh lagil 😂😂😂

  • @bchazarika1967
    @bchazarika1967 ปีที่แล้ว +13

    অচিন কাঠৰ থোৰা নলগাবা বুলি অসমীয়াত এষাৰ কথা আছে । ভালকৈ চিনা পৰিচয় থকা কাৰোবাৰ লগত সম্পৰ্ক কৰা উচিত । Bro actually you are lucky. They are showing their characters. It is a good lesson for you. . Be Success in life.

    • @rupaschannel5856
      @rupaschannel5856 ปีที่แล้ว

      Hoi moi ebar postaisilo asin kathor thoda logai. Ajikali online relation buro asin kathor thora ye hoi.

  • @leena.basumatary4835
    @leena.basumatary4835 10 หลายเดือนก่อน

    Bad girls love play boy... But you are gentle man...

  • @ushadas871
    @ushadas871 ปีที่แล้ว +2

    Xi nhoi dada tai buli kobo.suwali hoi nhoi.

  • @Moon.das.
    @Moon.das. ปีที่แล้ว +7

    Ba tomak dhunia lagise

  • @remixassamesscenel1276
    @remixassamesscenel1276 ปีที่แล้ว

    Dada Eman Chinta NkoribaTumi Ajon Lorahe

  • @suhanarabbani1937
    @suhanarabbani1937 9 หลายเดือนก่อน

    Moi o long distance relationship t asu but moi bhut happy asu xosa vl pale xodai thakib jimane nhok kio Ami to 3math 4math pisot log pao .....❤❤ Bhut ami Bhut happy 😊

  • @minakshidas5104
    @minakshidas5104 ปีที่แล้ว

    Dukh nokoribo dada, Vogowane apunak val pai, so apunar valei korile, tenekuwa suwali ejoni biya huwar agotei atori gol, kintu apunak jiman khini dukh dile ekmatro vogowane jane tair logot ki hoi, iman kosto dibo kenekoi pare..... Dukh lagile. Vogowane hokolure koillan korok, dharjo diyok🙏🙏🙏🙏🙏

  • @bhupenhatimuria1850
    @bhupenhatimuria1850 ปีที่แล้ว +3

    Baa tmi niribili uponyakhor kaushik dak interview loba sun dei❤

  • @RabbulAhmed-ro6jp
    @RabbulAhmed-ro6jp 2 หลายเดือนก่อน +1

    Bhut duk loga de khani😢

  • @bandanagayan1929
    @bandanagayan1929 หลายเดือนก่อน

    তাই ভালপোৱা লৰাজনক কৈ দিব লাগে

  • @nilamd676
    @nilamd676 ปีที่แล้ว +5

    Everything is ok but the person who is taking the interview need to grow with some communication skills- verbal - non verbal skills…Just a constructive criticism eitu mur falor pora… Baki best wishes!

  • @shizuka7193
    @shizuka7193 ปีที่แล้ว +6

    মই ভাবিছিলো যে অকল সৰু বয়সৰ লৰা ছোৱালী বোৰেহে এনেকুৱা নিব্বা নিব্বিৰ কাম কৰে,, কিন্তু আজি হে গম পালোঁ মই যে ভুল আছিলোঁ

    • @albeniaborgohain3999
      @albeniaborgohain3999 ปีที่แล้ว

      Hca k , moi u vbislu ,, atia gom paisu dangr bur ru besi ha sar

  • @manjitbarman
    @manjitbarman ปีที่แล้ว

    Ba tomr lgt...kotha patibo mon ase ..mor lgt hoi jowa kisuman kotha Sheri koribo bisaru..kintu mor ghoro manhu khink jonabo bisora ni...

  • @momieats
    @momieats ปีที่แล้ว +2

    Baa❤ (rider punam ) plz

  • @rikanwar3781
    @rikanwar3781 ปีที่แล้ว

    Manuhbilak hosai asrit jibnloi nije aahe aru nijor itsamote gusi jai 😢, dada apunar jibnloi vl din ahibo pabo apunr jibnot

  • @paraghaloi2555
    @paraghaloi2555 ปีที่แล้ว

    Sem😢

  • @dancestudio8920
    @dancestudio8920 6 หลายเดือนก่อน +1

    শিল বৰষুণ হৈছিল ২০২২ ৰ সৰস্বতীত।

  • @NiharikaNath-y1y
    @NiharikaNath-y1y ปีที่แล้ว

    Ji hol vale hol dada...taitke val suwali pabo...

  • @SumitraSumitradoley
    @SumitraSumitradoley ปีที่แล้ว +1

    Dada apuni bohut bhal manuh bhal suwali pabo

  • @pragyan6798
    @pragyan6798 ปีที่แล้ว +1

    Probin দাৰ interview চাব বিচাৰো।❤️🙏🏼

  • @niveditade7122
    @niveditade7122 ปีที่แล้ว +6

    U r truely a good person I must say .
    A big salute to u .
    Be positive, u will get a wonderful life partner n ur x will repent for everything....
    Because God is there .

  • @sumikakati9791
    @sumikakati9791 ปีที่แล้ว +1

    Apunr nisina seme mor logt hoise
    .ako reason nuhuwa koi atori goise..6 month hoi gol..biyar kotha hoisil mor lgt open rlsnship asil..but aji moi single

  • @mrinmoybora5520
    @mrinmoybora5520 10 หลายเดือนก่อน +1

    Nijoke emn mohan dekhabo try kori thoka jen palu

  • @manowarhussain7803
    @manowarhussain7803 ปีที่แล้ว

    Right ...axa kori lav ni ajir jugot

  • @simadeka9014
    @simadeka9014 ปีที่แล้ว +1

    Eman hini huwar pisotu je aapuni buji paise aeku oVdromi kora nai heituwe aapunar mohan gun aapuni val manuh. Aapunar bebohar kotha botorai aapunar porosoi.jur jobordosti aeku kam nohoi aaru koribou nalage

  • @UmanandaBoro-z3z
    @UmanandaBoro-z3z 2 หลายเดือนก่อน

    Dada aaponar kahinee suni buhut duk logs

  • @sumudutta3349
    @sumudutta3349 10 หลายเดือนก่อน

    Sam codeson ba mor 😢😢

  • @pranitabordoloi4008
    @pranitabordoloi4008 10 หลายเดือนก่อน

    Ba dadajonor kotha xuni bohut dukh lagil... dadajonor naamtu jonabosn kindly...

  • @stangergirl6257
    @stangergirl6257 ปีที่แล้ว +2

    সেন্দুৰৰ মুল্য তাই বুজিয়ে নাপায়

  • @jdeka6999
    @jdeka6999 ปีที่แล้ว +1

    Misa kahini Jen a lagise.. e beta viral hble ahise sage.. nhle dujoni duwalir kahini akei hol.. lastot ako nukuwake gd by dile ... 😂

  • @Nehasaikia321
    @Nehasaikia321 ปีที่แล้ว +2

    Dada jonor loyal manuh ajon moi u bisaru bisora jone ketiyau napai mooi bisaru moi napau apuni bisare apuni napale ayai kopal😢

  • @simasuikiya2708
    @simasuikiya2708 ปีที่แล้ว

    Kotha bor khoni bhut besi a vl lgil..Khosa kotha koisa vl powa jodi khosa koi jdi thake tene hole ane kowa ketiwa o Nuhoi..