ভগৱানে মোৰ লগতে এনেকুৱা কৰিলে😭 Upasana Borah

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 พ.ย. 2024

ความคิดเห็น • 1.1K

  • @ritakurmi8621
    @ritakurmi8621 2 หลายเดือนก่อน +124

    চকু পানী ৰখাবলে পৰা নাই। কাৰো লগত এনেকুৱা নহওঁক ভগৱান। সাহসী হোৱা বা।😭পৰি আৰু তোমালৈ বহুত মৰম💗

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 2 หลายเดือนก่อน +65

    সাহসী হ'বলৈ শিকা। পৰীকো সৎ, স্পষ্টবাদী আৰু সাহসী হ'বলৈ ভগৱানে তোমাৰ লগতে পৰীক শক্তি আৰু সাহস দিয়ক তাকেই কামনা কৰিলো। সাহসৰ শিখাৰে জীৱন অতিবাহিত কৰা। পৰীৰ মাজতে তোমাৰ জীৱনৰ সুখ বোৰ বিচাৰি লবা নিজকে ভাল পাবলৈ শিকা।❤❤❤

  • @GouriSonowal-sz1nf
    @GouriSonowal-sz1nf 2 หลายเดือนก่อน +24

    She is such a strong women I know her story before but when I listen her story it just give me tears❤

  • @BidikhaBoruah-c6w
    @BidikhaBoruah-c6w 2 หลายเดือนก่อน +34

    মানুহৰ জীৱনটো সঁচাই বৰ কষ্টকৰ.... একো নাই উদয়ৰ সলনি তুমি পৰীক পাইছা এতিয়া সদায় কুশলে থাকা ❤️❤️

  • @Porinitagogoi123
    @Porinitagogoi123 2 หลายเดือนก่อน +44

    দুচকু সেমেকি উঠিল । সাহস দিয়ক ভগৱানে তেওঁক । দুদিন স্বামী জন আঁতৰি থাকিলেই মন ভাল নলগা মানুহজন যেতিয়া গোটেই জীৱনটোৰ বাবে নাইকিয়া হৈ যায় তেতিয়া চাগে কেনেকুৱা অনুভৱ হয় সেয়া ভুক্তভোগীহে বুজি পাব । ভালে থাকা সদায় পৰীৰ সৈতে। ভগৱানে লগ দিয়ক তোমাক। সচৰাচৰ কাকো মন্তব্য নিদিওঁ যদিও আজি ৰব নোৱাৰিলোঁ।

    • @sangitaborah9979
      @sangitaborah9979 2 หลายเดือนก่อน +2

      চকুলো ধৰি ৰাখিব নোৱাৰিলো

  • @priyankalaskarborah6862
    @priyankalaskarborah6862 หลายเดือนก่อน +10

    তোমাৰ দুখত নকন্দাকৈ থাকিব নোৱাৰিলোঁ😢😢।।।পৰীক ভাল মানুহ কৰোৱা,, ভগৱানে সাহস দিয়ক তোমাক❤❤

  • @LilaKalita-ml5rr
    @LilaKalita-ml5rr 2 หลายเดือนก่อน +7

    তোমাৰ কথা বিলাক শুনি বৰ দুখ লাগিল।পৰীক ভালদৰে ৰাখিবা তোমাৰ ভিদিও সদাই চাও পৰীক ভগৱানে ভালে কুশলে ৰখাৰ কাৰনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ।

  • @Anjana_1add
    @Anjana_1add 2 หลายเดือนก่อน +8

    সাহসী হোৱা, পৰীক সাহসী কৰি তুলিবা, ভাল মানুহ কৰি তোলা, পৰীৰ লগতে তুমিও সুখী হোৱা,, ভগৱানে তোমালোক সকলোকে কুশলে ৰাখক ❤❤❤

  • @NitulPranSaikia
    @NitulPranSaikia 2 หลายเดือนก่อน +7

    বৰ সুন্দৰ উপস্হাপন ! দেউতাকৰ দায়িত্ব লৈ পৰীজনীৰ ভবিষ্যতবোৰ সুন্দৰ হোৱাত ভগৱানে নিশ্চয় সকলো সময়তে সহায় কৰিব ! সুখী হোৱাৰ কামনাৰে !

  • @AshimChutia-w5x
    @AshimChutia-w5x 2 หลายเดือนก่อน +3

    মানুহ জন ধুকালে এই বোৰ কথা কয় আৰু মানুহ গৰাকী ধুকালে এই বুৰ নকয় এই বুৰ মানুহৰ হাৰিত নপৰে তুমি আগ বাঢ়ি যোৱা ভগৱান আছে মাজনি।❤❤❤❤❤❤

  • @mridusmitaborgohain444
    @mridusmitaborgohain444 2 หลายเดือนก่อน +7

    বহুত দুখ লাগিল 😭😭 ভগৱানে কাৰো লগত যাতে এনেকুৱা নকৰক 🙏🙏

  • @labanyaborah5191
    @labanyaborah5191 หลายเดือนก่อน +3

    বৰ দুখ লগা কৰো লগত এনেকুৱা নহয় যেন।ভগবানে জীৱন ৰ বাকী থকা দিনবোৰ ভালে ৰাখক এয়ে কামনা কৰো

  • @mitaliphukan7038
    @mitaliphukan7038 2 หลายเดือนก่อน +26

    মই ও একে পথৰে যাত্ৰী 😢 মোৰ ও লৰা এটা বহুত কষ্ট ৰে পাৰ কৰিছো জীৱন 😢। সাহসেৰে ছোৱালী জনী ভাল মানুহ কৰিবলৈ যত্ন কৰিবা। তোমাৰ টো চাকৰী আছে মই কাপোৰ চিলাই কৰো যি পাও তাৰে লৰাৰ পঢ়া শুনা কৰাই আছোঁ ।

    • @madhabroy1526
      @madhabroy1526 2 หลายเดือนก่อน +1

      মই ও তোমালোকৰ নিচিনা । জিয়াই থাকিব মন নাযায়। তোমালোকৰ তো ল'ৰা , ছোৱালী চাই জিয়াই থকা।মোৰ জিয়াই থকাৰ একোয়ে নাই

  • @sonalimoran714
    @sonalimoran714 หลายเดือนก่อน +1

    সাহসী হোৱা বহুত দুখ লাগিল শুনি, সদায় ভালে থাকা ।

  • @dipamonichutia5791
    @dipamonichutia5791 2 หลายเดือนก่อน +76

    ব্যক্তিগত নাচিংহোমবোৰে অকল পইচা পিছত দৌৰে।মানুহৰ জীৱনটো যি হয় হওক, তেওঁলোকৰ কি দৰকাৰ।এইবোৰ চৰকাৰে নেদেখে।এনেকৈ বহুত জীৱন শেষ কৰি দিছে পিশাচৰূপী ডাক্তৰে।অৱশ্যে সকলো একে নহয়।কিন্তু এইবোৰ চৰকাৰে গুৰুত্ব দিয়ক।নহ'লে আৰু কিমানৰ জীৱন এনেকৈ শেষ হ'ব কৰিব ঠিক নাই।

  • @AnkitaBora17
    @AnkitaBora17 หลายเดือนก่อน +2

    Ba Tmi kotha bur kenke kobo Parisa njnu ...kin2 biskh kora tumr ai kotha huni adha huni a mr soku r Pani rokhabo pora nai ... tumr feelings bujisu kiman kosto t acila ...Mr hsa bht bya lgil huni ....god bless ba❤

  • @dulalbez9175
    @dulalbez9175 2 หลายเดือนก่อน +10

    মোৰ বৰ মৰমৰ উপাসনা বা জনি,লগতে পৰিমাণু সদাই ভালে থকা তোমালোক দুজনি,লগ পাৱ বুহুত মন আছে,এদিন নহয় এদিন লগ ধৰিমে মই বা।

  • @FunnyPots-dh7yw
    @FunnyPots-dh7yw 2 หลายเดือนก่อน +1

    বৰ দুখ লাগিল তোমাৰ কথাবোৰ শুনি।কি কম বুজাবলৈ ভাষা নাই। ভগৱান সহায় তোমাৰ

  • @rosmitatalukdar8859
    @rosmitatalukdar8859 2 หลายเดือนก่อน +70

    মোৰ বৰ মৰমৰ উপাসনা জনী আৰু পৰীমানুজনী সদায় কুশলে থাকা।আমি সদায় তোমাৰ লগত আছো❤❤

  • @SayanikaKonwar-ul2er
    @SayanikaKonwar-ul2er 2 หลายเดือนก่อน +4

    বহুত দুখ লাগিল ,😢 ভগৱানে যাতে কাৰো লগত এনে কোৱা নকৰে । 🥹🥹🥹

  • @boragoutom
    @boragoutom 2 หลายเดือนก่อน +7

    Upasana baa kk bhut vl lge ❤ vlee rakhok moromr ba jonikk

  • @jaranaborah6515
    @jaranaborah6515 2 หลายเดือนก่อน +2

    সচাই ৱহুত দুখ লাগিল 😢এটা কথা মানুহ আকৌ ভাল হৈ হে মৰে...সদায় ভালে থাকক 🙏লগতে আপোনাৰ ভাইতি সাদায় এনেদৰে থাকিৱ য়েন 🙏🙏🙏🙏🙏❤

  • @himadrisaikia2371
    @himadrisaikia2371 2 หลายเดือนก่อน +41

    চকুপানী ৰখাব পৰা নাই। কাৰো লগত এনেকোৱা নহওঁক ভগৱান। সাহসী হোৱা বা। পৰি ক ভাল মানুহ কৰা🙏😰

  • @priyankabarman5400
    @priyankabarman5400 หลายเดือนก่อน +2

    Soku Pani rokhabo pra nai dei vogoban tumi sosai bht nistur o,,kio imn ksto dcla provu😢😢ba apuni ru porimanu sodai vle thkok ba❤❤

  • @simajyotisaikia398
    @simajyotisaikia398 2 หลายเดือนก่อน +5

    এসময়ৰ মোৰ অমায়িক,নম্ৰ ছাত্ৰী গৰাকী ভালে থাকা সদায়,ভগৱানে শক্তি দিছে তোমাক

  • @SikhaDas-xt1lu
    @SikhaDas-xt1lu หลายเดือนก่อน +1

    You are a strong woman Upasana. Stay blessed, we are always with you❤

  • @gitanjalidutta6746
    @gitanjalidutta6746 2 หลายเดือนก่อน +10

    চিন্তা কৰি নাথাকিবা উপাসনা , ভগৱানে তোমাক আৰু পৰীক ভালে কূশলে ৰাখক ❤🙏

  • @kankimasaikia7124
    @kankimasaikia7124 2 หลายเดือนก่อน +3

    Upasana r ai kotha khini jetia agor video saisilu soku Pani rkhaboi pora nasilu aji ako Sai sokupai ulai goi ....Tumi bhale thaka aru pori jate bhal manuh hoi ❤

  • @rumenabegum7543
    @rumenabegum7543 2 หลายเดือนก่อน +8

    দুচকু সেমেকি উঠিল উফ্ফ অসহনীয় । আল্লাহে সাহস দিয়ক।

  • @PlabitaozahPlabitaozah
    @PlabitaozahPlabitaozah หลายเดือนก่อน +1

    Bhut dhuk lagise 🥺🥺...Tumi mainak loi hodai vale thaka ❤️ ❤

  • @pubaliboruah26
    @pubaliboruah26 2 หลายเดือนก่อน +15

    2mr channel t vdo dilute vdo sai bhut kandisilu...ru ajiu bhut kandisu 2mk konda dekhilei mur sokupani ulai..huge khunda mari dhore bhut dukh lage 😢😢😢bhogobane karu lgt anekwa nkorok...2mi hodai hahi thkiba pori k loi hukht thaka....Uday da hdai 2mlukor kakhote ase...❤❤❤❤

  • @HimaniPathak-p7l
    @HimaniPathak-p7l หลายเดือนก่อน +1

    Baa bohot vall lagil tomar story tu xoni 😢 nakandi robo noruarilo sokupani olai goll pori jonik jen vogobane xosai hohouai rakhe 😢❤

  • @AnamikaBarman-cn9gi
    @AnamikaBarman-cn9gi 2 หลายเดือนก่อน +7

    এই কথা খিনি শুনি থাকিব পৰা নাই। বহুত দুখ লাগিছে।

  • @chayanikdekaraja2566
    @chayanikdekaraja2566 หลายเดือนก่อน +1

    😭Vlei thka Upasana baa aru Pori beti 😭❤️❤️ Vleii rakhok vgbe 2uke 🫂💕

  • @simisaikia-wu7oc
    @simisaikia-wu7oc 2 หลายเดือนก่อน +7

    আকৌ এবাৰ চালো তোমাক ।আকৌ কান্দিলো তোমাৰ কথাখিনি শুনি।চকুপানী ধৰি ৰাখিব নোৱাৰো।বা পৰীক ভাল মানুহ কৰিবাা।তাইক লৈ তুমি সুখী হোৱা।

  • @rupalikalita6024
    @rupalikalita6024 2 หลายเดือนก่อน +2

    তোমাৰ কাহিনী টো আগতেই শুনিছিলো বহুত দুখ লাগিছিল😢😢সচাকৈ তোমাৰ লগত হে কিয় ভগৱানে অন্যায় কৰিলে এতিয়া মাইনাজনিক লৈ তুমি তোমাৰ জীৱনটো আগুৱাই যোৱা♥️♥️

  • @lachitgogoi5082
    @lachitgogoi5082 2 หลายเดือนก่อน +5

    very sad , kintu eta kotha , tumi vabisa bhogobane tumar logot kiyo enekuwa korile , kintu bhabi suwa soon tumak eti xontan dise , bohute tu hontanor mukh dekhibole puwa nai , so be greatful to God . jibonor xotyo tu maani luwa Pori jonik bhalke dangar kora , tumi paariba , May God bless you and your Pori.

  • @pratyushaborah1702
    @pratyushaborah1702 2 หลายเดือนก่อน +1

    বহুত সাহসী তুমি। ভগৱান তোমালোকৰ সহায়ক হওঁক, ভালে থাকা দুইওজনী।

  • @swapnalisarmah7081
    @swapnalisarmah7081 2 หลายเดือนก่อน +3

    Baar kotha khini xuni soku pani ulai gol oo🥺😭Karu logot anekua nohouk😢porir future bohut val hobo saba baa vogowan ase,tumaru val hobo..❤

  • @harjitdeka9886
    @harjitdeka9886 2 หลายเดือนก่อน +1

    আপোনাক ভগবানে আৰু অধিক শক্তি দিয়ক.... লগতে পোৱালীটোৰ ভাল হঁওক তাৰে কামনা কৰিছোঁ🙏

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 2 หลายเดือนก่อน +16

    বহত দুখ লাগিল।আগুৱাই যোৱা পৰীক লৈ।

  • @himadrisandilyavlogs954
    @himadrisandilyavlogs954 10 วันที่ผ่านมา

    চকু পানী ৰখাব পৰা নাই, এনেকুৱা আৰু কৰোঁ লগত নহওঁক, ভগৱানে তোমাক শক্তি দিয়ক ভালে থাকা সদায়

  • @AbanikaNeogJiu
    @AbanikaNeogJiu 2 หลายเดือนก่อน +15

    Vale thaka o....bor kosto dayok xunibole....Tumi strong mother ❤

  • @sadhanadevi4042
    @sadhanadevi4042 หลายเดือนก่อน +2

    বহুত দুখ লাগিল। ভগৱানে সহায় কৰক।

  • @paharichutia-wr9ui
    @paharichutia-wr9ui 2 หลายเดือนก่อน +5

    আমাৰ ক্ষেত্ৰতো একে হৈছিল ,ভুল চিকিৎসাৰ বলী হৈছিল ৩মাহ চিকিৎসালয়ত আছিল , ভাল হৈ ঘূৰি নাহিল,দুখ লাগিলে তোমালৈ মনত পেলাও, ইমান সৰু ছোৱালী জনী, ভগৱানে তোমাক আৰু পৰীক সহায় কৰক

  • @JanmoniBorah-y3u
    @JanmoniBorah-y3u หลายเดือนก่อน +1

    Bhogobane kukhola rakhok 2mk baa. pori manu joni vle rakhok ❤❤

  • @rimikalita4306
    @rimikalita4306 2 หลายเดือนก่อน +4

    ভগৱান সচাঁকৈ তুমি ইমান নিষ্ঠুৰ কিয়,,,,, সকলোকে সুখ দিবাছোন। উপাসনা ❤❤❤😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘

  • @pampidas8556
    @pampidas8556 17 วันที่ผ่านมา +1

    Vagabane apunak hokti diok, valei thkk apuni aru pori❤

  • @ashwinidasi8439
    @ashwinidasi8439 2 หลายเดือนก่อน +5

    শুনি দুখ লাগিল ভগৱানে তোমাক আৰু মাজনী ভালে কুশলে ৰাখক

  • @sangitaborah2918
    @sangitaborah2918 5 วันที่ผ่านมา

    Bahut kandilu eman dukh lagil🥹 Vogobane enekwa ru karu lgte jate nkore🙏2mi hodai hukhot thaka ru porik vldre dangr kora hukhot thaka hokolu❤

  • @KaberiLahon
    @KaberiLahon 2 หลายเดือนก่อน +7

    তুমি কৈ আছা, মোৰ চকুৰ আগত দেখি থকা দৰে লাগিছে দৃশ্য বোৰ 😢😢😢

  • @debasishboruah7705
    @debasishboruah7705 2 หลายเดือนก่อน +1

    ভগৱানে তোমাক সদায় ভালে ৰাখক পৰীক লৈ সদায় ভাল দৰে তুমি আগুৱাই যোৱা।

  • @munmiphukon4393
    @munmiphukon4393 2 หลายเดือนก่อน +33

    Sokupani rokhabo nuwarilu😥😥,bohut hahokh ase tumar,vale thaka hodai pori aru tumi❤️

  • @Dristimanu
    @Dristimanu หลายเดือนก่อน +1

    May god bless u girl.. god give you the strength.. you are r strong woman.. our bless is always with you and your daughter ❤

  • @Trish_uu
    @Trish_uu 2 หลายเดือนก่อน +7

    পৰী দেহা আৰু তুমি মোৰ বহুত প্ৰিয় বা🥺😘❤️‍🩹 ভগৱানে দুয়োকে ভালে ৰাখক😚💞

  • @rimjimsaikia5220
    @rimjimsaikia5220 หลายเดือนก่อน +1

    Tumi aru pori vale thaka tare kamona korisu...hokolu bhagya likhon... vagawane 2mk bohut shokti diyok...🙏

  • @NamrataRaj-c7u
    @NamrataRaj-c7u 2 หลายเดือนก่อน +6

    Best interview himakshi baa lv you ❤

  • @Shradhasdailyblog
    @Shradhasdailyblog 2 หลายเดือนก่อน +2

    Upashona baa tumak moi bohut val paw, strong women 💪

  • @pompigogoi8409
    @pompigogoi8409 2 หลายเดือนก่อน +6

    Upashna ba bht dukh lgile gutei video tu kandi a salu 😢dukh nkriba strong hua pori karne❤

  • @KalyaniDas-ix3lk
    @KalyaniDas-ix3lk 13 วันที่ผ่านมา +2

    Bht vl lge ba 2mk giryk2 nhle bht dukh lge aru tate vl pua

  • @rodalidevi2862
    @rodalidevi2862 2 หลายเดือนก่อน +19

    Ktha xini xuni soku pani ulai gl😢😢. Anakua karu logota i nohouk takei ishwar r usorot parthona korisu🙏🙏. 2mi , pori aru 2mar maa deuta bhaiti r logotei dada r maa deuta bhoniti xokolu bhalei thakok takei ishwar r usorot parthona korisu🙏🙏. Lots of love❤❤.

  • @SunilDas-o1y
    @SunilDas-o1y หลายเดือนก่อน +1

    বহুত দুখ লাগিল চকুপানী ধৰি ৰাখিব নোৱাৰিলোঁ ।আপুনি বহুত সাহসী হব লাগিব।

  • @BabulBorgoyan
    @BabulBorgoyan 2 หลายเดือนก่อน +5

    Moi aji tumar kahini to huni kandibole baidho hoi golu thank you himanksi ba aru upakhona ba . Moiu deutar obihone dangor hoisu tumar suali u juj dibo lagibo jibonor juj gotike taik mentally strong koriba kintu . Good luck.

  • @bijoylakshiboruah4563
    @bijoylakshiboruah4563 14 วันที่ผ่านมา +1

    আগৰ দৰে আজিও চকুপানী ৰাখিব পৰা নাই.... কুশলে থাকক পৰীমা লগত ❤️♥️😘🥰

  • @parthaborah2984
    @parthaborah2984 2 หลายเดือนก่อน +5

    সুখী হোৱা,শুভকামনা আছে।পৰী জনী ভাল মানুহ হিচাপে গঢ় দিবলৈ ভগৱানে আপোনাক শক্তি দিয়ক।

  • @nilamoni7034
    @nilamoni7034 19 วันที่ผ่านมา +1

    বহুত দুখ লাগিল 😂 পৰীকলৈ আগুৱাই যোৱা

  • @YtboyAkhil
    @YtboyAkhil 2 หลายเดือนก่อน +9

    Upakhona ba hdai priyo🥺❤️

  • @BonditaDas-k1i
    @BonditaDas-k1i หลายเดือนก่อน +1

    Karu lgte ene kua nhoi jate bhogoban video tur Sai bhut besi dux lagil baa tumi khodai xuxi hoi thakiba pori Manu lgt ❤❤

  • @SikhaBorah-i3w
    @SikhaBorah-i3w 2 หลายเดือนก่อน +6

    Val loga ba joni❤ pori manu r hoite hodai tumi vle thaka...

  • @gaoliyasuwalimoi9282
    @gaoliyasuwalimoi9282 2 หลายเดือนก่อน +2

    xosakoi soku pani ulai gol.....😢😢😢😢be strong baa...✊✊✊ lost of love from baihata chariali....❤❤❤❤

  • @SwatiBora-th8lc
    @SwatiBora-th8lc 2 หลายเดือนก่อน +11

    তোমাক আৰু পৰীলৈ বহুত মৰম বা❤️
    ভাল হওঁক,পৰীৰ ভাল হব💗

  • @BandanaKalita-s9w
    @BandanaKalita-s9w 2 หลายเดือนก่อน +2

    চকু পানী ৰখাব নোৱাৰিলোঁ। কাৰো লগতে নহওঁক। সাহসী হোৱা তুমি । বহুত বহুত বেছি মৰম পৰী আৰু তুমালে❤️❤️

  • @pallabisaikia7050
    @pallabisaikia7050 2 หลายเดือนก่อน +16

    প্ৰিয় বা গৰাকী ❤

  • @RajunBora
    @RajunBora 10 วันที่ผ่านมา

    Baa Tumi hodai valke thkiba aru ako mami jonik valke rahiba bhout dhuk loga kotha Tumi hodai hahi thkiba❤️❤️❤️🥺🥺🥺

  • @ankitabordoloivlogsmunu
    @ankitabordoloivlogsmunu 2 หลายเดือนก่อน +7

    এনেকুৱা আৰু কাৰো লগত নহওঁক ভগৱান 🙏 এক সপ্তাহত কাৰোবাক একেবাৰেই হেৰুৱাই পেলোৱাটো কিমান যন্ত্ৰণা,,চকুপানী ৰখাব নোৱাৰিলোঁ সঁচাকৈ,, বহুত বেছি সাহসী তুমি❤,,আগুৱাই যোৱা তুমি😊 পৰীক ভাল মানুহ কৰিব লাগিব❤

  • @PallabiTamuli-o6t
    @PallabiTamuli-o6t 10 วันที่ผ่านมา

    Bhut dux lagil sokupani rokhabo nuwarilu 😢bhut hahokh ase ba tumar pori aru tumi vale thaka

  • @Selfmadeboy-k7q
    @Selfmadeboy-k7q 2 หลายเดือนก่อน +4

    33:15 কথাখিনি শুনি গাৰ নোম শিয়ৰি গৈছিল।। নেদেখাজনে সদায় ভালে ৰাখক তুমাক আৰু পৰীক।।

  • @bonditasonowal2309
    @bonditasonowal2309 2 หลายเดือนก่อน +2

    Bohut dukh lagil. Soku Pani rokhabo nuwarilu. God bless you!

  • @popygohain5613
    @popygohain5613 2 หลายเดือนก่อน +8

    প্ৰিয় মানুহ গৰাকী ❤

  • @ReenaDeka-um2bq
    @ReenaDeka-um2bq หลายเดือนก่อน +1

    তোমাৰ কথা শুনি মোৰ চকু পানী বৈ আছে বহুত দুখ লাগিছে

  • @babudas9538
    @babudas9538 2 หลายเดือนก่อน +66

    মই ও উপাসনা বাৰ দৰে একে,,,,মোৰ স্বামী ও মোৰ সন্তান টোক 9 মাহ গৰ্ভত এৰি গুচি যায়,,,,,, কেনেকুৱা বেদনা ভালদৰে অনুতপ্ত মই😭😭😭

  • @AlishmitaHazarika
    @AlishmitaHazarika 11 วันที่ผ่านมา

    কান্দি কান্দি চালোঁ অ। তোমাৰ আৰু পৰীৰ ভাল হওক উপাসনা বা। ইশ্বৰ সহায় হওক। ভলকৈ থাকিবা🥰🥰

  • @MinakshiGogoi-dr8ff
    @MinakshiGogoi-dr8ff 2 หลายเดือนก่อน +6

    বহুত দুখ লাগিছে চকু পানী ধৰি ৰাখিব পৰা নাই।পৰী ক লৈ আগুৱাই যোৱা।

  • @jeemonibaruah8701
    @jeemonibaruah8701 26 วันที่ผ่านมา

    Soku pani rokhabo para nai ba.. Bohut bohut dukh lagil khuni. Vale thaka khodai.. Aru pori joniloi bohut morom jasilu...

  • @SumiBania-w5b
    @SumiBania-w5b 2 หลายเดือนก่อน +5

    Tmr agor video sai kanidilu aji ako konduala upasona baa....pori ase nhoi taik loi aguwai jua.....

  • @monalishahazarika2503
    @monalishahazarika2503 2 หลายเดือนก่อน

    Vogobane karu logot anekua jen nkore.... Vale thka tumi aru porimaina joni ❤... Vogobane xokti diok🙏

  • @gitusvlog9876
    @gitusvlog9876 2 หลายเดือนก่อน +6

    Xsake baa doctor a jibon o loi loy. Mr deuta o nhwa hoise mr sokur agt. Moi val k buji paw dukh bor. Moi jiyai thoka loike ketiyaw doctork respect kribo nwarim. 😢

  • @mainifaryasmin6399
    @mainifaryasmin6399 หลายเดือนก่อน +1

    Kandi dilu tmr kahini xuni
    God bless both of u. Bujibo nuwaru tmr dukh. Issore tmk xahokh diyok

  • @bornalivlogs827
    @bornalivlogs827 2 หลายเดือนก่อน +9

    মোৰ প্ৰিয় বা গৰাকী ❤️❤️❤️ ভগবানে সদায় ভালে ৰাখক

  • @NiharikaGogoi-tt9np
    @NiharikaGogoi-tt9np 2 หลายเดือนก่อน +1

    Soku pani rakhibo nuwrilu bohut beya lagil bohut hahokhi tmi aru hahokhi hua vale thka hdai tmi aru pori ❤❤

  • @Dimpi412
    @Dimpi412 2 หลายเดือนก่อน +25

    Muru ake lora2 arhoi mah hoise..husbnad dhukale lora2 hoite jiyai asw

    • @PujaRajbongshi431
      @PujaRajbongshi431 2 หลายเดือนก่อน +3

      Huwabur hoi gol apuni atia xahoxi houk agbarhi jauk🙏🙂

    • @Dimpi412
      @Dimpi412 2 หลายเดือนก่อน +3

      @@PujaRajbongshi431 hoi lora2 mur hokolu

    • @sumandoloi483
      @sumandoloi483 2 หลายเดือนก่อน +2

      Dukh nokoriba ki koriba aru upai nai

    • @dolishmaojah1381
      @dolishmaojah1381 2 หลายเดือนก่อน +2

      Bhagbane xahokh diyok apunak....

  • @beautideka9004
    @beautideka9004 2 หลายเดือนก่อน +1

    এনেকুৱা আৰু কাৰো লগতে নহওক ভগৱান 🙏বহুত দুখ লাগিছে চকুৰ পানী ৰখাব নোৱাৰিলো 😭

  • @tulumonikachari5987
    @tulumonikachari5987 2 หลายเดือนก่อน

    তোমাৰ কথাবোৰ শুনি বৰ দুখ লাগিল পৰিক ভালকে দাঙ কৰা ভগবানে সহায় কৰক

  • @jumishreebharali8535
    @jumishreebharali8535 2 หลายเดือนก่อน

    Tumi Agbahi jua baa sualijonir xoite .. ❤❤be strong

  • @rinkigonju3122
    @rinkigonju3122 หลายเดือนก่อน

    চকু পানী ৰখাব পৰা নাই শুনি বহুত দুখ লাগিল। ভগৱানৰ নাম লৈ আগুৱাই যোৱা 😢😢😢

  • @RantuNeog-ik7qr
    @RantuNeog-ik7qr 24 วันที่ผ่านมา

    সাহসী হোৱা , আমাৰ কপালত ভগবানে এনেকৈয়ে লিখিছে

  • @SumpiBorah-zr6ue
    @SumpiBorah-zr6ue 2 หลายเดือนก่อน +1

    Bohut dhuk lagela o baa 😢😢ki kom ajoni mohela hoii apunrr jibonar kahene to anuvab koresu hosa koii bohut kandelu daii ,

  • @HarenPanging-f8w
    @HarenPanging-f8w 11 วันที่ผ่านมา

    উপাসনা “ তোমাৰ আখ্যাৎ কাৰ শুনি চকু পানীৰ বাহিৰে একো দিব নোৱাৰিলো ৷ ভগৱানে কুশলে ৰাখক ৷

  • @pinkydutta3504
    @pinkydutta3504 2 หลายเดือนก่อน

    Upasona ba moi tumak bahut vl paw plzz tumi tumer mon tu bea nokoriba pori vontik loi happy thaka adin saba tumalukor hukhor din ahibo ❤❤ love from jorhat jhanjimukh 🌼

  • @_AYUJ_
    @_AYUJ_ หลายเดือนก่อน

    উপাসনা তোমাৰ আৰু মোৰ স্মামী একে অৱস্থা হল। ভগৱানে নকৰক আন কাৰো লগত এনেকোৱিা নহক। কথাপাতি অহা মানুজন হঠাৎ নাই বুলি কলে। কোনোদিনে নোহোৱা এনে ৰোগ কৰপৰা ক্ষনিকতে হল ভাবী নাপাও। মোৰ ভাগিনে কলে তোমাৰ সাক্ষাতকাৰ চাবলৈ।সচাই তোমাৰ স্মামী আৰু 😮মোৰ স্মামীৰ একে ৰোগ । ভগৱানে আযাক আশীৱাদ দিব।