Eman duniya Hur too hunile huni takib mon Jai 🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰 Ati hundor dada mon pan vori goisa dada❤❤ Jay shree krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🥰🥰
Anakua Gaan khubai proyojon Amar homajot ajikali singer bure akol romantic geet he gai kin2 apuni dekhai dle j apuni anot ke pithok ,hebabai apuni hit dada.
Acharujya Dada tomar horinam to bohot mojja lagil😊☺👍👌👌
Priyo manuhor... Priyo konthor... Priyo xumodhur hori naam xuniboloi ple jogotor badha xsai bohu dur t jen lge🙂 love you dada.... AB gohain ❤
বৰপাত্ৰ দা সূন্দৰ হৈছে
Iman dhunia lagise Achurjyo da, anekey aru gy jaok dihanaam, raij e hosake khub val pyse aapunar dihanaam bur
কৃষ্ণ।। জয় গুৰু শংকৰ।। মন প্ৰাণ জুৰাই পেলাইছে।।
Bhut vl lagise dada
..zubeen daa pist apuner gaanr lgte Naam khuni bhut vl lge .
বসন্ত পৰশ পাই লুইতৰ নতুন নতুন ধাৰাৰ বোয়াই। সাগৰলৈ কহুৱা খাগৰি প্ৰাণ পাই উঠে সেউজীয়া প্ৰকৃতি সৌন্দৰ্য কৰি প্ৰভাতি কেতেকী ফুলৰ সুগন্ধি সুবাস মধূৰ ক্ষনত নিয়ৰ টোপাল যেন গোলাপৰ পাহিত পলাসে সেন্দুৰী ৰহন সানে আকাশত পাতে জোনাকি মেল। নমাই আনে দুবৰিৰ মুকুতা ভাল পাওঁ জান কৃষ্ণচুৰা ৰঙিল। ফাকু খেলি তুমি আহিবা ৰঙিল জিৱনৰ। সোনালি সপোন গছৰ বিৰিখত কোমল কুঁহি আৰত কেতেকী জনি হিয়া ভঙা মাত বিৰিখে বিলিয়ে কপৌ ফুলে আৰু কি জানা মোৰ আঙলী য়ে বোলোৱা মৰমৰ পৰশ পদুমৰ পাহি যেন হৃদয় মুখত এটা মধুৰ মিঠা হাঁহি শুনা চুন তুমি বাৰু মোক কিমান ভাল পোৱা পুৱতি নিশা শেৱালী ফুল চুন তল ভৰি ভৰি সৰিব ধৰিছে আলাসতে জানা ❤❤ ইতি তোমাৰ বন্ধু পিয়ে আশা কৰোঁ মোৰ হৃদয়ৰ মৰমৰ। ভাষা বোৰ আদৰেৰে ৰাখিবা বন্ধু
bhut vl dei mjaaa hoise
অতি সোন্দৰ মন প্ৰান ভৰি গৈছে😊😊😊😊
Dhunia hyse kokaideo❤.... Krishna 🙏🙏❤
সুন্দৰ 🙏। এনেদৰে আৰু🙏 হৰিনাম 🙏শুনিবলৈ ❤️🩹পাম বুলি আশা💕 থাকিল । 🤍
Best👍 achurjya da !!❤️🩹💕
জাৰণ,,এইবোৰ লগে,,,জয় জয়।
Bohut dhuniya❤❤
Val loga nam eitu mur🙂🙂
Joy Guru Sankar🙏🙏
বহুত ভাল লাগিল আচু দা ।
Achurjyar nijor eta xukia kontho ase...jitu kunu singeror logot nimile...Tekhetor kontho mur khub priyo... jubeenr pasote bhokti geet tu teur konthot praan pai uthise.......bohut dhuniya...golar kaazbur...
কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম হৰি হৰি হৰি ❤❤❤❤❤
Mjaa lagil huni achurjya daa
Nice Achurjya daa😍
কৃষ্ণ,, কৃষ্ণ,, আচুৰ্য ককাইদেউ,,,,🙏🙏সুন্দৰ হৈছে🙏👍😍
Hi
@@geetimalikagogoi6442 hello kouk
Ijji okie ií
১০০বাৰতকৈ বেছি শুনিছো কিন্তুু কম শুনা নাই কৃষ্ণ কৃষ্ণ কৃষ্ণ
5:28
Moiu 🙏
জয় গুৰু শংকৰ 🙏♥️💗
Harinam suit kore apunar voice't.....😍
Jay guru Shankar and madhav deb. Mon tu kiba ata bhal lagi goise ai gan tu xuni. Mojja achurjay da. Keep it up
সুন্দৰ হৈছে
Acharujya da mojja gaisa vakti gaan tuu 🙏🙏🙏🙏
Bahut dhuniya hoisA...
❤❤moja
বহুত ভাল লাগিল 🎉🎉
বহুত বহুত ভাল লাগিছে
সচাই মনত আধ্যাত্মিক
ভাবৰ উদয় হৈছে
Thanks এনে কুনেকুৱা
গিত উপহাৰ দিয়া বা বে
আপোনাৰ সুন্দৰ কণ্ঠত মধুময় হৰি নাম শুনি বৰ ভাল লাগিল। ভগৱন্তই কৃপা কৰক আপোনাক আৰু আগুৱাই যাওঁক আপুনি। আৰু এনেদৰে আপোনাৰ সুন্দৰ কণ্ঠত হৰিৰ গুণনাম প্ৰকাশ কৰি সকলোৰে হৃদয়ত ৰমনামৰ নিজৰা বোৱাই দিয়ক।কৃষ্ণ , জয় গুৰু শংকৰ।
আৰু পাৰিলে হৰিনাম গাব 🙏🙏🙏
খুব সুন্দৰ ককাই 👏
Joi guru.. 🙏♥
Bohut vall hoisa mon profullow hoi gai
Ratipuwa huni bhut Val Lage achurjya da
মোৰে জীৱ ধন গোপীনাথ
প্ৰাণ গোপীনাথ পশিলো শৰণে।
মোৰ প্ৰাণ মন মজিয়া ৰহোক
তোমাৰ চৰণে।।
বাটৰ। ভিক্ষাৰী ম ই লাগেনে মোৰ হিয়া প্ৰথম। প্ৰেমৰ হৃদয় নিয়া অধৰ ভৰা মোৰ উতলা কৰা নিদিওঁ দিয়া হৰিণ চাৱনি দেৱতাক তোৰ পুজিবৰ বেলা ফুলকে তোলো নিজান মনৰ বনতো মোৰ হাহি উঠে জানা ফুলৰ আৱেগ আকুল আৰু আশা বোৰ বাজে মোৰ প্ৰাণত ইতি তোমাৰ মৰমৰ বন্ধু প্ৰিয়ে মোৰ চিঠিৰ ভাজে ডাজে তোমালৈ পঠোৱা অযুত মধুৰ। কল্প না ❤❤
অপেক্ষাত আছিলোঁ আচুৰ্য দা । শেষত পাই গলো । 💞❤️💕💞❤️😘😘
Ufdt
Ryo
Hundor❤
iman dhunia kontho❤❤❤❤❤❤
🙂🙂🙂🙂বৰ ধুনিয়া হৈছে ।
Dada bor dhunia🥰🥰🥰🥰💓💖💖💖💖💗💗💗💗💓💓💓💓💓💓💓💓💞💞💞
😊😊😊😊
Moi hori nam huni aru loi bor val pau. Dhuniya lagil huni mon biyakul hoigol ....... Joy guru honkorguru 🙏🙏🙏🙏 krishno ,krishno ,krishno
মোৰ এগৰাকী প্ৰিয় শিল্পী🙏এক ব্যতিক্ৰম কণ্ঠৰ অধিকাৰী তেওঁ....প্ৰভাততে আচুৰ্যৰ ভক্তিমূলক গীত শুনি আপ্লুত হৈ পৰো..মন-প্ৰাণ দিনটোৰ বাবে জীপাল হৈ উঠে...অভিনন্দন আপোনালৈ👌
Dhanyabad dada muru khub priyo achurjya daa
Val lagil ❤️❤️🙏🙏🙏🙏
ভাল লাগিল আচুৰ্য দা
Ioi
O da da mojja ru bohut bohut bhal gan.....❤💙💚💛💜💓💕💖💗💘💝💞💟👍👍👍👍👍👍👍
Dhunia hoise achurjya daa.......krishna
মানস ভাগৱতী দেৱ🙏🙏 লগতে আচুৰ্য্য দা কন্ঠত হে ভাল লাগে।❤❤
th-cam.com/video/84uM5Y8XuXs/w-d-xo.html
Uffff .. সুন্দৰ হৰিনাম
Val lagil achurjya da ... bohut dhuniya
Hundor👍👏
Moja❤❤❤❤❤❤❤❤❤
Bhut val lagil xuni 🙏🙏
Hori namtu xuni bule bhut vl lgile mntu ❤😊
বহুত ভাল লাগিল
Dhuniya hoisa dada🙏🙏🙏🙏🙏
সৰুপথাৰৰ ♥️আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ গান বোৰ বহুত ভাল লাগে
বহুত ভাল লাগিল আচূয দা
Nice
Ki xundar kantha,mon sat pori jai❤
Achurjyo da mur best hoi...bohut hukh palu huni..ratipuai din2r krne bohut vl lgi goll...
ধুনীয়া লাগিছে acharujya দা
ৰাম ৰাম
সঁচাই ভাল লাগে আপোনাৰ সুমধুৰ কণ্ঠেৰে নিগৰি অহা প্রতেকটো গীতেই।
th-cam.com/video/84uM5Y8XuXs/w-d-xo.html
সুন্দৰ মনটো’ সাত পৰি গ’ল ৷
..h😊😅
Moja Achurjya daa
গুৰুজনাৰ সুমধুৰ গীত আমাৰ গৌৰৱ, সুন্দৰ 🙏🙏🙏🙏
Achurjya da bohut dhuniya❤❤
Qwertyuiopasdfghjklzxcvbnm😊❤😂🎉😢😮😅😊
আপোনাৰ সৃষ্টি সমূহৰ প্ৰতি অগাধ সন্মান কৰো । আৰু তাতেই হৈছে হৰি নাম । এনে দৰে আগলৈকে হৰিনাম শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ 🙏🙏
Poppy
Ppppppppppppp0ppppppppppp🐈🐈
Ppppppppppppppppppppppppp
0pp>p
🐱🐶🐶≧ω≦point 💩 ppooopoppp8ooopo
মন চুই গৈছে ।
আপোনাৰ হৰি নাম হোনিলে মাককছম মন প্ৰান ভৰি যায়
অতি সুন্দৰ হৈছে 🙏🙏🙏👍👍❤️
Krishno vogoban kaile jate pass koribole soku Mali sai🙏😭
Bhut dhuniya
❤.......................... Bhut dhunia hoise❤❤
Eman duniya Hur too hunile huni takib mon Jai 🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰 Ati hundor dada mon pan vori goisa dada❤❤ Jay shree krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🥰🥰
সঁচাই বহুত ধুনীয়া লাগিছে শুনি ❤️❤️❤️
Bhal lagise 😭😭😭🙏🙏🙏
Bohut sundor.... Vogwbabor naam geet anekoy aru jen ami suniboloy paw... Thanks... From simaa
Nice
বৰ সুন্দৰ কৃষ্ণ কৃষ্ণ
সুন্দৰ 👌👌👌🙏
Dada bohut val lagise....apuni aii thaluwa tukarii geet bur jiyai rakhar babae...aruu amii aaa jiyai rakhibo lagibo...nahaale adin xekh hoi jabo
Hosa kotha
Moi ejon Bengali lora but this song literally give me ghosboom...xoru r pa axomiya manuh r lgt dangr hua bihu not just a festival its our emotion❤❤
Bohut dhuniwa gala o🙏
Dhuniya❤️❤️❤️
Dhuniya lagil❤️❤️❤️❤️❤️
#অতি সুন্দৰ, মন প্ৰাণ ভৰি গৈছে
Anakua Gaan khubai proyojon Amar homajot ajikali singer bure akol romantic geet he gai kin2 apuni dekhai dle j apuni anot ke pithok ,hebabai apuni hit dada.
Khub dhunia hoise
So melodious song. ❤❤❤❤jai guru sankar🙏🙏🙏🙏
বহুত ভাল লাগিছে আচূয দা । আগলৈকে
যাতে এনেকুৱা হৰিনাম শুনি থাকো ।
Nice
কৃষ্ণ কৃপা কৰা প্রভূ🙏🙏🙏
Mojaa
Hello SD games free fire ld number dayak bro
Mojja ❤❤❤
ধুনীয়া হৈছে।
Moza bro.krishno🙏❤
100 bar hunileu amani nologa (naam vaag) apunar konthot xuniboloi pai bht lagil kokaideu agoloiu anedore gaai jaok bht lge huni🥰🥰
Bahut dhuniya hoise
হিদয় চুই যায় ঔ🙏🙏 বান্ধব কৃষ্ণ
মন প্ৰফুল্লিত হৈ পৰে আচূয দা খুব ভাল হৈছে৷ আৰু আগুবাই যোবা
Bohut Bhal lagil huni
My favourite singer is verry happy❤❤🥰🥰🥰
Bor dhuniya lagila,,, Achurjya da vokti got to huni 👍👍👍👍
বহুত ভাল লাগে শুনি। শুনিলে শুনিয়েই থাকিম যেন লাগে