ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
জগতৰে গুৰু তুমি অ গুণৰে সাগৰ কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্তশংকৰমাতৃ সত্যসন্ধ্যা তুমি জগত ঈশ্বৰ ।।প্ৰেমৰ অমৃতবাণী অ হৰিণাম এফাকি বুজিবলৈ দিলা প্ৰভূ তুমিয়েই শকতিহৰিণামে দিলে জানা মনুষ্য প্ৰগতি।।আকাশৰে জোনবেলিঅ আৰু তৰাআনি ভূৰুকাতে ভৰাই থলা গুণমালা খনি একসৰণ নাম ধৰ্ম প্ৰচাৰিলা তুমি।।এ পৰম নিৰ্মল ধৰ্ম.... হৰিণাম কীৰ্ত্তনত সমস্তে প্ৰাণীৰ অধিকাৰএ এতেসেকে হৰিণাম সমস্ত ধৰ্মৰ ৰাজা এহিসাৰ শাস্ত্ৰৰ নিচাৰ।।ভক্তিৰে বোৱালা নদী শংকৰগুৰু নামেৰে পাতিলা খেলাগীতৰে সুৰেৰে ভাষা ভাওঁনাৰে জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলা।।নামঘৰ ভাওঁনা তুমিয়েই সাজিলা ভকতক দিলা নামৰসবৈষ্ণৱ মন্ত্ৰৰে সমস্ত অসমক তুমিয়েই কৰিলা বস।।
Kisno bapjon kisno 🙏 ki likhhne apnr kisno kisno ❤
m😊😊,😊 n
Aaaaa
Aaaaa😅❤❤❤😅
ভুৰুকাতে ভৰাই থলা গুণমালাখনী ,,,,,, ভাগৱত খনি হ'ব লাগিছিল। হাতী মাৰি ভুৰুকাত ভৰাইছিল ,, ভাগৱত খনক ভৰাইছিল আৰু নাম দিছিল গুণমালা। কথাটো হয়নে নহয় , বিচাৰ কৰিবচোন । ৰাম কৃষ্ণ
জগত গুৰু দুজনাৰ হৈ পৰিৱেশন কৰা দেখি মনতে খুব সুখ অনুভৱ কৰিছোঁ আপোনালোকে গাই যাওক চোন আপোনাসবৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিছে পৰিৱেশন চাইও ভাল লাগিল অতিকৈ সুন্দৰ হৈছে পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়
Uffff kisno 🙏...moi night' supar divar hoi hodai hunu ai kita song ooo kisno bor moja lga gare solai ❤
This is not song this is emotions of all Assamese joy guru sankardev ❤
Nice ❤❤🙏🏼🙏🏼
শংকৰ শুৰু🙏🙏🙏🙏
একে একে দুই আচুৰ্য দা জুই 🔥🔥🔥🔥
সুন্দৰ। ..... । জয়। গুৰু শঙ্কৰ দেৱ। ।।
Eman hundhir kontha huni bor bhal lagilaaaa ...
Bohut dhuniya..... Ratipuai mon vl lagi goise
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ।
Krishna.Achurjya da lgote bahi bojua jon❤🔥🔥🔥🔥
hxdcss❤i❤u
🙏🙏🙏🤳🙏🙏🙏🙏💐🌹🧊🚝
Lakhinandan lahon ❤✨
Xundor
Hori bol...🙏🙏❤
Krishno krishno🙏Jai guru honkor❤
কৃষ্ণ এইদৰে অসমৰ ৰাইজে আচুয্ ৰ পৰা বিচাৰে mojjjja😘😘😘😍😍 gaisa🤘🤘 acurjya fan club
Krishno. Ratipuar ane humodhur horiname din2 loik val logai dia. Keep up the good work bruh. What’s ur doing, its lit.
Bohut dhunia kantha❤❤
সুন্দৰ কণ্ঠ,জয় জগত গুৰু শ্ৰীমন্ত শন্কৰদেৱ🙏🙏🙏🙏🙏❤❤🙏🙏🙏🕉🕉
সুন্দৰ আচুৰ্য দা টোকাৰীগীতৰ এলবাম বনোৱা বাবে বহুত বহুত ধন্যবাদ
Jai shree shree Radha Krishna ki Jai.🔱🌼🌎🍅🍒🍈🙏🪔🌹🍎🌺🕉️🍏🍋🏵️🌻🔥
হৰি মোৰ অ হৰি মোৰ অ তোমাক পুজিবলৈ একো নাই মোৰ বাটৰ কাষৰ ভিক্ষাৰি ম ই দুহাত মেলি বিছাৰি ছো ভিক্ষা একোএই নালাগে মোক অকল হৰি ভক্তি দিয়া তত্ব অন্ত মহা দেৱ তুমি ভাগৱত পুৰাণ গাৎণ দিয়া জয় শ্ৰী ৰাম ৰাম তুমি য়ে মোৰ প্ৰাণ গুৰু ৰ চৰণে পাম অভয় কৰুণ ধৰ্মৰ ধাম সুগন্ধি ফুল আনি দিম পদে পদ কমল তোমাৰ অসীম শক্তি তোমাৰ কৰিছোঁ অমৃয়া প্ৰাণ হেৰুৱাই নিদিবা ধৰিবা আটি আটি তেহে ৰৱ অসমী আই মান জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম ভাল পাওঁ মই মধু দৰে ৰস নিগৰাই ❤❤ প্ৰিয়া শ্মৃতিৰে 20 22 23 24 বৰ্ষৰ প্ৰিয়া
Bohut vll lagil.....Rati puai 😊❤🌸🌺💚
Jai guru sankaraa🙏🙏
Krishna
🙏🙏🙏জগত গুৰু সুৰ বহুত ভাললাগিল গীত তো❤❤❤
ইমান সুন্দৰ কণ্ঠ 😇❤
Bohut val hoise
জয় গুৰু শ্ৰীমন্ত শংকৰৰ🙏
বৰ বেছি ভাল লাগে 😢😢
Moi je lokogiti nuxhunisilu a eitu xhunar pist moi xodai xhunu 😊ashujya daa love you ❣️🤌🏻
সুন্দৰ কণ্ঠ সুন্দৰ গান
Krishno🙏💓
জয় জগত গুৰু শংকৰ🙏🙏🙏
Ki voice be acharjya dar❤❤
Unbelievable achujya 😌🙏👍
Nice Song 🙏🏻 ❤
Krishna vagaban pranamu
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
So beautiful bahut Val lagise
সুন্দৰ কণ্ঠ ❤
❤ ধুনীয়া❤
Jai Guru Xankar❤🕉️🧿
Krishna, Achurjya bor dhunia hoisa aru aga bahi jaba
Bhut bohut val lagile ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Jai guru Sankar 🙏🙏🙏
Joi Krishno 🙏❤️🥰
You ar very nice acharjya da 😊😊😊😊💗💗💗💙💗💗🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
নমো ভগৱতে বাসুদেৱ 💛
Jogotore guru tmi🙏❤️🌷
Jay sri krishna ❤🙏
God is good sanchita 😊
শুভ প্ৰভাতি প্ৰিয়ে 20 22 23 24 বৰ্ষৰ বিশ্ব মিছনত মনুষ্য বহুত সেই দৰে বিহাৰত গৰম বেছি শিৱ প্ৰসাদ এই বিধৰ নাম গাৎনজা ছিলঙত বাটেৰে ঘন কুঁৱলী লাগে বৰ ঠাণ্ডা ছিটলাৎ খাই পৰি দিম খালত এক ছৌকা মাটি খান্দি লৈ আনিম ম ই চেনাই ৰে দতুয়া দাতত উখ পৰ্ব ত হিমালয়ৰ জাপ মাৰি দিম তললৈ হাত ভৰি ভাঙিলে পৰিলে লৈ যোৱা নাৰছিৎ ৰোমলৈ ধন্যবাদ প্ৰিয়া চিৰ শ্মৃতি ৰে হিয়াৰ পুথি কবিতা লিখিছোঁ জয় শ্ৰী ৰাম ওম নমো ভগৱতে বাসুদেৱায় দৈৱকী নন্দিনী প্ৰভু জগন্নাথ ২০ ২৪ বৰ্ষ প্ৰিয়ে
Very nice song bohut Val lage
Jogot guru 6:17 ❤🔥
Ati❤ Hundor git
মুগ্ধ হলোঁ ইমান সুন্দৰ কণ্ঠ
Love you Assam from Nepal ❤
Krishno krishno 🙏🙏
Achurjya borpatra dar song val nalagibo ki kuay I Love you achurjya da❤❤❤
Val lagil xoni ❤❤❤
You sing very well... every and each song I heard of you..and you are my best singer.i m a big friend of you achurya da
Yes
Bohut Val lage gol ❤❤❤
আচুৰ্য দা তোমাৰ কণ্ঠৰ দিহানাম শুনি মই বহুত ভাল পাওঁ ☺️☺️
A majaa ❤️🔥🔥❤️
Bohut val lagil ❤❤❤
সুন্দৰ কণ্ঠ
Ati❤ Hundor git 4:01
Joy shankar guru ❤
সুন্দৰ কণ্ঠ লগতে সুন্দৰ গান।।
Jai Guru Xankar🕉❤️
নমস্কাৰসুন্দৰ
Radhe radhe 🙏❤️
কৃষ্ণৰ কথা
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম
Bht vl lge ❤
Bohut dhuniya ❤❤
Jagat gory 4:41 ❤ Jai sree ram 4:31
বহুত সুন্দৰৰ❤❤❤
I lov u joy Gru ❤❤❤❤❤❤❤❤
মায়াময় এই জগতত লগত আছে মাথোঁ দিঠক অশ্ব যত হাঁহিৰ আপোন তুমি আৰু ম ই আহি বা সখি দেশ কাল থাকিম পাহৰি ৰঙা নিলা সপোন ৰচিম সপোন মোৰ সোনোয়ালি এৰি যাবা নে তুমি ৰঙা এটি ধুনীয়া মধুৰ কৰবি ফুল তাতেই এনে লাগে যেন মোৰ মধুৰ কল্প নাৰ মৰম বোৰ ❤❤ইতি তোমাৰ বন্ধু পিয়ে
Gantu huni vl lagil dei
Krishna 🙏🏻 🙏🏻 🙏🏻 🙏🏻
6:17 wow 😳
ধুনিয়া গাইয়া
Joi guru Sankar ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Bahut val lagil❤❤❤❤❤❤
Sri tonmoy Jyoti das🙏🙏🙏🙏❤️❤️🙏🙏
কৃষ্ণ কৃষ্ণ🙏
Hori name ❤❤❤❤
❤❤❤❤namaste 🙏
Jai jgt guru......xuni val lagil
জয় গুৰু শংকৰ 🙏🏼🙏🏼
So nice song 💖💖💖💖🌹🌹🌹🌹🌹🥳🥳🥳🥳💝💝💝💝💓💓💓💓💓🤗🤗🤗🤗🤗🎈🎈🎈🎈🎈❣️❣️❣️🎈🎈😚😚😚😚💙💙💙💙💞💞💞💞🌄🌄🌄🌄🔥🔥🔥🔥🔥💕💕💕💕💕💕🥰🥰🥰🥰🥰♥️♥️♥️♥️♥️❤️❤️❤️❤️👍👍👍👍👍🌃🌃🌃🌃🌃😘😘😘😘🎖️🎖️🎖️🎖️🎖️🙏🙏🙏🙏🙏😙😙😙😙😙😙
😍🥰🤩😭
Bht vl lgil dei❤
Krishno krishno
Hundor
Radhe Radhe
জয় গুৰু শংকৰ❤🙏❣️
Love Video ❤🙏🙏☺️☺️🤗👌❤️
Krishna Krishna ❤❤❤
Hori bol 🙏🙏❤❤
জগতৰে গুৰু তুমি অ গুণৰে সাগৰ
কুসুম্বৰৰ পুত্ৰ তুমি শ্ৰীমন্তশংকৰ
মাতৃ সত্যসন্ধ্যা তুমি জগত ঈশ্বৰ ।।
প্ৰেমৰ অমৃতবাণী অ হৰিণাম এফাকি
বুজিবলৈ দিলা প্ৰভূ তুমিয়েই শকতি
হৰিণামে দিলে জানা মনুষ্য প্ৰগতি।।
আকাশৰে জোনবেলিঅ আৰু তৰাআনি
ভূৰুকাতে ভৰাই থলা গুণমালা খনি
একসৰণ নাম ধৰ্ম প্ৰচাৰিলা তুমি।।
এ পৰম নিৰ্মল ধৰ্ম.... হৰিণাম কীৰ্ত্তনত
সমস্তে প্ৰাণীৰ অধিকাৰ
এ এতেসেকে হৰিণাম সমস্ত ধৰ্মৰ ৰাজা
এহিসাৰ শাস্ত্ৰৰ নিচাৰ।।
ভক্তিৰে বোৱালা নদী শংকৰগুৰু
নামেৰে পাতিলা খেলা
গীতৰে সুৰেৰে ভাষা ভাওঁনাৰে
জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলা।।
নামঘৰ ভাওঁনা তুমিয়েই সাজিলা
ভকতক দিলা নামৰস
বৈষ্ণৱ মন্ত্ৰৰে সমস্ত অসমক
তুমিয়েই কৰিলা বস।।
Kisno bapjon kisno 🙏 ki likhhne apnr kisno kisno ❤
m😊😊,😊 n
Aaaaa
Aaaaa😅❤❤❤😅
Aaaaa😅❤❤❤😅
ভুৰুকাতে ভৰাই থলা গুণমালাখনী ,,,,,, ভাগৱত খনি হ'ব লাগিছিল। হাতী মাৰি ভুৰুকাত ভৰাইছিল ,, ভাগৱত খনক ভৰাইছিল আৰু নাম দিছিল গুণমালা। কথাটো হয়নে নহয় , বিচাৰ কৰিবচোন । ৰাম কৃষ্ণ
জগত গুৰু দুজনাৰ হৈ পৰিৱেশন কৰা দেখি মনতে খুব সুখ অনুভৱ কৰিছোঁ আপোনালোকে গাই যাওক চোন আপোনাসবৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিছে পৰিৱেশন চাইও ভাল লাগিল অতিকৈ সুন্দৰ হৈছে পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়
Uffff kisno 🙏...moi night' supar divar hoi hodai hunu ai kita song ooo kisno bor moja lga gare solai ❤
This is not song this is emotions of all Assamese joy guru sankardev ❤
Nice ❤❤🙏🏼🙏🏼
শংকৰ শুৰু🙏🙏🙏🙏
একে একে দুই আচুৰ্য দা জুই 🔥🔥🔥🔥
সুন্দৰ। ..... । জয়। গুৰু শঙ্কৰ দেৱ। ।।
Eman hundhir kontha huni bor bhal lagilaaaa ...
Bohut dhuniya..... Ratipuai mon vl lagi goise
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ।
Krishna.
Achurjya da lgote bahi bojua jon❤🔥🔥🔥🔥
hxdcss❤i❤u
🙏🙏🙏🤳🙏🙏🙏🙏💐🌹🧊🚝
Lakhinandan lahon ❤✨
Xundor
Hori bol...🙏🙏❤
Krishno krishno🙏
Jai guru honkor❤
কৃষ্ণ এইদৰে অসমৰ ৰাইজে আচুয্ ৰ পৰা বিচাৰে mojjjja😘😘😘😍😍 gaisa🤘🤘 acurjya fan club
Krishno. Ratipuar ane humodhur horiname din2 loik val logai dia. Keep up the good work bruh. What’s ur doing, its lit.
Bohut dhunia kantha❤❤
সুন্দৰ কণ্ঠ,জয় জগত গুৰু শ্ৰীমন্ত শন্কৰদেৱ🙏🙏🙏🙏🙏❤❤🙏🙏🙏🕉🕉
সুন্দৰ আচুৰ্য দা টোকাৰীগীতৰ এলবাম বনোৱা বাবে বহুত বহুত ধন্যবাদ
Jai shree shree Radha Krishna ki Jai.🔱🌼🌎🍅🍒🍈🙏🪔🌹🍎🌺🕉️🍏🍋🏵️🌻🔥
হৰি মোৰ অ হৰি মোৰ অ তোমাক পুজিবলৈ একো নাই মোৰ বাটৰ কাষৰ ভিক্ষাৰি ম ই দুহাত মেলি বিছাৰি ছো ভিক্ষা একোএই নালাগে মোক অকল হৰি ভক্তি দিয়া তত্ব অন্ত মহা দেৱ তুমি ভাগৱত পুৰাণ গাৎণ দিয়া জয় শ্ৰী ৰাম ৰাম তুমি য়ে মোৰ প্ৰাণ গুৰু ৰ চৰণে পাম অভয় কৰুণ ধৰ্মৰ ধাম সুগন্ধি ফুল আনি দিম পদে পদ কমল তোমাৰ অসীম শক্তি তোমাৰ কৰিছোঁ অমৃয়া প্ৰাণ হেৰুৱাই নিদিবা ধৰিবা আটি আটি তেহে ৰৱ অসমী আই মান জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম ভাল পাওঁ মই মধু দৰে ৰস নিগৰাই ❤❤ প্ৰিয়া শ্মৃতিৰে 20 22 23 24 বৰ্ষৰ প্ৰিয়া
Bohut vll lagil.....Rati puai 😊❤🌸🌺💚
Jai guru sankaraa🙏🙏
Krishna
🙏🙏🙏জগত গুৰু সুৰ বহুত ভাললাগিল গীত তো❤❤❤
ইমান সুন্দৰ কণ্ঠ 😇❤
Bohut val hoise
জয় গুৰু শ্ৰীমন্ত শংকৰৰ🙏
বৰ বেছি ভাল লাগে 😢😢
Moi je lokogiti nuxhunisilu a eitu xhunar pist moi xodai xhunu 😊ashujya daa love you ❣️🤌🏻
সুন্দৰ কণ্ঠ সুন্দৰ গান
Krishno🙏💓
জয় জগত গুৰু শংকৰ🙏🙏🙏
Ki voice be acharjya dar❤❤
Unbelievable achujya 😌🙏👍
Nice Song 🙏🏻 ❤
Krishna vagaban pranamu
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
So beautiful bahut Val lagise
সুন্দৰ কণ্ঠ ❤
❤ ধুনীয়া❤
Jai Guru Xankar❤🕉️🧿
Krishna, Achurjya bor dhunia hoisa aru aga bahi jaba
Bhut bohut val lagile ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Jai guru Sankar 🙏🙏🙏
Joi Krishno 🙏❤️🥰
You ar very nice acharjya da 😊😊😊😊💗💗💗💙💗💗🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
নমো ভগৱতে বাসুদেৱ 💛
Jogotore guru tmi🙏❤️🌷
Jay sri krishna ❤🙏
God is good sanchita 😊
শুভ প্ৰভাতি প্ৰিয়ে 20 22 23 24 বৰ্ষৰ বিশ্ব মিছনত মনুষ্য বহুত সেই দৰে বিহাৰত গৰম বেছি শিৱ প্ৰসাদ এই বিধৰ নাম গাৎনজা ছিলঙত বাটেৰে ঘন কুঁৱলী লাগে বৰ ঠাণ্ডা ছিটলাৎ খাই পৰি দিম খালত এক ছৌকা মাটি খান্দি লৈ আনিম ম ই চেনাই ৰে দতুয়া দাতত উখ পৰ্ব ত হিমালয়ৰ জাপ মাৰি দিম তললৈ হাত ভৰি ভাঙিলে পৰিলে লৈ যোৱা নাৰছিৎ ৰোমলৈ ধন্যবাদ প্ৰিয়া চিৰ শ্মৃতি ৰে হিয়াৰ পুথি কবিতা লিখিছোঁ জয় শ্ৰী ৰাম ওম নমো ভগৱতে বাসুদেৱায় দৈৱকী নন্দিনী প্ৰভু জগন্নাথ ২০ ২৪ বৰ্ষ প্ৰিয়ে
Very nice song bohut Val lage
Jogot guru 6:17 ❤🔥
Ati❤ Hundor git
মুগ্ধ হলোঁ ইমান সুন্দৰ কণ্ঠ
Love you Assam from Nepal ❤
Krishno krishno
🙏🙏
Achurjya borpatra dar song val nalagibo ki kuay I Love you achurjya da❤❤❤
Val lagil xoni ❤❤❤
You sing very well... every and each song I heard of you..and you are my best singer.i m a big friend of you achurya da
Yes
Bohut Val lage gol ❤❤❤
আচুৰ্য দা তোমাৰ কণ্ঠৰ দিহানাম শুনি মই বহুত ভাল পাওঁ ☺️☺️
A majaa ❤️🔥🔥❤️
Bohut val lagil ❤❤❤
সুন্দৰ কণ্ঠ
Ati❤ Hundor git 4:01
Joy shankar guru ❤
সুন্দৰ কণ্ঠ লগতে সুন্দৰ গান
।।
Jai Guru Xankar🕉❤️
নমস্কাৰ
সুন্দৰ
Radhe radhe 🙏❤️
কৃষ্ণৰ কথা
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম
Bht vl lge ❤
Bohut dhuniya ❤❤
Jagat gory 4:41 ❤
Jai sree ram 4:31
বহুত সুন্দৰৰ❤❤❤
I lov u joy Gru ❤❤❤❤❤❤❤❤
মায়াময় এই জগতত লগত আছে মাথোঁ দিঠক অশ্ব যত হাঁহিৰ আপোন তুমি আৰু ম ই আহি বা সখি দেশ কাল থাকিম পাহৰি ৰঙা নিলা সপোন ৰচিম সপোন মোৰ সোনোয়ালি এৰি যাবা নে তুমি ৰঙা এটি ধুনীয়া মধুৰ কৰবি ফুল তাতেই এনে লাগে যেন মোৰ মধুৰ কল্প নাৰ মৰম বোৰ ❤❤ইতি তোমাৰ বন্ধু পিয়ে
Gantu huni vl lagil dei
Krishna 🙏🏻 🙏🏻 🙏🏻 🙏🏻
6:17 wow 😳
ধুনিয়া গাইয়া
Joi guru Sankar ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Bahut val lagil
❤❤❤❤❤❤