Prothome Pronamo Brahmo | ঘোষা : প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন | কীৰ্তন ঘোষা | শ্ৰীমন্ত শংকৰদেৱ
ฝัง
- เผยแพร่เมื่อ 10 พ.ย. 2022
- Ghohkha | Prothome Pronamo Brahmo Rupi | ঘোষা : প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন | কীৰ্তন ঘোষা - মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ চতুৰ্বিংশতি অৱতাৰ - প্ৰথম কীৰ্তন - জুবিন গাৰ্গৰ কণ্ঠত।
!!ঘোষা!!
জয় হৰি গোবিন্দ নাৰায়ন ৰাম কেশৱ হৰি!
ৰাম ৰাম কেশৱ হৰি!!১!!
পদ!!
প্ৰথমে প্ৰনামো ব্ৰহ্মৰূপী সনাতন!
সৰ্ব্ব অৱতাৰৰ কাৰন নাৰায়ণ!!
তযু নাভিকমলত ব্ৰহ্মা ভৈলা জাত!
যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত!!১!!
মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত!
উদ্ধাৰিলা চাৰি বেদ প্ৰলয়জলত!!
সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া!
নধৰিলা সমুদ্ৰে তোহ্মাৰ মৎস্যকায়া!!২!!
কুৰ্ম্ম অৱতাৰ ভৈলা ক্ষীৰোদধি তীৰে!
লক্ষ প্ৰহৰৰ পন্থ জুড়িলা শৰীৰে!!
কৰিলেক পৰি স্তুতি সুৰাসুৰ নাগে!
ধৰিলা মন্দৰ গিৰি প্ৰভু পৃস্ঠভাগে!!৩!!
দিব্য যজ্ঞবাৰাহ স্ৱৰূপে ভৈলা তুমি!
লীলায়ে দন্তৰ অগ্ৰে উদ্ধৰিলা ভুমি!!
তোমাক কৰিলে যুদ্ধ হিৰন্যাক্ষ বীৰি!
অপ্ৰয়াসে দৈত্যক মাৰিলা দান্তে ছিড়ি!!৪!!
আদি দৈত্য হিৰন্যকশিপু বলিয়াৰ!
নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ!!
কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস!
ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আস্ৱাস!!৫!!
বামন স্ৱৰূপে অদিতিৰ বাক্য পালি!
ইন্দ্ৰক স্থাপিলা ছলে বলিক নিকালি!!
ত্ৰৈলোক্যক আক্ৰমিলা চৰনৰ গতি!
তযু পাদোদকে গঙ্গা ভৈলা উতপতি!!
#borgeet #বৰগীত #ShrimantaShankardeva #ghohkha #kirtan #assamesedevotional - เพลง
আমি বাঙ্গালী। অহমীয়া ভাষা অনেক মধুর
ধন্যবাদ
কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ 🙏🙏❤️🙏🙏
জয় গুৰু শংকৰ 🙏🙏🛐🛐
কৃষ্ণ প্ৰভু, জুবিন দাৰ সুৰীয়া কণ্ঠত মন প্ৰাণ সঁচাকৈ জীপাল হৈ উঠে,, ইমান সুন্দৰ 🎉
Joy Krishna Shankar guru hori ram🙏🌸🙏
জয় শ্ৰীকৃষ্ণ l l 🙇
❤❤জয় জয় জয় হৰি হৰি হৰি হে❤❤❤
কৃষ্ণ। জয় গুৰু শংকৰ।
শংকর শংকর🌺
Krishno💓🙏
*জয় গুৰু শংকৰ*
কৃষ্ণ জয় গুৰু শঙ্কৰ
Krishno
Jaya hori Govinda narayana ram o keshabo hoori
ramo Ramo keshabo hori
Dibithoro pano loila mushtiro proharo
Krishno ❤❤
Jai sri horiiii❤
কৃষ্ণ 🙏
মন পাণ ভাল লাগিছে
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
Hi
Joy sankar guru hari krishna krishna
Jay shree Krishna 🙏❤️🙏
Krishno krishno❤❤
Krishno🙏🙏❤️
Zubeen ❤
2024 kune kune huni asa
Jay shree krishna 🙏🙏🏻🙏🙏🏻
কৃষ্ণ
Krishna ❤
কৃষ্ণ ৰাম
Joi guru xonkor ❤❤
জয় শ্ৰী কৃষ্ণ
❤
Krishon❤🙏
🙏🙏🙏
জয় গুৰু শংকৰ
🙏🙏🙏🙏🙏🙏🙏
Bahut. Dhunia
Narayan🙏❤
Krishna 🙏🙏🙏
Krishna 💓🙏🙏🙏🙏🙏🙏
লৈছোআতমপুণয়আতমমহাবৰতলৈছো
লৈছোআতমপুণয়াআতমমহাবৰতলৈছোলৈছোআতমপুণয়আতমমহাবৰতলৈছোলৈছোআতমপুণয়াআতমমহাবৰতলৈছো
Krishna 🙏🙏
Krishno🙏❤
kriton ghuxa sotu bingxotom obotar prothom keeton :
mohapurux sri sri xongkor bebor cahityk jeebonor kriti stombho
Krishna 🙏🏻
N8tra hoity
Bhou dinor murt palu de bisari.. ❤
কৃষ্ণ।
Krishna🙏🙏🙏
Zubin da i love you
Krishna
❤❤❤❤❤😘😘😘😘😘😘😘
🍓🍓🍓🍓
❤❤❤❤❤❤❤ 1:34
0:37
Krishna❤
❤🙏🙏😌
লৈছোআতমপুণয়আতমমহাবৰতলৈছোলৈছোআতমপুণয়াআতমমহাবৰতলৈছো
লৈছোআতমপুণয়আতমমহাবৰতলৈছোলৈছোআতমপুণয়াআতমমহাবৰতলৈছো
Nice
Kio
Very nice zubeen da ❤️🧁🚴
Too many spelling mistakes
কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
জয় গুৰু শংকৰ
❤
Krishna 🙏🙏
কৃষ্ণ
🙏🙏🙏
Krishna
কৃষ্ণ🙏
🙏🙏🙏
🙏🙏🙏
Krishna 🙏🙏
কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ