Pran deep mane জুই,,,,,,aku tate hori nam.....ki mojjja mat....jai pradeep da Jai houk.....hodai Jen vogobane kushole rakhe dey take kamona korilu.....voice tu gutei rati huni thakileu amoni nologa hur dey....
Bhut bahut val lagil huni moi ay song tu hoday morning huni bhut val paw aru aguway juwa tumi dip da❤Mur Dora kuna kuna gatu huni val puwa like kori diba tq bro ❤🙏🙏🙏🙏
“বৰদোৱাৰ শুৱনি শংকৰ শিৰোমণি
নামৰে পাতিলা মেলা"❤️🙏
সকলোৰে মৰম আশীৰ্বাদ শিৰত লৈ পবিত্ৰ ভাদ মাহৰ উপলক্ষে আপোনালোকলৈ বুলি আগবঢ়ালোঁ “শংকৰ শিৰোমণি”❤️🙏 মৰম দিব আৰু সকলোকে বিলাই দিব বুলি আশা কৰিলো ❤🎉
❤❤❤
Thank You Pran deep Daa❤❤
জয় গুৰু শংকৰ
জয় গুৰু শংকৰ
ভাল লাগিছে নামঘৰ ভাগত গীতটি গাইছে ❤❤❤🙏🙏🙏
দাদা তোমাৰ কি সুন্দৰ কন্ঠ তুমি আৰু আগুৱাই যোৱা
❤❤❤❤বৰ সুন্দৰ হৈছে প্রানদ্বীপ🎉🎉🎉❤❤❤❤ ভাদ মাহৰ ভক্তিমূলক গীত , অতি সুন্দৰ❤❤❤❤ জয় গুৰু শংকৰ🙏🙏 বান্ধৱ কৃষ্ণ।
❤❤❤❤👍👍🙏🙏🙏
Ufff....অন্তৰৰ পৰা ধন্যবাদ ইমান ধুনীয়া হৰি নাম এটা আমাৰ মাজত দিয়াৰ বাবে।।❤
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤ কণ্ঠ খুব সুন্দৰ ❤❤❤
Excellent voice 🥰 সুন্দৰ উপস্থাপন 🙏 কৃষ্ণ🙏
বৰ ভাল লাগিল ।অভি ক এনেকৈ চিনাকী কৰাই দিয়াৰ বাবে ।বাকী কেমেৰাৰ কাম বৰ ধুনীয়া।প্ৰানদীপ 👌
সঁচাকৈয়ে ভাষা নাই সুন্দৰ বুলি কবলৈ।heart touching,, exceptional notation,,,,moi যোৱাকালিৰ পৰা এতিয়ালৈ 100 times xunilo,,hepah jen nopolai
অপূৰ্ব❤ জয় Guru শংকৰ 💚 কণ্ঠ সুৰ তাল লয় অতি মধুৰ__💚কৃষ্ণ🙏
Krishna🙏Hundor❤️
গীতটি আপোনালোকৰ মাজত মুকলি কৰি দিয়া হ'ল।সঁচাই ইয়াৰ অংশীদাৰ হ'বলৈ পাই খুবেই সুখী ।আশা কৰোঁ ৰাইজে এই গীতটি আঁকোৱালি ল'ব আৰু বহুত মৰম দিব।❤️
ধুনীয়া লাগিছে গীত টি শুনি ককাইদেউ❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏
কৃষ্ণ, ❤ পুৱাই হৰিনাম নাম ভাগ শনি মন তো ভাল লাগিল। ❤😌
কণ্ঠৰে মোহিত কৰিছা দাদা। বহুত ধুনীয়া লাগিছে।
ইমান সুন্দৰ কন্ঠ লগতে গীতৰ কথা সুৰ সঁচাই অপূৰ্ব। ভক্তি ৰসৰ সুন্দৰ নিদৰ্শন 😊
সুন্দৰ প্ৰাণ দ্বীপ দা ❤❤ আগলৈ এই দৰে সুন্দৰ সুন্দৰ গান আগ বঢ়াই দিয়ে যেন ধন্যবাদ।
সঁচাকৈয়ে আপোনাৰ কণ্ঠ মানিলো। ইমান সুন্দৰ কণ্ঠ। ভগৱানে ভালে ৰাখক❤
🙏 সূন্দৰ হৈছে অ ,🙏 কৃষ্ণ 🙏কৃষ্ণ 🙏
প্ৰাণদ্বীপ দাদা বহুত ভাল লাগিল হৰি নামটো শুনি। তুমি আগুৱাই যোৱা তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।🙏🙏🙏🙏🙏👌👌👍👍👍❤️❤️
অ হৰি অ ৰাম। 🙏আগতিয়াকৈ সকলোৰ লৈকে জন্মাষ্টমী শুভেচ্ছা থাকিল।
Krishna Krishna 🙏🙏 জয় গুৰু শঙ্কৰ ❤❤❤❤🎉🎉🎉
বহুত ধুনীয়া হৈছে, বহুত বহুত শুভেচ্ছা আৰু ভাল ভাল কাম কৰি আগুৱাই যোৱা,
নেদেখা জনৰ ওচৰত তাৰে কামনা কৰিলোঁ।🙏🙏
কৃষ্ণ কৃষ্ণ ❤ 🙏 খুব সুন্দৰ হৈছে পৰিৱেশন
Bahut ধুনীয়া হৈছে প্ৰাণ দ্বীপ
সকলো লৈকে পবিত্ৰ ভাদ মাহৰ সেৱা আগবঢ়াইছো ❤ লগতে pran Deep দাক ধন্যবাদ ইমান ধুনীয়া এটি গীত ভাদ মাহত আগবঢ়োৱা কাৰণে ❤
ইমান মিঠা কণ্ঠ। বহুত শুভেচ্ছা জনালোঁ 💐
Jonmastomi r upohar hisape hokolure agot agborhai diyar babe congratulations prandeep da apunar konthot Val lagil huni hosai humodhur...
ধৰ্মীয় অনুষ্ঠান সমূহত সৰুৰেপৰাই শুনি অহা সেই নিৰ্দিষ্ট ভক্তিমূলক গীত কেইটা আজিও নিৰ্দিষ্ট হৈয়ে আছিল।বহু ভক্তিমূলক গীত মাজে সময়ে সৃষ্টি হল... ভাষা,শব্দ, সংগীত, সংমিশ্ৰণ আৰু সুৰৰ কোনোবাখিনিত বিসংগতিৰ বাবে সেইবোৰ ক্ষণস্থায়ী হল। এই সকলোবোৰ বহা কমা আঁতৰাই ভাইটি প্ৰানদীপৰ এই গীতটো বৰ শ্ৰৱনোত্তম হৈছে। আশাকৰোঁ সেই নিৰ্দিষ্ট গীত সমূহৰ মাজত এই গীতটোক শ্ৰোতা ৰাইজে স্থান দিব।। ধন্যবাদ ভাইটি তোমাৰ এই গানটো মোলৈ পঠোৱাৰ বাবে####
প্ৰবিত্ৰ ভাদ মাহৰ উপলক্ষে আগবঢ়াই দিলে ''শংকৰ শিৰোমণি '' ❤️🙏
Aww❤❤ morom loga dada jon ❤❤bhut bhl lgel xuni ❤️🙏aru aguwai juwa prandeep dada💗🙏
পবিত্ৰ ভাদ মাহৰ কাৰণে বৰ ধুনীয়া এটি সুমধুৰ হৰি নাম ৰাইজৰ মাজলৈ প্ৰেৰণ কৰা বাবে মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।🎉
Krishna sewa he dhorisu 🙏🙏nam vag bohut dhuniya hoise Bhogwane tumak xodayi kuxole rakhok Krishna
অতি সুন্দৰ ককাই 😊 আগলে এনেকুৱা ভক্তি মূলক গান বোৰ আগবহাই থাকিবা 😌👍
Pran deep mane জুই,,,,,,aku tate hori nam.....ki mojjja mat....jai pradeep da Jai houk.....hodai Jen vogobane kushole rakhe dey take kamona korilu.....voice tu gutei rati huni thakileu amoni nologa hur dey....
এনেকুৱা সুন্দৰ গান বিলাক শুনিলে নিজৰ মনটো পবিত্ৰ যেন লাগে।। আৰু সংগীত শুনিব আশা থাকিল।।
Prandeep da val kam korise hori nam ata je khunibo palu, amar axomiyar gourob prandeep dada, apunar vogobane mongol korok, Love from Morigau assam,
এনেদৰে আমাৰ অসমীয়া সংস্কৃতিৰ জীয়াই ৰাখিব লাগিব। উঠি অহা প্ৰজন্মৰ বাবে আপোনালোক আদৰ্শ ❤
🌺জয় শ্ৰীকৃষ্ণ🌺🙏
সকলোৰে দিনটো সুন্দৰ হওক🌅
সুন্দৰ ❤️🔥🎶
বহুত ভাল হৈছে কিন্তু পিছলৈ অলপ খিচিৰি হোৱা যেন পালোঁ ,, বাকী সুন্দৰ হৈছে কণ্ঠ ধুনীয়,,,,
মনটো বহুত শান্তি পালোঁ পুৱাই ❤️বহুত ভাল লাগিল,বহুত ধুনীয়া 🥰🩵 বান্ধৱ কৃষ্ণ🙏
কি জে ধুনীয়া,🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏জয় গুৰু শংকৰ
ভাল লাগিল শুনি ❤🥰
অপূৰ্ব সুন্দৰ ❤❤❤।
mur ataitkoi moromor dada jon oti hundor hoisa tumi amar jorhatr gourob aru agbahi juwa jorhat bakhi r morom aru akhibad asa tumar lgt 🥰🥰🥰❤️❤️❤️❤️🤗🤗🤗🤗🤗🤗
মোৰ একেবাৰে ভাল নালাগে এইটোক।।। নাম টো কি যে গান গোৱা জনৰ।।
Apuni sinie napai aru val nalage koise😅@@Dhasu-Gamer-----------6115
Oi jintu da tumak dekhilu ,val lagil
সুন্দৰ উপস্থাপন 🙏 সুন্দৰ কন্ঠ ❤
Bohut val hoise namti,, mon pran hori niya vokoti pothot
কৃষ্ণ, বহুত সুন্দৰ 🙏
সুমধুৰ❤️🙏
সুন্দৰ প্ৰদৰ্শন 🙏 dada ❤
Bohut dhuniya lagise huni bar bar hunisu moi ❤
ভাল লাগিছে দ্বীপ আৰু ❤
জয় জগত গুৰু শংকৰ 🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
Vl lagil dada apunar hori namto khuni 🙏🙏🥰🥰
কৃষ্ণ🙏🙏🙏বৰ সুন্দৰ হৈছে👍
জয় গুৰু শংকৰ 🙏🥰
Bohut dhuniya lagise dada naam tu 😮😮😮 aaru aapunar khokolu hori naam ba aan gaan sob bor bhal lage❤❤❤
xuva jonmastami ❤❤
Natun kotha aru xhoror natun xhonjujan r ati hori naam khubeiy mur priyo dhainybaad🙏🙏🙏
Kune kune vl powa like kora ata song 2
Krishna Krishna 🙏🙏💖 জয় গুৰু শঙ্কৰ 🎉🎉🎉🎉 2:00
Dada, tumi 🔥🔥🔥
Ati monmuha hoise horinam bhag aru agbahi jua agoloi jate aru sundor hoi
Xundor hoise❤
❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মাধৱ নাৰায়ণ ❤কৃষ্ণ❤❤❤❤
Krishno😊
কৃষ্ণ গুৰু❤
Hundor..bhut dinor pasot ashyot da❤❤❤
Bohut dhunia hunie thkibo mon Jai.krishno
Dhuniya lagise 🙏🙏🙏🙏 ❤ love from Bokakhat Rojabari 💞💞
Krishna Krishna 👏👏👏👏
সুন্দৰ হৈছে প্ৰাণ। কৃষ্ণ👍👍🙏🙏❤️
বহু ভাল লগাছে গানটো❤❤❤
MOJA PRANDEEP DA ❤❤❤
Bhut bhut val lagil huni dada❤❤
Krishna 🙏🏻...,,
Okonmani 2k apunar logot enekoi e aguai nibo buli akha rakhilu,,
Borveti namghar❤
Excellent হে বুলিচো প্ৰাণ দা ❤
Just can't stop listening it ❤❤
🎉🎉🎉🎉bohut dhunia hoise prandeep da
ভাল লাগিছে 🙏🙏🙏🙏
Dhanyabad Dhuniya Val Hoise Oom Hori & Gurujonar Nam🪔👏👏👏
Happy new year🎇🎊 all assam dada vaiti friend.......xokoluke new year r xubhesha thkil😊😊😊😊
Same2 you🎉
Bhut bahut val lagil huni moi ay song tu hoday morning huni bhut val paw aru aguway juwa tumi dip da❤Mur Dora kuna kuna gatu huni val puwa like kori diba tq bro ❤🙏🙏🙏🙏
Hundor 👌👌👌
Uff ki xur ❤❤❤❤❤❤❤ Krishna
👏👏👏👏
eman hundor kontho🙏🙏
Eta sundor mon sui juwa video song ❤❤ কৃষ্ণ
Bahut xundor hoise dada
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤
Kisu gaise dei, Krishna 🙏🙏🙏
মন প্ৰাণ চূই গ'ল ❤
Moja. ❤
Radhe Radhe 💐💚💐💐💚
Hundor pradeep,,,,4m partha❤
Anurag da 😊 bohiya bohiya
Xosakoi bohut val lagil❤❤
Hundor❤❤
কৃষ্ণ কৃষ্ণ 🙏🙏 সুন্দৰ হৰিনাম 🙏🙏
eman dhunia hoise br val lagise dada tumi eman dhuniakoi gaisa ❤️❤️❤️❤️❤️❤️❤️❤️🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Dhuniya pradeep da😊❤