ডাঙৰ খবৰ।এইমুহূৰ্তত মন্ত্ৰী পীযুষৰ ডাঙৰ ভৱিষ্যতবাণী গৌৰৱ গগৈক লৈ।/virel news

แชร์
ฝัง
  • เผยแพร่เมื่อ 20 พ.ค. 2024

ความคิดเห็น • 721

  • @user-dc6dd5he2x
    @user-dc6dd5he2x หลายเดือนก่อน +63

    এইটোক কিয় টকচত কিয় মাতে যিজনে কথাই কব নাজানে। তোমাতকৈ বহুত নম্ন ভদ্ৰ কৈ কথা পাতে গৌৰৱ গগৈয়ে, তুমি সাতবাৰ জন্ম ললেও গৌৰৱ গগৈ দৰে হ'ব নোৱাৰে।

    • @krishnabhatta636
      @krishnabhatta636 5 วันที่ผ่านมา +2

      ইয়াক গৰু পিটনি দিয়া ভাল হ'ব।

    • @krishnabhatta636
      @krishnabhatta636 5 วันที่ผ่านมา +1

      পুখুৰী আৰু মাছ মাৰিবলৈ ই উপযুক্ত।

  • @ManjuPhukon-nc9cn
    @ManjuPhukon-nc9cn หลายเดือนก่อน +106

    গৌৰব গগৈৰ অসমীয়া কথা আমি ভুল কোৱা যেন নাপাওঁ ।হয় তেখেতে দম্ভালি মাৰিব ,অশালীন মন্তব্য আৰু বেয়া ব্যৱহাৰ কৰিব নাজানে ।গৌৰব গগৈ ভদ্র ব্যক্তি ।

    • @indrajitprosad4917
      @indrajitprosad4917 หลายเดือนก่อน +3

      কংগ্ৰেছত এওঁ আছিল? যুৱ কংগ্ৰেছৰ নেতৃত্বতও আছিল? কংগ্ৰেছৰ বদনাম ছিঃ লাজ লাগিব লাগিছিল।

    • @debasishbora7611
      @debasishbora7611 หลายเดือนก่อน +2

      Aitu akdm nonsense minister

    • @moheshpegu6518
      @moheshpegu6518 17 วันที่ผ่านมา +1

      মুৰ্কৰ দৰে ভুকি আচে আচল মন্ত্রী নহয়

    • @atulsaikia4427
      @atulsaikia4427 17 วันที่ผ่านมา

      এইতু পাগল

    • @simantabhuyan7938
      @simantabhuyan7938 16 วันที่ผ่านมา

      Namghrt 10000 ke dise dangoriya

  • @anjugogoi6222
    @anjugogoi6222 หลายเดือนก่อน +70

    গৌৰব গগৈ অসমৰ এগৰাকী ভদ্ৰ নেতা

  • @ujjalkonwar2859
    @ujjalkonwar2859 หลายเดือนก่อน +59

    এই জনৰ চেহেৰা চোৱা মানেই পাপ

  • @ranjangogoi6918
    @ranjangogoi6918 หลายเดือนก่อน +106

    যদি ই ভি এম হেকিং হোৱা নাই, তেতিয়া গৌৰৱ গগৈ ডেৰ লাখৰ ওচৰা-ওচৰিত অগ্ৰগতি হৈ জিকিব বুলি কৈ থৈছোঁ।

    • @kamalshetty1449
      @kamalshetty1449 หลายเดือนก่อน +4

      😊lplll

    • @kamaljyotichetia7965
      @kamaljyotichetia7965 หลายเดือนก่อน +4

      Aji apunar kotha hosa hol ❤❤❤

    • @FunWithFarman
      @FunWithFarman หลายเดือนก่อน

      You are absolutely right 👍

    • @sangitadeka8438
      @sangitadeka8438 หลายเดือนก่อน +1

      আপোনাৰ কথা আখৰে আখৰে সচা হ'ল।

    • @user-zh1qd2oo8n
      @user-zh1qd2oo8n 28 วันที่ผ่านมา

      Right kotha koise

  • @pratimasarma1737
    @pratimasarma1737 หลายเดือนก่อน +52

    গাৱে গাৱে মেডিকেল কলেজ ডাক্তৰ হে নাই।ঘৰ কেইটা হ'ল মামাৰ মামী ধনী হ'ল।

  • @ArifaKhatun-mn2gw
    @ArifaKhatun-mn2gw หลายเดือนก่อน +61

    বন্ধ কৰিলে কিমান খন বিদ্যালয় আৰু মহাবিদ্যালয় তাৰ হিচাপ নকয় কিয়?

  • @kalpanaborah8745
    @kalpanaborah8745 หลายเดือนก่อน +18

    শুনিবলৈ পাইছো বিজেপি ইভি এমত ৬%অদৃশ্য ভোটত আগ বাঢ়ি আছে।সেই বাবে জিকিম বুলি দম্ভালি মাৰি কব পাৰিছে।আমি কিন্তু বিজেপিক ভোট দিয়া নাই

  • @puspadhardowarah1932
    @puspadhardowarah1932 หลายเดือนก่อน +43

    মৌ হাজৰিকাৰ মাথাত একো মালেই নাই।পূৰ্ব জন্মত কি পুণ্য আৰ্জন কৰিছিল যে এই জন্মত মন্ত্ৰীৰ বাব"পালে।কিন্তু অহা জন্মত ঠাই নৰকত।সৰু কালৰ পৰা ইমান পঢ়াত চোকা হোৱা স্বত্বেও আজি বাটৰ ভিক্ষাৰী।যিটো যুগত লৰাই মেট্ৰিকেই পাছ কৰিব"নোৱাৰে তেতিয়া মই 1st divn. পোৱা। তথাপিও আজি এই গতি।কিন্তু পৰ জন্মত স্থান বেলেগ হব।

    • @birenchoudhury9430
      @birenchoudhury9430 หลายเดือนก่อน

      আমাৰ বোৰৰ মূখৰ মাত হেৰাইছে এওঁলোকৰ উৎপাতত ভৱিষ্যতলৈ বাট চাওক মানে2026
      বিধানসভা

    • @user-dc6dd5he2x
      @user-dc6dd5he2x หลายเดือนก่อน +1

      কুণ্ডু বৰল হাজৰীকা, এজন মৌ হাজৰিকা নহয়।

  • @arunbora9067
    @arunbora9067 หลายเดือนก่อน +63

    যদি EVM হেকিং ৬%ভোট বৃদ্ধি হৈছে তেন্তে অসমৰ লোকসভা নিৰ্বাচনত আটাইবোৰ সমষ্টি জয়ী হ'ব।

  • @nirubora3660
    @nirubora3660 หลายเดือนก่อน +67

    ৰাজগুৰুক কথা কবলে নিদিয়ে। অহংকারী ,হাজৰীকাই।

    • @ranjitduttaey3967
      @ranjitduttaey3967 หลายเดือนก่อน +6

      মুঠ তে কিমান এয়াপট বিজেপিয়ে বিক্ৰী কৰিলে সেইটো সঠিক ভাবে জানেনে, আমি ৰাইজে কিন্তু পাহৰা নাই জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত চৰকাৰ গঠন কৰিবলৈ গৈ জনমূৰি ঋণ বুজা জাপি দি পাগলৰ দৰে হালা গোলা কৰি লাভ নাই , বহুত হ'ল বিজেপিৰ উন্নয়ন নামত লুতিপুতি খালে মাজুলী দলংখন বিজেপিয়ে বনাইছে আৰু দেশৰ সকলো সা-সম্পত্তি অনুষ্ঠান প্ৰতিষ্ঠান বহিৰাগত কোম্পানী বিক্ৰী বিজেপিয়ে কৰিছে, ভিক্ষাৰি বাহিলেই এখন দেশৰ উন্নয়ন নহয় বা ভুৱা প্ৰতিশ্ৰুতি দিয়াত আঁচনি, ৰাস্তাৰ কথাকয় দেশত মূল্য বৃদ্ধি নিবনুৱা সমস্যা কিমান বাঢ়িছে তাৰ কথা নকয় কিয় দূৰনীতি ক্ষেত্ৰত কোনো এখন চৰকাৰ কম নহয়‌‌‌ , আৰু বিজেপিয়ে মাত্ৰ প্ৰতিশ্ৰুতি দিয়ে কাৰ্য ত দেখা নাপায় তাতে এই জন আকৌ মুখ্য মন্ত্ৰীত কৈ ওপৰত ইহঁত ডলাৰ বগৰী আজি বিজেপি কালিলৈ বা ক'ত থাকে কি ঠিক আকৌ কংগছএলঐ ঘুৰি নাহিলেই হ'ল

    • @khargeswarbaruah8139
      @khargeswarbaruah8139 หลายเดือนก่อน +6

      গৰুটোক চেনেললৈ মাতিবই নালাগে।মন্দিৰ বনোৱাই বিজেপীৰ কাম নেকি?

    • @khargeswarbaruah8139
      @khargeswarbaruah8139 หลายเดือนก่อน +3

      পিয়াজ হাজৰিকাই গছত গৰু উঠা কথা কৈছে।গৌৰৱ গগৈ জিকাটো খাটাং।

    • @astinkasanp3798
      @astinkasanp3798 หลายเดือนก่อน +1

      Onion hazarika tur patan hobo

    • @deepjyotiboruah9496
      @deepjyotiboruah9496 หลายเดือนก่อน

      যেনে-তেনে সময়টো পাৰ কৰিছে ।

  • @GCNath-ed7im
    @GCNath-ed7im หลายเดือนก่อน +56

    অহংকাৰী মানুহৰ লগত কথা পাতি .ইমান সন্মানীত এংকৰ এজন আপোনাৰ সন্মান নষ্ট নকৰিলে ভাল হয় নেকি

    • @probinsaikia2641
      @probinsaikia2641 หลายเดือนก่อน +1

      প্ৰশান্ত ৰাজগুৰু এজন সন্মানীয় ব্যক্তি আছে ।তথ্য সহকাৰে কথা কয়।

  • @pranamiofficial3472
    @pranamiofficial3472 หลายเดือนก่อน +23

    গৌৰৱ গগৈ অকল অসমৰে গৌৰৱ নহয় সমস্ত ভূ- ভাৰতৰে গৌৰৱ। এই কথা তেখেতৰ চিৰবৈৰীয়ে ও, স্বীকাৰ কৰে। আপুনি একা ?

  • @SatyajitGogoi-ft8wn
    @SatyajitGogoi-ft8wn หลายเดือนก่อน +37

    ভোট চোৰ কৰাৰ পৰিকল্পনা ঢলি আছে

  • @babuldeka652
    @babuldeka652 หลายเดือนก่อน +58

    🎉বিজেপি হিতলাৰী শাসনৰ বাবে অসমৰ পৰা কংগ্ৰেছ দলে বিজেপিক এইবাৰ চিৰবিদায় দিব।

    • @birenchoudhury9430
      @birenchoudhury9430 หลายเดือนก่อน +1

      এইবাৰ নহয় দেই 2026বিধান সভাত

    • @rameshpayang7871
      @rameshpayang7871 หลายเดือนก่อน

      Faltu

    • @bababorah9085
      @bababorah9085 หลายเดือนก่อน

      কঙগেছ নাই ।

    • @bababorah9085
      @bababorah9085 หลายเดือนก่อน

      ৰাজগুৰু বামপন্থী

  • @nirubora3660
    @nirubora3660 หลายเดือนก่อน +95

    পম যোরা হাজৰীকাই ডেৰলাখত জিকিম বুলি চিঞৰি কোরা কাৰণ ইভিএম দূৰনিতী কৰাটো খাতাং।

    • @ranjitduttaey3967
      @ranjitduttaey3967 หลายเดือนก่อน +3

      তেনেকুৱা যেন লগা টো অসম্ভৱ নহয় গতিকে বাতৰি ত যিদেখা দিছে স্টং ৰুমত যদি ভোট বাঢ়ে তেন্তে গোটেই কেইখনতে জিকিলে ৰাইজে সন্দেহ কৰিব পাৰে সেয়ে দুই এখন আসন বিৰোধীক দিব তেতিয়া হে ৰাইজে ই

  • @janardanbora2803
    @janardanbora2803 หลายเดือนก่อน +45

    পিয়াঁজ 2026 চনত হাৰি গলে কিমান ভাল লাগিব বাৰু

    • @anjanjyotidas1429
      @anjanjyotidas1429 หลายเดือนก่อน +2

      Bohut moja lagib , namghort vog xorai dim

    • @parthoneog
      @parthoneog หลายเดือนก่อน

      Pijush hazorika otorab laga opor malok toloi ani dib lagib

    • @bubuldas8349
      @bubuldas8349 หลายเดือนก่อน

      ​@@anjanjyotidas1429good

    • @monjurulislam6773
      @monjurulislam6773 หลายเดือนก่อน

      ​@anjanjyotidas1429 hahahaha 😂😂😂
      Eman khong uthise neki ?
      Apunar 😊

    • @paporigogoi7864
      @paporigogoi7864 24 วันที่ผ่านมา +2

      Haaa moja hobo de saboloi

  • @tahimabegum5896
    @tahimabegum5896 หลายเดือนก่อน +41

    ইমান দম্ভালি কথা। evmকিবা হৈছে নে কি।

  • @cottageofhappiness9436
    @cottageofhappiness9436 หลายเดือนก่อน +11

    টাটায়ে বনাই দিয়া AIIMS কেইখনলৈয়ে ইমান অহংকাৰ। গৌৰৱ গগৈয়ে অসমীয়া নাজানে সেইটো নিৰ্বাচনৰ ইছু নেকি?

  • @Gunakantaboruah-up5vc
    @Gunakantaboruah-up5vc หลายเดือนก่อน +49

    আচলতে গৌৰৱ গগৈ ডেৰ লাখ ভোটত জিকিব।গৌৰৱ গগৈ জিনদাবাদ

  • @GolapAli-jm3uo
    @GolapAli-jm3uo หลายเดือนก่อน +27

    চিঞৰি কলে নহব দেৰ লাখ ভোটত জিকিব গৌৰব জিকিব 100%

    • @DhankakatiDhankakati
      @DhankakatiDhankakati หลายเดือนก่อน

      😂😂😂 ৪জুন গৌৰৱে চিঞৰি চিঞৰি কান্দিব😂😂😂

    • @user-hs7lj8mk4s
      @user-hs7lj8mk4s หลายเดือนก่อน

      ধন্যবাদ

    • @Miako-tj4fy
      @Miako-tj4fy 24 วันที่ผ่านมา

      Pise kune kandile etia????🤣kene khbor jonabo​@@DhankakatiDhankakati

  • @rofiqulislam1080
    @rofiqulislam1080 หลายเดือนก่อน +11

    পিয়াজ হাজৰিকা,পৰন্তমল্ল বৰুৱা আৰু কুৰূপজ্যোতিহতে নিজৰ জন্ম দাতা পিতৃৰ নাম পাহৰি এতিয়া ভিনীহিৰ নাম গোৱা পাষন্ডহতৰ কথাত গুৰুত্ব নিদিয়াই ভাল !

  • @jetukimech3484
    @jetukimech3484 หลายเดือนก่อน +9

    বিজেপিয়ে তেজপিয়া ৰ দৰে ৰাইজৰ তেজ চুহি খাই ছে

  • @AnudBorah-ks1us
    @AnudBorah-ks1us หลายเดือนก่อน +55

    মন্ত্ৰী হৈ কথা কব নাজানে ওপৰ মাল

  • @user-is5ic2ee9q
    @user-is5ic2ee9q หลายเดือนก่อน +31

    ওপৰৰ মাল জনে যিমান ৰাইজৰ ওচৰত গৈছে সিমানেই বিজেপিৰ ভোট কমি আহিছে।

  • @dhurbajyotiborah8743
    @dhurbajyotiborah8743 หลายเดือนก่อน +9

    মন্ত্ৰী হৈ কথা কলে আজি যুগৰ মানুহে নামানে অহ্্‌কাৰি মন্ত্ৰী

  • @subhashsut2215
    @subhashsut2215 หลายเดือนก่อน +9

    ভোটিং হৈ জোৱা পাচত 28লাখ ভোট অসমত কেনেকৈ বাঢ়িল‌ কি‌য় ?এক কোটি সাতলাখ ভোট গোটেই ভাৰতবৰ্ষ ত।‌ নিৰ্বাচন আয়োগৰ। ৰিপ'ৰ্ট।

  • @duluduttadulu2138
    @duluduttadulu2138 หลายเดือนก่อน +6

    পিযুজৰ অহংকাৰি কথাবোৰ অহা চাৰি জুনৰ পাছত নোহোৱা হব

  • @Abdulrazak-so2jq
    @Abdulrazak-so2jq หลายเดือนก่อน +47

    EVM manage হৈ গল নেকি।

    • @bibidha
      @bibidha หลายเดือนก่อน +2

      Manage হৈ গল

    • @jitenbora1369
      @jitenbora1369 หลายเดือนก่อน

      Karnataka aaru Kerala r pora manuh aahi kori gol😂😂😂😂😂😂

  • @nurulamin8284
    @nurulamin8284 หลายเดือนก่อน +11

    Minister sir wait to four June

  • @user-tx9jx3hg5i
    @user-tx9jx3hg5i หลายเดือนก่อน +6

    সমাজ বিৰুধি আইনবোৰ পাচ কৰিবৰ বাবে চাৰিশৰ পাৰ লাগে ৷তেতিয়া কোনে পাই ৷

  • @KeshabHazarika-dr1ub
    @KeshabHazarika-dr1ub หลายเดือนก่อน +12

    ৰাজগুৰু।ডাঙৰিয়াসাক্ষাত।পিযুয।হাজৰিকাই।ইমান!দাঙৰকথাকৈছে।মই।শোধিচো।গাদিখন।হেৰাই।বোলি।কিয়।ভয়।কৰিছে

  • @asorit2900
    @asorit2900 หลายเดือนก่อน +12

    অত্যাধিক মূল্য বৃদ্ধি কৰি ভালকেৰাজ্যখন চলালে বুলি কলে হাঁহি উঠাৰ বাদে কি হব পাৰে |

  • @funnyshots461
    @funnyshots461 หลายเดือนก่อน +7

    ভোট শেষ হোৱা ১৫ দিন পিছত যদি ডেৰ কৌটি ভোট বৃদ্ধি হয় তেন্তে কিয় নাহাৰিব।

  • @LegendIshan
    @LegendIshan หลายเดือนก่อน +28

    ফকটীয়া মন্তব্য কৰি কৰি জনসাধাৰণৰ মন জয় কৰাৰ দিন শেষ হল বোপাই, বৰ্তমান অসমৰ জাতি জনগোষ্ঠী সকলোৱে চিন্ডিকেট বাহিনীৰ নেতা সকলক বৰ্জন কৰিবলৈ আৰম্ভ কৰিছে

  • @user-bq3vt8ot6h
    @user-bq3vt8ot6h หลายเดือนก่อน +15

    এইজন আৰু দুজনে অসম বিজেপি দুবালে এই জন😅😅বুৰা নাওৰ টিঙত উঠি লৈছে। 😅😅😅😮

  • @umeshnathssb981
    @umeshnathssb981 หลายเดือนก่อน +12

    অসমত দহ লাখ ভোট বাঢ়িল যে ইয়াৰ ওপৰত পিয়াজ হাজৰিকা আপুনি কি ক'ব ।

    • @Jkonwa
      @Jkonwa หลายเดือนก่อน +1

      Good question . 👌👌👌

  • @user-ie6dx5zb5i
    @user-ie6dx5zb5i หลายเดือนก่อน +10

    Pijusar Babya Jorhatat Gourab Gogoi 2 Lakh Votet Jikiba . . Thanks ..

  • @kabitasaikia380
    @kabitasaikia380 หลายเดือนก่อน +29

    ইমান দম্ভালি মাৰি কথা কয়

  • @user-el6rb5nw7k
    @user-el6rb5nw7k หลายเดือนก่อน +16

    পীয়ুচৰ কথাত দাম্ভিক সুৰ লুকাই আছে।মন্ত্ৰীত্বৰ অশোভনীয় আচাৰ।

  • @handbim51
    @handbim51 หลายเดือนก่อน +5

    অসমীয়া ভালকৈ কব নোৱাৰা বহু বিধা‌য়ক অসমত আছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ অসমীয়া বহুত বিধা‌য়কতকৈ ভাল।

  • @taradoi7957
    @taradoi7957 20 วันที่ผ่านมา +1

    উন্নতি জখলাডাল কংগ্ৰেছে আৰম্ভ কৰিলে বিজেপিয়ে নাম মাত্ৰ উন্নয়ন কৰিছে ।

  • @sankargoswami4570
    @sankargoswami4570 หลายเดือนก่อน +7

    জন্মদাত্ৰী মাতৃক বৃদ্ধাশ্ৰমত থৈ অহা আৰু পিযুষ হাজৰিকাই কংগ্ৰেছত জন্ম লৈ লুটিপুটি খায় বিজেপিত গৈ কংগ্ৰেছক গালি দিয়া একে কথা।শুনামতে হাজৰিকাই এইবাৰ আজমলৰ দলত যোগদান কৰাৰ যোজা কৰিছে।

  • @narayankumarbora3762
    @narayankumarbora3762 หลายเดือนก่อน +4

    পিছে, ওপৰৰ মাল হৈয়ো AIIMS খন ৰহাত পাতিব নোৱাৰিলে । অৱশ্যে, মামাৰ ওচৰত, একেবাৰে তলৰ মাল হৈ পৰে।

  • @minudeka1089
    @minudeka1089 หลายเดือนก่อน +4

    ইয়াৰ পাৱাৰে মুৰত ধৰিছে। ইহঁতে যে ইভিএমত খেলি মেলি কৰিব সেইটো খাটাং। সেই কাৰণে ইহঁতে আস্ফালন কৰি আছে।বোপোই ওপৰত যে এজন আছে সেই জনকটো অলপ ভয় কৰে।১০০ পাপ কৰা লৈকে ওপৰৰ জনে সহ্য কৰিব।১০১ টা হোৱাৰ লগে-লগে আচাৰি পেলাব।

  • @nirubora3660
    @nirubora3660 หลายเดือนก่อน +24

    হাজৰীকা সাধাৰণ কেনেকে হব নিজে কয় ওপৰৰ মাল হয়।

  • @mohendradohutia
    @mohendradohutia หลายเดือนก่อน +13

    বিজেপিয়ে ই ভি এম দুই নম্বৰ কৰি জিকি অহা ৰেকৰ্ড আছে। এইবাৰ নহয় ভবিষ্যতলৈকে বিদায় দিলে। দম্ভালি মৰা বিজেপি নেটা সকল আগতে মঙ্গল গ্ৰহত আছিলে নেকি বাৰু।। কংগ্ৰেছ দিনত সকলো উন্নয়ন হ'ল,,চকু মুদা কুলি বুৰে ক'ত দেখা পাব।এতিয়া মন্দিৰ বনাবলে ভোট বিছাৰিচে। সেই ববুৰে উন্নয়ন। দুখীয়াৰ দ্ৰৰিদ্ৰ মানুহে বিজেপিক কোনোকালেই ভোট নিদিয়ে।

  • @putulsaikia7622
    @putulsaikia7622 หลายเดือนก่อน +7

    মেডিকেল থাকিলে হবনে , যদি তাত চিকিৎসক নাথাকে ?

  • @simantanaginisimantanagini6780
    @simantanaginisimantanagini6780 หลายเดือนก่อน +13

    এই টোক মূৰ্খ্য মন্তীৰ আখন দিলে এইটোয়ে অসম বিক্ৰি কৰিব যেন লাগিছে তাৰ কথা বোৰত।

  • @ranjankumarphukon5576
    @ranjankumarphukon5576 หลายเดือนก่อน +25

    Jorhat t Gorv jikibo .

  • @poreshkumar5446
    @poreshkumar5446 หลายเดือนก่อน +21

    এইবাৰ যোৰহাটৰ মানুহে ইয়াৰ জবাব দিব

  • @monuwarabegam5708
    @monuwarabegam5708 หลายเดือนก่อน +55

    ইভিএম হেক কৰাতু খাতাঙ খেইকাৰনে তেতু ফালি চিঞৰি ছে

  • @GCNath-ed7im
    @GCNath-ed7im หลายเดือนก่อน +5

    এনেকুৱা টকাও পাতিবই নালাগে যাক মানুহে ঘিণ কৰে

  • @user-fz1fp7oj3u
    @user-fz1fp7oj3u หลายเดือนก่อน +4

    এইতু এইতুৰ কথা বিলাক শুনিবলৈ মননাজায়।

  • @JYOTIKAMIXYT
    @JYOTIKAMIXYT หลายเดือนก่อน +3

    Nice sharing🙏

  • @user-qo4pe6bm3l
    @user-qo4pe6bm3l หลายเดือนก่อน +6

    Gourob gogoi zindabad

  • @user-zd6oy9dy8p
    @user-zd6oy9dy8p หลายเดือนก่อน +3

    E V M mmanipulation কৰি EVM change কৰি ৰাখিছে হয়তো নহলে কব পাৰেনে এনেকৈ ।

  • @handbim51
    @handbim51 หลายเดือนก่อน +3

    ৪০০ পাৰ এই কাৰণে লাগে যে সংবিধানৰ কিছুমান অনুচ্ছেদ সংশোধনৰ বাবে দুয়োখন সংসদত সন্মতিৰ বাবে ৪০৪ জন সাংসদৰ প্ৰয়োজন । এই কথাটো এটা সাক্ষাৎকাৰত এজন উচ্চ ন্যায়ালয়ৰ উকীলে কোৱা কথা। হয় নহয় নাজানো।

  • @nilamanimedhi6083
    @nilamanimedhi6083 หลายเดือนก่อน +2

    আছে গৰু নাবায হাল হোৱাত কৈ নোহোৱায় ভাল

  • @njyotinjyoti7541
    @njyotinjyoti7541 หลายเดือนก่อน +4

    আগৰ পৰাই কৈ আছো ই ভি এম তেম্পাৰিঙ কৰিবই মামাই সেইকাৰনে বুকুফিন্দাই জিকিম বুলি ক'ব পাৰে আৰু লগতে নিউজ চেনেলৰ সাংবাদিক কেইটাই

  • @sisuramborah4753
    @sisuramborah4753 หลายเดือนก่อน +3

    পিয়ুষৰ মূৰটো গৰম হৈছে ।

  • @sanatankalita9086
    @sanatankalita9086 24 วันที่ผ่านมา

    গৌৰৱ গগৈ সুন্দৰকৈ অসমীয়া কব জানে

  • @nayanmonidutta9768
    @nayanmonidutta9768 หลายเดือนก่อน +2

    ই ভি এমত বিশংগতি । ভোটাৰতকৈ ভোটৰ সংখ্যা বেছি ।

  • @user-gh9yz7qm8o
    @user-gh9yz7qm8o หลายเดือนก่อน +3

    এক চূড়ান্ত দাম্ভিক অঘাসুৰৰ সৈতে হোৱা মেজমেল।

  • @PonakoneBoro
    @PonakoneBoro หลายเดือนก่อน +1

    গৌৰৱ গ গৈ ভাল মানুহ

  • @pranamiofficial3472
    @pranamiofficial3472 หลายเดือนก่อน +3

    কেনেকৈ ক'ব পাৰিলে! ইভিমৰ মায়া নে আন কিবা! কাৰণ ১১ দিনৰ পিছত ভোটৰ শতাংশ প্ৰকাশ কৰাৰ ৰহস্যই বা কি?

  • @dipakgogoi5084
    @dipakgogoi5084 หลายเดือนก่อน +3

    তেন্তে পিজুছ হাজৰিকাই গৌৰৱ গগৈক পৰাজিত কৰিবলৈ 11 দিনত EVM ষ্টেচনত কিমান ভোট দিলে। নিশ্চয় 3 লাখ ভোটৰ কম কম নহব।

  • @atimaramorpitrimatriguru8543
    @atimaramorpitrimatriguru8543 หลายเดือนก่อน +3

    EVM যথাসম্ভৱ setting হৈ গ’ল। Form 17 C submission delayed by Election Commissioner of India Vote percentage বাঢ়ি গ’ল ৷ এটা vote দিওতে কিমান সময় লাগে ? যদি second ত ভোট বাঢ়ে ____General সময়তকৈ বহুত বহুত কম সময়ত যদি এটা vote পৰে তেন্তে অঙ্কটো কি ? Gujrat Election ত তেনে এটা গণিতৰ কথা ২০২২ চনত হৈছিল বুলি এটা ব্যাখ্যা দেখিছিলো ৷

  • @Santannu
    @Santannu หลายเดือนก่อน +1

    ফাঁচি বজাৰত এইজনাৰ এসময়ত কি হৈছিল ?
    আকৌ এবাৰ লগ পালে সুধিব দেই।

  • @manujkumarborgohain9841
    @manujkumarborgohain9841 หลายเดือนก่อน +3

    অহা অসম বিধান সভাৰ নিৰ্বাচনত ২৬ খন আসনো বি জে পি য়ে নেপায়, যদিহে evm ৰ খেলিমেলি নকৰে

  • @utpalkonwar9490
    @utpalkonwar9490 หลายเดือนก่อน +2

    সাক্ষাৎকাৰতো হাস্যকৰ হলগৈ অৱশেষত । চিকিৎসালয় বঢ়াতোৱে আচলতে কি কয়, বেমাৰীৰ সংখ্যা বঢ়াতো নুবুযাইনেকি। কভিশ্বীল্দৰ ওপৰত কি ভাবে হাজৰিকাই । যোৰহাটত তপন গগৈ জিকাতকৈ গৌৰৱ গগৈ জিকাটো মঙ্গলজনক ,যিহেতু ৰাইজে ভোট কাক দিছে ৰাইজে জানে, কিয়নো নিৰ্বাচনৰ আগে আগে কা বলৱতৰ আচল কাৰণটো ৰাইজে জানে । হস্পিটাল বঢ়োৱাটো নহয়, কমোৱাটোতহে কৃত্বিত্ব ।

  • @montusaikia1602
    @montusaikia1602 22 วันที่ผ่านมา

    Nxt cngrs jikiboi 100%

  • @maheshgogoi
    @maheshgogoi หลายเดือนก่อน +2

    EVM -VBPAD issue reach SC. Atia aru lav nai EVM hak koribo aru rasta nai. 400 par asha je sapun hoia thakibo.

  • @hemantamahanta5578
    @hemantamahanta5578 หลายเดือนก่อน +3

    পিয়ুষ হাজৰিকাই কোৱা হিচাপে ই ভি একমত কিবা গন্দকুল. হোৱা বহুতে সন্দেহ. কৰিছে ।

  • @imdadali9519
    @imdadali9519 หลายเดือนก่อน +3

    এইবাৰ ৰাইজে পৰিবওন কৰিৱ।বৰ বৰ কথা কৈ লাভ নাই।

  • @harmohansaud134
    @harmohansaud134 หลายเดือนก่อน +6

    কংগ্ৰেছৰ গোন্ধ যোৱাই নাই সোপাধৰাৰ ।

  • @jyotishmansportschannel5948
    @jyotishmansportschannel5948 หลายเดือนก่อน +10

    EVM

  • @nelegend5044
    @nelegend5044 24 วันที่ผ่านมา +1

    পিয়ুজ ; জয়ন্ত আৰু দিগন্তক উজনিলৈ পঠোৱা মানেই নেতিবাচক ফলাফল ।

  • @pachaniaxom1155
    @pachaniaxom1155 หลายเดือนก่อน +2

    এইজনা অহংকাৰী হাজৰিকাৰ কথাতে সকলোৱে জানি লওক,ই,ভি,এমৰ দুৰ্নীতি অনিবাৰ্য।

  • @birenchoudhury9430
    @birenchoudhury9430 หลายเดือนก่อน +2

    প্রশান্ত ৰাজগুৰু ডাঙৰীয়া আপোনালোকে কিছুমান দৰকাৰী প্ৰশ্ন এৰাই চলে কিয়, অসমৰ ৰাইজে চাই থাকে, কয় সাংবাদিক বিলাকে মিনিষ্টাৰক ভয় কৰি চলে

  • @dhirenboruah4665
    @dhirenboruah4665 หลายเดือนก่อน +1

    গৌৰব গগৈ জিকিবই জদি

  • @assamesepollysaikiavlogs1503
    @assamesepollysaikiavlogs1503 หลายเดือนก่อน +4

    পিযুজ ডাঙৰীয়াই অসমীয়া ভাল কব নাজানে ,

  • @sankarmandal.5065
    @sankarmandal.5065 21 วันที่ผ่านมา +1

    Very nice sar

  • @mriganka1000
    @mriganka1000 17 วันที่ผ่านมา

    Khub bhaal lagil eitur saal phutonir bhalke protiuttor paai gol

  • @kanakdas7213
    @kanakdas7213 หลายเดือนก่อน +1

    ভবিষ্যতৰ কথা দৃঢ় বাবে কবলৈ হ'লে কিবা ৰহস্য ইতিমধ্যে হৈ গৈছে। বিকাশৰ ফটা ঢোল বজালেই উন্নয়ন হোৱা নাই। মই বুজি নাপাওঁ পীযুষৰ নিচিনা এজনৰ সাক্ষাৎকাৰ লোৱা হয় কিয়!

  • @ponakandas713
    @ponakandas713 หลายเดือนก่อน +2

    ৰাজগুৰু ছাৰৰ লগত কেনেকৈ কথা ক'ব লাগে আমাৰ সৰু মামাই নাজানে নেকি । এনেকুৱা অহংকাৰী নেতাই যদি অসমৰ চিয়েম হয় অসমৰ কি অৱস্থা হ'ব পাৰে ৰাইজে ভাবি চাওঁক।

  • @Kiran-si2bf
    @Kiran-si2bf หลายเดือนก่อน +1

    গৌৰৱ গগৈৰ,লগত এইজন তুলনা হৈ নে ,

  • @DILIPBORI-ck8mu
    @DILIPBORI-ck8mu หลายเดือนก่อน +1

    কথাটোতেই গম পালো ওপৰৰ মালে ইভিএমত Manage কৰিলে।

  • @user-vy5rl6el3c
    @user-vy5rl6el3c หลายเดือนก่อน +2

    কিমান ৰাজহুৱা সম্পত্তি পুঁজিপতিক গতাই দিলে সেই কথা নকয় কিয়

  • @babulinghi6485
    @babulinghi6485 หลายเดือนก่อน +3

    EVM ঘটং মটং কৰিলে যেন পাইছো ।

  • @nirubora3660
    @nirubora3660 หลายเดือนก่อน +16

    টিঙৰ পৰা নিলামে।

  • @minuflute6554
    @minuflute6554 หลายเดือนก่อน +2

    বিদেশীয়ে ভোটাধিকাৰ পায় নেকি

  • @lilydas3917
    @lilydas3917 หลายเดือนก่อน +3

    হাজৰিকাৰ অভদ্ৰামি অসহ্য হৈছে ।

  • @pinkuasomorlora1798
    @pinkuasomorlora1798 หลายเดือนก่อน +2

    Next cm gaurrav ❤️

  • @user-yj9yv7fq1d
    @user-yj9yv7fq1d หลายเดือนก่อน +1

    উপৰৰ মাল অহাৰ বাবেই গৌৰৱ ডাঙৰীয়া জিকিব।

  • @user-rk5ht2bk1z
    @user-rk5ht2bk1z หลายเดือนก่อน +1

    হাজৰিকাই অকল, আপোনাৰ সমষ্টিকেই কয় আছে কিয়, তাতেই আমাৰ উত্তৰ উলায়😢।

  • @enoshpando5639
    @enoshpando5639 หลายเดือนก่อน +3

    অহংকাৰ বেছি হৈছে নেকি ।

  • @sarbanandasingh269
    @sarbanandasingh269 หลายเดือนก่อน +4

    সৰুতে শিষ্টাচাৰ মাক দেউতাকৰ পৰাই পাই।

  • @nilutpolrajdsa9948
    @nilutpolrajdsa9948 29 วันที่ผ่านมา

    Dada jui hoi ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @suhaelakhtar7815
    @suhaelakhtar7815 หลายเดือนก่อน +2

    ওপৰৰ মালে evm ত কিবা কৰিলে নেকি ? নহলে কেনেকৈ ইমান দাঠিকৈ কব পাৰে?