I Mejmel with Editor-in-Chief Prasanta Rajguru ft. Mira Borthakur I Watch only at Prag News
ฝัง
- เผยแพร่เมื่อ 29 พ.ค. 2024
- I Mejmel with Editor-in-Chief Prasanta Rajguru ft. Mira Borthakur I Watch only at Prag News
Watch the full clip to know more about this story.
#pragnews #mejmel #prasantarajguru #miraborthakur #assam
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com
মীৰা বাইদেউৰ জয়ীৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।
কাহিলীপাৰালৈ নাহিলে যদিও মোৰ ছোৱালীয়ে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ আপোনাৰ বুটামটোতে সাব্যস্ত কৰিছে।
লুৰিনজ্যোতি গগৈ,গৌৰৱ গগৈ,প্ৰদ্যুৎ বৰদলৈ,হাফিজ ৰছিদ চৌধুৰী,মীৰা বৰঠাকুৰ আৰু ৰকিবুল হুছেইন এইকেইজন নেতা জিকিলে মই ব্যক্তিগত ভাৱে নথৈ আনন্দিত হম ।
আপুনি যিকেইজন বাছনি কৰিছে গোটেই কেইজনে জয় প্ৰায় নিশ্চিত বুলি কব পাৰি।
Baki sob thik ase but ajonr honde ase .p bordoloi
🙏🙏🙏🙏
L@@nayankumarpawe2671
বৰ সুন্দৰ বিশ্লেষণ কৰি কথা খিনি কৈছে বাইদেউ।আপোনালৈ বহুত বহুত ধন্যবাদ জনালোঁ।
মীৰা বৰঠাকুৰৰ স্পষ্ট আৰু সত্য কথাবোৰ আমাক সদায় আপ্লুত কৰে। আৰু ভাল লাগে দুখিতজনৰ দুৱাৰদলিত যিকোনো সময়তে উপস্থিত হৈ মানবীয়তাৰ নিদৰ্শন তুলি ধৰা কাৰ্যক।।
Congress zindabad
CM hoi jaba parei😆😆😆😆😆😆
বৰ সুন্দৰ কথা কৈছে মীৰা বাইদেউ সেই কাৰণে উপযুক্ত মহিলা আশীৰ্বাদ কৰিছো চাৰি জুনলৈ
আজি বৰ সুন্দৰ সুন্দৰ কথা কৈছে।সেই কাৰণেই আমাৰ মাজত এজনী সবল নেতৃত্ব বিছাৰি পাইছো।
🎉এস
🎉🎉🎉🎉
আপোনী জয়ী হ'ব বাইদেউ..... ভগৱান আপোনাৰ সহাঁৰি হক 🙏🙏
মীৰা বৰঠাকুৰ বাইদেউ জিকিবই তাত কোনো সন্দেহ নাই। আমাৰ তেখেতৰ প্ৰতি আন্তৰিক শুভকামনা আৰু আশীৰ্বাদ আছে। তেখেতৰ দৰে সৱল নেতৃত্ব লোৱা মহিলা অসমত খুব কমেই ওলাব।
মোৰ ছোৱালীয়ে জাৰ্মানীৰ পৰা গুৱাহাটীলৈ আহি মীৰা বৰঠাকুৰক ভোট দিছে। যিহেতু তেখেতক উপযুক্ত প্ৰাৰ্থী বুলি বিবেচিত কৰিছে।
Mira mam educated person ❤
আপুনি জয় হ'ব জয় হোৱাতো আমি বিচাৰোঁ। ভগৱানে নিশ্চয় সুফল দিব। প্ৰাৰ্থনা জনালোঁ
আপোনাৰ এই সবল স্থিতি সদাই থাকে তাৰ কামনা কৰিছোঁ
মীৰা বৰঠাকুৰ লৈ আন্তৰিক শুভেচ্ছা যাঁচিলোঁ।
বহত আশাৰেই বাট চাই আছো। 😊
বাইদেউ আশা কৰা বাবে ধন্যবাদ ।৪ তাৰিখলৈ ভোজ ভাতৰ আয়োজন এটা কৰক ।
মীৰা বৰঠাকুৰ বাইদেউৰ মেজমেলত উল্লেখ কৰা কথাখিনি ভাল লাগিল। উজ্জল ভবিষ্যত কামনা কৰিলো।
An educated politician 🙏🙏
মীৰা বৰঠাকুৰ বাইদেউ, অসমৰ মূখ্যমন্ত্ৰীৰ যোগ্য ব্যক্তি ।
মীৰা বাইদেউ জিকিব খাটাং
বাইদেউ শুভ কামনা জ্ঞাপন কৰিলো্ । গুৱাহাটী খন ভাল কৰিব বুলি আশা কৰিলো।
My daughter is a first time voter,she came to Guwhati to vote Mira Anti ,bothways airfare from Bengaluru to Guwhati, I am a meagre amount pension holder
বাইদেউ আপুনি ঠিকে কৈছে তিনামল ৰ কর্মী ঠিকে আছে
মই মনে প্ৰানে বিচাৰো আপুনি জিকা টো
Mira Borthakur jikila val hbo.
Mira madam jindabad
মাজত মাত্ৰ ৪ দিন বাকী, ৪ জুনত সকলো বুজা যাব ।
আপোনাক ৪ জুনত এনেকৈ টিভিত দেখা পালেহে ভাল লাগিব ।
মীৰা বাইদেউৰ জয় নিশ্চিত।
Thanks baideo
ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা আপোনাৰ সেৱা জনতাই লাভ কৰাৰ সুযোগ দিয়ক।
God bless you
Mira Borthakur JINDABAD Salute you GOD bless you ❤❤❤
Haribo
Perfect discuss!!!!! Not only myself! For the future !!!!!
অখিল আৰু পিয়ুjষ ৰ ফটো (অৰ্কিড পাৰ্ক ত)দেখিলে বেলেগ কথা মন ত আহে
Thank you so much Ma 'm for your valuable speech.
GOD BLESS YOU
মীৰা বাইদেউলৈ শুভেচ্ছা আৰু নমস্কাৰ জনালোঁ । আপোনাৰ মনোবল সদায় অক্ষুন্ন থাকিব বুলি আশা ৰাখিলোঁ।❤
এই বিলাক সাংবাদিক নহয় সাপ হয়। মীৰা বাইদৌ মনত ৰাখিব। চল চাই চাপৰি বজাই। এতিয়া কঙগেছ মূখী হৈছে।
আপুণি ঠিকেই কৈছে ।
Bijuli Kalita Medhi maam must be win the Gowahati lok Sabha seat ❤❤❤
Lovely discussion..
Good baidey vl Katha kole thenks
Mira baideo ekebare aramat jiki ase no doubt
One of best. And polite and down to earth leader.. always with PEOPLE. I HAVE SEEN HER ALWAYS RUNNING.. near us for our problem.. Mera baido Zindabad
Bahute aponak Sai vote dise
You will be sure. God bless you.
Mira baidoi jindabad
Right.
মীৰা বাইদেৱে যি কৈছে সঁচা কথা কৈছে। তেওঁ জিকিব।
Mira baideu, though I was always a big fan of BJP, but this time I am praying for ur grand victory .. Hope you are going to be a change.
Mira botthakur is great and gentle lady Mira botthakur zindabad titabar
মীৰা বাইদেউ জিকা টো বিচাৰোঁ কিন্তু B.J.P প্ৰাৰ্থী হোৱা হ'লে নিশ্চিত আছিল।
Baideur kothakhinir logot muru ek mot huni val lagil
Mira baideo jindabad Jai aai axom.
Akhil gogoi should take a class from Mira Borthakur.
❤
উপাৰ ৰ মাল আহিছিল এই টো show t তেঁও ৰ body language গুন্ধ গিৰি ওলাই পৰিছিল
Silent voter no dout you will be sure
ভাল আদৰ্শৱান ব্যক্তি মীৰা বাইদেউ ।
Mira zindabaad
Very good voice
Meera baideo jitega .
Himantaraj hatao democracy bachao
Himantaraj hatao Assam Bachao
Very good speech.
You are great madam
মীৰা বৰঠাকুৰ,আপোনাৰ বক্তব্যত ষ্পষ্টতা ফুটি উঠিছে,বৰ ভাল লাগিল। ৰাজনীতিত ভাল বেয়া দুয়োটাই থাকে।ভালটো লব পৰাটোহে আছল কথা।
জয় আই অসম,
জয় মীৰা বৰঠাকুৰ। নমস্কাৰ।।
GOD BLESS YOU BAA
Baideo Moi Palasbari r voter. Apunak ami vote disu. But bjp palasbarit lead lb. But Apuni jikiboi
আমাক এজন এনেকুৱা মুখ্যমন্ত্ৰী ৰ প্ৰয়োজন
The lady is competent,no doubt. Good luck.
Baideo, vote tu moi aponak disu
If yes then very good
Good comment mira bydo
One of the Great & Carregeous Lady
Jikiba lage mera borthakur
God bless you @Mira Borthakur Goswami Baideu
Mira borthakur is the right person
Mira Borthakur zindabad
Mur khub val lage Mira baidewk❤
One of the best and grate woman
মীৰাক আমাক লাগিবই।মীৰা ভজনৰ গুঞ্জন শুনিছোঁ।
Moi Lakhimpur r baxinda..but moi dehe prane bisarisu baidau jiki ahak..ata bolistha kontho amak lage
Nice media
Very nice spices
মীৰা বৰঠাকুৰ এগৰাকী অসমীয়া নিষ্ঠাবান স্পষ্টবাদী মহিলা। লোকসভাত বলিষ্ঠ ভূমিকা পালন কৰিব। শুভেচ্ছা জনালো।
Nice baidew z
Mira Baideu 100 satangkha jitiba
Mira Borthakur next chief minister of Assam
Mira Barthakure jenedore kotha Kobo Jane sposto kotha Kobo pare tedore Bijuliye Kobo paribone Mira Barthakuror pasfalor muror suli edaleu jugyo nohoi Mira Barthakur jikiboi moi dathi Kobo paru 4june ot Mira Barthakure hahi mariboi no doubt .
Good
Let us wait for. 4 June,
You will be sure
Mira Balthazar zindabad
Maa kamakhya usorot prarthana korisu tumi jai hua
Mira Congress zindabad
এক মজবুত স্থিতি।
মীৰা বাইদেউক ভাল লাগে
Great 👌🙏
@Mira Borthakur Goswami good job baa
মিৰা বাইদেউ জিন্দাবাদ
Good Discussion 👍
❤❤❤ Val Lagil Mira Barthakur baideu Jai Hauk ❤❤
Himanta ho back
Good decesion