Rakibul Hussain | '২৬ ৰ আগতে গাদী যাব মুখ্যমন্ত্ৰীৰ’‘ মন্তব্য নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুচেইনৰ N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024
  • Rakibul Hussain | '২৬ ৰ আগতে গাদী যাব মুখ্যমন্ত্ৰীৰ’‘ মন্তব্য নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুচেইনৰ N18V
    #news18assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #rakibulhussain #himantabiswasarma #congress #Rajivbhawan #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

ความคิดเห็น • 611

  • @BasuPegu-gf4yp
    @BasuPegu-gf4yp 4 หลายเดือนก่อน +164

    আপুনি ভাল কথা কৈছে
    , তাৰ চেহেৰা বহুত বেয়া হল আগতকৈ

    • @DibyaNath-nn1xt
      @DibyaNath-nn1xt 4 หลายเดือนก่อน +9

      তোৰ মুখখন চা কেলা আইনাত চুটমাৰণী কেলা ফাপৰে ধৰিলে কেলা জহৰা।

    • @VolaNath-jb6ys
      @VolaNath-jb6ys 4 หลายเดือนก่อน

      E koka deuta nati aru hati cenema koribo ,!!!

    • @laksheswarpathak5497
      @laksheswarpathak5497 4 หลายเดือนก่อน

      Yes brother puthi mase Pani powa jen hol ihotor

    • @gayatriborgohain239
      @gayatriborgohain239 4 หลายเดือนก่อน

      ​@@DibyaNath-nn1xttur nu Jolon kihor

    • @ankurok1969
      @ankurok1969 4 หลายเดือนก่อน

      Tuk kela eta sorot tur mukh bhangi dim sutmarni toi kela tur dom ase jodi address dibi sau tur kela kiman dom ase​@@DibyaNath-nn1xt

  • @gopalbiswas1990
    @gopalbiswas1990 4 หลายเดือนก่อน +193

    প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল দুয়োজন মুখ্য মন্ত্ৰীকে কন্দুৱাইছে ভাৰত বৰ্ষৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই অনুসৰি হিমন্তই এদিন হলেও কান্দিব লাগিব।

    • @AbudulaAli
      @AbudulaAli 4 หลายเดือนก่อน +11

      গোপাল বিশ্বাস সচা কথাবোৰ ইমান চিধাই কব লাগেনে ?

    • @manojdeka5200
      @manojdeka5200 4 หลายเดือนก่อน +3

      😂😂😂😂

    • @sabetrigamang5975
      @sabetrigamang5975 4 หลายเดือนก่อน +7

      আনক দুখ দিলে নিজেও পোৱা যায়।।।। সেইটো একেবাৰে সঁচা কথা।।।

    • @Shidhu4605
      @Shidhu4605 4 หลายเดือนก่อน

      Raino

    • @kalpana8855
      @kalpana8855 4 หลายเดือนก่อน +7

      পিয়াজে গৌৰৱ চাৰৰ ভয়ত টুপাই বুৰ মাৰিছে। ৰকিবুল চাৰ আপোনালৈ ধন্যবাদ জনাইছো।🎉🎉 বেকা মুৱা বিলাকে এতিয়া উত্তৰ দিয়ক।

  • @SukraDharkakati
    @SukraDharkakati 4 หลายเดือนก่อน +27

    কংগ্ৰেছ আহিলে এনে কথা সুনি থাকিব পাব ৰাইজ।

    • @pankajjyotidas5576
      @pankajjyotidas5576 4 หลายเดือนก่อน +1

      Xonileo xonim kin2 mamak aro cm sabr man nai

    • @korobidas5121
      @korobidas5121 4 หลายเดือนก่อน +1

      পাকিস্তান ৰ সন্ত্ৰাসবাদী আনি সোমোৱাই লবহি !

    • @SabetriGamang
      @SabetriGamang 3 หลายเดือนก่อน

      Jen kukur ten Tangun...Apunar bebohare Apunar porisoy.
      ..

  • @nanghunpha
    @nanghunpha 4 หลายเดือนก่อน +13

    ৰাজনীতি হলেও সত্য সদায় জয় হবই ।

  • @PradipSonowal-tk2rr
    @PradipSonowal-tk2rr 4 หลายเดือนก่อน +36

    আপুনি বনমন্ত্ৰী হৈ থাকোঁতে কাজিৰঙাত সদায়ে গড়হত্যা হৈছিল, সেই কথাটো অসমৰ কোনে নেজানে? ধোৱা তুলসী নহয় আপুনিও। ধুবুৰীৰ দৰিদ্ৰ মিঞা সকলৰ কিমান উন্নতি সাধন কৰে সেইটো সময়ত দেখা পোৱা যাব। অসমৰ চৈধ্যটা লোকসভা সমষ্টিৰ তিনিটাত বিজয়ী হৈ কংগ্ৰেছৰ জয় হোৱা বুলি নেভাবিব।

    • @rameshpayang7871
      @rameshpayang7871 4 หลายเดือนก่อน

      Hosa kotha

    • @rafikulali7825
      @rafikulali7825 4 หลายเดือนก่อน +5

      Sai thak o babu BJP bidai lobo hol

    • @mohidulislam8148
      @mohidulislam8148 4 หลายเดือนก่อน

      😂

    • @bikikumar8698
      @bikikumar8698 4 หลายเดือนก่อน

      Oi dhua kosarir jaat Sai thak BJP eibar bidai lobo. Eikhon BJP government holeu temporary nohoi bujiso ne dhus kosarir jaat sala.

    • @protimadutta2890
      @protimadutta2890 4 หลายเดือนก่อน +2

      তথাপিও হিমুৰ মুখত চূণ খানিলে ।

  • @JahangirAlam-hd1lp
    @JahangirAlam-hd1lp 4 หลายเดือนก่อน +62

    Right kotha

  • @bikashdeka2359
    @bikashdeka2359 4 หลายเดือนก่อน +22

    কাজিৰঙাৰ জীৱ কেইটালৈয়ে বেয়া লাগিছে 😢

  • @R.R.G-w8c
    @R.R.G-w8c 4 หลายเดือนก่อน +11

    আমাৰ সিন্ধু ধৰ্মৰ ৰক্ষা সিন্ধুই নকৰে, আপোনালোকে মন কৰিছে নে ৰকিবুল হোছেইন নিচিনা মানুহ কংগ্ৰেছত থকাৰ কাৰণে এটাও বেয়া কমেন্ট মোছলীম সকলে দিয়া নাই তেওঁ লোকে জানে যে কংগ্ৰেছে ই আমক সকলো ফালৰ পৰাই ৰক্ষা, power দিব। বিজেপিৰ লগত যোগ দিয়াৰ কাৰণে সিহঁতৰ নিজৰ পাৰ্টীকে সৰোৱাই দিলে, কিন্তু আজমলে যদি আজি নিৰ্দলীয় বা কংগ্ৰেছৰ হৈ থকা হ'লে কেতিয়াও নাহাৰে । কিন্তু খাৰ খোৱা অসমীয়াই এই বিলাক বুজি পাবৰ সময় হৈ গ'ল । জাগিব হৈ গ'ল নহ'লে এদিন মিয়াই অসমৰ পৰা অসমীয়াক খেদাব।

    • @korobidas5121
      @korobidas5121 4 หลายเดือนก่อน +1

      Right 👍

    • @snehashabnam4545
      @snehashabnam4545 3 หลายเดือนก่อน

      যুগ যুগ ধৰি মুছলমানে আপোনালোকক খেদিব কেতিয়াবা দেখিছে নেকি তেনে পদক্ষেপ হাতত লোৱা, তেওলোক কষ্ট কৰি খোৱা মানুহ, বি জে পি ৰ সামপ্রদায়িকতা ৰ বিৰুদ্ধে তেওলোকে ভোট দিছে, বিশ্বাস ঘাটকতাৰ বিৰুদ্ধে

  • @makhanborah7726
    @makhanborah7726 4 หลายเดือนก่อน +16

    হেইট ৰকিবুল তোমাৰ নিজৰ সমষ্টিৰ টোৱেই ৰাষ্টা নাই তুমি আকৌ MP হৈ কি উন্নয় কৰিবা । কথা কেইটা হলে জয় জয় মই মই

    • @ppp7979
      @ppp7979 4 หลายเดือนก่อน

      Atao unnoti nai rokibulor.poth beya dolong nai

  • @NipenHazarika-ny1hr
    @NipenHazarika-ny1hr 2 หลายเดือนก่อน +1

    সুন্দৰ কথা কৈছে আৰু আগবাহি জাৱক বুলি আশা ৰাখিলোঁ ধন্যবাদ ডাঙৰিয়া।

  • @nityagogoi478
    @nityagogoi478 4 หลายเดือนก่อน +12

    জিকিলে , কথাবো সংযত আৰু মাৰ্জিত হব লাগে , টেটুফালি চিঞৰিলে ভাল নেদেখায় , জিকাৰ বাবে ভাল পাইছো ও অভিনন্দন জনাইছো , সংযমী হৈ কথাবোৰ কলে ৰাইজৰো শুনিবলৈ ভাল লাগে , এতিয়াও লক্ষ বহু দূৰত ৷

    • @paplusharma8804
      @paplusharma8804 4 หลายเดือนก่อน

      apunar akhirbd nalage

    • @TREYZ--07
      @TREYZ--07 4 หลายเดือนก่อน

      কেলা তই বিজেপি সাংসদ কেইটাৰ চা 😅

    • @JituAhmedRJFilms
      @JituAhmedRJFilms 4 หลายเดือนก่อน

      হিমন্তৰ পৰাই শিকিছে।

  • @miduldutta8798
    @miduldutta8798 4 หลายเดือนก่อน +10

    ধৰ্ম জ্ঞান আৰু মানৱতা জ্ঞানৰ বাবে যি কৰিছে D.HBS sir ৰে সেইটো কোনো অপৰাধৰ কাম নহয় ,
    বিজেপি জিন্দাবাদ ❤❤❤❤❤
    জয় শ্ৰী ৰামমমমমমমমমমমমমমমম 🙏🙏🙏

  • @DibesharBora
    @DibesharBora 2 หลายเดือนก่อน +1

    এতিয়া নিমাত হৈ বহি থাকিলে আপোনালোকক জনতাই বেয়া পাব ৰাইজে ৰজা পাতে ৰজা হৈ ৰাইজক পাহৰি যোৱা সকল ৰাইজৰ মাজলৈ যাব নোৱাৰে ধন্যবাদ

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn 4 หลายเดือนก่อน +8

    সপোন দেখা ভাল “ কংগ্ৰেছ আহিলে খিলঞ্জীয়া শব্দই নাথাকিব যেন লাগে ৷

  • @pankajbora7263
    @pankajbora7263 4 หลายเดือนก่อน +11

    আমাৰ একো আশা নাই...মাত্ৰ কাজিৰঙা গড় কেইটা সুৰক্ষিত হৈ থাকিলেই হয়...

  • @Sivasagar04
    @Sivasagar04 4 หลายเดือนก่อน +2

    আপোনালোকে স্হিতি সলনি নকৰিব ৰাইজে সহায় কৰিব আৰু ৰাইজৰ আসুবিধাবোৰ পূৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখক🙏🏻

  • @balendra265
    @balendra265 4 หลายเดือนก่อน +14

    আপুনি এইবাৰ বাচি গ'ল, সংখ্যা লঘু সকলে এইবাৰ ভাবিলে এইবাৰ কংগ্ৰেছক ভোট নিদিলে তেওঁলোক জিকিব নোৱাৰিব। সেয়ে আপুনি ভাগ্যবাণী।

  • @RajibChangmai-je9yq
    @RajibChangmai-je9yq 4 หลายเดือนก่อน +89

    26 t Gogoi cm.

    • @rinkushivam8759
      @rinkushivam8759 4 หลายเดือนก่อน +3

      বিজেপি জিন্দাবাদ

  • @digantaboro476
    @digantaboro476 4 หลายเดือนก่อน +28

    হুছেন মহাশয় অসমত মাত্ৰ তিনিজনহে জিকিছে গতিকে অসমৰ জনতা কাৰ পক্ষত আছে

  • @lakshyajyotikeot3953
    @lakshyajyotikeot3953 4 หลายเดือนก่อน +14

    চামগুৰিত একো কাম কৰা নাই বাবে তেওঁৰ সমষ্টিতেই বিজেপি য়ে লীড ললে -- হেৰৌ , এটা ইলেকচন জিকিয়েই নিজকে আমেৰিকাৰ ৰাষ্টপতি বুলিয়েই ভাবি ল"লি নেকি ? গড মাৰি মাৰি খাস্তাং কৰাজন নহয় জানো ??

    • @himanjyotibora7320
      @himanjyotibora7320 4 หลายเดือนก่อน

      Kune gadho ye koise... 56-Samaguri LAC t Congress almost 86,500 vote r lead t ase ....

  • @gafurali8916
    @gafurali8916 4 หลายเดือนก่อน +4

    পাচঁ (৫) বছৰৰ পিছে পিছে চৰকাৰ সলনি হোৱাটো প্ৰয়োজন।

  • @jayantabora3728
    @jayantabora3728 4 หลายเดือนก่อน +14

    প্ৰশ্ন : অসমৰ মুখ্যমন্ত্ৰী কোন ?
    ‌‌উত্তৰ : অসমৰ মুখ্যমন্ত্ৰী "ৰকিবুল হুছেইন "
    ৰাইজ কেনেকুৱা লাগিব বাৰু শুনি ভাৱকছোন এবাৰ ভালকৈ 🤔😂
    সোনালী অসমখন যাৰ তাৰ ওচৰত গতাই নিদিব,‌ ১৫ বছৰ ৰাজত্ব কালৰ যদি সেই ভয়ানক পৰিস্থিতি হব নালাগে। আজিৰ অসমীয়াই অসম‌ নিচিনিলে অসম‌ ৰসাতলে যাব, অসমত আকৌ‌ সেই ১৫ বছৰৰ দৰে হিংসা, হত্যা, দুৰ্নীতি ,‌মৰাক‌ মাৰি‌ মাৰি খোৱা দৰে‌ নহ‌ওঁক।‌🙏

  • @karlouskarlous-p1b
    @karlouskarlous-p1b 4 หลายเดือนก่อน +2

    Sir I like your speech each and everyone in my life forever you may God bless you with ur politics life and ur family life and lastly with ur politics life party for ur side

  • @manujdutta3243
    @manujdutta3243 4 หลายเดือนก่อน +23

    কংগ্ৰেছ কাৰ্য্যালয়ৰ বাহিৰত এই ভাষণ দিয়ক।২৬ ত আকৌ বিজেপিৰ চৰকাৰ হব।কাৰণ এতিয়াও ৯৩ তা সমষ্টিত বিজেপি জিকী আছে ।

    • @mukulbaruah1833
      @mukulbaruah1833 4 หลายเดือนก่อน

      Manuj Dutta toi ata monubadi,brahmonbadi, jatibadi jehadi kol tol t joga kul naikia jahora puali.

    • @rupamanineog2874
      @rupamanineog2874 4 หลายเดือนก่อน +3

      Right

  • @rrhino9337
    @rrhino9337 4 หลายเดือนก่อน +3

    Our Gourav gogoi upcoming CM Assam 2026❤❤
    Dolar bogorik aku bogorai nani bo plzzzz🙏🙏🙏🙏🙏🙏

  • @bipulkalita6608
    @bipulkalita6608 4 หลายเดือนก่อน +14

    এই জনক ২৬চত বিদাই দিব লাগে।

  • @monishadasorgen9233
    @monishadasorgen9233 4 หลายเดือนก่อน +16

    Cm 2026 st jindabad BJP

  • @bakulboruah2026
    @bakulboruah2026 4 หลายเดือนก่อน +4

    Gaurav Gogoi will be the CM of Assam in 2026

  • @dilipkalita310
    @dilipkalita310 4 หลายเดือนก่อน +23

    ধুবুৰীত বাবেহে জিকিলি, বেলেগত হ'লে ২৬ত ভোত খেলিব নোৱাৰাকৈ হাৰিলিহেতেন। কংগ্ৰেছত থাকোঁতে তহতে কি কৰিছিলি অসমৰ ৰাইজে জানে, ৬০ বছৰে একো এডাল নকৰিলি। এতিয়া তহতৰ বাবে নিবনুৱা সমস্যা, মূল্য বিদ্ধি বানপানীৰ লগতে অসমৰ আটাইবোৰ সমস্যা গছত লগা ফলৰ দৰে হৈ পৰিছে। চিগি আনিবি আৰু ৰাইজক বিলাই দি সমস্যা বোৰ দূৰ কৰিবি, তহতৰ কাৰণে আজি অসমীয়াৰ এই অৱস্থা। আৰু তহতৰ দৰে মানুহবোৰ থাকিলে গৌৰৱ গগৈৰ দৰে ভাল মানুহেও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। তহতৰ আগতে কৰা ভূলৰ বাবে আজি অসমীয়া জাতিটো লজ্জিত লাঞ্চিত আৰু নিথৰুৱা হ'ব লগা হৈছে।

    • @MrinalkantiMalakar-q9k
      @MrinalkantiMalakar-q9k 4 หลายเดือนก่อน

      Une jokon conggars a chilan. Tokon ..chakri holo 5lak 10lak ..ar ...goreb manus ar chakri holo na...ar akon gora gora Chakri...

    • @protimadutta2890
      @protimadutta2890 4 หลายเดือนก่อน +3

      হিমন্তই কংগ্ৰেছত থাকোতে কি কৰিছিল ????

    • @Pilistine
      @Pilistine 4 หลายเดือนก่อน

      Xosa kotha koisa dipika

    • @anantakalita6996
      @anantakalita6996 4 หลายเดือนก่อน

      Right

  • @bichitranarayanborah5170
    @bichitranarayanborah5170 4 หลายเดือนก่อน +32

    আপোনাৰ দিনত কাজিৰঙা ই কান্দিছিল ।আপোনাক অভিনন্দন জনাই কৈছো পৃথিৱীত কোনোৱেই অজৰ অমৰ হৈ অহা নাই

    • @dulubora8313
      @dulubora8313 4 หลายเดือนก่อน +3

      atiyau kande...aagor dinot ulai porisil atiya mediya hakalu mamar mote uthe bohe😂😂😂

    • @pankajboro1197
      @pankajboro1197 4 หลายเดือนก่อน

      Right 👍

    • @jumankumarsarmah5131
      @jumankumarsarmah5131 4 หลายเดือนก่อน

      এতিয়া মনে মনে কান্দি আছে ,আপুনি শুনা নাই😂😂

    • @DibyaNath-nn1xt
      @DibyaNath-nn1xt 4 หลายเดือนก่อน

      ​@@dulubora8313তালাঙী চোৰ কেলা চুটমাৰণী।

    • @DibyaNath-nn1xt
      @DibyaNath-nn1xt 4 หลายเดือนก่อน +1

      ৰকিবুল শিয়াল সন্দেহ জনক মিয়াৰ ভোটট চোৰৰ নিচিনাকৈ তপকিছে। ইয়াক মাৰি পেলাব লাগে কেলা।

  • @karlouskarlous-p1b
    @karlouskarlous-p1b 4 หลายเดือนก่อน +2

    God bless you with ur speech may God bless you with ur politics life and ur family life ok Bhara BHAI Sir

  • @R.R.G-w8c
    @R.R.G-w8c 4 หลายเดือนก่อน +8

    বাদ দিয়া হে কংগ্ৰেছী কেইটাৰ কাৰণে ৰকিবুল হোছেইন ও ভাল । কাজিৰঙা শেষ কৰিছিল সেই কথা পাহৰি গ'লে নহ'ব অসমৰ ৰাইজ।

    • @MITalukdar
      @MITalukdar 4 หลายเดือนก่อน +1

      Kazirangat atiau xomane Gor hotya hoi, kintu media ai coverage nokore, karon BJP

    • @R.R.G-w8c
      @R.R.G-w8c 4 หลายเดือนก่อน +3

      Dhruv subscriber ...... বিজেপিয়ে সকলো নিউজ চেনেল কিনা হেঁতেন সিমন্তই কি কি বিক্ৰী কৰিলে সেইবিষয়ে ও নোলালে হেঁতেন । সত্য লুকাই নাথাকে অসমৰ ৰাইজ বুধু নহয় ।

    • @snehashabnam4545
      @snehashabnam4545 3 หลายเดือนก่อน

      Kajiranga ses houte himanta bapere kot asil, andha bhakta

  • @RAHULRoy-ue2jd
    @RAHULRoy-ue2jd 4 หลายเดือนก่อน +29

    কথা ক'বলৈ আহিছে ঘোচ নেদিলে বাল এডালো নলৰিছিলে এগ্ৰিকেলচাৰ, পুলিচ, শিক্ষকৰ চাকৰিৰ দাম ৫ লাখ টকা আছিলে ৫ লাখ দিয়ক আৰু নিযুক্তি পত্ৰ লৈ যাওক ইমান সোনকালে পাহৰিলে নেকি আপোনালোকৰ ভ্ৰষ্টাচাৰ দূৰ্নীতি লুন্থনীৰ কাহিনী বাদ দিয়ক হে বাদ দিয়ক হে জনসাধাৰণে টো আমাকেই ভোট দিব লাগিব অসমৰ জনসাধাৰণটো পাগল বুলি ভাবিছিলি নে লাজ নোহোৱাৰ জাত

    • @gobindabarman8374
      @gobindabarman8374 2 หลายเดือนก่อน

      🎉 এতিয়া ঘোচ নিদিয়াকৈ কাম হয় নেকি?

    • @RAHULRoy-ue2jd
      @RAHULRoy-ue2jd 2 หลายเดือนก่อน

      @@gobindabarman8374 এখন তামোলৰো খৰচ নোহোৱাকৈ কেৱল মাত্ৰ নিজৰ মেধাৰ বলত Adre ত মই নিজে চাকৰি এটা পালোঁ সেয়েহে কংগ্ৰেছক ভোট দিয়া বিলাকক কওঁ যে এবাৰ হ'লেও কংগ্ৰেছৰ সেই কলা অধ্যায়লৈ মনত কৰক যেতিয়া ঘোচ নিদিলে অসমত নোম এডালো লৰচৰ নহৈছিল নিজৰ ল'ৰা ছোৱালীৰ ভবিষ্যতলৈ চিন্তা কৰক কাৰণ কংগ্ৰেছক ভোট দিয়া আৰু নিজেই মানসেনাক অসমলৈ নিমন্ত্ৰণ কৰি অনা একেই কথা কিবাকৈ আহিলে লুটিপুটি গোটেই অসমখনকে ঠিয়ৈ ঠিয়ৈ গিলিব

  • @SanjaySarma-yf1yc
    @SanjaySarma-yf1yc 4 หลายเดือนก่อน +13

    ৰাজনীতিত স্থায়ি কনো নহয়।উদাহৰন শআজমল

  • @NandeswarDas-mm9go
    @NandeswarDas-mm9go 4 หลายเดือนก่อน +13

    Joi Jonmoni Rabha joi

  • @krishnakamalneog927
    @krishnakamalneog927 4 หลายเดือนก่อน +5

    অসমত কংগ্ৰেছৰ অস্তিত্বই নাথাকিব ২৬লৈ

  • @noransonwal1200
    @noransonwal1200 4 หลายเดือนก่อน +17

    অসমৰ ৰাইজে এইবিলাক মানুহৰ কথাত ভূল জাব নালাগে এই বিলাক মানুহ একো বিশ্বাহ নায়

    • @ankurok1969
      @ankurok1969 4 หลายเดือนก่อน

      Eta sorot tur mukh bhangi dim laura

    • @BitupanDeuri-oc5hz
      @BitupanDeuri-oc5hz 4 หลายเดือนก่อน

      Right

  • @sahadevnarzary448
    @sahadevnarzary448 4 หลายเดือนก่อน +16

    মিছা কথা নাজাই হিন্তবিশ্ব গাদি ৰাইজ।

  • @nripenborgohain201
    @nripenborgohain201 3 หลายเดือนก่อน +1

    ধন্যবাদ বতৰৰ খবৰ - বানপানী অসমত এফালে মুখ্যমন্ত্ৰীৰ আঁচনি প্ৰকোপত উশাহনিশাহৰ ঘেৰঘেৰণি

  • @jint465
    @jint465 4 หลายเดือนก่อน +17

    😂😂😂😂😂😂😂😂কাজিৰঙাত গড় মাৰিলি এতিয়া Dhubri বা কি মাৰে

  • @Marigaonerpola
    @Marigaonerpola 4 หลายเดือนก่อน +8

    মানুহক ১০০০ এক হেজাৰ কৈ টকা দি পাছ কৰিছ

  • @Tox1keditzzz-s5y
    @Tox1keditzzz-s5y 4 หลายเดือนก่อน +3

    ৰকিবুল ডাঙৰীয়া বৰ ভাল লগা কথা কয় অলপ মৰমত কব অনুৰোধ থাকিল

  • @DhantiHazarika-f6i
    @DhantiHazarika-f6i 4 หลายเดือนก่อน +6

    তই চিএম হবি অসমৰ। মাইকী মটা মাছ কিহব। ২৬ত নিলাজ অমেৰুদণ্ডী শিয়াল কংগ্রেচ মুদ্রা বাদ।

  • @gpprinter4372
    @gpprinter4372 4 หลายเดือนก่อน +4

    ৰাজনীতিত আহিলে চব একে হৈ যায় এইবাৰ কংগ্ৰেছ চৰকাৰ অহা হলে একে হল হয় বিজিপিয়ে কিছুমান সমষ্টিত সাৰিলে কিন্তু অহা দিনবোৰত বিজেপিয়ে ভাল কাম কৰিব কোনো জাতি ধৰ্ম প্ৰচাৰৰ নকৰি নিৰ্বাচন খেলি

  • @anjumabegum-mm6zt
    @anjumabegum-mm6zt 4 หลายเดือนก่อน +3

    উহ:
    কমচে কম কাজিৰঙাৰ গড়কেইটা ৰক্ষা পৰিব দে

  • @HelalAhmed-nb1yl
    @HelalAhmed-nb1yl 4 หลายเดือนก่อน +2

    Thank you dada

  • @MinuBharali-x4e
    @MinuBharali-x4e 4 หลายเดือนก่อน +29

    Mur atai onurudh rokibul hosain siroloi Congress or pora ulai jua burok jaate ako haboti loi doltuk dhonkho nokoribo

  • @dipankardutta6882
    @dipankardutta6882 4 หลายเดือนก่อน +3

    আপুনি আগতে অসমৰ খাজিৰনা গৰ কেতা গুলি মাৰক আৰু অসমৰ কি কৰীৱ

    • @taj8724
      @taj8724 4 หลายเดือนก่อน

      Kiba proof ase nki ?

  • @Karunakantaraykantaray-wl6bn
    @Karunakantaraykantaray-wl6bn 4 หลายเดือนก่อน +11

    Kaziranga ses kori desa

  • @mrarunboruah782
    @mrarunboruah782 4 หลายเดือนก่อน +3

    বৰ্তমানলৈকে হিমন্তবিশ্ব শৰ্মাৰ সকলো কাম কাজ মই ব্যক্তিগত ভাবে ভালেই দেখি আছো ৷ মই বিজেপিতে ভোট দিম ৷ গৌৰৱ গগৈক দিম বুলি ভাবিছিলো নিদিলো ৷ কংগ্ৰেছ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ বুলি বেচিকৈ চিঞৰা কাৰনে নিদিলো ৷ কংগ্ৰেছৰ ভেৰনীয়া দালাল কেইটাৰ উৎপাত পাহৰা নাই নহয়

    • @snehashabnam4545
      @snehashabnam4545 3 หลายเดือนก่อน

      সেই দালাল কেইটা বৰ্তমান বি জে পি ত, আপুনি সেই দালাল কেইটা কে দিলে

  • @rofiqulislambhuyan7234
    @rofiqulislambhuyan7234 4 หลายเดือนก่อน +34

    Rokibul Sir Zindabad ❤️

    • @Monstersmile-q3q
      @Monstersmile-q3q 4 หลายเดือนก่อน +1

      Tumak abcd pohaisilaniki sir koi sa ja

    • @Karunakantaraykantaray-wl6bn
      @Karunakantaraykantaray-wl6bn 4 หลายเดือนก่อน

      Tumi kiman Val Manu. Agor bar mp thakote gom paisu

    • @Karunakantaraykantaray-wl6bn
      @Karunakantaraykantaray-wl6bn 4 หลายเดือนก่อน

      Rong message

    • @DibyaNath-nn1xt
      @DibyaNath-nn1xt 4 หลายเดือนก่อน +2

      গৰু চোৰ কেলা জহৰা মিয়া।

    • @taj8724
      @taj8724 4 หลายเดือนก่อน

      ​@@DibyaNath-nn1xtbongali sudur bhai 😂 tur pokor kio joli ase

  • @kanakdeka2502
    @kanakdeka2502 4 หลายเดือนก่อน +11

    ধুনীয়া দেখিছো

  • @AjitAli-td1bb
    @AjitAli-td1bb 4 หลายเดือนก่อน +2

    Good sir

  • @dinusarkar5462
    @dinusarkar5462 4 หลายเดือนก่อน +14

    আপোনাৰ কাম নাই হেমন্ত ছৰৰ লগত।

  • @AbhishekSaikia-qf5ue
    @AbhishekSaikia-qf5ue 4 หลายเดือนก่อน +7

    বিজেপিয়ে যিমানখিনি ল'ৰা-ছোৱালীক সুবিধা দিছে কংগ্ৰেছৰ দিনত কি দিছিলে একোয়েই নিদিলে সেইটোৰ কাৰণে বিজেপি জিন্দাবাদ

    • @thedevogramstory7483
      @thedevogramstory7483 4 หลายเดือนก่อน

      Ki xubidha disa... Vai... BJP price bohaisa, toll tex logaisa caa anisa tar past apuni BJP support korisa hska apuni mohan... Apuni aji buji napaba apunr next generation kandiba apunlukr ai bhul krna...

    • @AbudulaAli
      @AbudulaAli 4 หลายเดือนก่อน

      ​@@thedevogramstory7483কংগ্ৰেছ এ যিবোৰ কৰিছিল আমি bjp এ বেচিম

  • @lakhikurmi3144
    @lakhikurmi3144 4 หลายเดือนก่อน +6

    নিজে Congress যে জিতা নাই, AJP + অখিল গগৈৰ বাবে হে, ৫০০০০ +৫০০০০+ CPIM ৪০০০০=১৪০০০০ ভোট হলে , কি হব...Mr Hussain Sir, Rhino বোৰে ভয় হৈছে চাগে....., বাকী বোৰ কি হব,

  • @KrishnaSarmah-ey5je
    @KrishnaSarmah-ey5je 4 หลายเดือนก่อน +4

    কিমান পালে তিনি খন পালে বেছি পালে কি কৰিলে হয় মানে

  • @Bibeksahu667
    @Bibeksahu667 4 หลายเดือนก่อน +7

    Im proud to himanta biswas sarma good c.m🙏

  • @ZarnaranidDas
    @ZarnaranidDas 4 หลายเดือนก่อน +8

    Rokibul jikise asomor durniti Gundaraj dangabaj arombo hobo

  • @sivakonch2767
    @sivakonch2767 4 หลายเดือนก่อน +4

    এইজনৰ দিনতে কাজিৰঙাৰ গড় কেইটাই কান্ধিছিল।

  • @indianjamesbond0076
    @indianjamesbond0076 4 หลายเดือนก่อน +1

    সঁচা কথা। সাৰদা আৰু লুইচ বাৰ্গাৰ কাণ্ডৰ বাবে জেলত থোৱা উত্তম।

  • @partharoy5158
    @partharoy5158 4 หลายเดือนก่อน +6

    Apuni koisil lurin jikibo kintu lurin harise😂

  • @ushadas1841
    @ushadas1841 4 หลายเดือนก่อน +1

    আপোনালক হিমন্ত বিশ্বৰ দৰে অহংকাৰী নহব নহলে একে অৱস্থা হব

  • @IsfaqueMahen
    @IsfaqueMahen 4 หลายเดือนก่อน +5

    হিমন্ত বিশ্ব শৰ্মা এতিয়া বৈজ্ঞানিক হৈ গৈছে।

  • @MahadevKarmakar-yg8cl
    @MahadevKarmakar-yg8cl 4 หลายเดือนก่อน +3

    Sim saror logot na lagibo 11 ta site paise rokibul or dam ase

  • @Real12976
    @Real12976 4 หลายเดือนก่อน +10

    Fota lecture 😂😂😂😂😂
    🦏 Akha kori lav nai🙏

  • @mofidrohman6393
    @mofidrohman6393 4 หลายเดือนก่อน +2

    মজা মজা ঠিক দিছে।😁👍👍👍👍

  • @ayangdoley742
    @ayangdoley742 4 หลายเดือนก่อน +6

    Sir osa kota sir oy sir🙏🙏🙏🙏

  • @ajoybasumatary6463
    @ajoybasumatary6463 4 หลายเดือนก่อน +3

    Mama Assamot buhut Lachit borfukhon olai ahise dekun?Loan loy Assamkon nosolabi sir, Noyarile sarender diyok? Assam basi - Long live

  • @Dailyfishvlog-e5o
    @Dailyfishvlog-e5o 4 หลายเดือนก่อน +15

    Your right sir answers ❤

  • @assamesetranslator-op8hs
    @assamesetranslator-op8hs 4 หลายเดือนก่อน +1

    ৰাজনীতিৰত বহুত কিবাকিবি চ’লে ৷ সেইবুলি এনেকৈ নোহোৱা কথা ক’ব নালাগে ৷ ৰাইজেও ৰাজনীতি জানে ৷ অসম আমাৰ দেশ আমাৰ ৷ ভোট পাৰ হ’ল অশান্তি জ্বলাব নালাগে ৷ নিজকে ৰাইজৰ আগত মুৰ্খ দেখুৱাব নালাগে ৷ অসম শান্তি হওঁক ৷

  • @UddipanGuitars
    @UddipanGuitars 4 หลายเดือนก่อน +9

    Apuni besi lecture nidibp

  • @AmritPawe-p3t
    @AmritPawe-p3t 4 หลายเดือนก่อน +3

    Think you

  • @neerukalita4056
    @neerukalita4056 4 หลายเดือนก่อน +7

    গুৱাহাটীত আহি জিকি দেখুৱাওক,তেতিয়াহে হিৰো বুলি কম ।তিনিখনতে ইমান তালফাল ।

  • @BabulhussainHussain-vq1kh
    @BabulhussainHussain-vq1kh 4 หลายเดือนก่อน +1

    ✋✋✋✋💪🤚 assam 🤲

  • @GhonshayamKormokar
    @GhonshayamKormokar 4 หลายเดือนก่อน

    Yes right 👍👍👍

  • @daithunswargiary3334
    @daithunswargiary3334 4 หลายเดือนก่อน +2

    Regional party will play kingmaker role in upcoming MLA election 👍

  • @mehebubsentertainment5761
    @mehebubsentertainment5761 4 หลายเดือนก่อน

    👍👍👍

  • @pappudas7385
    @pappudas7385 4 หลายเดือนก่อน +10

    Apuni Duburi juar karone valei holl Kaziranga r Rhinos keita basi thakibo

  • @AjijrRahman
    @AjijrRahman 4 หลายเดือนก่อน +1

    হয় হয় সছা কৈছে 😅

  • @rubul3501
    @rubul3501 4 หลายเดือนก่อน

    Good..good

  • @pinudeka6165
    @pinudeka6165 4 หลายเดือนก่อน +4

    অসমত তোমালোকৰ কাম নাই, কেইখন আখনত জিকিলেনো ইমান দপদপাই আছে,

  • @KatiRamBoroBoro
    @KatiRamBoroBoro 3 หลายเดือนก่อน +1

    Dhonyobad husenda

  • @AbdulHasimLaskar-r4n
    @AbdulHasimLaskar-r4n 4 หลายเดือนก่อน +1

    Rokibul hussain zindabaad assam pradesh congress zindabaad

  • @NivaManiDas-v4f
    @NivaManiDas-v4f 4 หลายเดือนก่อน +6

    Right👍

  • @samudranathdeka4879
    @samudranathdeka4879 4 หลายเดือนก่อน +1

    তিনিখতে ইমান ! 11 খন জিকিলে বিশ্ব জয় কৰাৰ নিচিনা দেখা পালো হেঁতেন কিজানি !

  • @KrishnaDas-mc1lq
    @KrishnaDas-mc1lq 4 หลายเดือนก่อน +2

    Nagaon scnchowa krishna sir mai aasu

  • @arotidas6640
    @arotidas6640 4 หลายเดือนก่อน +2

    Himanta Sarma always best🥰🥰🥰🥰 abhi jo gaon ke ghar pakka hua hai ya rashta ka halat pehele se bohut behtar ho gaye hai...pehele kitni be rozgaar hua karta tha Assam me..ghush na do to naukri tak nahi milte the..abhi Himanta Bishwa Sarma ane ke baad sab badal gaye hai...Pure Assam pehele se koi guna unnati ke rashte pe jaa raha hai...hatts of uuu Himanta Sarma ji...u r always best CM🥰🥰👍👍👍

  • @SurenBoro-mv7tq
    @SurenBoro-mv7tq 4 หลายเดือนก่อน +6

    Kaziranga gorh bur xabodhan Rakibul Husain ahi ase. Tinita seet paye eman ahonkar 11 pale dekhon dinotei gorh ( Rhino) maribo.

    • @HussainAli-rh6pb
      @HussainAli-rh6pb 4 หลายเดือนก่อน +1

      Tention nolobo
      Ahise ahise homonto akise
      Akakhor botora loi....

  • @Sayrulla
    @Sayrulla 3 หลายเดือนก่อน +2

  • @NripenThakuria
    @NripenThakuria 4 หลายเดือนก่อน +8

    ভাগ্য ভাল কাজিৰঙাখন ধুবুৰীত নাই ৷ এতিয়া কাজিৰঙাৰ গঁড় কেইটা এতিয়া নিৰ্ভয়ে বিচৰণ কৰিব পাৰিব ৷

    • @NipulBora-ff2oo
      @NipulBora-ff2oo 4 หลายเดือนก่อน

      06668😊

    • @bkavinash8999
      @bkavinash8999 4 หลายเดือนก่อน

      Apuni chinta korok Dhubri populations t 16lakh Muslim ase aru 1lakh hindu keneke jikivo Hindu neta tate
      Aru jdi eyar numbers migration Kori Assamt dominant Kori lobo
      Koi asu etiya time ase Hindu population in Assam increase Kora
      Nhle Tumi Jana a

  • @BeehiveStudio24
    @BeehiveStudio24 4 หลายเดือนก่อน +7

    Next CM Gourav Gogoi

    • @DibyaNath-nn1xt
      @DibyaNath-nn1xt 4 หลายเดือนก่อน +1

      হাঃ হাঃ সুন্দৰ কমেডি

  • @Sayrulla
    @Sayrulla 3 หลายเดือนก่อน +2

    Tike Sar

  • @RajChetia-wv3qt
    @RajChetia-wv3qt 4 หลายเดือนก่อน +1

    ❤❤❤❤

  • @MohendraSaikia-m4h
    @MohendraSaikia-m4h 4 หลายเดือนก่อน

    Good speech..

  • @nayankumarpawe2671
    @nayankumarpawe2671 4 หลายเดือนก่อน +2

    ২০২৬ত গৌৰৱ গগৈ ৱেব চলিব।

  • @Assam276
    @Assam276 4 หลายเดือนก่อน +1

    বনমন্ত্ৰী যদি মুখ্যমন্ত্ৰী হয়, তেতিয়া কি হব।🤔

  • @DibesharBora
    @DibesharBora 2 หลายเดือนก่อน +1

    ধন্যবাদ আপোনাৰ মতামতত ধন্যবাদ জ্ঞাপন কৰিছো কৰাক কৰিলে পাপ নহয়

  • @SavagemodeON973
    @SavagemodeON973 4 หลายเดือนก่อน +15

    মেদিয়া পালটি মাৰিব লৈছে । গম পাইছে হিমন্তৰ এইবাৰ গাদী সিলিব পাৰে ।২০২৬ ত হিমন্তই আজমলৰ নামো লব নোৱাৰিব 😂😂😂 কি যে দিন আহিলে মামাৰ ।

    • @m.rvlogs3347
      @m.rvlogs3347 4 หลายเดือนก่อน

      Right bro😂😂

  • @IntajBarbhuiya
    @IntajBarbhuiya 4 หลายเดือนก่อน +2

    Right i